Geogebra/C3/Relationship-between-Geometric-Figures/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নমস্কাৰ। জীয়োজেব্রাত বিভিন্ন জ্যামিতিক চিত্রৰ সম্পর্কৰ উপৰত এই স্পোকেন টিউটোৰিয়েললৈ আপোনাক স্বাগত জনাইছো।
00:07 আমি ধৰি লও যে, আপোনাৰ জীয়োজেব্রা সম্পর্কে মৌলিক জ্ঞান আছে।
00:11 যদি নাই, তেনেহলে আগোৱাই যোৱাৰ আগত “Introduction to Geogebra” টিউটোৰিয়েলটো চাওক
00:18 দয়া কৰি লক্ষ্য কৰক যে, এই টিউটোৰিয়েলৰ উদ্দেশ্য প্ৰকৃত কম্পাস বাক্স প্ৰতিস্থাপন কৰাৰ নহয়।
00:24 জীয়োজেব্রাত অবজেক্টবোৰ গঠন কৰা হয়, সেইবোৰৰ বৈশিষ্ট্যবোৰ বোঝাৰ বাবে
00:29 এই টিউটোৰিয়েলত আমি ,
00:32 বৃত্তস্থ চতুর্ভুজ আৰু অন্ত:বৃত্ত (cyclic quadrilateral and incircle) আঁকিবলৈ শিকিম
00:35 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে,আমি লিনাক্স অপাৰেটিং সিস্টেমৰ,
00:39 উবুন্টু সংস্কৰণ 10.04 LTS,
00:43 আৰু জীয়োজেব্রা সংস্কৰণ 3.2.40.0 ব্যবহাৰ কৰিছো।
00:48 আমি নিম্নলিখিত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰিম।

compass, segment between two points , circle with center through point, polygon, perpendicular bisector , angle bisector আৰু  angle

01:02 জীয়োজেব্রা উইন্ডো খোলক।
01:05 এই কামৰ বাবে আমাৰ applications, Education আৰু Geogebra ত ক্লিক কৰক।
01:13 আমি এই উইন্ডোৰ মাপ পৰিবর্তন কৰো।
01:18 options menu ত টিপক, font size ত টিপক আৰু চিত্ৰ পৰিষ্কাৰ কৰাৰ বাবে তাৰপিছত বিন্দু 18 ত টিপক।
01:25 এটা বৃত্তস্থ চতুর্ভুজ(cyclic quadrilateral) আঁকা যাওক।
01:27 এই কামৰ বাবে টুল বাৰ পৰা "Regular Polygon" টুল নির্বাচন কৰক, "Regular Polygon" টুলৰ উপৰত টিপক, অঙ্কন প্যাডৰ উপৰত যি কোনো দুটা বিন্দুৰ উপৰত টিপক।
01:38 আমি দেখিব পাৰো যে ডিফল্ট মান '4 'ৰ সৈতে এটা ডায়লগ বাক্স খুলিব।
01:42 OKত টিপক। এটা বর্গক্ষেত্ৰ 'ABCD' আঁকা হৈ গৈছে।
01:46 বাঁওফালৰ কোণত অবস্থিত “Move” টুল ব্যবহাৰ কৰি বর্গক্ষেত্ৰক কাত( tilt ) কৰক।
01:51 টুল বাৰ পৰা"Move" টুল নির্বাচন কৰক, মুভ টুলৰ উপৰত টিপক।
01:56 মাউস পয়েন্টাৰক 'A' বা 'B'ৰ উপৰত ৰাখক। আমি B চয়ন কৰিম।
02:01 মাউস পয়েন্টাৰক Bৰ উপৰত ৰাখক আৰু মাউস দি এইটোক টানি আনক। এতিয়া আমি দেখিব পাৰো যে বর্গক্ষেত্ৰ হেলোৱা অবস্হানত(tilted position ) আছে।
02:10 ৰেখাংশ 'AB'ত এটা উল্লম্ব দ্বিখণ্ডক(perpendicular bisector) আঁকক।
02:15 এই কাম কৰিবলৈ টুল বাৰ পৰা “Perpendicular bisector” টুল নির্বাচন কৰক।
02:20 "Perpendicular bisector" টুলৰ উপৰত টিপক।
02:22 বিন্দু 'A'-ত টিপক।
02:24 আৰু তাৰপিছত বিন্দু 'B'-ত টিপক।
02:26 আমি দেখিব পাৰো যে এটা "Perpendicular bisector" আঁকা হৈছে।
02:30 এই কামৰ বাবে ৰেখাংশ 'BC'ত এটা দ্বিতীয় উল্লম্ব দ্বিখণ্ডক আঁকক।
02:36 টুল বাৰ পৰা “perpendicular bisector” টুল নির্বাচন কৰক, “perpendicular bisector” টুলৰ উপৰত টিপক।
02:42 বিন্দু 'B'-ত টিপক।
02:44 আৰু তাৰপিছত বিন্দু 'C'-ত টিপক।
02:46 আমি দেখিব পাৰো যে উল্লম্ব দ্বিখণ্ডকবোৰে এটা বিন্দুত ছেদ কৰে।
02:50 এই বিন্দুটোক 'E' হিসাবে চিহ্নিত কৰো।
02:54 এতিয়া কেন্দ্ৰ 'E'ৰ সৈতে এটা বৃত্ত আঁকো আৰু যি Cৰে পাচ কৰি যায়।
03:01 টুল বাৰ পৰা"circle with centre through point" টুল নির্বাচন কৰক, "circle with centre through point" টুলত টিপক।
03:09 কেন্দ্ৰ হিসাবে বিন্দু'E' ত টিপক আৰু যি 'Cৰে পাচ কৰি যায়। বিন্দু 'E' ত টিপক আৰু তাৰপিছত বিন্দু 'C' ত।
03:18 আমি দেখিব পাৰো যে বৃত্ত চতুর্ভুজৰ সমস্ত ছেদচিহ্নৰ দি যাব। এটা বৃত্তস্থ চতুর্ভুজ আঁকা হৈছে।
03:29 আপোনি কি জানেনে, যে একেই ক্ৰমানুসাৰৰ প্রান্তদৈর্ঘ্যেৰ সকলো চতুর্ভুজত বৃত্তস্থ চতুর্ভুজৰ(cyclic quadrilateral ) ক্ষেত্ৰফল সর্বোচ্চ।
03:37 চিত্ৰটো এনিমেট কৰাৰ বাবে, "Move" টুল ব্যবহাৰ কৰক।
03:42 এই কাম কৰিবলৈ টুল বাৰ পৰা"Move" টুল নির্বাচন কৰক, "Move" টুলত টিপক, মাউস পয়েন্টাৰ 'A' বা 'B'ত ৰাখক। আমি 'A' নির্বাচন কৰিম।
03:52 মাউস পয়েন্টাৰক 'A'ত ৰাখক আৰু এনিমেট কৰাৰ বাবে মাউস দি এইটো টানি আনক।
03:58 নির্মাণ সঠিক হয় নে নহয় সেইটো চাওক।
04:01 এতিয়া ফাইলটো সংৰক্ষণ কৰক।
04:04 "File" "Save As" ত টিপক।
04:07 আমি ফাইলৰ নাম "cyclic_quadrilateral" হিসাবে লিখিম।
04:21 আৰু Save ৰ উপৰত টিপক।
04:23 এতিয়া এটা অন্ত:বৃত্ত( incircle) আঁকাৰ বাবে এটা নতুন জীয়োজেব্রা উইন্ডো খোলক।
04:28 এইটো কৰাৰ বাবে File নির্বাচন কৰক আৰু তাৰপিছত New.
04:35  এতিয়া এটা ত্রিভুজ গঠন কৰক , এই কাম কৰিবলৈ টুল বাৰ পৰা "Polygon" টুল নির্বাচন কৰক, "Polygon" টুলৰ উপৰত টিপক।
04:44 ত্রিভুজ চিত্ৰক সম্পূর্ণ কৰিবলৈ বিন্দু A,B,C ত টিপক আৰু এবাৰ বিন্দু A ত টিপক।
04:52 এই ত্রিভুজৰ কোণবোৰ পৰিমাপ কৰা যাওক,
04:55 এই কাম কৰিবলৈ টুল বাৰ পৰা"Angle" টুল নির্বাচন কৰক, এঙ্গেল টুলত টিপক।
05:00 বিন্দু 'B,A,C' , 'C,B,A' আৰু 'A,C,B' ত টিপক।
05:15 আমি দেখিব পাৰো যে কোণবোৰ পৰিমাপ কৰা হৈ গৈছে।
05:18 এতিয়া এই কোণবোৰৰ কোণ দ্বিখণ্ডক(angle bisectors ) অঙ্কন কৰক।
05:21 টুল বাৰ পৰা"Angle bisector" টুল নির্বাচন কৰক,
05:25 "Angle bisector" টুলত টিপক। বিন্দু 'B,A,C' ত টিপক।
05:32 দ্বিতীয় কোণ দ্বিখণ্ডক(angle bisector) গঠন কৰাৰ বাবে টুল বাৰ পৰা আকৌ এবাৰ "Angle bisector" টুল নির্বাচন কৰক।
05:39 টুল বাৰ পৰা "Angle bisector" ত টিপক, বিন্দু A,B,C ত টিপক।
