Difference between revisions of "Firefox/C4/Extensions/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 || '''Time''' || '''Narration''' |- ||00:00 || মোজিলা ফায়াৰফক্সত "এক্সটেনশান" এৰ স্পোকেন...") |
|||
(2 intermediate revisions by the same user not shown) | |||
Line 5: | Line 5: | ||
|- | |- | ||
||00:00 | ||00:00 | ||
− | || মোজিলা ফায়াৰফক্সত "এক্সটেনশান" এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত। | + | || নম্সকাৰ দৰ্শক সকল.মোজিলা ফায়াৰফক্সত "এক্সটেনশান" এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত। |
|- | |- | ||
Line 33: | Line 33: | ||
|- | |- | ||
||00:31 | ||00:31 | ||
− | || | + | || ফায়াৰফক্স ব্রাউজাৰত নতুন বৈশিষ্ট্য যোগ কৰা, |
|- | |- | ||
||00:35 | ||00:35 | ||
− | || | + | || বিদ্যমান বৈশিষ্ট্য উন্নত কৰা, |
|- | |- | ||
||00:37 | ||00:37 | ||
− | || | + | || আপোনাৰ পছন্দ অনুযায়ী ফায়াৰফক্স ব্রাউজাৰক কাস্টমাইজ কৰাৰ অনুমতি দেয়। |
|- | |- | ||
||00:42 | ||00:42 | ||
− | || | + | || এক্সটেনশন, ফায়াৰফক্স ব্রাউজাৰৰ এটা অংশ, |
|- | |- | ||
||00:45 | ||00:45 | ||
− | || | + | || আৰু ব্রাউজাৰৰ ক্ষমতা প্রসাৰিত কৰে। |
|- | |- | ||
Line 148: | Line 148: | ||
|- | |- | ||
|| 02:46 | || 02:46 | ||
− | || ইয়াৰ পিছত, এটা ম্যাসেজ '''add-on will be installed''' | + | || ইয়াৰ পিছত, এটা ম্যাসেজ '''add-on will be installed''' |
|- | |- | ||
Line 181: | Line 181: | ||
|- | |- | ||
|| 03:24 | || 03:24 | ||
− | || | + | || লক্ষ্য কৰক, ইনস্টলেশন প্রগতি বাৰ আৰু মেছেজ '''restart Firefox''', বেলেগ ভাবে প্রদর্শিত নহয়। |
|- | |- | ||
||03:33 | ||03:33 | ||
− | || | + | || সেইবোৰ '''Scrap Book''' বাৰত প্রদর্শিত হৈছে। |
|- | |- | ||
Line 201: | Line 201: | ||
|- | |- | ||
||03:48 | ||03:48 | ||
− | || | + | || ফায়াৰফক্স ব্রাউজাৰত '''Add-ons Manager''' খোলক। |
|- | |- | ||
||03:52 | ||03:52 | ||
− | || | + | || '''Get Add-ons''' বিকল্পত, '''Featured 'Add-ons'''' এৰ তালিকাৰ পৰা এটা নতুন '''add-on''' সংস্থাপিত কৰক। |
|- | |- | ||
|| 03:59 | || 03:59 | ||
− | || | + | || '''Add-ons Manager''' ত '''Extensions''' বিকল্প ব্যবহাৰ কৰি আপোনি এক্সটেনশন পৰিচালনা কৰক, |
|- | |- | ||
||04:03 | ||04:03 | ||
− | || | + | || অর্থাত তাক যোগ কৰা, |
|- | |- | ||
||04:06 | ||04:06 | ||
− | || | + | || মুছি পেলোৱা বা আপডেট কৰা। |
|- | |- | ||
Line 237: | Line 237: | ||
|- | |- | ||
|| 04:27 | || 04:27 | ||
− | || | + | || '''ScrapBook''' সম্পর্কে বিশদ বিবৰণ প্রদর্শিত হৈছে। |
|- | |- | ||
||04:31 | ||04:31 | ||
− | || | + | || এক্সটেনশন সম্পর্কে সকলো জানিবলৈ ওয়েবসাইট লিঙ্কত টিপক। |
|- | |- | ||
||04:35 | ||04:35 | ||
Line 272: | Line 272: | ||
|- | |- | ||
|| 05:09 | || 05:09 | ||
− | || | + | || সেয়ে, প্রতিটো এক্সটেনশনত ভিন্ন সেটিংস আছে যি সলাব পাৰি। |
|- | |- | ||
||05:13 | ||05:13 | ||
− | || | + | || যদি এটা এক্সটেনশনৰ বাবে '''Preferences''' বাটন দৃশ্যমান নহয়, |
|- | |- | ||
||05:17 | ||05:17 | ||
− | || | + | || ইয়াৰ অর্থ হৈছে ইয়াৰ বাবে কোনো প্রেফেৰেন্সেস নাই। |
|- | |- | ||
Line 323: | Line 323: | ||
|- | |- | ||
||06:13 | ||06:13 | ||
− | || | + | || আপোনি একাধিক অ্যাড- অনস সম্পর্কে জানিবলৈ '''Get Add-ons''' বিকল্প ব্যবহাৰ কৰিবলৈ পাৰিব। |
|- | |- | ||
||06:18 | ||06:18 | ||
− | || | + | || ইয়াৰ পিছত আপোনি সবতচে উপযোগী বা প্রাসঙ্গিক অ্যাড- অন নির্বাচন কৰি তাক সংস্থাপিত কৰিব পাৰিব। |
|- | |- | ||
Line 346: | Line 346: | ||
|- | |- | ||
||06:45 | ||06:45 | ||
− | || | + | || '''WebMail Notifier''' এক্সটেনশন বিছাৰক আৰু |
|- | |- | ||
||06:49 | ||06:49 | ||
− | || | + | || আপোনাৰ কম্পিউটাৰত এইটো সংস্থাপিত কৰক। |
|- | |- | ||
||06:52 | ||06:52 | ||
− | || | + | || এই এক্সটেনশনৰ বৈশিষ্ট্য সম্পর্কে জানক আৰু আপোনাৰ মেইল অ্যাকাউন্টৰ পৰা অপঠিত(unread) মেইল চেক কৰিবলৈ ইয়াক ব্যবহাৰ কিভাবে কৰে চাওক। |
|- | |- | ||
||07:01 | ||07:01 | ||
− | || | + | || এক্সটেনশন অক্ষম কৰক। |
|- | |- | ||
||07:03 | ||07:03 | ||
− | || | + | || তাৰপিছত এইটোক ফায়াৰফক্সৰ পৰা অতৰুৱাই দিয়ক। |
|- | |- | ||
||07:07 | ||07:07 | ||
− | || | + | || এই লিঙ্কত উপলব্ধ ভিডিও-টি চাওক। |
|- | |- | ||
||07:10 | ||07:10 | ||
− | || | + | || এইটোৱে '''Spoken Tutorial''' প্রকল্পৰ সাৰংস বোঝায়। |
|- | |- | ||
||07:13 | ||07:13 | ||
− | || | + | ||যদি ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি ভিডিও-টো ডাউনলোড কৰিও চাব পাৰিব। |
|- | |- | ||
Line 381: | Line 381: | ||
|- | |- | ||
||07:19 | ||07:19 | ||
− | || | + | || স্পোকেন টিউটোৰিয়েল-বোৰ ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
|- | |- | ||
||07:23 | ||07:23 | ||
− | || | + | || যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র দিয়ে। |
|- | |- | ||
||07:27 | ||07:27 | ||
− | || | + | || এই বিষয় বিস্তাৰিত তথ্যৰ বাবে '''contact@spoken-tutorial.org''' ত ইমেল কৰক। |
|- | |- | ||
||07:33 | ||07:33 | ||
− | || | + | || স্পোকেন টিউটোৰিয়েল '''Talk to a Teacher''' প্রকল্পৰ অংশবিশেষ। |
|- | |- | ||
||07:37 | ||07:37 | ||
− | || | + | || এইটো ভাৰত সৰকাৰেৰ '''ICT, MHRD''' এৰ '''National Mission on Education''' দ্বাৰা সমর্থিত। |
|- | |- | ||
||07:45 | ||07:45 | ||
− | || | + | || এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কতপ্রাপ্তিসাধ্য। |
|- | |- | ||
||07:48 | ||07:48 | ||
− | || | + | || '''spoken hyphen tutorial dot org slash NMEICT hyphen Intro''' |
|- | |- | ||
||07:56 | ||07:56 | ||
− | || | + | || আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
|- | |- | ||
||08:00 | ||08:00 | ||
− | || | + | || অংশগ্রহনৰ বাবে ধন্যবাদ। |
|- | |- | ||
|} | |} |
Latest revision as of 08:20, 22 February 2017
Time | Narration |
00:00 | নম্সকাৰ দৰ্শক সকল.মোজিলা ফায়াৰফক্সত "এক্সটেনশান" এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত। |
00:05 | এই টিউটোৰিয়েলত আমি শিকিম: এক্সটেনশান বা অ্যাড-অনস, এক্সটেনশান সংস্থাপিত কৰা, প্রস্তাবিত এক্সটেনশান। |
00:14 | ইয়াত আমি উবুন্টু 10.04ত ফায়াৰফক্স 7.0 ব্যবহাৰ কৰিছো। |
00:20 | এতিয়া ফায়াৰফক্স ব্রাউজাৰ খুলো। |
00:23 | ডিফল্টৰুপে, Yahoo হোম পেজ খোলে। |
00:27 | এক্সটেনশান বা অ্যাড-অনস কি? |
00:29 | এক্সটেনশানে আপোনাক: |
00:31 | ফায়াৰফক্স ব্রাউজাৰত নতুন বৈশিষ্ট্য যোগ কৰা, |
00:35 | বিদ্যমান বৈশিষ্ট্য উন্নত কৰা, |
00:37 | আপোনাৰ পছন্দ অনুযায়ী ফায়াৰফক্স ব্রাউজাৰক কাস্টমাইজ কৰাৰ অনুমতি দেয়। |
00:42 | এক্সটেনশন, ফায়াৰফক্স ব্রাউজাৰৰ এটা অংশ, |
00:45 | আৰু ব্রাউজাৰৰ ক্ষমতা প্রসাৰিত কৰে। |
00:48 | উদাহৰণস্বৰুপে, আপোনি এক্সটেনশন ইনস্টল কৰিবলৈ পাৰিব যি: |
00:51 | # বিজ্ঞাপন বা পপআপ ব্লক কৰে। |
00:54 | # পণ্যৰ (commodities) মূল্য তুলনা কৰে। |
00:56 | # আৰু বতৰৰ(weather) আপডেটও প্রদর্শন কৰে। |
01:00 | Grab and Drag এক্সটেনশন সংস্থাপিত কৰো। |
01:03 | Grab and Dragএ আপোনাক ভিন্ন উপায়েৰে ওয়েব পেজ স্ক্রল কৰিবলৈ দিয়ে। |
01:07 | এইটো Adobe Acrobat ত Grab and Drag ফাংশনৰ অনুৰুপ। |
01:12 | Menu bar পৰা Tools আৰুAdd-ons ত টিপক। |
01:16 | Add-ons Manager ট্যাব খোলে। |
01:20 | বিকল্পৰুপে, Add-ons Manager ট্যাব খুলিবলৈ আপোনি CTRL+Shift+A কী একলগেও টিপিব পাৰিব। |
01:28 | Add-ons Manager ত থকা বাওপ্যানেলে উপলব্ধ বিকল্পবোৰ প্রদর্শন কৰে। |
01:34 | লক্ষ্য কৰক, ডিফল্টৰুপে, Get Add-ons বিকল্প নির্বাচিত। |
01:39 | সো প্যানেলে বাওপ্যানেলত নির্বাচিত বিকল্পৰ বাবে তথ্য প্রদর্শন কৰে। |
01:45 | সেয়ে, সো প্যানেলে Add-ons সংজ্ঞায়িত কৰে আৰুAdd-ons এৰ সৈতে কি ভাবে আৰম্ভ কৰে তাক কয়। |
01:51 | এইটোৱে আৰো কিছু Add-ons এৰ তালিকা দিয়ে যাক আপোনি সংস্থাপিত কৰিবলৈ পাৰিব। |
01:55 | এতিয়া, আমি নতুন Add-on: Grab and Drag সংস্থাপিত কৰিম। |
01:59 | প্রথমে, উপৰৰ সোফালে অবস্থিত সার্চ বাৰত, Grab and Drag লিখক।
Enter লিখক। |
02:08 | সো প্যানেলে, এতিয়া add-ons এৰ তালিকা বনায়, যি আমাৰ দ্বাৰা অন্বেষিত নামৰ সৈতে মিলে। |
02:14 | আৰু, লক্ষ্য কৰক যে, সকলো add-ons যাৰ শিৰোনামত drag শব্দটো আছে, তাক প্রদর্শিত কৰা হৈছে। |
02:20 | লক্ষ্য কৰক যে, তালিকাত প্রথম নাম Grab and Drag, এটা সঠিক মিল। |
02:26 | Install ত টিপক। |
02:28 | অধিকাংশ সফ্টওয়্যাৰৰ নিচিনা, কিছু add-ons ত, End-User License Agreements ও থাকিব পাৰে। |
02:35 | End-User License Agreement ডায়লগ বাক্সত, Accept and Install ত টিপক। |
02:41 | অ্যাড অন ডাউনলোড প্রগতি(progress) বাৰ প্রদর্শিত হয়। |
02:46 | ইয়াৰ পিছত, এটা ম্যাসেজ add-on will be installed |
02:50 | after you restart Firefox প্রদর্শিত হয়। |
02:54 | Restart Now ত টিপক। |
02:57 | ফায়াৰফক্স ব্রাউজাৰ বন্ধ হৈ আকৌ এবাৰ খোলে। |
03:01 | Add-ons Managerএ এটা নতুন ট্যাবে খোলে। |
03:05 | লক্ষ্য কৰক, Grab and Drag এক্সটেনশন এক্সটেনশন ট্যাবৰ সোফালৰ প্যানেলত প্রদর্শিত হৈছে।
|
03:11 | পূর্ববর্তী ধাপবোৰ অনুসৰণ কৰি অন্য এক্সটেনশন Scrap Book সংস্থাপিত কৰক। |
03:18 | Scrap Book এ ওয়েব পেজ সংগ্রহক সংৰক্ষণ আৰু পৰিচালনা কৰাৰ অনুমতি দিয়ে। |
03:24 | লক্ষ্য কৰক, ইনস্টলেশন প্রগতি বাৰ আৰু মেছেজ restart Firefox, বেলেগ ভাবে প্রদর্শিত নহয়। |
03:33 | সেইবোৰ Scrap Book বাৰত প্রদর্শিত হৈছে। |
03:36 | Restart Nowত টিপক। |
03:40 | Scrap Book ফায়াৰফক্সত সংস্থাপিত হৈছে। |
03:44 | এই টিউটোৰিয়েলটো ৰখাওক আৰু নির্দেশিত কামটো কৰক। |
03:48 | ফায়াৰফক্স ব্রাউজাৰত Add-ons Manager খোলক। |
03:52 | Get Add-ons বিকল্পত, Featured 'Add-ons' এৰ তালিকাৰ পৰা এটা নতুন add-on সংস্থাপিত কৰক। |
03:59 | Add-ons Manager ত Extensions বিকল্প ব্যবহাৰ কৰি আপোনি এক্সটেনশন পৰিচালনা কৰক, |
04:03 | অর্থাত তাক যোগ কৰা, |
04:06 | মুছি পেলোৱা বা আপডেট কৰা। |
04:08 | ফায়াৰফক্স ব্রাউজাৰত Add-ons Manager ট্যাবত টিপক। |
04:13 | বাওপ্যানেলৰ পৰা, Extensions ত টিপক। |
04:16 | সো প্যানেলে, এতিয়া আপোনাৰ কম্পিউটাৰত সংস্থাপিত কৰা এক্সটেনশনস প্রদর্শন কৰে। |
04:22 | ScrapBook সম্পর্কে অধিক জানিবলৈ, এইটো নির্বাচন কৰি More ত টিপক। |
04:27 | ScrapBook সম্পর্কে বিশদ বিবৰণ প্রদর্শিত হৈছে। |
04:31 | এক্সটেনশন সম্পর্কে সকলো জানিবলৈ ওয়েবসাইট লিঙ্কত টিপক। |
04:35 | এতিয়া, বাওপ্যানেলৰ পৰা, Extensions বিকল্পত টিপক। |
04:40 | লক্ষ্য কৰক, প্রতিটো এক্সটেনশনৰ বাবে আপোনি, প্রেফেৰেন্সেস সেট কৰিবলৈ পাৰিব, তাক নিষ্ক্রিয় বা মুছি পেলাবলৈও পাৰিব। |
04:46 | Grab and Drag নির্বাচন কৰক আৰুPreferences ত টিপক। |
04:49 | আপোনি এই ডায়লগ বাক্স ব্যবহাৰ কৰি প্রেফেৰেন্সেস সেট কৰিবলৈ পাৰিব। |
04:53 | ডায়লগ বাক্স বন্ধ কৰিবলৈ Cancel ত টিপক। |
04:57 | এতিয়া Scrap Book নির্বাচন কৰক আৰুPreferences ত টিপক। |
05:01 | লক্ষ্য কৰক যে, Scrap Book Options ডায়লগ বাক্স Grab and Drag Preferences ডায়লগ বাক্সৰ পৰা ভিন্ন হয়। |
05:09 | সেয়ে, প্রতিটো এক্সটেনশনত ভিন্ন সেটিংস আছে যি সলাব পাৰি। |
05:13 | যদি এটা এক্সটেনশনৰ বাবে Preferences বাটন দৃশ্যমান নহয়, |
05:17 | ইয়াৰ অর্থ হৈছে ইয়াৰ বাবে কোনো প্রেফেৰেন্সেস নাই। |
05:21 | Scrap Book Options ডায়লগ বাক্স বন্ধ কৰিবলৈ Close ত টিপক। |
05:26 | অধিকাংশ সফ্টওয়্যাৰৰ নিচিনা, অ্যাড- অনস ও নিয়মিত আপডেট কৰা হয়। |
05:31 | Scrap Book আপডেট কৰিবলৈ, এইটো নির্বাচন কৰক, ৰাইট ক্লিক কৰক আৰুFind Updates ত টিপক। |
05:37 | যদি আপডেট পোৱা যায় তেনেহলে, Update বাটন প্রদর্শিত হয়। |
05:42 | অ্যাড- অন আপডেট কৰিবলৈ ইয়াৰ উপৰত টিপক। |
05:47 | যিহেতু ইয়াতScrap Book এৰ কোনো আপডেট নাই, Update বাটন প্রদর্শিত নহয়। |
05:51 | অবশেষত, আপোনি এক্সটেনশন ব্যবহাৰ কৰিব নিবিছাৰিলে Disable বাটনত টিপক। |
05:58 | আৰু আপোনাৰ কম্পিউটাৰৰ পৰা এক্সটেনশন মুছি পেলাবলৈ Remove ত টিপক। |
06:03 | আমি এক্সটেনশন সম্পর্কে সকলো শিকিছো! |
06:06 | এতিয়া আপোনি ফায়াৰফক্সত আৰো বৈশিষ্ট্য যুক্ত কৰি কামবোৰ কার্যকৰ কৰিবলৈ এক্সটেনশন ব্যবহাৰ কৰিবলৈ পাৰিব। |
06:13 | আপোনি একাধিক অ্যাড- অনস সম্পর্কে জানিবলৈ Get Add-ons বিকল্প ব্যবহাৰ কৰিবলৈ পাৰিব। |
06:18 | ইয়াৰ পিছত আপোনি সবতচে উপযোগী বা প্রাসঙ্গিক অ্যাড- অন নির্বাচন কৰি তাক সংস্থাপিত কৰিব পাৰিব। |
06:24 | Firefox Extensions সম্পর্কে আৰো জানিবলৈ ফায়াৰফক্স ওয়েবসাইটত চাওক। |
06:31 | আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো। |
06:34 | এই টিউটোৰিয়েলত আমি এক্সটেনশন, এক্সটেনশন সংস্থাপিত কৰা, প্রস্তাবিত এক্সটেনশন সম্পর্কে শিকিছো। |
06:42 | এতিয়া নির্দেশিত কাম। |
06:45 | WebMail Notifier এক্সটেনশন বিছাৰক আৰু |
06:49 | আপোনাৰ কম্পিউটাৰত এইটো সংস্থাপিত কৰক। |
06:52 | এই এক্সটেনশনৰ বৈশিষ্ট্য সম্পর্কে জানক আৰু আপোনাৰ মেইল অ্যাকাউন্টৰ পৰা অপঠিত(unread) মেইল চেক কৰিবলৈ ইয়াক ব্যবহাৰ কিভাবে কৰে চাওক। |
07:01 | এক্সটেনশন অক্ষম কৰক। |
07:03 | তাৰপিছত এইটোক ফায়াৰফক্সৰ পৰা অতৰুৱাই দিয়ক। |
07:07 | এই লিঙ্কত উপলব্ধ ভিডিও-টি চাওক। |
07:10 | এইটোৱে Spoken Tutorial প্রকল্পৰ সাৰংস বোঝায়। |
07:13 | যদি ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি ভিডিও-টো ডাউনলোড কৰিও চাব পাৰিব। |
07:18 | স্পোকেন টিউটোৰিয়েল প্রকল্প দলে, |
07:19 | স্পোকেন টিউটোৰিয়েল-বোৰ ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
07:23 | যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র দিয়ে। |
07:27 | এই বিষয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক। |
07:33 | স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ। |
07:37 | এইটো ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত। |
07:45 | এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কতপ্রাপ্তিসাধ্য। |
07:48 | spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
07:56 | আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো। |
08:00 | অংশগ্রহনৰ বাবে ধন্যবাদ। |