Difference between revisions of "Linux/C2/Working-with-Linux-Process/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 |Time ||Narration |- |0:00 || প্ৰছেচ দুই বিধ৷ প্ৰথমতো হৈছে ইউজাৰ প্ৰছেচেজ৷ এইবো…')
 
 
(2 intermediate revisions by one other user not shown)
Line 1: Line 1:
{| border=1
+
'''Working-with-Linux-Process/English-Assamese-timed'''
|Time
+
||Narration
+
  
|-
 
|0:00
 
|| প্ৰছেচ দুই বিধ৷ প্ৰথমতো হৈছে ইউজাৰ প্ৰছেচেজ৷ এইবোৰ ইউজাৰবোৰে আৰম্ড কৰে৷
 
  
|-
+
{| style="border-spacing:0;"
|0:05
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| <center>'''Time '''</center>
|| উদাহৰন স্বৰুপে আমি কব পাৰো পিএস ৰ কথা
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| <center>'''Narration '''</center>
  
 
|-
 
|-
|0:09
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:00
|| বা এই কাৰনত ট্যাৰমিনেলত দিয়া অন্য কমান্ডবোৰ৷ দ্বিতীয়তো হৈছে চিচটেম প্ৰছেচেজ৷ এই প্ৰছেজবোৰ সাধাৰনতে চিচটোনে কৰে সেতিয়া চিচট্যেম স্টাৰ্ত
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| লিনাক্স প্ৰচেচত কাম কৰা সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ আপোনাক স্বাগতম।
  
 
|-
 
|-
|0:16
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:05
||কৰা হয় বা ইউজাৰ লগইন কৰা হয়৷ বেচ চিচট্যেম প্ৰচেডৰ উদাহৰন হব পাৰে৷ http://spoken-tutorial.org/
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| মই উবুণ্টু 10.04 ব্যৱহাৰ কৰিছোঁ।
  
 
|-
 
|-
|0:28
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:09
|| কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ - চিচট্যেম প্ৰচেজ আৰু ইউজাৰ প্ৰচেজ চাব বিচাৰিব পাৰো৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ধৰি লৈছোঁ যে আপুনি লিনাক্স অপাৰেটিং চিষ্টেমত কেনেকৈ আৰম্ভণি কৰিব পাৰে সেই বিষয়ে জানে আৰু লগতে কমাণ্ড সম্পৰ্কীয় কিছু প্ৰাথমিক ধাৰণা আপোনাৰ আছে।
  
 
|-
 
|-
|0:38
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:16
|| তেতিয়া আমি মাইনাচ বা মাইনাচ কেপিট্যেল আপশ্যন ৱ্যবহাৰ কৰো৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| যদি আপুনি আগ্ৰহী, তেনেহ’লে এই বিষয়ে অন্য এটা কথন প্ৰশিক্ষণ এই ৱেবচাইটত আছে:
  
 
|-
 
|-
|0:42
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:28
|| আমি বহুত ডাঙৰ প্ৰচেচৰ তালিকা দেখিব পাও৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ। অন্য ধৰণে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলোবোৰ কমাণ্ড সৰুফলা আখৰত অৰ্থাৎ ল’ৱাৰ কেচত ৰখা হৈছে।
  
 
|-
 
|-
|0:46
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:38
|| বহুত কেইটা দিচপ্লে একেলগে পাবলৈ আমি প্ৰম্প্তত টাইপ কৰিম ‘‘পিএস স্পেচ মাইন্স ই স্পেচ ডেৰ্টিকেল বাৰ স্পেক মোৰ’’
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| প্ৰচেচ কি, এই বিষয়ে জনাবলৈ মই অকণমান ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ।
  
 
|-
 
|-
|0:51
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:42
|| আৰু এন্টাৰ টিপিম৷ ঘিহেতো আমি আগতে বহুত চাইচো এইটোৱে প্ৰছেচৰ তালিকা স্ক্ৰল কৰিব৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"|  
 +
লিনাক্সত চালিত হোৱা যিকোনোৱেই হৈছে একোটা প্ৰচেচ।
  
 
|-
 
|-
|0:56
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:46
|| প্ৰথম প্ৰছেচটো খুউব মজাৰ৷ ইয়াক ইন্ট প্ৰছেজ ঝুলী কোৱা হয়৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"|  
 +
চালিত হোৱা আৰু আমাৰ কমাণ্ড গ্ৰহণ কৰা shell হৈছে এটা প্ৰচেচ।
  
 
|-
 
|-
|1:00
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:51
|| এই প্ৰছেচৰ পৰাইৱবেছিডাগ প্ৰছেচ স্পাউন কৰা হয়৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| টাৰমিনেলত আমি টাইপ কৰা কমাণ্ডবোৰ যেতিয়া চালিত হয়, তেতিয়া সেইবোৰ হয় প্ৰচেচ।
  
 
|-
 
|-
|1:05
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 00:56
||শেল স্ক্রিপ্ট যে চলমান হয় প্রসেস, ইয়াৰ এটা  
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আপুনি চাই থকা প্ৰশিক্ষণৰ এই ভিডিঅ’টো হৈছে এটা প্ৰচেচ।
  
 
|-
 
|-
|1:11
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:00
||কোনো প্রসেস একটি প্রোগ্রাম যা অর্থাত্ যা চালানো সম্ভব হচ্ছে মৃত্যুদন্ড কার্যকর করা সম্ভব সংজ্ঞায়িত.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আপুনি কথন প্ৰশিক্ষণৰ ৱেবচাইটটো খোলা ব্ৰাউজাৰটো হৈছে এটা প্ৰচেচ।
  
 
|-
 
|-
|1:17
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:05
|| প্রসেস অনেক হয় আমাদের চাই. তারা জন্ম হয়, তারা মারা যায়. তারা পিতা বা মাতা এবং শিশু আছে.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| চলি থকা shell scripts-বোৰ হৈছে প্ৰচেচ আৰু এনেকুৱা বহুতো উদাহৰণ আছে।
  
 
|-
 
|-
|1:28
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:11
|| লিন্যাক্স ক্যাৰনেলে এই ছেল প্ৰছেজবোৰ নিজে নিজে আৰম্ড কৰে ঘেতিয়া আমি এইটো লগইন কৰো৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| কাৰ্যকৰী কৰা এটা প্ৰগ্ৰেম অৰ্থাৎ যিটো প্ৰগ্ৰাম চলি আছে, তাক প্ৰচেচ বুলি ক’ব পৰা যায়।
  
 
|-
 
|-
|1:31
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:17
|| এইখিনিতে জনাটো উচিত হব ঘে লিন্যাক্স ক্যাৰনেল হৈছে লিন্যাক্স অপাৰেটিং চ্যিচটেমৰ গুৰিতো৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| প্ৰচেচবোৰ আমাৰ দৰে একেই। সেইবিলাকৰ জন্ম হয়, মৰে। সেইবিলাকৰ পিতৃ-মাতৃ আৰু সন্তান থাকে।
  
 
|-
 
|-
|1:36
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:28
|| এইটোত থাকে লিন্যাক্স চলিবলৈ আটাইতকৈ দৰকাৰ বস্তুবোৰ৷ এই ছেলে বলাই বা জন্মদিয়ে অন্য সকলো ইউজাৰ কমান্ড প্ৰছেচৰ৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| প্ৰথমতে আহক, shell process-অৰ বিষয়ে শিকোঁ।
  
 
|-
 
|-
|1:43
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:31
|| আহক আমি এটা ট্যাৰমিনেল খোলো৷ শেল নির্মাণ বা অন্যান্য সমস্ত ব্যবহারকারীর কমান্ড প্রসেসের জন্ম দেয়.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আমি লগিন কৰাৰ লগে লগে লিনাক্স কাৰনেলে shell process আৰম্ভ কৰে।
  
 
|-
 
|-
|1:53
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:36
|| আমি ট্যাৰমিনেলৰ কমন্ড প্ৰম্প্তটো
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এই মুহূৰ্তত ইমানেই জনাটো যথেষ্ট যে লিনাক্স কাৰনেলেই হৈছে লিনাক্স অপাৰেটিং চিচটেমৰ প্ৰধান অংগ।
  
 
|-
 
|-
|1:57
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:43
|| এটা ডলাৰ চাইনৰৰ নিচিনাকৈ দেখিবলৈ পাম৷এইটো হৈছে শ্যেল প্ৰছেচৰ কাম৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| লিনাক্সক চলিবলৈ সক্ষম কৰোৱা আটাইতকৈ দৰকাৰী উপাদানবোৰ ইয়াতে থাকে। shell-এ অন্যান্য ইউজাৰ কমাণ্ড প্ৰচেচবোৰ তৈয়াৰ কৰে বা জন্ম দিয়ে।
  
 
|-
 
|-
|2:03
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:53
|| ঘেতিয়া আমি এইটো দিম, এই শ্যেল প্ৰছেচৰটোৱে
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আহক, আমি এটা টাৰমিনেল খোলো।
  
 
|-
 
|-
|2:07
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 01:57
||ডেত নামৰ এটা প্ৰছেচ বনাই দিব৷ ঘিহেতু শ্যেল প্ৰছেচে ডেত প্ৰছেচক জন্ম দিছে,
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| টাৰমিনেলত এটা ডলাৰ চিহ্নৰ ৰূপত আমি কমাণ্ড প্ৰম্পট্‌ দেখিবলৈ পাওঁ।
  
 
|-
 
|-
|2:13
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 02:03
||আমি কব পাবো ঘে শ্যেল প্ৰছেচ ডেত প্ৰছেচৰ জন্মদাতা ডেত প্ৰছেজ শ্যেল প্ৰছেজৰ সন্তান৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| Shell process-ৰ এইটোৱেই হ’ল কাম।
  
 
|-
 
|-
|2:18
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 02:07
|| এবাৰ ডেত প্ৰছেচে চি্যচটেমত তাৰিখ আৰু সময় দেখোৱাৰ পিছত, ই মৰি থাকে৷এই শ্যেলে আৰু এটা শ্যেল প্ৰচেজ জন্ম দিব পাৰে৷ এই জন্ম দিয়া প্ৰচেজটো বা বনোৰা প্ৰচেজটোক স্পাউনিং কৰা বুলিও কয়৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এতিয়া, আহক আমি যিকোনো এটা কমাণ্ড টাইপ কৰোঁ, ধৰক— “date” আৰু এণ্টাৰ টিপি দিওঁ।
  
 
|-
 
|-
|2:30
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 02:13
|| আৰু এটা শ্যেল প্ৰচেজ স্পাউন কৰিবলৈ ট্যাৰমিনেলত এসএইচ টাইপ কৰি এন্টাৰ টিপিলৈই হল৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| লগে লগেই shell process-এ date নামৰ এটা প্ৰচেচ তৈয়াৰ কৰিব।
  
 
|-
 
|-
|2:40
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 02:18
|| আমি ট্যাৰমিনেলত নতুন প্ৰমপ্ত দেখিবলৈ পাম৷ আমাৰ ঘিটো প্ৰথম শ্যেল ইয়াৰু আমি শ্যেল বলিয়ে কম৷ ই এটা শ্যেল জন্ম দিলে৷ ইয়াকো আমি শ্যেল বুলিয়ে কম৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এতিয়া, যিহেতু শ্বেল প্ৰচেচে ডেট প্ৰচেচক জন্ম দিলে, সেয়েহে আমি ক’ব পাৰোঁ যে শ্বেল প্ৰচেচ হৈছে ডেট প্ৰচেচৰ পিতৃ আৰু ডেট প্ৰচেচ হৈছে শ্বেল প্ৰচেচৰ সন্তান।
  
 
|-
 
|-
|2:50
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 02:30
|| এতিয়া আপোনি এটা কমান্ড এই নতুন কমান্ড প্ৰমপ্তত দিব পাৰে৷আহক আমি ইস কমান্ডটো এই নতুন কমান্ড প্ৰমপ্তত দিও৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ডেট প্ৰচেচে এবাৰ চিষ্টেমৰ তাৰিখ আৰু সময় দেখুওৱাৰ পিছতে ই মৰি যায়।
  
 
|-
 
|-
|3:00
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 02:40
|| কমান্ড প্ৰমপ্ত ইস টাইপ কৰক আৰু এন্টাৰ টিপক৷ আমি ফাইল আৰু ডাইৰেক্টৰিৰৰ তালিকা দেখিবলৈ পাম৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এটা শ্বেলে অন্য এটা শ্বেল প্ৰচেচৰ জন্ম দিবও পাৰে। প্ৰচেচ জন্ম দিয়া বা তৈয়াৰ কৰাক spawning a process বুলিও কোৱা হয়।
  
 
|-
 
|-
|3:13
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 02:50
|| ইস নামৰ এটা নতুন প্ৰচেজ বনোৱা হল৷ আসুন এই নতুন কমান্ড প্রম্পটে কমান্ড ব্যবহার করুন.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আন এটা শ্বেল প্ৰচেচ spawn কৰিবৰ বাবে, টাৰমিনেললৈ যাওক আৰু “sh” টাইপ কৰি এণ্টাৰ টিপক।
  
 
|-
 
|-
|3:20
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 03:00
|| ইয়াত শ্যেল ইস ৰ বাপেক হয়৷ আকৌ ইক ৰ ককাকো হয় ইস হৈছে শ্যেলৰ স্ততান৷ আকৌ শ্যেলো শ্যেলৰ সন্তান৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আমি টাৰমিনেলত এটা নতুন প্ৰম্পট্ ওলাই অহা দেখিবলৈ পাম। এতিয়া আমাৰ প্ৰথমৰ শ্বেলটো— ইয়াক shell 1 বুলি নামকৰণ কৰি লওঁ, ই এটা সন্তান শ্বেল বা sub shell-অৰ জন্ম দিব। আহক, ইয়াক shell 2 বুলি নামকৰণ কৰোঁ।
  
 
|-
 
|-
|3:32
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 03:13
|| শ্যেলক মাৰিবলৈ নতুন প্ৰমপ্তটোত এক্সিট টাইপ কৰি এন্টাৰ প্ৰেছ কৰিলৈই হল৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এতিয়া আপুনি নতুন কমাণ্ড প্ৰম্পটতো কমাণ্ড চলাব পাৰে। আহক এই নতুন কমাণ্ড প্ৰম্পটত ls কমাণ্ডটো চলাওঁ।
  
 
|-
 
|-
|3:35
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 03:20
|| ই শ্যেলক মাৰিব আৰু আমাৰ আচল কমান্ড প্ৰমপ্তটো ঘূৰাই পাম৷ ls হল শেল 2 সন্তান, যখন শেল 2 নিজেই হল shell1 চাইল্ড
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| কমাণ্ড প্ৰম্পটত টাইপ কৰক— ls আৰু এণ্টাৰ টিপি দিয়ক। আমি ফাইল আৰু ডাইৰেক্টৰীৰ এখন তালিকা দেখিবলৈ পাওঁ।
  
 
|-
 
|-
|3:56
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 03:32
|| নতুন প্রম্পট "প্রস্থান" এ শেল কেবলমাত্র 2 টাইপ এবং বধ Enter টিপুন.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ls নামেৰে এটা নতুন প্ৰচেচ তৈয়াৰ হ’ল।
  
 
|-
 
|-
|4:04
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 03:35
|| এই শেল 2 বধ এবং আমরা আমাদের মূল কমান্ড প্রম্পট ফেরত পাবেন.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ইয়াত, shell 2 হৈছে ls-অৰ পিতৃ আৰু shell 1 হৈছে ls-অৰ বৃদ্ধপিতৃ। ls হৈছে shell 2-ৰ সন্তান আৰু shell 2 হৈছে shell 1-ৰ সন্তান।
  
 
|-
 
|-
|4:12
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 03:56
|| অ্ৰামাৰ পৰিচয়ৰ বাবে ঘিদৰে আমাৰ নাম, পিতৃ মাতৃৰ নাম, জন্মৰ তাৰিখ, প্যেন কাৰ্ড নম্বৰ ইত্যাদি থাকে, থিক সেইদৰে প্ৰচ্চেৰো কিছুমান বস্তু থাকে ঘিবোৰক পিআইডি
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| Shell 2-ক ধ্বংস কৰিবলৈ নতুন প্ৰম্পটত টাইপ কৰক— exit আৰু এণ্টাৰ টিপি দিয়ক।
  
 
|-
 
|-
|4:26
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 04:04
|| (প্ৰেছচ আইডি) পিপিআইডি (পেৰেন্ট প্ৰছেচ আইডি), আৰম্ড সময় ইত্যাদি থাকে৷ এই বেছিডাগেই চলাই ঘোৱা হয় কিছুমান প্ৰছেচ তালিকাৰ ঘেগেদি৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ইয়ে shell 2-ক ধ্বংস কৰিব আৰু আমি আমাৰ প্ৰথমৰ কমাণ্ড প্ৰম্পটটো ঘূৰাই পাম।
  
 
|-
 
|-
|4:38
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 04:12
|| প্ৰত্যেক প্ৰছেচেই ইউন্যিকলি আইডেন্টিফাই কৰা হয় কিছুমান ইউন্যিক ইন্টেগাৰৰ ঘোগেদি ঘিবোৰক কোৱা হয় পিআইডি বুলি৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আমাৰ আৰু প্ৰচেচৰ মাজৰ তুলনা চলাই থাকিলে পাওঁ, আমি জানো যে আমাৰ প্ৰত্যেকৰে এনেকুৱা কিছুমান বৈশিষ্ট্য আছে যিবোৰে আমাৰ পৰিচয় দাঙি ধৰে। এই বৈশিষ্ট্যবোৰ হ’ব পাৰে আমাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্মৰ তাৰিখ, পেন কাৰ্ডৰ নম্বৰ আদি।
  
 
|-
 
|-
|4:43
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 04:26
|| পিআইডি বোৰক ক্যবনেল বোৰে কামত লগাই ঘেতিয়া প্ৰছেচবোৰৰ জন্ম হয়৷ প্ৰিআইডি ৰ দেউতাক প্ৰছেজবোৰ ঘিবোৰে এটা নতুন প্ৰছেজ স্পাউন কৰে, ধৰক পি১,  
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| একেদৰে প্ৰচেচবোৰৰো কিছুমান বৈশিষ্ট্য থাকে, যেনে— PID (Process ID), PPID (Parent Process ID), Start time আদি।
  
 
|-
 
|-
|4:51
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 04:38
|| ইয়াক পিপিআইডিৰ পি১ প্ৰছেজ বুলি কব৷ বৰ্তমান শ্যেলৰ পিআইডি চাবলৈ প্ৰমপ্ততটাইপ কৰক ইছো
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| বেছিভাগ বৈশিষ্ট্য কাৰনেলে এখন প্ৰচেচ টেবুলত প্ৰতিপালন কৰে।
  
 
|-
 
|-
|5:00
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 04:43
||স্পেচ ডোল্লাৰ ডোল্লাৰ আৰু এন্টাৰ টিপক৷ই ই এটা নম্বৰ দেখোৱাব৷ এইটো বৰ্তমান শ্যেলৰ পিআইডি
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| PID নামৰ এটা একক পূৰ্ণসংখ্যাই প্ৰত্যেকটো প্ৰচেচক এককভাৱে চিনাক্ত কৰে। প্ৰচেচ এটা জন্ম হোৱাৰ লগে লগে কাৰনেলে PID আৱণ্টন কৰে।
  
 
|-
 
|-
|5:11
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 04:51
|| ঘেতিয়া আমি প্ৰছেচৰ কথা কও তেতিয়া আমি পিএস কমান্ডৰ বিষয়ে কম৷ ই
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| যেতিয়া পিতৃ প্ৰচেচে এটা নতুন প্ৰচেচ, ধৰা হওক P1, উৎপন্ন কৰে, তেতিয়া তাক P1 প্ৰচেচৰ PPID বুলি কোৱা হয়।
  
 
|-
 
|-
|5:23
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:00
||সবাতোতকৈ বেছি ব্যৱহাৰ হয়৷ পিএস বা প্ৰছেজ এটা কমান্ড ঘিতুৱে চ্যিচটেমত দেখাৱাই থকা
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| প্ৰম্পটত বৰ্তমানৰ শ্বেলটোৰ PID চাবৰ বাবে টাইপ কৰক— “echo space dollar dollar” আৰু এণ্টাৰ টিপি দিয়ক।
  
 
|-
 
|-
|5:29
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:11
|| চলিত প্ৰছেজটো দেখুৱাব৷ আহক আমি চাও এই কমান্ড একো অপ্চন নিদিয়াকৈ দিলে কি হয়৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এটা সংখ্যা প্ৰদৰ্শিত হ’ব। এইটোৱেই হৈছে বৰ্তমানৰ শ্বেলটোৰ PID।
  
 
|-
 
|-
|5:34
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:23
|| কমান্ড প্ৰমপ্ত পিএস টাইপ কৰক আৰু এন্টাৰ টিপি দিয়ক৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| প্ৰচেচৰ বিষয়ে কথা পাতোঁতে এটা কমাণ্ড আমি বহুলভাৱে ব্যৱহাৰ কৰিম, সেইটো হৈছে ps কমাণ্ড।
  
 
|-
 
|-
|5:40
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:29
|| এই ধৰনে আম দেখিবলৈ পাম চলিত প্ৰগেমৰ দ্বাৰা অধিকৃত সকলো প্ৰছেচৰ তালিকা৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ps বা process status কমাণ্ডে চিষ্টেমত চলি থকা প্ৰচেচটো প্ৰদৰ্শন কৰে।
  
 
|-
 
|-
|5:47
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:34
|| এইভাবে আমরা সাধারনত ব্যবহারকারীদের প্রোগ্রাম দ্বারা মালিকানাধীন প্রসেসের তালিকা দেখতে হবে.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| কোনো ধৰণৰ বিকল্প নোহোৱাকৈ এই কমাণ্ডটো চলালে কি ঘটিব সেয়া চাওঁ আহক।
  
 
|-
 
|-
|5:54
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:40
|| সিএমডী নামৰ হেডিংৰ তলত এই প্ৰছেচৰ নাম দেখিবলৈ পাব৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| কমাণ্ড প্ৰম্পটত টাইপ কৰক ps আৰু এণ্টাৰ টিপি দিয়ক।
  
 
|-
 
|-
|5:58
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:47
|| ইয়াৰ উপৰিয়ো আপোনি দেখিবলৈ পাব পিআইডি, টিটিওয়াই বা ঘি কনচলত এই প্ৰছেচটো চলিচে সেইটো, টাইম.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এই ধৰণে সাধাৰণতে আমি প্ৰগামটো চলাই থকা ব্যৱহাৰকাৰীৰ অধীন সকলোবোৰ প্ৰচেচৰ তালিকা এখন দেখা পাওঁ।
  
 
|-
 
|-
|6:06
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:54
|| প্ৰছেচৰটো আৰম্ড হোবাৰ পৰা মুঠ ঘিমান সময় হৈছে, সেইখুৱাইছে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| প্ৰচেচৰ নামটো আপুনি CMD হেডিঙৰ তলত চাব পাৰে।
  
 
|-
 
|-
|6:12
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 05:58
|| আমার মেশিনে দুটি প্রসেস প্রদর্শন করা হয়.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এইটোৰ বাহিৰে, আপুনি PID, TTY বা প্ৰচেচটো চলি থকা console চাব পাৰে TIME-অৰ জৰিয়তে।
  
 
|-
 
|-
|6:16
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 06:06
|| মোৰ মেচিনত দুটা প্ৰছেচ দেখুৱাইছে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| সেইটো হৈছে মুঠ প্ৰচেচৰ সময় যিটো প্ৰচেচ আৰম্ভ হোৱৰ পৰা ব্যৱহৃত হৈছে।
  
 
|-
 
|-
|6:25
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 06:12
|| এটা হৈছে বাছ, আমি ব্যৱহাৰ কৰা শ্যেল প্ৰছেজটো আৰু আনটো হৈছে স্পছেচটো নিজে পিএস.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| মোৰ মেচিনত দুটা প্ৰচেচ প্ৰদৰ্শিত হৈছে।
  
 
|-
 
|-
|6:35
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 06:16
|| মনত ৰাখিবলাগিয়া দৰকাৰী কথাতো হৈছে ঘে শ্যেল প্ৰছেচৰ পিআইডি আৰু ইছো, ঘিটো স্পেচ ডলাৰ ডলাৰ কমান্ড দি দিয়া হেছ, একেই৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এটা হৈছে bash, অৰ্থাৎ আমি ব্যৱহাৰ কৰি থকা শ্বেল প্ৰচেচটো। অন্যটো হৈছে ps প্ৰচেচ নিজেই।
  
 
|-
 
|-
|6:42
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 06:25
|| আহক চাও ঘেতিয়া আমি এটা চাবশ্যেল স্পাগুন কৰো, তেতিয়া কি হয়৷ ট্যাৰমিনেলত এসএইচ কৰক আৰু এন্টাৰ টিপক৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| মন কৰিবলগীয়া আন এটা দৰকাৰী কথা হৈছে যে শ্বেল প্ৰচেচৰ PID, echo space dollar dollar কমাণ্ডে প্ৰদৰ্শন কৰাটোৰ সৈতে একে।
  
 
|-
 
|-
|6:51
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 06:35
|| এতিয়া আমি প্ৰছেচবোৰ এখন তালিকাত দেখা পাও৷ ইয়াৰ লগত এসএইচ প্ৰছেচটোঘোগ হৈছে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| যদি আমি এটা subshell উৎপন্ন কৰোঁ, কি হ’ব চাও আহক। টাৰমিনেলত sh টাইপ কৰি এণ্টাৰ টিপক।
  
 
|-
 
|-
|6:57
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 06:42
|| ইয়াত মন কৰিবলগা কথাটো হৈছে ঘে এসএইচ প্ৰছেচৰ পিআইডি আগৰটোৰ নিচিনাএকেই৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| নতুন লাইনত অহা নতুন প্ৰম্পটত ps টাইপ কৰি এণ্টাৰ টিপক।
  
 
|-
 
|-
|7:05
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 06:51
|| ইয়াৰ পিছত আমি দেখিবলৈ পাম ঘে পিএস বহুতো অপ্চনৰ সৈতে আহে৷ প্ৰথম অপ্চনটোৱে দেখুৱাই প্ৰছেচৰ তালিকাত থকা সংল্গ্ন বস্তুবোৰ৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এতিয়া তালিকাখনত আমি তিনিটা প্ৰচেচ দেখা পাম। sh প্ৰচেচটো যোগ হৈ গৈছে।
  
 
|-
 
|-
|7:13
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 06:57
|| এতিয়া প্ৰমপ্ত টাইপ কৰক পিএস স্পেচ মাইন্স এফ আৰু এন্টাৰ টিপক৷ ই আকৌ আগৰ কেচত দখোবাৰ দৰে ডিনিতা প্ৰছেচৰ তালিকা দেখুবাৰ৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ইয়াত আকৌ লক্ষ্য কৰক যে bash প্ৰচেচৰ PID আগৰটোৰ দৰে একে।
  
 
|-
 
|-
|7:28
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 07:05
|| বাশ, এসএইচ পিএস-এফ
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| পৰৱৰ্তী পৰ্যায়ত আমি দেখিম যে ps-অৰ বহুতো অপশ্যন আছে। আমি প্ৰথমে দেখিম যে প্ৰথম অপশ্যনে তালিকাভুক্ত প্ৰচেচৰ বহুতো বৈশিষ্ট্য প্ৰদৰ্শন কৰে।
  
 
|-
 
|-
|7:31
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 07:13
|| পাৰ্থক্যতো হৈছে ঘে ইয়াত বেছি সংলগ্ন বস্তুবোৰ দেখুৱাব৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এতিয়া প্ৰম্পটত “ps space minus f” টাইপ কৰি এণ্টাৰ টিপক। আগৰ বাৰত কৰাৰ দৰে ই আকৌ তিনিটা প্ৰচেচক তালিকাভুক্ত কৰিব।
  
 
|-
 
|-
|7:36
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 07:28
|| ইউআইডি য়া ইউজাৰ নামদিয়ে সেইটোক ঘোনে প্ৰথমতে প্ৰছেচ আৰম্ড কৰে৷ ই পিপিআইডি য়ো দেখুৱাই৷ ঘিতো দেউতাক প্ৰছেচৰ পিআইডি ঘোনে প্ৰছেচৰতো বনাইছে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| Bash, sh and ps -f.
  
 
|-
 
|-
|7:47
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 07:31
|| উদাহৰন হিচাপে বাছ প্ৰছেচৰ হৈছে এসএইচ প্ৰছেচৰৰ দেউতাক, সেইবাবে বেচৰ পিআইডি একেই এসএইচ প্ৰছেচৰ পিপিআইডি ৰ সৈতে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| একমাত্ৰ পাৰ্থক্যটো হৈছে এতিয়া বেছি বৈশিষ্ট্য তালিকাভুক্ত হৈছে।
  
 
|-
 
|-
|8:00
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 07:36
|| সি মানে হৈছে প্ৰছেচবা ইউটিলাইজেশ্যন৷ বৰ্তমান হৈছে প্ৰছেচৰ ইউেডচ পাৰচেন্টৰ ইন্টেপাৰ ড্যেলু৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| UID-এ প্ৰচেচ আৰম্ভ কৰা ব্যৱহাৰকাৰীৰ ইউজাৰনেমটো দিয়ে। ইয়াৰ উপৰি PPID অৰ্থাৎ এই প্ৰচেচটো তৈয়াৰ কৰা পিতৃ-প্ৰচেচৰ PID প্ৰদৰ্শন কৰে।
  
 
|-
 
|-
|8:17
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 07:47
|| ইয়াত দেখুৱা হব এই কেচটোৰ ব্যৱহাৰ নামমাত্ৰ ৰুপেহে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| উদাহৰণ স্বৰূপে, চাওক যে bash প্ৰচেচ হৈছে sh প্ৰচেচৰ পিতৃ, গতিকে bash-অৰ PID আৰু sh-অৰ PPID একে।
  
 
|-
 
|-
|8:26
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 08:00
|| এইটিআইএলই য়ে দেখউবায় অকল প্ৰছেচ আৰম্ড হোৱা সময়টো৷ বাকিবোৰ পিএস চলালো দেখা ঘাব৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| একেদৰে, যিহেতু sh প্ৰচেচ হৈছে ps প্ৰচেচৰ পিতৃ, গতিকে sh প্ৰচেচৰ PID আৰু ps –f প্ৰচেচৰ PPID একে।
  
 
|-
 
|-
|8:32
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 08:17
|| প্ৰছেচ দুই বিধৰ৷ প্ৰথমতো হৈছষ ইউজাৰ প্ৰছেচেজ৷ এইবোৰ ইউজাৰবোবে আৰম্ড কৰে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| C-এ প্ৰচেচৰৰ ব্যৱহাৰক সূচায়। বৰ্তমান এইটো হৈছে প্ৰচেচটোৰ জীৱনকালত প্ৰচেচৰৰ শতাংশ ব্যৱহাৰৰ integer value।
  
 
|-
 
|-
|8:42
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 08:26
|| উদাহৰন স্পৰুপে আমি কব পাৰো পিএস ৰ কথা বা এই কাৰনত ট্যাৰমিনেলত দিয়া অন্য কমান্ডবোৰ৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এই ক্ষেত্ৰত ব্যৱহাৰ নধৰ্তব্য হোৱা বাবে ই 0 প্ৰদৰ্শন কৰিব।
  
 
|-
 
|-
|8:49
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 08:32
|| দ্বিতীয়তে হৈছে চিচটেম প্ৰছেচেজ৷ এই প্ৰছেজবোৰ সাধাৰনতে চিচট্যেমে কৰে ঘেতিয়া চিচট্যেম স্টাৰ্ত কৰা হয় বা ইউজাৰ লগইন কৰা হয়৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| STIME ফিল্ডে প্ৰচেচটো আৰম্ভ হোৱা সময়টো দিয়ে। ps চলোৱাৰ সময়ত আমি বাকীখিনি দেখি আহিছোঁৱেই।
  
 
|-
 
|-
|8:54
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 08:42
|| বেচ চিচট্যেম প্ৰচেডৰ উদাহৰন হব পাৰে৷ যারা প্রসেস দ্বারা সিস্টেম আরম্ভ অথবা ব্যবহারকারী লগইন করার সময় প্রায়ই শুরু হয়.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| প্ৰছেচ দুই প্ৰকাৰৰ৷ প্ৰথমবিধ হৈছে ইউজাৰ প্ৰচেচ৷ এইবোৰ ব্যৱহাৰকাৰীয়ে আৰম্ভ কৰে৷
  
 
|-
 
|-
|9:05
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 08:49
|| কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ - চিচট্যেম প্ৰচেজ আৰু ইউজাৰ
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| উদাহৰণ স্বৰূপে, ps-অৰ কথা ক’ব পাৰো বা এই কাৰণত টাৰমিনেলত আমি চলোৱা অন্য কমাণ্ডবোৰ।
  
 
|-
 
|-
|9:09
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 08:54
||প্ৰচেজ চাব বিচাৰিব পাৰো৷ তেতিয়া আমি মাইনাচ বা মাইনচা কেপিট্যেলঅপশ্যন ব্যৱহাৰ কৰো৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| দ্বিতীয়বিধ হৈছে চিষ্টেম প্ৰচেচ। সেইবোৰ চিষ্টেম আৰম্ভ কৰাৰ সময়ত বা ব্যৱহাৰকাৰীয়ে লগিন কৰাৰ সময়ত চিষ্টেমে আৰম্ভ কৰে।
  
 
|-
 
|-
|9:17
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:05
|| আমি বহুত ডাঙৰ প্ৰচেচৰ তালিকা দেখিব পাও৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| চিচটেম প্ৰচেচৰ এটা উদাহৰণ bash হ’ব পাৰে।
  
 
|-
 
|-
|9:23
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:09
|| বহুত কেইটা দিচপ্লে একেলগে পাবলৈ আমি প্ৰমপ্তত টাইপ কৰিম পিএস স্পেচ মাইন্স ই স্পেচ ডেৰিক্লী বাৰ স্পেচ মোৰ আৰু এন্টাৰ টিপিম৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ— চিষ্টেম প্ৰচেচ আৰু লগতে ইউজাৰ প্ৰচেচ চাব বিচাৰিব পাৰোঁ।
  
 
|-
 
|-
|9:32
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:17
|| ঘিহেতা আমি আগতে বহুত চাইচো এইটোবে বিন্ডত খাই ধৰা তালিকা হে দেখুৱাব৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| তেতিয়া আমি minus e বা minus capital A আপশ্যন ব্যৱহাৰ কৰোঁ৷
  
 
|-
 
|-
|9:35
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:23
|| একটি multipage প্রদর্শন পাওয়া মাত্র প্রম্পটে টাইপ করুন
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| টাৰমিনেললৈ যাওক আৰু প্ৰম্পটত টাইপ কৰক— “ps space minus e” আৰু এণ্টাৰ টিপি দিয়ক।
  
 
|-
 
|-
|9:40
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:32
|| ঘেতিয়া আমি এন্টাৰ প্ৰেছ কৰিম৷ তেতিয়া প্ৰছেচৰ তালিকা স্ক্ৰল কৰিব৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আমি প্ৰচেচৰ এখন বহুত ডাঙৰ তালিকা দেখিবলৈ পাও৷
  
 
|-
 
|-
|9:52
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:35
|| প্ৰথম প্ৰছেচটো খুউব মজাৰ৷ ইয়া ইন্টিট প্ৰছেজ বুলি কোৱা হয়৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| বহুপৃষ্ঠাযুক্ত প্ৰদৰ্শন পাবৰ বা প্ৰম্পটত টাইপ কৰক—
  
 
|-
 
|-
|9:58
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:40
|| এই প্ৰছেচৰ পৰাইৱবেছিডাগ প্ৰছষচ স্পাওন কৰা হয়৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| “ps space minus e space vertical bar space more” আৰু এণ্টাৰ টিপি দিয়ক।
  
 
|-
 
|-
|10:03
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:52
|| ধয়াৰ এটা পিআইডি আছে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আমি আগতে দেখাৰ দৰে, যদি বহুতো প্ৰচেচ তালিকাভুক্ত কৰিবলগা হয় আৰু সেয়া এখন উইণ্ডত নাটে, তেনেহ’লে more অপশ্যন আহে।
  
 
|-
 
|-
|10:09
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 09:58
|| প্ৰমপ্তলৈ আহিবলৈ কিউ প্ৰেছ কৰিব৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এণ্টাৰ টিপি আমি প্ৰচেচৰ তালিকাখন স্ক্ৰল কৰি চাব পাৰোঁ।
  
 
|-
 
|-
|10:12
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 10:03
|| তেতিয়াহলে এই ট্যুটৰিয়েলত আমি শিকিলো প্ৰছেচ, শ্যেল প্ৰছেচ, স্পাগুনিং,
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| তালিকাৰ প্ৰথমটো প্ৰচেচ আমোদজনক। ইয়াক init প্ৰচেচ বুলি কোৱা হয়।
  
 
|-
 
|-
|10:16
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 10:09
|| প্ৰছেচ এিট্ৰব্যতচ আৰু বিডিন্ন ধৰনৰ প্ৰছেচ টাইপৰ বিষয়ে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ইয়াৰ পৰাই প্ৰায় সকলোবোৰ প্ৰচেচ উৎপন্ন হয়
  
 
|-
 
|-
|10:24
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 10:12
|| আমি পিএই কমান্ডৰ ব্যৱহাৰো শিকিলো৷ ইয়াতে এই ট্যুটৰিয়েল শেষ হৈছে৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| ইয়াৰ এটা 1 বিশিষ্ট PID আছে৷
  
 
|-
 
|-
|10:37
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 10:16
||  
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| প্ৰম্পটলৈ ঘূৰি যাবলৈ q টিপক।
  
 
|-
 
|-
|10:45
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 10:24
|| স্পকেন ট্যুটৰিয়েল প্ৰজেক্ট টল্ক টু এ টিচ্ছাৰ প্ৰজেক্টৰ অংশ হয়৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| গতিকে এই প্ৰশিক্ষণত আমি প্ৰচেচ, শ্বেল প্ৰচেচ, প্ৰচেচৰ উৎপাদন, প্ৰচেচৰ বৈশিষ্ট্য আৰু বিভিন্ন প্ৰকাৰৰ প্ৰচেচৰ বিষয়ে শিকিলো।
  
 
|-
 
|-
|10:55
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 10:37
||More information on the same is available at the following link
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আমি ps কমাণ্ডৰ ব্যৱহাৰো শিকিলো। ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি মাৰিব বিচাৰিছোঁ।
  
 
|-
 
|-
|  
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 10:45
||http://spoken-tutorial.org/NMEICT-Intro.
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
  
 
|-
 
|-
|  
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 10:55
||  
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| এই সম্পৰ্কত অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ৱেবচাইটত পোৱা যাব।
  
 
|-
 
|-
|11:07
+
| style="border-top:0.75pt double #c0c0c0;border-bottom:0.75pt double #c0c0c0;border-left:0.75pt double #c0c0c0;border-right:none;padding:0.026cm;"| 11:07  
||এই স্ক্ৰিপ্তটো আপোনালোকলৈ আগ বঢ়াইছে নিতা শৰ্স্মাই৷
+
| style="border:0.75pt double #c0c0c0;padding:0.026cm;"| আৰু এয়া হৈছে মৌচুমী&nbsp;মেধী&nbsp;আই&nbsp;আই&nbsp;টি&nbsp;বম্বেৰ&nbsp; পৰা।
 +
 
 +
যোগদানৰ বাবে ধন্যবাদ।
  
|-
 
 
|}
 
|}

Latest revision as of 14:33, 7 August 2014

Working-with-Linux-Process/English-Assamese-timed


Time
Narration
00:00 লিনাক্স প্ৰচেচত কাম কৰা সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ আপোনাক স্বাগতম।
00:05 মই উবুণ্টু 10.04 ব্যৱহাৰ কৰিছোঁ।
00:09 ধৰি লৈছোঁ যে আপুনি লিনাক্স অপাৰেটিং চিষ্টেমত কেনেকৈ আৰম্ভণি কৰিব পাৰে সেই বিষয়ে জানে আৰু লগতে কমাণ্ড সম্পৰ্কীয় কিছু প্ৰাথমিক ধাৰণা আপোনাৰ আছে।
00:16 যদি আপুনি আগ্ৰহী, তেনেহ’লে এই বিষয়ে অন্য এটা কথন প্ৰশিক্ষণ এই ৱেবচাইটত আছে:
00:28 মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ। অন্য ধৰণে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলোবোৰ কমাণ্ড সৰুফলা আখৰত অৰ্থাৎ ল’ৱাৰ কেচত ৰখা হৈছে।
00:38 প্ৰচেচ কি, এই বিষয়ে জনাবলৈ মই অকণমান ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ।
00:42

লিনাক্সত চালিত হোৱা যিকোনোৱেই হৈছে একোটা প্ৰচেচ।

00:46

চালিত হোৱা আৰু আমাৰ কমাণ্ড গ্ৰহণ কৰা shell হৈছে এটা প্ৰচেচ।

00:51 টাৰমিনেলত আমি টাইপ কৰা কমাণ্ডবোৰ যেতিয়া চালিত হয়, তেতিয়া সেইবোৰ হয় প্ৰচেচ।
00:56 আপুনি চাই থকা প্ৰশিক্ষণৰ এই ভিডিঅ’টো হৈছে এটা প্ৰচেচ।
01:00 আপুনি কথন প্ৰশিক্ষণৰ ৱেবচাইটটো খোলা ব্ৰাউজাৰটো হৈছে এটা প্ৰচেচ।
01:05 চলি থকা shell scripts-বোৰ হৈছে প্ৰচেচ আৰু এনেকুৱা বহুতো উদাহৰণ আছে।
01:11 কাৰ্যকৰী কৰা এটা প্ৰগ্ৰেম অৰ্থাৎ যিটো প্ৰগ্ৰাম চলি আছে, তাক প্ৰচেচ বুলি ক’ব পৰা যায়।
01:17 প্ৰচেচবোৰ আমাৰ দৰে একেই। সেইবিলাকৰ জন্ম হয়, মৰে। সেইবিলাকৰ পিতৃ-মাতৃ আৰু সন্তান থাকে।
01:28 প্ৰথমতে আহক, shell process-অৰ বিষয়ে শিকোঁ।
01:31 আমি লগিন কৰাৰ লগে লগে লিনাক্স কাৰনেলে shell process আৰম্ভ কৰে।
01:36 এই মুহূৰ্তত ইমানেই জনাটো যথেষ্ট যে লিনাক্স কাৰনেলেই হৈছে লিনাক্স অপাৰেটিং চিচটেমৰ প্ৰধান অংগ।
01:43 লিনাক্সক চলিবলৈ সক্ষম কৰোৱা আটাইতকৈ দৰকাৰী উপাদানবোৰ ইয়াতে থাকে। shell-এ অন্যান্য ইউজাৰ কমাণ্ড প্ৰচেচবোৰ তৈয়াৰ কৰে বা জন্ম দিয়ে।
01:53 আহক, আমি এটা টাৰমিনেল খোলো।
01:57 টাৰমিনেলত এটা ডলাৰ চিহ্নৰ ৰূপত আমি কমাণ্ড প্ৰম্পট্‌ দেখিবলৈ পাওঁ।
02:03 Shell process-ৰ এইটোৱেই হ’ল কাম।
02:07 এতিয়া, আহক আমি যিকোনো এটা কমাণ্ড টাইপ কৰোঁ, ধৰক— “date” আৰু এণ্টাৰ টিপি দিওঁ।
02:13 লগে লগেই shell process-এ date নামৰ এটা প্ৰচেচ তৈয়াৰ কৰিব।
02:18 এতিয়া, যিহেতু শ্বেল প্ৰচেচে ডেট প্ৰচেচক জন্ম দিলে, সেয়েহে আমি ক’ব পাৰোঁ যে শ্বেল প্ৰচেচ হৈছে ডেট প্ৰচেচৰ পিতৃ আৰু ডেট প্ৰচেচ হৈছে শ্বেল প্ৰচেচৰ সন্তান।
02:30 ডেট প্ৰচেচে এবাৰ চিষ্টেমৰ তাৰিখ আৰু সময় দেখুওৱাৰ পিছতে ই মৰি যায়।
02:40 এটা শ্বেলে অন্য এটা শ্বেল প্ৰচেচৰ জন্ম দিবও পাৰে। প্ৰচেচ জন্ম দিয়া বা তৈয়াৰ কৰাক spawning a process বুলিও কোৱা হয়।
02:50 আন এটা শ্বেল প্ৰচেচ spawn কৰিবৰ বাবে, টাৰমিনেললৈ যাওক আৰু “sh” টাইপ কৰি এণ্টাৰ টিপক।
03:00 আমি টাৰমিনেলত এটা নতুন প্ৰম্পট্ ওলাই অহা দেখিবলৈ পাম। এতিয়া আমাৰ প্ৰথমৰ শ্বেলটো— ইয়াক shell 1 বুলি নামকৰণ কৰি লওঁ, ই এটা সন্তান শ্বেল বা sub shell-অৰ জন্ম দিব। আহক, ইয়াক shell 2 বুলি নামকৰণ কৰোঁ।
03:13 এতিয়া আপুনি নতুন কমাণ্ড প্ৰম্পটতো কমাণ্ড চলাব পাৰে। আহক এই নতুন কমাণ্ড প্ৰম্পটত ls কমাণ্ডটো চলাওঁ।
03:20 কমাণ্ড প্ৰম্পটত টাইপ কৰক— ls আৰু এণ্টাৰ টিপি দিয়ক। আমি ফাইল আৰু ডাইৰেক্টৰীৰ এখন তালিকা দেখিবলৈ পাওঁ।
03:32 ls নামেৰে এটা নতুন প্ৰচেচ তৈয়াৰ হ’ল।
03:35 ইয়াত, shell 2 হৈছে ls-অৰ পিতৃ আৰু shell 1 হৈছে ls-অৰ বৃদ্ধপিতৃ। ls হৈছে shell 2-ৰ সন্তান আৰু shell 2 হৈছে shell 1-ৰ সন্তান।
03:56 Shell 2-ক ধ্বংস কৰিবলৈ নতুন প্ৰম্পটত টাইপ কৰক— exit আৰু এণ্টাৰ টিপি দিয়ক।
04:04 ইয়ে shell 2-ক ধ্বংস কৰিব আৰু আমি আমাৰ প্ৰথমৰ কমাণ্ড প্ৰম্পটটো ঘূৰাই পাম।
04:12 আমাৰ আৰু প্ৰচেচৰ মাজৰ তুলনা চলাই থাকিলে পাওঁ, আমি জানো যে আমাৰ প্ৰত্যেকৰে এনেকুৱা কিছুমান বৈশিষ্ট্য আছে যিবোৰে আমাৰ পৰিচয় দাঙি ধৰে। এই বৈশিষ্ট্যবোৰ হ’ব পাৰে আমাৰ নাম, পিতৃ-মাতৃৰ নাম, জন্মৰ তাৰিখ, পেন কাৰ্ডৰ নম্বৰ আদি।
04:26 একেদৰে প্ৰচেচবোৰৰো কিছুমান বৈশিষ্ট্য থাকে, যেনে— PID (Process ID), PPID (Parent Process ID), Start time আদি।
04:38 বেছিভাগ বৈশিষ্ট্য কাৰনেলে এখন প্ৰচেচ টেবুলত প্ৰতিপালন কৰে।
04:43 PID নামৰ এটা একক পূৰ্ণসংখ্যাই প্ৰত্যেকটো প্ৰচেচক এককভাৱে চিনাক্ত কৰে। প্ৰচেচ এটা জন্ম হোৱাৰ লগে লগে কাৰনেলে PID আৱণ্টন কৰে।
04:51 যেতিয়া পিতৃ প্ৰচেচে এটা নতুন প্ৰচেচ, ধৰা হওক P1, উৎপন্ন কৰে, তেতিয়া তাক P1 প্ৰচেচৰ PPID বুলি কোৱা হয়।
05:00 প্ৰম্পটত বৰ্তমানৰ শ্বেলটোৰ PID চাবৰ বাবে টাইপ কৰক— “echo space dollar dollar” আৰু এণ্টাৰ টিপি দিয়ক।
05:11 এটা সংখ্যা প্ৰদৰ্শিত হ’ব। এইটোৱেই হৈছে বৰ্তমানৰ শ্বেলটোৰ PID।
05:23 প্ৰচেচৰ বিষয়ে কথা পাতোঁতে এটা কমাণ্ড আমি বহুলভাৱে ব্যৱহাৰ কৰিম, সেইটো হৈছে ps কমাণ্ড।
05:29 ps বা process status কমাণ্ডে চিষ্টেমত চলি থকা প্ৰচেচটো প্ৰদৰ্শন কৰে।
05:34 কোনো ধৰণৰ বিকল্প নোহোৱাকৈ এই কমাণ্ডটো চলালে কি ঘটিব সেয়া চাওঁ আহক।
05:40 কমাণ্ড প্ৰম্পটত টাইপ কৰক ps আৰু এণ্টাৰ টিপি দিয়ক।
05:47 এই ধৰণে সাধাৰণতে আমি প্ৰগামটো চলাই থকা ব্যৱহাৰকাৰীৰ অধীন সকলোবোৰ প্ৰচেচৰ তালিকা এখন দেখা পাওঁ।
05:54 প্ৰচেচৰ নামটো আপুনি CMD হেডিঙৰ তলত চাব পাৰে।
05:58 এইটোৰ বাহিৰে, আপুনি PID, TTY বা প্ৰচেচটো চলি থকা console চাব পাৰে TIME-অৰ জৰিয়তে।
06:06 সেইটো হৈছে মুঠ প্ৰচেচৰ সময় যিটো প্ৰচেচ আৰম্ভ হোৱৰ পৰা ব্যৱহৃত হৈছে।
06:12 মোৰ মেচিনত দুটা প্ৰচেচ প্ৰদৰ্শিত হৈছে।
06:16 এটা হৈছে bash, অৰ্থাৎ আমি ব্যৱহাৰ কৰি থকা শ্বেল প্ৰচেচটো। অন্যটো হৈছে ps প্ৰচেচ নিজেই।
06:25 মন কৰিবলগীয়া আন এটা দৰকাৰী কথা হৈছে যে শ্বেল প্ৰচেচৰ PID, echo space dollar dollar কমাণ্ডে প্ৰদৰ্শন কৰাটোৰ সৈতে একে।
06:35 যদি আমি এটা subshell উৎপন্ন কৰোঁ, কি হ’ব চাও আহক। টাৰমিনেলত sh টাইপ কৰি এণ্টাৰ টিপক।
06:42 নতুন লাইনত অহা নতুন প্ৰম্পটত ps টাইপ কৰি এণ্টাৰ টিপক।
06:51 এতিয়া তালিকাখনত আমি তিনিটা প্ৰচেচ দেখা পাম। sh প্ৰচেচটো যোগ হৈ গৈছে।
06:57 ইয়াত আকৌ লক্ষ্য কৰক যে bash প্ৰচেচৰ PID আগৰটোৰ দৰে একে।
07:05 পৰৱৰ্তী পৰ্যায়ত আমি দেখিম যে ps-অৰ বহুতো অপশ্যন আছে। আমি প্ৰথমে দেখিম যে প্ৰথম অপশ্যনে তালিকাভুক্ত প্ৰচেচৰ বহুতো বৈশিষ্ট্য প্ৰদৰ্শন কৰে।
07:13 এতিয়া প্ৰম্পটত “ps space minus f” টাইপ কৰি এণ্টাৰ টিপক। আগৰ বাৰত কৰাৰ দৰে ই আকৌ তিনিটা প্ৰচেচক তালিকাভুক্ত কৰিব।
07:28 Bash, sh and ps -f.
07:31 একমাত্ৰ পাৰ্থক্যটো হৈছে এতিয়া বেছি বৈশিষ্ট্য তালিকাভুক্ত হৈছে।
07:36 UID-এ প্ৰচেচ আৰম্ভ কৰা ব্যৱহাৰকাৰীৰ ইউজাৰনেমটো দিয়ে। ইয়াৰ উপৰি ই PPID অৰ্থাৎ এই প্ৰচেচটো তৈয়াৰ কৰা পিতৃ-প্ৰচেচৰ PID প্ৰদৰ্শন কৰে।
07:47 উদাহৰণ স্বৰূপে, চাওক যে bash প্ৰচেচ হৈছে sh প্ৰচেচৰ পিতৃ, গতিকে bash-অৰ PID আৰু sh-অৰ PPID একে।
08:00 একেদৰে, যিহেতু sh প্ৰচেচ হৈছে ps প্ৰচেচৰ পিতৃ, গতিকে sh প্ৰচেচৰ PID আৰু ps –f প্ৰচেচৰ PPID একে।
08:17 C-এ প্ৰচেচৰৰ ব্যৱহাৰক সূচায়। বৰ্তমান এইটো হৈছে প্ৰচেচটোৰ জীৱনকালত প্ৰচেচৰৰ শতাংশ ব্যৱহাৰৰ integer value।
08:26 এই ক্ষেত্ৰত ব্যৱহাৰ নধৰ্তব্য হোৱা বাবে ই 0 প্ৰদৰ্শন কৰিব।
08:32 STIME ফিল্ডে প্ৰচেচটো আৰম্ভ হোৱা সময়টো দিয়ে। ps চলোৱাৰ সময়ত আমি বাকীখিনি দেখি আহিছোঁৱেই।
08:42 প্ৰছেচ দুই প্ৰকাৰৰ৷ প্ৰথমবিধ হৈছে ইউজাৰ প্ৰচেচ৷ এইবোৰ ব্যৱহাৰকাৰীয়ে আৰম্ভ কৰে৷
08:49 উদাহৰণ স্বৰূপে, ps-অৰ কথা ক’ব পাৰো বা এই কাৰণত টাৰমিনেলত আমি চলোৱা অন্য কমাণ্ডবোৰ।
08:54 দ্বিতীয়বিধ হৈছে চিষ্টেম প্ৰচেচ। সেইবোৰ চিষ্টেম আৰম্ভ কৰাৰ সময়ত বা ব্যৱহাৰকাৰীয়ে লগিন কৰাৰ সময়ত চিষ্টেমে আৰম্ভ কৰে।
09:05 চিচটেম প্ৰচেচৰ এটা উদাহৰণ bash হ’ব পাৰে।
09:09 কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ— চিষ্টেম প্ৰচেচ আৰু লগতে ইউজাৰ প্ৰচেচ চাব বিচাৰিব পাৰোঁ।
09:17 তেতিয়া আমি minus e বা minus capital A আপশ্যন ব্যৱহাৰ কৰোঁ৷
09:23 টাৰমিনেললৈ যাওক আৰু প্ৰম্পটত টাইপ কৰক— “ps space minus e” আৰু এণ্টাৰ টিপি দিয়ক।
09:32 আমি প্ৰচেচৰ এখন বহুত ডাঙৰ তালিকা দেখিবলৈ পাও৷
09:35 বহুপৃষ্ঠাযুক্ত প্ৰদৰ্শন পাবৰ বা প্ৰম্পটত টাইপ কৰক—
09:40 “ps space minus e space vertical bar space more” আৰু এণ্টাৰ টিপি দিয়ক।
09:52 আমি আগতে দেখাৰ দৰে, যদি বহুতো প্ৰচেচ তালিকাভুক্ত কৰিবলগা হয় আৰু সেয়া এখন উইণ্ডত নাটে, তেনেহ’লে more অপশ্যন আহে।
09:58 এণ্টাৰ টিপি আমি প্ৰচেচৰ তালিকাখন স্ক্ৰল কৰি চাব পাৰোঁ।
10:03 তালিকাৰ প্ৰথমটো প্ৰচেচ আমোদজনক। ইয়াক init প্ৰচেচ বুলি কোৱা হয়।
10:09 ইয়াৰ পৰাই প্ৰায় সকলোবোৰ প্ৰচেচ উৎপন্ন হয়
10:12 ইয়াৰ এটা 1 বিশিষ্ট PID আছে৷
10:16 প্ৰম্পটলৈ ঘূৰি যাবলৈ q টিপক।
10:24 গতিকে এই প্ৰশিক্ষণত আমি প্ৰচেচ, শ্বেল প্ৰচেচ, প্ৰচেচৰ উৎপাদন, প্ৰচেচৰ বৈশিষ্ট্য আৰু বিভিন্ন প্ৰকাৰৰ প্ৰচেচৰ বিষয়ে শিকিলো।
10:37 আমি ps কমাণ্ডৰ ব্যৱহাৰো শিকিলো। ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি মাৰিব বিচাৰিছোঁ।
10:45 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে।
10:55 এই সম্পৰ্কত অধিক তথ্য http://spoken-tutorial.org/NMEICT-Intro ৱেবচাইটত পোৱা যাব।
11:07 আৰু এয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ  পৰা।

যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Udaya