Difference between revisions of "Advanced-Cpp/C2/Function-Overloading-And-Overriding/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
| '''Time'''
+
| Time
| '''Narration'''
+
| Narration
 
|-
 
|-
| 00: 01  
+
| 00:01  
| নমস্কাৰ দৰ্শক সকল.'' 'C++ত  function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .
+
| নমস্কাৰ দৰ্শক সকল. C++ত  function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .
  
 
|-
 
|-
| 00: 09  
+
| 00:09  
 
| এই টিউটোৰিয়েলত, আমি শিকিম,  
 
| এই টিউটোৰিয়েলত, আমি শিকিম,  
  
 
|-
 
|-
| 00: 11  
+
| 00:11  
| Function Overloading.
+
| Function Overloading. Function Overriding.
  
 
|-
 
|-
| 00: 12
+
| 00:14  
| Function Overriding.
+
 
+
|-
+
| 00: 14  
+
 
| আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.  
 
| আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.  
  
 
|-
 
|-
| 00: 18  
+
| 00:18  
 
| এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো  
 
| এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো  
  
 
|-
 
|-
| 00: 21  
+
| 00:21  
| '' 'উবুন্টু অপাৰেটিং সিস্টেম' '' সংস্কৰণ 11.10  
+
| উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10  
  
 
|-
 
|-
| 00: 26  
+
| 00:26  
| g++ compiler সংস্কৰণ 4.6.1  
+
| g++ compiler সংস্কৰণ 4.6.1  
  
 
|-
 
|-
| 00: 30  
+
| 00:30  
| আমি' Function Overloading ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.  
+
| আমি Function Overloading ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.  
  
 
|-
 
|-
| 00: 34  
+
| 00:34  
| Function Overloading মানে দুটা অথবা তাতোধিক functionsৰ একেই নাম থাকিব পাৰে.  
+
| Function Overloading মানে দুটা অথবা তাতোধিক functionsৰ একেই নাম থাকিব পাৰে.  
  
 
|-
 
|-
| 00: 41  
+
| 00:41  
|argumentsৰ সংখ্যা  আৰু arguments ৰ data-type ভিন্ন হয়.
+
|argumentsৰ সংখ্যা  আৰু arguments ৰ data-type ভিন্ন হয়.
  
 
|-
 
|-
| 00: 47  
+
| 00:47  
| যেতিয়াই এটা '' 'ফাংশন' '' কল কৰা হয় তেতিয়া ই আৰ্গিউমেন্ট তালিকাৰ উপৰত ভিত্তি কৰিহে নির্বাচন কৰা হয়.
+
| যেতিয়াই এটা ফাংশন কল কৰা হয় তেতিয়া ই আৰ্গিউমেন্ট তালিকাৰ উপৰত ভিত্তি কৰিহে নির্বাচন কৰা হয়.
  
 
|-
 
|-
| 00: 53  
+
| 00:53  
 
| আমি এটা উদাহৰণ চাও.  
 
| আমি এটা উদাহৰণ চাও.  
  
 
|-
 
|-
| 00: 56  
+
| 00:56  
 
| আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো.  
 
| আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো.  
  
 
|-
 
|-
| 00: 59  
+
| 00:59  
|এই প্ৰোগ্ৰামত আমি এদিছন অপাৰেশন সম্পাদন কৰিম
+
|এই প্ৰোগ্ৰামত আমি এদিছন অপাৰেশন সম্পাদন কৰিম
  
 
|-
 
|-
| 01: 03  
+
| 01:03  
| মন কৰক যে আম‍াৰ ফাইলৰ নাম overload.cpp হয়.
+
| মন কৰক যে আম‍াৰ ফাইলৰ নাম overload.cpp হয়.
  
 
|-
 
|-
| 01: 08  
+
| 01:08  
 
| আমি এতিয়া কোডটো ব্যাখ্যা কৰো.  
 
| আমি এতিয়া কোডটো ব্যাখ্যা কৰো.  
  
 
|-
 
|-
| 01: 10  
+
| 01:10  
| এইটো '' আমাৰ '' '' হেডাৰ ফাইল '' 'হয়' '' iostream.  
+
| এইটো আমাৰ   হেডাৰ ফাইল হয় iostream.  
 
|-
 
|-
| 01: 13  
+
| 01:13  
| ইয়াত আমি '' std namespace ব্যবহাৰ কৰিছো. 
+
| ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
  
 
|-
 
|-
| 01: 17  
+
| 01:17  
 
| তাৰপিছত আমাৰ উচৰত int হিচাবে সংজ্ঞায়িত কৰা add function আছে .
 
| তাৰপিছত আমাৰ উচৰত int হিচাবে সংজ্ঞায়িত কৰা add function আছে .
  
 
|-
 
|-
| 01: 21  
+
| 01:21  
 
| ইয়াত আমি তিনিটা আর্গুমেন্ট পাস কৰিছো.  
 
| ইয়াত আমি তিনিটা আর্গুমেন্ট পাস কৰিছো.  
  
 
|-
 
|-
| 01: 24  
+
| 01:24  
 
| Int a, int b and int c
 
| Int a, int b and int c
  
 
|-
 
|-
| 01: 28  
+
| 01:28  
| তাৰপিছত আমি তিনটা সংখ্যা যোগ কৰিছো. আৰু আমি মানটো উভতাই দিয়ো. 
+
| তাৰপিছত আমি তিনটা সংখ্যা যোগ কৰিছো. আৰু আমি মানটো উভতাই দিয়ো.  
  
 
|-
 
|-
| 01: 33  
+
| 01:33  
| ইয়াত আমি  ফাংশন ''add '' 'ওভাৰলোদ কৰো.  
+
| ইয়াত আমি  ফাংশন add ওভাৰলোদ কৰো.  
  
