Difference between revisions of "Drupal/C2/Taxonomy/Assamese"
From Script | Spoken-Tutorial
(One intermediate revision by one other user not shown) | |||
Line 2: | Line 2: | ||
| '''Time''' | | '''Time''' | ||
|'''Narration''' | |'''Narration''' | ||
− | |||
|- | |- | ||
− | | 00:01 | + | |00:01 |
| নমস্কাৰ দৰ্শক সকল. Taxonomy ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। | | নমস্কাৰ দৰ্শক সকল. Taxonomy ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। | ||
− | |||
|- | |- | ||
− | | 00:05 | + | |00:05 |
− | |এই টিউটোৰিয়েলত আমি শিকিম: | + | |এই টিউটোৰিয়েলত আমি শিকিম:Taxonomy আৰু এটা Taxonomy যোগ কৰা |
− | Taxonomy আৰু এটা Taxonomy যোগ কৰা | + | |
|- | |- | ||
|00:11 | |00:11 | ||
− | | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো | + | | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
− | উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম | + | |
− | Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। | + | |
− | আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। | + | |
− | + | ||
|- | |- | ||
| 00:23 | | 00:23 | ||
Line 112: | Line 105: | ||
|- | |- | ||
| 02:46 | | 02:46 | ||
− | |কিন্তু যেনেকৈ আগেই কৈছো, আমাক closed taxonomy লাগে - | + | |কিন্তু যেনেকৈ আগেই কৈছো, আমাক closed taxonomy লাগে-কিছু যাক আমি নিয়ন্ত্রণ কৰিবলৈ পাৰো আৰু সেয়া নহয় যাক মানুহে খুব সহজেই যোগ কৰিব পাৰে। |
− | কিছু যাক আমি নিয়ন্ত্রণ কৰিবলৈ পাৰো আৰু সেয়া নহয় যাক মানুহে খুব সহজেই যোগ কৰিব পাৰে। | + | |
|- | |- | ||
Line 133: | Line 125: | ||
|- | |- | ||
|03:24 | |03:24 | ||
− | | Module Development, | + | | Module Development, Theming আৰু Performance. |
− | Theming আৰু Performance. | + | |
|- | |- | ||
Line 182: | Line 173: | ||
|- | |- | ||
| 04:27 | | 04:27 | ||
− | |Theming ক Site Building ৰ পিছত ৰাখিছো। | + | |Theming ক Site Building ৰ পিছত ৰাখিছো। তাৰপিছত Performance সবতচে শেষলৈ। |
− | তাৰপিছত Performance সবতচে শেষলৈ। | + | |
|- | |- | ||
Line 269: | Line 259: | ||
|- | |- | ||
| 06:39 | | 06:39 | ||
− | |এই টিউটোৰিয়েলত আমি শিকিছো: | + | |এই টিউটোৰিয়েলত আমি শিকিছো:Taxonomy, এটা Taxonomy যোগ কৰা। |
− | Taxonomy | + | |
− | এটা Taxonomy যোগ কৰা। | + | |
|- | |- | ||
| 06:48 | | 06:48 |
Latest revision as of 16:52, 14 October 2016
Time | Narration |
00:01 | নমস্কাৰ দৰ্শক সকল. Taxonomy ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম। |
00:05 | এই টিউটোৰিয়েলত আমি শিকিম:Taxonomy আৰু এটা Taxonomy যোগ কৰা |
00:11 | টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে। |
00:23 | আমি আগেই নির্মিত ওয়েবসাইটটো খুলো। |
00:27 | এতিয়া যিহেতু সকলো কন্টেন্ট টাইপ আৰু ফীল্ড বিল্ট আছে, আমি categorizationক যোগ কৰিব লাগিব আৰু তাতে যি Taxonomy ৰ ভূমিকা আহে। |
00:37 | Taxonomy হল Categories. |
00:41 | IMDB উদাহৰণত উভতি যাও, যত IMDB সাইটত এটা Movie Genre ফীল্ড আছিল। |
00:50 | এইভাবে এইটো Drupal’s taxonomy ত কাম কৰে। |
00:54 | Movie genre এটা ভকাবুলাৰি হব আৰু এইটো মেন categoryৰ (বিভাগ) বাবে নাম। |
01:00 | সেই ভকাবুলাৰিত শর্তাবলী আছে। |
01:04 | পর্দাত আমাৰ উচৰত ACTION, ADVENTURE, COMEDY, DRAMA আৰু ROMANCE আছে। |
01:11 | তাৰপিছত COMEDY ত ROMANTIC, ACTION, SLAPSTICK আৰু SCREWBALL আছে। |
01:18 | আমাৰ উচৰত Drupal vocabulary বা taxonomy ত অসীম নেস্টেড বিভাগ বা টার্ম থাকিব পাৰে। |
01:24 | এতিয়া ইয়াতে এটা খুব গুৰুত্বপূর্ণ বিষয়। |
01:28 | এটা এলাকা যত অনেক সাইট ব্যর্থ হয় যি হল-বিল্ট ইন ট্যাগিং উইজেট ব্যবহাৰ কৰা বা তাৰ কনটেন্ট শ্রেণীভুক্ত কৰিবলৈ ভকাবুলাৰি ট্যাগ কৰা। |
01:37 | এইটো আগোৱাৰ সৈতে বিভাগ যুক্ত কৰা বেশ ভাল, ইয়াৰ কিছু অন্তর্নিহিত সমস্যা আছে। |
01:44 | কোনোবাই এটা typo লিখলে কি হব? |
01:47 | ধৰক energy - e n e r g y আৰু e n r e g y একেই নহয় আৰু Drupal এ পার্থক্য নাজানে। |
01:56 | সেয়ে হঠাৎ, আমাৰ 2টা বিভাগ হব আৰু কনটেন্ট আৰু সংযুক্ত নাথাকে। |
02:02 | এইবাবে আমি সর্বদা এটা closed taxonomy পৰামর্শ দিও, যেনে পর্দাত প্রদর্শিত। |
02:08 | এইটো সেট আপ কৰা সহজ, এইটোক শৃঙ্খলাত পিছলৈ কৰিম। |
02:12 | এতিয়াৰ বাবে বুজক যে Taxonomyক অনেক উপায়েৰে ব্যবহাৰ কৰা যাব পাৰে। |
02:17 | আমি ইতিমধ্যে দেখিছো এইটোৱে কিভাবে কন্টেন্টৰ তালিকা বনায়। কিন্তু আমি ফিল্টাৰ কৰিবলৈও taxonomy ব্যবহাৰ কৰিব পাৰো আৰু এইটোক সঠিকভাবে ব্যবহাৰ কৰিব পাৰিলে সকলো ধৰণৰ Views সর্ট কৰিব পাৰি। |
02:28 | এতিয়া taxonomyক ভালমতে শিকিম। |
02:32 | আমি Events Content type ৰ বাবে taxonomy সেট কৰিম। |
02:35 | Structure ত টিপক, তলত স্ক্রোল কৰক আৰু Taxonomy ত টিপক। |
02:41 | যদি আপোনাৰ মনত থাকে, আমি ইয়াৰ সৈতে ট্যাগ ও সেট কৰিছো। |
02:46 | কিন্তু যেনেকৈ আগেই কৈছো, আমাক closed taxonomy লাগে-কিছু যাক আমি নিয়ন্ত্রণ কৰিবলৈ পাৰো আৰু সেয়া নহয় যাক মানুহে খুব সহজেই যোগ কৰিব পাৰে। |
02:56 | Add vocabulary ত টিপিম আৰু এইটোক Event Topics নাম দিয়ক। |
03:02 | Description ত, আমি লিখিম - This is where we track the topics for Drupal events. |
03:09 | Save ত টিপক। এতিয়া আমি ভকাবুলাৰিত টার্ম যোগ কৰিবলৈ পাৰো। Add a term ত টিপক। |
03:16 | আপোনি পর্দাত টার্মৰ এখন তালিকা দেখে যাক যোগ কৰিম - Introduction to Drupal, Site Building. |
03:24 | Module Development, Theming আৰু Performance. |
03:28 | সেইবোৰক যোগ কৰো - Introduction to Drupal আৰু Saveত টিপক। |
03:34 | এইটোৱে আমাক Add স্ক্রিনত উভতাই লৈ আহে। |
03:39 | এতিয়া Site Building লিখি Save টিপিম। |
03:43 | Module Development আৰু Saveত টিপক। Theming ... ... মই মত্ৰ Enter টিপিছো আৰু এইটো নিজেই সংৰক্ষণ হয়. |
03:53 | আৰু শেষলৈ হল Performance আৰু Saveত টিপক। |
03:57 | আমি ইয়াতে জটিল ভকাবুলাৰি যোগ কৰিবলৈ পাৰো কিন্তু এতিয়া এইটো আৰু সহজ ৰাখিম। |
04:03 | ইয়াতে Taxonomy ত টিপি আৰু Event Topics ত টার্ম তালিকাভুক্ত কৰো। |
04:09 | এতিয়া Introduction, Module Development, Performance, Site Building আৰু Theming আছে। |
04:16 | আৰু সেইবোৰ বর্ণানুসাৰে আছে। |
04:19 | কিন্তু মই সেইবোৰক কঠিনতাৰ ক্রমানুসাৰে সজাব বিচাৰো। |
04:23 | সেয়ে মই Module Development ক তলত আৰু Site Building ক উপৰলৈ নিও। |
04:27 | Theming ক Site Building ৰ পিছত ৰাখিছো। তাৰপিছত Performance সবতচে শেষলৈ। |
04:34 | এইবোৰক মাত্ৰ টিপক আৰু ড্র্যাগ কৰক। পৰিবর্তনবোৰক সর্বদা সংৰক্ষণ কৰক। |
04:39 | অন্যথায় Drupalএ, আপোনি স্ক্রিন এৰাত এইবোৰ মনত ৰাখিব নোৱাৰে। |
04:44 | সেয়ে Saveত টিপক আৰু আমি যি অর্ডাৰত বিছাৰো সেইভাবে টার্ম আছে। |
04:50 | আমি taxonomy যোগ কৰিছো কিন্তু Content typeএ এই বিষয়ে এতিয়াও একো নাজানে। |
04:56 | সেয়ে Structure আৰু Content types ত টিপক। |
05:00 | এতিয়া Fields আৰু Events Content type ম্যানেজ কৰো, তাৰপিছত Add fieldত টিপক। |
05:06 | এই ক্ষেত্রত field type চয়ন কৰা এতিয়া আমি নির্মিত ভকাবুলাৰিত Taxonomy টার্মত এটা ৰেফাৰেন্স হয়। |
05:14 | সেয়ে Taxonomy টার্ম চয়ন কৰক আৰু এইটোক Event Topics নাম দিয়ক। Save and continue টিপক। |
05:23 | আৰু এইটোৱে আমাক কি ধৰনৰ আইটমক ৰেফাৰেন্স কৰিব, সোধে। |
05:28 | যিহেতু আমি সেইটো ইতিমধ্যে চয়ন কৰিছো, ইয়াতে যত্নশীল হব. আমি এইটোক Unlimitedলৈ সলাও কাৰণ এটা ইভেন্টৰ একাধিক বিষয় থাকিব পাৰে। |
05:37 | Save field settings টিপক। |
05:40 | আৰু ইয়াতে তলত নিশ্চিত কৰিব লাগিব যে আমি সঠিক ৰেফাৰেন্স টাইপ চয়ন কৰিছো। |
05:46 | Event Topics চয়ন কৰো. ইয়াত এইটোৱে আমাক ৰেফাৰেন্স সত্ত্বা(entities) বনোৱাৰ অনুমতি দিয়ে যদি সেইবোৰ ইতিমধ্যে নাথাকে। |
05:56 | এইটোক Inline entity reference বোলে। ইয়াৰ মানে তাত যদি কোনো বিষয় আছিলে যি তালিকাত নাই, সেইটোক যি কোনো ইউসাৰে তাতে যোগ কৰিব পাৰিব। |
06:07 | এইটোক কৰিবলৈ কাৰো দৰকাৰ নাই. সেয়ে সেইটোক আনচেক কৰি ৰাখিম। |
06:11 | Save settings ত টিপক। |
06:15 | কনটেন্ট যোগ কৰাৰ আগে আৰু এটা ধাপ আছে। |
06:18 | আমি URL প্যাটার্ন সেট কৰিব লাগিব আৰু এইটো সাধাৰণতে কনটেন্ট যোগ কৰাৰ পূর্বে কৰো। |
06:24 | এইটোৱে নিশ্চিত কৰে যে কনটেন্ট যাক আমি যোগ কৰো তাৰ সঠিক বন্ধুত্বপূর্ণ URL আছে। |
06:30 | আমি এইটোক এই শৃঙ্খলাত পিছত কৰিম. ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
06:36 | সংক্ষিপ্তকৰণ কৰো। |
06:39 | এই টিউটোৰিয়েলত আমি শিকিছো:Taxonomy, এটা Taxonomy যোগ কৰা। |
06:48 | এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত। |
06:57 | এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক। |
07:03 | স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
07:11 | স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT, আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত. |
07:23 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ। |