Difference between revisions of "Jmol-Application/C2/Modify-Display-and-View/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 ! <center>Time</center> ! <center>Narration</center> |- | 00:01 | Jmol অ্যাপ্লিকেশন ত'' Modify Display আৰু Viewৰ' এই টি...") |
|||
(One intermediate revision by the same user not shown) | |||
Line 74: | Line 74: | ||
|- | |- | ||
| 01:18 | | 01:18 | ||
− | | | + | | মডেলটো ঘুৰাবলৈ টুল বাৰত থকা “Rotate molecule” আইকনত ক্লিক কৰক. |
|- | |- | ||
Line 94: | Line 94: | ||
|- | |- | ||
| 01:42 | | 01:42 | ||
− | | | + | |জুম আউট কৰিবলৈ মাউসৰ চকাটো উপৰলৈ নিয়ক, আৰু জুম ইন কৰিবলৈ তললৈ নিয়ক. |
|- | |- | ||
Line 122: | Line 122: | ||
|- | |- | ||
| 02:19 | | 02:19 | ||
− | | " | + | | "'' মাউস ম্যানুয়াল ৰ''" সৈতে এটা ওয়েব পৃষ্ঠা পর্দাত প্রদর্শিত হয়. |
|- | |- | ||
Line 142: | Line 142: | ||
|- | |- | ||
| 02:44 | | 02:44 | ||
− | | | + | | ঘূৰনিটো বন্ধ কৰিবলৈ আকৌ এবাৰ পপ-আপ-মেনু খুলক |
|- | |- | ||
Line 159: | Line 159: | ||
| 03:00 | | 03:00 | ||
| পপ-আপ মেনুত থকা "'' স্পিন '' ''" অপশনটো চাওক. | | পপ-আপ মেনুত থকা "'' স্পিন '' ''" অপশনটো চাওক. | ||
− | |||
− | |||
|- | |- | ||
| 03:04 | | 03:04 | ||
Line 171: | Line 169: | ||
|- | |- | ||
| 03:16 | | 03:16 | ||
− | | | + | | আপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত. |
|- | |- | ||
Line 198: | Line 196: | ||
|- | |- | ||
| 03:45 | | 03:45 | ||
− | | পর্দাত থকা | + | | পর্দাত থকা ইমেজ অণুবোৰ উপৰৰ পৰা দেখাত কিভাবে দেখে, তাক দেখায়. |
|- | |- | ||
Line 214: | Line 212: | ||
|- | |- | ||
| 04:03 | | 04:03 | ||
− | | | + | | ফাইল ফৰম্যাট নির্বাচন কৰিবলৈ"'' “Image Type”ত থকা অপশন তললৈ স্ক্রল কৰক. |
|- | |- | ||
Line 230: | Line 228: | ||
|- | |- | ||
| 04:19 | | 04:19 | ||
− | | '' ' | + | | '' 'Desktop' '' নির্বাচন কৰক আৰু '' 'open' '' বোতামত ক্লিক কৰক. |
|- | |- | ||
| 04:24 | | 04:24 | ||
− | | '' File Name' '' টেক্সট- | + | | '' File Name' '' টেক্সট-বক্সত টাইপ কৰক '“2-chloro-1-propanol” . |
|- | |- | ||
Line 258: | Line 256: | ||
|- | |- | ||
| 04:57 | | 04:57 | ||
− | | আমাৰ উচৰত অণুত থকা | + | | আমাৰ উচৰত অণুত থকা সকলো পৰমাণু পৰিবর্তন কৰাৰ বাবে এটা বিকল্প আছে বা সেট এটা নির্বাচন কৰক. |
|- | |- | ||
| 05:03 | | 05:03 | ||
− | | প্যানেলত থকা মডেলৰ ডিফল্ট ডিসপ্লে হল | + | | প্যানেলত থকা মডেলৰ ডিফল্ট ডিসপ্লে হল ball আৰু stick. |
|- | |- | ||
| 05:09 | | 05:09 | ||
− | | | + | | “CPK Space fill”, লৈ প্রদর্শন পৰিবর্তন কৰিবলৈ পপ-আপ মেনু খুলক. |
|- | |- | ||
Line 277: | Line 275: | ||
|- | |- | ||
| 05:25 | | 05:25 | ||
− | | 'Style' | + | | 'Style'লৈ স্ক্রোল কৰক, চাব-মেনু পৰা ' '' 'scheme' '' নির্বাচন কৰক . |
|- | |- | ||
| 05:30 | | 05:30 | ||
Line 288: | Line 286: | ||
|- | |- | ||
| 05:40 | | 05:40 | ||
− | | এতিয়া ইয়াক ball আৰু stick | + | | এতিয়া ইয়াক ball আৰু stick' মডেললৈ উভতাই ৰুপান্তৰ কৰো. |
|- | |- | ||
Line 295: | Line 293: | ||
|- | |- | ||
− | | 05: 48 | + | | 05:48 |
| পপ-আপ-মেনু খুলক. | | পপ-আপ-মেনু খুলক. | ||
|- | |- | ||
| 05:50 | | 05:50 | ||
− | | "'' “Style' '' 'লৈ স্ক্ৰোল কৰা যাওক | + | | "'' “Style' '' 'লৈ স্ক্ৰোল কৰা যাওক "'scheme' '' নির্বাচন কৰি '' Ball আৰু Stick অপশনত ক্লিক কৰক. |
|- | |- | ||
Line 312: | Line 310: | ||
|- | |- | ||
| 06:08 | | 06:08 | ||
− | | '' 'Display' '' মেনুত ক্লিক কৰক আৰু '' Bond | + | | '' 'Display' '' মেনুত ক্লিক কৰক আৰু '' Bond'' নির্বাচন কৰক. |
|- | |- | ||
| 06:12 | | 06:12 | ||
− | | চাব-মেনুত '' Angstrom ইউনিটত থকা বন্দৰ | + | | চাব-মেনুত '' Angstrom ইউনিটত থকা বন্দৰ বিভিন্ন আকাৰ, ব্যাস অপশন আছে. |
|- | |- | ||
| 06:19 | | 06:19 | ||
− | | উদাহৰণস্বৰুপে, আমি "'' 0.1 Angstrom '' '' | + | | উদাহৰণস্বৰুপে, আমি "'' 0.1 Angstrom '' '' নির্বাচন কৰিম আৰু ইয়াত ক্লিক কৰক. |
|- | |- | ||
Line 336: | Line 334: | ||
|- | |- | ||
| 06:39 | | 06:39 | ||
− | | এই কামৰ বাবে, পপ-আপ মেনু খুলক আৰু '' 'Select | + | | এই কামৰ বাবে, পপ-আপ মেনু খুলক আৰু '' 'Select' '' লৈ যাওক. |
|- | |- | ||
Line 344: | Line 342: | ||
|- | |- | ||
| 06:48 | | 06:48 | ||
− | | আকৌ এবাৰ পপ-আপ মেনু খুলক আৰু '' 'Color | + | | আকৌ এবাৰ পপ-আপ মেনু খুলক আৰু '' 'Color ' '' নির্বাচন কৰক. |
|- | |- | ||
Line 351: | Line 349: | ||
|- | |- | ||
− | | 06: 57 | + | | 06:57 |
|| মডেলত থকা সকলো '' 'কার্বন' '' এতিয়া হালধীয়া ৰঙিনত প্রদর্শিত হয়. | || মডেলত থকা সকলো '' 'কার্বন' '' এতিয়া হালধীয়া ৰঙিনত প্রদর্শিত হয়. | ||
Line 368: | Line 366: | ||
|- | |- | ||
| 07:12 | | 07:12 | ||
− | | '' | + | | ''Color লৈস্ক্রোল কৰক', সাব-মেনু পৰা Bonds নির্বাচন কৰক. |
|- | |- | ||
| 07:16 | | 07:16 | ||
− | | তললৈ স্ক্রোল কৰক আৰু '' Blue ' বিকল্প উপৰত ক্লিক কৰক. | + | | তললৈ স্ক্রোল কৰক আৰু '' Blue "' বিকল্প উপৰত ক্লিক কৰক. |
|- | |- | ||
| 07:20 | | 07:20 | ||
− | | সমস্ত বন্ড | + | | সমস্ত বন্ড এতিয়া নীলা ৰংত আছে. |
|- | |- | ||
Line 388: | Line 386: | ||
|- | |- | ||
| 07:34 | | 07:34 | ||
− | | আৰু তলত থকা | + | | আৰু তলত থকা Axes বিকল্প লৈ স্ক্রোল কৰক.' . |
|- | |- | ||
Line 396: | Line 394: | ||
|- | |- | ||
| 07:40 | | 07:40 | ||
− | | আমি পিক্সেল প্রস্থ হিসাবে ''3 px | + | | আমি পিক্সেল প্রস্থ হিসাবে ''3 px" নির্বাচন কৰিম. |
|- | |- | ||
Line 404: | Line 402: | ||
|- | |- | ||
| 07:49 | | 07:49 | ||
− | | | + | | ইমেজৰ কাষত এটা আবদ্ধ বাক্স আঁকিবলৈ পপ-আপ মেনু খুলক. |
|- | |- | ||
| 07:54 | | 07:54 | ||
− | | '' Style 'লৈ | + | | '' Style 'লৈ স্ক্রোল কৰক, আৰু অপশনৰ পৰা '' 'Boundbox' '' নির্বাচন কৰক. |
|- | |- | ||
Line 416: | Line 414: | ||
|- | |- | ||
| 08:05 | | 08:05 | ||
− | | পর্দাত আমাৰ উচৰত 'অক্ষৰ সৈতে Boundbox ত 2-chloro-1-propanol মদেল আছে | + | | পর্দাত আমাৰ উচৰত 'অক্ষৰ সৈতে Boundbox ত 2-chloro-1-propanol মদেল আছে. |
|- | |- | ||
Line 450: | Line 448: | ||
|- | |- | ||
− | | 08: 39 | + | | 08:39 |
− | | আমি আৰু শিকিছো, | + | |আমি আৰু শিকিছো, |
− | + | ||
|- | |- | ||
| 08:41 | | 08:41 | ||
− | | অক্ষ আৰু boundboxৰ সৈতে চিত্র প্রদর্শন কৰা | + | | অক্ষ আৰু boundboxৰ সৈতে চিত্র প্রদর্শন কৰা. |
|- | |- | ||
| 08:44 | | 08:44 | ||
− | | বিভিন্ন ফাইল ফৰম্যাটেত সেই ইমেজটো সংৰক্ষণ | + | | বিভিন্ন ফাইল ফৰম্যাটেত সেই ইমেজটো সংৰক্ষণ কৰা. |
|- | |- | ||
Line 466: | Line 463: | ||
|- | |- | ||
| 08:50 | | 08:50 | ||
− | | ' 3-amino-1-propanolৰ 'এটা মডেল তৈয়াৰ কৰক . | + | | ' 3-amino-1-propanolৰ 'এটা মডেল তৈয়াৰ কৰক . |
|- | |- | ||
Line 490: | Line 487: | ||
|- | |- | ||
| 09:15 | | 09:15 | ||
− | | | + | | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
|- | |- | ||
Line 497: | Line 494: | ||
|- | |- | ||
| 09:24 | | 09:24 | ||
− | | | + | |স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
|- | |- | ||
| 09:26 | | 09:26 | ||
− | | | + | |স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
|- | |- | ||
Line 513: | Line 510: | ||
|- | |- | ||
| 09:41 | | 09:41 | ||
− | | | + | | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
|- | |- | ||
| 09:44 | | 09:44 | ||
− | | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | + | | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়. |
|- | |- | ||
| 09:51 | | 09:51 | ||
− | + | |এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব। | |
|- | |- | ||
| 09:57 | | 09:57 | ||
− | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। | + | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |
|} | |} |
Latest revision as of 16:47, 1 December 2014
|
|
---|---|
00:01 | Jmol অ্যাপ্লিকেশন ত Modify Display আৰু Viewৰ' এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম. |
00:08 | এই টিউটোৰিয়েলত, আমি |
00:11 | পর্দাত মডেলটো ঘোৰোৱা, জুম, গতি আৰু স্পিন কৰা শিকিম |
00:17 | ভিউ পৰিবর্তন কৰা |
00:19 | প্রদর্শনৰ স্টাইল পৰিবর্তন কৰা. |
00:22 | পৰমাণু আৰু বন্দৰ আকাৰ আৰু ৰঙ পৰিবর্তন কৰা শিকিম. |
00:26 | অক্ষ আৰু আবদ্ধ বাক্সৰ সৈতে মডেল প্রদর্শন কৰিবলৈ. |
00:30 | বিভিন্ন ফাইল ফৰম্যাটেত ইমেজ সংৰক্ষণ কৰক. |
00:34 | এই টিউটোৰিয়েল অনুসৰণ কৰাৰ বাবে আপোনি |
00:37 | 'Jmol অ্যাপ্লিকেশন' উইন্ডো আৰু |
00:40 | 'modelkit ফাংশন' ব্যবহাৰ কৰি মডেল তৈয়াৰ কৰা আৰু সম্পাদনা কৰা সম্পৰ্কে পৰিচিত হব লাগিব |
00:45 | নহলে, এই লিঙ্কত উপলব্ধ প্রাসঙ্গিক টিউটোৰিয়েল চাওক. |
00:51 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
00:53 | 'উবুন্টু' OS সংস্কৰণ. 12.04 |
00:58 | 'Jmol' সংস্কৰণ 12.2.2 আৰু |
01:02 | জাভা সংস্কৰণ 7 |
01:05 | আমি প্যানেলত 2-chloro-1-propanolৰ এটা মডেলৰ সৈতে এটা নতুন 'Jmol' উইন্ডো খুলিছো. |
01:12 | আমি গঠনৰ এটা ভাল দৃষ্টিকোণ পাবলৈ, মডেলটো ঘূৰাই জুম কৰিব পাৰো. |
01:18 | মডেলটো ঘুৰাবলৈ টুল বাৰত থকা “Rotate molecule” আইকনত ক্লিক কৰক. |
01:24 | মডেলৰ উপৰত ক্লিক কৰক আৰু মন কৰক যে কার্সাৰটো এটা হাত আইকনলৈ পৰিবর্তন হৈ গৈছে. |
01:29 | মাউসৰ বোতাম ধৰি ৰাখি, 'প্যানেল' ৰ উপৰত মাউসটো টানি আনক. |
01:34 | আপোনি মডেলটো ঘূৰি থকা দেখিব পাৰিব. |
01:37 | zoom-in আৰু zoom-out কৰিবলৈ, 'প্যানেলত' কার্সাৰ স্থাপন কৰক. |
01:42 | জুম আউট কৰিবলৈ মাউসৰ চকাটো উপৰলৈ নিয়ক, আৰু জুম ইন কৰিবলৈ তললৈ নিয়ক. |
01:49 | 'প্যানেল' ত মডেলটোক গতি কৰাবলৈ, মডেলত কার্সাৰদাল স্থাপন কৰক. |
01:54 | কীবোর্ডেত 'শিফটত বাটনটো ধৰি ৰাখক. |
01:57 | মাউসটো ডাবল ক্লিক কৰি আৰু টানি আনক. |
02:00 | এটা বিস্তাৰিত বিবৰণৰ বাবে, পপ-আপ-মেনুত দেখোৱা " “Mouse Manual” " পঢ়ক. |
02:06 | পপ-আপ-মেনু খুলক আৰু তলত থকা “About"লৈ স্ক্রল কৰক আৰু 'তাৰপিছত Jmol 12.2.2” নির্বাচন' কৰি 'মাউস ম্যানুয়াল' ত ক্লিক কৰক. |
02:17 | আপোনি যদি ইন্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে, |
02:19 | " মাউস ম্যানুয়াল ৰ" সৈতে এটা ওয়েব পৃষ্ঠা পর্দাত প্রদর্শিত হয়. |
02:24 | পপ-আপ মেনু পৰা প্রস্থান কৰাৰ বাবে 'প্যানেল' ত ক্লিক কৰক. |
02:28 | স্বয়ংক্রিয়ভাবে, 'প্যানেল' ত অণুটো ঘুৰাবলৈ পপ-আপ মেনু খুলক. |
02:34 | তলত থকা স্পিন "লৈ স্ক্রোল কৰক আৰু তাৰপিছত “On”. অপশনত ক্লিক কৰক. |
02:40 | আমি দেখিব পাৰো যে মডেলটো 'প্যানেলত' ঘুৰি আছে. |
02:44 | ঘূৰনিটো বন্ধ কৰিবলৈ আকৌ এবাৰ পপ-আপ-মেনু খুলক |
02:49 | তলত থকা " স্পিন " লৈস্ক্রোল কৰক আৰু "“Off”ত ক্লিক কৰক. |
02:54 | এটা নিয়োগ হিসাবে, |
02:56 | 2-chloro-3-Iodo-pentaneৰএটা মডেল তৈয়াৰ কৰক. |
03:00 | পপ-আপ মেনুত থকা " স্পিন " অপশনটো চাওক. |
03:04 | স্পিনৰ দিশটো “Z” অক্ষলৈ পৰিবর্তন কৰক আৰু স্পিনৰ হাৰ ( rate)" '40' " লৈ পৰিবর্তন কৰক . |
03:10 | ইঙ্গিত হিসাবে: পপ-আপ মেনুত Set Z Rate বিকল্প ব্যবহাৰ কৰক. |
03:16 | আপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত. |
03:22 | আমি এতিয়া View ' মেনু সম্পর্কে শিকো. |
03:25 | মেনু বাৰত থকা " '“View' " মেনুত, বিভিন্ন দৃষ্টিকোণৰ পৰা মডেল চাবলৈ বিকল্পবোৰ উপস্থিত আছে. |
03:31 | 'View' মেনুত ক্লিক কৰক. |
03:33 | মেনুখন তললৈ স্ক্রোল কৰক আৰু উল্লেখ কৰা বিভিন্ন অপশনৰ পৰা বাছক. |
03:38 | উদাহৰণস্বৰুপে, আমি “Top” view নির্বাচন কৰিম. |
03:42 | 'Top' বিকল্পত ক্লিক কৰক. |
03:45 | পর্দাত থকা ইমেজ অণুবোৰ উপৰৰ পৰা দেখাত কিভাবে দেখে, তাক দেখায়. |
03:50 | আমি বিভিন্ন ফাইল ফৰম্যাটত এটা ইমেজ হিসাবে এই দৃশ্য সঞ্চয় কৰিব পাৰিম. |
03:55 | " “Save current view as an image”" আইকনৰ উপৰত ক্লিক কৰক. |
03:59 | এটা "'“Save” " ডায়লগ বক্স প্রদর্শিত হয়. |
04:03 | ফাইল ফৰম্যাট নির্বাচন কৰিবলৈ" “Image Type”ত থকা অপশন তললৈ স্ক্রল কৰক. |
04:09 | আমি 'JPEG' ফৰম্যাট নির্বাচন কৰিম. |
04:13 | আপোনি ফাইলটো সেভ কৰিবলৈ বিছৰা ফোল্ডাৰটো খুলক. |
04:17 | আমি 'ডেস্কটপত' বিছাৰিছো. |
04:19 | 'Desktop' নির্বাচন কৰক আৰু 'open' বোতামত ক্লিক কৰক. |
04:24 | File Name' টেক্সট-বক্সত টাইপ কৰক '“2-chloro-1-propanol” . |
04:30 | "“Files of Type” লৈ যাওক আৰু 'JPG' নির্বাচন কৰক. |
04:35 | Save ' বাটনত ক্লিক কৰক. |
04:38 | ছবিটো এতিয়া ডেস্কটপত' JPEG' ফৰ্মেটত সংৰক্ষিত হয়. |
04:44 | আণবিক মডেলৰ প্রদর্শনৰ ধৰন বিভিন্ন উপায়েৰে পৰিবর্তন কৰা যাব. |
04:50 | প্রয়োজন হলে, এই অণুত থকা পৰমাণু আৰু বন্দৰ ৰঙ আৰু আকাৰ পৰিবর্তন কৰিব পাৰি. |
04:57 | আমাৰ উচৰত অণুত থকা সকলো পৰমাণু পৰিবর্তন কৰাৰ বাবে এটা বিকল্প আছে বা সেট এটা নির্বাচন কৰক. |
05:03 | প্যানেলত থকা মডেলৰ ডিফল্ট ডিসপ্লে হল ball আৰু stick. |
05:09 | “CPK Space fill”, লৈ প্রদর্শন পৰিবর্তন কৰিবলৈ পপ-আপ মেনু খুলক. |
05:15 | 'সমস্ত' অণুবোৰ সংশোধন কৰিবলৈ" '“Select” লৈ গৈ আৰু Allত ক্লিক কৰক. |
05:22 | আকৌ এবাৰ পপ-আপ-মেনু খুলক. |
05:25 | 'Style'লৈ স্ক্রোল কৰক, চাব-মেনু পৰা ' 'scheme' নির্বাচন কৰক . |
05:30 | আৰু 'CPK Spacefill' বিকল্প উপৰত ক্লিক কৰক. |
05:35 | পর্দাত থকা মডেল 'CPK Spacefill' মডেললৈ ৰুপান্তৰিত হয়. |
05:40 | এতিয়া ইয়াক ball আৰু stick' মডেললৈ উভতাই ৰুপান্তৰ কৰো. |
05:44 | আগৰ নিচিনাই একেই পদক্ষেপ অনুসৰণ কৰা যাওক. |
05:48 | পপ-আপ-মেনু খুলক. |
05:50 | " “Style' 'লৈ স্ক্ৰোল কৰা যাওক "'scheme' নির্বাচন কৰি Ball আৰু Stick অপশনত ক্লিক কৰক. |
05:56 | মডেলটো এতিয়া ball আৰু stick 'display 'ধৰনলৈ ৰুপান্তৰিত কৰা হৈছে. |
06:01 | পপ-আপ মেনু ব্যবহাৰ কৰি বন্দৰ আকাৰ পৰিবর্তন কৰিব পাৰি আৰু মেনু বাৰত থকা 'Display মেনু. |
06:08 | 'Display' মেনুত ক্লিক কৰক আৰু Bond নির্বাচন কৰক. |
06:12 | চাব-মেনুত Angstrom ইউনিটত থকা বন্দৰ বিভিন্ন আকাৰ, ব্যাস অপশন আছে. |
06:19 | উদাহৰণস্বৰুপে, আমি " 0.1 Angstrom নির্বাচন কৰিম আৰু ইয়াত ক্লিক কৰক. |
06:26 | বন্দৰ ঘনত্ব পৰিবর্তন হোৱা মন কৰক. |
06:30 | আমি পৰমাণু আৰু বন্দৰ ৰং পৰিবর্তন কৰিবলৈও পাৰিম. |
06:34 | আমি মডেলত থকা সকলো 'কার্বন' পৰমাণুৰ ৰঙ হালধীয়ালৈ পৰিবর্তন কৰিবলৈ বিচাৰো. |
06:39 | এই কামৰ বাবে, পপ-আপ মেনু খুলক আৰু 'Select' লৈ যাওক. |
06:44 | 'Element' লৈ স্ক্রোল কৰক আৰু 'কার্বন' ত ক্লিক কৰক. |
06:48 | আকৌ এবাৰ পপ-আপ মেনু খুলক আৰু 'Color ' নির্বাচন কৰক. |
06:52 | তাৰপিছত Atoms 'নির্বাচন' কৰক আৰু Yellow অপশনত ক্লিক কৰক. |
06:57 | মডেলত থকা সকলো 'কার্বন' এতিয়া হালধীয়া ৰঙিনত প্রদর্শিত হয়. |
07:02 | বন্দৰ ৰং পৰিবর্তন কৰা চাও. |
07:06 | পপ-আপ-মেনু খুলক আৰু All নির্বাচন কৰক. |
07:10 | আকৌ এবাৰ পপ-আপ-মেনু খুলক. |
07:12 | Color লৈস্ক্রোল কৰক', সাব-মেনু পৰা Bonds নির্বাচন কৰক. |
07:16 | তললৈ স্ক্রোল কৰক আৰু Blue "' বিকল্প উপৰত ক্লিক কৰক. |
07:20 | সমস্ত বন্ড এতিয়া নীলা ৰংত আছে. |
07:23 | আমি 'সীমান্ত বক্সত' '"x, y' আৰু z " অক্ষ সৈতে ছবিটো প্রদর্শন কৰিব পাৰো. |
07:31 | পপ-আপ মেনু খুলক, Style নির্বাচন কৰক. |
07:34 | আৰু তলত থকা Axes বিকল্প লৈ স্ক্রোল কৰক.' . |
07:37 | চাব-মেনু পৰা Pixel Width' নির্বাচন কৰক. |
07:40 | আমি পিক্সেল প্রস্থ হিসাবে 3 px" নির্বাচন কৰিম. |
07:44 | আমাৰ উচৰত এতিয়া সকলো অক্ষ সৈতে পর্দাত মডেল আছে. |
07:49 | ইমেজৰ কাষত এটা আবদ্ধ বাক্স আঁকিবলৈ পপ-আপ মেনু খুলক. |
07:54 | Style 'লৈ স্ক্রোল কৰক, আৰু অপশনৰ পৰা 'Boundbox' নির্বাচন কৰক. |
07:59 | 'Pixel width' নির্বাচন কৰক আৰু পিক্সেল প্রস্থ '3 px' ত ক্লিক কৰক. |
08:05 | পর্দাত আমাৰ উচৰত 'অক্ষৰ সৈতে Boundbox ত 2-chloro-1-propanol মদেল আছে. |
08:12 | 'Boundbox' 'পৰিষ্কাৰভাবে দেখিবলৈ, আমি জুম -ইন বা জুম আউট কৰিব লগা হব পাৰে. |
08:17 | ইমেজ সংৰক্ষণ কৰক আৰু প্রোগ্রামৰ পৰা প্রস্থান কৰক. |
08:21 | আহক আমি জানা খিনি সংক্ষেপ কৰা যাওক. |
08:23 | এই টিউটোৰিয়েলত আমি শিকিছো, |
08:26 | পর্দাত মডেলক ঘোৰোৱা, জুম, গতি আৰু স্পিন কৰা |
08:31 | বিভিন্ন দৃষ্টিকোণৰ পৰা মডেল চাওক. |
08:34 | প্রদর্শনৰ ধৰন পৰিবর্তন কৰক. |
08:36 | পৰমাণু আৰু বন্দৰ ৰঙ পৰিবর্তন কৰক. |
08:39 | আমি আৰু শিকিছো, |
08:41 | অক্ষ আৰু boundboxৰ সৈতে চিত্র প্রদর্শন কৰা. |
08:44 | বিভিন্ন ফাইল ফৰম্যাটেত সেই ইমেজটো সংৰক্ষণ কৰা. |
08:48 | নিয়োগ হিচাবে |
08:50 | ' 3-amino-1-propanolৰ 'এটা মডেল তৈয়াৰ কৰক . |
08:53 | প্রদর্শন টো "“Sticks”লৈ"পৰিবর্তন কৰক. |
08:56 | মডেলত থকা সকলো hydrogensৰ ৰঙ সেউজীয়ালৈ পৰিবর্তন কৰক. |
09:00 | সকলো বন্দৰ ৰঙ হালধীয়ালৈ পৰিবর্তন কৰক. |
09:04 | আপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত. |
09:12 | স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক । |
09:15 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে |
09:19 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
09:24 | স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে |
09:26 | স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে. |
09:29 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে. |
09:34 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
09:41 | স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
09:44 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়. |
09:51 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব। |
09:57 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |