Difference between revisions of "Geogebra/C3/Relationship-between-Geometric-Figures/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
Line 5: | Line 5: | ||
|- | |- | ||
| 00:00 | | 00:00 | ||
− | |নমস্কাৰ। | + | |নমস্কাৰ। জীয়োজেব্রাত বিভিন্ন জ্যামিতিক চিত্রৰ সম্পর্কৰ উপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 50: | Line 46: | ||
| 00:48 | | 00:48 | ||
|আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। | |আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম। | ||
− | + | compass, | |
− | + | segment between two points , | |
− | + | circle with center through point, | |
− | + | polygon, | |
− | + | perpendicular bisector , | |
− | + | angle bisector আৰু | |
− | + | angle | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 97: | Line 84: | ||
|- | |- | ||
| 01:42 | | 01:42 | ||
− | |OKত টিপক। | + | |OKত টিপক। এটা বর্গক্ষেত্ৰ 'ABCD' আঁকা হৈ গৈছে। |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Latest revision as of 17:56, 22 February 2017
Time | Narration |
00:00 | নমস্কাৰ। জীয়োজেব্রাত বিভিন্ন জ্যামিতিক চিত্রৰ সম্পর্কৰ উপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো। |
00:07 | আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে। |
00:11 | যদি নাই, তেনেহলে আগোৱাই যোৱাৰ আগত “Introduction to Geogebra” টিউটোৰিয়েলটো চাওক |
00:18 | দয়া কৰি লক্ষ্য কৰক যে, এই টিউটোৰিয়েলৰ উদ্দেশ্য প্ৰকৃত কম্পাস বাক্স প্ৰতিস্থাপন কৰাৰ নহয়। |
00:24 | জীয়োজেব্রাত অবজেক্টবোৰ গঠন কৰা হয়, সেইবোৰৰ বৈশিষ্ট্যবোৰ বোঝাৰ বাবে |
00:29 | এই টিউটোৰিয়েলত আমি , |
00:32 | বৃত্তস্থ চতুর্ভুজ আৰু অন্ত:বৃত্ত (cyclic quadrilateral and incircle) আঁকিবলৈ শিকিম |
00:35 | এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে,আমি লিনাক্স অপাৰেটিং সিস্টেমৰ, |
00:39 | উবুন্টু সংস্কৰণ 10.04 LTS, |
00:43 | আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40.0 ব্যবহাৰ কৰিছো। |
00:48 | আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম।
compass, segment between two points , circle with center through point, polygon, perpendicular bisector , angle bisector আৰু angle |
01:02 | জীয়োজেব্রা উইন্ডো খোলক। |
01:05 | এই কামৰ বাবে আমাৰ applications, Education আৰু Geogebra ত ক্লিক কৰক। |
01:13 | আমি এই উইন্ডোৰ মাপ পৰিবর্তন কৰো। |
01:18 | options menu ত টিপক, font size ত টিপক আৰু চিত্ৰ পৰিষ্কাৰ কৰাৰ বাবে তাৰপিছত বিন্দু 18 ত টিপক। |
01:25 | এটা বৃত্তস্থ চতুর্ভুজ(cyclic quadrilateral) আঁকা যাওক। |
01:27 | এই কামৰ বাবে টুল বাৰ পৰা "Regular Polygon" টুল নির্বাচন কৰক, "Regular Polygon" টুলৰ উপৰত টিপক, অঙ্কন প্যাডৰ উপৰত যি কোনো দুটা বিন্দুৰ উপৰত টিপক। |
01:38 | আমি দেখিব পাৰো যে ডিফল্ট মান '4 'ৰ সৈতে এটা ডায়লগ বাক্স খুলিব। |
01:42 | OKত টিপক। এটা বর্গক্ষেত্ৰ 'ABCD' আঁকা হৈ গৈছে। |
01:46 | বাঁওফালৰ কোণত অবস্থিত “Move” টুল ব্যবহাৰ কৰি বর্গক্ষেত্ৰক কাত( tilt ) কৰক। |
01:51 | টুল বাৰ পৰা"Move" টুল নির্বাচন কৰক, মুভ টুলৰ উপৰত টিপক। |
01:56 | মাউস পয়েন্টাৰক 'A' বা 'B'ৰ উপৰত ৰাখক। আমি B চয়ন কৰিম। |
02:01 | মাউস পয়েন্টাৰক Bৰ উপৰত ৰাখক আৰু মাউস দি এইটোক টানি আনক। এতিয়া আমি দেখিব পাৰো যে বর্গক্ষেত্ৰ হেলোৱা অবস্হানত(tilted position ) আছে। |
02:10 | ৰেখাংশ 'AB'ত এটা উল্লম্ব দ্বিখণ্ডক(perpendicular bisector) আঁকক। |
02:15 | এই কাম কৰিবলৈ টুল বাৰ পৰা “Perpendicular bisector” টুল নির্বাচন কৰক। |
02:20 | "Perpendicular bisector" টুলৰ উপৰত টিপক। |
02:22 | বিন্দু 'A'-ত টিপক। |
02:24 | আৰু তাৰপিছত বিন্দু 'B'-ত টিপক। |
02:26 | আমি দেখিব পাৰো যে এটা "Perpendicular bisector" আঁকা হৈছে। |
02:30 | এই কামৰ বাবে ৰেখাংশ 'BC'ত এটা দ্বিতীয় উল্লম্ব দ্বিখণ্ডক আঁকক। |
02:36 | টুল বাৰ পৰা “perpendicular bisector” টুল নির্বাচন কৰক, “perpendicular bisector” টুলৰ উপৰত টিপক। |
02:42 | বিন্দু 'B'-ত টিপক। |
02:44 | আৰু তাৰপিছত বিন্দু 'C'-ত টিপক। |
02:46 | আমি দেখিব পাৰো যে উল্লম্ব দ্বিখণ্ডকবোৰে এটা বিন্দুত ছেদ কৰে। |
02:50 | এই বিন্দুটোক 'E' হিসাবে চিহ্নিত কৰো। |
02:54 | এতিয়া কেন্দ্ৰ 'E'ৰ সৈতে এটা বৃত্ত আঁকো আৰু যি Cৰে পাচ কৰি যায়। |
03:01 | টুল বাৰ পৰা"circle with centre through point" টুল নির্বাচন কৰক, "circle with centre through point" টুলত টিপক। |
03:09 | কেন্দ্ৰ হিসাবে বিন্দু'E' ত টিপক আৰু যি 'Cৰে পাচ কৰি যায়। বিন্দু 'E' ত টিপক আৰু তাৰপিছত বিন্দু 'C' ত। |
03:18 | আমি দেখিব পাৰো যে বৃত্ত চতুর্ভুজৰ সমস্ত ছেদচিহ্নৰ দি যাব। এটা বৃত্তস্থ চতুর্ভুজ আঁকা হৈছে। |
03:29 | আপোনি কি জানেনে, যে একেই ক্ৰমানুসাৰৰ প্রান্তদৈর্ঘ্যেৰ সকলো চতুর্ভুজত বৃত্তস্থ চতুর্ভুজৰ(cyclic quadrilateral ) ক্ষেত্ৰফল সর্বোচ্চ। |
03:37 | চিত্ৰটো এনিমেট কৰাৰ বাবে, "Move" টুল ব্যবহাৰ কৰক। |
03:42 | এই কাম কৰিবলৈ টুল বাৰ পৰা"Move" টুল নির্বাচন কৰক, "Move" টুলত টিপক, মাউস পয়েন্টাৰ 'A' বা 'B'ত ৰাখক। আমি 'A' নির্বাচন কৰিম। |
03:52 | মাউস পয়েন্টাৰক 'A'ত ৰাখক আৰু এনিমেট কৰাৰ বাবে মাউস দি এইটো টানি আনক। |
03:58 | নির্মাণ সঠিক হয় নে নহয় সেইটো চাওক। |
04:01 | এতিয়া ফাইলটো সংৰক্ষণ কৰক। |
04:04 | "File" "Save As" ত টিপক। |
04:07 | আমি ফাইলৰ নাম "cyclic_quadrilateral" হিসাবে লিখিম। |
04:21 | আৰু Save ৰ উপৰত টিপক। |
04:23 | এতিয়া এটা অন্ত:বৃত্ত( incircle) আঁকাৰ বাবে এটা নতুন জীয়োজেব্রা উইন্ডো খোলক। |
04:28 | এইটো কৰাৰ বাবে File নির্বাচন কৰক আৰু তাৰপিছত New. |
04:35 | এতিয়া এটা ত্রিভুজ গঠন কৰক , এই কাম কৰিবলৈ টুল বাৰ পৰা "Polygon" টুল নির্বাচন কৰক, "Polygon" টুলৰ উপৰত টিপক। |
04:44 | ত্রিভুজ চিত্ৰক সম্পূর্ণ কৰিবলৈ বিন্দু A,B,C ত টিপক আৰু এবাৰ বিন্দু A ত টিপক। |
04:52 | এই ত্রিভুজৰ কোণবোৰ পৰিমাপ কৰা যাওক, |
04:55 | এই কাম কৰিবলৈ টুল বাৰ পৰা"Angle" টুল নির্বাচন কৰক, এঙ্গেল টুলত টিপক। |
05:00 | বিন্দু 'B,A,C' , 'C,B,A' আৰু 'A,C,B' ত টিপক। |
05:15 | আমি দেখিব পাৰো যে কোণবোৰ পৰিমাপ কৰা হৈ গৈছে। |
05:18 | এতিয়া এই কোণবোৰৰ কোণ দ্বিখণ্ডক(angle bisectors ) অঙ্কন কৰক। |
05:21 | টুল বাৰ পৰা"Angle bisector" টুল নির্বাচন কৰক, |
05:25 | "Angle bisector" টুলত টিপক। বিন্দু 'B,A,C' ত টিপক। |
05:32 | দ্বিতীয় কোণ দ্বিখণ্ডক(angle bisector) গঠন কৰাৰ বাবে টুল বাৰ পৰা আকৌ এবাৰ "Angle bisector" টুল নির্বাচন কৰক। |
05:39 | টুল বাৰ পৰা "Angle bisector" ত টিপক, বিন্দু A,B,C ত টিপক। |
05:48 | আমি দেখিব পাৰো যে দুটা কোণ দ্বিখণ্ডক এটা বিন্দুত ছেদ কৰে। |
05:52 | এই বিন্দুটোক 'D' হিসাবে চিহ্নিত কৰক। |
05:55 | এটা উল্লম্ব ৰেখা আঁকো যি বিন্দু D আৰু ৰেখাংশ ABৰে যায়। |
06:02 | টুল বাৰ পৰা “perpendicular line” টুল নির্বাচন কৰক, “perpendicular line” টুলৰ উপৰত টিপক, বিন্দু D আৰু তাৰপিছত ৰেখাংশ ABৰ উপৰত টিপক। |
06:12 | আমি দেখিব পাৰো যে উল্লম্ব ৰেখাটো ৰেখাংশ AB ক এটা বিন্দুত ছেদ কৰে। |
06:17 | এই বিন্দুটোক 'E' হিসাবে চিহ্নিত কৰক। |
06:20 | এতিয়া কেন্দ্ৰ Dৰ সৈতে এটা বৃত্ত গঠন কৰা যাওক আৰু যি 'E'ৰে যায়। |
06:27 | টুল বাৰ পৰা"compass" টুল নির্বাচন কৰা যাওক, "কম্পাস" টুলৰ উপৰত টিপক, কেন্দ্ৰ হিসাবে D আৰু ব্যাসার্ধ হিসাবে DE ত টিপক। |
06:37 | চিত্ৰটোক সম্পূর্ণ কৰাৰ বাবে বিন্দু 'D'-ত টিপক,আৰু তাৰপিছত এবাৰ বিন্দু 'E' আৰু 'D'ত টিপক। |
06:46 | আমি দেখিব পাৰো যে বৃত্তয়ে ত্রিভুজৰ সকলো প্রান্তক স্পর্শ কৰে। |
06:50 | এটা অন্ত:বৃত্ত আঁকা হৈছে। |
06:53 | ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
06:57 | সংক্ষেপে… |
07:02 | এই টিউটোৰিয়েলত, আমি গঠন কৰিব শিকিছো, |
07:05 | বৃত্তস্থ চতুর্ভুজ আৰু |
07:07 | অন্ত:বৃত্ত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰি। |
07:10 | নির্দেশিত কাম হিসাবে , আপোনি এটা ত্রিভুজ ABC আঁকক। |
07:15 | BCৰ উপৰত এটা বিন্দু D চিহ্নিত কৰক, AD যুক্ত কৰক। |
07:19 | ব্যাসার্ধ r, R1 আৰু R2 ৰ সৈতে ত্রিভুজ ABC, ABD and CBD-ক বৃত্তৰ আকাৰত আঁকক। |
07:28 | BE হল উচ্চতা h। |
07:30 | ত্রিভুজ ABCৰ শীর্ষবোৰ স্থানান্তৰিত কৰক। |
07:33 | সম্পর্ক প্ৰশিক্ষন কৰাৰ বাবে। |
07:35 | (1 -2r1/h) (1 - 2r2/h) = (1 -2r/h) |
07:43 | নির্দেশিত কামৰ আউটপুট এইৰকম দেখাত হব লাগিব। |
07:52 | এই urlত উপলব্ধ ভিডিওটো চাওক। |
07:55 | এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিৱৰণ কৰে। |
07:57 | যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও দেখিব পাৰে। |
08:02 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
08:06 | যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়। |
08:09 | আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক। |
08:16 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশ বিশেষ। |
08:19 | এইটো ভাৰত সৰকাৰৰ ICT, MHRD ৰ National Mission on Education দ্বাৰা সমর্থিত। |
08:25 | আপোনি এই সম্বন্ধে আৰও তথ্য এই ওয়েবসাইটত দেখিব পাৰে। |
08:29 | এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ। |