Difference between revisions of "Netbeans/C2/Adding-a-File-Chooser/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 4: Line 4:
 
|-
 
|-
 
|00:00
 
|00:00
|নমস্কাৰ।
+
|নমস্কাৰ দৰ্শক সকল.
 
|-
 
|-
 
|00:01
 
|00:01

Latest revision as of 15:47, 16 August 2016

Time Narration
00:00 নমস্কাৰ দৰ্শক সকল.
00:01 জাভা অ্যাপ্লিকেশনত Adding a File Chooser ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম।
00:07 ইয়াতে আমি শিকিম:
00:09 অ্যাপ্লিকেশন বনোৱা।
00:10 অ্যাপ্লিকেশন ফর্ম বনোৱা।
00:12 File Chooser জোড়া।
00:14 File Chooser কনফিগাৰ কৰা।
00:17 অ্যাপ্লিকেশন ৰান কৰা।
00:19 ইয়াত ব্যবহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 12.04
00:26 আৰু Netbeans IDE v7.1.1
00:31 ইয়াতে javax.swing.JFileChooser কম্পোনেন্ট ব্যবহাৰ কৰি জাভা অ্যাপ্লিকেশনত File chooser যোগ কৰা শিকিম।
00:42 এই অভ্যাসৰ অংশ ৰুপত এটা সৰু জাভা অ্যাপ্লিকেশন বনোৱা শিকো যি টেক্সট এৰিয়া .txt ফাইল লোড কৰিব।
00:52 প্রথমে জাভা অ্যাপ্লিকেশন তৈয়াৰ কৰো।
00:55 IDE লঞ্চ কৰক।
00:57 মেন মেনুৰ পৰা File আৰু New Project চয়ন কৰক।
01:03 Java category আৰু the Java Application project type চয়ন কৰক।
01:08 আৰু Next ত টিপক।
01:10 Project Name ফীল্ডত লিখক JFileChooserDemo.
01:20 Create Main Class চেক-বাক্স মুছি দিয়ক।
01:23 নিশ্চিত কৰক Set as Main Project চেক-বাক্স চয়নিত।
01:27 Finish ত টিপক।
01:31 ইয়াত JFrame কন্টেনাৰ তৈয়াৰ কৰি ইয়াত কিছু কম্পোনেন্ট জুড়িব।
01:37 Source Packages নোডত সো ক্লিক কৰক।
01:41 New > Other চয়ন কৰক।
01:45 Swing GUI Forms শ্রেণী আৰু JFrameForm টাইপ চয়ন কৰক।
01:51 Nextত টিপক।
01:54 ক্লাস নামৰ বাবে লিখক JFileChooserDemo.
02:02 Package field ত লিখক jfilechooserdemo.resources.
02:12 Finishত টিপক।
02:17 Properties window ত Title প্রোপার্টি চয়ন কৰক।
02:22 আৰু লিখক Demo Application.
02:30 নিশ্চিত কৰিবলৈ Enter টিপক।
02:32 Palette ত Swing Menus শ্রেণী খুলক।
02:40 Menu Bar কম্পোনেন্ট চয়ন কৰক আৰু Jframe ইয়াৰ উপৰত বাও অংশত টানক.
02:50 Menu Bar কম্পোনেন্টৰ Edit আইটেমত সো ক্লিক কৰক।
02:55 Context মেনুত Delete চয়ন কৰক।
02:59 এটা মেনু আইটেম জুড়া যি ৰানিং অ্যাপ্লিকেশনৰ পৰা FileChooser খোলাৰ অনুমতি দিয়ে।
03:07 নিশ্চিত কৰক ইয়াতে অন্য Menu Item টনাৰ আগতে Menu Bar চয়ন কৰা হৈছে।
03:14 Palette ত Swing Menus শ্রেণীত, নতুন Menu Item চয়ন কৰক।
03:22 এইটোক Menu Barত টানক আৰু Menu Bar ইয়াৰ File আইটেমত ৰাখক।
03:30 Design ভিউ ত jMenuItem1 ত সো ক্লিক কৰক।
03:35 Context menuৰ পৰা Change Variable Name চয়ন কৰক।
03:41 আইটেমক Open নাম দিয়ক আৰু OK ত টিপক।
03:48 নিশ্চিত কৰক jMenuItem1 এতিয়াও Design ভিউত চয়নিত।
03:53 কম্পোনেন্টৰ টেক্সট এডিট কৰিবলৈ Space bar টিপক।
03:58 Open দ্বাৰা টেক্সট সলাওক আৰু নিশ্চিত কৰিবলৈ Enter টিপক।
04:04 Open মেনু আইটেমৰ বাবে অ্যাকশন হ্যান্ডলৰ নির্দিষ্ট কৰক।
04:08 মেনু আইটেম Open ত সো ক্লিক কৰক আৰু context menuৰ পৰা Events, Action, Action Performed চয়ন কৰক।
04:20 GUI বিল্ডাৰ স্বয়ংক্রিয়ভাবে সোর্স ভিউত যায়।
