LibreOffice-Impress-on-BOSS-Linux/C2/Introduction-to-LibreOffice-Impress/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ দৰ্শক সকল. লিবাৰ অফিচ ইম্প্ৰেচ পৰিচয়ৰ বাবে এই টিউটৰিয়েলত আপোনাক স্বাগতম জনাইছো৷
00:04 এই টিউটৰিয়েলত আমি শিকিম...
00:07 লিবাৰ অফিচ ইম্প্ৰেচৰ পৰিচয়
00:10 ইম্প্ৰেচৰ বিডিন্ন টুলবাৰ
00:13 নিউ প্ৰেজেন্টশ্যন এটা কেনেকৈ সৃষ্টি কৰিবা
00:15 এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টচেনটো কেনেকৈ সংৰক্ষণ কৰিবা
00:19 এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টশ্যনটো কেনেকৈ খুলিবা
00:22 পি ডি এফ ডকুমেন্টটো ইম্প্ৰেচলৈ কেনেকৈ আমদানি কৰিবা
00:27 লিবাৰ অফিচ ইম্প্ৰেচটো লিবাৰ অফিচ চুইটৰ প্ৰেজেন্টশ্যন মেনেজাৰ
00:32 এইটো প্ৰভাৱশালী প্ৰেজেন্টশ্যন সৃষ্টিত ব্যৱহাৰ কৰা হয়৷
00:35 এইটো মাইক্ৰ’চফট অফিচ পাৱাৰ পইন্টৰ সৈতে একে৷
00:39 লিবাৰ অফিচ ইম্প্ৰেচটো স্বাধীন, অ’পেন চ’ৰ্চ চফটৱেৰ, বিনামূলীয়া আৰু স্বাধীনভাৱে ব্যৱহাৰ আৰু বিতৰণ কৰিব পৰা৷
00:47 লিবাৰ অফিচ চুইট আৰম্ভ কৰো,
00:50 তুমি হয় মাইক্ৰ’চফট উইনণ্ড’জ ২০০০ আৰু খণ্ডসমূহ য্নে এম এচ উইণ্ড’জ XP বা এম এচ উইণ্ড’জ 7 ব্যৱহাৰ কৰিব পাৰা বা তুমি জি এন ইউ/লিনাক্স ব্যৱহাৰ কৰিব পাৰা অপাৰেটিং চিষ্টেম হিচাপে৷
01:02 ইয়াত আমি GNU/Linux আমাৰ অপাৰেটিং চিষ্টেম হিচাবে ব্যৱহাৰ কৰি আছো লিবাৰ অফিচ চুইট version 3.3.4.
01:12 যদি আপোনাৰ লিবাৰ অফিচ চুইট ইনষ্টল নাই,
01:15 চাইনাপটিক পেকেজ মেনেজাৰ ব্যৱহাৰ কৰি ইম্প্ৰেচ ইনষ্টল কৰিব পাৰি৷
01:19 বেছি খবৰৰ বাবে চাইনপটিক পেকেজ মেনেজাৰ,
01:22 অনুগ্ৰহ কৰি ৱেবছাইট’ত থকা তলত দিয়া পৰামৰ্শাৱলী থকা লিবাৰ অফিচ চুইট ডাউনল’ড কৰা৷
01:31 পৰামৰ্শৱালী বহলভাৱে প্ৰথম লিবাৰ অফিচ ছুইট টিউটৰিয়েলত পোৱা যাব৷
01:37 মনত ৰাখিব ইনষ্টল কৰোতে, “কম্প্লিট” অপচন ব্যৱহাৰ কৰি “ইম্প্ৰেচ” ইনষ্টল কৰিব লাগিব৷
