Difference between revisions of "LibreOffice-Impress-on-BOSS-Linux/C2/Introduction-to-LibreOffice-Impress/Assamese"
From Script | Spoken-Tutorial
Line 5: | Line 5: | ||
|- | |- | ||
|00:00 | |00:00 | ||
− | ||লিবাৰ অফিচ ইম্প্ৰেচ পৰিচয়ৰ বাবে এই টিউটৰিয়েলত আপোনাক স্বাগতম জনাইছো৷ | + | ||নমস্কাৰ দৰ্শক সকল. লিবাৰ অফিচ ইম্প্ৰেচ পৰিচয়ৰ বাবে এই টিউটৰিয়েলত আপোনাক স্বাগতম জনাইছো৷ |
|- | |- | ||
Line 145: | Line 145: | ||
|- | |- | ||
|03:18 | |03:18 | ||
− | || | + | ||Next বাটনত ক্লিক কৰক |
|- | |- | ||
Line 165: | Line 165: | ||
|- | |- | ||
|03:46 | |03:46 | ||
− | || | + | ||Nextত ক্লিক কৰক |
|- | |- | ||
|03:48 | |03:48 | ||
Line 191: | Line 191: | ||
|- | |- | ||
|04:11 | |04:11 | ||
− | || | + | ||File আৰু Saveত ক্লিক কৰক |
|- | |- | ||
Line 223: | Line 223: | ||
|- | |- | ||
|05:09 | |05:09 | ||
− | || | + | ||File আৰু Save Asত ক্লিক কৰক |
|- | |- | ||
Line 235: | Line 235: | ||
|- | |- | ||
|05:19 | |05:19 | ||
− | || | + | ||"Save" বাটনত ক্লিক কৰক |
|- | |- | ||
Line 267: | Line 267: | ||
|- | |- | ||
|06:00 | |06:00 | ||
− | || | + | || ফাইল আৰু Export’ত ক্লিক কৰক, PDF অপচনচ ডাইলগ বক্সৰ পৰা অপচনবোৰ তেনেদৰেই থাকিবলৈ এৰি দি “Export” বাটনত ক্লিক কৰক৷ |
|- | |- | ||
Line 352: | Line 352: | ||
|08:05 | |08:05 | ||
||এই টুটৰিয়েলক সহযোগিতা কৰিছে DesiCrew Solutions Pvt. Ltd অংশ লোৱাৰ বাবে ধন্যবাদ৷ | ||এই টুটৰিয়েলক সহযোগিতা কৰিছে DesiCrew Solutions Pvt. Ltd অংশ লোৱাৰ বাবে ধন্যবাদ৷ | ||
− | |||
|} | |} |
Latest revision as of 15:55, 17 February 2016
Time | Narration |
00:00 | নমস্কাৰ দৰ্শক সকল. লিবাৰ অফিচ ইম্প্ৰেচ পৰিচয়ৰ বাবে এই টিউটৰিয়েলত আপোনাক স্বাগতম জনাইছো৷ |
00:04 | এই টিউটৰিয়েলত আমি শিকিম... |
00:07 | লিবাৰ অফিচ ইম্প্ৰেচৰ পৰিচয় |
00:10 | ইম্প্ৰেচৰ বিডিন্ন টুলবাৰ |
00:13 | নিউ প্ৰেজেন্টশ্যন এটা কেনেকৈ সৃষ্টি কৰিবা |
00:15 | এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টচেনটো কেনেকৈ সংৰক্ষণ কৰিবা |
00:19 | এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টশ্যনটো কেনেকৈ খুলিবা |
00:22 | পি ডি এফ ডকুমেন্টটো ইম্প্ৰেচলৈ কেনেকৈ আমদানি কৰিবা |
00:27 | লিবাৰ অফিচ ইম্প্ৰেচটো লিবাৰ অফিচ চুইটৰ প্ৰেজেন্টশ্যন মেনেজাৰ |
00:32 | এইটো প্ৰভাৱশালী প্ৰেজেন্টশ্যন সৃষ্টিত ব্যৱহাৰ কৰা হয়৷ |
00:35 | এইটো মাইক্ৰ’চফট অফিচ পাৱাৰ পইন্টৰ সৈতে একে৷ |
00:39 | লিবাৰ অফিচ ইম্প্ৰেচটো স্বাধীন, অ’পেন চ’ৰ্চ চফটৱেৰ, বিনামূলীয়া আৰু স্বাধীনভাৱে ব্যৱহাৰ আৰু বিতৰণ কৰিব পৰা৷ |
00:47 | লিবাৰ অফিচ চুইট আৰম্ভ কৰো, |
00:50 | তুমি হয় মাইক্ৰ’চফট উইনণ্ড’জ ২০০০ আৰু খণ্ডসমূহ য্নে এম এচ উইণ্ড’জ XP বা এম এচ উইণ্ড’জ 7 ব্যৱহাৰ কৰিব পাৰা বা তুমি জি এন ইউ/লিনাক্স ব্যৱহাৰ কৰিব পাৰা অপাৰেটিং চিষ্টেম হিচাপে৷ |
01:02 | ইয়াত আমি GNU/Linux আমাৰ অপাৰেটিং চিষ্টেম হিচাবে ব্যৱহাৰ কৰি আছো লিবাৰ অফিচ চুইট version 3.3.4. |
01:12 | যদি আপোনাৰ লিবাৰ অফিচ চুইট ইনষ্টল নাই, |
01:15 | চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি ইম্প্ৰেচ ইনষ্টল কৰিব পাৰি৷ |
01:19 | বেছি খবৰৰ বাবে চাইনপটিক পেকেজ মেনেজাৰ, |
01:22 | অনুগ্ৰহ কৰি ৱেবছাইট’ত থকা তলত দিয়া পৰামৰ্শাৱলী থকা লিবাৰ অফিচ চুইট ডাউনল’ড কৰা৷ |
01:31 | পৰামৰ্শৱালী বহলভাৱে প্ৰথম লিবাৰ অফিচ ছুইট টিউটৰিয়েলত পোৱা যাব৷ |
01:37 | মনত ৰাখিব ইনষ্টল কৰোতে, “কম্প্লিট” অপচন ব্যৱহাৰ কৰি “ইম্প্ৰেচ” ইনষ্টল কৰিব লাগিব৷ |
01:42 | যদি আপুনি ইতিমধ্যে লিবাৰ অফিচ চুইট ইনষ্টল কৰিছে, |
01:44 | আপুনি লিবাৰ অফিচ ইম্প্ৰেচ স্ক্ৰিনৰ ওপৰফালে বাওঁহাতে “এ এপ্লিকেচন” অপচনত ক্লিক কৰি, তাৰ পাচত “অফিচ”ত আৰু তাৰ পাচত লিবাৰ অফিচ অপচনত ক্লিক কৰি পাব৷ |
01:57 | বহুত লিবাৰ অফিচ কম্পনেন্টৰ লগত এটা নতুন ডাইলগ বক্স খোল খাব৷ |
02:02 | লিবাৰ অফিচ ইম্প্ৰেচ পাবলৈ হলে নতুন ডাইলগ বাকচৰ কম্পনেন্ট প্ৰেজেনটেচন’ত ক্লিক কৰিব লাগিব৷ “ক্ৰিয়েট”ত ক্লিক কৰক৷ |
02:12 | এইটোয়ে প্ৰধান ইম্প্ৰেচ উইনণ্ডি’ত থকা এটা খালী ডকুমেন্ট খুলিব৷ |
02:17 | এতিয়া আমি ইম্প্ৰেচ উইনণ্ড’ৰ প্ৰধান উপাদাসসমূহৰ বিষয়ে শিকিম৷ |
02:21 | ইম্প্ৰেচ উইনণ্ডদৰ বহুতো টুলবাৰ আছে যেনে টাইটলবাৰ, মেনু বাৰ, ষ্টেনডাৰ্ড টুলবাৰ, ফৰমেটিং বাৰ আৰু ষ্টেটাচ বাৰ৷ |
02:35 | আমি টুল বাৰৰ বিষেয় টিউটৰিয়েলত জানিম৷ |
02:40 | আমি এতিয়া আমাৰ প্ৰথম প্ৰেজেন্টেশ্যনৰ ওপৰত কাম কৰিবলৈ সাজু হৈছো! এতিয়া ফাইলটো বন্ধ কৰক৷ |
02:45 | এতিয়া যাব লাগিব এপ্লিকেশ্যন’ত ক্লিক কৰিব লাগিব অফিচত আৰু তাৰ পাচত লিবাৰ অফিচ ইম্প্ৰেচত ক্লিক কৰিব লাগিব৷ |
02:55 | “ফ্ৰম টেমপ্লেট”ত ক্লিক কৰক৷ |
02:57 | চিলক্টে কৰক “ৰিক’মেনডেচন অফ্ এ ষ্ট্ৰেটেজি”৷ |
03:04 | ‘select a slide design’ drop down কৰি, প্ৰেজেন্টশ্যন বেকগ্ৰাউণ্ড চিলেক্ট কৰি, তাৰ পাচত ‘ব্লু ব’ৰডাৰ’ চিলেক্ট কৰিব লাগিব৷ |
03:12 | ‘চিলেক্ট এন আউটপুত মিডিয়ামফিল্ড’ত ‘অৰিজিনেল’ চিলেক্ট কৰিব লাগিব৷ |
03:18 | Next বাটনত ক্লিক কৰক |
03:21 | এইটো শ্লাইড ট্ৰেনজিচন সজাৰ বাবে পদক্ষেপ৷ |
03:24 | গোটেইখিনি অপচন যেনেকৈ আছে তেনেকৈ এৰি, নেক্সট’ত ক্লিক কৰিব লাগে |
03:30 | ‘হোৱাট ইজ ইয়ৰ নেম’ৰ ক্ষেত্ৰত, আপুনি আপোনাৰ আৰু আপোনাৰ সংস্থাৰ নাম টাইপ কৰিব পাৰে৷ মই টাইপ কৰিম ‘এ ওৱান চাৰ্ভিচ্ছেচ’৷ |
03:41 | ‘হোৱাট ইজ দি চাবজেক্ট অফ্ ইয়ৰ প্ৰেজেন্টেশ্যন’ ক্ষেত্ৰত টাইপ কৰিব লাগিব ‘বেনিফিটচ্ অফ্ অ’পেন চ’ৰ্চ’৷ |
03:46 | Nextত ক্লিক কৰক |
03:48 | এইটো পদক্ষেপে উপস্থাপনটো বৰ্ণনা কৰিব৷ |
03:51 | সকলো অপচন স্বাভাৱিকভাৱে নিৰ্বাচন হয়৷ একো পৰিৱৰ্তন নকৰিব৷ |
03:56 | এইবিলাক উপস্থাপনৰ বাবে ছেমপুল হেডিংচ। |
04:00 | ক্ৰিয়েটত ক্লিক কৰক। |
04:03 | আপুনি এতিয়া আপোনাৰ লিবাৰ অফিচ ইম্প্ৰেচ’ত প্ৰথম প্ৰেজেনটেশ্যন সৃষ্টি কৰিলে৷ |
04:08 | এতিয়া আমি কেনেকৈ প্ৰেজেনটেশ্যন সংৰক্ষণ কৰিব পাৰি চাম৷ |
04:11 | File আৰু Saveত ক্লিক কৰক |
04:14 | চেভডায়লগ বক্সটো খুলিব৷ আমি এই ফাইলটোত “ছেম্পল ইম্প্ৰেচ” সংৰক্ষণ কৰিম আৰু চেভ বুটামত ক্লিক কৰিম৷ |
04:24 | ইম্প্ৰেচ অ’পেন ডকুমেন্ট ফৰমেটটো এক্সটেনচন .odp ৰ দ্বাৰা চেভ কৰিব পাৰিব বুলি টুকিলওঁক৷ |
04:31 | এতিয়া আমি ফাইলটো ক্ল’জ কৰিম৷ প্ৰেজেনটেশ্যন ক্ল’জ কৰিবলৈ প্ৰথমে ফাইলত ক্লিক কৰি পাছত ক্ল’জত ক্লিক কৰিম৷ |
04:38 | এতিয়া আমি শিকিম কেনেকৈ লিবাৰ অ’ফিচ ইম্প্ৰেচ প্ৰেজেন্টেশ্যনটো মাইক্ৰ’চফট পাৱাৰ পইন্ট হিচাপে চেভ কৰিম৷ |
04:47 | আমি আকৌ ফাইল আৰু অ’পেন’ত ক্লিক কৰি আৰু ছেমপুল ইম্প্ৰেচ চিলেক্ট কৰি চেমপুল ইম্প্ৰেচপ্ৰেজেন্টশ্যনটো অ’পেন কৰিম৷ |
04:57 | স্বাভাৱিকভাৱে লিবাৰ অ’ফিচ ইম্প্ৰেচ ডকুমেন্টটো চেভ কৰে অ’পেন ডকুমেন্ট format (ODP) হিচাপে। |
05:05 | মাইক্ৰ’চফট পাৱাৰ পইন্ট হিচাপে এটা প্ৰেজেন্টেশ্যন চেভ কৰিবলৈ, |
05:09 | File আৰু Save Asত ক্লিক কৰক |
05:13 | ফাইল টাইপটোত মাইক্ৰ’চফট পাৱাৰ পইন্ট বাচি লওঁক৷ |
05:17 | ফাইলটো চেভ কৰিবলৈ ল’কেচন বাচি লওঁক৷ |
05:19 | "Save" বাটনত ক্লিক কৰক |
05:23 | “কিপ কাৰেন্ট ফ’ৰমেট” বাটন’ত ক্লিক কৰক৷ ফাইলটো এতিয়া ppt. হিচাপে চেভ হ’ব। |
05:31 | আহক আমি ফাইল আৰু ক্ল’জক্লিক কৰি ফাইল ক্ল’জ কৰো. |
05:35 | এতিয়া আমি চাম লিবাৰ অফিচইম্প্ৰেচত কেনেকৈ এটা মাইক্ৰ’চফট পাৱাৰপইন্ট প্ৰেজেন্টশ্যন অ’পেন কৰিব পাৰি৷ |
05:42 | ফাইলত ক্লিক কৰক আৰু অ’পেন -> অ’পেন কৰক. |
05:45 | ppt. ফাইলটোৰ বাবে ব্ৰাউজ কৰক যিটো আপুনি অ’পেন কৰিব বিচাৰে৷ |
05:49 | ফাইলটো চিলেক্ট কৰি অ’পেন ক্লিক কৰক৷ |
05:52 | অৱশেষত আমি এতিয়া কেনেকৈ এটা pdf ফাইল হিচাবে এটা লিবাৰ অফিচ ইম্প্ৰেচ প্ৰেজেন্টশ্যন এক্সপৰ্ট কৰিব পাৰি তাক শিকিম৷ |
06:00 | ফাইল আৰু Export’ত ক্লিক কৰক, PDF অপচনচ ডাইলগ বক্সৰ পৰা অপচনবোৰ তেনেদৰেই থাকিবলৈ এৰি দি “Export” বাটনত ক্লিক কৰক৷ |
06:11 | ফাইল নেম ফিল্ডত টাইপ কৰক “ছেম্প’ল ইম্প্ৰেচ”৷ |
06:15 | “চেভ ইন ফ’ল্ডাৰ” ফ্লিল্ড’ত ল’কেচন বাচি লৈ য’ত আপুনি ফাইলটো চেভ কৰিব বিচাৰে আৰু চেভ’ত ক্লিক কৰক৷ |
06:23 | এতিয়া ডকুমেন্টটো pdf ফাইল হিচাবে ডেক্সটপত চেভ হ’ব। |
06:27 | ইয়াতেই লিবাৰ অ’ফিচ ইম্প্ৰেচত এই টিউটৰিয়েলৰ শেষ৷ |
06:33 | সাংক্ষেপতে, আমি শিকিলো৷ লিবাৰ অফিচ ইম্প্ৰেচৰ পৰিচয়৷ |
06:37 | ইম্প্ৰেচত বিভিন্ন ধৰণৰ টুলবাৰ৷ |
06:40 | কেনেকৈ এটা নতুন প্ৰেজেন্টশ্যন ক্ৰিয়েট কৰিব পাৰি৷ |
06:43 | কেনেকৈ মাইক্ৰ’চফট পাৱাৰ পইন্ট প্ৰেজেন্টশ্যন হিচাপে চেভ কৰিব পাৰি৷ |
06:48 | এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টশ্যনটো কেনেকৈ অ’পেন কৰিব পাৰি আৰু ইম্প্ৰেচত PDF ডকুমেন্টটো কেনেকৈ এক্সপৰ্ট কৰিব পাৰি |
06:56 | এই অনুশীলনকাৰী assignment টো চেষ্টা কৰক৷ |
06:59 | এটা ডকুমেন্ট অপেন কৰক আৰু প্ৰথম শ্লাইডত কিছু টেক্সত টাইপ |
07:04 | এম এচ পাৱাৰ পইন্ট ডকুমেন্ট হিচাপে অ’পেন কৰক আৰু ক্ল’জ কৰক। |
07:09 | এতিয়া আমি দেখা ফাইলটো অ’পেন কৰক। |
07:14 | Link ত থকা এই ভিডিঅ’ চাওঁক, এই টিউটোৰিয়েল সাংক্ষেপতেই ক’ব বিচাৰে৷ |
07:20 | যদি আপুনাৰ ভাল বেণ্ডউইথ নাই, তেন্তে আপুনি ডাউনলোড কৰি চাব পাৰে৷ |
07:25 | স্প’কেন টুইটৰিয়েল প্ৰজেক্ট টিমে, স্প’কেন টুউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্ককচ’প পাতে৷ |
07:30 | অনলাইন টেষ্টত পাছ কৰা সকলক চাৰ্টিফিকেট প্ৰদান কৰক৷ |
07:35 | অধিক জানিবলৈ, লিখক spoken-tutorial.org। |
07:41 | স্প’কেন টুটৰিয়েল প্ৰজেক্টটো ট’ক টু এ টিছাৰ প্ৰজেক্টৰ এটা ভাগ৷ নেচ’নেল মিচন অন এডুকেচন থ্ৰু ICT, MHRD, Government of India.ৰ দ্বাৰা সমৰ্থিত৷ |
07:53 | এই মিচনৰ বিষয়ে অধিক জানিবলৈ লিখক http://spoken-tutorial.org/NMEICT-Intro |
08:05 | এই টুটৰিয়েলক সহযোগিতা কৰিছে DesiCrew Solutions Pvt. Ltd অংশ লোৱাৰ বাবে ধন্যবাদ৷ |