|
|
Line 1: |
Line 1: |
− | | + | {| border=1 |
− | {| style="border-spacing:0;" | + | |'''Time''' |
− | | style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time'''
| + | |'''Narration''' |
− | | style="border:0.1pt double #808080;padding:0.049cm;"| '''Narration'''
| + | |
− | | + | |
− | | + | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:00
| + | | 00:00 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
| + | | নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:03
| + | | 00:03 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই টিউটৰিয়েলত আমি ইনডেক্সেচ, টেবুল ফিল্টাৰ আৰু SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকিম।
| + | | এই টিউটৰিয়েলত আমি ইনডেক্সেচ, টেবুল ফিল্টাৰ আৰু SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকিম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:14
| + | | 00:14 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| প্ৰথমতে আমি ইনডেক্সেচৰ বিষয়ে শিকিম।
| + | | প্ৰথমতে আমি ইনডেক্সেচৰ বিষয়ে শিকিম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:16
| + | | 00:16 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইনডেক্স কি?
| + | | ইনডেক্স কি? |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:18
| + | | 00:18 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইনডেক্স হৈছে কোনো এটা ডাটাবেছ টেবুলৰ পৰা ৰেকৰ্ড বিচৰা আৰু সজোৱাৰ এটা খৰতকীয়া উপায়।
| + | | ইনডেক্স হৈছে কোনো এটা ডাটাবেছ টেবুলৰ পৰা ৰেকৰ্ড বিচৰা আৰু সজোৱাৰ এটা খৰতকীয়া উপায় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:26
| + | | 00:26 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৰেকৰ্ড ইনডেক্স কৰিব বিচৰা টেবুলৰ পৰা এটা বা একাধিক ফিল্ড আমি বাছনি কৰিব পাৰোঁ।
| + | | ৰেকৰ্ড ইনডেক্স কৰিব বিচৰা টেবুলৰ পৰা এটা বা একাধিক ফিল্ড আমি বাছনি কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:36
| + | | 00:36 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বাছনি কৰা ফিল্ডক ভিত্তি কৰি ইনডেক্সে ৰেকৰ্ডৰ অৱস্থান সাঁচি ৰাখে।
| + | | বাছনি কৰা ফিল্ডক ভিত্তি কৰি ইনডেক্সে ৰেকৰ্ডৰ অৱস্থান সাঁচি ৰাখে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:43
| + | | 00:43 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে ডাটা আহৰণ কৰিবলৈ বেছে ইনডেক্স ব্যৱহাৰ কৰি পোনপটীয়াকৈ সেই ডাটাৰ অৱস্থানলৈ যাব পাৰে।
| + | | গতিকে ডাটা আহৰণ কৰিবলৈ বেছে ইনডেক্স ব্যৱহাৰ কৰি পোনপটীয়াকৈ সেই ডাটাৰ অৱস্থানলৈ যাব পাৰে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:51
| + | | 00:51 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু সেইবাবেই সকলোবোৰ ডাটা স্কেনিং কৰি ডাটা বিচৰাতকৈ ই তুলনামূলকভাৱে বেছি খৰতকীয়া।
| + | | আৰু সেইবাবেই সকলোবোৰ ডাটা স্কেনিং কৰি ডাটা বিচৰাতকৈ ই তুলনামূলকভাৱে বেছি খৰতকীয়া |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:59
| + | | 00:59 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কোনো এখন টেবুলৰ প্ৰাইমেৰী কি নিজে নিজেই ইনডেক্সড হয়।
| + | | কোনো এখন টেবুলৰ প্ৰাইমেৰী কি নিজে নিজেই ইনডেক্সড হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:03
| + | | 01:03 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া আমাৰ উদাহৰণ লাইব্ৰেৰী ডাটাবেছত এটা ইনডেক্স তৈয়াৰ কৰা যাওক।
| + | | এতিয়া আমাৰ উদাহৰণ লাইব্ৰেৰী ডাটাবেছত এটা ইনডেক্স তৈয়াৰ কৰা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:09
| + | | 01:09 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বুকচ্ টেবুলৰ টাইটেল কলমত এটা ইনডেক্স তৈয়াৰ কৰা যাওক, যিটোৱে কিতাপৰ শিৰোনাম বিচৰা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব।
| + | | বুকচ্ টেবুলৰ টাইটেল কলমত এটা ইনডেক্স তৈয়াৰ কৰা যাওক, যিটোৱে কিতাপৰ শিৰোনাম বিচৰা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:18
| + | | 01:18 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যদিহে ইতিমধ্যে খোলা হোৱা নাই, তেনেহ’লে প্ৰথমে আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলক।
| + | | যদিহে ইতিমধ্যে খোলা হোৱা নাই, তেনেহ’লে প্ৰথমে আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:34
| + | | 01:34 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এডিট মোডত বুকচ্ টেবুল খোলক।
| + | | আৰু এডিট মোডত বুকচ্ টেবুল খোলক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:39
| + | | 01:39 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টেবুল ডিজাইন উইণ্ড’ত ‘টুলচ্’ মেনুলৈ যাওক আৰু ‘ইনডেক্স ডিজাইন’ বাছনি কৰক।
| + | | টেবুল ডিজাইন উইণ্ড’ত ‘টুলচ্’ মেনুলৈ যাওক আৰু ‘ইনডেক্স ডিজাইন’ বাছনি কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:48
| + | | 01:48 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে ইনডেক্স উইণ্ড’ত বেছে ইতিমধ্যেই প্ৰাইমেৰী কি-ক এটা একক ইনডেক্স হিচাপে যোগ কৰিছে।
| + | | লক্ষ্য কৰক যে ইনডেক্স উইণ্ড’ত বেছে ইতিমধ্যেই প্ৰাইমেৰী কি-ক এটা একক ইনডেক্স হিচাপে যোগ কৰিছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:57
| + | | 01:57 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া আমাৰ ইনডেক্স তৈয়াৰ কৰিবলৈ একেবাৰে বাওঁফালে থকা New Index’ আইকনত ক্লিক কৰক।
| + | | এতিয়া আমাৰ ইনডেক্স তৈয়াৰ কৰিবলৈ একেবাৰে বাওঁফালে থকা New Index’ আইকনত ক্লিক কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:05
| + | | 02:05 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু সোঁফালে ইনডেক্স ফিল্ডৰ অধীনৰ ড্ৰপডাউন তালিকাত ‘টাইটেল’ বাছনি কৰক।
| + | | আৰু সোঁফালে ইনডেক্স ফিল্ডৰ অধীনৰ ড্ৰপডাউন তালিকাত ‘টাইটেল’ বাছনি কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:14
| + | | 02:14 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি ইয়াত বৰ্ধমান (Ascending) বা হ্ৰাসমান (Descending) ক্ৰমো বাছনি কৰিব পাৰোঁ।
| + | | আমি ইয়াত বৰ্ধমান (Ascending) বা হ্ৰাসমান (Descending) ক্ৰমো বাছনি কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:19
| + | | 02:19 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বাওঁফালৰ তৃতীয় আইকনটোত ক্লিক কৰি এই ইনডেক্সটোক IDX_Title বুলি নামাকৰণ কৰিব পাৰো আৰু ইয়াৰ কাষতে থকা চেভ আইকনত ক্লিক কৰি ইয়াক চেভ কৰক।
| + | | বাওঁফালৰ তৃতীয় আইকনটোত ক্লিক কৰি এই ইনডেক্সটোক IDX_Title বুলি নামাকৰণ কৰিব পাৰো আৰু ইয়াৰ কাষতে থকা চেভ আইকনত ক্লিক কৰি ইয়াক চেভ কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:37
| + | | 02:37 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে টাইটেল ফিল্ডত আমাৰ ইনডেক্সটো পালো।
| + | | গতিকে টাইটেল ফিল্ডত আমাৰ ইনডেক্সটো পালো |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:42
| + | | 02:42 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বেছ ব্যৱহাৰ কৰি এই ধৰণে আমি টেবুলৰ বাবে ইনডেক্স তৈয়াৰ, সম্পাদনা আৰু নামাকৰণ বা ডিলিট কৰিব পাৰোঁ।
| + | | বেছ ব্যৱহাৰ কৰি এই ধৰণে আমি টেবুলৰ বাবে ইনডেক্স তৈয়াৰ, সম্পাদনা আৰু নামাকৰণ বা ডিলিট কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:51
| + | | 02:51 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আপোনৰ বাবে এটা অনুশীলন দিছোঁ:
| + | | আপোনৰ বাবে এটা অনুশীলন দিছোঁ: |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:54
| + | | 02:54 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| মেম্বাৰচ্ টেবুলত নামৰ বাবে এটা ইনডেক্স তৈয়াৰ কৰক আৰু ইয়াক IDX_MemberName বুলি নাম দিয়ক।
| + | | মেম্বাৰচ্ টেবুলত নামৰ বাবে এটা ইনডেক্স তৈয়াৰ কৰক আৰু ইয়াক IDX_MemberName বুলি নাম দিয়ক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:03
| + | | 03:03 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ পিছত, টেবুল ফিল্টাৰনো কি, সেয়া চোৱা যাওক।
| + | | ইয়াৰ পিছত, টেবুল ফিল্টাৰনো কি, সেয়া চোৱা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:07
| + | | 03:07 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টেবুল ফিল্টাৰ বৈশিষ্ট্যই কোনো এটা বেছ ডাটাবেছৰ টেবুল অন্য এপ্লিকেশ্যনৰ পৰা লুকুৱাই থ’বলৈ সুবিধা দিয়ে।
| + | | টেবুল ফিল্টাৰ বৈশিষ্ট্যই কোনো এটা বেছ ডাটাবেছৰ টেবুল অন্য এপ্লিকেশ্যনৰ পৰা লুকুৱাই থ’বলৈ সুবিধা দিয়ে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:15
| + | | 03:15 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| উদাহৰণ স্বৰূপে, লাইব্ৰেৰী ডাটাবেছৰ বুকচ্ টেবুলৰ বাহিৰে আন সকলোবোৰ টেবুল লুকুৱাই (hide) পেলোৱা যাওক।
| + | | উদাহৰণ স্বৰূপে, লাইব্ৰেৰী ডাটাবেছৰ বুকচ্ টেবুলৰ বাহিৰে আন সকলোবোৰ টেবুল লুকুৱাই (hide) পেলোৱা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:22
| + | | 03:22 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টেবুল ফিল্টাৰ টুলচ মেনুৰ অধীনত থাকে।
| + | | টেবুল ফিল্টাৰ টুলচ মেনুৰ অধীনত থাকে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:27
| + | | 03:27 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত, ‘All Views’ ত চ্চেক দিয়ক আৰু বুকচ্ টেবুলত চ্চেক দিয়ক।
| + | | ইয়াত, ‘All Views’ ত চ্চেক দিয়ক আৰু বুকচ্ টেবুলত চ্চেক দিয়ক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:33
| + | | 03:33 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ অৰ্থ হ’ল, আমি অন্য এপ্লিকেশ্যনৰ বাবে কেৱল বুকচ্ টেবুলহে দেখা পোৱা কৰিলো।
| + | | ইয়াৰ অৰ্থ হ’ল, আমি অন্য এপ্লিকেশ্যনৰ বাবে কেৱল বুকচ্ টেবুলহে দেখা পোৱা কৰিলো |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:39
| + | | 03:39 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া অ’কে বাটনত ক্লিক কৰক।
| + | | এতিয়া অ’কে বাটনত ক্লিক কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:43
| + | | 03:43 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ পিছত ভিউ মেনুত ক্লিক কৰক আৰু তাৰ পিছত ৰিফ্ৰেশ্ব টেবুলচ্-অত ক্লিক কৰক।
| + | | ইয়াৰ পিছত ভিউ মেনুত ক্লিক কৰক আৰু তাৰ পিছত ৰিফ্ৰেশ্ব টেবুলচ্-অত ক্লিক কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:50
| + | | 03:50 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পোৱা গৈছে।
| + | | লক্ষ্য কৰক যে ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পোৱা গৈছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:54
| + | | 03:54 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ উপৰি, লিবাৰঅফিছ ৰাইটাৰ বা ক্লেকৰ পৰা এই ডাটাবেছটো আহৰণ কৰিলে আমি ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পাম।
| + | | ইয়াৰ উপৰি, লিবাৰঅফিছ ৰাইটাৰ বা ক্লেকৰ পৰা এই ডাটাবেছটো আহৰণ কৰিলে আমি ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পাম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:04
| + | | 04:04 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াতে আপোনাৰ বাবে অন্য এটা অনুশীলন:
| + | | ইয়াতে আপোনাৰ বাবে অন্য এটা অনুশীলন: |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:06
| + | | 04:06 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ১. লিবাৰঅফিচ ৰাইটাৰ খোলক, লাইব্ৰেৰী ডাটাবেছটো আহৰণ কৰক আৰু ইয়াত থকা টেবুল নিৰীক্ষণ কৰক।
| + | | ১. লিবাৰঅফিচ ৰাইটাৰ খোলক, লাইব্ৰেৰী ডাটাবেছটো আহৰণ কৰক আৰু ইয়াত থকা টেবুল নিৰীক্ষণ কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:14
| + | | 04:14 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ২. বেছত সকলোবোৰ টেবুল পুনৰ দেখা পোৱা কৰক।
| + | | ২. বেছত সকলোবোৰ টেবুল পুনৰ দেখা পোৱা কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:19
| + | | 04:19 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৩. আৰু লিবাৰঅফিছ ৰাইটাৰ আকৌ খুলি উপলব্ধ টেবুলবোৰ নিৰীক্ষণ কৰক।
| + | | ৩. আৰু লিবাৰঅফিছ ৰাইটাৰ আকৌ খুলি উপলব্ধ টেবুলবোৰ নিৰীক্ষণ কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:26
| + | | 04:26 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| শেষত, SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকা যাওক।
| + | | শেষত, SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:31
| + | | 04:31 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টুলচ্ মেনুত SQL বাছনি কৰি SQL কমাণ্ড উইণ্ড’ খুলিব পাৰি।
| + | | টুলচ্ মেনুত SQL বাছনি কৰি SQL কমাণ্ড উইণ্ড’ খুলিব পাৰি |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:41
| + | | 04:41 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটাবেছলৈ SQL ষ্টেটমেণ্ট আগবঢ়াই দিবলৈ আমি এই উইণ্ড’খন ব্যৱহাৰ কৰিব পাৰোঁ।
| + | | ডাটাবেছলৈ SQL ষ্টেটমেণ্ট আগবঢ়াই দিবলৈ আমি এই উইণ্ড’খন ব্যৱহাৰ কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:47
| + | | 04:47 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| SQL কুৱেৰিজ কাৰ্যকৰী কৰিবলৈ আমি ‘কুৱেৰিজ’ও ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু সেই ক্ষেত্ৰত ডাটাবেছৰ পৰা ডাটা বিচৰাতে আমি সীমাবদ্ধ থাকিবলগা হয়।
| + | | SQL কুৱেৰিজ কাৰ্যকৰী কৰিবলৈ আমি ‘কুৱেৰিজ’ও ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু সেই ক্ষেত্ৰত ডাটাবেছৰ পৰা ডাটা বিচৰাতে আমি সীমাবদ্ধ থাকিবলগা হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:59
| + | | 04:59 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ অৰ্থ হ’ল, আমি কেৱল SELECT ষ্টেটমেণ্টহে ইছ্যু কৰিব পাৰোঁ।
| + | | ইয়াৰ অৰ্থ হ’ল, আমি কেৱল SELECT ষ্টেটমেণ্টহে ইছ্যু কৰিব পাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:04
| + | | 05:04 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কিন্তু ডাটা আৰু টেবুলৰ ধৰণ সালসলনি কৰা আৰু নতুন টেবুল তৈয়াৰ কৰা SQL কমাণ্ড কাৰ্যকৰী কৰিব নোৱাৰোঁ।
| + | | কিন্তু ডাটা আৰু টেবুলৰ ধৰণ সালসলনি কৰা আৰু নতুন টেবুল তৈয়াৰ কৰা SQL কমাণ্ড কাৰ্যকৰী কৰিব নোৱাৰোঁ |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:14
| + | | 05:14 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| তেনেকুৱা ডাটা মেনিপুলেশ্যন আৰু ডাটা ডেফিনিশ্যন ষ্টেটমেণ্ট বা লেংগুৱেজ ব্যৱহাৰ কৰিবলৈ SQL কমাণ্ড উইণ্ড’ই সহায় কৰে।
| + | | তেনেকুৱা ডাটা মেনিপুলেশ্যন আৰু ডাটা ডেফিনিশ্যন ষ্টেটমেণ্ট বা লেংগুৱেজ ব্যৱহাৰ কৰিবলৈ SQL কমাণ্ড উইণ্ড’ই সহায় কৰে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:24
| + | | 05:24 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ডাটা মেনিপুলেশ্যন লেংগুৱেজ বা সহজভাৱে DMLৰ উদাহৰণ হৈছে:
| + | | ডাটা মেনিপুলেশ্যন লেংগুৱেজ বা সহজভাৱে DMLৰ উদাহৰণ হৈছে: |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:31
| + | | 05:31 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| INSERT, UPDATE আৰু DELETE data।
| + | | INSERT, UPDATE আৰু DELETE data |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:37
| + | | 05:37 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ডাটা ডেফিনিশ্যন লেংগুৱেজ বা সহজভাৱে DDL ৰ কিছুমান উদাহৰণ হ’ল:
| + | | আৰু ডাটা ডেফিনিশ্যন লেংগুৱেজ বা সহজভাৱে DDL ৰ কিছুমান উদাহৰণ হ’ল: |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:45
| + | | 05:45 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| CREATE TABLE, DROP TABLE আৰু ALTER statements।
| + | | CREATE TABLE, DROP TABLE আৰু ALTER statements |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:51
| + | | 05:51 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি প্ৰথমতে এটা DML উদাহৰণ চাম।
| + | | আমি প্ৰথমতে এটা DML উদাহৰণ চাম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:55
| + | | 05:55 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বেছ উইণ্ড’ত টুলচ্ মেনুৰ পৰা SQL কমাণ্ড উইণ্ড’খোলক।
| + | | বেছ উইণ্ড’ত টুলচ্ মেনুৰ পৰা SQL কমাণ্ড উইণ্ড’খোলক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:02
| + | | 06:02 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| “Command to execute” টেক্সট্ এলেকাত টাইপ কৰি বুকচ্ টেবুলত এটা নতুন ৰেকৰ্ড ভৰ্তি কৰা যাওক।
| + | | “Command to execute” টেক্সট্ এলেকাত টাইপ কৰি বুকচ্ টেবুলত এটা নতুন ৰেকৰ্ড ভৰ্তি কৰা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:12
| + | | 06:12 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| INSERT INTO "Books" ( "Title", "Author", "PublishYear", "Publisher", "Price") VALUES ('The Hobbit', 'J.R.R Tolkien', 2002, 'Oxford', 500);
| + | | INSERT INTO "Books" ( "Title", "Author", "PublishYear", "Publisher", "Price") VALUES ('The Hobbit', 'J.R.R Tolkien', 2002, 'Oxford', 500); |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:45
| + | | 06:45 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এক্সিকিউট বাটনত ক্লিক কৰাৰ আগতে কমাণ্ডটো মনযোগেৰে চোৱা যাওক।
| + | | এক্সিকিউট বাটনত ক্লিক কৰাৰ আগতে কমাণ্ডটো মনযোগেৰে চোৱা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:52
| + | | 06:52 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ‘ইনচাৰ্ট’ ষ্টেটমেণ্টটোৱে টেবুলৰ নাম আৰু ফিল্ডৰ নামৰ তালিকা দিয়ে আৰু তাৰ পিছত থকা ‘ভেলুজ’ হ’ল সেই নতুন ৰেকৰ্ডবোৰ যলৈ যাবলগা হয়।
| + | | ‘ইনচাৰ্ট’ ষ্টেটমেণ্টটোৱে টেবুলৰ নাম আৰু ফিল্ডৰ নামৰ তালিকা দিয়ে আৰু তাৰ পিছত থকা ‘ভেলুজ’ হ’ল সেই নতুন ৰেকৰ্ডবোৰ যলৈ যাবলগা হয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:03
| + | | 07:03 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে টেবুলৰ নাম আৰু ফিল্ডৰ নামবিলাক দুটা দুটা ঊৰ্ধ্বকমাৰ মাজত আছে।
| + | | লক্ষ্য কৰক যে টেবুলৰ নাম আৰু ফিল্ডৰ নামবিলাক দুটা দুটা ঊৰ্ধ্বকমাৰ মাজত আছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:11
| + | | 07:11 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি জানো যে বেছ হৈছে কেছ চেনচিটিভ আৰু দুটা ঊৰ্ধ্বকমাই এইটো নিশ্চিত কৰে যে আমি তৈয়াৰ কৰা ধৰণেই বেছে নামবিলাক গ্ৰহণ কৰিব।
| + | | আমি জানো যে বেছ হৈছে কেছ চেনচিটিভ আৰু দুটা ঊৰ্ধ্বকমাই এইটো নিশ্চিত কৰে যে আমি তৈয়াৰ কৰা ধৰণেই বেছে নামবিলাক গ্ৰহণ কৰিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:22
| + | | 07:22 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যদি আমি ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰোঁ, তেনেহ’লে বেছে স্বয়ংক্ৰিয়ভাৱে সকলোবিলাক নাম আপাৰকেছলৈ পৰিৱৰ্তন কৰিব।
| + | | যদি আমি ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰোঁ, তেনেহ’লে বেছে স্বয়ংক্ৰিয়ভাৱে সকলোবিলাক নাম আপাৰকেছলৈ পৰিৱৰ্তন কৰিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:31
| + | | 07:31 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| টেক্সট্ ডাটা টাইপৰ ভেল্যুক এটা এটা ঊৰ্ধ্বকমাৰ মাজত ৰাখিব লাগে।
| + | | টেক্সট্ ডাটা টাইপৰ ভেল্যুক এটা এটা ঊৰ্ধ্বকমাৰ মাজত ৰাখিব লাগে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:37
| + | | 07:37 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সংখ্যাৰ ফিল্ডক কোনো ধৰণৰ ঊৰ্ধ্বকমাৰ মাজত ৰখাৰ প্ৰয়োজন নহয়।
| + | | সংখ্যাৰ ফিল্ডক কোনো ধৰণৰ ঊৰ্ধ্বকমাৰ মাজত ৰখাৰ প্ৰয়োজন নহয় |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:43
| + | | 07:43 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ উপৰি, BookID ফিল্ডক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নহয়, যিটো হৈছে এটা অটোনাম্বাৰ ফিল্ড।
| + | | ইয়াৰ উপৰি, BookID ফিল্ডক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নহয়, যিটো হৈছে এটা অটোনাম্বাৰ ফিল্ড |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:51
| + | | 07:51 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বেছে নিজে নিজেই সংখ্যা জেনেৰেট কৰিব।
| + | | বেছে নিজে নিজেই সংখ্যা জেনেৰেট কৰিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:56
| + | | 07:56 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে, এতিয়া SQL কাৰ্যকৰী কৰা যাওক। ‘Command successfully executed’ বোলা জাননীটো লক্ষ্য কৰক।
| + | | গতিকে, এতিয়া SQL কাৰ্যকৰী কৰা যাওক ‘Command successfully executed’ বোলা জাননীটো লক্ষ্য কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:05
| + | | 08:05 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যদি আমি লিখা SQLত কোনো ভুল-ভ্ৰান্তি থাকে, তেনেহ’লে বেছে সেয়া দেখুৱাই দিব।
| + | | যদি আমি লিখা SQLত কোনো ভুল-ভ্ৰান্তি থাকে, তেনেহ’লে বেছে সেয়া দেখুৱাই দিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:12
| + | | 08:12 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| বুকচ্ টেবুলত ডবল ক্লিক কৰক আৰু আমি এইমাত্ৰ ভৰ্তি কৰা নতুন ৰেকৰ্ডসমূহ বিচাৰক।
| + | | বুকচ্ টেবুলত ডবল ক্লিক কৰক আৰু আমি এইমাত্ৰ ভৰ্তি কৰা নতুন ৰেকৰ্ডসমূহ বিচাৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:18
| + | | 08:18 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এয়া সেইখিনি, শেষৰ ৰ’ (row)ত সংযুক্ত হৈছে।
| + | | এয়া সেইখিনি, শেষৰ ৰ’ (row)ত সংযুক্ত হৈছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:23
| + | | 08:23 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ পিছত এটা DDL উদাহৰণ চোৱা যাওক।
| + | | ইয়াৰ পিছত এটা DDL উদাহৰণ চোৱা যাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:27
| + | | 08:27 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি অথৰচ্ নামৰ এখন নতুন টেবুল তৈয়াৰ কৰিম, য’ত AuthorId, Author আৰু Country ফিল্ড থাকিব।
| + | | আমি অথৰচ্ নামৰ এখন নতুন টেবুল তৈয়াৰ কৰিম, য’ত AuthorId, Author আৰু Country ফিল্ড থাকিব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:36
| + | | 08:36 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"|SQL কমাণ্ড উইণ্ড’ত পৰ্দাত দেখুওৱা ধৰণে টাইপ কৰক। | + | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"|SQL কমাণ্ড উইণ্ড’ত পৰ্দাত দেখুওৱা ধৰণে টাইপ কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:43
| + | | 08:43 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ইয়াক কাৰ্যকৰী কৰক।
| + | | আৰু ইয়াক কাৰ্যকৰী কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:47
| + | | 08:47 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া টেবুলৰ তালিকালৈ ঘূৰি যাম আৰু ভিউ মেনুৰ পৰা টেবুল ৰিফ্ৰেছ কৰিম।
| + | | এতিয়া টেবুলৰ তালিকালৈ ঘূৰি যাম আৰু ভিউ মেনুৰ পৰা টেবুল ৰিফ্ৰেছ কৰিম |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:54
| + | | 08:54 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এয়া হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা অথৰচ্ টেবুল।
| + | | আৰু এয়া হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা অথৰচ্ টেবুল |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:59
| + | | 08:59 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| DML,সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱেবচাইট চাওক।
| + | | DML,সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱেবচাইট চাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:06
| + | | 09:06 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| DDL সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱিকিপেডিয়া ৱেবচাইট চাওক।
| + | | DDL সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱিকিপেডিয়া ৱেবচাইট চাওক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:13
| + | | 09:13 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াতে আপোনাৰ বাবে আন এটা অনুশীলন:
| + | | ইয়াতে আপোনাৰ বাবে আন এটা অনুশীলন: |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:16
| + | | 09:16 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ১. বুকআইডি 3 বুলি থকা কিতাপৰ দাম ৩০০ টকা কৰিবলৈ UPDATE ষ্টেটমেণ্ট ব্যৱহাৰ কৰক।
| + | | ১. বুকআইডি 3 বুলি থকা কিতাপৰ দাম ৩০০ টকা কৰিবলৈ UPDATE ষ্টেটমেণ্ট ব্যৱহাৰ কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:26
| + | | 09:26 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ২. The Hobbit শিৰোনামৰ কিতাপ ডিলিট কৰক।
| + | | ২. The Hobbit শিৰোনামৰ কিতাপ ডিলিট কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:30
| + | | 09:30 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৩. অথৰচ্ টেবুলত লেখকৰ নাম J.R.R. Tolkien আৰু দেশৰ নাম England বুলি এটা নতুন ৰেকৰ্ড ভৰ্তি কৰক।
| + | | ৩. অথৰচ্ টেবুলত লেখকৰ নাম J.R.R. Tolkien আৰু দেশৰ নাম England বুলি এটা নতুন ৰেকৰ্ড ভৰ্তি কৰক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:41
| + | | 09:41 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৪. DROP ষ্টেটমেণ্ট ব্যৱহাৰ কৰি ডাটাবেছৰ পৰা অথৰচ্ টেবুলখন বাদ দিয়ক।
| + | | ৪. DROP ষ্টেটমেণ্ট ব্যৱহাৰ কৰি ডাটাবেছৰ পৰা অথৰচ্ টেবুলখন বাদ দিয়ক |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:47
| + | | 09:47 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এইখিনিতেই লিবাৰঅফিছ বেছ সম্পৰ্কীয় এই টিউটৰিয়েলৰ সামৰণি পৰিছে।
| + | | এইখিনিতেই লিবাৰঅফিছ বেছ সম্পৰ্কীয় এই টিউটৰিয়েলৰ সামৰণি পৰিছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 09:52
| + | | 09:52 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সাৰাংশ হিচাপে, আমি এই বিষয়খিনিৰ বিষয়ে শিকিলো:
| + | | সাৰাংশ হিচাপে, আমি এই বিষয়খিনিৰ বিষয়ে শিকিলো: |
| | | |
| ইনডেক্সেচ | | ইনডেক্সেচ |
Line 334: |
Line 331: |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:01
| + | | 10:01 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে।
| + | | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:13
| + | | 10:13 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে।
| + | | এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:18
| + | | 10:18 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
| + | | এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব |
| | | |
| |- | | |- |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 10:22
| + | | 10:22 |
− | | style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে। আৰু এয়া আছিল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ।
| + | | এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ |
| | | |
| |} | | |} |
Time
|
Narration
|
00:00
|
নমস্কাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
|
00:03
|
এই টিউটৰিয়েলত আমি ইনডেক্সেচ, টেবুল ফিল্টাৰ আৰু SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকিম
|
00:14
|
প্ৰথমতে আমি ইনডেক্সেচৰ বিষয়ে শিকিম
|
00:16
|
ইনডেক্স কি?
|
00:18
|
ইনডেক্স হৈছে কোনো এটা ডাটাবেছ টেবুলৰ পৰা ৰেকৰ্ড বিচৰা আৰু সজোৱাৰ এটা খৰতকীয়া উপায়
|
00:26
|
ৰেকৰ্ড ইনডেক্স কৰিব বিচৰা টেবুলৰ পৰা এটা বা একাধিক ফিল্ড আমি বাছনি কৰিব পাৰোঁ
|
00:36
|
বাছনি কৰা ফিল্ডক ভিত্তি কৰি ইনডেক্সে ৰেকৰ্ডৰ অৱস্থান সাঁচি ৰাখে
|
00:43
|
গতিকে ডাটা আহৰণ কৰিবলৈ বেছে ইনডেক্স ব্যৱহাৰ কৰি পোনপটীয়াকৈ সেই ডাটাৰ অৱস্থানলৈ যাব পাৰে
|
00:51
|
আৰু সেইবাবেই সকলোবোৰ ডাটা স্কেনিং কৰি ডাটা বিচৰাতকৈ ই তুলনামূলকভাৱে বেছি খৰতকীয়া
|
00:59
|
কোনো এখন টেবুলৰ প্ৰাইমেৰী কি নিজে নিজেই ইনডেক্সড হয়
|
01:03
|
এতিয়া আমাৰ উদাহৰণ লাইব্ৰেৰী ডাটাবেছত এটা ইনডেক্স তৈয়াৰ কৰা যাওক
|
01:09
|
বুকচ্ টেবুলৰ টাইটেল কলমত এটা ইনডেক্স তৈয়াৰ কৰা যাওক, যিটোৱে কিতাপৰ শিৰোনাম বিচৰা প্ৰক্ৰিয়াটো খৰতকীয়া কৰিব
|
01:18
|
যদিহে ইতিমধ্যে খোলা হোৱা নাই, তেনেহ’লে প্ৰথমে আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলক
|
01:34
|
আৰু এডিট মোডত বুকচ্ টেবুল খোলক
|
01:39
|
টেবুল ডিজাইন উইণ্ড’ত ‘টুলচ্’ মেনুলৈ যাওক আৰু ‘ইনডেক্স ডিজাইন’ বাছনি কৰক
|
01:48
|
লক্ষ্য কৰক যে ইনডেক্স উইণ্ড’ত বেছে ইতিমধ্যেই প্ৰাইমেৰী কি-ক এটা একক ইনডেক্স হিচাপে যোগ কৰিছে
|
01:57
|
এতিয়া আমাৰ ইনডেক্স তৈয়াৰ কৰিবলৈ একেবাৰে বাওঁফালে থকা New Index’ আইকনত ক্লিক কৰক
|
02:05
|
আৰু সোঁফালে ইনডেক্স ফিল্ডৰ অধীনৰ ড্ৰপডাউন তালিকাত ‘টাইটেল’ বাছনি কৰক
|
02:14
|
আমি ইয়াত বৰ্ধমান (Ascending) বা হ্ৰাসমান (Descending) ক্ৰমো বাছনি কৰিব পাৰোঁ
|
02:19
|
বাওঁফালৰ তৃতীয় আইকনটোত ক্লিক কৰি এই ইনডেক্সটোক IDX_Title বুলি নামাকৰণ কৰিব পাৰো আৰু ইয়াৰ কাষতে থকা চেভ আইকনত ক্লিক কৰি ইয়াক চেভ কৰক
|
02:37
|
গতিকে টাইটেল ফিল্ডত আমাৰ ইনডেক্সটো পালো
|
02:42
|
বেছ ব্যৱহাৰ কৰি এই ধৰণে আমি টেবুলৰ বাবে ইনডেক্স তৈয়াৰ, সম্পাদনা আৰু নামাকৰণ বা ডিলিট কৰিব পাৰোঁ
|
02:51
|
আপোনৰ বাবে এটা অনুশীলন দিছোঁ:
|
02:54
|
মেম্বাৰচ্ টেবুলত নামৰ বাবে এটা ইনডেক্স তৈয়াৰ কৰক আৰু ইয়াক IDX_MemberName বুলি নাম দিয়ক
|
03:03
|
ইয়াৰ পিছত, টেবুল ফিল্টাৰনো কি, সেয়া চোৱা যাওক
|
03:07
|
টেবুল ফিল্টাৰ বৈশিষ্ট্যই কোনো এটা বেছ ডাটাবেছৰ টেবুল অন্য এপ্লিকেশ্যনৰ পৰা লুকুৱাই থ’বলৈ সুবিধা দিয়ে
|
03:15
|
উদাহৰণ স্বৰূপে, লাইব্ৰেৰী ডাটাবেছৰ বুকচ্ টেবুলৰ বাহিৰে আন সকলোবোৰ টেবুল লুকুৱাই (hide) পেলোৱা যাওক
|
03:22
|
টেবুল ফিল্টাৰ টুলচ মেনুৰ অধীনত থাকে
|
03:27
|
ইয়াত, ‘All Views’ ত চ্চেক দিয়ক আৰু বুকচ্ টেবুলত চ্চেক দিয়ক
|
03:33
|
ইয়াৰ অৰ্থ হ’ল, আমি অন্য এপ্লিকেশ্যনৰ বাবে কেৱল বুকচ্ টেবুলহে দেখা পোৱা কৰিলো
|
03:39
|
এতিয়া অ’কে বাটনত ক্লিক কৰক
|
03:43
|
ইয়াৰ পিছত ভিউ মেনুত ক্লিক কৰক আৰু তাৰ পিছত ৰিফ্ৰেশ্ব টেবুলচ্-অত ক্লিক কৰক
|
03:50
|
লক্ষ্য কৰক যে ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পোৱা গৈছে
|
03:54
|
ইয়াৰ উপৰি, লিবাৰঅফিছ ৰাইটাৰ বা ক্লেকৰ পৰা এই ডাটাবেছটো আহৰণ কৰিলে আমি ইয়াত কেৱল বুকচ্ টেবুলখনহে দেখা পাম
|
04:04
|
ইয়াতে আপোনাৰ বাবে অন্য এটা অনুশীলন:
|
04:06
|
১. লিবাৰঅফিচ ৰাইটাৰ খোলক, লাইব্ৰেৰী ডাটাবেছটো আহৰণ কৰক আৰু ইয়াত থকা টেবুল নিৰীক্ষণ কৰক
|
04:14
|
২. বেছত সকলোবোৰ টেবুল পুনৰ দেখা পোৱা কৰক
|
04:19
|
৩. আৰু লিবাৰঅফিছ ৰাইটাৰ আকৌ খুলি উপলব্ধ টেবুলবোৰ নিৰীক্ষণ কৰক
|
04:26
|
শেষত, SQL কমাণ্ড উইণ্ড’ৰ বিষয়ে শিকা যাওক
|
04:31
|
টুলচ্ মেনুত SQL বাছনি কৰি SQL কমাণ্ড উইণ্ড’ খুলিব পাৰি
|
04:41
|
ডাটাবেছলৈ SQL ষ্টেটমেণ্ট আগবঢ়াই দিবলৈ আমি এই উইণ্ড’খন ব্যৱহাৰ কৰিব পাৰোঁ
|
04:47
|
SQL কুৱেৰিজ কাৰ্যকৰী কৰিবলৈ আমি ‘কুৱেৰিজ’ও ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু সেই ক্ষেত্ৰত ডাটাবেছৰ পৰা ডাটা বিচৰাতে আমি সীমাবদ্ধ থাকিবলগা হয়
|
04:59
|
ইয়াৰ অৰ্থ হ’ল, আমি কেৱল SELECT ষ্টেটমেণ্টহে ইছ্যু কৰিব পাৰোঁ
|
05:04
|
কিন্তু ডাটা আৰু টেবুলৰ ধৰণ সালসলনি কৰা আৰু নতুন টেবুল তৈয়াৰ কৰা SQL কমাণ্ড কাৰ্যকৰী কৰিব নোৱাৰোঁ
|
05:14
|
তেনেকুৱা ডাটা মেনিপুলেশ্যন আৰু ডাটা ডেফিনিশ্যন ষ্টেটমেণ্ট বা লেংগুৱেজ ব্যৱহাৰ কৰিবলৈ SQL কমাণ্ড উইণ্ড’ই সহায় কৰে
|
05:24
|
ডাটা মেনিপুলেশ্যন লেংগুৱেজ বা সহজভাৱে DMLৰ উদাহৰণ হৈছে:
|
05:31
|
INSERT, UPDATE আৰু DELETE data
|
05:37
|
আৰু ডাটা ডেফিনিশ্যন লেংগুৱেজ বা সহজভাৱে DDL ৰ কিছুমান উদাহৰণ হ’ল:
|
05:45
|
CREATE TABLE, DROP TABLE আৰু ALTER statements
|
05:51
|
আমি প্ৰথমতে এটা DML উদাহৰণ চাম
|
05:55
|
বেছ উইণ্ড’ত টুলচ্ মেনুৰ পৰা SQL কমাণ্ড উইণ্ড’খোলক
|
06:02
|
“Command to execute” টেক্সট্ এলেকাত টাইপ কৰি বুকচ্ টেবুলত এটা নতুন ৰেকৰ্ড ভৰ্তি কৰা যাওক
|
06:12
|
INSERT INTO "Books" ( "Title", "Author", "PublishYear", "Publisher", "Price") VALUES ('The Hobbit', 'J.R.R Tolkien', 2002, 'Oxford', 500);
|
06:45
|
এক্সিকিউট বাটনত ক্লিক কৰাৰ আগতে কমাণ্ডটো মনযোগেৰে চোৱা যাওক
|
06:52
|
‘ইনচাৰ্ট’ ষ্টেটমেণ্টটোৱে টেবুলৰ নাম আৰু ফিল্ডৰ নামৰ তালিকা দিয়ে আৰু তাৰ পিছত থকা ‘ভেলুজ’ হ’ল সেই নতুন ৰেকৰ্ডবোৰ যলৈ যাবলগা হয়
|
07:03
|
লক্ষ্য কৰক যে টেবুলৰ নাম আৰু ফিল্ডৰ নামবিলাক দুটা দুটা ঊৰ্ধ্বকমাৰ মাজত আছে
|
07:11
|
আমি জানো যে বেছ হৈছে কেছ চেনচিটিভ আৰু দুটা ঊৰ্ধ্বকমাই এইটো নিশ্চিত কৰে যে আমি তৈয়াৰ কৰা ধৰণেই বেছে নামবিলাক গ্ৰহণ কৰিব
|
07:22
|
যদি আমি ঊৰ্ধ্বকমা ব্যৱহাৰ নকৰোঁ, তেনেহ’লে বেছে স্বয়ংক্ৰিয়ভাৱে সকলোবিলাক নাম আপাৰকেছলৈ পৰিৱৰ্তন কৰিব
|
07:31
|
টেক্সট্ ডাটা টাইপৰ ভেল্যুক এটা এটা ঊৰ্ধ্বকমাৰ মাজত ৰাখিব লাগে
|
07:37
|
সংখ্যাৰ ফিল্ডক কোনো ধৰণৰ ঊৰ্ধ্বকমাৰ মাজত ৰখাৰ প্ৰয়োজন নহয়
|
07:43
|
ইয়াৰ উপৰি, BookID ফিল্ডক অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজন নহয়, যিটো হৈছে এটা অটোনাম্বাৰ ফিল্ড
|
07:51
|
বেছে নিজে নিজেই সংখ্যা জেনেৰেট কৰিব
|
07:56
|
গতিকে, এতিয়া SQL কাৰ্যকৰী কৰা যাওক ‘Command successfully executed’ বোলা জাননীটো লক্ষ্য কৰক
|
08:05
|
যদি আমি লিখা SQLত কোনো ভুল-ভ্ৰান্তি থাকে, তেনেহ’লে বেছে সেয়া দেখুৱাই দিব
|
08:12
|
বুকচ্ টেবুলত ডবল ক্লিক কৰক আৰু আমি এইমাত্ৰ ভৰ্তি কৰা নতুন ৰেকৰ্ডসমূহ বিচাৰক
|
08:18
|
এয়া সেইখিনি, শেষৰ ৰ’ (row)ত সংযুক্ত হৈছে
|
08:23
|
ইয়াৰ পিছত এটা DDL উদাহৰণ চোৱা যাওক
|
08:27
|
আমি অথৰচ্ নামৰ এখন নতুন টেবুল তৈয়াৰ কৰিম, য’ত AuthorId, Author আৰু Country ফিল্ড থাকিব
|
08:36
|
SQL কমাণ্ড উইণ্ড’ত পৰ্দাত দেখুওৱা ধৰণে টাইপ কৰক
|
08:43
|
আৰু ইয়াক কাৰ্যকৰী কৰক
|
08:47
|
এতিয়া টেবুলৰ তালিকালৈ ঘূৰি যাম আৰু ভিউ মেনুৰ পৰা টেবুল ৰিফ্ৰেছ কৰিম
|
08:54
|
আৰু এয়া হৈছে আমি এইমাত্ৰ তৈয়াৰ কৰা অথৰচ্ টেবুল
|
08:59
|
DML,সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱেবচাইট চাওক
|
09:06
|
DDL সম্পৰ্কত অধিক জানিবলৈ পৰ্দাত দেখুওৱা ৱিকিপেডিয়া ৱেবচাইট চাওক
|
09:13
|
ইয়াতে আপোনাৰ বাবে আন এটা অনুশীলন:
|
09:16
|
১. বুকআইডি 3 বুলি থকা কিতাপৰ দাম ৩০০ টকা কৰিবলৈ UPDATE ষ্টেটমেণ্ট ব্যৱহাৰ কৰক
|
09:26
|
২. The Hobbit শিৰোনামৰ কিতাপ ডিলিট কৰক
|
09:30
|
৩. অথৰচ্ টেবুলত লেখকৰ নাম J.R.R. Tolkien আৰু দেশৰ নাম England বুলি এটা নতুন ৰেকৰ্ড ভৰ্তি কৰক
|
09:41
|
৪. DROP ষ্টেটমেণ্ট ব্যৱহাৰ কৰি ডাটাবেছৰ পৰা অথৰচ্ টেবুলখন বাদ দিয়ক
|
09:47
|
এইখিনিতেই লিবাৰঅফিছ বেছ সম্পৰ্কীয় এই টিউটৰিয়েলৰ সামৰণি পৰিছে
|
09:52
|
সাৰাংশ হিচাপে, আমি এই বিষয়খিনিৰ বিষয়ে শিকিলো:
ইনডেক্সেচ
টেবুল ফিল্টাৰ
আৰু SQL কমাণ্ড উইণ্ড’
|
10:01
|
স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে
|
10:13
|
এই প্ৰকল্প http://spoken-tutorial.org -এ পৰিচালনা কৰিছে
|
10:18
|
এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
|
10:22
|
এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লৱপ্ৰাণ গোস্বামীয়ে আৰু এয়া আছিল মৌচুমি মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ
|