05:48 আমি দেখিব পাৰো যে দুটা কোণ দ্বিখণ্ডক এটা বিন্দুত ছেদ কৰে।
05:52 এই বিন্দুটোক 'D' হিসাবে চিহ্নিত কৰক।
05:55 এটা উল্লম্ব ৰেখা আঁকো যি বিন্দু D আৰু ৰেখাংশ ABৰে যায়।
06:02 টুল বাৰ পৰা “perpendicular line” টুল নির্বাচন কৰক, “perpendicular line” টুলৰ উপৰত টিপক, বিন্দু D আৰু তাৰপিছত ৰেখাংশ ABৰ উপৰত টিপক।
06:12 আমি দেখিব পাৰো যে উল্লম্ব ৰেখাটো ৰেখাংশ AB ক এটা বিন্দুত ছেদ কৰে।
06:17 এই বিন্দুটোক 'E' হিসাবে চিহ্নিত কৰক।
06:20 এতিয়া কেন্দ্ৰ Dৰ সৈতে এটা বৃত্ত গঠন কৰা যাওক আৰু যি 'E'ৰে যায়।
06:27 টুল বাৰ পৰা"compass" ​​টুল নির্বাচন কৰা যাওক, "কম্পাস" ​​টুলৰ উপৰত টিপক, কেন্দ্ৰ হিসাবে D আৰু ব্যাসার্ধ হিসাবে DE ত টিপক।
06:37 চিত্ৰটোক সম্পূর্ণ কৰাৰ বাবে বিন্দু 'D'-ত টিপক,আৰু তাৰপিছত এবাৰ বিন্দু 'E' আৰু 'D'ত টিপক।
06:46 আমি দেখিব পাৰো যে বৃত্তয়ে ত্রিভুজৰ সকলো প্রান্তক স্পর্শ কৰে।
06:50 এটা অন্ত:বৃত্ত আঁকা হৈছে।
06:53 ইয়াৰ সৈতে আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:57 সংক্ষেপে…
07:02 এই টিউটোৰিয়েলত, আমি গঠন কৰিব শিকিছো,
07:05 বৃত্তস্থ চতুর্ভুজ আৰু
07:07 অন্ত:বৃত্ত জীয়োজেব্রা সৰঞ্জামবোৰ ব্যবহাৰ কৰি।
07:10 নির্দেশিত কাম হিসাবে , আপোনি এটা ত্রিভুজ ABC আঁকক।
07:15 BCৰ উপৰত এটা বিন্দু D চিহ্নিত কৰক, AD যুক্ত কৰক।
07:19 ব্যাসার্ধ r, R1 আৰু R2 ৰ সৈতে ত্রিভুজ ABC, ABD and CBD-ক বৃত্তৰ আকাৰত আঁকক।
07:28 BE হল উচ্চতা h।
07:30 ত্রিভুজ ABCৰ শীর্ষবোৰ স্থানান্তৰিত কৰক।
07:33 সম্পর্ক প্ৰশিক্ষন কৰাৰ বাবে।
07:35 (1 -2r1/h) (1 - 2r2/h) = (1 -2r/h)
07:43 নির্দেশিত কামৰ আউটপুট এইৰকম দেখাত হব লাগিব।
07:52 এই urlত উপলব্ধ ভিডিওটো চাওক।
07:55 এইটো স্পোকেন টিউটোৰিয়েল প্ৰকল্পক সংক্ষেপে বিৱৰণ কৰে।
07:57 যদি আপোনাৰ উছৰত ভাল ব্যান্ডউইডথ নাথাকে, তেনেহলে আপোনি ইয়াক ডাউনলোড কৰিও দেখিব পাৰে।
08:02 স্পোকেন টিউটোৰিয়েল প্ৰকল্প দলে স্পোকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
08:06 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্ৰশংসাপত্ৰ (সার্টিফিকেট) ও দিয়া হয়।
08:09 আৰো বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত লিখক।
08:16 স্পোকেন টিউটোৰিয়েল প্ৰকল্প talk to a teacher প্ৰকল্পৰ অংশ বিশেষ।
08:19 এইটো ভাৰত সৰকাৰৰ ICT, MHRD ৰ National Mission on Education দ্বাৰা সমর্থিত।
08:25 আপোনি এই সম্বন্ধে আৰও তথ্য এই ওয়েবসাইটত দেখিব পাৰে।
08:29 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো. অংশগ্ৰহন কৰাৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi, PoojaMoolya