Difference between revisions of "Drupal/C2/Taxonomy/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by one other user not shown)
Line 2: Line 2:
 
| '''Time'''
 
| '''Time'''
 
|'''Narration'''
 
|'''Narration'''
 
 
|-
 
|-
| 00:01
+
|00:01
 
| নমস্কাৰ দৰ্শক সকল. Taxonomy ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম।
 
| নমস্কাৰ দৰ্শক সকল. Taxonomy ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম।
 
 
|-
 
|-
| 00:05
+
|00:05
|এই টিউটোৰিয়েলত আমি শিকিম:
+
|এই টিউটোৰিয়েলত আমি শিকিম:Taxonomy আৰু এটা Taxonomy যোগ কৰা
Taxonomy আৰু এটা Taxonomy যোগ কৰা
+
 
|-
 
|-
 
|00:11
 
|00:11
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো  
+
| টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম
+
Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ।
+
আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
+
 
+
 
|-
 
|-
 
| 00:23
 
| 00:23
Line 112: Line 105:
 
|-
 
|-
 
| 02:46
 
| 02:46
|কিন্তু যেনেকৈ আগেই কৈছো, আমাক closed taxonomy লাগে -
+
|কিন্তু যেনেকৈ আগেই কৈছো, আমাক closed taxonomy লাগে-কিছু যাক আমি নিয়ন্ত্রণ কৰিবলৈ পাৰো আৰু সেয়া নহয় যাক মানুহে খুব সহজেই যোগ কৰিব পাৰে।
কিছু যাক আমি নিয়ন্ত্রণ কৰিবলৈ পাৰো আৰু সেয়া নহয় যাক মানুহে খুব সহজেই যোগ কৰিব পাৰে।
+
  
 
|-
 
|-
Line 133: Line 125:
 
|-
 
|-
 
|03:24
 
|03:24
| Module Development,
+
| Module Development, Theming আৰু Performance.
Theming আৰু Performance.
+
  
 
|-
 
|-
Line 182: Line 173:
 
|-
 
|-
 
| 04:27
 
| 04:27
|Theming ক Site Building ৰ পিছত ৰাখিছো।
+
|Theming ক Site Building ৰ পিছত ৰাখিছো। তাৰপিছত Performance সবতচে শেষলৈ।
তাৰপিছত Performance সবতচে শেষলৈ।
+
  
 
|-
 
|-
Line 269: Line 259:
 
|-
 
|-
 
| 06:39
 
| 06:39
|এই টিউটোৰিয়েলত আমি শিকিছো:
+
|এই টিউটোৰিয়েলত আমি শিকিছো:Taxonomy, এটা Taxonomy যোগ কৰা।
Taxonomy
+
এটা Taxonomy যোগ কৰা।
+
 
|-
 
|-
 
| 06:48
 
| 06:48

Latest revision as of 16:52, 14 October 2016

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Taxonomy ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 এই টিউটোৰিয়েলত আমি শিকিম:Taxonomy আৰু এটা Taxonomy যোগ কৰা
00:11 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:23 আমি আগেই নির্মিত ওয়েবসাইটটো খুলো।
00:27 এতিয়া যিহেতু সকলো কন্টেন্ট টাইপ আৰু ফীল্ড বিল্ট আছে, আমি categorizationক যোগ কৰিব লাগিব আৰু তাতে যি Taxonomy ৰ ভূমিকা আহে।
00:37 Taxonomy হল Categories.
00:41 IMDB উদাহৰণত উভতি যাও, যত IMDB সাইটত এটা Movie Genre ফীল্ড আছিল।
00:50 এইভাবে এইটো Drupal’s taxonomy ত কাম কৰে।
00:54 Movie genre এটা ভকাবুলাৰি হব আৰু এইটো মেন categoryৰ (বিভাগ) বাবে নাম।
01:00 সেই ভকাবুলাৰিত শর্তাবলী আছে।
01:04 পর্দাত আমাৰ উচৰত ACTION, ADVENTURE, COMEDY, DRAMA আৰু ROMANCE আছে।
01:11 তাৰপিছত COMEDY ত ROMANTIC, ACTION, SLAPSTICK আৰু SCREWBALL আছে।
01:18 আমাৰ উচৰত Drupal vocabulary বা taxonomy ত অসীম নেস্টেড বিভাগ বা টার্ম থাকিব পাৰে।
01:24 এতিয়া ইয়াতে এটা খুব গুৰুত্বপূর্ণ বিষয়।
01:28 এটা এলাকা যত অনেক সাইট ব্যর্থ হয় যি হল-বিল্ট ইন ট্যাগিং উইজেট ব্যবহাৰ কৰা বা তাৰ কনটেন্ট শ্রেণীভুক্ত কৰিবলৈ ভকাবুলাৰি ট্যাগ কৰা।
01:37 এইটো আগোৱাৰ সৈতে বিভাগ যুক্ত কৰা বেশ ভাল, ইয়াৰ কিছু অন্তর্নিহিত সমস্যা আছে।
01:44 কোনোবাই এটা typo লিখলে কি হব?
01:47 ধৰক energy - e n e r g y আৰু e n r e g y একেই নহয় আৰু Drupal এ পার্থক্য নাজানে।
01:56 সেয়ে হঠাৎ, আমাৰ 2টা বিভাগ হব আৰু কনটেন্ট আৰু সংযুক্ত নাথাকে।
02:02 এইবাবে আমি সর্বদা এটা closed taxonomy পৰামর্শ দিও, যেনে পর্দাত প্রদর্শিত।
02:08 এইটো সেট আপ কৰা সহজ, এইটোক শৃঙ্খলাত পিছলৈ কৰিম।
02:12 এতিয়াৰ বাবে বুজক যে Taxonomyক অনেক উপায়েৰে ব্যবহাৰ কৰা যাব পাৰে।
02:17 আমি ইতিমধ্যে দেখিছো এইটোৱে কিভাবে কন্টেন্টৰ তালিকা বনায়। কিন্তু আমি ফিল্টাৰ কৰিবলৈও taxonomy ব্যবহাৰ কৰিব পাৰো আৰু এইটোক সঠিকভাবে ব্যবহাৰ কৰিব পাৰিলে সকলো ধৰণৰ Views সর্ট কৰিব পাৰি।
02:28 এতিয়া taxonomyক ভালমতে শিকিম।
02:32 আমি Events Content type ৰ বাবে taxonomy সেট কৰিম।
02:35 Structure ত টিপক, তলত স্ক্রোল কৰক আৰু Taxonomy ত টিপক।
02:41 যদি আপোনাৰ মনত থাকে, আমি ইয়াৰ সৈতে ট্যাগ ও সেট কৰিছো।
02:46 কিন্তু যেনেকৈ আগেই কৈছো, আমাক closed taxonomy লাগে-কিছু যাক আমি নিয়ন্ত্রণ কৰিবলৈ পাৰো আৰু সেয়া নহয় যাক মানুহে খুব সহজেই যোগ কৰিব পাৰে।
02:56 Add vocabulary ত টিপিম আৰু এইটোক Event Topics নাম দিয়ক।
03:02 Description ত, আমি লিখিম - This is where we track the topics for Drupal events.
03:09 Save ত টিপক। এতিয়া আমি ভকাবুলাৰিত টার্ম যোগ কৰিবলৈ পাৰো। Add a term ত টিপক।
03:16 আপোনি পর্দাত টার্মৰ এখন তালিকা দেখে যাক যোগ কৰিম  - Introduction to Drupal, Site Building.
03:24 Module Development, Theming আৰু Performance.
03:28 সেইবোৰক যোগ কৰো - Introduction to Drupal আৰু Saveত টিপক।
03:34 এইটোৱে আমাক Add স্ক্রিনত উভতাই লৈ আহে।
03:39 এতিয়া Site Building লিখি Save টিপিম।
03:43 Module Development আৰু Saveত টিপক। Theming ... ... মই মত্ৰ Enter টিপিছো আৰু এইটো নিজেই সংৰক্ষণ হয়.
03:53 আৰু শেষলৈ হল Performance আৰু Saveত টিপক।
03:57 আমি ইয়াতে জটিল ভকাবুলাৰি যোগ কৰিবলৈ পাৰো কিন্তু এতিয়া এইটো আৰু সহজ ৰাখিম।
04:03 ইয়াতে Taxonomy ত টিপি আৰু Event Topics ত টার্ম তালিকাভুক্ত কৰো।
04:09 এতিয়া Introduction, Module Development, Performance, Site Building আৰু Theming আছে।
04:16 আৰু সেইবোৰ বর্ণানুসাৰে আছে।
04:19 কিন্তু মই সেইবোৰক কঠিনতাৰ ক্রমানুসাৰে সজাব বিচাৰো।
04:23 সেয়ে মই Module Development ক তলত আৰু Site Building ক উপৰলৈ নিও।
04:27 Theming ক Site Building ৰ পিছত ৰাখিছো। তাৰপিছত Performance সবতচে শেষলৈ।
04:34 এইবোৰক মাত্ৰ টিপক আৰু ড্র্যাগ কৰক। পৰিবর্তনবোৰক সর্বদা সংৰক্ষণ কৰক।
04:39 অন্যথায় Drupalএ, আপোনি স্ক্রিন এৰাত এইবোৰ মনত ৰাখিব নোৱাৰে।
04:44 সেয়ে Saveত টিপক আৰু আমি যি অর্ডাৰত বিছাৰো সেইভাবে টার্ম আছে।
04:50 আমি taxonomy যোগ কৰিছো কিন্তু Content typeএ এই বিষয়ে এতিয়াও একো নাজানে।
04:56 সেয়ে Structure আৰু Content types ত টিপক।
05:00 এতিয়া Fields আৰু Events Content type ম্যানেজ কৰো, তাৰপিছত Add fieldত টিপক।
05:06 এই ক্ষেত্রত field type চয়ন কৰা এতিয়া আমি নির্মিত ভকাবুলাৰিত Taxonomy টার্মত এটা ৰেফাৰেন্স হয়।
05:14 সেয়ে Taxonomy টার্ম চয়ন কৰক আৰু এইটোক Event Topics নাম দিয়ক। Save and continue টিপক।
05:23 আৰু এইটোৱে আমাক কি ধৰনৰ আইটমক ৰেফাৰেন্স কৰিব, সোধে।
05:28 যিহেতু আমি সেইটো ইতিমধ্যে চয়ন কৰিছো, ইয়াতে যত্নশীল হব. আমি এইটোক Unlimitedলৈ সলাও কাৰণ এটা ইভেন্টৰ একাধিক বিষয় থাকিব পাৰে।
05:37 Save field settings টিপক।
05:40 আৰু ইয়াতে তলত নিশ্চিত কৰিব লাগিব যে আমি সঠিক ৰেফাৰেন্স টাইপ চয়ন কৰিছো।
05:46 Event Topics চয়ন কৰো. ইয়াত এইটোৱে আমাক ৰেফাৰেন্স সত্ত্বা(entities) বনোৱাৰ অনুমতি দিয়ে যদি সেইবোৰ ইতিমধ্যে নাথাকে।
05:56 এইটোক Inline entity reference বোলে। ইয়াৰ মানে তাত যদি কোনো বিষয় আছিলে যি তালিকাত নাই, সেইটোক যি কোনো ইউসাৰে তাতে যোগ কৰিব পাৰিব।
06:07 এইটোক কৰিবলৈ কাৰো দৰকাৰ নাই. সেয়ে সেইটোক আনচেক কৰি ৰাখিম।
06:11 Save settings ত টিপক।
06:15 কনটেন্ট যোগ কৰাৰ আগে আৰু এটা ধাপ আছে।
06:18 আমি URL প্যাটার্ন সেট কৰিব লাগিব আৰু এইটো সাধাৰণতে কনটেন্ট যোগ কৰাৰ পূর্বে কৰো।
06:24 এইটোৱে নিশ্চিত কৰে যে কনটেন্ট যাক আমি যোগ কৰো তাৰ সঠিক বন্ধুত্বপূর্ণ URL আছে।
06:30 আমি এইটোক এই শৃঙ্খলাত পিছত কৰিম. ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:36 সংক্ষিপ্তকৰণ কৰো।
06:39 এই টিউটোৰিয়েলত আমি শিকিছো:Taxonomy, এটা Taxonomy যোগ কৰা।
06:48 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
06:57 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
07:03 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
07:11   স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
07:23   এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Madhurig, Mousumi