Netbeans/C2/Adding-a-File-Chooser/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:00 | নমস্কাৰ দৰ্শক সকল. |
| 00:01 | জাভা অ্যাপ্লিকেশনত Adding a File Chooser ইয়াৰ টিউটোৰিয়েলত আপোনাক স্বাগতম। |
| 00:07 | ইয়াতে আমি শিকিম: |
| 00:09 | অ্যাপ্লিকেশন বনোৱা। |
| 00:10 | অ্যাপ্লিকেশন ফর্ম বনোৱা। |
| 00:12 | File Chooser জোড়া। |
| 00:14 | File Chooser কনফিগাৰ কৰা। |
| 00:17 | অ্যাপ্লিকেশন ৰান কৰা। |
| 00:19 | ইয়াত ব্যবহাৰ কৰিছো লিনাক্স অপাৰেটিং সিস্টেম উবুন্টু সংস্কৰণ 12.04 |
| 00:26 | আৰু Netbeans IDE v7.1.1 |
| 00:31 | ইয়াতে javax.swing.JFileChooser কম্পোনেন্ট ব্যবহাৰ কৰি জাভা অ্যাপ্লিকেশনত File chooser যোগ কৰা শিকিম। |
| 00:42 | এই অভ্যাসৰ অংশ ৰুপত এটা সৰু জাভা অ্যাপ্লিকেশন বনোৱা শিকো যি টেক্সট এৰিয়া .txt ফাইল লোড কৰিব। |
| 00:52 | প্রথমে জাভা অ্যাপ্লিকেশন তৈয়াৰ কৰো। |
| 00:55 | IDE লঞ্চ কৰক। |
| 00:57 | মেন মেনুৰ পৰা File আৰু New Project চয়ন কৰক। |
| 01:03 | Java category আৰু the Java Application project type চয়ন কৰক। |
| 01:08 | আৰু Next ত টিপক। |
| 01:10 | Project Name ফীল্ডত লিখক JFileChooserDemo. |
| 01:20 | Create Main Class চেক-বাক্স মুছি দিয়ক। |
| 01:23 | নিশ্চিত কৰক Set as Main Project চেক-বাক্স চয়নিত। |
| 01:27 | Finish ত টিপক। |
| 01:31 | ইয়াত JFrame কন্টেনাৰ তৈয়াৰ কৰি ইয়াত কিছু কম্পোনেন্ট জুড়িব। |
| 01:37 | Source Packages নোডত সো ক্লিক কৰক। |
| 01:41 | New > Other চয়ন কৰক। |
| 01:45 | Swing GUI Forms শ্রেণী আৰু JFrameForm টাইপ চয়ন কৰক। |
| 01:51 | Nextত টিপক। |
| 01:54 | ক্লাস নামৰ বাবে লিখক JFileChooserDemo. |
| 02:02 | Package field ত লিখক jfilechooserdemo.resources. |
| 02:12 | Finishত টিপক। |
| 02:17 | Properties window ত Title প্রোপার্টি চয়ন কৰক। |
| 02:22 | আৰু লিখক Demo Application. |
| 02:30 | নিশ্চিত কৰিবলৈ Enter টিপক। |
| 02:32 | Palette ত Swing Menus শ্রেণী খুলক। |
| 02:40 | Menu Bar কম্পোনেন্ট চয়ন কৰক আৰু Jframe ইয়াৰ উপৰত বাও অংশত টানক. |
| 02:50 | Menu Bar কম্পোনেন্টৰ Edit আইটেমত সো ক্লিক কৰক। |
| 02:55 | Context মেনুত Delete চয়ন কৰক। |
| 02:59 | এটা মেনু আইটেম জুড়া যি ৰানিং অ্যাপ্লিকেশনৰ পৰা FileChooser খোলাৰ অনুমতি দিয়ে। |
| 03:07 | নিশ্চিত কৰক ইয়াতে অন্য Menu Item টনাৰ আগতে Menu Bar চয়ন কৰা হৈছে। |
| 03:14 | Palette ত Swing Menus শ্রেণীত, নতুন Menu Item চয়ন কৰক। |
| 03:22 | এইটোক Menu Barত টানক আৰু Menu Bar ইয়াৰ File আইটেমত ৰাখক। |
| 03:30 | Design ভিউ ত jMenuItem1 ত সো ক্লিক কৰক। |
| 03:35 | Context menuৰ পৰা Change Variable Name চয়ন কৰক। |
| 03:41 | আইটেমক Open নাম দিয়ক আৰু OK ত টিপক। |
| 03:48 | নিশ্চিত কৰক jMenuItem1 এতিয়াও Design ভিউত চয়নিত। |
| 03:53 | কম্পোনেন্টৰ টেক্সট এডিট কৰিবলৈ Space bar টিপক। |
| 03:58 | Open দ্বাৰা টেক্সট সলাওক আৰু নিশ্চিত কৰিবলৈ Enter টিপক। |
| 04:04 | Open মেনু আইটেমৰ বাবে অ্যাকশন হ্যান্ডলৰ নির্দিষ্ট কৰক। |
| 04:08 | মেনু আইটেম Open ত সো ক্লিক কৰক আৰু context menuৰ পৰা Events, Action, Action Performed চয়ন কৰক। |
| 04:20 | GUI বিল্ডাৰ স্বয়ংক্রিয়ভাবে সোর্স ভিউত যায়। |
| 04:25 | এটা নতুন ইভেন্ট হ্যান্ডলাৰ মেথড OpenActionPerformed() তৈয়াৰ হয়। |
| 04:31 | Design ভিউত উভতি যাওক। |
| 04:35 | File Chooser পৰা এটা মেনু আইটেম জুড়ক। |
| 04:39 | Paletteৰ পৰা Swing Menus শ্রেণী চয়ন কৰক। |
| 04:45 | Menu Item চয়ন কৰক। |
| 04:48 | এইটোক ফর্মে Open মেনু আইটেমৰ তলত Menu Barত ৰাখক। |
| 04:53 | অৰেঞ্জ হাইলাইটত লক্ষ্য কৰক, যি ইঙ্গিত কৰে যে jmenuItem1 কত ৰাখা হৈছে। |
| 05:03 | Design View ত jMenuItem1ত সো ক্লিক কৰক। |
| 05:07 | Context menuৰ পৰা Change Variable Name চয়ন কৰক। |
| 05:12 | আইটেমক Exit নাম দিয়ক আৰু OK ত টিপক। |
| 05:20 | নিশ্চিত কৰক jMenuItem1 এতিয়াও Design View ত চয়নিত। |
| 05:25 | কম্পোনেন্টৰ টেক্সট এডিট কৰিবলৈ Space bar টিপক। |
| 05:30 | Exit দ্বাৰা টেক্সট সলাওক আৰু নিশ্চিত কৰিবলৈ Enter টিপক। |
| 05:36 | Exit মেনু আইটেমৰ বাবে অ্যাকশন হ্যান্ডলাৰ নির্দিষ্ট কৰক। |
| 05:41 | মেনু আইটেম Exit ত সো ক্লিক কৰক। |
| 05:44 | Context menu পৰা Events, Action, Action Performed() চয়ন কৰক। |
| 05:51 | GUI বিল্ডাৰ স্বয়ংক্রিয়ভাবে Source view ত যায়। |
| 05:56 | ExitActionPerformed() নামত নতুন ইভেন্ট হ্যান্ডলাৰ মেথড তৈয়াৰ হয়। |
| 06:02 | ExitActionPerformed নোড OpenActionPerformed() নোডৰ উপৰত Navigator উইন্ডোত দেখায়। |
| 06:12 | আপোনি Navigator নেদেখিব পাৰে |
| 06:14 | মেনু বাৰত Window মেনুত যাওক। |
| 06:18 | Navigating চয়ন কৰক আৰু Navigator ত টিপক। |
| 06:25 | ইয়াতে OpenActionPerformed নোডৰ উপৰত প্রদর্শিত ExitActionPerformed নোড দেখিব পাৰে। |
| 06:33 | Exit মেনু আইটেম আৰম্ভ কৰিবলৈ |
| 06:36 | স্টেটমেন্ট System.exit(0) কে ExitActionPerformed() মেথড বডিত সম্মিলিত কৰক। |
| 06:47 | Design মোডত উভতি আহক। |
| 06:50 | Palette ইয়াৰ Swing Controls শ্রেণী পৰা, ফর্মত এটা Text Area টানক। |
| 07:06 | পিছত File Chooser দ্বাৰা প্রদর্শিত টেক্সটৰ বাবে জাগা তৈয়াৰ কৰিবলৈ জুড়িত কম্পোনেন্টৰ আকাৰ সলাওক, |
| 07:18 | textarea ৰুপত ভ্যাৰিয়েবলৰ নাম সলাওক। |
| 07:26 | তাৰপিছত বাস্তবিক File Chooser যোগ কৰক। |
| 07:31 | Navigator উইন্ডো খোলা নাথাকিলে এইটোক খুলিবলৈ Window, Navigating, a Navigator চয়ন কৰক। |
| 07:38 | আৰু Navigator ত Jframe নোডত সো ক্লিক কৰক। |
| 07:44 | Context মেনুৰ পৰা Add From Palette, Swing Windows আৰু File Chooser চয়ন কৰক। |
| 07:54 | ইয়াত Navigator ত দেখিব পাৰে যে JfileChooser ফর্মত জোড়া হৈছে। |
| 08:01 | JFileChooser নোডত সো ক্লিক কৰক আৰু ভ্যাৰিয়েবলক fileChooser নাম দিয়ক। |
| 08:16 | OK ত টিপক। |
| 08:19 | এতিয়া File Chooser জুড়া আছে। |
| 08:21 | পিছৰ ধাপ, পছন্দৰ শিৰোনাম দেখাবলৈ File Chooser কনফিগাৰ কৰিবলৈ হব। |
| 08:27 | Custom file filter ও জুড়িব আৰু অ্যাপ্লিকেশনত File Chooser একীকৃত কৰিব। |
| 08:34 | Navigator উইন্ডোত JfileChooser চয়ন কৰিবলৈ টিপক। |
| 08:38 | Properties ডায়ালগ বাক্সত ইয়াৰ প্রোপার্টি এডিট কৰক। |
| 08:43 | Palette ইয়াৰ তলত Properties উইন্ডোত |
| 08:47 | dialogTitle ক This is my open dialog ত সলাওক। |
| 09:00 | নিশ্চিত কৰিবলৈ Enter টিপক। |
| 09:03 | এতিয়া Source মোডত যাওক। |
| 09:07 | অ্যাপ্লিকেশনত FileChooser একীকৃত কৰিবলৈ |
| 09:12 | ইয়াতে কোডৰ অংশ আছে যি বিদ্যমান OpenActionPerformed() মেথডত কপি পেস্ট কৰিব। |
| 09:20 | এই উদাহৰণ ফাইলৰ বিষয়বস্তু পড়ে আৰু TextArea ত তাক প্রদর্শন কৰে। |
| 09:27 | এতিয়া ইউসাৰ দ্বাৰা টিপা ফাইল নির্ধাৰন কৰিবলৈ FileChooser's getSelectedFile() মেথড কল কৰিব। |
| 09:36 | আমি এই কোড আমৰা ক্লিপবোর্ডত আৰু IDE ইয়াৰ Source ভিউত কপি কৰিব আৰু OpenActionPerformed মেথডত পেস্ট কৰিব। |
| 09:51 | কোডত এডিটৰ ইয়াৰৰ ৰিপোর্ট কৰিলে, কোডত কোনো এটা ঠাইত সো ক্লিক কৰি Fix Imports চয়ন কৰক। |
| 10:00 | এটা কাস্টম ফাইল ফিল্টাৰ যোগ কৰক যা মাত্ৰ .txt ফাইল দেখাবলৈ File Chooser তৈয়াৰ কৰে। |
| 10:09 | Design mode ত যাওক আৰু Navigator উইন্ডোত fileChooser চয়ন কৰক। |
| 10:16 | Properties উইন্ডোত fileFilter প্রোপার্টিৰ আগত ellipsis বোতামত টিপক। |
| 10:25 | fileFilter ডায়ালগ বাক্সত combo-box পৰা Custom Code চয়ন কৰক। |
| 10:31 | টেক্সট ফীল্ডত new MyCustomFilter() লিখক। |
| 10:41 | আৰু OK টিপক। |
