Difference between revisions of "BOSS-Linux/C2/Synaptic-Package-Manager/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |''' Time ''' |''' Narration ''' |- | 00: 01 | সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' '' কিভাবে ব্যব...")
 
 
(One intermediate revision by one other user not shown)
Line 3: Line 3:
 
|''' Narration '''
 
|''' Narration '''
 
|-
 
|-
| 00: 01
+
| 00:01
| সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' '' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম ''
+
| নমস্কাৰ দৰ্শক সকল. সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' '' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম ''
  
 
|-
 
|-
| 00: 07
+
| 00:07
 
| এই টিউটোৰিয়েলত, আমি শিকিম
 
| এই টিউটোৰিয়েলত, আমি শিকিম
  
 
|-
 
|-
| 00: 10
+
| 00:10
| বস লিনাক্স 3.4.2ত   '' অ্যাপ্লিকেশন '' '' ইনস্টল কৰা
+
| বস লিনাক্স 3.4.2ত  '' অ্যাপ্লিকেশন '' '' ইনস্টল কৰা
 
|-
 
|-
| 00: 14
+
| 00:14
| '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰি
+
| '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰা
 
|-
 
|-
| 00: 18
+
| 00:18
 
| ইয়াত আমি ব্যবহাৰ কৰিছো
 
| ইয়াত আমি ব্যবহাৰ কৰিছো
  
 
|-
 
|-
| 00: 20
+
| 00:20
 
| বস লিনাক্স 3.4.2' ''gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '' '.
 
| বস লিনাক্স 3.4.2' ''gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '' '.
 
|-
 
|-
| 00: 26
+
| 00:26
 
| আপোনি ''সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব'' ''
 
| আপোনি ''সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব'' ''
 
|-
 
|-
| 00: 32
+
| 00:32
 
| আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব.
 
| আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব.
 
|-
 
|-
| 00: 36
+
| 00:36
| সেয়ে, আমি প্রথমে  '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা
+
| সেয়ে, আমি প্রথমে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা
 
|-
 
|-
| 00: 41
+
| 00:41
 
| আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত '' BOSS '' ডেস্কটপ দেখিব পাৰিব.
 
| আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত '' BOSS '' ডেস্কটপ দেখিব পাৰিব.
 
|-
 
|-
| 00: 48
+
| 00:48
 
| এতিয়া, Application, System Tools, Administration লৈ যাওক.
 
| এতিয়া, Application, System Tools, Administration লৈ যাওক.
  
 
|-
 
|-
| 00: 56
+
| 00:56
 
| আৰু তাৰপিছত '' '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.'
 
| আৰু তাৰপিছত '' '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.'
 
|-
 
|-
| 01: 00
+
| 01:00
 
| এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব.
 
| এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব.
  
 
|-
 
|-
| 01: 06
+
| 01:06
 
| আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক.
 
| আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক.
 
|-
 
|-
| 01: 11
+
| 01:11
 
| আমি প্রথম বাৰৰ বাবে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰাত, এটা '' '' introduction '' ডায়লগ বক্স প্রদর্শিত হব.
 
| আমি প্রথম বাৰৰ বাবে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰাত, এটা '' '' introduction '' ডায়লগ বক্স প্রদর্শিত হব.
  
 
|-
 
|-
| 01: 19
+
| 01:19
 
| এই ডায়লগ বক্সত ''সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে.
 
| এই ডায়লগ বক্সত ''সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে.
  
 
|-
 
|-
| 01: 25
+
| 01:25
 
| আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' '' কনফিগাৰ কৰক.
 
| আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' '' কনফিগাৰ কৰক.
  
 
|-
 
|-
| 01: 36
+
| 01:36
 
| অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে.
 
| অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে.
 
|-
 
|-
| 01: 41
+
| 01:41
 
| এই কামৰ বাবে, '' আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' উইন্ডোলৈ যাও.
 
| এই কামৰ বাবে, '' আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' উইন্ডোলৈ যাও.
 
|-
 
|-
| 01: 47
+
| 01:47
 
| এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক.
 
| এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক.
 
|-
 
|-
| 01: 54
+
| 01:54
 
| "'Preferences ' '' উইন্ডোত বিভিন্ন ট্যাব আছে.
 
| "'Preferences ' '' উইন্ডোত বিভিন্ন ট্যাব আছে.
 
|-
 
|-
| 01: 58
+
| 01:58
 
| প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে '' 'নেটওয়ার্ক' '' ট্যাবত ক্লিক কৰক.
 
| প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে '' 'নেটওয়ার্ক' '' ট্যাবত ক্লিক কৰক.
 
|-
 
|-
| 02: 03
+
| 02:03
 
| Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet  আৰু  
 
| Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet  আৰু  
  
 
|-
 
|-
| 02: 09
+
| 02:09
 
| '' Manual Proxy Configuration' ''
 
| '' Manual Proxy Configuration' ''
 
|-
 
|-
| 02: 12
+
| 02:12
 
|আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো.  
 
|আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো.  
  
 
|-
 
|-
| 02: 17
+
| 02:17
 
| আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' '' বাটনত ক্লিক কৰক.
 
| আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' '' বাটনত ক্লিক কৰক.
  
 
|-
 
|-
| 02: 23
+
| 02:23
 
| '' 'HTTP প্রমাণীকৰণৰ' '' উইন্ডো পর্দাত প্রদর্শিত হব.
 
| '' 'HTTP প্রমাণীকৰণৰ' '' উইন্ডো পর্দাত প্রদর্শিত হব.
  
 
|-
 
|-
| 02: 28
+
| 02:28
 
| যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.' '' আৰু OKত ক্লিক কৰক ''
 
| যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.' '' আৰু OKত ক্লিক কৰক ''
 
|-
 
|-
| 02: 33
+
| 02:33
 
| এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক.
 
| এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক.
 
|-
 
|-
Line 105: Line 105:
 
| তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ'' '' 'OKত ক্লিক কৰক.
 
| তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ'' '' 'OKত ক্লিক কৰক.
 
|-
 
|-
| 02: 42
+
| 02:42
 
| এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম.
 
| এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম.
 
|-
 
|-
| 02: 49
+
| 02:49
 
| আপোনি যদি প্রথমবাৰৰ বাবে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব.
 
| আপোনি যদি প্রথমবাৰৰ বাবে '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব.
  
 
|-
 
|-
| 02: 57
+
| 02:57
 
| এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক.
 
| এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক.
  
 
|-
 
|-
| 03: 02
+
| 03:02
 
| ই কিছো সেকেন্ড লব পাৰে.
 
| ই কিছো সেকেন্ড লব পাৰে.
  
 
|-
 
|-
| 03: 06
+
| 03:06
 
| ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে.
 
| ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে.
  
 
|-
 
|-
| 03: 14
+
| 03:14
 
| এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক '' 'vlc' ''  
 
| এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক '' 'vlc' ''  
 
|-
 
|-
| 03: 23
+
| 03:23
| ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিব.
+
| ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিম.
 
|-
 
|-
| 03: 28
+
| 03:28
 
| VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক.
 
| VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক.
 
|-
 
|-
| 03: 33
+
| 03:33
 
| এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা ''  Mark for installation ''  বিকল্প নির্বাচন কৰক.
 
| এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা ''  Mark for installation ''  বিকল্প নির্বাচন কৰক.
 
|-
 
|-
| 03: 39
+
| 03:39
 
| এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব.
 
| এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব.
  
 
|-
 
|-
| 03: 45
+
| 03:45
 
| স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ '' 'মার্ক' '' বাটনত ক্লিক কৰক.
 
| স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ '' 'মার্ক' '' বাটনত ক্লিক কৰক.
 
|-
 
|-
| 03: 51
+
| 03:51
 
| টুল বাৰত যাওক আৰু'' ''Apply '' বাটনত ক্লিক কৰক.
 
| টুল বাৰত যাওক আৰু'' ''Apply '' বাটনত ক্লিক কৰক.
  
 
|-
 
|-
| 03: 56
+
| 03:56
 
| উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে.  
 
| উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে.  
 
|-
 
|-
| 04: 02
+
| 04:02
 
| ইনস্টলেশন আৰম্ভ কৰাৰ বাবে '' 'Apply ' '' বাটনত ক্লিক কৰক.
 
| ইনস্টলেশন আৰম্ভ কৰাৰ বাবে '' 'Apply ' '' বাটনত ক্লিক কৰক.
  
 
|-
 
|-
| 04: 07
+
| 04:07
 
| ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে.
 
| ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে.
  
 
|-
 
|-
| 04: 16
+
| 04:16
 
| ইনস্টলেশন সম্পন্ন হোৱাত'' 'Downloading Package File ' '' উইন্ডো  শীঘ্রই বন্ধ হব.
 
| ইনস্টলেশন সম্পন্ন হোৱাত'' 'Downloading Package File ' '' উইন্ডো  শীঘ্রই বন্ধ হব.
 
|-
 
|-
| 04: 25
+
| 04:25
 
| আমি '' 'vlc' '' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম.
 
| আমি '' 'vlc' '' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম.
 
|-
 
|-
| 04: 29
+
| 04:29
 
| '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' উইন্ডো বন্ধ কৰক.
 
| '' 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' '' উইন্ডো বন্ধ কৰক.
 
|-
 
|-
| 04: 33
+
| 04:33
 
| এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও.
 
| এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও.
 
|-
 
|-
| 04: 40
+
| 04:40
 
| আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও.
 
| আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও.
 
|-
 
|-
| 04: 49
+
| 04:49
| ইয়াত আমি '' 'VLC মিডিয়া প্লেয়াৰ' '' তালিকাভুক্ত হোৱা দেখিব পাৰিব.
+
| ইয়াত আমি '' 'VLC মিডিয়া প্লেয়াৰ' '' তালিকাভুক্ত হোৱা দেখিব পাৰিম.
  
 
|-
 
|-
| 04: 54
+
| 04:54
 
| ইয়াৰ মানে  ''  vlc ' " সফলভাবে ইনস্টল হৈছে.
 
| ইয়াৰ মানে  ''  vlc ' " সফলভাবে ইনস্টল হৈছে.
  
 
|-
 
|-
| 04: 59
+
| 04:59
 
| একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন '' ইনস্টল কৰিব পাৰিম.
 
| একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন '' ইনস্টল কৰিব পাৰিম.
 
|-
 
|-
| 05: 06
+
| 05:06
 
| সংক্ষেপ কৰা যাওক.
 
| সংক্ষেপ কৰা যাওক.
  
 
|-
 
|-
| 05: 08
+
| 05:08
 
| এই টিউটোৰিয়েলত আমি শিকিছো
 
| এই টিউটোৰিয়েলত আমি শিকিছো
  
 
|-
 
|-
| 05: 10
+
| 05:10
 
| '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' ''  প্রক্সি '' কনফিগাৰ কৰা
 
| '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' ''  প্রক্সি '' কনফিগাৰ কৰা
 
|-
 
|-
| 05: 14
+
| 05:14
 
| 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা '' প্যাকেজ ইনস্টল কৰা.
 
| 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা '' প্যাকেজ ইনস্টল কৰা.
 
|-
 
|-
| 05: 20
+
| 05:20
 
| এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে
 
| এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে
 
|-
 
|-
| 05: 24
+
| 05:24
 
|  ইয়াক ডাউনলোড কৰিও চাব পাৰে।
 
|  ইয়াক ডাউনলোড কৰিও চাব পাৰে।
 
|-
 
|-
| 05: 28
+
| 05:28
 
| স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক।
 
| স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক।
 
|-
 
|-
| 05: 36
+
| 05:36
 
| স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়.
 
| স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়.
 
|-
 
|-
| 05: 44
+
| 05:44
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
+
| আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
  
 
|-
 
|-
| 05: 50
+
| 05:50
 
|  যোগদানৰ বাবে ধন্যবাদ।
 
|  যোগদানৰ বাবে ধন্যবাদ।

Latest revision as of 15:52, 26 February 2015

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. সিনাপ্টিক প্যাকেজ ম্যানেজাৰক' কিভাবে ব্যবহাৰ কৰিব পাৰি তাৰ স্পোকেন টিউটোৰিয়েললৈ স্বাগতম
00:07 এই টিউটোৰিয়েলত, আমি শিকিম
00:10 বস লিনাক্স 3.4.2ত   অ্যাপ্লিকেশন ইনস্টল কৰা
00:14 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰা
00:18 ইয়াত আমি ব্যবহাৰ কৰিছো
00:20 বস লিনাক্স 3.4.2' gnome এনভাইৰনমেন্ট ডেস্কটপৰ সৈতে '.
00:26 আপোনি সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰিবলৈ প্রশাসনিক অধিকাৰৰ(administrative rights) প্রয়োজন হব
00:32  আপোনাৰ উচৰত ইন্টাৰনেট সংযোগ থাকিব লাগিব.
00:36 সেয়ে, আমি প্রথমে  'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' খোলা
00:41 আমি ৱিন্দোখন মিনিমাইজ কৰো. আপোনি ইয়াত BOSS ডেস্কটপ দেখিব পাৰিব.
00:48 এতিয়া, Application, System Tools, Administration লৈ যাওক.
00:56 আৰু তাৰপিছত 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত ক্লিক কৰক.'
01:00 এতিয়া, এটা প্রমাণীকৰণ ডায়লগ বক্স অ্যাডমিন পাসওয়ার্ডৰ বাবে প্রদর্শিত হব.
01:06 আমি অ্যাডমিন পাসওয়ার্ড টাইপ কৰো আৰু Enter টিপক.
01:11 আমি প্রথম বাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰাত, এটা introduction ডায়লগ বক্স প্রদর্শিত হব.
01:19 এই ডায়লগ বক্সত সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰৰ তথ্য আছে.
01:25 আপোনি যদি প্রক্সি নেটওয়ার্ৰকৰ অধীনত কাম কৰি আছে, তেনেহলে এটা আবেদন বা প্যাকেজ ইনস্টল কৰাৰ বাবে প্রক্সিটো 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰত' কনফিগাৰ কৰক.
01:36 অন্যথায় আপোনি এই প্রক্সি কনফিগাৰেশন সেটিংক উপেক্ষা কৰিব পাৰে.
01:41 এই কামৰ বাবে, আম 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডোলৈ যাও.
01:47 এতিয়া Setting লৈ যাওক আৰু Preferencesত ক্লিক কৰক.
01:54 "'Preferences ' উইন্ডোত বিভিন্ন ট্যাব আছে.
01:58 প্রক্সি সেটিংস কনফিগাৰ কৰাৰ বাবে 'নেটওয়ার্ক' ট্যাবত ক্লিক কৰক.
02:03 Proxy Server অধীনত দুটা বিকল্প আছে – Direct Connection to the internet  আৰু
02:09 Manual Proxy Configuration'
02:12 আপোনি যেনে দেখিব পাৰে, মই ইয়াত Manual Proxy Configuration ব্যবহাৰ কৰি আছো.
02:17 আপোনি আপোনাৰ পছন্দৰ অপশনটো নির্বাচন কৰক আৰু Authentication' বাটনত ক্লিক কৰক.
02:23 'HTTP প্রমাণীকৰণৰ' উইন্ডো পর্দাত প্রদর্শিত হব.
02:28 যদি প্রয়োজন হয় ব্যবহাৰকাৰীৰ নাম আৰু পাসওয়ার্ড লিখক.'  আৰু OKত ক্লিক কৰক
02:33 এতিয়া পৰিবর্তনবোৰ প্রয়োগ কৰাৰ বাবে Applyত ক্লিক কৰক.
02:37 তাৰপিছত, ৱিন্দোখন বন্ধ কৰিবলৈ 'OKত ক্লিক কৰক.
02:42 এই টুল ব্যবহাৰ কৰা শিকিবলৈ, মই এতিয়া এটা উদাহৰণ হিসাবে VLC প্লেয়াৰ ইনস্টল কৰিম.
02:49 আপোনি যদি প্রথমবাৰৰ বাবে 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' ব্যবহাৰ কৰি আছে, আপোনি প্যাকেজবোৰক পুনৰায় লোড কৰিব লাগিব.
02:57 এই কামৰ বাবে, টুল বাৰত থকা Reload বাটনত ক্লিক কৰক.
03:02 ই কিছো সেকেন্ড লব পাৰে.
03:06 ইয়াত আমি দেখিব পাৰো যে প্যাকেজবোৰ ইন্টাৰনেটৰ মাধ্যমেৰে স্থানান্তৰিত হৈছে আৰু আপডেট হৈছে.
03:14 এবাৰ পুনৰায় লোড কৰা সম্পূর্ণ হোৱাত, টুল বাৰত থকা quick search বক্সত টাইপ কৰক আৰু লিখক 'vlc'
03:23 ইয়াত আমি সকলো প্যাকেজ তালিকাভুক্ত হোৱা দেখিব পাৰিম.
03:28 VLC প্যাকেজৰ পৰবর্তীত চেক বক্সত ক্লিক কৰক.
03:33 এতিয়া প্ৰদৰ্শিত মেনু বাৰ পৰা   Mark for installation   বিকল্প নির্বাচন কৰক.
03:39 এটা ডায়লগ বক্সত সংগ্রহস্থলৰ (repository ) প্যাকেজ তালিকা দেখোৱাব.
03:45 স্বয়ংক্রিয়ভাবে সকলো নির্ভৰতা চিহ্নিত কৰিবলৈ 'মার্ক' বাটনত ক্লিক কৰক.
03:51 টুল বাৰত যাওক আৰু Apply বাটনত ক্লিক কৰক.
03:56 উইন্ডোত ইনস্টল হব লগীয়া প্যাকেজৰ বিবৰণ দেখাইছে.
04:02 ইনস্টলেশন আৰম্ভ কৰাৰ বাবে 'Apply ' বাটনত ক্লিক কৰক.
04:07 ইনস্টলেশনৰ সময় ইনস্টল কৰিবলগিয়া প্যাকেজৰ সংখ্যা আৰু আকাৰৰ উপৰত নির্ভৰ কৰে.
04:16 ইনস্টলেশন সম্পন্ন হোৱাত 'Downloading Package File ' উইন্ডো  শীঘ্রই বন্ধ হব.
04:25 আমি 'vlc' এতিয়া ইনস্টল হোৱা দেখিব পাৰিম.
04:29 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ' উইন্ডো বন্ধ কৰক.
04:33 এতিয়া, VLC প্লেয়াৰ সফলভাবে আমাৰ মেশিনত ইনস্টল কৰা হৈছে নে নাই, চাও.
04:40 আমি স্ক্ৰীন খন মিনিমাইজ কৰো, ইয়াৰ বাবে, Applications, Sound & Video লৈ যাও.
04:49 ইয়াত আমি 'VLC মিডিয়া প্লেয়াৰ' তালিকাভুক্ত হোৱা দেখিব পাৰিম.
04:54 ইয়াৰ মানে    vlc ' " সফলভাবে ইনস্টল হৈছে.
04:59 একেই ভাবে, আমি 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ" ব্যবহাৰ কৰি অন্যান্য অ্যাপ্লিকেশন ইনস্টল কৰিব পাৰিম.
05:06 সংক্ষেপ কৰা যাওক.
05:08 এই টিউটোৰিয়েলত আমি শিকিছো
05:10 '"সিনাপ্টিক প্যাকেজ ম্যানেজাৰত'   প্রক্সি কনফিগাৰ কৰা
05:14 'সিনাপ্টিক প্যাকেজ ম্যানেজাৰ ব্যবহাৰ কৰি এটা অ্যাপ্লিকেশন অথবা প্যাকেজ ইনস্টল কৰা.
05:20 এই লিঙ্কত স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সাৰাংশ ইয়াত আছে
05:24   ইয়াক ডাউনলোড কৰিও চাব পাৰে।
05:28 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে কৰ্মশালা আৰু অনলাইন পৰীক্ষা প্ৰদান কৰে. অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক।
05:36 স্পোকেন টিউটোৰিয়েল প্ৰকল্প NMEICT, MHRD ভাৰত চৰকাৰৰ দ্ৱাৰা সমৰ্থিত হয়.
05:44 আই. আই. টী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
05:50   যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya