Difference between revisions of "Blender/C2/3D-Cursor/Assamese"
From Script | Spoken-Tutorial
(One intermediate revision by the same user not shown) | |||
Line 443: | Line 443: | ||
| 09:06 | | 09:06 | ||
− | | যি অনলাইন পৰীক্ষা পাস কৰে | + | | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্ৰমানপত্র (সার্টিফিকেট)ও দিয়া হয়। |
|- | |- | ||
Line 455: | Line 455: | ||
| 09:17 | | 09:17 | ||
− | | | + | | মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো। |
|- | |- | ||
Line 461: | Line 461: | ||
| 09:19 | | 09:19 | ||
− | | | + | |অংশগ্রহনৰ বাবে ধন্যবাদ। |
Latest revision as of 11:15, 4 February 2015
Time | Narration |
00:03 | নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম। |
00:07 | এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত 3D কার্সাৰ সম্পর্কে। |
00:15 | মই মৌচুমি মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো। |
00:25 | এই টিউটোৰিয়েল চাবলৈ, আমি শিকিম যে 3D কার্সাৰ কি ? |
00:32 | কিভাবে ব্লেন্ডাৰত 3D কার্সাৰ ব্যবহাৰ কৰি 3D ভিউত নতুন বস্তু আৰু ব্লেন্ডাৰত 3D কার্সাৰৰ বাবে স্নেপ্পিং বিকল্প জুড়াব পাৰি। |
00:46 | আমি ধৰিলও যে, আপোনি আগৰে পৰা সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে। |
00:51 | নহলে, ব্লেন্ডাৰ সংস্থাপন কৰাৰ আমাৰ আগৰ টিউটোৰিয়ালটো পড়ক। |
00:57 | 3D কার্সাৰ ক্রস হেয়াৰৰ সৈতে ৰঙা আৰু বগা ৰঙৰ বৃত্ত, যাক আপোনি ব্লেন্ডাৰ পর্দাৰ কেন্দ্রত দেখিব পাৰিব। |
01:06 | ব্লেন্ডাৰত 3D কার্সাৰ চাও। এইটো কৰিবলৈ আমি ব্লেন্ডাৰ খুলিব লাগিব। |
01:12 | ব্লেন্ডাৰ খোলাৰ দুটা উপায় আছে। |
01:15 | প্রথমে, ডেস্কটপত ব্লেন্ডাৰ আইকনলৈ যাও। ব্লেন্ডাৰ আইকনত সো ক্লিক কৰক। Openত বাও ক্লিক কৰক। |
01:27 | ব্লেন্ডাৰ খোলিবলৈ দ্বিতীয় আৰু সহজ উপায় হল ডেস্কটপত ব্লেন্ডাৰ আইকনত মাউছৰ বাওত ডবল ক্লিক কৰক। |
01:42 | এইটো ব্লেন্ডাৰ 2.59. অনুগ্ৰহ কৰি মন কৰিব যে ইয়াত প্রদর্শিত পর্দাৰ ৰেজল্যুশন 1024*768 পিক্সেল হয়। |
01:54 | ব্লেন্ডাৰ ইন্টাৰফেসত ফন্টৰ আকাৰ বৃদ্ধি কৰা হৈছে যাতে আপোনি, দিয়া সমস্ত বিকল্প বুজিব পাৰে। |
02:01 | ইন্টাৰফেস ফন্টৰ আকাৰ কিভাবে বৃদ্ধি কৰে, তাক শিকিবলৈ ইউসাৰ প্রেফাৰেন্সেসৰ টিউটোৰিয়েলটো চাওক। |
02:12 | এইটো স্বাগত পৃষ্ঠা বা স্প্ল্যাশ স্ক্রীন হিসাবে পৰিচিত। ব্লেন্ডাৰ সম্পর্কে শিকিবলৈ ই কিছু দৰকাৰী ৰেফাৰেন্স লিংক দেখায়। |
02:20 | স্প্ল্যাশ স্ক্রীন অপসাৰণৰ বাবে কীবোর্ডত ESC টিপক বা |
02:25 | স্প্ল্যাশ স্ক্রীনৰ বাহিৰে ব্লেন্ডাৰ ইন্টাৰফেসত কোনো এটা ঠাইত বাও মাউসত ক্লিক কৰক। |
02:32 | এতিয়া আপোনি ডিফল্ট ব্লেন্ডাৰ কর্মক্ষেত্র দেখিব পাৰিব। |
02:37 | 3D কার্সাৰ কিউব দ্বাৰা পৰিবেষ্টিত(surrounded) পর্দাৰ কেন্দ্রৰ সোফালে আছে। |
02:43 | আমি কার্সাৰ সঠিকভাবে দেখিব নোৱাৰো সেইভাবে কিউব মুছাটো দৰকাৰ। |
02:48 | ডিফল্টৰুপে, কিউব আগৰে পৰা নির্বাচিত। |
02:51 | এইটোক মুছিবলৈ, কীবোর্ডত ডিলিট বোতাম টিপক। ডিলিটত বাও ক্লিক কৰক। |
02:58 | ইয়াত, আপোনি এতিয়া 3D কার্সাৰ ভালমতে দেখিব পাৰিব। |
03:04 | 3D কার্সাৰৰ প্রধান উদ্দেশ্য হল 3D ভিউত জড়িত নতুন বস্তুৰ স্থান নির্দিষ্ট কৰা। |
03:15 | ADD লৈ যাওক। Mesh লৈ যাওক। কিউবত বাও ক্লিক কৰক। |
03:19 | 3D ভিউত নতুন বস্তু জুড়াবলৈ কীবোর্ড শর্টকাট shift & A বোতাম ব্যবহাৰ কৰিবলৈ পাৰিব। |
03:27 | এটা নতুন কিউব 3D ভিউত জুড়া গৈছে। |
03:30 | আপোনি যেনে দেখিব পাৰিছে, নতুন কিউব 3D কার্সাৰ হিসাবে একেই স্থানত প্রদর্শিত হৈছে। |
03:38 | এতিয়া দেখো যে নতুন স্থানত নতুন বস্তু কিভাবে যোগ কৰিবলৈ পাৰি। |
03:44 | প্রথমে 3D কার্সাৰক নতুন স্থানলৈ নিব লাগিব। |
03:48 | এইটোৰ বাবে 3D স্পেসত যিকোনো স্থানত বাও ক্লিক কৰক। |
03:53 | আমি কিউবৰ বাওফালে ক্লিক কৰিছো। |
03:59 | নতুন বস্তু(object) Mesh যোগ কৰিবলৈ Shift & A টিপক। UV Sphere ত বাও ক্লিক কৰক। |
04:10 | UV Sphere 3D কার্সাৰৰ নতুন স্থানত প্রদর্শিত হয়। |
04:15 | এতিয়া আমি 3D কার্সাৰৰ বাবে স্নেপ্পিং বিকল্প চাম। |
04:22 | Object লৈ যাও। Snap লৈ যাও। এইটো Snap মেনু। |
04:29 | ইয়াত বিভিন্ন বিকল্প আছে। |
04:31 | আপোনি কীবোর্ডৰ শর্টকাট Shift & S ব্যবহাৰ কৰিবলৈ পাৰে। |
04:38 | Selection to cursor , 3D কার্সাৰত নির্বাচিত আইটেম দেখায়। |
04:45 | উদাহৰণস্বৰুপে, 3D কার্সাৰত কিউব প্রদর্শন কৰো। |
04:50 | কিউবত সো ক্লিক কৰক। Snap মেনু উপৰলৈ আনিবলৈ Shift & S টিপক। |
04:58 | Selection to cursor ত বাও ক্লিক কৰক। কিউব 3D কার্সাৰত প্রদর্শিত হয়। |
05:06 | এতিয়া কিউবক সোফালে নিয়া যাওক। green handleত বাও ক্লিক কৰক, মাউসক ধৰি আৰু সোফালে টানি আনক. |
05:17 | কীবোর্ড শর্টকাটৰ বাবে G & Y টিপক। |
05:23 | 3D ভিউত মুভিং অবজেক্ট সম্পর্কে অধিক জানিবলৈ Basic description of Blender interface এৰ এই টিউটোৰিয়েলটো চাওক। |
05:35 | স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক। Cursor to selected ত বাও ক্লিক কৰক। |
05:43 | 3D কার্সাৰ, নতুন স্থানত কিউবৰ কেন্দ্রত প্রদর্শিত হয়। |
05:50 | যদি আপোনাৰ উচৰত একেই সময়তে একৰ অধিক বস্তু নির্বাচিত থাকে, ধৰক কিউব আৰু UV sphere ইয়াত আছে, |
05:59 | Cursor to selected, দুটা নির্বাচিত বস্তুৰ কেন্দ্রত 3D কার্সাৰ প্রদর্শিত হয়। |
06:07 | আমি দেখাও। আপোনি যেনে দেখিব পাৰিব, কিউব আগৰে পৰা নির্বাচিত। |
06:12 | UV sphere নির্বাচন কৰিবলৈ Shift আৰু ৰাইট ক্লিক কৰক। এতিয়া আপোনাৰ উচৰত একেই সময়ত দুটা নির্বাচিত বিকল্প আছে। |
06:22 | স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক। Cursor to selected ত টিপক। |
06:30 | 3D কার্সাৰ দুটা নির্বাচিত বস্তুৰ কেন্দ্রত প্রদর্শিত হয়। |
06:36 | এতিয়া ল্যাম্পত Shift আৰু ৰাইট ক্লিক কৰক। স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক। |
06:47 | Cursor to selected ত টিপক। 3D কার্সাৰ 3টা নির্বাচিত বস্তুৰ কেন্দ্রত প্রদর্শিত হয়। |
06:58 | 3D কার্সাৰ গতি কৰাবলৈ 3D ভিউৰ যিকোনো স্থানত টিপক। আমি তললৈ গৈ সোফালে টিপো। |
07:07 | স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক। |
07:12 | Cursor to Center ত টিপক। 3D কার্সাৰ 3D ভিউয়ৰ কেন্দ্রত প্রদর্শিত হয়। |
07:22 | বস্তু(objects) অনির্বাচিত কৰাৰ বাবে কীবোর্ডত A টিপক। |
07:28 | এতিয়া UV sphere ত সো ক্লিক কৰক। এইটো অনির্বাচিত কৰাৰ বাবে A টিপক। |
07:39 | স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক। |
07:44 | Cursor to active ত টিপক। |
07:47 | 3D কার্সাৰ, পূর্ব সক্রিয় নির্বাচন UV sphere এৰ কেন্দ্রত প্রদর্শিত হয়। |
07:56 | 3D কার্সাৰে অতিৰিক্ত সুবিধা প্রদান কৰে, যি মডেলিং এৰ সময়ত pivot পয়েন্ট হিসাবে ব্যবহৃত হয়। |
08:03 | কিন্তু আমি এইটো পিছৰ টিউটোৰিয়েলত চাম। |
08:08 | এতিয়া 3D কার্সাৰ ব্যবহাৰ কৰি বিভিন্ন স্থানত 3D ভিউত নতুন বস্তু যোগ কৰাৰ চেষ্টা কৰক। |
08:16 | তাৰপিছত, স্ন্যাপ মেনুত স্নাপ্পিং বিকল্প খুলক। |
08:26 | এতিয়া ব্লেন্ডাৰ 3D কার্সাৰৰ উপৰ টিউটোৰিয়েলটো শেষলৈ আহিলে। |
08:31 | এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD এৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত। |
08:40 | এই সম্বন্ধে আৰু তথ্য oscar.iitb.ac.in আৰু http://spoken-tutorial.org/NMEICT-Intro ওয়েবসাইটত উপলব্ধ। |
09:00 | স্পকেন টিউটোৰিয়েল প্রকল্প দলে, |
09:02 | স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে। |
09:06 | যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্ৰমানপত্র (সার্টিফিকেট)ও দিয়া হয়। |
09:11 | আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক। |
09:17 | মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো। |
09:19 | অংশগ্রহনৰ বাবে ধন্যবাদ। |