Difference between revisions of "GIMP/C2/Triptychs-In-A-New-Way/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
Line 128: Line 128:
 
|-
 
|-
 
|05:43
 
|05:43
|মই আচৰিত হৈছো মই কিয় ৰুলাৰ ঘুৰাব পৰা নাই আৰু ইয়াত এটা অপচন আছে এক্তিভ লেয়াৰ ঘুৰোৱাৰ বাবে, ইয়াক বাচি লৈ মই এক্তিভ লেয়াৰ ঘূৰাব পাৰো ।
+
|মই আচৰিত হৈছো মই কিয় ৰুলাৰ ঘুৰাব পৰা নাই আৰু ইয়াত এটা অপচন আছে Move the active layer, ইয়াক বাচি লৈ মই এক্তিভ লেয়াৰ ঘূৰাব পাৰো ।
  
 
|-
 
|-

Latest revision as of 11:47, 18 November 2015

Time Narration
00:23 নমস্কাৰ দৰ্শক সকল. GIMP লগ পাবলৈ স্বাগতম জনাইছো
00:25 মোৰ নাম মৌচুমি মেধী আৰু মই এইতো আই আই টি বম্বেত বানীবদ্ধ কৰিছো
00:30 মই নিউৱৰ্কত জেচনৰ পৰা এটা ইমেইল(e-mail) পাইছিলো আৰু তেখতে ত্ৰিপতিকচৰ বিষয়ে অনুস্থানতো বন্ধ কৰিছিল মাত্ৰ,এইতো কৰাৰ বাবে অন্য পথ এটা বিছাৰি উলিওৱাৰ বাবে,মই ত্ৰিপতিকচ কৰাৰ আৰম্ভ কৰাৰ আগতে ।
00:45 আৰু তেখেতে বেলেগ পথ এটা বিচাৰি পাইছিল লেয়াৰ মাস্ক ৱ্যবহাৰ কৰাৰ সৈতে ।
00:50 আৰু মই ভাবিছো মই আপোনালোকক সেইতো এই তিউতৰিয়েলত দেখোৱাতো উচিত হব ।
00:57 মই জেচনে ত্ৰিপতিচ কৰিবলৈ ৱ্যবহাৰ কৰা ছবিখন আপোনালোকক দেখাব নোৱাৰো কাৰন তেখেতে সহজতে উপলব্ধ নোহোৱা ছবিবোৰ ৱ্যবহাৰ কৰে গতিকে মই সেইবোৰ ৱ্যবহাৰ কৰিব নোৱাৰো।
01:10 লেয়াৰ মাচক ৱ্যবহাৰ কৰি ত্ৰিপতিচ কৰাতো বিৰাত সহজ আৰু মই তেখেতৰ লেয়াৰ মাচক ৱ্যবহাৰ কৰা ধাৰনাতো কিছু উন্নত কৰিছো ।
01:21 মই আচৰিত হৈছো মোৰ কিয় সেই বুদ্ধিতো পোৱা নাছিলো ।
01:25 আৰু মই ত্ৰিপতিচ এই তিনিখন আলোকচিত্ৰৰ সহায়ত কৰিব বিচাৰো ।
01:31 মই এইখন ছবি বাওফালে,এই দ্বিতীয় খন মাজভাগত আৰু এইখন সোফালে বিচাৰো ।
01:42 মই এই চতুৰ্ভুজীয় ফ্ৰেম সলাই এই ছবিখনত মিলা কিবা এটা দিব বিচাৰো ।
01:49 আমি এইতো কেনেকৈ কাম কৰে চাম ।
01:53 এতিয়া মই ইয়াত এই ছবিবোৰৰ সহায়ত ত্ৰিপতিচ সজা আৰম্ভ কৰিম আৰু মই মোৰ তুল বক্স উইন্দো আগফালে অনাৰ বাবে তেব দবাম ।
02:05 ফাইলত ক্লিক কৰক আৰু নতুন ছবি এখন নিৰ্মান কৰিবলৈ নিউ নিৰ্বাচন কৰক আৰু আমি প্ৰ্স্থৰ বাবে ৩৪০০ আৰু উচ্ছতাৰ বাবে ১২০০ দিফল্ট ভেলু পাম।
02:19 গতিকে মই তিনিখন ছবি পালো ১০০০ৰ পৰা ১০০০ লৈ আৰু সেই দুখনৰ মাজত ১০০পিক্সেল সীমাৰেখা পালো ।
02:31 সেইবোৰ কেনেদৰে কাম কৰে চাও আহক ।
02:36 এই ছবিখন নতুন ছবিখনৰ ভিতৰত পাবলৈ,মই এই ছবিখনৰ পিছফালৰ লেয়াৰতো ইয়াত মোৰ নতুন ছবিখনত তুল বক্সৰ পৰা তানি আনিম
02:54 এইখন মোৰ সম্পুৰ্ন বাওফালে থকা ছবি,গতিকে মই ইয়াক লেফট বুলি আকৌ নামাংকন কৰিম আৰু মই তাইপ কৰাৰ পাছত ৰিতাৰ্ন (return) দবাম
03:04 গতিকে এই ছবিখন বাওফালে থকাতো উচিত হব।
03:08 আৰু পিছৰ ছবিখন সোফালে থকাতো উচিত, গতিকে মই ছবিখন একে ধৰনে তানি আনিম আৰু সেই অনুসাৰে ৰাইত নামেৰে নামাংকন কৰিম ।
03:32 আৰু এইখন হৈছে তৃতীয়খন ছবি আৰু এইখন মোৰ কেন্দ্ৰৱৰ্তী উইন্দো,গতিকে মই এই ছবিখন নতুন ছবিখনৰ ওপৰত তানি আনিম আৰু এই লেয়াৰতো চেন্তাৰ বুলি পূনৰ নামাংকন কৰিম ।
03:49 মই সোফালৰ আৰু কেন্দ্ৰীয় লেয়াৰতো নেদেখা কৰিছো আৰু এতিয়া মই বাওফালৰ লেয়াৰতো তললৈ আনিব খোজো আৰু মই যেতিয়া তলৰ পিনে ১০% কৈ ডাঙৰ কৰো আপোনালোকে দেখা এই লেয়াৰৰ সীমাৰেখাবোৰ দেখা পাব আৰু এতিয়া ছবিখনৰ গোতেই ফ্ৰেম দেখা পোৱা গৈছে ।
04:16 আৰো এতিয়া মই মুভ তুল বাচি লৈছো যাতে মই এই ছবিখন ঘূৰাব আৰু অলপ মিলাব পাৰো ।
04:26 এই ছবিখন ঘুৰা নাই কাৰন মই চেন্তাৰ লেয়াৰতো বাচি লৈছো ।
04:33 গতিকে মই এতিয়া বাওফালৰ লেয়াৰতো বাচি লৈছো আৰু বটলতো প্ৰয়োজনীয় স্থানত স্থাপন কৰিছো ।
04:39 মই এই লেয়াৰতো অলপ তললৈ আনিব খোজো,গতিকে মই তুল বক্সৰ পৰা স্কেল তুল বাচি লৈছো আৰু তুলৰ বৃতান্তলৈ গৈছো আৰু এচপেক্ত ৰেচিওত ক্লিক কৰিছো আৰু প্ৰিভিউত মই ইমেজ অপচনতো নিৰ্বাচন কৰিছো।
04:59 আৰু এতিয়া মই লেয়াৰৰ ভিতৰত ক্লিক কৰিছো,আৰু বৃতান্ত উইন্দো এফালে তানি আনিছো আৰু কোনৰ পৰা ইয়াক অকনমান কমাইছো ।
05:09 মই ভাবো অলপ কম বা বেছি কৰিব লাগিব।
05:15 মই এই ছবিখন ধৰি তানি আনিব পাৰো আৰু মই য’ত বিচাৰো তাত স্থাপন কৰিব পাৰো আৰু মই ভাবো মই ইয়াৰ ওপৰত কিছুমান নির্দেশিকা সংস্থাপন কৰাতো উচিত হব।
05:30 ১০০%ৰে মই এই ছবিখনৰ ভিতৰত ডাঙৰকৈ চাম আৰু ওপৰৰ বাওফালৰ কোনৰ পিনে যাম।
05:38 এতিয়া ইয়াত মই নির্দেশিকাৰ বাবে ৰুলাৰ্চ তললৈ তানি আনিম
05:43 মই আচৰিত হৈছো মই কিয় ৰুলাৰ ঘুৰাব পৰা নাই আৰু ইয়াত এটা অপচন আছে Move the active layer, ইয়াক বাচি লৈ মই এক্তিভ লেয়াৰ ঘূৰাব পাৰো ।
06:01 এইতো লেয়াৰ বোৰক বচোৱাৰ বাবে এটা ভাল অপচন আৰু সোফালে ১০০ হিচাবে মই ফ্ৰেমৰ আকাৰ নিৰ্বাচন কৰিম আৰু মই তললৈ যাম আৰু মই ইয়াক ১১০০ ত সংস্থাপন কৰিম আৰু সোফালে ১১০০ হিচাবে সংস্থাপন কৰিম
06:31 মোৰ ছবিখনৰ বাবে এইতোয়ে হৈছে ফ্ৰেম ।
06:34 Shift + Ctrl + E এ মোক সম্পুৰ্ন ছবিখন দিব আৰু এতিয়া মই এক্তিভ লেয়াৰ অপচন বাচি ল’ম।
06:43 আৰু জুম ৰেচিওত মই ১০% নিৰ্বাচন কৰিছো ।
06:48 মই ভাবো মই ১৩% বাচি লোৱাতো উছিত হব আৰু সেইতোয়ে যথেষ্ঠ ।
06:59 মই স্কেল তুলত ক্লিক কৰিহচো আৰু এচপেক্ত ৰেচিও ৰাখিছো আৰো এই স্কেল উইন্দো ফ্ৰেমৰ বাহিৰলৈ তানি আনিছো ।
07:10 এতিয়া মই এই ছবিখন জুখিব পাৰিম ।
07:14 মই ক’ত এই ছবিখন ৰাখিব বিচাৰো এতিয়া মোৰ চাবলৈ ফ্ৰেম আছে ।
07:21 মই ভাবো মই এইখন অলপ সৰু বনাব লাগিব কাৰন মই ইয়াত ছবিখনত গ্লাচৰ চা থকাতো বিচাৰো ।
07:40 এতিয়া মই স্কেলত ক্লিক কৰিছো আৰু মই মোৰ স্কেল ছবি পায় গৈছো ।
07:49 ছবিখনৰ চাৰিওফালে ফ্ৰেমতো পোৱাৰ বাবে মই মাত্ৰ এটা লেয়াৰ মাস্কক যোগ দিম ।
08:01 আৰু মই মোৰ লেয়াৰ মাস্কক ক’লা তৈয়াৰ কৰিলো যিটো হব সম্পূৰ্ন স্বচ্ছ ।
08:07 আৰু মাত্ৰ এদত ক্লিক কৰক ।
08:13 গতিকে ইয়াৰ চাৰিসিমাৰ ভিতৰত মই চতুৰ্ভুজ নিৰ্বাচন কৰিলো আৰু চতুৰ্ভুজতো ব’গা ৰঙেৰে ভৰ্তি কৰিলো ।
08:23 মই ইয়াৰ ওপৰত ব’গা ৰং তানি আনিছো আৰু আপোনালোকে দেখা পাইছে যে বটলতো ক্ৰমশ: দেখা গৈ আছে আৰু ইয়াত ফ্ৰেমতো সম্পূৰ্ন কৰাৰ বাবে,মই মাত্ৰ ইয়াত ভিতৰত ডাঙৰকৈ চাইছো ।
08:36 আৰু মই ব’গা ৰঙেৰে বিশৃঙ্খল স্ত্ৰোকৰ সহায়ত লেয়াৰ মাচকত ৰং কৰিম ।
08:44 সেইতো কৰাৰ বাবে মই ব্ৰাচ তুল বাচি ল’ম, ইয়াৰ দাইল’গলৈ যাম আৰু মই ইয়াত ৰং কৰাৰ বাবে কোমল ব্ৰাচ বাচি ল’ম ।
09:01 ৰং কৰাৰ আগতে মই মোৰ নিৰ্বাচন Shift + Ctrl + A দবাই নিৰ্বাচন মুক্ত কৰিব লাগিব,আৰু এতিয়া মই ব’গা ৰঙেৰে ৰং কৰা আৰম্ভ কৰিব পাৰো ।
09:13 ব’গা ৰংতো নিৰ্বাচন কৰা হয় গৈছে ।
09:16 এতিয়া ইয়াৰ চাৰিওফালে মই ব’গা ৰঙেৰে ৰং কৰিলো আৰু আপোনালোকে দেখা পাইছে মই যেতিয়া লেয়াৰ মাস্ককত ব’গা ৰঙেৰে ৰং কৰি আছো,মই ছবিখন তলৰ পিনে দেখি আছো ।
09:28 আৰু ৰং কৰোতে অসমান হৈছে কিন্তু কোনো কথা নাই ।
09:40 এতিয়া মই বেলেগ এদাল ব্ৰাচ বাচি লৈছো আৰু মই ভাবো এইদাল বেছি ভাল ।
09:49 মই এটা আহযুক্ত কোণ পাইছো ।
09:52 মই ছবিখন ১০০% ডাঙৰ কৰি চোৱাতো উচিত হব যাতে আপোনালোকে এইতো চাব পাৰে ।
10:04 মই ইয়াত আহ যুক্ত পৰিসীমা পাইছো আৰু মই ইয়াক এক মুহুৰ্ততে ইয়াৰ ওপৰত দুবাৰ ৰং কৰি আৰু বেছি আহ যুক্ত বনাম ।
10:16 আৰু আপোনালোকে দেখা পাইছে যে পাৰীবোৰ আৰু বেছি অসমান হৈছে ।
10:22 সম্ভবত ইয়াত এইতো শুধ্য আহিলা নহয় কিন্তু আপোনালোকে বিভিন্ন ধৰনৰ আহিলা ৱ্যবহাৰ কৰিব পাৰে আৰু এতিয়া মই ছবিখন স্পষ্ট কৰিব খোজো ।
10:35 আপোনালোকে চাব পাৰে যে মই এতিয়াও এই লেয়াৰ মাস্কত কাম কৰি আছো ।
10:41 আপোনালোকে ইয়াত পৰীক্ষা কৰি চাব পাৰে ।
10:43 লেয়াৰ মাস্কতো ইয়াত ব’গা ৰঙেৰে নিৰ্বাচন কৰা আছে ।
10:47 গতিকে ফিল্টাৰচ,ব্লাৰ,গচিয়ান ব্লাৰত ক্লিক কৰিছো আৰু মই হাই ব্লাৰ কাউন্ত ইয়াত বাচি লম আৰু মই ভাবো সেইতো থিকে আছে ।
11:03 আৰু এতিয়া ইয়াৰ চাৰিওফালে মই সচাকৈয়ে আহযুক্ত পৰিসীমা পাইছো ।
11:10 গতিকে সম্পূৰ্ন ছবিখন এবাৰ ছোৱা যাওক । Shift + Ctrl + E
11:17 মই প্ৰথম অংশতো ত্ৰিপতিচৰ পালো আৰু মই অন্যবোৰো এনে দৰে কৰিম।
11:26 মই আন ছবিবোৰৰ সৈতে শেষ কৰিলো আৰু আপোনালোকে ইয়াত ছাব পাৰে মই ৰুলাৰ্চৰ ওপৰত পুনৰ এবাৰ ৰং কৰিছো আৰু মই সেইতো ইয়াতো কৰিব পাৰো ।
11:39 এতিয়া মই ৰুলাৰবোৰ গুচাব খোজো আৰু সেইতো কৰাৰ নতুন পথতো হৈছে ইমেজলৈ,ইমেজ গাইদলৈ যোৱা আৰু ইয়াত মই সকোলো গাইদ নোহোৱা কৰিব পাৰিম ।
11:54 আৰু মই বিচাৰি পাইছিলো যে মই ইয়াত নিউ গাইদ কৰিব পাৰো আৰু পোজিচন স্ংক্ষা অনুসাৰে নিৰ্বাচন কৰিব পাৰো
12:03 এই অপচনতো পোৱাতো বিৰাত আচৰিত ।
12:08 GIMP ৰ বহুত অপচন আছে যে আপোনালোকে তাৰে গোতেইবোৰ মনত ৰাখিব নোৱাৰে ।
12:14 ভিউলৈ যাওক আৰু লেয়াৰ বাওন্দাৰি নিৰ্বাচন মুক্ত কৰক ।
12:18 মই এই বটলতো কোনৰ পিনে অলপ আৰু বিচাৰো।
12:23 মই ভাবো ইয়াত অলপ বেছি ঠাই আছে আৰু ইয়াত অলপ কম ঠাই আছে ।
12:30 মই ভাবো সোফালৰ আৰু মধ্যভাগত থকা ছবিখন ইয়াত সোফালৰ কোনতোত আছে ।
12:36 মই ভাবো এই বটলতো তাত ওপৰৰ পিনে যাব লাগে ।
12:41 গতিকে মই সম্পুৰ্ন ছবি মোদৰ পৰা বাহিৰ ওলায় আহিম ।
12:45 মই মধ্য আৰু সোফালৰ লেয়াৰতো নিৰ্বাচন মুক্ত কৰিছো আৰু বাওফালৰ লেয়াৰতোত মনোযোগ দিছো ।
12:54 এতিয়া মই ৰুলাৰ্চ নিৰ্দেশনাৰ বাবে বিচাৰো ।
12:58 গতিকে ইমেজ,গাইদচ,নিউগাইদত ক্লিক কৰক আৰু পথালি অবস্থান ১০০ তাইপ কৰক।
13:10 আকৌ ইমেজলৈ গাইদচ,নিউ গাইদলৈ যাওক আৰু লম্বীয় অবস্থা ১০০ হিচাবে ক্লিক কৰক ।
13:20 আৰু এতিয়া মই মোৰ মুভ তুল বাচি লৈছো। অপচনলৈ যওক, মুভ দা এক্তিভ লেয়াৰ নিৰ্বাচন কৰক আৰু মই মাত্ৰ এইতো ওপৰলৈ ঘূৰাম ।
13:37 মই ভাবো মই ভুল কৰিলো গতিকে পদক্ষেপবোৰ Ctrl + z দবাই নোহোৱা কৰিম আৰু ইয়াত আপোনালোকে দেখিচে যে মাচকতো নিৰ্বাচন হৈছে ।
13:49 মই লেয়াৰতো ঘূৰাব বিচাৰো ।
13:51 গতিকে এতিয়া মই ছবিখন নিৰ্বাচন কৰিম আৰু মই মাত্ৰ ইয়াক ওপৰলৈ তানি আনিম আৰু ইয়াৰ সৈতে মাস্কো ঘূৰিব ধৰিছে ।
13:58 মই মাস্কতো বন্ধ কৰিবলৈ কোনো পথ বিচাৰি পোৱা নাই কিন্তু মই সেইতো শুধ্য কৰিব পাৰিম ।
14:04 মই লেয়াৰ মাস্কতো নিৰ্বাচন কৰিছো আৰু লেয়াৰ মাস্কতো পিছলৈ ইয়াত মোৰ কোনলৈ তানি আনিছো।
14:13 মই ভাবো এইতো এতিয়া দেখিবলৈ ধূনীয়া হৈছে ।
14:19 আৰু এতিয়া এই ছবিখন সম্পূৰ্ন হ’ল নিউঅৰ্কত থকা জেচনৰ সহায়ত ।
14:28 নহয় এই ছবিখন সম্পুৰ্ন হোৱা নাই ।
14:32 সধাৰনতে মই নাপাহৰা কিন্তু বানীবদ্ধ কৰাৰ সময়ত সদায় পাহৰা বস্তুতো কাৰন মই মোৰ ছবিখন তৈয়াৰ কৰাতকৈ বহুত ধৰনৰ বস্তুৰ বিষয়ে ভাবিব লাগে।
14:47 মই আকৌ ইয়াক সংৰক্ষন কৰিব পাহৰিলো ।
14:56 jaegermeister.xcf হিচাবে ইয়াক সংৰক্ষন কৰক, xcf প্ৰত্যক লেয়াৰৰ বিষয়ে জ্ঞান লৈ গথিত আৰু মই ৱেবৰ বাবে কৰা পুৰ্নমাপৰ সকোলো বস্তু নোহোৱা কৰিম।
15:08 এই দৰ্শনিৰ প্ৰদৰ্শনত আপোনালোকে এই ফাইললৈ এটা লিংক meetthegimp@org ত পাব আৰু আপোনালোকে যদি কিবা মতামত দিব খোজে তেতিয়াহলে সেইতো অনুগ্ৰহ কৰি কৰিব।
15:18 এই পাঠটি বৈজয়ন্তী ডেকাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে. আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ।

Contributors and Content Editors

Mousumi