Blender/C2/3D-Cursor/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:03 নমস্কাৰ দৰ্শক সকল. ব্লেন্ডাৰ টিউটোৰিয়েললৈ আপোনাক স্বাগতম।
00:07 এই টিউটোৰিয়েলটো ব্লেন্ডাৰ 2.59 ত 3D কার্সাৰ সম্পর্কে।
00:15 মই মৌচুমি মেধি এই টিউটোৰিয়েলটো অনুবাদ কৰিছো।
00:25 এই টিউটোৰিয়েল চাবলৈ, আমি শিকিম যে 3D কার্সাৰ কি ?
00:32 কিভাবে ব্লেন্ডাৰত 3D কার্সাৰ ব্যবহাৰ কৰি 3D ভিউত নতুন বস্তু আৰু ব্লেন্ডাৰত 3D কার্সাৰৰ বাবে স্নেপ্পিং বিকল্প জুড়াব পাৰি।
00:46 আমি ধৰিলও যে, আপোনি আগৰে পৰা সিস্টেমত ব্লেন্ডাৰ সংস্থাপন কৰিবলৈ জানে।
00:51 নহলে, ব্লেন্ডাৰ সংস্থাপন কৰাৰ আমাৰ আগৰ টিউটোৰিয়ালটো পড়ক।
00:57 3D কার্সাৰ ক্রস হেয়াৰৰ সৈতে ৰঙা আৰু বগা ৰঙৰ বৃত্ত, যাক আপোনি ব্লেন্ডাৰ পর্দাৰ কেন্দ্রত দেখিব পাৰিব।
01:06 ব্লেন্ডাৰত 3D কার্সাৰ চাও। এইটো কৰিবলৈ আমি ব্লেন্ডাৰ খুলিব লাগিব।
01:12 ব্লেন্ডাৰ খোলাৰ দুটা উপায় আছে।
01:15 প্রথমে, ডেস্কটপত ব্লেন্ডাৰ আইকনলৈ যাও। ব্লেন্ডাৰ আইকনত সো ক্লিক কৰক। Openত বাও ক্লিক কৰক।
01:27 ব্লেন্ডাৰ খোলিবলৈ দ্বিতীয় আৰু সহজ উপায় হল ডেস্কটপত ব্লেন্ডাৰ আইকনত মাউছৰ বাওত ডবল ক্লিক কৰক।
01:42 এইটো ব্লেন্ডাৰ 2.59. অনুগ্ৰহ কৰি মন কৰিব যে ইয়াত প্রদর্শিত পর্দাৰ ৰেজল্যুশন 1024*768 পিক্সেল হয়।
01:54 ব্লেন্ডাৰ ইন্টাৰফেসত ফন্টৰ আকাৰ বৃদ্ধি কৰা হৈছে যাতে আপোনি, দিয়া সমস্ত বিকল্প বুজিব পাৰে।
02:01 ইন্টাৰফেস ফন্টৰ আকাৰ কিভাবে বৃদ্ধি কৰে, তাক শিকিবলৈ ইউসাৰ প্রেফাৰেন্সেসৰ টিউটোৰিয়েলটো চাওক।
02:12 এইটো স্বাগত পৃষ্ঠা বা স্প্ল্যাশ স্ক্রীন হিসাবে পৰিচিত। ব্লেন্ডাৰ সম্পর্কে শিকিবলৈ ই কিছু দৰকাৰী ৰেফাৰেন্স লিংক দেখায়।
02:20 স্প্ল্যাশ স্ক্রীন অপসাৰণৰ বাবে কীবোর্ডত ESC টিপক বা
02:25 স্প্ল্যাশ স্ক্রীনৰ বাহিৰে ব্লেন্ডাৰ ইন্টাৰফেসত কোনো এটা ঠাইত বাও মাউসত ক্লিক কৰক।
02:32 এতিয়া আপোনি ডিফল্ট ব্লেন্ডাৰ কর্মক্ষেত্র দেখিব পাৰিব।
02:37 3D কার্সাৰ কিউব দ্বাৰা পৰিবেষ্টিত(surrounded) পর্দাৰ কেন্দ্রৰ সোফালে আছে।
02:43 আমি কার্সাৰ সঠিকভাবে দেখিব নোৱাৰো সেইভাবে কিউব মুছাটো দৰকাৰ।
02:48 ডিফল্টৰুপে, কিউব আগৰে পৰা নির্বাচিত।
02:51 এইটোক মুছিবলৈ, কীবোর্ডত ডিলিট বোতাম টিপক। ডিলিটত বাও ক্লিক কৰক।
02:58 ইয়াত, আপোনি এতিয়া 3D কার্সাৰ ভালমতে দেখিব পাৰিব।
03:04 3D কার্সাৰৰ প্রধান উদ্দেশ্য হল 3D ভিউত জড়িত নতুন বস্তুৰ স্থান নির্দিষ্ট কৰা।
03:15 ADD লৈ যাওক। Mesh লৈ যাওক। কিউবত বাও ক্লিক কৰক।
03:19 3D ভিউত নতুন বস্তু জুড়াবলৈ কীবোর্ড শর্টকাট shift & A বোতাম ব্যবহাৰ কৰিবলৈ পাৰিব।
03:27 এটা নতুন কিউব 3D ভিউত জুড়া গৈছে।
03:30 আপোনি যেনে দেখিব পাৰিছে, নতুন কিউব 3D কার্সাৰ হিসাবে একেই স্থানত প্রদর্শিত হৈছে।
03:38 এতিয়া দেখো যে নতুন স্থানত নতুন বস্তু কিভাবে যোগ কৰিবলৈ পাৰি।
03:44 প্রথমে 3D কার্সাৰক নতুন স্থানলৈ নিব লাগিব।
03:48 এইটোৰ বাবে 3D স্পেসত যিকোনো স্থানত বাও ক্লিক কৰক।
03:53 আমি কিউবৰ বাওফালে ক্লিক কৰিছো।
03:59 নতুন বস্তু(object) Mesh যোগ কৰিবলৈ Shift & A টিপক। UV Sphere ত বাও ক্লিক কৰক।
04:10 UV Sphere 3D কার্সাৰৰ নতুন স্থানত প্রদর্শিত হয়।
04:15 এতিয়া আমি 3D কার্সাৰৰ বাবে স্নেপ্পিং বিকল্প চাম।
04:22 Object লৈ যাও। Snap লৈ যাও। এইটো Snap মেনু।
04:29 ইয়াত বিভিন্ন বিকল্প আছে।
04:31 আপোনি কীবোর্ডৰ শর্টকাট Shift & S ব্যবহাৰ কৰিবলৈ পাৰে।
04:38 Selection to cursor , 3D কার্সাৰত নির্বাচিত আইটেম দেখায়। 
04:45 উদাহৰণস্বৰুপে, 3D কার্সাৰত কিউব প্রদর্শন কৰো।
04:50 কিউবত সো ক্লিক কৰক। Snap মেনু উপৰলৈ আনিবলৈ Shift & S টিপক।
04:58 Selection to cursor ত বাও ক্লিক কৰক। কিউব 3D কার্সাৰত প্রদর্শিত হয়।
05:06 এতিয়া কিউবক সোফালে নিয়া যাওক। green handleত বাও ক্লিক কৰক, মাউসক ধৰি আৰু সোফালে টানি আনক.
05:17 কীবোর্ড শর্টকাটৰ বাবে G & Y টিপক।
05:23 3D ভিউত মুভিং অবজেক্ট সম্পর্কে অধিক জানিবলৈ Basic description of Blender interface এৰ এই টিউটোৰিয়েলটো চাওক।
05:35 স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক। Cursor to selected ত বাও ক্লিক কৰক।
05:43 3D কার্সাৰ, নতুন স্থানত কিউবৰ কেন্দ্রত প্রদর্শিত হয়।
05:50 যদি আপোনাৰ উচৰত একেই সময়তে একৰ অধিক বস্তু নির্বাচিত থাকে, ধৰক কিউব আৰু UV sphere ইয়াত আছে,
05:59 Cursor to selected, দুটা নির্বাচিত বস্তুৰ কেন্দ্রত 3D কার্সাৰ প্রদর্শিত হয়।
06:07 আমি দেখাও।  আপোনি যেনে দেখিব পাৰিব, কিউব আগৰে পৰা নির্বাচিত।
06:12 UV sphere নির্বাচন কৰিবলৈ Shift আৰু ৰাইট ক্লিক কৰক। এতিয়া আপোনাৰ উচৰত একেই সময়ত দুটা নির্বাচিত বিকল্প আছে।
06:22 স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক। Cursor to selected ত টিপক।
06:30 3D কার্সাৰ দুটা নির্বাচিত বস্তুৰ কেন্দ্রত প্রদর্শিত হয়।
06:36 এতিয়া ল্যাম্পত Shift আৰু ৰাইট ক্লিক কৰক। স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক।
06:47 Cursor to selected ত টিপক। 3D কার্সাৰ 3টা নির্বাচিত বস্তুৰ কেন্দ্রত প্রদর্শিত হয়।
06:58 3D কার্সাৰ গতি কৰাবলৈ 3D ভিউৰ যিকোনো স্থানত টিপক। আমি তললৈ গৈ সোফালে টিপো।
07:07 স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক।
07:12 Cursor to Center ত টিপক। 3D কার্সাৰ 3D ভিউয়ৰ কেন্দ্রত প্রদর্শিত হয়।
07:22 বস্তু(objects) অনির্বাচিত কৰাৰ বাবে কীবোর্ডত A টিপক। 
07:28 এতিয়া UV sphere ত সো ক্লিক কৰক। এইটো অনির্বাচিত কৰাৰ বাবে A টিপক।
07:39 স্ন্যাপ মেনু উপৰলৈ আনিবলৈ Shift & S টিপক।
07:44 Cursor to active ত টিপক।
07:47 3D কার্সাৰ, পূর্ব সক্রিয় নির্বাচন UV sphere এৰ কেন্দ্রত প্রদর্শিত হয়।
07:56 3D কার্সাৰে অতিৰিক্ত সুবিধা প্রদান কৰে, যি মডেলিং এৰ সময়ত pivot পয়েন্ট হিসাবে ব্যবহৃত হয়।
08:03 কিন্তু আমি এইটো পিছৰ টিউটোৰিয়েলত চাম।
08:08 এতিয়া 3D কার্সাৰ ব্যবহাৰ কৰি বিভিন্ন স্থানত 3D ভিউত নতুন বস্তু যোগ কৰাৰ চেষ্টা কৰক।
08:16 তাৰপিছত, স্ন্যাপ মেনুত স্নাপ্পিং বিকল্প খুলক।
08:26 এতিয়া ব্লেন্ডাৰ 3D কার্সাৰৰ উপৰ টিউটোৰিয়েলটো শেষলৈ আহিলে।
08:31 এই প্রকল্পটো ভাৰত সৰকাৰৰ MHRD এৰ "আইসিটিৰ মাধ্যমেৰে জাতীয় শিক্ষা মিশন" দ্বাৰা সমর্থিত।
08:40 এই সম্বন্ধে আৰু তথ্য oscar.iitb.ac.in আৰু http://spoken-tutorial.org/NMEICT-Intro ওয়েবসাইটত উপলব্ধ।
09:00  স্পকেন টিউটোৰিয়েল প্রকল্প দলে,
09:02  স্পকেন টিউটোৰিয়েল ব্যবহাৰ কৰি কর্মশালাৰ আয়োজন কৰে।
09:06 যি অনলাইন পৰীক্ষা পাস কৰে সিহতক প্ৰমানপত্র (সার্টিফিকেট)ও দিয়া হয়।
09:11 আৰু বিস্তাৰিত জনাৰ বাবে contact@spoken-tutorial.org ত যোগযোগ কৰক।
09:17 মই মৌচুমী মেধি আই আই টি বম্বেৰ পৰা বিদায় লৈছো।
09:19 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi