Difference between revisions of "Drupal/C2/Configuration-Management-in-Admin-Interface/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
| (4 intermediate revisions by one other user not shown) | |||
| Line 1: | Line 1: | ||
{|border=1 | {|border=1 | ||
| − | | | + | |Time |
| − | | | + | |Narration |
|- | |- | ||
|00:01 | |00:01 | ||
| − | |অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ | + | |নমস্কাৰ দৰ্শক সকল. অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম. |
|- | |- | ||
|00:09 | |00:09 | ||
| − | |এই টিউটোৰিয়েলত, | + | |এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে |
|- | |- | ||
|00:13 | |00:13 | ||
| − | |Extend, | + | |Extend, Configuration, |
| − | + | ||
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 25: | Line 21: | ||
|- | |- | ||
|00:18 | |00:18 | ||
| − | | | + | |Report. |
|- | |- | ||
|00:20 | |00:20 | ||
|এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো | |এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো | ||
| − | + | উবুন্টু অপাৰেটিং সিস্টেম | |
| − | + | Drupal 8 আৰু | |
| − | + | ফায়াৰফক্স ওয়েব ব্রাউজাৰ | |
| − | + | ||
|- | |- | ||
| Line 41: | Line 36: | ||
|- | |- | ||
|00:34 | |00:34 | ||
| − | | | + | | আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো. |
|- | |- | ||
|00:38 | |00:38 | ||
| − | |আমি আগেই উল্লেখ কৰিছো, | + | |আমি আগেই উল্লেখ কৰিছো, Drupal এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে. |
|- | |- | ||
|00:45 | |00:45 | ||
| − | | | + | |এই Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো |
|- | |- | ||
|00:53 | |00:53 | ||
| − | | | + | |Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ মডিউলৰ এটা ওভাৰভিউ দিয়ে. |
|- | |- | ||
| Line 61: | Line 56: | ||
|- | |- | ||
|01:02 | |01:02 | ||
| − | |আমি সেইবোৰক পিছলৈ | + | |আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম. |
|- | |- | ||
| Line 69: | Line 64: | ||
|- | |- | ||
|01:11 | |01:11 | ||
| − | |আমি | + | |আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো. |
|- | |- | ||
|01:18 | |01:18 | ||
| − | | | + | |Extend মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা মডিউলক দেখিবলৈ অনুমতি দিয়ে. |
|- | |- | ||
|01:26 | |01:26 | ||
| − | |আমাৰ সাইটত এই সিৰিজত আমি আৰু | + | |আমাৰ সাইটত এই সিৰিজত আমি আৰু মডিউল যোগ কৰিম. |
|- | |- | ||
|01:32 | |01:32 | ||
| − | |এতিয়া | + | |এতিয়া কনফিগাৰেশন মেনু চাও. মাত্র site administratorsএ এই এলাকাৰ এক্সেস পাই. |
|- | |- | ||
|01:41 | |01:41 | ||
| − | |যিহেতু আমি | + | |যিহেতু আমি সুপাৰ-ইউজাৰ অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো. |
|- | |- | ||
|01:47 | |01:47 | ||
| − | |লক্ষ্য কৰক যে | + | |লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে. |
|- | |- | ||
|01:51 | |01:51 | ||
| − | |আপোনি এইটো আপোনাৰ পর্দাত | + | |আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে. |
|- | |- | ||
|01:54 | |01:54 | ||
| − | |এইটোৱে কয় যে | + | |এইটোৱে কয় যে status report ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ Drupal ৰ সাইট আপ টু ডেট হয় নে নহয়. |
|- | |- | ||
|02:03 | |02:03 | ||
| − | |মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, | + | |মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো. |
|- | |- | ||
| Line 112: | Line 107: | ||
|- | |- | ||
|02:30 | |02:30 | ||
| − | |আমি এইবোৰৰ | + | |আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম. |
|- | |- | ||
|02:35 | |02:35 | ||
| − | |কিন্তু এতিয়াৰ বাবে, আমি | + | |কিন্তু এতিয়াৰ বাবে, আমি সাইটৰ তথ্য আপডেট কৰো. |
|- | |- | ||
|02:39 | |02:39 | ||
| − | | | + | |Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক আৰু Sloganত , টাইপ কৰক A Great Place to Learn All About Drupal. |
|- | |- | ||
|02:53 | |02:53 | ||
| − | |যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, | + | |যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র সাইট পৰিবর্তন কৰে. |
|- | |- | ||
|02:58 | |02:58 | ||
| − | | | + | |এইটো কন্টেন্ট ম্যানেজমেন্ট সিস্টেমৰ সম্পর্কে এটা ভাল বস্তু হয় |
|- | |- | ||
|03:04 | |03:04 | ||
| − | |সেয়ে এতিয়া | + | |সেয়ে এতিয়া আমাৰসাইটত, এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম Drupalville হব. |
|- | |- | ||
|03:16 | |03:16 | ||
| − | |সেইটো এটা সচাকৈয়ে | + | |সেইটো এটা সচাকৈয়ে ডাঙৰ উন্নতি হয় static HTMLত. |
|- | |- | ||
|03:21 | |03:21 | ||
| − | |লগতে, এই পৃষ্ঠাত, আমি Email address পাও. | + | |লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়. |
|- | |- | ||
|03:29 | |03:29 | ||
| − | |আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব | + | |আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু এটা ডিফল্ট 403 আৰু 404 পৃষ্ঠা. |
|- | |- | ||
|03:37 | |03:37 | ||
| − | |মন কৰিব যে | + | |মন কৰিব যে Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়. |
|- | |- | ||
|03:41 | |03:41 | ||
| − | |সেয়ে, প্রতিটো সময়ত আমাৰ | + | |সেয়ে, প্রতিটো সময়ত আমাৰ Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, আমি Submit বা Saveত ক্লিক কৰিব লাগিব. |
|- | |- | ||
|03:49 | |03:49 | ||
| − | |তলত Save | + | |তলত Save configurationবাটনত ক্লিক কৰো. |
|- | |- | ||
|03:54 | |03:54 | ||
| − | |তাৰ | + | |তাৰ পিছত Back to siteত ক্লিক কৰক |
|- | |- | ||
|03:58 | |03:58 | ||
| − | |লক্ষ কৰক যে, | + | |লক্ষ কৰক যে, আমাৰসাইটৰনাম এতিয়া Drupalville হয় আৰু আমাৰসাইটৰ প্রতিটো পৃষ্ঠাত এটা শ্লোগান আছে. |
|- | |- | ||
|04:06 | |04:06 | ||
| − | |আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে | + | |আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে কনফিগাৰেশন মেনু অন্বেষণ কৰিম. |
|- | |- | ||
| Line 175: | Line 170: | ||
|- | |- | ||
|04:16 | |04:16 | ||
| − | |এইটোৱে আমাৰ Drupalৰ সাইটত | + | |এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়. |
|- | |- | ||
|04:20 | |04:20 | ||
| − | |আপোনি | + | |আপোনি tabsবোৰ মন কৰিব - List, Permissions আৰু Roles.. |
|- | |- | ||
|04:26 | |04:26 | ||
| − | | | + | | এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ বিস্তাৰিতভাবে আবৰণ কৰিম. |
|- | |- | ||
|04:32 | |04:32 | ||
| − | | | + | | Roles বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা. |
|- | |- | ||
|04:44 | |04:44 | ||
| − | |ব্যবহাৰকাৰীৰনাম | + | |ব্যবহাৰকাৰীৰনাম admin হয় ইয়াতে. |
|- | |- | ||
|04:47 | |04:47 | ||
| − | | | + | |Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো. |
|- | |- | ||
|04:54 | |04:54 | ||
| − | |আমি | + | |আমি যদি বর্তমানৰ পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো. |
|- | |- | ||
|04:59 | |04:59 | ||
| − | | | + | |তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰভূমিকাঅ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়. |
|- | |- | ||
|05:09 | |05:09 | ||
| − | | | + | |মোৰstatus Active হয় আৰু আমাৰ নিজৰ Personal contact form আছে , আৰু আমাৰ LOCATION SETTINGS. অবস্থান সেটিংস. |
|- | |- | ||
| Line 215: | Line 210: | ||
|- | |- | ||
|05:29 | |05:29 | ||
| − | |সেয়ে মূলত, | + | |সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, Saveত ক্লিক কৰক. |
|- | |- | ||
|05:37 | |05:37 | ||
| − | |সাৰসংক্ষেপে - | + | |সাৰসংক্ষেপে - Roles ট্যাবে আমাক বিভিন্ন ভূমিকাকযোগ কৰিবলৈ অনুমতি দিয়ে. |
|- | |- | ||
|05:42 | |05:42 | ||
| − | | | + | |Permissions ট্যাবে সেই ভূমিকাত কিছু অনুমতি দিয়ে. |
|- | |- | ||
|05:48 | |05:48 | ||
| − | |আৰ | + | |আৰ List ট্যাবে আমাক এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে. |
|- | |- | ||
|05:54 | |05:54 | ||
| − | | | + | |তেখেতলোকে নির্দিষ্ট অনুমতিসমূহ পাব , যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে. |
|- | |- | ||
|06:04 | |06:04 | ||
| − | | | + | |People হৈছে যত আমি আমাৰDrupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো. |
|- | |- | ||
|06:10 | |06:10 | ||
| − | | | + | |শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম. |
|- | |- | ||
|06:16 | |06:16 | ||
| − | | | + | | Reportsত ক্লিক কৰক. |
|- | |- | ||
|06:18 | |06:18 | ||
| − | | | + | |এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰDrupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়. |
|- | |- | ||
|06:25 | |06:25 | ||
| − | |উদাহৰণস্বৰুপে - | + | |উদাহৰণস্বৰুপে - তাত কোনো উপলব্ধ আপডেট আছে নেকি? |
|- | |- | ||
|06:28 | |06:28 | ||
| − | | | + | |সাম্প্রতিক লগ বার্তা (Recent log messages,) |
|- | |- | ||
|06:31 | |06:31 | ||
| − | | | + | |সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে |
|- | |- | ||
|06:36 | |06:36 | ||
| − | | | + | |স্ট্যাটাস ৰিপোর্ট , |
|- | |- | ||
|06:37 | |06:37 | ||
| − | | | + | |শীর্ষ “access denied” আৰু Page not found” এৰৰ, |
|- | |- | ||
|06:42 | |06:42 | ||
| − | | | + | |শীর্ষ সার্চ বাক্যাংশ, আৰু কিছু প্লাগইন যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে. |
|- | |- | ||
|06:49 | |06:49 | ||
| − | |Available updatesত ক্লিক কৰক | + | |Available updatesত ক্লিক কৰক এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে. |
|- | |- | ||
| Line 282: | Line 277: | ||
|- | |- | ||
|07:04 | |07:04 | ||
| − | |এইটো | + | |এইটো cron দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন. |
|- | |- | ||
| Line 290: | Line 285: | ||
|- | |- | ||
|07:15 | |07:15 | ||
| − | |আমি ইনস্টল কৰা | + | |আমি ইনস্টল কৰা সকলোকDrupal এএতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়. |
|- | |- | ||
|07:24 | |07:24 | ||
| − | |যদি আমি আমাৰ সাইটত আৰো | + | |যদি আমি আমাৰ সাইটত আৰো মডিউল অথবা বৈশিষ্ট্যযোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব. |
|- | |- | ||
|07:32 | |07:32 | ||
| − | |আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে | + | |আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম. |
|- | |- | ||
|07:37 | |07:37 | ||
| − | | | + | | আমাৰসাইট ৰ এটা স্ট্যাটাস ৰিপোর্ট পাবলৈ ৰিপোর্টত ক্লিক কৰক . |
|- | |- | ||
|07:42 | |07:42 | ||
| − | |উদাহৰণস্বৰুপে | + | |উদাহৰণস্বৰুপে Drupal এৰ কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া cron গতি কৰিছিল. |
|- | |- | ||
|07:49 | |07:49 | ||
| − | | | + | |ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি cronক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো. |
|- | |- | ||
|07:55 | |07:55 | ||
| − | | | + | |আমাৰডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ, ইত্যাদি |
|- | |- | ||
|08:00 | |08:00 | ||
| − | |আপোনি | + | |আপোনি আপোনাৰসাইটৰৰিপোর্ট বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত. |
|- | |- | ||
|08:05 | |08:05 | ||
| − | |বিশেষকৈ, | + | |বিশেষকৈ, আপোনি যদি Drupal আৰু ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী ব্যক্তি হয়. |
|- | |- | ||
|08:14 | |08:14 | ||
| − | |সর্বশেষত, আমাৰ | + | |সর্বশেষত, আমাৰ উচৰত Help আছে আৰু Helpএ আমাক সাইটৰ help pageৰ লিঙ্ক দিয়ে. |
|- | |- | ||
|08:22 | |08:22 | ||
| − | |এইয়াই | + | |এইয়াই হৈছে আমাৰ Administration Toolbar. |
|- | |- | ||
| Line 339: | Line 334: | ||
|08:32 | |08:32 | ||
|এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে | |এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে | ||
| − | + | ||
Extend | Extend | ||
Configuration | Configuration | ||
| − | + | People and | |
Report. | Report. | ||
|- | |- | ||
|08:52 | |08:52 | ||
| − | |এই ভিডিওটো | + | |এই ভিডিওটো Acquia আৰু OSTraining ৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে |
|- | |- | ||
| Line 355: | Line 350: | ||
|- | |- | ||
|09:11 | |09:11 | ||
| − | |স্পোকেন | + | |স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
|- | |- | ||
|09:19 | |09:19 | ||
| − | | | + | |স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, Ministry of Human Resource Development আৰু NVLI, Ministry of Culture, দ্বাৰা নিহিত হয়. |
|- | |- | ||
|09:32 | |09:32 | ||
| − | | | + | |আই আই টী বোম্বেৰ পৰা মই মৌচূমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো | অংশগ্রহণৰ বাবে ধন্যবাদ। |
|} | |} | ||
Latest revision as of 16:24, 17 October 2016
| Time | Narration |
| 00:01 | নমস্কাৰ দৰ্শক সকল. অ্যাডমিন ইন্টাৰফেসত কনফিগাৰেশন ম্যানেজমেন্টৰ স্পোকেন টিউটোৰিয়েলত আপোনাক স্বাগতম. |
| 00:09 | এই টিউটোৰিয়েলত, আমি কিছু মেনু আইটেম্সৰ সম্পর্কে শিকো যেনে |
| 00:13 | Extend, Configuration, |
| 00:16 | People আৰু |
| 00:18 | Report. |
| 00:20 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰিবলৈ, আমি ব্যবহাৰ কৰিছো
উবুন্টু অপাৰেটিং সিস্টেম Drupal 8 আৰু ফায়াৰফক্স ওয়েব ব্রাউজাৰ |
| 00:29 | আপোনি আপোনাৰ পছন্দ অনুযায়ী যি কোনো ওয়েব ব্রাউজাৰ ব্যবহাৰ কৰিব পাৰে. |
| 00:34 | আমি আগেই তৈয়াৰ কৰা আমাৰ ওয়েবসাইট খুলো. |
| 00:38 | আমি আগেই উল্লেখ কৰিছো, Drupal এটা ফ্রেমওয়ার্ক নিচিনা হয়. সেয়ে ই আসলতে বেছি একো নকৰে. |
| 00:45 | এই Administration toolbarত থকা Extend লিংক খুবেই গুৰুত্বপূর্ণ যেতিয়া আমি আমাৰ সাইটৰ নির্মাণ আৰম্ভ কৰো |
| 00:53 | Extendত ক্লিক কৰক. এইটোৱে আমাৰ সাইটত সকলোবোৰ মডিউলৰ এটা ওভাৰভিউ দিয়ে. |
| 01:00 | মডিউল হৈছে বৈশিষ্ট্য. |
| 01:02 | আমি সেইবোৰক পিছলৈ বিস্তাৰিতভাবে আবৃত কৰিম. |
| 01:06 | এইটো Drupal এৰ সৈতে অহা মডিউলৰ কিছু তালিকা হয়. |
| 01:11 | আমি মাত্ৰ চেক চিহ্নত চাই সক্রিয় কৰা হৈছে নে নাই দেখিব পাৰো. |
| 01:18 | Extend মেনুএ আমাৰ Drupalৰ সাইটত সক্ষম কৰা বৈশিষ্ট্য অথবা মডিউলক দেখিবলৈ অনুমতি দিয়ে. |
| 01:26 | আমাৰ সাইটত এই সিৰিজত আমি আৰু মডিউল যোগ কৰিম. |
| 01:32 | এতিয়া কনফিগাৰেশন মেনু চাও. মাত্র site administratorsএ এই এলাকাৰ এক্সেস পাই. |
| 01:41 | যিহেতু আমি সুপাৰ-ইউজাৰ অথবা ব্যবহাৰকাৰীৰ সংখ্যা 1 হয়, আমি সকলোকিছু এক্সেস কৰিব পাৰো. |
| 01:47 | লক্ষ্য কৰক যে তাত পর্দাত ৰঙা পপ-আপ আছে. |
| 01:51 | আপোনি এইটো আপোনাৰ পর্দাত পাব পাৰে অথবা নাপাবও পাৰে. |
| 01:54 | এইটোৱে কয় যে status report ৰান হোৱা নাই , আৰু সেয়ে মই চাও যে যদি আমাৰ Drupal ৰ সাইট আপ টু ডেট হয় নে নহয়. |
| 02:03 | মই সেইটোক এতিয়াৰ বাবে উপেক্ষা কৰো, আৰু Reports স্ক্ৰীন সম্পর্কে চিন্তা কৰো. |
| 02:09 | এই বিশেষ মেনুএ আমাৰ সাইটত থকা সকলো বিভিন্ন দিশক কনফিগাৰ কৰিবলৈ আমাক অ্যাক্সেস দিয়ে |
| 02:16 | যেনে - Site information, Account settings, Text formats and editors, Performance issues, Maintenance mode, Image styles আৰু অন্যন্য. |
| 02:30 | আমি এইবোৰৰ বিষয়ে বিস্তাৰিতভাবে পিছলৈ সিৰিজত চাম. |