 
|-
 
|-
| 01: 36  
+
| 01:36  
| ইয়াক float হিসাবে দিক্লেয়াৰ কৰা হয়.
+
| ইয়াক float হিসাবে দিক্লেয়াৰ কৰা হয়.
  
 
|-
 
|-
| 01: 38  
+
| 01:38  
| আমি দুটা আর্গুমেন্ট float d আৰু float e পাস কৰিছো. 
+
| আমি দুটা আর্গুমেন্ট float d আৰু float e পাস কৰিছো.
  
 
|-
 
|-
| 01: 44  
+
| 01:44  
 
| তাৰপিছত আমি দুটা সংখ্যাৰ উপৰত এদিছন অপাৰেশন সম্পাদনা কৰিছো.  
 
| তাৰপিছত আমি দুটা সংখ্যাৰ উপৰত এদিছন অপাৰেশন সম্পাদনা কৰিছো.  
  
 
|-
 
|-
| 01: 48  
+
| 01:48  
| এইটো হল আমাৰ '' ' main' '' ফাংশন.  
+
| এইটো হল আমাৰ   main ফাংশন.  
  
 
|-
 
|-
| 01: 50  
+
| 01:50  
|  function mainত আমি  'বিভিন্ন' '' আর্গুমেন্টৰ সৈতে add function দিক্লেয়াৰ কৰিছো.
+
| function mainত আমি  বিভিন্ন আর্গুমেন্টৰ সৈতে add function দিক্লেয়াৰ কৰিছো.
 
|-  
 
|-  
| 01: 56  
+
| 01:56  
 
| তাৰপিছত আমি variables দিক্লেয়াৰ কৰিছো.
 
| তাৰপিছত আমি variables দিক্লেয়াৰ কৰিছো.
 
|-
 
|-
| 01: 58  
+
| 01:58  
| ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা integer মান গ্রহণ কৰিছো.  
+
| ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা integer মান গ্রহণ কৰিছো.  
  
 
|-
 
|-
| 02: 03  
+
| 02:03  
| তাৰপিছত আমি তিনিটা আর্গুমেন্টৰ সৈতে ফাংশন add কল কৰিছো.
+
| তাৰপিছত আমি তিনিটা আর্গুমেন্টৰ সৈতে ফাংশন add কল কৰিছো.
  
 
|-
 
|-
| 02: 07  
+
| 02:07  
| আৰু ভেৰিয়েবল sumত ফলাফলটো সংৰক্ষণ কৰক.
+
| আৰু ভেৰিয়েবল sumত ফলাফলটো সংৰক্ষণ কৰক.
  
 
|-
 
|-
| 02: 09  
+
| 02:09  
 
| ইয়াত আমি ফলাফলটো প্রিন্ট কৰো.  
 
| ইয়াত আমি ফলাফলটো প্রিন্ট কৰো.  
  
 
|-
 
|-
| 02: 12  
+
| 02:12  
| এতিয়া আমি ইয়াত ব্যবহাৰকাৰীৰ পৰা  floating point numbers  গ্ৰহন কৰিছো.
+
| এতিয়া আমি ইয়াত ব্যবহাৰকাৰীৰ পৰা  floating point numbers  গ্ৰহন কৰিছো.
  
 
|-
 
|-
| 02: 17  
+
| 02:17  
 
| তাৰপিছত আমি দুটা আর্গুমেন্টৰ সৈতে add ফাংশন কল কৰো.  
 
| তাৰপিছত আমি দুটা আর্গুমেন্টৰ সৈতে add ফাংশন কল কৰো.  
  
 
|-
 
|-
| 02: 21  
+
| 02:21  
| আৰু ইয়াত আমি'' 'sum '' প্রিন্ট কৰো.  
+
| আৰু ইয়াত আমি sum প্রিন্ট কৰো.  
  
 
|-
 
|-
| 02: 23  
+
| 02:23  
| আৰু এইটো আমাৰ  return স্তেটমেন্ট হয়.
+
| আৰু এইটো আমাৰ  return স্তেটমেন্ট হয়.
  
 
|-
 
|-
| 02: 26  
+
| 02:26  
 
| এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো.  
 
| এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো.  
  
 
|-
 
|-
| 02: 29  
+
| 02:29  
| আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt, আৰু T '' কি টিপি টার্মিনেল উইন্ডো খুলক.  
+
| আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt, আৰু T কি টিপি টার্মিনেল উইন্ডো খুলক.  
  
 
|-
 
|-
| 02: 38  
+
| 02:38  
| সম্পাদনা কৰিবলৈ টাইপ কৰক : g++ স্পেচ overload dot cpp স্পেচ hyphen o স্পেচ over
+
| সম্পাদনা কৰিবলৈ টাইপ কৰক : g++ স্পেচ overload dot cpp স্পেচ hyphen o স্পেচ over
  
 
|-
 
|-
| 02: 49  
+
| 02:49  
 
|Enter টিপক
 
|Enter টিপক
  
 
|-
 
|-
| 02: 51  
+
| 02:51  
 
| লিখক dot slash over
 
| লিখক dot slash over
  
 
|-
 
|-
| 02: 53  
+
| 02:53  
 
| Enter টিপক
 
| Enter টিপক
  
 
|-
 
|-
| 02: 55  
+
| 02:55  
| ই এনেধৰনে প্রদর্শন কৰে: Enter three integers
+
| ই এনেধৰনে প্রদর্শন কৰে: Enter three integers
  
 
|-
 
|-
| 02: 58  
+
| 02:58  
| আমি  10, 25 আৰু 48 লিখিম
+
| আমি  10, 25 আৰু 48 লিখিম
 
|-
 
|-
| 03: 04  
+
| 03:04  
 
| আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় : Sum of integers is 83
 
| আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় : Sum of integers is 83
  
 
|-
 
|-
| 03: 09  
+
| 03:09  
| এতিয়া আমি চাও'' Enter two floating point numbers
+
| এতিয়া আমি চাও Enter two floating point numbers
  
 
|-
 
|-
| 03: 13  
+
| 03:13  
| আমি লিখিম '' 4.5 আৰু 8.9
+
| আমি লিখিম 4.5 আৰু 8.9
 
|-
 
|-
| 03: 17  
+
| 03:17  
| Enter টিপক 
+
| Enter টিপক
 
|-
 
|-
| 03: 19  
+
| 03:19  
 
| আউটপুটটো এনেধৰনে প্রদর্শন হয়: Sum of floating point numbers is 13.4.
 
| আউটপুটটো এনেধৰনে প্রদর্শন হয়: Sum of floating point numbers is 13.4.
  
 
|-
 
|-
| 03: 25  
+
| 03:25  
| এতিয়া আমি function overriding চাও.  
+
| এতিয়া আমি function overriding চাও.  
  
 
|-
 
|-
| 03: 29  
+
| 03:29  
 
| আমি স্লাইডবোৰলৈ উভতি যাও.  
 
| আমি স্লাইডবোৰলৈ উভতি যাও.  
  
 
|-
 
|-
| 03: 31  
+
| 03:31  
| derived ক্লাছত base class ফাংছন এটাক পুনৰায় সংজ্ঞায়িত কৰক.  
+
| derived ক্লাছত base class ফাংছন এটাক পুনৰায় সংজ্ঞায়িত কৰক.  
  
 
|-
 
|-
| 03: 36  
+
| 03:36  
|derived class function এ base class functionক ওভাৰৰাইদ কৰে. 
+
|derived class function এ base class functionক ওভাৰৰাইদ কৰে.  
 
|-
 
|-
| 03: 40  
+
| 03:40  
| কিন্তু পাশ কৰা argumentsবোৰ একেই.
+
| কিন্তু পাশ কৰা argumentsবোৰ একেই.
 
|-
 
|-
| 03: 44  
+
| 03:44  
 
| আৰু সেই return-type টো একেই.
 
| আৰু সেই return-type টো একেই.
  
 
|-
 
|-
| 03: 47  
+
| 03:47  
 
| আমি এটা উদাহৰণ চাও.  
 
| আমি এটা উদাহৰণ চাও.  
  
 
|-
 
|-
| 03: 49  
+
| 03:49  
 
| ইয়াত function Overridingৰ এটা উদাহৰণ আছে.  
 
| ইয়াত function Overridingৰ এটা উদাহৰণ আছে.  
 
|-
 
|-
| 03: 53  
+
| 03:53  
| আমাৰ ফাইলৰ নাম হল override.cpp .
+
| আমাৰ ফাইলৰ নাম হল override.cpp .
  
 
|-
 
|-
| 03: 57  
+
| 03:57  
 
| আমি কোডটোলৈ যাও.  
 
| আমি কোডটোলৈ যাও.  
  
 
|-
 
|-
| 04: 00  
+
| 04:00  
 
| এইটো আমাৰ হেডাৰ ফাইল iostream.
 
| এইটো আমাৰ হেডাৰ ফাইল iostream.
  
 
|-
 
|-
| 04: 03  
+
| 04:03  
 
| ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.  
 
| ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.  
  
 
|-
 
|-
| 04: 06  
+
| 04:06  
| তাৰপিছত আমাৰ উচৰত class arithmetic আছে.  
+
| তাৰপিছত আমাৰ উচৰত class arithmetic আছে.  
  
 
|-
 
|-
| 04: 09  
+
| 04:09  
 
| ইয়াত আমি protected হিচাবে ইন্টিজাৰ ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
 
| ইয়াত আমি protected হিচাবে ইন্টিজাৰ ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
  
 
|-
 
|-
| 04: 14  
+
| 04:14  
| তাৰপিছত  আমাৰ উচৰত public হিসাবে  দিক্লেয়াৰ কৰা function values আছে.  
+
| তাৰপিছত  আমাৰ উচৰত public হিসাবে  দিক্লেয়াৰ কৰা function values আছে.  
  
 
|-
 
|-
| 04: 18  
+
| 04:18  
 
| ইয়াত আমি দুটা আর্গুমেন্ট int x আৰু int y পাছ কৰিছো.  
 
| ইয়াত আমি দুটা আর্গুমেন্ট int x আৰু int y পাছ কৰিছো.  
  
 
|-
 
|-
| 04: 23  
+
| 04:23  
| তাৰপিছত আমি মানটো a আৰু b সংৰক্ষিত কৰিছো.
+
| তাৰপিছত আমি মানটো a আৰু b সংৰক্ষিত কৰিছো.
 
|-
 
|-
| 04: 26  
+
| 04:26  
| ইয়াত আমাৰ উচৰত  operations হিসাবে 'virtual function আছে.  
+
| ইয়াত আমাৰ উচৰত  operations হিসাবে virtual function আছে.  
  
 
|-
 
|-
| 04: 30  
+
| 04:30  
| ইয়াত আমি সেই দুটা নম্বৰ যোগ কৰো আৰু sumটোক প্রিন্ট কৰো.  
+
| ইয়াত আমি সেই দুটা নম্বৰ যোগ কৰো আৰু sumটোক প্রিন্ট কৰো.  
  
 
|-
 
|-
| 04: 34  
+
| 04:34  
 
| ইয়াত আমি ক্লাছটোক বন্ধ কৰো.  
 
| ইয়াত আমি ক্লাছটোক বন্ধ কৰো.  
  
 
|-
 
|-
| 04: 37  
+
| 04:37  
 
| এতিয়া আমাৰ উচৰত derived class হিসাবে class Subtract আছে .
 
| এতিয়া আমাৰ উচৰত derived class হিসাবে class Subtract আছে .
  
 
|-
 
|-
| 04: 41  
+
| 04:41  
| এইটোৱে base class arithmetic আহৰণ কৰে.
+
| এইটোৱে base class arithmetic আহৰণ কৰে.
  
 
|-
 
|-
| 04: 45  
+
| 04:45  
 
| ইয়াত আমি দুটা সংখ্যাৰ পার্থক্য নিৰুপণ কৰো আৰু আমাৰ পার্থক্যটো প্রিন্ট কৰো.  
 
| ইয়াত আমি দুটা সংখ্যাৰ পার্থক্য নিৰুপণ কৰো আৰু আমাৰ পার্থক্যটো প্রিন্ট কৰো.  
  
 
|-
 
|-
| 04: 50  
+
| 04:50  
 
| এতিয়া আমাৰ উচৰত Multiply হিচাবে অন্য derived class আছে.
 
| এতিয়া আমাৰ উচৰত Multiply হিচাবে অন্য derived class আছে.
  
 
|-
 
|-
| 04: 54  
+
| 04:54  
| ই  base class arithmetic ও আহৰণ কৰে
+
| ই  base class arithmetic ও আহৰণ কৰে
  
 
|-
 
|-
| 04: 57  
+
| 04:57  
 
| ইয়াত আমি দুটা সংখ্যাৰ গুণফল হিসাব কৰি আৰু তাক প্রদর্শন কৰো.  
 
| ইয়াত আমি দুটা সংখ্যাৰ গুণফল হিসাব কৰি আৰু তাক প্রদর্শন কৰো.  
  
 
|-
 
|-
| 05: 03  
+
| 05:03  
| তাৰপিছত আমাৰ উচৰত class Divide আছে. ইয়ো base class arithmetic আহৰন কৰ
+
| তাৰপিছত আমাৰ উচৰত class Divide আছে. ইয়ো base class arithmetic আহৰন কৰ
 
|-
 
|-
| 05: 09  
+
| 05:09  
 
| ইয়াত আমি দুটা সংখ্যাৰ বিভাগ নিৰুপণ কৰিম আৰু তাৰপিছত আমি বিভাগ প্রদর্শন কৰিম.
 
| ইয়াত আমি দুটা সংখ্যাৰ বিভাগ নিৰুপণ কৰিম আৰু তাৰপিছত আমি বিভাগ প্রদর্শন কৰিম.
  
 
|-
 
|-
| 05: 15  
+
| 05:15  
 
|মন কৰক যে ফাংশনৰ ৰিটার্ন টাইপ একেই হয় আৰু পাছ কৰা আর্গুমেন্টবোৰো একেই হয়.  
 
|মন কৰক যে ফাংশনৰ ৰিটার্ন টাইপ একেই হয় আৰু পাছ কৰা আর্গুমেন্টবোৰো একেই হয়.  
  
 
|-
 
|-
| 05: 23  
+
| 05:23  
 
| এতিয়া এইটো আমাৰ main function হয়.
 
| এতিয়া এইটো আমাৰ main function হয়.
  
 
|-
 
|-
| 05: 26  
+
| 05:26  
| ইয়াত আমি p হিসাবে class arithmeticৰ এটা অবজেক্ট তৈয়াৰ কৰিছো.
+
| ইয়াত আমি p হিসাবে class arithmeticৰ এটা অবজেক্ট তৈয়াৰ কৰিছো.
  
 
|-
 
|-
| 05: 31  
+
| 05:31  
| arith, class arithmeticৰ পইন্টাৰ হয়.
+
| arith, class arithmeticৰ পইন্টাৰ হয়.
  
 
|-
 
|-
| 05: 35  
+
| 05:35  
 
| তাৰপিছত আমাৰ উচৰত class Subtractৰ subt object হয়.
 
| তাৰপিছত আমাৰ উচৰত class Subtractৰ subt object হয়.
  
 
|-
 
|-
| 05: 39  
+
| 05:39  
 
| class Multiplyৰ mult object হয়
 
| class Multiplyৰ mult object হয়
 
|-
 
|-
| 05: 42  
+
| 05:42  
 
| আৰু class Divideৰ divd object হয়.
 
| আৰু class Divideৰ divd object হয়.
  
 
|-
 
|-
| 05: 46  
+
| 05:46  
| এতিয়া ইয়াত, pক "'arith"' 'ৰ ঠিকনালৈ সেট কৰা হয়.
+
| এতিয়া ইয়াত, pক "arith" ৰ ঠিকনালৈ সেট কৰা হয়.
  
 
|-
 
|-
| 05: 50  
+
| 05:50  
| তাৰপিছত আমি function valuesত  30 আৰু 12 'হিসাবে' আর্গুমেন্ট পাছ কৰো.  
+
| তাৰপিছত আমি function valuesত  30 আৰু 12 হিসাবে আর্গুমেন্ট পাছ কৰো.  
  
 
|-
 
|-
| 05: 56  
+
| 05:56  
 
| এতিয়া আমি function operations কল কৰো.
 
| এতিয়া আমি function operations কল কৰো.
  
 
|-
 
|-
| 05: 59  
+
| 05:59  
 
| এইটোৱে এদি্ছন অপাৰেশন সম্পাদনা কৰে.  
 
| এইটোৱে এদি্ছন অপাৰেশন সম্পাদনা কৰে.  
  
 
|-
 
|-
| 06: 02  
+
| 06:02  
| ইয়াত আমি '' 'subt' '' '' '' 'arith" 'ৰ ঠিকনালৈ সেট কৰো.
+
| ইয়াত আমি subt   arith" ৰ ঠিকনালৈ সেট কৰো.
  
 
|-
 
|-
| 06: 07  
+
| 06:07  
| আৰু আমি arguments 'হিসাবে '42' 'আৰু' '' ' 5 '' '' ' পাস' '' কৰো.
+
| আৰু আমি arguments হিসাবে 42 আৰু   5   পাস কৰো.
  
 
|-
 
|-
| 06: 11  
+
| 06:11  
| আকৌ আমি function operations কল কৰো.
+
| আকৌ আমি function operations কল কৰো.
  
 
|-
 
|-
| 06: 14  
+
| 06:14  
 
| এইটোৱে দুটা সংখ্যাৰ বিয়োগ সঞ্চালন কৰে.  
 
| এইটোৱে দুটা সংখ্যাৰ বিয়োগ সঞ্চালন কৰে.  
  
 
|-
 
|-
| 06: 18  
+
| 06:18  
| এতিয়া, ইয়াত আমি' multক arithৰ ঠিকনালৈ সেট কৰো.
+
| এতিয়া, ইয়াত আমি multক arithৰ ঠিকনালৈ সেট কৰো.
  
 
|-
 
|-
| 06: 22  
+
| 06:22  
| আৰু আমি  arguments 'হিসাবে '' 6 '' আৰু '5' '' '' পাস কৰো.
+
| আৰু আমি  arguments হিসাবে 6 আৰু 5   পাস কৰো.
  
 
|-
 
|-
| 06: 26  
+
| 06:26  
| আমি function operations কল কৰো.
+
| আমি function operations কল কৰো.
  
 
|-
 
|-
| 06: 29  
+
| 06:29  
 
| এইটোৱে দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব.  
 
| এইটোৱে দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব.  
  
 
|-
 
|-
| 06: 33  
+
| 06:33  
| অবশেষত আমি divdক ''arithৰ ঠিকনালৈ সেট কৰো আৰু 6 '' '' পাস কৰো 'আৰু' arguments হিসাবে 6 আৰু 3 পাছ কৰো.
+
| অবশেষত আমি divdক arithৰ ঠিকনালৈ সেট কৰো আৰু 6   পাস কৰো আৰু arguments হিসাবে 6 আৰু 3 পাছ কৰো.
 
|-
 
|-
| 06: 41  
+
| 06:41  
 
| এতিয়া আমি অপাৰেশন functions কল কৰো.
 
| এতিয়া আমি অপাৰেশন functions কল কৰো.
  
 
|-
 
|-
| 06: 44  
+
| 06:44  
 
| এইটোৱে দুটা সংখ্যাৰ বিভাগ সঞ্চালন কৰে.  
 
| এইটোৱে দুটা সংখ্যাৰ বিভাগ সঞ্চালন কৰে.  
  
 
|-
 
|-
| 06: 48  
+
| 06:48  
| আৰু এইটো আমাৰ ''return statement হয়.
+
| আৰু এইটো আমাৰ return statement হয়.
  
 
|-
 
|-
| 06: 50  
+
| 06:50  
 
| আমি প্রোগ্রামটো চালাও. আমি টার্মিনেললৈ উভতি যাও.  
 
| আমি প্রোগ্রামটো চালাও. আমি টার্মিনেললৈ উভতি যাও.  
  
 
|-
 
|-
| 06: 54  
+
| 06:54  
|লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2.
+
|লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2.
  
 
|-
 
|-
| 07: 04  
+
| 07:04  
|  Enter টিপক.
+
| Enter টিপক.
  
 
|-
 
|-
| 07: 06  
+
| 07:06  
 
|লিখক: dot slash over2.
 
|লিখক: dot slash over2.
  
 
|-
 
|-
| 07: 09  
+
| 07:09  
 
| Enter টিপক.
 
| Enter টিপক.
 
|-
 
|-
| 07: 11  
+
| 07:11  
 
| আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:  
 
| আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:  
  
 
|-
 
|-
| 07: 13  
+
| 07:13  
|'Addition of two numbers is 42
+
|Addition of two numbers is 42
  
 
|-
 
|-
| 07: 16  
+
| 07:16  
 
| Difference of two numbers is 37
 
| Difference of two numbers is 37
  
 
|-
 
|-
| 07: 19  
+
| 07:19  
| Product of two numbers is 30 and Division of two numbers is 2
+
| Product of two numbers is 30 and Division of two numbers is 2
  
 
|-
 
|-
| 07: 25  
+
| 07:25  
 
| আমি স্লাইডবোৰলৈ উভতি যাও.  
 
| আমি স্লাইডবোৰলৈ উভতি যাও.  
  
 
|-
 
|-
| 07: 27  
+
| 07:27  
| আমি overloading আৰু overridingৰ পার্থক্যটো চাও.
+
| আমি overloading আৰু overridingৰ পার্থক্যটো চাও.
 
|-
 
|-
| 07: 31  
+
| 07:31  
 
|overloading আহৰন নকৰাকে ঘটে.
 
|overloading আহৰন নকৰাকে ঘটে.
 
|-
 
|-
| 07: 35  
+
| 07:35  
 
| overriding ঘটে যেতিয়া এটা ক্লাছে অনয় এটা ক্লাছৰ পৰা আহৰন কৰে.
 
| overriding ঘটে যেতিয়া এটা ক্লাছে অনয় এটা ক্লাছৰ পৰা আহৰন কৰে.
 
|-
 
|-
| 07: 41  
+
| 07:41  
 
|overloadingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপৰ পৃথক হোৱাতো আবশ্যক হয়.
 
|overloadingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপৰ পৃথক হোৱাতো আবশ্যক হয়.
 
|-
 
|-
| 07: 46  
+
| 07:46  
| overridingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপ একেই হব লাগিব.  
+
| overridingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপ একেই হব লাগিব.  
  
 
|-
 
|-
| 07: 51  
+
| 07:51  
 
||overloadingত ফাংশনৰ নাম একেই হয়.  
 
||overloadingত ফাংশনৰ নাম একেই হয়.  
  
 
|-
 
|-
| 07: 55  
+
| 07:55  
 
| কিন্তু ই সিহতলৈ পাছ কৰা আর্গুমেন্টৰ উপৰত নির্ভৰ কৰিহে ভিন্নভাবে আচৰণ কৰে.  
 
| কিন্তু ই সিহতলৈ পাছ কৰা আর্গুমেন্টৰ উপৰত নির্ভৰ কৰিহে ভিন্নভাবে আচৰণ কৰে.  
  
 
|-
 
|-
| 08: 01  
+
| 08:01  
| overridingত ফাংশনৰ নাম একেই হয়.  
+
| overridingত ফাংশনৰ নাম একেই হয়.  
  
 
|-
 
|-
| 08: 05  
+
| 08:05  
| Derived class ফাংশনে বেস ক্লাস ফাংশনৰ পৰা বিভিন্ন অপাৰেশন সম্পাদন কৰে.  
+
| Derived class ফাংশনে বেস ক্লাস ফাংশনৰ পৰা বিভিন্ন অপাৰেশন সম্পাদন কৰে.  
 
|-
 
|-
| 08: 11  
+
| 08:11  
 
| আমি সংক্ষেপ কৰো:  
 
| আমি সংক্ষেপ কৰো:  
  
 
|-
 
|-
| 08: 13  
+
| 08:13  
 
| এই টিউটোৰিয়েলত অামি শিকিছো  
 
| এই টিউটোৰিয়েলত অামি শিকিছো  
  
 
|-
 
|-
| 08: 15  
+
| 08:15  
| Function overloading.
+
| Function overloading.
  
 
|-
 
|-
| 08: 16  
+
| 08:16  
| '' 'যেনে, তিনটা ভিন্ন আর্গুমেন্টৰ সৈতে int add আৰু  
+
| যেনে, তিনটা ভিন্ন আর্গুমেন্টৰ সৈতে int add আৰু  
  
 
|-
 
|-
| 08: 21  
+
| 08:21  
 
| দুটা ভিন্ন আর্গুমেন্টৰ সৈতে float add  
 
| দুটা ভিন্ন আর্গুমেন্টৰ সৈতে float add  
 
|-
 
|-
| 08: 24  
+
| 08:24  
|  Function Overriding.
+
| Function Overriding.
  
 
|-
 
|-
| 08: 26  
+
| 08:26  
 
| যেনে. virtual int operations ()  আৰু int operations ()
 
| যেনে. virtual int operations ()  আৰু int operations ()
  
 
|-
 
|-
| 08: 31  
+
| 08:31  
 
| একেই আৰ্গোমেন্টৰ সৈতে ফাংশন আৰু একেই ৰিটার্ন টাইপ আৰু দুইটাৰ মাজৰ পার্থক্য.  
 
| একেই আৰ্গোমেন্টৰ সৈতে ফাংশন আৰু একেই ৰিটার্ন টাইপ আৰু দুইটাৰ মাজৰ পার্থক্য.  
  
 
|-
 
|-
| 08: 38  
+
| 08:38  
 
| এটা নিয়োগ হিসাবে  
 
| এটা নিয়োগ হিসাবে  
  
 
|-
 
|-
| 08: 39  
+
| 08:39  
 
| এটা প্রোগ্রাম লিখক যিয়ে আয়তক্ষেত্র, বর্গাকাৰ আৰু বৃত্তৰ এলাকা নিৰুপণ কৰে.  
 
| এটা প্রোগ্রাম লিখক যিয়ে আয়তক্ষেত্র, বর্গাকাৰ আৰু বৃত্তৰ এলাকা নিৰুপণ কৰে.  
  
 
|-
 
|-
| 08: 46  
+
| 08:46  
| ফাংশন ওভাৰলোডিং ব্যবহাৰ কৰি. 
+
| ফাংশন ওভাৰলোডিং ব্যবহাৰ কৰি.  
 
|-
 
|-
| 08: 48  
+
| 08:48  
 
|স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
 
|স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
  
 
|-
 
|-
| 08: 52  
+
| 08:52  
 
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
  
 
|-
 
|-
| 08: 55  
+
| 08:55  
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
  
 
|-
 
|-
| 08: 59  
+
| 08:59  
 
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে  
 
|স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে  
 
|-
 
|-
| 09: 02  
+
| 09:02  
 
|স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
 
|স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.  
  
 
|-
 
|-
| 09: 05  
+
| 09:05  
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
 
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.  
  
 
|-
 
|-
| 09: 09  
+
| 09:09  
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি  
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি  
  
 
|-
 
|-
| 09: 12  
+
| 09:12  
 
|contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|-
 
|-
| 09: 16  
+
| 09:16  
 
|স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
 
|-
 
|-
| 09: 20  
+
| 09:20  
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
|-
 
|-
| 09: 27  
+
| 09:27  
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
|-
 
|-
Line 552: Line 548:
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .  
 
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .  
 
|-
 
|-
| 09: 36  
+
| 09:36  
 
| যোগদানৰ বাবে ধন্যবাদ।
 
| যোগদানৰ বাবে ধন্যবাদ।
 
|}
 
|}

Latest revision as of 17:08, 23 March 2017

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. C++ত function Overloading আৰু Overridingৰ স্পকেন টিউটোৰিয়েললৈ স্বাগতম .
00:09 এই টিউটোৰিয়েলত, আমি শিকিম,
00:11 Function Overloading. Function Overriding.
00:14 আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.
00:18 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:21 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
00:26 g++ compiler সংস্কৰণ 4.6.1
00:30 আমি Function Overloading ৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:34 Function Overloading মানে দুটা অথবা তাতোধিক functionsৰ একেই নাম থাকিব পাৰে.
00:41 argumentsৰ সংখ্যা আৰু arguments ৰ data-type ভিন্ন হয়.
00:47 যেতিয়াই এটা ফাংশন কল কৰা হয় তেতিয়া ই আৰ্গিউমেন্ট তালিকাৰ উপৰত ভিত্তি কৰিহে নির্বাচন কৰা হয়.
00:53 আমি এটা উদাহৰণ চাও.
00:56 আমি ইতিমধ্যে এডিটৰত কোডটো টাইপ কৰিছো.
00:59 এই প্ৰোগ্ৰামত আমি এদিছন অপাৰেশন সম্পাদন কৰিম
01:03 মন কৰক যে আম‍াৰ ফাইলৰ নাম overload.cpp হয়.
01:08 আমি এতিয়া কোডটো ব্যাখ্যা কৰো.
01:10 এইটো আমাৰ হেডাৰ ফাইল হয় iostream.
01:13 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:17 তাৰপিছত আমাৰ উচৰত int হিচাবে সংজ্ঞায়িত কৰা add function আছে .
01:21 ইয়াত আমি তিনিটা আর্গুমেন্ট পাস কৰিছো.
01:24 Int a, int b and int c
01:28 তাৰপিছত আমি তিনটা সংখ্যা যোগ কৰিছো. আৰু আমি মানটো উভতাই দিয়ো.
01:33 ইয়াত আমি ফাংশন add ওভাৰলোদ কৰো.
01:36 ইয়াক float হিসাবে দিক্লেয়াৰ কৰা হয়.
01:38 আমি দুটা আর্গুমেন্ট float d আৰু float e পাস কৰিছো.
01:44 তাৰপিছত আমি দুটা সংখ্যাৰ উপৰত এদিছন অপাৰেশন সম্পাদনা কৰিছো.
01:48 এইটো হল আমাৰ main ফাংশন.
01:50 function mainত আমি বিভিন্ন আর্গুমেন্টৰ সৈতে add function দিক্লেয়াৰ কৰিছো.
01:56 তাৰপিছত আমি variables দিক্লেয়াৰ কৰিছো.
01:58 ইয়াত আমি ব্যবহাৰকাৰীৰ পৰা integer মান গ্রহণ কৰিছো.
02:03 তাৰপিছত আমি তিনিটা আর্গুমেন্টৰ সৈতে ফাংশন add কল কৰিছো.
02:07 আৰু ভেৰিয়েবল sumত ফলাফলটো সংৰক্ষণ কৰক.
02:09 ইয়াত আমি ফলাফলটো প্রিন্ট কৰো.
02:12 এতিয়া আমি ইয়াত ব্যবহাৰকাৰীৰ পৰা floating point numbers গ্ৰহন কৰিছো.
02:17 তাৰপিছত আমি দুটা আর্গুমেন্টৰ সৈতে add ফাংশন কল কৰো.
02:21 আৰু ইয়াত আমি sum প্রিন্ট কৰো.
02:23 আৰু এইটো আমাৰ return স্তেটমেন্ট হয়.
02:26 এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো.
02:29 আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt, আৰু T কি টিপি টার্মিনেল উইন্ডো খুলক.
02:38 সম্পাদনা কৰিবলৈ টাইপ কৰক : g++ স্পেচ overload dot cpp স্পেচ hyphen o স্পেচ over
02:49 Enter টিপক
02:51 লিখক dot slash over
02:53 Enter টিপক
02:55 ই এনেধৰনে প্রদর্শন কৰে: Enter three integers
02:58 আমি 10, 25 আৰু 48 লিখিম
03:04 আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয় : Sum of integers is 83
03:09 এতিয়া আমি চাও Enter two floating point numbers
03:13 আমি লিখিম 4.5 আৰু 8.9
03:17 Enter টিপক
03:19 আউটপুটটো এনেধৰনে প্রদর্শন হয়: Sum of floating point numbers is 13.4.
03:25 এতিয়া আমি function overriding চাও.
03:29 আমি স্লাইডবোৰলৈ উভতি যাও.
03:31 derived ক্লাছত base class ফাংছন এটাক পুনৰায় সংজ্ঞায়িত কৰক.
03:36 derived class function এ base class functionক ওভাৰৰাইদ কৰে.
03:40 কিন্তু পাশ কৰা argumentsবোৰ একেই.
03:44 আৰু সেই return-type টো একেই.
03:47 আমি এটা উদাহৰণ চাও.
03:49 ইয়াত function Overridingৰ এটা উদাহৰণ আছে.
03:53 আমাৰ ফাইলৰ নাম হল override.cpp .
03:57 আমি কোডটোলৈ যাও.
04:00 এইটো আমাৰ হেডাৰ ফাইল iostream.
04:03 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
04:06 তাৰপিছত আমাৰ উচৰত class arithmetic আছে.
04:09 ইয়াত আমি protected হিচাবে ইন্টিজাৰ ভেৰিয়েবল দিক্লেয়াৰ কৰিছো.
04:14 তাৰপিছত আমাৰ উচৰত public হিসাবে দিক্লেয়াৰ কৰা function values আছে.
04:18 ইয়াত আমি দুটা আর্গুমেন্ট int x আৰু int y পাছ কৰিছো.
04:23 তাৰপিছত আমি মানটো a আৰু b সংৰক্ষিত কৰিছো.
04:26 ইয়াত আমাৰ উচৰত operations হিসাবে virtual function আছে.
04:30 ইয়াত আমি সেই দুটা নম্বৰ যোগ কৰো আৰু sumটোক প্রিন্ট কৰো.
04:34 ইয়াত আমি ক্লাছটোক বন্ধ কৰো.
04:37 এতিয়া আমাৰ উচৰত derived class হিসাবে class Subtract আছে .
04:41 এইটোৱে base class arithmetic আহৰণ কৰে.
04:45 ইয়াত আমি দুটা সংখ্যাৰ পার্থক্য নিৰুপণ কৰো আৰু আমাৰ পার্থক্যটো প্রিন্ট কৰো.
04:50 এতিয়া আমাৰ উচৰত Multiply হিচাবে অন্য derived class আছে.
04:54 ই base class arithmetic ও আহৰণ কৰে
04:57 ইয়াত আমি দুটা সংখ্যাৰ গুণফল হিসাব কৰি আৰু তাক প্রদর্শন কৰো.
05:03 তাৰপিছত আমাৰ উচৰত class Divide আছে. ইয়ো base class arithmetic আহৰন কৰ
05:09 ইয়াত আমি দুটা সংখ্যাৰ বিভাগ নিৰুপণ কৰিম আৰু তাৰপিছত আমি বিভাগ প্রদর্শন কৰিম.
05:15 মন কৰক যে ফাংশনৰ ৰিটার্ন টাইপ একেই হয় আৰু পাছ কৰা আর্গুমেন্টবোৰো একেই হয়.
05:23 এতিয়া এইটো আমাৰ main function হয়.
05:26 ইয়াত আমি p হিসাবে class arithmeticৰ এটা অবজেক্ট তৈয়াৰ কৰিছো.
05:31 arith, class arithmeticৰ পইন্টাৰ হয়.
05:35 তাৰপিছত আমাৰ উচৰত class Subtractৰ subt object হয়.
05:39 class Multiplyৰ mult object হয়
05:42 আৰু class Divideৰ divd object হয়.
05:46 এতিয়া ইয়াত, pক "arith" ৰ ঠিকনালৈ সেট কৰা হয়.
05:50 তাৰপিছত আমি function valuesত 30 আৰু 12 হিসাবে আর্গুমেন্ট পাছ কৰো.
05:56 এতিয়া আমি function operations কল কৰো.
05:59 এইটোৱে এদি্ছন অপাৰেশন সম্পাদনা কৰে.
06:02 ইয়াত আমি subt ক arith" ৰ ঠিকনালৈ সেট কৰো.
06:07 আৰু আমি arguments হিসাবে 42 আৰু 5 পাস কৰো.
06:11 আকৌ আমি function operations কল কৰো.
06:14 এইটোৱে দুটা সংখ্যাৰ বিয়োগ সঞ্চালন কৰে.
06:18 এতিয়া, ইয়াত আমি multক arithৰ ঠিকনালৈ সেট কৰো.
06:22 আৰু আমি arguments হিসাবে 6 আৰু 5 পাস কৰো.
06:26 আমি function operations কল কৰো.
06:29 এইটোৱে দুটা সংখ্যাৰ গুণ সঞ্চালন কৰিব.
06:33 অবশেষত আমি divdক arithৰ ঠিকনালৈ সেট কৰো আৰু 6 পাস কৰো আৰু arguments হিসাবে 6 আৰু 3 পাছ কৰো.
06:41 এতিয়া আমি অপাৰেশন functions কল কৰো.
06:44 এইটোৱে দুটা সংখ্যাৰ বিভাগ সঞ্চালন কৰে.
06:48 আৰু এইটো আমাৰ return statement হয়.
06:50 আমি প্রোগ্রামটো চালাও. আমি টার্মিনেললৈ উভতি যাও.
06:54 লিখক: g++ স্পেচ override dot cpp স্পেচ hyphen o স্পেচ over2.
07:04 Enter টিপক.
07:06 লিখক: dot slash over2.
07:09 Enter টিপক.
07:11 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
07:13 Addition of two numbers is 42
07:16 Difference of two numbers is 37
07:19 Product of two numbers is 30 and Division of two numbers is 2
07:25 আমি স্লাইডবোৰলৈ উভতি যাও.
07:27 আমি overloading আৰু overridingৰ পার্থক্যটো চাও.
07:31 overloading আহৰন নকৰাকে ঘটে.
07:35 overriding ঘটে যেতিয়া এটা ক্লাছে অনয় এটা ক্লাছৰ পৰা আহৰন কৰে.
07:41 overloadingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপৰ পৃথক হোৱাতো আবশ্যক হয়.
07:46 overridingত আর্গুমেন্ট আৰু ৰিটার্ন টাইপ একেই হব লাগিব.
07:51 overloadingত ফাংশনৰ নাম একেই হয়.
07:55 কিন্তু ই সিহতলৈ পাছ কৰা আর্গুমেন্টৰ উপৰত নির্ভৰ কৰিহে ভিন্নভাবে আচৰণ কৰে.
08:01 overridingত ফাংশনৰ নাম একেই হয়.
08:05 Derived class ফাংশনে বেস ক্লাস ফাংশনৰ পৰা বিভিন্ন অপাৰেশন সম্পাদন কৰে.
08:11 আমি সংক্ষেপ কৰো:
08:13 এই টিউটোৰিয়েলত অামি শিকিছো
08:15 Function overloading.
08:16 যেনে, তিনটা ভিন্ন আর্গুমেন্টৰ সৈতে int add আৰু
08:21 দুটা ভিন্ন আর্গুমেন্টৰ সৈতে float add
08:24 Function Overriding.
08:26 যেনে. virtual int operations () আৰু int operations ()
08:31 একেই আৰ্গোমেন্টৰ সৈতে ফাংশন আৰু একেই ৰিটার্ন টাইপ আৰু দুইটাৰ মাজৰ পার্থক্য.
08:38 এটা নিয়োগ হিসাবে
08:39 এটা প্রোগ্রাম লিখক যিয়ে আয়তক্ষেত্র, বর্গাকাৰ আৰু বৃত্তৰ এলাকা নিৰুপণ কৰে.
08:46 ফাংশন ওভাৰলোডিং ব্যবহাৰ কৰি.
08:48 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:52 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:55 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:59 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
09:02 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09:05 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09:09 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি
09:12 contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:16 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:20 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:27 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:32 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
09:36 যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya