Difference between revisions of "GChemPaint/C2/Basic-operations/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
(One intermediate revision by one other user not shown) | |||
Line 169: | Line 169: | ||
|- | |- | ||
| 03:01 | | 03:01 | ||
− | | '''Single''', | + | | '''Single''', '''Double''', আৰু '''Low.''' |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 309: | Line 301: | ||
|- | |- | ||
| 05:13 | | 05:13 | ||
− | |এইবোৰ টোল ব্যবহাৰ কৰিবলৈ | + | |এইবোৰ টোল ব্যবহাৰ কৰিবলৈ , '' 'Pentane' ''ত ক্লিক কৰক. |
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
| 05:17 | | 05:17 | ||
Line 340: | Line 329: | ||
|- | |- | ||
| 05:55 | | 05:55 | ||
− | | ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু | + | | ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু আপোনি '''Flip the selection vertically'''বয়ৱহাৰ কৰক |
|- | |- | ||
| 06:03 | | 06:03 | ||
Line 378: | Line 367: | ||
|- | |- | ||
| 06:36 | | 06:36 | ||
− | | ' '''Align''' আৰু '''Space evenly''' | + | | ' '''Align''' আৰু '''Space evenly''' অপশনটিক আনছেক কৰক যদি সেইবোৰ নির্বাচিত হৈ আছে . |
|- | |- | ||
| 06:42 | | 06:42 | ||
Line 393: | Line 382: | ||
|- | |- | ||
| 06:54 | | 06:54 | ||
− | | সকলো বস্তু নির্বাচন কৰিবলৈ '' 'Ctrl + A' '' প্রেস কৰক . | + | | সকলো বস্তু নির্বাচন কৰিবলৈ '' 'Ctrl + A' '' প্রেস কৰক . |
|- | |- | ||
Line 409: | Line 398: | ||
|- | |- | ||
| 07:09 | | 07:09 | ||
− | | '' ' '''Align''' চেক বাক্সত ক্লিক কৰক . | + | | '' ' '''Align''' চেক বাক্সত ক্লিক কৰক. |
|- | |- | ||
Line 432: | Line 421: | ||
|- | |- | ||
| 07:32 | | 07:32 | ||
− | | ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু আপোনি নিজে | + | | ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু আপোনি নিজে নিজে বস্তুবোৰক অন্য সাৰিবদ্ধ অপশনৰ সৈতে সাৰিবদ্ধ কৰক. |
|- | |- | ||
| 07:41 | | 07:41 | ||
− | |এতিয়া '' '''cut''', '''copy''' আৰু '''paste''' ৰ ব্যবহাৰ কৰা শিকো. | + | |এতিয়া '' '''cut''', '''copy''' আৰু '''paste'''ৰ ব্যবহাৰ কৰা শিকো. |
|- | |- | ||
Line 487: | Line 476: | ||
|- | |- | ||
| 08:42 | | 08:42 | ||
− | | | + | | objectত ক্লিক কৰক, কপি কৰিবলৈ "'' CTRL+C''' প্রেস কৰক আৰু পেস্ট কৰিবলৈ "CTRL+V''' প্রেস কৰক. |
|- | |- | ||
Line 510: | Line 499: | ||
|- | |- | ||
| 09:11 | | 09:11 | ||
− | | আমি আমাৰ মূল গঠন টোলৈ উভতি যাবলৈ, '''Edit'''' মেনুলৈ যাও | + | | আমি আমাৰ মূল গঠন টোলৈ উভতি যাবলৈ, '''Edit'''' মেনুলৈ যাও. |
|- | |- | ||
Line 518: | Line 507: | ||
|- | |- | ||
| 09:19 | | 09:19 | ||
− | | অথবা '' 'Ctrl + z' ''প্রেস কৰক | + | | অথবা '' 'Ctrl + z' ''প্রেস কৰক. |
|- | |- | ||
Line 526: | Line 515: | ||
|- | |- | ||
| 09:29 | | 09:29 | ||
− | | | + | | Keybordৰ পৰা ''Delete''' কী প্রেস কৰক |
|- | |- | ||
Line 633: | Line 622: | ||
|- | |- | ||
| 11:28 | | 11:28 | ||
− | | | + | | স্পকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
|- | |- | ||
| 11:32 | | 11:32 |
Latest revision as of 13:01, 22 February 2017
Time | Narration |
---|---|
00:01 | নমস্কাৰ দৰ্শক সকল. |
00:02 | GChemPaint' ত Basic Operations ৰ টিউটোৰিয়েললৈ স্বাগতম |
00:07 | এই টিউটোৰিয়েলত, আমি শিকিম |
00:11 | এটা উপস্থিত থাকা ফাইল খুলা |
00:14 | টেক্সট যোগ কৰা আৰু সম্পাদনা কৰা |
00:17 | বস্তু নির্বাচন কৰা, মোভ কৰা, ফ্লিপ কৰা, আৰু ঘোৰোৱা |
00:21 | অবজেক্টক গ্রুপ আৰু এলাইন কৰা |
00:25 | বস্তুক কাট, কপি, পেস্ট আৰু মুছি পেলোৱা. |
00:30 | ইয়াত মই ব্যবহাৰ কৰিছো, |
00:32 | 'উবুন্টু লিনাক্স' অপাৰেটিং সিস্টেমৰ সংস্কৰণ 12.04. |
00:36 | 'GChemPaint' সংস্কৰণ 0.12.10. |
00:42 | এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি |
00:48 | 'GChemPaint' ৰাসায়নিক গঠন সম্পাদকৰ সৈতে পৰিচিত হব লাগিব |
00:52 | যদি নহয়, প্রাসঙ্গিক টিউটোৰিয়েলৰ বাবে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক |
00:58 | এটা নতুন 'GChemPaint' আবেদন খুলবিলৈ, |
01:01 | Dash homeত ক্লিক কৰক |
01:04 | উলাই থকা Search bar ত টাইপ কৰক 'GChemPaint' |
01:08 | 'GChemPaint' আইকনত ক্লিক কৰক. |
01:12 | এটা উপস্থিত থকা ফাইল খোলি টিউটোৰিয়েলটো আৰম্ভ কৰা যাওক. |
01:16 | File মেনুত ক্লিক কৰক, |
01:20 | ' Open' ' নির্বাচন কৰক আৰু ইয়াত ক্লিক কৰক. |
01:24 | ফাইল আৰু ফোল্ডাৰ থকা এটা উইন্ডো প্রর্দশিত হয়. |
01:29 | ইয়াৰ পৰা, “propane” নামৰ ফাইলক নির্বাচন কৰক |
01:32 | ফাইলটো খোলিবলৈ Openত ক্লিক কৰক. |
01:36 | propane গঠনৰ তলত কিছু লেখা যোগ কৰো. |
01:42 | টুলবাক্সৰ পৰা "' “Add or modify a text” টুলত নির্বাচন কৰক |
01:47 | টেক্সট টুল Property page' খোলে |
01:50 | এই Property page'ত Family, Style, Size, Underline, আৰু কিছো অন্যন্য ক্ষেত্র আছে |
02:02 | ' Family ত ফন্ট নামৰ এখন তালিকা আছে. |
02:06 | তালিকাখনক তললৈ স্ক্রোল ডাউন কৰো. |
02:11 | মই Familyৰ পৰা Arial Blackক নিৰ্বাচন কৰিম |
02:15 | Propane গঠনৰ তলত থকা "' Display areaত ক্লিক কৰক. |
02:20 | আপোনি এটা সেউজীয়া বাক্সত এটা জিলিকি থকা কার্সাৰ সহ দেখিব পাৰিব. |
02:25 | “Propane” হিসাবে যৌগিক পদার্থৰ নাম টাইপ কৰো. |
02:32 | এতিয়া Styleপৰা Bold Italic লৈ পৰিবর্তন কৰা যাওক. |
02:35 | টেক্সট“Propane” "' নির্বাচন কৰক. Bold Italicত ক্লিক কৰক |
02:42 | মই fontsizeটো '16' 'লৈ বৃদ্ধি কৰিম. |
02:46 | 16লৈ স্ক্রোল ডাউন কৰো. |
02:48 | আৰু ইয়াত ক্লিক কৰক. |
02:50 | টেক্সটত পৰিবর্তনটো লক্ষ্য কৰক. |
02:53 | পিছত, Underline বৈশিষ্ট্যটো ব্যবহাৰ কৰো. |
02:57 | ইয়াত অপশনৰ সৈতে ড্রপ ড্ৰাওন তালিকা আছে |
03:00 | None, |
03:01 | Single, Double, আৰু Low. |
03:05 | Single নির্বাচন কৰো. |
03:09 | টেক্সটৰ ৰং পৰিবর্তন কৰা যাওক. |
03:12 | টেক্সটৰ ডিফল্ট ৰং “black” হয়. |
03:16 | ৰঙৰ ক্ষেত্রৰ ড্রপ ডাউন এৰোত ক্লিক কৰক. |
03:20 | আপোনি ইয়াত বিভিন্ন ৰং দেখিব পাৰিব. |
03:24 | মই “purple” নির্বাচন কৰিম. |
03:28 | আমি টেক্সটৰ অবস্থানো পৰিবর্তন কৰিব পাৰিম. |
03:32 | অবস্থানৰ ক্ষেত্রত পৰিসীমা -100 পৰা 100 লৈ আছে. |
03:37 | টেক্সট পৰিবর্তন হোৱা চাও আহক. |
03:40 | টেক্সট নির্বাচন কৰক. |
03:44 | মাউসৰ সৈতে up এৰো ত্রিভুজত ক্লিক কৰক. |
03:48 | অাক্ষৰবোৰ ঊপৰলৈ যায়. |
03:50 | অনুৰুপভাবে যদি আমি down এৰো ত্রিভুজত ক্লিক কৰো, টেক্সট তললৈ যাব. |
03:59 | টেক্সটবোৰক স্বাভাবিক অবস্থানৰলৈ অনা যাওক. |
04:02 | স্থানৰ ক্ষেত্রত (position field) "0" টাইপ কৰক |
04:05 | আৰু ডিচপ্লে এৰিয়াত ক্লিক কৰক |
04:09 | ইয়াতে আপোনাৰ বাবে এটা নিয়োগ আছে. |
04:12 | প্রথম টিউটোৰিয়েলৰ নিয়োগটো খুলক. |
04:15 | n-hexane আৰু n-octane হিসাবে গঠনটোক লেবেল দিয়ক . |
04:19 | font name, font size, underline ক পৰিবর্তন কৰক আৰু টেক্সটখিনিক ৰঙ দিয়ক |
04:26 | আপোনাৰ সমাপ্ত নিয়োগখিনি এনেধৰনৰ হোৱা উচিত. |
04:31 | এতিয়া বস্তুক নির্বাচন কৰা আৰু গতি কৰোৱা শিকা যাওক. |
04:35 | " “Tool box”"ৰ পৰা " “Select one or more objects” টুলত ক্লিক কৰক. |
04:42 | "Pentane" ত ক্লিক কৰক. |
04:44 | মাউস বাটনটো নেৰোৱাকৈ ,ইয়াক বিভিন্ন অবস্থানলৈ টানি নিয়ক. |
04:49 | এতিয়া, মাউসটো এৰাই দিয়ক. |
04:52 | পিছত বস্তু এটাক ঘোৰাও. |
04:55 | বস্তু এটাক ঘোৰবলৈ, " 'Select one or more objects”' " টুলত ক্লিক কৰক. |
05:01 | এই বৈশিষ্ট্য পাঠত টোল্চ আছে, |
05:05 | Flip the selection horizontally, |
05:08 | Flip the selection vertically |
05:10 | Rotate the selection'. |
05:13 | এইবোৰ টোল ব্যবহাৰ কৰিবলৈ , 'Pentane' ত ক্লিক কৰক. |
05:17 | Rotate the selection ' অপশনটি নির্বাচন কৰক. |
05:22 | ' Display area লৈ যাওক আৰু বস্তুৰ উপৰৰে মাউসটো ৰাখক. |
05:28 | মাউসটোক ' clock-wise' আৰু anti-clock-wise দিশত ঘোৰাওক. |
05:34 | বস্তুটোৰ চক্রগতি লক্ষ্য কৰক. |
05:39 | এতিয়া, বস্তুটোক ফ্লীপ কৰা শিকা যাওক. |
05:42 | 'Pentane' গঠনক অনুভূমিকভাবে ফ্লিপ কৰো. |
05:47 | গঠনটোক অনুভূমিকভাবে ফ্লিপ কৰিবলৈ Flip the selection horizontally টুলত ক্লিক কৰক |
05:55 | ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু আপোনি Flip the selection verticallyবয়ৱহাৰ কৰক |
06:03 | এতিয়া বস্তুবোৰক গ্রুপ কৰক আৰু এলাইন কৰক |
06:06 | বস্তুবোৰক গ্রুপ বনাবলৈ, সমস্ত বস্তুবোৰক নির্বাচন কৰক. |
06:09 | ইয়াৰ বাবে, Edit' মেনুলৈ যাওক, Select All ক্লিক কৰক. |
06:15 | অথবা আপোনি একেলগে CTRL আৰু A প্রেস কৰিব লাগিব. |
06:20 | অবজেক্টৰ কোনো এটাত সো ক্লিক কৰক. |
06:24 | 'context' মেনু প্রর্দশিত হয়. |
06:26 | Group and/or align objects option নির্বাচন কৰক |
06:31 | এটা ডায়লগ বক্স উলায়. |
06:33 | Group ' চেক বক্সত ক্লিক কৰক |
06:36 | ' Align আৰু Space evenly অপশনটিক আনছেক কৰক যদি সেইবোৰ নির্বাচিত হৈ আছে . |
06:42 | OK ' বাটনত ক্লিক কৰক. |
06:45 | আমি দেখো যে বস্তুবোৰ একেলগে দলবদ্ধ হৈ গৈছে. |
06:51 | এতিয়া বস্তুবোৰ সাৰিবদ্ধ (align) কৰা যাওক. |
06:54 | সকলো বস্তু নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক . |
06:58 | অবজেক্টৰ কোনো এটাত সো ক্লিক কৰক. |
07:01 | context মেনু প্রর্দশিত হয়. |
07:04 | ' Group properties ' অপশনটো নির্বাচন কৰক. |
07:09 | ' Align চেক বাক্সত ক্লিক কৰক. |
07:12 | ' Align ' অপশনত এটা ড্রপ ডাউন তালিকা আছে. |
07:17 | বস্তুবোৰক সাৰিবদ্ধ কৰিবলৈ কিছু অপশন আছে. |
07:22 | আমি “Left” নির্বাচন কৰিম |
07:25 | OK' বাটনত ক্লিক কৰক. |
07:29 | পৰিবর্তনবোৰ লক্ষ্য কৰক. |
07:32 | ইয়াতে টিউটোৰিয়েলটো ৰখাওক আৰু আপোনি নিজে নিজে বস্তুবোৰক অন্য সাৰিবদ্ধ অপশনৰ সৈতে সাৰিবদ্ধ কৰক. |
07:41 | এতিয়া cut, copy আৰু pasteৰ ব্যবহাৰ কৰা শিকো. |
07:47 | Edit মেনুলৈ যাওক. |
07:49 | ইয়াত Cut, Copy, Paste আৰু Clear নিচিনা মৌলিক সম্পাদনা অপশন আছে |
07:57 | এই বিকল্পৰ বাবে সাধাৰণ ছৰ্ট কাট কি হৈছে |
08:00 | 'Ctrl + X' কাটিবলৈ |
08:02 | 'CTRL + C ' কপি মানে প্ৰতিলিপি কৰিবলৈ |
08:05 | 'CTRL +V' পেস্ট মানে ছপা কৰিবলৈ. এইবোৰ 'GChemPaint' ও কাম কৰিব. |
08:10 | “Select one or more objects” 'টুল' ব্যবহাৰ কৰি এটা বা ততোধিক বস্তু নির্বাচন কৰক. |
08:16 | objectত ক্লিক কৰক. |
08:18 | কাটিবলৈ 'Ctrl + X' প্রেস কৰা যাওক |
08:22 | Display areaত ভিন্ন অবস্থানত পেস্ট কৰিবলৈ CTRL + V' প্ৰেচ কৰক. |
08:29 | লক্ষ্য কৰক যে যেতিয়া আমি বস্তুটোক অতৰুৱাই দিয়ো, ই তাৰ মূল জাগাৰ পৰা মুছি যায় . |
08:35 | পিছত, display এলাকাত বিভিন্ন স্থানত, বস্তুবোৰক কপি আৰু পেস্ট কৰক. |
08:42 | objectত ক্লিক কৰক, কপি কৰিবলৈ " CTRL+C প্রেস কৰক আৰু পেস্ট কৰিবলৈ "CTRL+V প্রেস কৰক. |
08:50 | লক্ষ্য কৰক যে যেতিয়া আমি বস্তুটোক কপি কৰো, ই তাৰ মূল জাগাৰ পৰা মুছি যায় . |
08:58 | 'Display area পৰিষ্কাৰ কৰিবলৈ সমস্ত objects (বস্তু) নির্বাচন কৰক |
09:02 | সকলো বস্তু নির্বাচন কৰিবলৈ 'Ctrl + A' প্রেস কৰক. |
09:06 | ' Edit মেনুলৈ যাওক, |
09:08 | ' Clearত ক্লিক কৰক. |
09:11 | আমি আমাৰ মূল গঠন টোলৈ উভতি যাবলৈ, Edit' মেনুলৈ যাও. |
09:16 | ' Undoত ক্লিক কৰক. |
09:19 | অথবা 'Ctrl + z' প্রেস কৰক. |
09:23 | কীবোর্ডত থকা Delete' কী ব্যবহাৰ কৰি এটা বস্তু মুছিবলৈ objectটোক (বস্তুটোক) নির্বাচন কৰক. |
09:29 | Keybordৰ পৰা Delete' কী প্রেস কৰক |
09:33 | এতিয়া গঠনৰ অংশ অলপ মুছি পেলাবলৈ Eraser টুল ব্যবহাৰ কৰা শিকো. |
09:39 | ' টুলবাক্সৰ পৰা Eraser টুল নির্বাচন কৰক. |
09:43 | গঠনৰ কোনো এটা কাষত মাউসটো ৰাখক. |
09:48 | গঠনৰ কোনো অংশ ৰঙা ৰঙত পৰিবৰ্তন হৈছে |
09:53 | ইয়াক মুছিবলৈ গঠনৰ ৰঙা ৰঙৰ (red colored') অংশত ক্লিক কৰক. |
09:59 | আমাৰ মূল গঠনটো পাবলৈ পৰিবর্তনবোৰ Undo কৰো. |
10:08 | এতিয়া ফাইলটো সংৰক্ষন কৰো. |
10:11 | টুলবাৰত থকা "'Save the current file' বাটনত ক্লিক কৰক. |
10:16 | ইয়াৰ সৈতে, আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো |
10:22 | সংক্ষেপ কৰা যাওক. |
10:24 | এই টিউটোৰিয়েলত, আমি শিকিলো |
10:27 | অাগৰে পৰা থকা ফাইল এটা খোলা |
10:29 | প্রদর্শন এলাকাত টেক্সট যোগ কৰা আৰু সম্পাদনা কৰা |
10:33 | বস্তু নির্বাচন কৰা, ফ্লিপ কৰা, স্থানান্তৰ কৰা আৰু ঘোৰোৱা |
10:36 | অবজেক্ট গ্রুপ কৰা আৰু সজোৱা |
10:39 | বস্তু কাট, কপি, পেস্ট আৰু মুছি দিয়া |
10:44 | এটা নিয়োগ হিচাবে, Eraser টুল ব্যবহাৰ কৰক আৰু |
10:48 | 'n-octane ৰ পৰা n-pentane গঠনলৈ ৰুপান্তৰ কৰক |
10:52 | n-hexane' ৰ পৰা Ethaneগঠনলৈ ৰুপান্তৰ কৰক |
10:56 | নিয়োগটো এনেধৰনে হোৱা উচিত. |
11:00 | তলৰ সংযোগত থকা ভিদিয়'তো চাওক |
11:04 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
11:08 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
11:13 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে: |
11:15 | স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
11:18 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
11:21 | অধিক তথ্যৰ বাবে লিখক contact@spoken-tutorial.org |
11:28 | স্পকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
11:32 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:39 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
11:46 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। |