Blender/C2/The-Blender-Interface/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:03 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েলৰ শৃঙ্খলালৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত ব্লেন্ডাৰ ইন্টাৰফেসৰ মৌলিক বিবৰণৰ সম্পর্কে।
00:15 মই অনামিকা মেধী এই টিউটোৰিয়েল-টো অনুবাদ কৰিছো।
00:22 এই টিউটোৰিয়েলটো দেখাৰ পিছত আমাৰ ব্লেন্ডাৰ ইন্টাৰফেসৰ বিভিন্ন উইন্ডোসৰ সম্পর্কে শিকিব।
00:29 প্রতিটো উইন্ডোত বিভিন্ন প্যাৰামিটাৰ সম্পর্কে শিকিব, 3D ভিউত বস্তু নির্বাচন কৰাও শিকিব।
00:37 অাৰু লগতে X, Y আৰু Z ইয়াৰ ফালে এটা বস্তু কিভাবে স্থানান্তৰিত কৰ, শিকিব।
00:44 আমি ধৰি লও যে ব্লেন্ডাৰ সৈতে আৰম্ভ কৰা সম্পর্কে আপোনি জানে।
00:48 নহলে ব্লেন্ডাৰৰ উপৰত আমাৰ আগৰ টিউটোৰিয়েলটো চাওক।
00:56 এইটো 3D প্যানেল।
00:58 ডিফল্টৰুপে ইয়াত 3D ভিউত তিনটা অবজেক্ট উপস্থিত।
01:03 কিউব, ল্যাম্প আৰু ক্যামেৰা।
01:10 ডিফল্টৰুপে কিউব ইতিমধ্যে নির্বাচিত আছে।
01:15 ল্যাম্প নির্বাচন কৰিবলৈ সো ক্লিক কৰক।
01:19 ক্যামেৰা নির্বাচন কৰিবলৈ সো ক্লিক কৰক।
01:23 3D ভিউত কোনো এটা অবজেক্ট নির্বাচন কৰিবলৈ আপোনি এই অবজেক্টৰ উপৰত সো ক্লিক কৰিব।
01:31 কিউব নির্বাচন কৰিবলৈ সো ক্লিক কৰক।
01:35 এই তিনটা ৰঙৰ অ্যাৰো, কিউবৰ কেন্দ্রত মাৰ্জ কৰি, এইটো 3D ট্রান্সফর্ম ম্যানিপ্যুলেটৰক প্রতিনিধিত্ব কৰে।
01:44 এই ম্যানিপ্যুলেটৰে এটা নির্দিষ্ট অক্ষত অবজেক্টক স্থানান্তৰ কৰিবলৈ সাহায্য কৰে।
01:51 ৰঙা ৰঙে X অক্ষক বোঝায়।
01:55 সেউজীয়া ৰঙে Y  অক্ষক বোঝায়।
01:59 আৰু নীলা ৰঙে Z  অক্ষক বোঝায়।
02:05 বাও ক্লিক কৰক আৰু সেউজীয়া হেন্দেলক ধৰি ৰাখক আৰু মাউসক বাওৰ পৰা সোলৈ ঘোৰাওক।
02:15 কীবোর্ড শর্টকাটৰ বাবে, G আৰু Y টিপক।
02:22 আমি দেখো যে অবজেক্টটো মাত্ৰ Y অক্ষৰ ফালেই ঘোৰে।
02:32 একেইভাবে, Z অক্ষৰ সৈতে অবজেক্টটো ঘোৰাবলৈ নীলা হেন্দেল ব্যবহাৰ কৰিব।
02:45 কীবোর্ড শর্টকাটৰ বাবে, G আৰু Z টিপক।
02:56 এতিয়া, X অক্ষৰ সৈতে অবজেক্টটো ঘোৰাবলৈ চেষ্টা কৰক।
03:08 কীবোর্ড শর্টকাটৰ বাবে, G আৰু X টিপক।
03:23 ৰঙা বাক্সৰ দ্বাৰা ঘেৰোৱা জাগাটো হল 3D ভিউ।
03:32 3D ভিউয়ৰ তলৰ বাঁও কোণলৈ যাওক।
03:36 View ত বাও ক্লিক কৰক। ইয়াত 3D ভিউয়ৰ বাবে বিভিন্ন ভিউ বিকল্পৰ এটা তালিকা আছে।
03:46 Top ত বাও ক্লিক কৰক। কীবোর্ড শর্টকাটৰ বাবে numpad 7 টিপক।
03:52 3D ভিউ ইউসাৰ প্রস্পেকটিভৰ পৰা টপ ভিউলৈ সলাই।
03:57 আমাৰ অবজেক্টক টপ ভিউৰ পৰা দেখিব পাৰি।
04:03 Select ত বাও ক্লিক কৰক। ইয়াত 3D ভিউত সকলো অবজেক্টৰ বাবে বিভিন্ন নির্বাচন বিকল্পৰ এটা তালিকা আছে।
04:18 Object ত বাও ক্লিক কৰক। ইয়াত সক্রিয় বস্তুৰ বাবে বিভিন্ন সম্পাদনা বিকল্পৰ এটা তালিকা আছে।
04:35 3D ভিউৰ বাও ফালে object টুল প্যানেল আছে।
04:41 এই প্যানেলে 3D ভিউত সক্রিয় অবজেক্ট সংশোধিত কৰিবলৈ ব্যবহৃত বিভিন্ন টুলসৰ তালিকাবদ্ধ কৰে।
04:49 টুলস বিভিন্ন শ্রেণীত আছে।
04:52 Transform, Object, Shading, Keyframes, Motion Paths, repeat, Grease Pencil.
05:13 উদাহৰণস্বৰুপে, 3D ভিউত ল্যাম্প স্থানান্তৰিত কৰক।
05:19 ল্যাম্প নির্বাচন কৰিবলৈ সো ক্লিক কৰক।
05:23 Object টুল প্যানেললৈ যাওক।
05:28 আপোনি Object tools প্যানেলত লাম্পৰ বাবে বিকল্প দেখিব পাৰিব।
05:35 translate ত বাও ক্লিক কৰক আৰু মাউস ঘোৰাওক।
05:41 ল্যাম্প মাউসৰ গতিবিধিৰ ফালে ঘোৰে।
05:46 screen ত সো ক্লিক কৰি অথবা কীবোর্ডত Esc টিপি translate বাতিল কৰক।
05:57 3D ভিউয়ৰ সো ফালে এটা অন্য প্যানেল ডিফল্টভাবে লুকাই আছে।
06:04 লুকাই থকা প্যানেলটো খুলিবলৈ3D ভিউয়ৰ উপৰৰ সো ফালে কোণত plus sign ত বাও ক্লিক কৰক।
06:12 কীবোর্ডৰ শর্টকাটৰ বাবে, N টিপক।
06:17 এই অতিৰিক্ত অবজেক্ট ট্রান্সফর্ম প্যানেল প্রোপার্টিস উইন্ডোত অবজেক্ট প্যানেলৰ অনুৰুপ।
06:25 আমি অবজেক্ট প্যানেল পৰবর্তী টিউটোৰিয়েলত শিকিম।
06:30 এতিয়াৰ বাবে, অতিৰিক্ত প্যানেল লুকাও আৰু ডিফল্ট 3D ভিউলৈ উভতি যাও।
06:37 মাউসৰ কার্সাৰক অতিৰিক্ত অবজেক্ট ট্রান্সফর্ম প্যানেলৰ বাও প্রান্তলৈ নিয়া যাওক।
06:44 এটা ডাবল মাথাৰ (double-headed) অ্যাৰো প্রদর্শিত হয়।
06:48 বাও ক্লিক কৰি মাউসক সো ফালে ফালে টানক।
06:52 অতিৰিক্ত অবজেক্ট ট্রান্সফর্ম প্যানেল আকৌ এবাৰ লুকাই গৈছে।
06:59 এই প্যানেল লুকাবলৈ বা সন্মোখলৈ আনিবলৈ কীবোর্ড শর্টকাট N ও ব্যবহাৰ কৰিব পাৰিব।
07:07 3D ভিউ সম্পর্কে অধিক জানিবলৈ, Types of Windows - 3D View টিউটোৰিয়েলটো চাওক।
07:18 ৰঙা বাক্সৰ দ্বাৰা ঘেৰোৱা জাগাটো হল ইনফো প্যানেল।
07:23 এইটো আমাৰ ব্লেন্ডাৰ ইন্টাৰফেসত সকলোতচে উপৰৰ প্যানেল। Info প্যানেলত মুখ্য মেনু আছে।
07:33 File ত বাও ক্লিক কৰক।
07:36 এই মেনুত ফাইল বিকল্প আছে যেনে নতুন ফাইল বানোৱা, উপস্থিত ফাইল খোলা, ফাইল সংৰক্ষণ কৰা, ইউসাৰ প্রেফেৰেন্সেস, ফাইল ইম্পোর্ট অথবা এক্সপোর্ট কৰা ইত্যাদি।
07:57 Add ত বাও ক্লিক কৰক।
08:00 এইটো অবজেক্ট ৰিপোসিটোৰি।
08:04 এই মেনু ব্যবহাৰ কৰি 3D ভিউত নতুন অবজেক্ট যোগ কৰিব পাৰি।
08:10 কীবোর্ড শর্টকাটৰ বাবে, Shift আৰু A টিপক।
08:18 এতিয়া 3D ​​ভিউত প্লেন যোগ কৰো।
08:23 3D কার্সাৰ ঘোৰাবলৈ পর্দাত যিকোনো জাগাত বাও ক্লিক কৰক।
08:29 আমি এই স্থান নির্বাচন কৰিছো।
08:34 ADD মেনু আনিবলৈ Shift আৰু A টিপক।
08:39 Mesh. Plane ত বাও ক্লিক কৰক।
08:44 3D কার্সাৰৰ স্থানত এটা নতুন প্লেন 3D ভিউত জুড়া গৈছে।
08:51 3D কার্সাৰ সম্পর্কে জানিবলৈ, Navigation - 3D Cursor এই টিউটোৰিয়েলটো চাওক।
09:00 একেইভাবে, আপোনি 3D ভিউত আৰো কিছু অবজেক্ট যোগ কৰাৰ চেষ্টা কৰিব পাৰিব।
09:13 ইনফো প্যানেললৈ উভতি যাওক।
09:16 ৰেন্ডাৰ মেনু খুলিবলৈ Render ত বাও ক্লিক কৰক।
09:21 বিভিন্ন ৰেন্ডাৰ বিকল্প আছে যেনে render image, render animation, show or hide render view ইত্যাদি।
09:34 ৰেন্ডাৰ সেটিংস পৰবর্তী টিউটোৰিয়েলত বিষদভাবে শিকোৱা হব।
09:40 ইনফো প্যানেল সম্পর্কে অধিক জানিবলৈ, Type of Windows - File Browser and Info Panel টিউটোৰিয়েলটো চাওক।
09:55 ৰঙা বাক্সৰ অধিনত থকা জাগাটো হল আউটলাইনাৰ প্যানেল।
10:00 এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ উপৰৰ সো ফালৰ কোণত উপস্থিত।
10:07 আউটলাইনাৰে 3D ভিউত উপস্থিত সকলো অবজেক্টৰ এটা তালিকা দিয়ে।
10:14 আউটলাইনাৰ সম্পর্কে অধিক জানিবলৈ, Type of Windows - Outliner এই টিউটোৰিয়েলটো চাওক।
10:26 ৰঙা বাক্সৰ ভিতৰৰ জাগাটো হল প্রোপাৰটিস উইন্ডো।
10:31 এই উইন্ডোত অনেক টুলস আৰু সেটিংসৰ সৈতে বিস্তৃত ৰেঞ্জৰ প্যানেল আছে।
10:38 আমি ব্লেন্ডাৰত কাম কৰাৰ সময়ত এই প্যানেলবোৰ অনেকবাৰ ব্যবহাৰ কৰিম।
10:44 প্রোপাৰটিস উইন্ডো ব্লেন্ডাৰ ইন্টাৰফেসৰ তলৰ সো ফালে কোণত, আউটলাইনাৰ উইন্ডোৰ তলত উপস্থিত।
10:53 প্রোপাৰটিস উইন্ডো সম্পর্কে অধিক জানিবলৈ, Types of Windows - Properties Part 1 and 2 এই টিউটোৰিয়েলটো চাওক।
11:06 এইটো হল টাইমলাইন।
11:10 এইটো 3D ভিউয়ৰ তলত উপস্থিত।
11:15 ইয়াত অ্যানিমেশনৰ বাবে ফ্রেম ৰেঞ্জ দেখিব পাৰিব।
11:21 এই সেউজীয়া উল্লম্ব ৰেখাটোৱে বর্তমান ফ্রেম কয়, যত আপোনি কাম কৰি আছে।
11:28 আপোনি এইটো ফ্রেম ৰেঞ্জৰ সৈতে স্থানান্তৰিত কৰিব পাৰিব।
11:33 বাও ক্লিক কৰি সেউজীয়া ৰেখাক ধৰি ৰাখক।
11:36 এতিয়া আপোনাৰ মাউস ঘোৰাওক।
11:43 ফ্রেম নিশ্চিতৰ বাবে বাও ক্লিক এৰি দিয়ক।
11:50 Start 1এ আমাৰ অ্যানিমেশন ৰেঞ্জৰ আৰম্ভনি ফ্রেম প্রতিনিধিত্ব কৰে।
11:58 End 250'" এ আমাৰ অ্যানিমেশন ৰেঞ্জৰ শেষৰ ফ্রেম প্রতিনিধিত্ব কৰে।
12:10 এইটো আমাৰ অ্যানিমেশনৰ বাবে প্লেব্যাক বিকল্প।
12:16 টাইমলাইন সম্পর্কে অধিক জানিবলৈ, Types of Windows - Timeline এই টিউটোৰিয়েলটো চাওক।
12:25 এইটো ব্লেন্ডাৰ ইন্টাৰফেসৰ এটা সংক্ষিপ্ত বিবৰণ।
12:30 এইসকলো উইন্ডোৰ বাহিৰে, যি ব্লেন্ডাৰ কর্ম পৰিসৰত ডিফল্টৰুপে উপস্থিত,
12:35 ইয়াত অন্য উইন্ডোসও আছে, যাক যিকোনো জাগাত মেনুৰ পৰা নির্বাচন কৰা যায়।
12:42 এই সকলো উইন্ডোসৰ বিস্তাৰিত বিবৰণ পৰবর্তী টিউটোৰিয়েলত দিয়া হৈছে।
12:51 এতিয়া 3D ভিউত প্রতিটো অবজেক্ট নির্বাচন কৰাৰ চেষ্টা কৰক;
12:57 3D ট্রান্সফর্ম ম্যানিপ্যুলেটৰ ব্যবহাৰ কৰে কিউবক X, Y আৰু Z ইয়াৰ ফালে ঘোৰাওক।
13:06 এতিয়া view ট্যাব খুলক; আৰু অবজেক্ট টুল প্যানেলত translate ব্যবহাৰ কৰি 3D ভিউত ক্যামেৰা ঘোৰাওক।
13:20 এই প্রকল্পটো ভাৰত সৰকাৰৰ ICT, MHRD ইয়াৰ জাতীয় শিক্ষা মিশনৰ দ্বাৰা সমর্থিত।
13:28 ইয়াৰ উপৰত অধিক তথ্য নিম্ন লিঙ্কত উপলব্ধ।
13:33 oscar.iitb.ac.in আৰু spoken-tutorial.org/NMEICT-Intro
13:47 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
13:49 টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
13:53 অনলাইন পৰীক্ষা পাস কৰাত প্রশংসাপত্র দিয়া হয়।
13:57 বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
14:04 এই টিউটৰিয়েলটো অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে।
14:06 আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। যোগ দানৰ বাবে ধনয়বাদ.

Contributors and Content Editors

Anamika, Mousumi