Firefox/C4/Extensions/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 নম্সকাৰ দৰ্শক সকল.মোজিলা ফায়াৰফক্সত "এক্সটেনশান" এৰ স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত।
00:05 এই টিউটোৰিয়েলত আমি শিকিম: এক্সটেনশান বা অ্যাড-অনস, এক্সটেনশান সংস্থাপিত কৰা, প্রস্তাবিত এক্সটেনশান।
00:14 ইয়াত আমি উবুন্টু 10.04ত ফায়াৰফক্স 7.0 ব্যবহাৰ কৰিছো।
00:20 এতিয়া ফায়াৰফক্স ব্রাউজাৰ খুলো।
00:23 ডিফল্টৰুপে, Yahoo হোম পেজ খোলে।
00:27 এক্সটেনশান বা অ্যাড-অনস কি?
00:29 এক্সটেনশানে আপোনাক:
00:31 ফায়াৰফক্স ব্রাউজাৰত নতুন বৈশিষ্ট্য যোগ কৰা,
00:35 বিদ্যমান বৈশিষ্ট্য উন্নত কৰা,
00:37 আপোনাৰ পছন্দ অনুযায়ী ফায়াৰফক্স ব্রাউজাৰক কাস্টমাইজ কৰাৰ অনুমতি দেয়।
00:42 এক্সটেনশন, ফায়াৰফক্স ব্রাউজাৰৰ এটা অংশ,
00:45 আৰু ব্রাউজাৰৰ ক্ষমতা প্রসাৰিত কৰে।
00:48 উদাহৰণস্বৰুপে, আপোনি এক্সটেনশন ইনস্টল কৰিবলৈ পাৰিব যি:
00:51 # বিজ্ঞাপন বা পপআপ ব্লক কৰে।
00:54 # পণ্যৰ (commodities) মূল্য তুলনা কৰে।
00:56 # আৰু বতৰৰ(weather) আপডেটও প্রদর্শন কৰে।
01:00 Grab and Drag এক্সটেনশন সংস্থাপিত কৰো।
01:03 Grab and Dragএ আপোনাক ভিন্ন উপায়েৰে ওয়েব পেজ স্ক্রল কৰিবলৈ দিয়ে।
01:07 এইটো Adobe AcrobatGrab and Drag ফাংশনৰ অনুৰুপ।
01:12 Menu bar পৰা Tools আৰুAdd-ons ত টিপক।
01:16 Add-ons Manager ট্যাব খোলে।
01:20 বিকল্পৰুপে, Add-ons Manager ট্যাব খুলিবলৈ আপোনি CTRL+Shift+A কী একলগেও টিপিব পাৰিব।
01:28 Add-ons Manager ত থকা বাওপ্যানেলে উপলব্ধ বিকল্পবোৰ প্রদর্শন কৰে।
01:34 লক্ষ্য কৰক, ডিফল্টৰুপে, Get Add-ons বিকল্প নির্বাচিত।
01:39 সো প্যানেলে বাওপ্যানেলত নির্বাচিত বিকল্পৰ বাবে তথ্য প্রদর্শন কৰে।
01:45 সেয়ে, সো প্যানেলে Add-ons সংজ্ঞায়িত কৰে আৰুAdd-ons এৰ সৈতে কি ভাবে আৰম্ভ কৰে তাক কয়।
01:51 এইটোৱে আৰো কিছু Add-ons এৰ তালিকা দিয়ে যাক আপোনি সংস্থাপিত কৰিবলৈ পাৰিব।
01:55 এতিয়া, আমি নতুন Add-on: Grab and Drag সংস্থাপিত কৰিম।
01:59 প্রথমে, উপৰৰ সোফালে অবস্থিত সার্চ বাৰত, Grab and Drag লিখক।

Enter লিখক।

02:08 সো প্যানেলে, এতিয়া add-ons এৰ তালিকা বনায়, যি আমাৰ দ্বাৰা অন্বেষিত নামৰ সৈতে মিলে।
02:14 আৰু, লক্ষ্য কৰক যে, সকলো add-ons যাৰ শিৰোনামত drag শব্দটো আছে, তাক প্রদর্শিত কৰা হৈছে।
02:20 লক্ষ্য কৰক যে, তালিকাত প্রথম নাম Grab and Drag, এটা সঠিক মিল।
02:26 Install ত টিপক।
02:28 অধিকাংশ সফ্টওয়্যাৰৰ নিচিনা, কিছু add-ons ত, End-User License Agreements ও থাকিব পাৰে।
02:35 End-User License Agreement ডায়লগ বাক্সত, Accept and Install ত টিপক।
02:41 অ্যাড অন ডাউনলোড প্রগতি(progress) বাৰ প্রদর্শিত হয়।
02:46 ইয়াৰ পিছত, এটা ম্যাসেজ add-on will be installed
02:50 after you restart Firefox প্রদর্শিত হয়।
02:54 Restart Now ত টিপক।
02:57 ফায়াৰফক্স ব্রাউজাৰ বন্ধ হৈ আকৌ এবাৰ খোলে।
03:01 Add-ons Managerএ এটা নতুন ট্যাবে খোলে।
03:05 লক্ষ্য কৰক, Grab and Drag এক্সটেনশন এক্সটেনশন ট্যাবৰ সোফালৰ প্যানেলত প্রদর্শিত হৈছে।


03:11 পূর্ববর্তী ধাপবোৰ অনুসৰণ কৰি অন্য এক্সটেনশন Scrap Book সংস্থাপিত কৰক।
03:18 Scrap Book এ ওয়েব পেজ সংগ্রহক সংৰক্ষণ আৰু পৰিচালনা কৰাৰ অনুমতি দিয়ে।
03:24 লক্ষ্য কৰক, ইনস্টলেশন প্রগতি বাৰ আৰু মেছেজ restart Firefox, বেলেগ ভাবে প্রদর্শিত নহয়।
03:33 সেইবোৰ Scrap Book বাৰত প্রদর্শিত হৈছে।
03:36 Restart Nowত টিপক।
03:40 Scrap Book ফায়াৰফক্সত সংস্থাপিত হৈছে।
03:44 এই টিউটোৰিয়েলটো ৰখাওক আৰু নির্দেশিত কামটো কৰক।
03:48 ফায়াৰফক্স ব্রাউজাৰত Add-ons Manager খোলক।
03:52 Get Add-ons বিকল্পত, Featured 'Add-ons' এৰ তালিকাৰ পৰা এটা নতুন add-on সংস্থাপিত কৰক।
03:59 Add-ons ManagerExtensions বিকল্প ব্যবহাৰ কৰি আপোনি এক্সটেনশন পৰিচালনা কৰক,
04:03 অর্থাত তাক যোগ কৰা,
04:06 মুছি পেলোৱা বা আপডেট কৰা।
04:08 ফায়াৰফক্স ব্রাউজাৰত Add-ons Manager ট্যাবত টিপক।
04:13 বাওপ্যানেলৰ পৰা, Extensions ত টিপক।
04:16 সো প্যানেলে, এতিয়া আপোনাৰ কম্পিউটাৰত সংস্থাপিত কৰা এক্সটেনশনস প্রদর্শন কৰে।
04:22 ScrapBook সম্পর্কে অধিক জানিবলৈ, এইটো নির্বাচন কৰি More ত টিপক।
04:27 ScrapBook সম্পর্কে বিশদ বিবৰণ প্রদর্শিত হৈছে।
04:31 এক্সটেনশন সম্পর্কে সকলো জানিবলৈ ওয়েবসাইট লিঙ্কত টিপক।
04:35 এতিয়া, বাওপ্যানেলৰ পৰা, Extensions বিকল্পত টিপক।
04:40 লক্ষ্য কৰক, প্রতিটো এক্সটেনশনৰ বাবে আপোনি, প্রেফেৰেন্সেস সেট কৰিবলৈ পাৰিব, তাক নিষ্ক্রিয় বা মুছি পেলাবলৈও পাৰিব।
04:46 Grab and Drag নির্বাচন কৰক আৰুPreferences ত টিপক।
04:49 আপোনি এই ডায়লগ বাক্স ব্যবহাৰ কৰি প্রেফেৰেন্সেস সেট কৰিবলৈ পাৰিব।
04:53 ডায়লগ বাক্স বন্ধ কৰিবলৈ Cancel ত টিপক।
04:57 এতিয়া Scrap Book নির্বাচন কৰক আৰুPreferences ত টিপক।
05:01 লক্ষ্য কৰক যে, Scrap Book Options ডায়লগ বাক্স Grab and Drag Preferences ডায়লগ বাক্সৰ পৰা ভিন্ন হয়।
05:09 সেয়ে, প্রতিটো এক্সটেনশনত ভিন্ন সেটিংস আছে যি সলাব পাৰি।
05:13 যদি এটা এক্সটেনশনৰ বাবে Preferences বাটন দৃশ্যমান নহয়,
05:17 ইয়াৰ অর্থ হৈছে ইয়াৰ বাবে কোনো প্রেফেৰেন্সেস নাই।
05:21 Scrap Book Options ডায়লগ বাক্স বন্ধ কৰিবলৈ Close ত টিপক।
05:26 অধিকাংশ সফ্টওয়্যাৰৰ নিচিনা, অ্যাড- অনস ও নিয়মিত আপডেট কৰা হয়।
05:31 Scrap Book আপডেট কৰিবলৈ, এইটো নির্বাচন কৰক, ৰাইট ক্লিক কৰক আৰুFind Updates ত টিপক।
05:37 যদি আপডেট পোৱা যায় তেনেহলে, Update বাটন প্রদর্শিত হয়।
05:42 অ্যাড- অন আপডেট কৰিবলৈ ইয়াৰ উপৰত টিপক।
05:47 যিহেতু ইয়াতScrap Book এৰ কোনো আপডেট নাই, Update বাটন প্রদর্শিত নহয়।
05:51 অবশেষত, আপোনি এক্সটেনশন ব্যবহাৰ কৰিব নিবিছাৰিলে Disable বাটনত টিপক।
05:58 আৰু আপোনাৰ কম্পিউটাৰৰ পৰা এক্সটেনশন মুছি পেলাবলৈ Remove ত টিপক।
06:03 আমি এক্সটেনশন সম্পর্কে সকলো শিকিছো!
06:06 এতিয়া আপোনি ফায়াৰফক্সত আৰো বৈশিষ্ট্য যুক্ত কৰি কামবোৰ কার্যকৰ কৰিবলৈ এক্সটেনশন ব্যবহাৰ কৰিবলৈ পাৰিব।
06:13 আপোনি একাধিক অ্যাড- অনস সম্পর্কে জানিবলৈ Get Add-ons বিকল্প ব্যবহাৰ কৰিবলৈ পাৰিব।
06:18 ইয়াৰ পিছত আপোনি সবতচে উপযোগী বা প্রাসঙ্গিক অ্যাড- অন নির্বাচন কৰি তাক সংস্থাপিত কৰিব পাৰিব।
06:24 Firefox Extensions সম্পর্কে আৰো জানিবলৈ ফায়াৰফক্স ওয়েবসাইটত চাওক।
06:31 আমি টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:34 এই টিউটোৰিয়েলত আমি এক্সটেনশন, এক্সটেনশন সংস্থাপিত কৰা, প্রস্তাবিত এক্সটেনশন সম্পর্কে শিকিছো।
06:42 এতিয়া নির্দেশিত কাম।
06:45 WebMail Notifier এক্সটেনশন বিছাৰক আৰু
06:49 আপোনাৰ কম্পিউটাৰত এইটো সংস্থাপিত কৰক।
06:52 এই এক্সটেনশনৰ বৈশিষ্ট্য সম্পর্কে জানক আৰু আপোনাৰ মেইল অ্যাকাউন্টৰ পৰা অপঠিত(unread) মেইল চেক কৰিবলৈ ইয়াক ব্যবহাৰ কিভাবে কৰে চাওক।
07:01 এক্সটেনশন অক্ষম কৰক।
07:03 তাৰপিছত এইটোক ফায়াৰফক্সৰ পৰা অতৰুৱাই দিয়ক।
07:07 এই লিঙ্কত উপলব্ধ ভিডিও-টি চাওক।
07:10 এইটোৱে Spoken Tutorial প্রকল্পৰ সাৰংস বোঝায়।
07:13 যদি ভাল ব্যান্ডউইডথ নাই, তেনেহলে আপোনি ভিডিও-টো ডাউনলোড কৰিও চাব পাৰিব।
07:18 স্পোকেন টিউটোৰিয়েল প্রকল্প দলে,
07:19 স্পোকেন টিউটোৰিয়েল-বোৰ ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
07:23 যোনে অনলাইন পৰীক্ষা পাস কৰে তেখেতলোকক প্রশংসাপত্র দিয়ে।
07:27 এই বিষয় বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
07:33 স্পোকেন টিউটোৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
07:37 এইটো ভাৰত সৰকাৰেৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
07:45 এই বিষয় বিস্তাৰিত তথ্য এই লিঙ্কতপ্রাপ্তিসাধ্য।
07:48 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
07:56 আই আই টি বম্বেৰ পৰা মই অনামিকা মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
08:00 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi