Jmol-Application/C2/Modify-Display-and-View/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 Jmol অ্যাপ্লিকেশন ত Modify Display আৰু Viewৰ' এই টিউটোৰিয়েললৈ আপোনাক স্বাগতম.
00:08 এই টিউটোৰিয়েলত, আমি
00:11 পর্দাত মডেলটো ঘোৰোৱা, জুম, গতি আৰু স্পিন কৰা শিকিম
00:17 ভিউ পৰিবর্তন কৰা
00:19 প্রদর্শনৰ স্টাইল পৰিবর্তন কৰা.
00:22 পৰমাণু আৰু বন্দৰ আকাৰ আৰু ৰঙ পৰিবর্তন কৰা শিকিম.
00:26 অক্ষ আৰু আবদ্ধ বাক্সৰ সৈতে মডেল প্রদর্শন কৰিবলৈ.
00:30 বিভিন্ন ফাইল ফৰম্যাটেত ইমেজ সংৰক্ষণ কৰক.
00:34 এই টিউটোৰিয়েল অনুসৰণ কৰাৰ বাবে আপোনি
00:37 'Jmol অ্যাপ্লিকেশন' উইন্ডো আৰু
00:40   'modelkit ফাংশন' ব্যবহাৰ কৰি মডেল তৈয়াৰ কৰা আৰু সম্পাদনা কৰা সম্পৰ্কে পৰিচিত হব লাগিব
00:45 নহলে, এই লিঙ্কত উপলব্ধ প্রাসঙ্গিক টিউটোৰিয়েল চাওক.
00:51 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:53 'উবুন্টু' OS সংস্কৰণ. 12.04
00:58 'Jmol' সংস্কৰণ 12.2.2 আৰু
01:02 জাভা সংস্কৰণ 7
01:05 আমি প্যানেলত 2-chloro-1-propanolৰ এটা মডেলৰ সৈতে এটা নতুন 'Jmol' উইন্ডো খুলিছো.
01:12 আমি গঠনৰ এটা ভাল দৃষ্টিকোণ পাবলৈ, মডেলটো ঘূৰাই জুম কৰিব পাৰো.
01:18 মডেলটো ঘুৰাবলৈ টুল বাৰত থকা “Rotate molecule” আইকনত ক্লিক কৰক.
01:24 মডেলৰ উপৰত ক্লিক কৰক আৰু  মন কৰক যে কার্সাৰটো এটা হাত আইকনলৈ পৰিবর্তন হৈ গৈছে.
01:29 মাউসৰ বোতাম ধৰি ৰাখি, 'প্যানেল' ৰ উপৰত মাউসটো টানি আনক.
01:34 আপোনি মডেলটো ঘূৰি থকা দেখিব পাৰিব.
01:37 zoom-in আৰু zoom-out কৰিবলৈ, 'প্যানেলত' কার্সাৰ স্থাপন কৰক.
01:42 জুম আউট কৰিবলৈ মাউসৰ চকাটো উপৰলৈ নিয়ক, আৰু জুম ইন কৰিবলৈ তললৈ নিয়ক.
01:49 'প্যানেল' ত মডেলটোক গতি কৰাবলৈ, মডেলত কার্সাৰদাল স্থাপন কৰক.
01:54 কীবোর্ডেত 'শিফটত বাটনটো ধৰি ৰাখক.
01:57 মাউসটো ডাবল ক্লিক কৰি আৰু  টানি আনক.
02:00 এটা বিস্তাৰিত বিবৰণৰ বাবে, পপ-আপ-মেনুত দেখোৱা " “Mouse Manual” " পঢ়ক.
02:06 পপ-আপ-মেনু খুলক আৰু তলত থকা “About"লৈ স্ক্রল কৰক আৰু 'তাৰপিছত Jmol 12.2.2”  নির্বাচন' কৰি 'মাউস ম্যানুয়াল' ত ক্লিক কৰক.
02:17 আপোনি যদি ইন্টাৰনেটৰ সৈতে সংযুক্ত হৈ আছে,
02:19 " মাউস ম্যানুয়াল ৰ" সৈতে এটা ওয়েব পৃষ্ঠা পর্দাত প্রদর্শিত হয়.
02:24 পপ-আপ মেনু পৰা প্রস্থান কৰাৰ বাবে 'প্যানেল' ত ক্লিক কৰক.
02:28 স্বয়ংক্রিয়ভাবে, 'প্যানেল' ত অণুটো ঘুৰাবলৈ পপ-আপ মেনু খুলক.
02:34 তলত থকা স্পিন "লৈ  স্ক্রোল কৰক  আৰু তাৰপিছত  “On”. অপশনত ক্লিক কৰক.
02:40 আমি দেখিব পাৰো যে মডেলটো 'প্যানেলত' ঘুৰি আছে.
02:44 ঘূৰনিটো বন্ধ কৰিবলৈ আকৌ এবাৰ পপ-আপ-মেনু খুলক
02:49 তলত থকা  " স্পিন " লৈস্ক্রোল কৰক আৰু "“Off”ত ক্লিক কৰক.
02:54 এটা নিয়োগ হিসাবে,
02:56 2-chloro-3-Iodo-pentaneৰএটা মডেল তৈয়াৰ কৰক.
03:00 পপ-আপ মেনুত থকা " স্পিন " অপশনটো চাওক.
03:04 স্পিনৰ দিশটো “Z”  অক্ষলৈ পৰিবর্তন কৰক আৰু স্পিনৰ হাৰ ( rate)" '40' " লৈ পৰিবর্তন কৰক .
03:10 ইঙ্গিত হিসাবে: পপ-আপ মেনুত Set Z Rate বিকল্প ব্যবহাৰ কৰক.
03:16 আপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত.
03:22 আমি এতিয়া   View ' মেনু সম্পর্কে শিকো.
03:25 মেনু বাৰত থকা " '“View' " মেনুত, বিভিন্ন দৃষ্টিকোণৰ পৰা মডেল চাবলৈ বিকল্পবোৰ উপস্থিত আছে.
03:31 'View' মেনুত ক্লিক কৰক.
03:33 মেনুখন তললৈ স্ক্রোল কৰক আৰু উল্লেখ কৰা বিভিন্ন অপশনৰ পৰা বাছক.
03:38 উদাহৰণস্বৰুপে, আমি “Top” view নির্বাচন কৰিম.
03:42   'Top' বিকল্পত ক্লিক কৰক.
03:45 পর্দাত থকা ইমেজ অণুবোৰ উপৰৰ পৰা দেখাত কিভাবে দেখে, তাক দেখায়.
03:50 আমি বিভিন্ন ফাইল ফৰম্যাটত এটা ইমেজ হিসাবে এই দৃশ্য সঞ্চয় কৰিব পাৰিম.
03:55 " “Save current view as an image”" আইকনৰ উপৰত ক্লিক কৰক.
03:59 এটা "'“Save” " ডায়লগ বক্স প্রদর্শিত হয়.
04:03 ফাইল ফৰম্যাট নির্বাচন কৰিবলৈ" “Image Type”ত থকা অপশন তললৈ স্ক্রল কৰক.
04:09 আমি 'JPEG'  ফৰম্যাট নির্বাচন কৰিম.
04:13 আপোনি ফাইলটো সেভ কৰিবলৈ বিছৰা ফোল্ডাৰটো খুলক.
04:17 আমি 'ডেস্কটপত' বিছাৰিছো.
04:19 'Desktop' নির্বাচন কৰক আৰু 'open' বোতামত ক্লিক কৰক.
04:24 File Name' টেক্সট-বক্সত টাইপ কৰক '“2-chloro-1-propanol” .
04:30 "“Files of Type” লৈ যাওক আৰু 'JPG' নির্বাচন কৰক.
04:35   Save ' বাটনত ক্লিক কৰক.
04:38 ছবিটো এতিয়া ডেস্কটপত' JPEG' ফৰ্মেটত সংৰক্ষিত হয়.
04:44 আণবিক মডেলৰ প্রদর্শনৰ ধৰন বিভিন্ন উপায়েৰে পৰিবর্তন কৰা যাব.
04:50 প্রয়োজন হলে, এই অণুত থকা পৰমাণু আৰু বন্দৰ ৰঙ আৰু আকাৰ পৰিবর্তন কৰিব পাৰি.
04:57 আমাৰ উচৰত অণুত থকা সকলো পৰমাণু পৰিবর্তন কৰাৰ বাবে এটা বিকল্প আছে বা সেট এটা নির্বাচন কৰক.
05:03 প্যানেলত থকা মডেলৰ ডিফল্ট ডিসপ্লে হল ball আৰু stick.
05:09   “CPK Space fill”, লৈ প্রদর্শন পৰিবর্তন কৰিবলৈ পপ-আপ মেনু খুলক.
05:15 'সমস্ত' অণুবোৰ সংশোধন কৰিবলৈ" '“Select” লৈ গৈ আৰু Allত ক্লিক কৰক.
05:22 আকৌ এবাৰ পপ-আপ-মেনু খুলক.
05:25 'Style'লৈ স্ক্রোল কৰক, চাব-মেনু পৰা ' 'scheme' নির্বাচন কৰক .
05:30 আৰু 'CPK Spacefill' বিকল্প উপৰত ক্লিক কৰক.
05:35 পর্দাত থকা মডেল 'CPK Spacefill' মডেললৈ ৰুপান্তৰিত হয়.
05:40 এতিয়া ইয়াক ball আৰু stick' মডেললৈ উভতাই ৰুপান্তৰ কৰো.
05:44 আগৰ নিচিনাই একেই পদক্ষেপ অনুসৰণ কৰা যাওক.
05:48 পপ-আপ-মেনু খুলক.
05:50 "  “Style' 'লৈ স্ক্ৰোল কৰা যাওক "'scheme' নির্বাচন কৰি   Ball আৰু Stick অপশনত  ক্লিক কৰক.
05:56 মডেলটো এতিয়া ball আৰু stick 'display 'ধৰনলৈ ৰুপান্তৰিত কৰা হৈছে.
06:01 পপ-আপ মেনু ব্যবহাৰ কৰি বন্দৰ আকাৰ পৰিবর্তন কৰিব পাৰি আৰু মেনু বাৰত থকা  'Display মেনু.
06:08 'Display' মেনুত ক্লিক কৰক আৰু Bond নির্বাচন কৰক.
06:12 চাব-মেনুত Angstrom ইউনিটত থকা বন্দৰ বিভিন্ন আকাৰ, ব্যাস অপশন আছে.
06:19 উদাহৰণস্বৰুপে, আমি  " 0.1 Angstrom নির্বাচন কৰিম আৰু ইয়াত ক্লিক কৰক.
06:26 বন্দৰ ঘনত্ব পৰিবর্তন হোৱা মন কৰক.
06:30 আমি পৰমাণু আৰু বন্দৰ ৰং পৰিবর্তন কৰিবলৈও পাৰিম.
06:34 আমি মডেলত থকা  সকলো 'কার্বন' পৰমাণুৰ ৰঙ হালধীয়ালৈ পৰিবর্তন কৰিবলৈ বিচাৰো.
06:39 এই কামৰ বাবে, পপ-আপ মেনু খুলক আৰু 'Select' লৈ যাওক.
06:44 'Element' লৈ স্ক্রোল কৰক আৰু 'কার্বন' ত ক্লিক কৰক.
06:48 আকৌ এবাৰ পপ-আপ মেনু খুলক আৰু 'Color ' নির্বাচন কৰক.
06:52 তাৰপিছত Atoms 'নির্বাচন' কৰক আৰু Yellow অপশনত ক্লিক কৰক.
06:57 মডেলত থকা সকলো  'কার্বন' এতিয়া হালধীয়া ৰঙিনত প্রদর্শিত হয়.
07:02 বন্দৰ ৰং পৰিবর্তন কৰা চাও.
07:06 পপ-আপ-মেনু খুলক আৰু  All নির্বাচন কৰক.
07:10 আকৌ এবাৰ পপ-আপ-মেনু খুলক.
07:12 Color লৈস্ক্রোল কৰক', সাব-মেনু পৰা Bonds নির্বাচন কৰক.
07:16 তললৈ স্ক্রোল কৰক আৰু Blue "' বিকল্প উপৰত ক্লিক কৰক.
07:20 সমস্ত বন্ড এতিয়া নীলা ৰংত আছে.
07:23 আমি 'সীমান্ত বক্সত'  '"x, y' আৰু z " অক্ষ সৈতে ছবিটো প্রদর্শন কৰিব পাৰো.
07:31 পপ-আপ মেনু খুলক, Style নির্বাচন কৰক.
07:34 আৰু তলত থকা Axes বিকল্প লৈ স্ক্রোল কৰক.' .
07:37 চাব-মেনু পৰা Pixel Width' নির্বাচন কৰক.
07:40 আমি পিক্সেল প্রস্থ হিসাবে 3 px" নির্বাচন কৰিম.
07:44 আমাৰ উচৰত এতিয়া সকলো অক্ষ সৈতে পর্দাত মডেল আছে.
07:49 ইমেজৰ কাষত এটা আবদ্ধ বাক্স আঁকিবলৈ পপ-আপ মেনু খুলক.
07:54 Style 'লৈ স্ক্রোল কৰক, আৰু অপশনৰ পৰা 'Boundbox' নির্বাচন কৰক.
07:59 'Pixel width' নির্বাচন কৰক আৰু পিক্সেল প্রস্থ '3 px' ত ক্লিক কৰক.
08:05 পর্দাত আমাৰ উচৰত 'অক্ষৰ সৈতে Boundbox ত 2-chloro-1-propanol মদেল আছে.
08:12 'Boundbox' 'পৰিষ্কাৰভাবে দেখিবলৈ, আমি জুম -ইন বা জুম আউট কৰিব লগা হব পাৰে.
08:17 ইমেজ সংৰক্ষণ কৰক আৰু প্রোগ্রামৰ পৰা প্রস্থান কৰক.
08:21 আহক আমি জানা খিনি সংক্ষেপ কৰা যাওক.
08:23 এই টিউটোৰিয়েলত আমি শিকিছো,
08:26 পর্দাত মডেলক ঘোৰোৱা, জুম, গতি আৰু স্পিন কৰা
08:31 বিভিন্ন দৃষ্টিকোণৰ পৰা মডেল চাওক.
08:34 প্রদর্শনৰ ধৰন পৰিবর্তন কৰক.
08:36 পৰমাণু আৰু বন্দৰ ৰঙ পৰিবর্তন কৰক.
08:39 আমি আৰু শিকিছো,
08:41 অক্ষ আৰু boundboxৰ সৈতে চিত্র প্রদর্শন কৰা.
08:44 বিভিন্ন ফাইল ফৰম্যাটেত সেই ইমেজটো সংৰক্ষণ কৰা.
08:48 নিয়োগ হিচাবে
08:50 ' 3-amino-1-propanolৰ 'এটা মডেল তৈয়াৰ কৰক .
08:53 প্রদর্শন টো "“Sticks”লৈ"পৰিবর্তন কৰক.
08:56 মডেলত থকা সকলো hydrogensৰ ৰঙ সেউজীয়ালৈ পৰিবর্তন কৰক.
09:00 সকলো বন্দৰ ৰঙ হালধীয়ালৈ পৰিবর্তন কৰক.
09:04 আপোনাৰ সম্পন্ন নিয়োগ নিম্নৰুপে হোৱা উচিত.
09:12   স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
09:15 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
09:19 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
09:24 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
09:26 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
09:29 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
09:34 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
09:41 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:44 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়.
09:51 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro এই ৱেবচাইটত পোৱা যাব।
09:57   আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi