Drupal/C2/Taxonomy/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. Taxonomy ৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:05 এই টিউটোৰিয়েলত আমি শিকিম:Taxonomy আৰু এটা Taxonomy যোগ কৰা
00:11 টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ ব্যবহাৰ কৰিছো - উবুন্টু লিনাক্স অপাৰেটিং সিস্টেম, Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ। আপোনি আপোনাৰ পছন্দৰ যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিবলৈ পাৰে।
00:23 আমি আগেই নির্মিত ওয়েবসাইটটো খুলো।
00:27 এতিয়া যিহেতু সকলো কন্টেন্ট টাইপ আৰু ফীল্ড বিল্ট আছে, আমি categorizationক যোগ কৰিব লাগিব আৰু তাতে যি Taxonomy ৰ ভূমিকা আহে।
00:37 Taxonomy হল Categories.
00:41 IMDB উদাহৰণত উভতি যাও, যত IMDB সাইটত এটা Movie Genre ফীল্ড আছিল।
00:50 এইভাবে এইটো Drupal’s taxonomy ত কাম কৰে।
00:54 Movie genre এটা ভকাবুলাৰি হব আৰু এইটো মেন categoryৰ (বিভাগ) বাবে নাম।
01:00 সেই ভকাবুলাৰিত শর্তাবলী আছে।
01:04 পর্দাত আমাৰ উচৰত ACTION, ADVENTURE, COMEDY, DRAMA আৰু ROMANCE আছে।
01:11 তাৰপিছত COMEDY ত ROMANTIC, ACTION, SLAPSTICK আৰু SCREWBALL আছে।
01:18 আমাৰ উচৰত Drupal vocabulary বা taxonomy ত অসীম নেস্টেড বিভাগ বা টার্ম থাকিব পাৰে।
01:24 এতিয়া ইয়াতে এটা খুব গুৰুত্বপূর্ণ বিষয়।
01:28 এটা এলাকা যত অনেক সাইট ব্যর্থ হয় যি হল-বিল্ট ইন ট্যাগিং উইজেট ব্যবহাৰ কৰা বা তাৰ কনটেন্ট শ্রেণীভুক্ত কৰিবলৈ ভকাবুলাৰি ট্যাগ কৰা।
01:37 এইটো আগোৱাৰ সৈতে বিভাগ যুক্ত কৰা বেশ ভাল, ইয়াৰ কিছু অন্তর্নিহিত সমস্যা আছে।
01:44 কোনোবাই এটা typo লিখলে কি হব?
01:47 ধৰক energy - e n e r g y আৰু e n r e g y একেই নহয় আৰু Drupal এ পার্থক্য নাজানে।
01:56 সেয়ে হঠাৎ, আমাৰ 2টা বিভাগ হব আৰু কনটেন্ট আৰু সংযুক্ত নাথাকে।
02:02 এইবাবে আমি সর্বদা এটা closed taxonomy পৰামর্শ দিও, যেনে পর্দাত প্রদর্শিত।
02:08 এইটো সেট আপ কৰা সহজ, এইটোক শৃঙ্খলাত পিছলৈ কৰিম।
02:12 এতিয়াৰ বাবে বুজক যে Taxonomyক অনেক উপায়েৰে ব্যবহাৰ কৰা যাব পাৰে।
02:17 আমি ইতিমধ্যে দেখিছো এইটোৱে কিভাবে কন্টেন্টৰ তালিকা বনায়। কিন্তু আমি ফিল্টাৰ কৰিবলৈও taxonomy ব্যবহাৰ কৰিব পাৰো আৰু এইটোক সঠিকভাবে ব্যবহাৰ কৰিব পাৰিলে সকলো ধৰণৰ Views সর্ট কৰিব পাৰি।
02:28 এতিয়া taxonomyক ভালমতে শিকিম।
02:32 আমি Events Content type ৰ বাবে taxonomy সেট কৰিম।
02:35 Structure ত টিপক, তলত স্ক্রোল কৰক আৰু Taxonomy ত টিপক।
02:41 যদি আপোনাৰ মনত থাকে, আমি ইয়াৰ সৈতে ট্যাগ ও সেট কৰিছো।
02:46 কিন্তু যেনেকৈ আগেই কৈছো, আমাক closed taxonomy লাগে-কিছু যাক আমি নিয়ন্ত্রণ কৰিবলৈ পাৰো আৰু সেয়া নহয় যাক মানুহে খুব সহজেই যোগ কৰিব পাৰে।
02:56 Add vocabulary ত টিপিম আৰু এইটোক Event Topics নাম দিয়ক।
03:02 Description ত, আমি লিখিম - This is where we track the topics for Drupal events.
03:09 Save ত টিপক। এতিয়া আমি ভকাবুলাৰিত টার্ম যোগ কৰিবলৈ পাৰো। Add a term ত টিপক।
03:16 আপোনি পর্দাত টার্মৰ এখন তালিকা দেখে যাক যোগ কৰিম  - Introduction to Drupal, Site Building.
03:24 Module Development, Theming আৰু Performance.
03:28 সেইবোৰক যোগ কৰো - Introduction to Drupal আৰু Saveত টিপক।
03:34 এইটোৱে আমাক Add স্ক্রিনত উভতাই লৈ আহে।
03:39 এতিয়া Site Building লিখি Save টিপিম।
03:43 Module Development আৰু Saveত টিপক। Theming ... ... মই মত্ৰ Enter টিপিছো আৰু এইটো নিজেই সংৰক্ষণ হয়.
03:53 আৰু শেষলৈ হল Performance আৰু Saveত টিপক।
03:57 আমি ইয়াতে জটিল ভকাবুলাৰি যোগ কৰিবলৈ পাৰো কিন্তু এতিয়া এইটো আৰু সহজ ৰাখিম।
04:03 ইয়াতে Taxonomy ত টিপি আৰু Event Topics ত টার্ম তালিকাভুক্ত কৰো।
04:09 এতিয়া Introduction, Module Development, Performance, Site Building আৰু Theming আছে।
04:16 আৰু সেইবোৰ বর্ণানুসাৰে আছে।
04:19 কিন্তু মই সেইবোৰক কঠিনতাৰ ক্রমানুসাৰে সজাব বিচাৰো।
04:23 সেয়ে মই Module Development ক তলত আৰু Site Building ক উপৰলৈ নিও।
04:27 Theming ক Site Building ৰ পিছত ৰাখিছো। তাৰপিছত Performance সবতচে শেষলৈ।
04:34 এইবোৰক মাত্ৰ টিপক আৰু ড্র্যাগ কৰক। পৰিবর্তনবোৰক সর্বদা সংৰক্ষণ কৰক।
04:39 অন্যথায় Drupalএ, আপোনি স্ক্রিন এৰাত এইবোৰ মনত ৰাখিব নোৱাৰে।
04:44 সেয়ে Saveত টিপক আৰু আমি যি অর্ডাৰত বিছাৰো সেইভাবে টার্ম আছে।
04:50 আমি taxonomy যোগ কৰিছো কিন্তু Content typeএ এই বিষয়ে এতিয়াও একো নাজানে।
04:56 সেয়ে Structure আৰু Content types ত টিপক।
05:00 এতিয়া Fields আৰু Events Content type ম্যানেজ কৰো, তাৰপিছত Add fieldত টিপক।
05:06 এই ক্ষেত্রত field type চয়ন কৰা এতিয়া আমি নির্মিত ভকাবুলাৰিত Taxonomy টার্মত এটা ৰেফাৰেন্স হয়।
05:14 সেয়ে Taxonomy টার্ম চয়ন কৰক আৰু এইটোক Event Topics নাম দিয়ক। Save and continue টিপক।
05:23 আৰু এইটোৱে আমাক কি ধৰনৰ আইটমক ৰেফাৰেন্স কৰিব, সোধে।
05:28 যিহেতু আমি সেইটো ইতিমধ্যে চয়ন কৰিছো, ইয়াতে যত্নশীল হব. আমি এইটোক Unlimitedলৈ সলাও কাৰণ এটা ইভেন্টৰ একাধিক বিষয় থাকিব পাৰে।
05:37 Save field settings টিপক।
05:40 আৰু ইয়াতে তলত নিশ্চিত কৰিব লাগিব যে আমি সঠিক ৰেফাৰেন্স টাইপ চয়ন কৰিছো।
05:46 Event Topics চয়ন কৰো. ইয়াত এইটোৱে আমাক ৰেফাৰেন্স সত্ত্বা(entities) বনোৱাৰ অনুমতি দিয়ে যদি সেইবোৰ ইতিমধ্যে নাথাকে।
05:56 এইটোক Inline entity reference বোলে। ইয়াৰ মানে তাত যদি কোনো বিষয় আছিলে যি তালিকাত নাই, সেইটোক যি কোনো ইউসাৰে তাতে যোগ কৰিব পাৰিব।
06:07 এইটোক কৰিবলৈ কাৰো দৰকাৰ নাই. সেয়ে সেইটোক আনচেক কৰি ৰাখিম।
06:11 Save settings ত টিপক।
06:15 কনটেন্ট যোগ কৰাৰ আগে আৰু এটা ধাপ আছে।
06:18 আমি URL প্যাটার্ন সেট কৰিব লাগিব আৰু এইটো সাধাৰণতে কনটেন্ট যোগ কৰাৰ পূর্বে কৰো।
06:24 এইটোৱে নিশ্চিত কৰে যে কনটেন্ট যাক আমি যোগ কৰো তাৰ সঠিক বন্ধুত্বপূর্ণ URL আছে।
06:30 আমি এইটোক এই শৃঙ্খলাত পিছত কৰিম. ইয়াৰ সৈতেই আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:36 সংক্ষিপ্তকৰণ কৰো।
06:39 এই টিউটোৰিয়েলত আমি শিকিছো:Taxonomy, এটা Taxonomy যোগ কৰা।
06:48 এই ভিডিওটো Acquia আৰু OS Trainingৰ পৰা অভিযোজিত আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত।
06:57 এই লিংকত থকা ভিডিওটোৱে প্রকল্পক সাৰাংশিত কৰে। ভিডিওটো ডাউনলোড কৰি চাওক।
07:03 স্পোকেন টিউটোৰিয়াল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক.
07:11   স্পোকেন টিউটোৰিয়েল প্রকল্প MHRD ৰ NMEICT,  আৰু মিনিস্ট্রি অফ কালচাৰৰ NVLI দ্বাৰা সমর্থিত.
07:23   এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টী বোম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Madhurig, Mousumi