01:42 যদি আপুনি ইতিমধ্যে লিবাৰ অফিচ চুইট ইনষ্টল কৰিছে,
01:44 আপুনি লিবাৰ অফিচ ইম্প্ৰেচ স্ক্ৰিনৰ ওপৰফালে বাওঁহাতে “এ এপ্লিকেচন” অপচনত ক্লিক কৰি, তাৰ পাচত “অফিচ”ত আৰু তাৰ পাচত লিবাৰ অফিচ অপচনত ক্লিক কৰি পাব৷
01:57 বহুত লিবাৰ অফিচ কম্পনেন্টৰ লগত এটা নতুন ডাইলগ বক্স খোল খাব৷
02:02 লিবাৰ অফিচ ইম্প্ৰেচ পাবলৈ হলে নতুন ডাইলগ বাকচৰ কম্পনেন্ট প্ৰেজেনটেচন’ত ক্লিক কৰিব লাগিব৷ “ক্ৰিয়েট”ত ক্লিক কৰক৷
02:12 এইটোয়ে প্ৰধান ইম্প্ৰেচ উইনণ্ডি’ত থকা এটা খালী ডকুমেন্ট খুলিব৷
02:17 এতিয়া আমি ইম্প্ৰেচ উইনণ্ড’ৰ প্ৰধান উপাদাসসমূহৰ বিষয়ে শিকিম৷
02:21 ইম্প্ৰেচ উইনণ্ডদৰ বহুতো টুলবাৰ আছে যেনে টাইটলবাৰ, মেনু বাৰ, ষ্টেনডাৰ্ড টুলবাৰ, ফৰমেটিং বাৰ আৰু ষ্টেটাচ বাৰ৷
02:35 আমি টুল বাৰৰ বিষেয় টিউটৰিয়েলত জানিম৷
02:40 আমি এতিয়া আমাৰ প্ৰথম প্ৰেজেন্টেশ্যনৰ ওপৰত কাম কৰিবলৈ সাজু হৈছো! এতিয়া ফাইলটো বন্ধ কৰক৷
02:45 এতিয়া যাব লাগিব এপ্লিকেশ্যন’ত ক্লিক কৰিব লাগিব অফিচত আৰু তাৰ পাচত লিবাৰ অফিচ ইম্প্ৰেচত ক্লিক কৰিব লাগিব৷
02:55 “ফ্ৰম টেমপ্লেট”ত ক্লিক কৰক৷
02:57 চিলক্টে কৰক “ৰিক’মেনডেচন অফ্ এ ষ্ট্ৰেটেজি”৷
03:04 ‘select a slide design’ drop down কৰি, প্ৰেজেন্টশ্যন বেকগ্ৰাউণ্ড চিলেক্ট কৰি, তাৰ পাচত ‘ব্লু ব’ৰডাৰ’ চিলেক্ট কৰিব লাগিব৷
03:12 ‘চিলেক্ট এন আউটপুত মিডিয়ামফিল্ড’ত ‘অৰিজিনেল’ চিলেক্ট কৰিব লাগিব৷
03:18 Next বাটনত ক্লিক কৰক
03:21 এইটো শ্লাইড ট্ৰেনজিচন সজাৰ বাবে পদক্ষেপ৷
03:24 গোটেইখিনি অপচন যেনেকৈ আছে তেনেকৈ এৰি, নেক্সট’ত ক্লিক কৰিব লাগে
03:30 ‘হোৱাট ইজ ইয়ৰ নেম’ৰ ক্ষেত্ৰত, আপুনি আপোনাৰ আৰু আপোনাৰ সংস্থাৰ নাম টাইপ কৰিব পাৰে৷ মই টাইপ কৰিম ‘এ ওৱান চাৰ্ভিচ্ছেচ’৷
03:41 ‘হোৱাট ইজ দি চাবজেক্ট অফ্ ইয়ৰ প্ৰেজেন্টেশ্যন’ ক্ষেত্ৰত টাইপ কৰিব লাগিব ‘বেনিফিটচ্ অফ্ অ’পেন চ’ৰ্চ’৷
03:46 Nextত ক্লিক কৰক
03:48 এইটো পদক্ষেপে উপস্থাপনটো বৰ্ণনা কৰিব৷
03:51 সকলো অপচন স্বাভাৱিকভাৱে নিৰ্বাচন হয়৷ একো পৰিৱৰ্তন নকৰিব৷
03:56 এইবিলাক উপস্থাপনৰ বাবে ছেমপুল হেডিংচ।
04:00 ক্ৰিয়েটত ক্লিক কৰক।
04:03 আপুনি এতিয়া আপোনাৰ লিবাৰ অফিচ ইম্প্ৰেচ’ত প্ৰথম প্ৰেজেনটেশ্যন সৃষ্টি কৰিলে৷
04:08 এতিয়া আমি কেনেকৈ প্ৰেজেনটেশ্যন সংৰক্ষণ কৰিব পাৰি চাম৷
04:11 File আৰু Saveত ক্লিক কৰক
04:14 চেভডায়লগ বক্সটো খুলিব৷ আমি এই ফাইলটোত “ছেম্পল ইম্প্ৰেচ” সংৰক্ষণ কৰিম আৰু চেভ বুটামত ক্লিক কৰিম৷
04:24 ইম্প্ৰেচ অ’পেন ডকুমেন্ট ফৰমেটটো এক্সটেনচন .odp ৰ দ্বাৰা চেভ কৰিব পাৰিব বুলি টুকিলওঁক৷
04:31 এতিয়া আমি ফাইলটো ক্ল’জ কৰিম৷ প্ৰেজেনটেশ্যন ক্ল’জ কৰিবলৈ প্ৰথমে ফাইলত ক্লিক কৰি পাছত ক্ল’জত ক্লিক কৰিম৷
04:38 এতিয়া আমি শিকিম কেনেকৈ লিবাৰ অ’ফিচ ইম্প্ৰেচ প্ৰেজেন্টেশ্যনটো মাইক্ৰ’চফট পাৱাৰ পইন্ট হিচাপে চেভ কৰিম৷
04:47 আমি আকৌ ফাইল আৰু অ’পেন’ত ক্লিক কৰি আৰু ছেমপুল ইম্প্ৰেচ চিলেক্ট কৰি চেমপুল ইম্প্ৰেচপ্ৰেজেন্টশ্যনটো অ’পেন কৰিম৷
04:57 স্বাভাৱিকভাৱে লিবাৰ অ’ফিচ ইম্প্ৰেচ ডকুমেন্টটো চেভ কৰে অ’পেন ডকুমেন্ট format (ODP) হিচাপে।
05:05 মাইক্ৰ’চফট পাৱাৰ পইন্ট হিচাপে এটা প্ৰেজেন্টেশ্যন চেভ কৰিবলৈ,
05:09 File আৰু Save Asত ক্লিক কৰক
05:13 ফাইল টাইপটোত মাইক্ৰ’চফট পাৱাৰ পইন্ট বাচি লওঁক৷
05:17 ফাইলটো চেভ কৰিবলৈ ল’কেচন বাচি লওঁক৷
05:19 "Save" বাটনত ক্লিক কৰক
05:23 “কিপ কাৰেন্ট ফ’ৰমেট” বাটন’ত ক্লিক কৰক৷ ফাইলটো এতিয়া ppt. হিচাপে চেভ হ’ব।
05:31 আহক আমি ফাইল আৰু ক্ল’জক্লিক কৰি ফাইল ক্ল’জ কৰো.
05:35 এতিয়া আমি চাম লিবাৰ অফিচইম্প্ৰেচত কেনেকৈ এটা মাইক্ৰ’চফট পাৱাৰপইন্ট প্ৰেজেন্টশ্যন অ’পেন কৰিব পাৰি৷
05:42 ফাইলত ক্লিক কৰক আৰু অ’পেন -> অ’পেন কৰক.
05:45 ppt. ফাইলটোৰ বাবে ব্ৰাউজ কৰক যিটো আপুনি অ’পেন কৰিব বিচাৰে৷
05:49 ফাইলটো চিলেক্ট কৰি অ’পেন ক্লিক কৰক৷
05:52 অৱশেষত আমি এতিয়া কেনেকৈ এটা pdf ফাইল হিচাবে এটা লিবাৰ অফিচ ইম্প্ৰেচ প্ৰেজেন্টশ্যন এক্সপৰ্ট কৰিব পাৰি তাক শিকিম৷
06:00 ফাইল আৰু Export’ত ক্লিক কৰক, PDF অপচনচ ডাইলগ বক্সৰ পৰা অপচনবোৰ তেনেদৰেই থাকিবলৈ এৰি দি “Export” বাটনত ক্লিক কৰক৷
06:11 ফাইল নেম ফিল্ডত টাইপ কৰক “ছেম্প’ল ইম্প্ৰেচ”৷
06:15 “চেভ ইন ফ’ল্ডাৰ” ফ্লিল্ড’ত ল’কেচন বাচি লৈ য’ত আপুনি ফাইলটো চেভ কৰিব বিচাৰে আৰু চেভ’ত ক্লিক কৰক৷
06:23 এতিয়া ডকুমেন্টটো pdf ফাইল হিচাবে ডেক্সটপত চেভ হ’ব।
06:27 ইয়াতেই লিবাৰ অ’ফিচ ইম্প্ৰেচত এই টিউটৰিয়েলৰ শেষ৷
06:33 সাংক্ষেপতে, আমি শিকিলো৷ লিবাৰ অফিচ ইম্প্ৰেচৰ পৰিচয়৷
06:37 ইম্প্ৰেচত বিভিন্ন ধৰণৰ টুলবাৰ৷
06:40 কেনেকৈ এটা নতুন প্ৰেজেন্টশ্যন ক্ৰিয়েট কৰিব পাৰি৷
06:43 কেনেকৈ মাইক্ৰ’চফট পাৱাৰ পইন্ট প্ৰেজেন্টশ্যন হিচাপে চেভ কৰিব পাৰি৷
06:48 এম এচ পাৱাৰ পইন্ট প্ৰেজেন্টশ্যনটো কেনেকৈ অ’পেন কৰিব পাৰি আৰু ইম্প্ৰেচত PDF ডকুমেন্টটো কেনেকৈ এক্সপৰ্ট কৰিব পাৰি
06:56 এই অনুশীলনকাৰী assignment টো চেষ্টা কৰক৷
06:59 এটা ডকুমেন্ট অপেন কৰক আৰু প্ৰথম শ্লাইডত কিছু টেক্সত টাইপ
07:04 এম এচ পাৱাৰ পইন্ট ডকুমেন্ট হিচাপে অ’পেন কৰক আৰু ক্ল’জ কৰক।
07:09 এতিয়া আমি দেখা ফাইলটো অ’পেন কৰক।
07:14 Link ত থকা এই ভিডিঅ’ চাওঁক, এই টিউটোৰিয়েল সাংক্ষেপতেই ক’ব বিচাৰে৷
07:20 যদি আপুনাৰ ভাল বেণ্ডউইথ নাই, তেন্তে আপুনি ডাউনলোড কৰি চাব পাৰে৷
07:25 স্প’কেন টুইটৰিয়েল প্ৰজেক্ট টিমে, স্প’কেন টুউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্ককচ’প পাতে৷
07:30 অনলাইন টেষ্টত পাছ কৰা সকলক চাৰ্টিফিকেট প্ৰদান কৰক৷
07:35 অধিক জানিবলৈ, লিখক spoken-tutorial.org।
07:41 স্প’কেন টুটৰিয়েল প্ৰজেক্টটো ট’ক টু এ টিছাৰ প্ৰজেক্টৰ এটা ভাগ৷ নেচ’নেল মিচন অন এডুকেচন থ্ৰু ICT, MHRD, Government of India.ৰ দ্বাৰা সমৰ্থিত৷
07:53 এই মিচনৰ বিষয়ে অধিক জানিবলৈ লিখক http://spoken-tutorial.org/NMEICT-Intro
08:05 এই টুটৰিয়েলক সহযোগিতা কৰিছে DesiCrew Solutions Pvt. Ltd অংশ লোৱাৰ বাবে ধন্যবাদ৷

Contributors and Content Editors

Mousumi