| 10:44 | কাস্টম কোড আৰম্ভ কৰিবলৈ আমি MyCustomFilter ক্লাস লিখিম। |
| 10:52 | ইয়াৰ ভিতৰত বা বাহিৰত fileFilter ক্লাস প্রসাৰিত কৰিব। |
| 10:57 | আমি এই কোডৰ অংশ |
| 11:04 | Import স্টেটমেন্টৰ তলত ক্লাসৰ সোর্স কোডত কপি আৰু পেস্ট কৰিম। |
| 11:11 | ইয়াৰ ভিতৰত বা বাহিৰত ক্লাস fileFilter ক্লাস প্রসাৰিত কৰিব। |
| 11:20 | প্রজেক্ট উইন্ডোত JfileChooserDemo প্রজেক্টত সো ক্লিক কৰক, স্যাম্পল প্রজেক্ট ৰান কৰিবলৈ Run চয়ন কৰক। |
| 11:31 | Run Project ডায়ালগ বাক্সত jfilechooserdemo.resources.JfileChooserDemo মেন ক্লাস চয়ন কৰক। |
| 11:41 | OK ত টিপক। |
| 11:47 | ৰানিং Demo Application ত, কামৰ গতি প্রদান কৰিবলৈ File মেনু পৰা Open চয়ন কৰক। |
| 11:55 | টেক্সট এৰিয়াত তাৰ বিষয়বস্তু দেখাবলৈ যি কোনো টেক্সট ফাইল খুলক। |
| 12:00 | আমি Sample.txt ফাইল আৰু Open চয়ন কৰো। |
| 12:06 | fileChooser টেক্সট ফাইলৰ বিষয়বস্তু প্রদর্শন কৰে। |
| 12:10 | অ্যাপ্লিকেশন বন্ধ কৰিবলৈ File মেনুত Exit চয়ন কৰক। |
| 12:17 | এই টিউটোৰিয়েলত শিকিছো: |
| 12:19 | জাভা অ্যাপ্লিকেশনত File chooser যোগ কৰা আৰু |
| 12:23 | File chooser কনফিগাৰ কৰা। |
| 12:27 | নির্দেশিত কাম ৰুপত একেই ডেমো প্রজেক্ট ব্যবহাৰ কৰক যি বনাইছে আৰু নিম্ন বৈশিষ্ট্য যোগ কৰক: |
| 12:35 | এতিয়া Save মেনু আইটেম যোগ কৰক। |
| 12:38 | সকলো মেনু আইটেমৰ বাবে কীবোর্ড শর্ট-কাট যোগ কৰক। |
| 12:42 | কাম সংৰক্ষণ কৰিবলৈ ফাইল সংৰক্ষণ কৰি কোডৰ অংশ যোগ কৰক। |
| 12:51 | আমি আগতেই অনুৰুপ নির্দেশিত কাম বনাইছো যত filechooser ফাইল মেনুৰ তলত সেভ বিকল্প প্রদর্শন কৰে। |
| 13:01 | টেক্সট ফাইল সংৰক্ষণ কৰিবলৈ বিকল্প দিয়ে যি আমি খুলিছো। |
| 13:09 | স্পোকেন টিউটোৰিয়েল সম্পর্কে: |
| 13:12 | স্ক্রীনত প্রদর্শিত লিঙ্কত উপলব্ধ ভিডিও চাওক। |
| 13:15 | এইটোৱে প্রকল্পক সাৰসংক্ষেপে বোঝায়। |
| 13:19 | ভাল ব্যান্ডউইডথ নাথাকিলে ভিডিওটো ডাউনলোড কৰি চাওক। |
| 13:24 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে। |
| 13:30 | অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়ে। |
| 13:33 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
| 13:41 | স্পোকেন টিউটোৰিয়েল প্রকল্প Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
| 13:46 | এইটোৱে ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশন দ্বাৰা সমর্থিত। |
| 13:53 | এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। |
| 13:59 | আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
| 14:04 | অংশগ্রহনৰ বাবে ধন্যবাদ। |