| 02:35 | কিন্তু এতিয়াৰ বাবে, আমি সাইটৰ তথ্য আপডেট কৰো. |
| 02:39 | Site informationত ক্লিক কৰক. আৰু আমাৰ সাইটৰ নাম Drupalvilleলৈ পৰিবর্তন কৰা যাওক আৰু Sloganত , টাইপ কৰক A Great Place to Learn All About Drupal. |
| 02:53 | যেতিয়াই আমি এনেধৰনৰ পৰিবর্তন কৰো, সিহতে সমগ্র সাইট পৰিবর্তন কৰে. |
| 02:58 | এইটো কন্টেন্ট ম্যানেজমেন্ট সিস্টেমৰ সম্পর্কে এটা ভাল বস্তু হয় |
| 03:04 | সেয়ে এতিয়া আমাৰসাইটত, এটা বা হাজাৰ পৃষ্ঠা থাকক, প্রতিটো পৃষ্ঠাৰ শীর্ষত জুড়া সাইটৰ নাম Drupalville হব. |
| 03:16 | সেইটো এটা সচাকৈয়ে ডাঙৰ উন্নতি হয় static HTMLত. |
| 03:21 | লগতে, এই পৃষ্ঠাত, আমি Email address পাও. যি স্বয়ংক্রিয় ইমেলত From address হয়. |
| 03:29 | আমি এটা ভিন্ন সন্মুখিন পৃষ্ঠাও চয়ন কৰিব পাৰো আৰু এটা ডিফল্ট 403 আৰু 404 পৃষ্ঠা. |
| 03:37 | মন কৰিব যে Drupalত, প্রতিটো পৃষ্ঠা এটা ওয়েব ফর্ম হয়. |
| 03:41 | সেয়ে, প্রতিটো সময়ত আমাৰ Drupalৰ পৃষ্ঠাত কিছু সলোৱাত, আমি Submit বা Saveত ক্লিক কৰিব লাগিব. |
| 03:49 | তলত Save configurationবাটনত ক্লিক কৰো. |
| 03:54 | তাৰ পিছত Back to siteত ক্লিক কৰক |
| 03:58 | লক্ষ কৰক যে, আমাৰসাইটৰনাম এতিয়া Drupalville হয় আৰু আমাৰসাইটৰ প্রতিটো পৃষ্ঠাত এটা শ্লোগান আছে. |
| 04:06 | আমি পিছৰ টিউটোৰিয়েলত বিস্তাৰিতভাবে কনফিগাৰেশন মেনু অন্বেষণ কৰিম. |
| 04:12 | Administration toolbar থকা People ত ক্লিক কৰো. |
| 04:16 | এইটোৱে আমাৰ Drupalৰ সাইটত থকা People এলাকাটোত লৈ যায়. |
| 04:20 | আপোনি tabsবোৰ মন কৰিব - List, Permissions আৰু Roles.. |
| 04:26 | এইটো মাত্ৰ এটা পৰিচয় হয়, আমি আৰো অনেকবোৰ পিছলৈ বিস্তাৰিতভাবে আবৰণ কৰিম. |
| 04:32 | Roles বিভাগে আমাক ব্যবহাৰকাৰীৰ অ্যাকাউন্ট তৈয়াৰ কৰিবলৈ, মানুহে আমাৰ সাইটত কি দেখিব পাৰে আৰু কি কৰিব পাৰে, তাৰ সম্পর্কে অনুমতিৰ পৰিচালনা কৰা. |
| 04:44 | ব্যবহাৰকাৰীৰনাম admin হয় ইয়াতে. |
| 04:47 | Editত আমি ক্লিক কৰিলে, আমি আমাৰ নিজৰ ব্যবহাৰকাৰীৰ অ্যাকাউন্ট সম্পর্কে সকলো কিছু দেখিব পাৰো. |
| 04:54 | আমি যদি বর্তমানৰ পাসওয়ার্ড জানো তেনেহলে আমি ইয়াক পৰিবর্তন কৰিব পাৰো. |
| 04:59 | তাত এইটোক পুনৰায় সেট কৰিবলৈ এটা বিকল্প আছে. যদি আমি নাজানো, এইটোৱে আমাক আমাৰভূমিকাঅ্যাডমিনিস্ট্রেটৰ হয় বুলি কয়. |
| 05:09 | মোৰstatus Active হয় আৰু আমাৰ নিজৰ Personal contact form আছে , আৰু আমাৰ LOCATION SETTINGS. অবস্থান সেটিংস. |
| 05:21 | আমি Picture অধীনত থকা Browse বাটনত ক্লিক কৰি আমাৰ নিজৰ ছবি যোগ কৰি আপডেট কৰিব পাৰো. |
| 05:29 | সেয়ে মূলত, ইয়াতে যি আমি আমাৰ নিজৰ প্রোফাইল পৰিচালনা কৰিব পাৰো. এতিয়া, Saveত ক্লিক কৰক. |
| 05:37 | সাৰসংক্ষেপে - Roles ট্যাবে আমাক বিভিন্ন ভূমিকাকযোগ কৰিবলৈ অনুমতি দিয়ে. |
| 05:42 | Permissions ট্যাবে সেই ভূমিকাত কিছু অনুমতি দিয়ে. |
| 05:48 | আৰ List ট্যাবে আমাক এই ব্যবহাৰকাৰীক ভূমিকা ধার্য কৰিবলৈ অনুমতি দিয়ে. |
| 05:54 | তেখেতলোকে নির্দিষ্ট অনুমতিসমূহ পাব , যিয়ে তেখেতলোকক কিছু কাম কৰিবলৈ আৰু আমাৰ Drupalৰ সাইটত কিছু চাবলৈ অনুমতি দিয়ে. |
| 06:04 | People হৈছে যত আমি আমাৰDrupal ওয়েবসাইটত সমস্ত ব্যবহাৰকাৰীক পৰিচালনা কৰো. |
| 06:10 | শেষলৈ আমি আমাৰ Administration toolbarত ৰিপোর্ট চাম. |
| 06:16 | Reportsত ক্লিক কৰক. |
| 06:18 | এইটোৱে আমাক কিছু গুৰুত্বপূর্ণ বিষয়ে তালিকা দিয়ে যাক আমি আমাৰDrupal সাইটৰ সম্পর্কে জনা প্রয়োজন হয়. |
| 06:25 | উদাহৰণস্বৰুপে - তাত কোনো উপলব্ধ আপডেট আছে নেকি? |
| 06:28 | সাম্প্রতিক লগ বার্তা (Recent log messages,) |
| 06:31 | সকলো ক্ষেত্রৰ এখন তালিকা যত এনেধৰনৰ সত্তা(entity) থাকে |
| 06:36 | স্ট্যাটাস ৰিপোর্ট , |
| 06:37 | শীর্ষ “access denied” আৰু Page not found” এৰৰ, |
| 06:42 | শীর্ষ সার্চ বাক্যাংশ, আৰু কিছু প্লাগইন যাক আমাৰ Viewsএ ব্যবহাৰ কৰিব পাৰে. |
| 06:49 | Available updatesত ক্লিক কৰক এইটোৱে সকলো কিছু এখন তালিকা দিয়ে যাক হয়তো আপডেট কৰাৰ প্রয়োজন নহব পাৰে. |
| 06:58 | আমি এইটো দেখিব পাৰো যে, সর্বশেষ আপডেট 48 মিনিট আগেই হৈছিল. |
| 07:04 | এইটো cron দ্বাৰা পৰিচালিত হৈছে আৰু আমি এইটোক আমাৰ সার্ভাৰত সেট আপ কৰাৰ প্রয়োজন. |
| 07:10 | এতিয়াৰ বাবে, মাত্র Check manually ত ক্লিক কৰক. |
| 07:15 | আমি ইনস্টল কৰা সকলোকDrupal এএতিয়া পৰীক্ষা কৰিব আৰু আমাক জনাব যাতে আমি আপ-টু-ডেট হয়. |
| 07:24 | যদি আমি আমাৰ সাইটত আৰো মডিউল অথবা বৈশিষ্ট্যযোগ কৰিছো, তাত এখন ডাঙৰ তালিকা হব. |
| 07:32 | আমি এই টিউটোৰিয়েলৰ মাধ্যমেৰে ইয়াক আকৌ এবাৰ পিছলৈ পৰীক্ষা কৰিব পাৰিম. |
| 07:37 | আমাৰসাইট ৰ এটা স্ট্যাটাস ৰিপোর্ট পাবলৈ ৰিপোর্টত ক্লিক কৰক . |
| 07:42 | উদাহৰণস্বৰুপে Drupal এৰ কি সংস্কৰণ আমাৰ উচৰত আছে আৰু শেষৰ কেতিয়া cron গতি কৰিছিল. |
| 07:49 | ইয়াতে আমি এটা লিঙ্ক দেখিব পাৰো যত আমি cronক বাহ্যিকভাবে(externally) ৰান কৰিব পাৰো. |
| 07:55 | আমাৰডেটাবেস সিস্টেম, ডাটাবেস সংস্কৰণ, ইত্যাদি |
| 08:00 | আপোনি আপোনাৰসাইটৰৰিপোর্ট বিভাগত এটা ঘনিষ্ঠ কটাক্ষপাত ৰখা উচিত. |
| 08:05 | বিশেষকৈ, আপোনি যদি Drupal আৰু ডাউনলোড কৰা মডিউলৰ সকলো আপডেটৰ ভালকৈ ৰখা দায়ী ব্যক্তি হয়. |
| 08:14 | সর্বশেষত, আমাৰ উচৰত Help আছে আৰু Helpএ আমাক সাইটৰ help pageৰ লিঙ্ক দিয়ে. |
| 08:22 | এইয়াই হৈছে আমাৰ Administration Toolbar. |
| 08:26 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো. সংক্ষেপে. |
| 08:32 | এই টিউটোৰিয়েলত আমি মেনু আইটেম সম্পর্কে শিকিছে
Extend Configuration People and Report. |
| 08:52 | এই ভিডিওটো Acquia আৰু OSTraining ৰ পৰা অভিযোজিত হয় আৰু স্পোকেন টিউটোৰিয়েল প্রকল্প, আই আই টি বোম্বেৰ দ্বাৰা সংশোধিত হৈছে |
| 09:03 | নিম্নলিখিত লিঙ্কত থকা ভিডিওটোৱে স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সংক্ষিপ্ত বিবৰণ দিয়ে. দয়া কৰি ডাউনলোড কৰি চাওক. |
| 09:11 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে আৰু যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক সার্টিফিকেট দিয়ে. অধিক বিবৰণৰ বাবে, আমালৈ লিখক. |
| 09:19 | স্পোকেন টিউটোৰিয়েল প্রকল্প NMEICT, Ministry of Human Resource Development আৰু NVLI, Ministry of Culture, দ্বাৰা নিহিত হয়. |
| 09:32 | অংশগ্রহণৰ বাবে ধন্যবাদ। |