Difference between revisions of "Blender/C2/The-Blender-Interface/Assamese"
From Script | Spoken-Tutorial
Line 404: | Line 404: | ||
||13:06 | ||13:06 | ||
||এতিয়া '''view''' ট্যাব খুলক; আৰু অবজেক্ট টুল প্যানেলত '''translate''' ব্যবহাৰ কৰি '''3D''' ভিউত ক্যামেৰা ঘোৰাওক। | ||এতিয়া '''view''' ট্যাব খুলক; আৰু অবজেক্ট টুল প্যানেলত '''translate''' ব্যবহাৰ কৰি '''3D''' ভিউত ক্যামেৰা ঘোৰাওক। | ||
− | |||
− | |||
|- | |- | ||
||13:20 | ||13:20 |
Latest revision as of 12:06, 21 February 2017
Time | Narration |
00:03 | নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক বিবৰণৰ সম্পর্কে। |
00:15 | মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো। |
00:22 | এই টিউটোৰিয়েলটো দেখাৰ পিছত আমাৰ ব্লেন্ডাৰ ইন্টাৰফেসৰ বিভিন্ন উইন্ডোসৰ সম্পর্কে শিকিব। |
00:29 | প্রতিটো উইন্ডোত বিভিন্ন প্যাৰামিটাৰ সম্পর্কে শিকিব, 3D ভিউত বস্তু নির্বাচন কৰাও শিকিব। |
00:37 | অাৰু লগতে X, Y আৰু Z ইয়াৰ ফালে এটা বস্তু কিভাবে স্থানান্তৰিত কৰ, শিকিব। |
00:44 | আমি ধৰি লও যে ব্লেন্ডাৰ সৈতে আৰম্ভ কৰা সম্পর্কে আপোনি জানে। |
00:48 | নহলে ব্লেন্ডাৰৰ উপৰত আমাৰ আগৰ টিউটোৰিয়েলটো চাওক। |
00:56 | এইটো 3D প্যানেল। |
00:58 | ডিফল্টৰুপে ইয়াত 3D ভিউত তিনটা অবজেক্ট উপস্থিত। |
01:03 | কিউব, ল্যাম্প আৰু ক্যামেৰা। |
01:10 | ডিফল্টৰুপে কিউব ইতিমধ্যে নির্বাচিত আছে। |
01:15 | ল্যাম্প নির্বাচন কৰিবলৈ সো ক্লিক কৰক। |
01:19 | ক্যামেৰা নির্বাচন কৰিবলৈ সো ক্লিক কৰক। |
01:23 | 3D ভিউত কোনো এটা অবজেক্ট নির্বাচন কৰিবলৈ আপোনি এই অবজেক্টৰ উপৰত সো ক্লিক কৰিব। |
01:31 | কিউব নির্বাচন কৰিবলৈ সো ক্লিক কৰক। |
01:35 | এই তিনটা ৰঙৰ অ্যাৰো, কিউবৰ কেন্দ্রত মাৰ্জ কৰি, এইটো 3D ট্রান্সফর্ম ম্যানিপ্যুলেটৰক প্রতিনিধিত্ব কৰে। |
01:44 | এই ম্যানিপ্যুলেটৰে এটা নির্দিষ্ট অক্ষত অবজেক্টক স্থানান্তৰ কৰিবলৈ সাহায্য কৰে। |
01:51 | ৰঙা ৰঙে X অক্ষক বোঝায়। |
01:55 | সেউজীয়া ৰঙে Y অক্ষক বোঝায়। |
01:59 | আৰু নীলা ৰঙে Z অক্ষক বোঝায়। |
02:05 | বাও ক্লিক কৰক আৰু সেউজীয়া হেন্দেলক ধৰি ৰাখক আৰু মাউসক বাওৰ পৰা সোলৈ ঘোৰাওক। |
02:15 | কীবোর্ড শর্টকাটৰ বাবে, G আৰু Y টিপক। |
02:22 | আমি দেখো যে অবজেক্টটো মাত্ৰ Y অক্ষৰ ফালেই ঘোৰে। |
02:32 | একেইভাবে, Z অক্ষৰ সৈতে অবজেক্টটো ঘোৰাবলৈ নীলা হেন্দেল ব্যবহাৰ কৰিব। |
02:45 | কীবোর্ড শর্টকাটৰ বাবে, G আৰু Z টিপক। |
02:56 | এতিয়া, X অক্ষৰ সৈতে অবজেক্টটো ঘোৰাবলৈ চেষ্টা কৰক। |
03:08 | কীবোর্ড শর্টকাটৰ বাবে, G আৰু X টিপক। |
03:23 | ৰঙা বাক্সৰ দ্বাৰা ঘেৰোৱা জাগাটো হল 3D ভিউ। |
03:32 | 3D ভিউয়ৰ তলৰ বাঁও কোণলৈ যাওক। |
03:36 | View ত বাও ক্লিক কৰক। ইয়াত 3D ভিউয়ৰ বাবে বিভিন্ন ভিউ বিকল্পৰ এটা তালিকা আছে। |
03:46 | Top ত বাও ক্লিক কৰক। কীবোর্ড শর্টকাটৰ বাবে numpad 7 টিপক। |
03:52 | 3D ভিউ ইউসাৰ প্রস্পেকটিভৰ পৰা টপ ভিউলৈ সলাই। |
03:57 | আমাৰ অবজেক্টক টপ ভিউৰ পৰা দেখিব পাৰি। |
04:03 | Select ত বাও ক্লিক কৰক। ইয়াত 3D ভিউত সকলো অবজেক্টৰ বাবে বিভিন্ন নির্বাচন বিকল্পৰ এটা তালিকা আছে। |
04:18 | Object ত বাও ক্লিক কৰক। ইয়াত সক্রিয় বস্তুৰ বাবে বিভিন্ন সম্পাদনা বিকল্পৰ এটা তালিকা আছে। |
04:35 | 3D ভিউৰ বাও ফালে object টুল প্যানেল আছে। |
04:41 | এই প্যানেলে 3D ভিউত সক্রিয় অবজেক্ট সংশোধিত কৰিবলৈ ব্যবহৃত বিভিন্ন টুলসৰ তালিকাবদ্ধ কৰে। |
04:49 | টুলস বিভিন্ন শ্রেণীত আছে। |
04:52 | Transform, Object, Shading, Keyframes, Motion Paths, repeat, Grease Pencil. |
05:13 | উদাহৰণস্বৰুপে, 3D ভিউত ল্যাম্প স্থানান্তৰিত কৰক। |
05:19 | ল্যাম্প নির্বাচন কৰিবলৈ সো ক্লিক কৰক। |
05:23 | Object টুল প্যানেললৈ যাওক। |
05:28 | আপোনি Object tools প্যানেলত লাম্পৰ বাবে বিকল্প দেখিব পাৰিব। |
05:35 | translate ত বাও ক্লিক কৰক আৰু মাউস ঘোৰাওক। |
05:41 | ল্যাম্প মাউসৰ গতিবিধিৰ ফালে ঘোৰে। |
05:46 | screen ত সো ক্লিক কৰি অথবা কীবোর্ডত Esc টিপি translate বাতিল কৰক। |
05:57 | 3D ভিউয়ৰ সো ফালে এটা অন্য প্যানেল ডিফল্টভাবে লুকাই আছে। |
06:04 | লুকাই থকা প্যানেলটো খুলিবলৈ3D ভিউয়ৰ উপৰৰ সো ফালে কোণত plus sign ত বাও ক্লিক কৰক। |
06:12 | কীবোর্ডৰ শর্টকাটৰ বাবে, N টিপক। |
06:17 | এই অতিৰিক্ত অবজেক্ট ট্রান্সফর্ম প্যানেল প্রোপার্টিস উইন্ডোত অবজেক্ট প্যানেলৰ অনুৰুপ। |
06:25 | আমি অবজেক্ট প্যানেল পৰবর্তী টিউটোৰিয়েলত শিকিম। |
06:30 | এতিয়াৰ বাবে, অতিৰিক্ত প্যানেল লুকাও আৰু ডিফল্ট 3D ভিউলৈ উভতি যাও। |
06:37 | মাউসৰ কার্সাৰক অতিৰিক্ত অবজেক্ট ট্রান্সফর্ম প্যানেলৰ বাও প্রান্তলৈ নিয়া যাওক। |
06:44 | এটা ডাবল মাথাৰ (double-headed) অ্যাৰো প্রদর্শিত হয়। |
06:48 | বাও ক্লিক কৰি মাউসক সো ফালে ফালে টানক। |
06:52 | অতিৰিক্ত অবজেক্ট ট্রান্সফর্ম প্যানেল আকৌ এবাৰ লুকাই গৈছে। |
06:59 | এই প্যানেল লুকাবলৈ বা সন্মোখলৈ আনিবলৈ কীবোর্ড শর্টকাট N ও ব্যবহাৰ কৰিব পাৰিব। |
07:07 | 3D ভিউ সম্পর্কে অধিক জানিবলৈ, Types of Windows - 3D View টিউটোৰিয়েলটো চাওক। |
07:18 | ৰঙা বাক্সৰ দ্বাৰা ঘেৰোৱা জাগাটো হল ইনফো প্যানেল। |
07:23 | এইটো আমাৰ ব্লেন্ডাৰ ইন্টাৰফেসত সকলোতচে উপৰৰ প্যানেল। Info প্যানেলত মুখ্য মেনু আছে। |
07:33 | File ত বাও ক্লিক কৰক। |
07:36 | এই মেনুত ফাইল বিকল্প আছে যেনে নতুন ফাইল বানোৱা, উপস্থিত ফাইল খোলা, ফাইল সংৰক্ষণ কৰা, ইউসাৰ প্রেফেৰেন্সেস, ফাইল ইম্পোর্ট অথবা এক্সপোর্ট কৰা ইত্যাদি। |
07:57 | Add ত বাও ক্লিক কৰক। |
08:00 | এইটো অবজেক্ট ৰিপোসিটোৰি। |
08:04 | এই মেনু ব্যবহাৰ কৰি 3D ভিউত নতুন অবজেক্ট যোগ কৰিব পাৰি। |
08:10 | কীবোর্ড শর্টকাটৰ বাবে, Shift আৰু A টিপক। |
08:18 | এতিয়া 3D ভিউত প্লেন যোগ কৰো। |
08:23 | 3D কার্সাৰ ঘোৰাবলৈ পর্দাত যিকোনো জাগাত বাও ক্লিক কৰক। |
08:29 | আমি এই স্থান নির্বাচন কৰিছো। |
08:34 | ADD মেনু আনিবলৈ Shift আৰু A টিপক। |
08:39 | Mesh. Plane ত বাও ক্লিক কৰক। |
08:44 | 3D কার্সাৰৰ স্থানত এটা নতুন প্লেন 3D ভিউত জুড়া গৈছে। |
08:51 | 3D কার্সাৰ সম্পর্কে জানিবলৈ, Navigation - 3D Cursor এই টিউটোৰিয়েলটো চাওক। |
09:00 | একেইভাবে, আপোনি 3D ভিউত আৰো কিছু অবজেক্ট যোগ কৰাৰ চেষ্টা কৰিব পাৰিব। |
09:13 | ইনফো প্যানেললৈ উভতি যাওক। |
09:16 | ৰেন্ডাৰ মেনু খুলিবলৈ Render ত বাও ক্লিক কৰক। |
09:21 | বিভিন্ন ৰেন্ডাৰ বিকল্প আছে যেনে render image, render animation, show or hide render view ইত্যাদি। |
09:34 | ৰেন্ডাৰ সেটিংস পৰবর্তী টিউটোৰিয়েলত বিষদভাবে শিকোৱা হব। |
09:40 | ইনফো প্যানেল সম্পর্কে অধিক জানিবলৈ, Type of Windows - File Browser and Info Panel টিউটোৰিয়েলটো চাওক। |
09:55 | ৰঙা বাক্সৰ অধিনত থকা জাগাটো হল আউটলাইনাৰ প্যানেল। |
10:00 | এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ উপৰৰ সো ফালৰ কোণত উপস্থিত। |
10:07 | আউটলাইনাৰে 3D ভিউত উপস্থিত সকলো অবজেক্টৰ এটা তালিকা দিয়ে। |
10:14 | আউটলাইনাৰ সম্পর্কে অধিক জানিবলৈ, Type of Windows - Outliner এই টিউটোৰিয়েলটো চাওক। |
10:26 | ৰঙা বাক্সৰ ভিতৰৰ জাগাটো হল প্রোপাৰটিস উইন্ডো। |
10:31 | এই উইন্ডোত অনেক টুলস আৰু সেটিংসৰ সৈতে বিস্তৃত ৰেঞ্জৰ প্যানেল আছে। |
10:38 | আমি ব্লেন্ডাৰত কাম কৰাৰ সময়ত এই প্যানেলবোৰ অনেকবাৰ ব্যবহাৰ কৰিম। |
10:44 | প্রোপাৰটিস উইন্ডো ব্লেন্ডাৰ ইন্টাৰফেসৰ তলৰ সো ফালে কোণত, আউটলাইনাৰ উইন্ডোৰ তলত উপস্থিত। |
10:53 | প্রোপাৰটিস উইন্ডো সম্পর্কে অধিক জানিবলৈ, Types of Windows - Properties Part 1 and 2 এই টিউটোৰিয়েলটো চাওক। |
11:06 | এইটো হল টাইমলাইন। |
11:10 | এইটো 3D ভিউয়ৰ তলত উপস্থিত। |
11:15 | ইয়াত অ্যানিমেশনৰ বাবে ফ্রেম ৰেঞ্জ দেখিব পাৰিব। |
11:21 | এই সেউজীয়া উল্লম্ব ৰেখাটোৱে বর্তমান ফ্রেম কয়, যত আপোনি কাম কৰি আছে। |
11:28 | আপোনি এইটো ফ্রেম ৰেঞ্জৰ সৈতে স্থানান্তৰিত কৰিব পাৰিব। |
11:33 | বাও ক্লিক কৰি সেউজীয়া ৰেখাক ধৰি ৰাখক। |
11:36 | এতিয়া আপোনাৰ মাউস ঘোৰাওক। |
11:43 | ফ্রেম নিশ্চিতৰ বাবে বাও ক্লিক এৰি দিয়ক। |
11:50 | Start 1এ আমাৰ অ্যানিমেশন ৰেঞ্জৰ আৰম্ভনি ফ্রেম প্রতিনিধিত্ব কৰে। |
11:58 | End 250'" এ আমাৰ অ্যানিমেশন ৰেঞ্জৰ শেষৰ ফ্রেম প্রতিনিধিত্ব কৰে। |
12:10 | এইটো আমাৰ অ্যানিমেশনৰ বাবে প্লেব্যাক বিকল্প। |
12:16 | টাইমলাইন সম্পর্কে অধিক জানিবলৈ, Types of Windows - Timeline এই টিউটোৰিয়েলটো চাওক। |
12:25 | এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ এটা সংক্ষিপ্ত বিবৰণ। |
12:30 | এইসকলো উইন্ডোৰ বাহিৰে, যি ব্লেন্ডাৰ কর্ম পৰিসৰত ডিফল্টৰুপে উপস্থিত, |
12:35 | ইয়াত অন্য উইন্ডোসও আছে, যাক যিকোনো জাগাত মেনুৰ পৰা নির্বাচন কৰা যায়। |
12:42 | এই সকলো উইন্ডোসৰ বিস্তাৰিত বিবৰণ পৰবর্তী টিউটোৰিয়েলত দিয়া হৈছে। |
12:51 | এতিয়া 3D ভিউত প্রতিটো অবজেক্ট নির্বাচন কৰাৰ চেষ্টা কৰক; |
12:57 | 3D ট্রান্সফর্ম ম্যানিপ্যুলেটৰ ব্যবহাৰ কৰে কিউবক X, Y আৰু Z ইয়াৰ ফালে ঘোৰাওক। |
13:06 | এতিয়া view ট্যাব খুলক; আৰু অবজেক্ট টুল প্যানেলত translate ব্যবহাৰ কৰি 3D ভিউত ক্যামেৰা ঘোৰাওক। |
13:20 | এই প্রকল্পটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত। |
13:28 | ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ। |
13:33 | oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro |
13:47 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
13:49 | টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
13:53 | অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র দিয়া হয়। |
13:57 | বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
14:04 | এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে। |
14:06 | আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ. |