Difference between revisions of "C-and-Cpp/C2/First-C-Program/Assamese"
From Script | Spoken-Tutorial
(One intermediate revision by one other user not shown) | |||
Line 18: | Line 18: | ||
|- | |- | ||
| 00.11 | | 00.11 | ||
− | | কেনেকৈ কমপাইল(compile) কৰে | + | | কেনেকৈ কমপাইল(compile) কৰে, |
|- | |- | ||
Line 428: | Line 428: | ||
|- | |- | ||
| 08.41 | | 08.41 | ||
− | |আমি দেখিম যে | + | |আমি দেখিম যে আমাৰ '''talk.c''' ফাইলৰ ২ নং শাৰীত এটা সাংঘাতিক ভুল হৈছে |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 08.48 | | 08.48 | ||
Line 572: | Line 568: | ||
|- | |- | ||
| 11.51 | | 11.51 | ||
− | | মই | + | | মই ধ্ৰুৱজ্যোতি বৰুৱা , |
উপভোগ কৰাৰ বাবে ধন্যবাদ | উপভোগ কৰাৰ বাবে ধন্যবাদ | ||
|} | |} |
Latest revision as of 09:11, 3 November 2020
Time | Narration |
00.01 | প্রথম C প্ৰোগ্ৰামৰ( program)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
00.05 | এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম |
00.08 | এটা সাধাৰন C প্ৰোগ্ৰাম( program) কেনেকৈ লিখে |
00.11 | কেনেকৈ কমপাইল(compile) কৰে, |
00.13 | কেনেকৈ কাৰ্যকৰী(execute) কৰে |
00.14 | আমি কিছুমান সাধাৰন ভুল(error) আৰু সেইবোৰৰ সমাধানৰো( solutions) বিৱৰণ দিম |
00.18 | মই এই টিউট’ৰিয়েলতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ কৰিছো |
00.21 | উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) ১১.১০(11.10) তাঙৰণ (version) আৰু উবুনটোত gcc কমপাইলাৰৰ( Compiler) ৪.৬.১(4.6.1) তাঙৰণ( version) |
00.31 | এই টিউট’ৰিয়েলতো( tutorial) অভ্যাস কৰিবলৈ, |
00.33 | উবুনটো অপাৰেটিং ছিচটেম( Ubuntu Operating System) আৰু এটা এদিটৰ( Editor) বিষয়ে আপুনি জানিব লাগিব |
00.38 | কিছুমান এদিটৰ( Editor) হৈছে vim আৰু gedit |
00.42 | মই এইটো টিউট’ৰিয়েলত( tutorial) gedit ব্যৱহাৰ কৰিম |
00.45 | সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি আমি দেখুওৱা ৱেবচাইত( website) পৰিদৰ্শন কৰক |
00.51 | কেনেকৈ এটা C প্ৰোগ্ৰাম( program) লিখে মই এতিয়া উদাহৰণসহ বুজাবলৈ লৈছো |
00.55 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কী( keys) টিপক |
01.07 | এতিয়া টেক্চট এদিটৰ( text editor) খোলক,প্রমতত( prompt) লিখক |
01.12 | '“gedit” স্পেছ(space) “talk” dot “c”স্পেছ(space) “&” চিহ্ন(sign). |
01.20 | আমি প্রমত( prompt)খালি কৰিবলৈ এমপাৰচেণ্ড(&)ব্যৱহাৰ কৰোঁ |
01.24 | মন কৰিব যে সকলো “C” ফাইল একষ্টেনচন( extension.C) দত “C” হৱ লাগিব |
01.30 | এতিয়া Enter টিপক |
01.32 | টেক্চট এডিতৰ( text editor) খোলা গৈছে |
01.36 | এতিয়া আমি এটা প্ৰোগ্ৰাম( program) লিখিবলৈ আৰম্ভ কৰিম |
01.39 | দুটা চ্লেচ “//” আৰু স্পেছ(space)এৰি লিখক |
01.42 | “My first C program”. |
01.48 | ইয়াত এটা শাৰীত কমেন্ত( comment) কৰিবলৈ দুটা চ্লেচ( double slash) ব্যৱহাৰ কৰা হৈছে |
01.52 | প্ৰোগ্ৰামটো(program) কেনেকৈ আগবাঢ়িছে বুজাবলৈ কমেন্ত( comment)দিয়া হৈছে |
01.56 | ই ড’কোমেন্টেচনৰ(documentation) বাবে উপযোগী |
01.58 | ই আমাক প্ৰোগ্ৰামটোৰ( program) বিষয়ে কয় |
02.01 | দুটা চ্লেচে( double slash) এটা শাৰীৰ কমেন্ত( comment) বুজায় ৷ |
02.07 | এতিয়া Enter টিপক |
02.09 | “#include” স্পেছ( space) এৰি আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
02.17 | সদায় আগতিয়াকৈ বন্ধনী(bracket) দুটা লিখি পাচত সিহঁতৰ ভিতৰত লিখা এটা ভাল অভ্যাস হয় |
02.24 | এতিয়া বন্ধনীৰ(bracket) ভিতৰত “stdio” “(dot).” “h” লিখক |
02.30 | stdio.h হৈছে এটা হেদাৰ ফাইল(header file) |
02.33 | যেতিয়া এটা প্ৰোগ্ৰামত(program) নিৰ্দ্ধাৰিত input/output functions ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াত হেদাৰ ফাইল( header file) থাকিবই লাগিব |
02.41 | এতিয়া Enter টিপক |
02.43 | “int” লিখি স্পেছ( space)এৰি “main” লিখি আৰম্ভনি বন্ধনী(opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
02.50 | main' এটা বিশেষ( special) ফাংচন(function)হয় |
02.52 | ই এই শাৰীটোৰ পৰা এটা প্ৰোগ্ৰাম( program) কাৰ্যকৰী(execute) হোৱাটো বুজায় |
02.58 | আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনীক( closing bracket) পেৰেন্ঠেছিচ(parenthesis) বোলে৷ |
03.04 | main ৰ পাচৰ পেৰেন্ঠেছিচ (Parenthesis)এ ই যে এটা main' ফাংচন(function) তাকে বুজায় |
03.11 | ইয়াত int' main functionয়ে কোনো আৰগুমেন্ত্চ(arguments) নলয় |
03.15 | ই ইন্তিজাৰ(integer) বিভাগৰ এটা মান(value) ঘুৰাই দিয়ে |
03.18 | আমি দাতা টাইপৰ('data types) বিষয়ে বেলেগ টিউটৰিয়েল( tutorial)ত শিকিম |
03.23 | এতিয়া“মেইন ফাংচন”(main function)ৰ বিষয়ে অধিক জানিবলৈ শ্লাইড বোৰলৈ( slides) যাওঁ, পাছৰ শ্লাইড (slide)খন চাওঁ আহক |
03.29 | সকলো প্ৰোগ্ৰাম( program)ৰ এটা মেইন ফাংচন( main function) থাকিব লাগিব |
03.33 | তাত এটাতকৈ অধিক মেইন ফাংচন( main function)থাকিব নোৱাৰিব |
03.36 | নহলে কম্পাইলাৰে(compiler) প্ৰোগ্ৰাম( program)টো কত আৰম্ভ হৈছে ধৰিব নোৱাৰিব |
03.41 | খালী পেৰেন্ঠেছিচ (Parenthesis) যোৰাই (pair) মেইন(main)ৰ কোনো আৰগুমেন্ত্চ (arguments) নোহোৱাটো বুজায় |
03.46 | আৰগুমেন্ত্চৰ(Arguments) ধাৰণাৰ( concept) বিষয়ে আমি আহিব লগীয়া টিউটৰিয়েলত( tutorials) বহলকৈ বুজিম |
03.52 | এতিয়া আমি আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ |
03.55 | এতিয়া এন্টাৰ(Enter) টিপক |
03.58 | আৰম্ভনি মাজু বন্ধনী( opening curly bracket)“{” লিখক |
04.00 | আৰম্ভনি মাজু বন্ধনীয়ে( opening curly bracket)'“{” mainfunctionটোৰ আৰম্ভণিক সূচায় |
04.04 | তাৰ পাছত সামৰণি মাজু বন্ধনী( closing curly bracket) “}”লিখক |
04.08 | সামৰনি মাজু বন্ধনীয়ে ( closing curly bracket) “}” mainfunction' টোৰ শেষলৈ সূচায় |
04.13 | এতিয়া বন্ধনীৰ( bracket) ভিতৰত এন্টাৰ(Enter) টো দুবাৰ টিপক |
04.16 | কাৰচাৰ( cursor) এটা শাৰীৰ ওপৰলৈ নিয়ক |
04.20 | অলংকৰণ(indentation)এ ক’ড( code) পঢ়া সহজ কৰি তোলে |
04.23 | ভুল (error)বোৰৰ অৱস্থান উলিওৱাতো ই সহায় কৰে |
04.25 | সেয়ে ইয়াত তিনিটা স্পেছ(space) দিওঁ |
04.29 | আৰু এতিয়া “printf” আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) “()” লিখক |
04.34 | প্রান্তত(terminal) আউতপুত( output)ছ্পা( print) কৰিবলৈ printf এটা নিৰ্দ্ধাৰীত C ফাংচন হয় |
04.39 | ইয়াত বন্ধনীৰ(bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত |
04.43 | 'printf ষ্টেটমেন্তৰ( statement) দ্বৈত উদ্ধ ক’মাৰ( double quotes) ভিতৰত থকা যিকোনো বাক্য প্রান্তত(terminal)ছ্পা( print) হব |
04.50 | Talk To a Teacher বেক চ্লেচ(\) n” লিখক |
04.59 | বেক চ্লেচ n \n”এ নতুন শাৰী বুজায় |
05.03 | printf ফাংচনৰ কাৰ্যকৰনৰ( execution) পৰিণাম( result)ত কাৰচাৰ(cursor) দাল নতুন শাৰীলৈ গতি কৰে |
05.10 | প্রতিটো C ষ্টেটমেন্তৰ( statement) শেষত ছেমিকলন(semicolon)(;)থাকিবই লাগিব |
05.15 | গতিকে ইয়াক এই শাৰীটোৰ শেষত লিখক |
05.19 | ছেমিক’লনে('Semicolon) এটা ষ্টেটমেনতৰ( statement) সমাপ্তি সূচায় |
05.24 | এতিয়া ইয়াত এন্টাৰ(Enter) টিপক আৰু তিনিবাৰ স্পেছ(“space”)এৰক |
05.27 | আৰু return স্পেছ(“space”) “0” আৰু এটা ছেমিক’লন(semicolon) লিখক |
05.34 | এই ষ্টেটমেন্ত্টোৱে( statement) ইন্তিজাৰ শূণ্য ( integer zero) ঘুৰাই দিয়ে |
05.38 | ফাংচন( function)ৰ ধৰন int হোৱাৰ কাৰনে ফাংচনটোৱে এটা ইনতিজাৰ( integer)ঘুৰাই দিব লাগিব |
05.45 | return ষ্টেটমেন্তটোৱে( statement) কাৰ্যকৰণীয়( executable) ষ্টেটমেন্তটোৰ( statement) সমাপ্তি সূচায় |
05.51 | আমি ঘুৰাই(return) দিয়া মান(value)ৰ বিষয়ে অন্য টিউটৰিয়েল( tutorial)ত ভালকৈ শিকিম |
05.55 | এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ(Save) বুটামটো টিপক(click) |
06.00 | ফাইলবোৰ মাজে মাজে সংৰক্ষণ কৰাটো এটা ভাল অভ্যাস হয় |
06.03 | ই আপোনাক আকস্মিক যান্ত্রিক বিজুতিৰ পৰাও ৰক্ষা কৰিব |
06.05 | ই প্রয়োগিক ছফটৱেৰটো( applications) বিকল( crash) হৈ পৰিলেও উপযোগী হৈ ৰব |
06.10 | আমি এতিয়া প্ৰোগ্ৰামটো( program) কম্পাইল( compile) কৰিম,এটা প্রান্তলৈ( terminal) ঘুৰি আহক |
06.15 | “gcc” স্পেছ(space) “talk.c”স্পেছ(space) হাইফফেন “-o” স্পেছ(space) “myoutput” লিখক |
06.24 | gccটো এটা কম্পাইলাৰ( compiler) |
06.27 | talk.cটো আমাৰ ফাইলৰ নাম |
06.30 | -o myoutputএ কয় যে কাৰ্যকৰণীয়টো( executable) myoutput ফাইলত যোৱা উচিত |
06.37 | এতিয়া এন্টাৰ(Enter') টিপক |
06.39 | আমি দেখিলো যে প্ৰোগ্ৰামটো( program) কম্পাইল( compile) হৈছে |
06.42 | ls space (hypen) -lrtলিখিলে আমি দেখিম যে শেষত নিৰ্মান কৰিবলগীয়া ফাইলটো myoutput হয় |
06.54 | প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী(execute) কৰিবলৈ ( দত চ্লেচ )“./myoutput” লিখক আৰু এন্টাৰ(Enter.) টিপক |
07.01 | ইয়াত আউতপুটটো( output) “Talk To a Teacher”.বুলি দৰ্শিত হৈছে |
07.06 | মই আগতে কোৱাৰ দৰে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততো( statement) শেষত কাৰ্যকৰী হব |
07.10 | সেয়ে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততোৰ( statement) আগত একো কাৰ্যকৰী(execute) ন্হব,আহ্ক চেষ্টা কৰি চাও |
07.15 | আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ |
07.17 | return ষ্টেটমেন্ততোৰ( statement) পাছত আমি আৰু এটা printf ষ্টেটমেন্ত( statement) সংযোগ কৰোঁ |
07.22 | ইয়াত স্পেছ( space) এৰি “printf” আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
07.27 | ইয়াত বন্ধনীৰ( bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত “Welcome” বেকচ্লেচ (backslash)n লিখক,শেষত ছেমিক’লন( semicolon.)লিখক |
07.35 | এতিয়া ছেভ(save)টিপক |
07.37 | এতিয়া আমি কম্পাইল( compile) আৰু কাৰ্যকৰণ( execute) কৰি প্রান্তলৈ( terminal) ঘূৰি আহোঁ |
07.41 | up arrow কী( key) ব্যৱহাৰ কৰি আপুনি আগতে সুমোৱা(entered) নিৰ্দেশনা(command)পুনৰ মাতিব(recall) পাৰে |
07.46 | এইটোৱেই যি মই এতিয়া কৰিছো |
07.51 | আমি দেখিবলৈ পাইছো যে দ্বিতীয় ষ্টেটমেন্তত( statements ) welcome টো এতিয়াও কাৰ্যকৰী(execute) হোৱা নাই |
07.58 | এতিয়া আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ |
08.00 | এতিয়া আমি 'Welcome' ষ্টেটমেন্ততো( statement) ৰিটাৰ্ণ ষ্টেটমেন্তৰ( return statement) ওপৰত লিখোঁ |
08.06 | ছেভ(Save) টিপক |
08.09 | কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ |
08.15 | আমি দেখিছো যে দ্বিতীয় printf ষ্টেটমেন্তত( statement) welcome টো এতিয়া কাৰ্যকাৰী(execute) হৈছে |
08.23 | এতিয়া আমি হৱ পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম ৷এতিয়া প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহোঁ |
08.29 | ধৰাহওক মই ইয়াত “stdio.h”ৰ দতটো নিলিখি saveত ক্লিক কৰিলো |
08.36 | আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ |
08.41 | আমি দেখিম যে আমাৰ talk.c ফাইলৰ ২ নং শাৰীত এটা সাংঘাতিক ভুল হৈছে |
08.48 | কম্পাইলাৰটোৱে “stdioh”নামৰ হেডাৰ ফাইলটো(header file) বিচাৰি নোপোৱাৰ বাবে এটা ভুল দেখুৱাইছে যে “no such file or directory” |
08.59 | আৰু কম্পাইলেছনটো( compilation) শেষ হৈছে৷ |
09.03 | আমি এতিয়া প্ৰোগ্ৰামটো( program)লৈ ঘুৰি আহি দতটো(“.”) লিখি ভুলটো শুধৰাই ছেভ(save)ত টিপক |
09.11 | কম্পাইল( compile) আৰু কাৰ্যকৰী ( execute) কৰোঁ৷হয় ই কাম কৰিছে |
09.19 | মই আপোনাক অন্য সাধাৰন ভুল দেখুওৱাম |
09.22 | পুনৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি যাওঁ৷ |
09.25 | ধৰক ইয়াত মই ছেমিক’লনটো(semicolon ) শাৰীৰ অন্তত লিখিবলৈ পাহৰিলো |
09.31 | ছেভ(Save)ত টিপি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰিলো |
09.41 | আমি দেখিম যে,আমাৰ talk.c ফাইলৰ ৬ নং শাৰীত এটা ভুল হৈছে৷ printf ৰ আগত( before)ছেমিক’লন(semicolon)আশাকৰা( expected) বুলি দেখাইছে |
09.51 | প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷ |
09.54 | মই আগেয়ে কোৱাৰ দৰে ছেমিক’লনে( semicolon) ষ্টেটমেন্ততোৰ( statement) সামৰণি সূচায় |
09.58 | সেইবাবে ইয়াক ৫ নং শাৰীৰ অন্তত( end) আৰু ৬ নং শাৰীৰ আৰম্ভনিত( beginning) বিচাৰিব |
10.06 | এইটো ৬নং শাৰী |
10.09 | এইটোৱে শেষ ঠাই হয় য’ত আপুনি ছেমিক’লনটো(semicolon') দিব৷ |
10.12 | পুনৰ কম্পাইল(compile) কৰিলেও ৬ নং শাৰীত ভুলটো দেখুওৱাব |
10.18 | এতিয়া আমি ছেমিক’লনটো(semicolon) দি চেষ্টা কৰি চাম |
10.23 | ছেভ(Save)ত টিপক |
10.26 | আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ |
10.30 | হয় ই কাম কৰিছে ৷ |
10.32 | প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷ এই শাৰীটোৰ অন্তত ছেমিক’লনটো(semicolon) লিখক |
10.40 | শাৰীৰ অন্তত ছেমিক’লন(semicolon) দিয়াটো এটা ৰীতিগত অনুশীলন ( conventional practice) |
10.46 | এতিয়া ছেভ(Save)ত টিপক |
10.49 | কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ৷হয় ই কাম কৰিছে ৷ |
10.54 | এতিয়া আমি শ্লাইড( slides) বোৰলৈ ঘুৰি যাওঁ৷ |
10.57 | অনুশিলনী হিচাপে |
10.59 | প্র্রিণ্ট কৰিবলৈ এটা প্ৰোগ্ৰাম( program) লিখক "Welcome to the World of C" |
11.02 | যদি printf ষ্টেটমেন্ততোত( statement) “\n” নাথাকে তেন্তে কি হয় চাওঁ |
11.08 | ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম |
11.12 | তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷ |
11.15 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
11.18 | আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷ |
11.22 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে |
11.24 | স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও পাতে |
11.28 | অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে |
11.31 | অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক |
11.38 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয় |
11.42 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
11.47 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
11.51 | মই ধ্ৰুৱজ্যোতি বৰুৱা ,
উপভোগ কৰাৰ বাবে ধন্যবাদ |