04:25 এটা নতুন ইভেন্ট হ্যান্ডলাৰ মেথড OpenActionPerformed() তৈয়াৰ হয়।
04:31 Design ভিউত উভতি যাওক।
04:35 File Chooser পৰা এটা মেনু আইটেম জুড়ক।
04:39 Paletteৰ পৰা Swing Menus শ্রেণী চয়ন কৰক।
04:45 Menu Item চয়ন কৰক।
04:48 এইটোক ফর্মে Open মেনু আইটেমৰ তলত Menu Barত ৰাখক।
04:53 অৰেঞ্জ হাইলাইটত লক্ষ্য কৰক, যি ইঙ্গিত কৰে যে jmenuItem1 কত ৰাখা হৈছে।
05:03 Design View ত jMenuItem1ত সো ক্লিক কৰক।
05:07 Context menuৰ পৰা Change Variable Name চয়ন কৰক।
05:12 আইটেমক Exit নাম দিয়ক আৰু OK ত টিপক।
05:20 নিশ্চিত কৰক jMenuItem1 এতিয়াও Design View ত চয়নিত।
05:25 কম্পোনেন্টৰ টেক্সট এডিট কৰিবলৈ Space bar টিপক।
05:30 Exit দ্বাৰা টেক্সট সলাওক আৰু নিশ্চিত কৰিবলৈ Enter টিপক।
05:36 Exit মেনু আইটেমৰ বাবে অ্যাকশন হ্যান্ডলাৰ নির্দিষ্ট কৰক।
05:41 মেনু আইটেম Exit ত সো ক্লিক কৰক।
05:44 Context menu পৰা Events, Action, Action Performed() চয়ন কৰক।
05:51 GUI বিল্ডাৰ স্বয়ংক্রিয়ভাবে Source view ত যায়।
05:56 ExitActionPerformed() নামত নতুন ইভেন্ট হ্যান্ডলাৰ মেথড তৈয়াৰ হয়।
06:02 ExitActionPerformed নোড OpenActionPerformed() নোডৰ উপৰত Navigator উইন্ডোত দেখায়।
06:12 আপোনি Navigator নেদেখিব পাৰে
06:14 মেনু বাৰত Window মেনুত যাওক।
06:18 Navigating চয়ন কৰক আৰু Navigator ত টিপক।
06:25 ইয়াতে OpenActionPerformed নোডৰ উপৰত প্রদর্শিত ExitActionPerformed নোড দেখিব পাৰে।
06:33 Exit মেনু আইটেম আৰম্ভ কৰিবলৈ
06:36 স্টেটমেন্ট System.exit(0) কে ExitActionPerformed() মেথড বডিত সম্মিলিত কৰক।
06:47 Design মোডত উভতি আহক।
06:50 Palette ইয়াৰ Swing Controls শ্রেণী পৰা, ফর্মত এটা Text Area টানক।
07:06 পিছত File Chooser দ্বাৰা প্রদর্শিত টেক্সটৰ বাবে জাগা তৈয়াৰ কৰিবলৈ জুড়িত কম্পোনেন্টৰ আকাৰ সলাওক,
07:18 textarea ৰুপত ভ্যাৰিয়েবলৰ নাম সলাওক।
07:26 তাৰপিছত বাস্তবিক File Chooser যোগ কৰক।
07:31 Navigator উইন্ডো খোলা নাথাকিলে এইটোক খুলিবলৈ Window, Navigating, a Navigator চয়ন কৰক।
07:38 আৰু Navigator ত Jframe নোডত সো ক্লিক কৰক।
07:44 Context মেনুৰ পৰা Add From Palette, Swing Windows আৰু File Chooser চয়ন কৰক।
07:54 ইয়াত Navigator ত দেখিব পাৰে যে JfileChooser ফর্মত জোড়া হৈছে।
08:01 JFileChooser নোডত সো ক্লিক কৰক আৰু ভ্যাৰিয়েবলক fileChooser নাম দিয়ক।
08:16 OK ত টিপক।
08:19 এতিয়া File Chooser জুড়া আছে।
08:21 পিছৰ ধাপ, পছন্দৰ শিৰোনাম দেখাবলৈ File Chooser কনফিগাৰ কৰিবলৈ হব।
08:27 Custom file filter ও জুড়িব আৰু অ্যাপ্লিকেশনত File Chooser একীকৃত কৰিব।
08:34 Navigator উইন্ডোত JfileChooser চয়ন কৰিবলৈ টিপক।
08:38 Properties ডায়ালগ বাক্সত ইয়াৰ প্রোপার্টি এডিট কৰক।
08:43 Palette ইয়াৰ তলত Properties উইন্ডোত
08:47 dialogTitle ক This is my open dialog ত সলাওক।
09:00 নিশ্চিত কৰিবলৈ Enter টিপক।
09:03 এতিয়া Source মোডত যাওক।
09:07 অ্যাপ্লিকেশনত FileChooser একীকৃত কৰিবলৈ
09:12 ইয়াতে কোডৰ অংশ আছে যি বিদ্যমান OpenActionPerformed() মেথডত কপি পেস্ট কৰিব।
09:20 এই উদাহৰণ ফাইলৰ বিষয়বস্তু পড়ে আৰু TextArea ত তাক প্রদর্শন কৰে।
09:27 এতিয়া ইউসাৰ দ্বাৰা টিপা ফাইল নির্ধাৰন কৰিবলৈ FileChooser's getSelectedFile() মেথড কল কৰিব।
09:36 আমি এই কোড আমৰা ক্লিপবোর্ডত আৰু IDE ইয়াৰ Source ভিউত কপি কৰিব আৰু OpenActionPerformed মেথডত পেস্ট কৰিব।
09:51 কোডত এডিটৰ ইয়াৰৰ ৰিপোর্ট কৰিলে, কোডত কোনো এটা ঠাইত সো ক্লিক কৰি Fix Imports চয়ন কৰক।
10:00 এটা কাস্টম ফাইল ফিল্টাৰ যোগ কৰক যা মাত্ৰ .txt ফাইল দেখাবলৈ File Chooser তৈয়াৰ কৰে।
10:09 Design mode ত যাওক আৰু Navigator উইন্ডোত fileChooser চয়ন কৰক।
10:16 Properties উইন্ডোত fileFilter প্রোপার্টিৰ আগত ellipsis বোতামত টিপক।
10:25 fileFilter ডায়ালগ বাক্সত combo-box পৰা Custom Code চয়ন কৰক।
10:31 টেক্সট ফীল্ডত new MyCustomFilter() লিখক।
10:41 আৰু OK টিপক।
10:44 কাস্টম কোড আৰম্ভ কৰিবলৈ আমি MyCustomFilter ক্লাস লিখিম।
10:52 ইয়াৰ ভিতৰত বা বাহিৰত fileFilter ক্লাস প্রসাৰিত কৰিব।
10:57 আমি এই কোডৰ অংশ
11:04 Import স্টেটমেন্টৰ তলত ক্লাসৰ সোর্স কোডত কপি আৰু পেস্ট কৰিম।
11:11 ইয়াৰ ভিতৰত বা বাহিৰত ক্লাস fileFilter ক্লাস প্রসাৰিত কৰিব।
11:20 প্রজেক্ট উইন্ডোত JfileChooserDemo প্রজেক্টত সো ক্লিক কৰক, স্যাম্পল প্রজেক্ট ৰান কৰিবলৈ Run চয়ন কৰক।
11:31 Run Project ডায়ালগ বাক্সত jfilechooserdemo.resources.JfileChooserDemo মেন ক্লাস চয়ন কৰক।
11:41 OK ত টিপক।
11:47 ৰানিং Demo Application ত, কামৰ গতি প্রদান কৰিবলৈ File মেনু পৰা Open চয়ন কৰক।
11:55 টেক্সট এৰিয়াত তাৰ বিষয়বস্তু দেখাবলৈ যি কোনো টেক্সট ফাইল খুলক।
12:00 আমি Sample.txt ফাইল আৰু Open চয়ন কৰো।
12:06 fileChooser টেক্সট ফাইলৰ বিষয়বস্তু প্রদর্শন কৰে।
12:10 অ্যাপ্লিকেশন বন্ধ কৰিবলৈ File মেনুত Exit চয়ন কৰক।
12:17 এই টিউটোৰিয়েলত শিকিছো:
12:19 জাভা অ্যাপ্লিকেশনত File chooser যোগ কৰা আৰু
12:23 File chooser কনফিগাৰ কৰা।
12:27 নির্দেশিত কাম ৰুপত একেই ডেমো প্রজেক্ট ব্যবহাৰ কৰক যি বনাইছে আৰু নিম্ন বৈশিষ্ট্য যোগ কৰক:
12:35 এতিয়া Save মেনু আইটেম যোগ কৰক।
12:38 সকলো মেনু আইটেমৰ বাবে কীবোর্ড শর্ট-কাট যোগ কৰক।
12:42 কাম সংৰক্ষণ কৰিবলৈ ফাইল সংৰক্ষণ কৰি কোডৰ অংশ যোগ কৰক।
12:51 আমি আগতেই অনুৰুপ নির্দেশিত কাম বনাইছো যত filechooser ফাইল মেনুৰ তলত সেভ বিকল্প প্রদর্শন কৰে।
13:01 টেক্সট ফাইল সংৰক্ষণ কৰিবলৈ বিকল্প দিয়ে যি আমি খুলিছো।
13:09 স্পোকেন টিউটোৰিয়েল সম্পর্কে:
13:12 স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিও চাওক।
13:15 এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়।
13:19 ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক।
13:24 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
13:30 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে।
13:33 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
13:41 স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
13:46 এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত।
13:53 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য।
13:59 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
14:04 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi