Difference between revisions of "KiCad/C2/Designing-circuit-schematic-in-KiCad/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(8 intermediate revisions by the same user not shown)
Line 1: Line 1:
{| border = 1
+
{| border=1
|'''Time'''
+
!Time
|'''Narration'''
+
!Narration
 
+
 
|-
 
|-
 
| 00:01  
 
| 00:01  
| নমস্কাৰ দৰ্শক সকল
+
| নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটৰিয়েল (spoken tutorial) “Designing circuit schematic in Kicad” লৈ স্বাগতম জনালো
  
 
|-
 
|-
| 00:03
+
| 00:08
| Kicad ইলেকট্রিক নিয়ম চেক আৰু নেট তালিকা প্রজন্মেৰ উপৰ কথ্য টিউটোৰিয়েল স্বাগতম
+
| PCB দিজাইনিং ৰ লগত জড়িত স্টেপ বোৰ চাওঁ আহক ৷
 
+
|-
+
| 00:09
+
| এই টিউটোৰিয়েল, আমি শিকিম
+
 
|-
 
|-
 
| 00:12  
 
| 00:12  
| উপাদান মান বৰাদ্দ কৰিবলৈ
+
| প্রথম স্টেপটো হ’ল বিচৰা চাৰ্কিতৰ বাবে স্কিমেটিক(পৰিকল্পিত) প্রস্তত কৰা
  
 
|-
 
|-
| 00:14
+
| 00:16
| বৈদ্যুতিক নিয়ম চেক কৰাৰ বাবে.
+
| দ্বিতীয় স্টেপটো হ’ল নেতলিষ্ট প্রস্তত কৰা
  
 
|-
 
|-
| 00:17
+
| 00:19
| আৰু পৰিকল্পিত বাবে নেট তালিকা উৎপন্ন নির্মিত
+
| তৃতীয় স্টেপটোৰ কাম হ’ল তাৰ ফোতপ্রিন্তৰ লগত মেপ কৰোৱা
  
 
|-
 
|-
| 00:21
+
| 00:22
| আমি অপাৰেটিং সিস্টেম হিসেবে উবুন্টু 12.04 ব্যবহাৰ কৰছেন.
+
| চতুৰ্থ স্টেপটো হ’ল চাৰ্কিতৰ বাবে বোর্ড লেআউত প্রস্তুত কৰা
  
 
|-
 
|-
| 00:25
+
| 00:27
| Kicad সংস্কৰণ 2011 হাইফেন এই টিউটোৰিয়ালেৰ বাবে 05 হাইফেন 25 সঙ্গে.
+
| এই টিউটৰিয়েলত, আমি প্রথম স্টেপটো শিকিম অৰ্থাৎ
  
 
|-
 
|-
| 00: 33
+
| 00:32
| ইলেকট্রনিক বর্তনী বেসিক জ্ঞান এই টিউটোৰিয়েল বাবে প্রাক অপৰিহার্য.
+
| বিচৰা চাৰ্কিতৰ বাবে স্কিমেটিক প্রস্তত কৰা
  
 
|-
 
|-
| 00: 38
+
| 00:35
| এছাড়াও ব্যবহাৰকাৰী Kicad মধ্যে বর্তনী পৰিকল্পিত ডিজাইন জানতে হব
+
| অপৰেটিং চিষ্টেম হিচাপে আমি উবুন্তু 12.04 (Ubuntu 12.04)ব্যৱহাৰ কৰি আছো
 
+
 
|-
 
|-
| 00:42
+
| 00:40
| প্রাসঙ্গিক টিউটোৰিয়েল বাবে, হাইফেন tutorial.org উচ্চাৰিত লিঙ্ক অনুগ্রহ কৰে পৰিদর্শন কৰক
+
| এই টিউটৰিয়েলটোৰ বাবে KiCad version 2011 হাইফেন 05 হাইফেন 25ৰ সৈতে
  
 
|-
 
|-
 
| 00:49  
 
| 00:49  
| Kicad শুরু কৰাৰ বাবে,
+
| এই টিউটৰিয়েলটোৰ বাবে ইলেক্ট্রনিক চাৰ্কিতৰ ওপৰত জ্ঞান থকাটো বাঞ্ছনীয়
  
 
|-
 
|-
| 00:50
+
| 00:56
| উবুন্টু ডেস্কটপ পর্দাৰ উপৰেৰ বাঁদিকেৰ কোণায় যান.
+
| এই টিউটৰিয়েলটোৰ বাবে উদাহৰণমুলক চাৰ্কিত হিচাপে আমি এসতেবল মাল্তিভাএব্রেতৰ (Astable multivibrator) ব্যৱহাৰ কৰিম
  
 
|-
 
|-
| 00:56
+
| 01:04
| প্রথম আইকন i.e ক্লিক কৰক, হোম ড্যাশ.
+
| Kicad আৰম্ভ কৰিবলৈ
  
 
|-
 
|-
| 01:01
+
| 01:05
| অনুসন্ধান ট্যাবে Kicad লিখক ও Enter টিপুন
+
| উবুন্তু ডেক্সটপৰ বাওঁ ফালৰ কোণটোলৈ যাওঁক
  
 
|-
 
|-
| 01: 10
+
| 01:08
| এই Kicad প্রধান উইন্ডো প্রদর্শন কৰা হব
+
| প্রথম আইকন, অৰ্থাৎ ডেচ হোমত ক্লিক কৰক
  
 
|-
 
|-
| 01:13
+
| 01:12
| EEschema ট্যাব ক্লিক কৰক.
+
| চাৰ্চ বাৰত ‘KiCad’ টাইপ কৰক আৰু এন্তাৰ(enter) প্রেচ কৰক  
  
 
|-
 
|-
| 01:17
+
| 01:19
| এটা তথ্য ডায়লগ বক্স এটি পৰিকল্পিত খুঁজে পাচ্ছি না বলছে প্রদর্শিত হব.
+
| KiCad ৰ প্রমুখ ৱীনডোখন (window ) স্ক্রীনত ওলাব
  
 
|-
 
|-
| 01:21
+
| 01:22
| ঠিক আছে ক্লিক কৰক.  
+
| টুকি ল’ব, উবুন্তু 12.04 ত, KiCadৰ মেনুবাৰ উবুন্তু ডেস্কতপৰ ওপৰৰ পেনেলত ওলাই 
  
 
|-
 
|-
| 01:23
+
| 01:30
| আমি আগে নির্মিত project1.sch ফাইল ব্যবহাৰ কৰা হব.
+
| নতুন প্রোজেক্ট এটা আৰম্ভ কৰিবলৈ ‘ফাইল’ত ক্লিক কৰক আৰু তাৰ পিছত ‘নিউ’ত ক্লিক কৰক
  
 
|-
 
|-
| 01: 29
+
| 01:35
| মেনু ফাইল আৰু ওপেন এ ক্লিক কৰক যান.
+
| আপোনাৰ প্রোজেক্টটোৰ এটা নাম দিয়ক  যেনে, প্রোজেক্ট 1
  
 
|-
 
|-
| 01:33
+
| 01:42
| পছন্দসই ডিৰেক্টৰি পৰা নির্বাচন কৰক project1.sch.  
+
| টুকি ল’ব, প্রোজেক্টটো .প্র (.pro) এক্সতেঞ্চনত চেভ হয়
  
 
|-
 
|-
| 01:44
+
| 01:47
| আমি এতিয়া উপাদান মান দায়িত্ব অর্পণ কৰা হব.
+
| এটা ভাল ভিউ পাবৰ বাবে উইন্ডো খন '''পূণ:মাপ (re'''size) কৰি লওঁ 
  
 
|-
 
|-
| 01:49
+
| 01:52
| আমাদেৰ R2 কম্পোনেন্ট মান নির্ধাৰণ কৰক.
+
| আপোনাৰ প্রোজেক্টটো ক’ত চেভ হ’ল চাই ল’ব আৰু যদি প্রয়োজন হয় তেনেহ’লে ডাইৰেক্তৰী সলনি কৰিব পাৰে
  
 
|-
 
|-
| 01:54
+
| 01:58
| R2 রোধ সংশ্লিষ্ট, আৰ উপৰ কার্সাৰ ৰাখক.
+
| চেভত ক্লিক কৰক
  
 
|-
 
|-
| 02: 01  
+
| 02:01  
| ৰাইট ক্লিক কৰক আৰু মাঠ পর্যায়েৰ মান চয়ন
+
| চাৰ্কিত চিমেতিকবোৰক কিকেদ (KiCad)ত ইইস্কিমা (EESchema) ব্যৱহাৰ কৰি বনোৱা হয়
  
 
|-
 
|-
| 02:05
+
| 02:06
| এই সম্পাদনা মান ক্ষেত্র উইন্ডো প্রদর্শন কৰা হব.
+
| আহক আপো্নাক দেখাও কিকেদত কি দৰে ইইস্কিমা (EESchema) আৰম্ভ কৰা হয়
  
 
|-
 
|-
| 02:11
+
| 02:10
| প্রকাৰ 1 মিঃ আৰু ঠিক আছে ক্লিক কৰক.
+
| KiCad ৰ প্রমুখ উইন্ডোৰ ওপৰৰ পেনেলত থকা প্রথম ট্যাবটোক ইইস্কিমা বা চিমাতিক এডিতৰ বোলে
  
 
|-
 
|-
| 02:17
+
| 02:19
| আপোনি 1 মিঃ দেখিব পাৰিব (অর্থাৎ, 1 মেগা ওম) মান রোধ R2 নির্ধাৰিত হয়.
+
| ইইস্কিমা ট্যাব ক্লিক কৰি চিমাতিক এডিতৰ খোলা হয়  
  
 
|-
 
|-
| 02:24
+
| 02:23
| আমি ইতিমধ্যে একই ভাবে অন্যান্য উপাদান মান নির্ধাৰিত আছে.
+
| এটা ইনফো (Info) ডাইলগ বক্স ওলাব য’ত কব যে ই চিমাতিক বিচাৰি পোৱা নাই
 +
 +
|-
 +
| 02:28
 +
| ও’কেত (Ok) ক্লিক কৰক 
  
 
|-
 
|-
| 02: 29
+
| 02:32
| পৰবর্তী ধাপে এই বর্তনী উপৰ বৈদ্যুতিক নিয়ম পৰীক্ষা কৰক
+
| আমি ইয়াত চাৰ্কিত চিমাতিকবোৰ বনাম
  
 
|-
 
|-
| 02:36
+
| 02:35
| EEschema উইন্ডোৰ উপৰেৰ প্যানেলে যান.
+
| ইইস্কিমা উইন্ডোৰ সোঁ পেনেললৈ যাওঁক
  
 
|-
 
|-
| 02:39
+
| 02:38
| ক্লিক কৰক ইলেকট্রিক রুল চেক বাটন সঞ্চালন কৰিবলৈ ব্যবহৃত হয়.
+
| Place a component বাটনত ক্লিক কৰক
  
 
|-
 
|-
| 02:44
+
| 02:42
| এই EEschema ERC উইন্ডো প্রদর্শন কৰা হব.
+
| এতিয়া খালী ইইস্কিমা উইন্ডোত ক্লিক কৰক
  
 
|-
 
|-
| 02:48
+
| 02:46
| টেস্ট ERC বাটন ক্লিক কৰক.
+
| কম্পোনেন্ট চিলেকচন উইন্ডো খোল খাব
  
 
|-
 
|-
| 02:52
+
| 02:49
| আমি দুটি ত্রুটি আছে দেখিব পাৰিব.
+
| এতিয়া আমি ইইস্কিমা উইন্ডোত 555 তাইমাৰ IC চিমাতিকক বহুৱাই দিম
  
 
|-
 
|-
 
| 02:56  
 
| 02:56  
| উভয় ত্রুটি টার্মিনাল কোন শক্তি উত্স আছে বলে.
+
| কম্পোনেন্ট চিলেকচন উইন্ডোৰ নেম ফিল্দত (Name field) 555 টাইপ কৰক আৰু ও’কেত ক্লিক কৰক
  
 
|-
 
|-
| 03:00
+
| 03:05
| বন্ধ বাটনে ক্লিক কৰক.
+
| ই LM555N ক বিছৰা ফলাফল হিচাপে দেখোৱাব
  
 
|-
 
|-
| 03:03
+
| 03:11
| পৰিকল্পিত, ত্রুটি নোড তীৰচিহ্ন দ্বাৰা নির্দিষ্ট কৰা হয়.
+
| এই ফলাফলটোক চিলেক্ত কৰক আৰু ও’কেত ক্লিক কৰক
  
 
|-
 
|-
| 03:12
+
| 03:14
| আমাদেৰ এখানে এটা শক্তি পতাকা সংযুক্ত কৰক. আমি তখন Kicad আমি এখানে এটা পাওয়াৰ সাপ্লাই সংযোগ কৰিবলৈ যাচ্ছি জানতে হব.
+
| ইইস্কিমা উইন্ডোত কম্পোনেন্টৰ চিমাতিকএ দেখা দিব
 +
 
 +
|-
 +
| 03:19
 +
| আপোনাৰ কাৰ্চাৰৰ (cursor) লগতএ জড়িত হৈ থাকিব
  
 
|-
 
|-
 
| 03:22  
 
| 03:22  
| এই বাবে,
+
| এটা চিংগল ক্লিকৰ দ্বাৰা কম্পোনেন্টটোক স্ক্রীনখনৰ মাজত
 +
 +
|-
 +
| 03:27
 +
| এটা বঢ়িয়া ভিউৰ বাবে যুম ইন আৰু যুম আউট কৰিবলৈ আপোনাৰ মাউচৰ স্ক্রল বাটনটো ব্যৱহাৰ কৰিব
  
 
|-
 
|-
| 03:24
+
| 03:35
| ডান প্যানেল অন, প্লেস এটা ক্ষমতা পোর্ট বাটন ক্লিক কৰক.
+
| যিটো কম্পোনেন্ট আপুনি যুম ইন আৰু যুম আউট কৰিব বিচাৰিছে তাৰ ওপৰত কাৰ্চাৰডাল ৰাখিব
  
 
|-
 
|-
| 03:29
+
| 03:39
| এতিয়া কম্পোনেন্ট নির্বাচন উইন্ডো খুলতে EEschema উইন্ডোতে ক্লিক কৰক
+
| আপুনি যুম ইন কৰিবলৈ F1 আৰু যুম আউট কৰিবলৈ F2 ব্যৱহাৰ কৰিব পাৰে
  
 
|-
 
|-
| 03:34
+
| 03:46
| সূচী সকল বাটন ক্লিক কৰক আৰু আপোনি ক্ষমতা স্বৰলিপি তালিকা দেখিব পাৰিব.
+
| আপুনি VCC আৰু GND অৰ্থাৎ 555 IC ত গ্রাউন্দ তাৰ্মিনেল দেখা পাবও পাৰে বা নাপাবও পাৰে
  
 
|-
 
|-
| 03:40
+
| 03:56
| PWR_ (আন্ডাৰস্কোৰ) পতাকা নির্বাচন কৰক আৰু ঠিক আছে ক্লিক কৰক.
+
| যদি আপুনি ইয়াক দেখা নাপাই, তেনেহ’লে ইইস্কিমা উইন্ডোৰ বাওঁ পেনেললৈ যাওঁক
  
 
|-
 
|-
| 03:49
+
| 04:00
| আমি VCC টার্মিনাল কাছাকাছি পাওয়াৰ পতাকা স্থাপন কৰবে.
+
| ছো হিদ্দেন পিন্স (Show hidden pins) বাটনত ক্লিক কৰক 
  
 
|-
 
|-
| 03:55
+
| 04:04
| ৰাখক EEschema উপৰ ক্লিক কৰক.
+
| এতিয়া আমি ইইস্কিমা উইন্ডোত এটা ৰেজিষ্টৰ (resistor) বহুৱাও 
  
 
|-
 
|-
| 03:59
+
| 04:09
| যেমন ধৰনেৰ দুটি ত্রুটি আছে, যেহেতু আমি দুই ধৰনেৰ ক্ষমতা পতাকা প্রয়োজন.
+
| '''Place a component '''অপচন আমি আগতেই বাচনি কৰি থৈছো
  
 
|-
 
|-
| 04:05
+
| 04:13
| কপি গ টিপুন তাৰপৰ, শক্তি পতাকা কার্সাৰ ৰাখক আৰু.
+
| সেয়েহে, কেৱল ইইস্কিমাত ক্লিক কৰি্য়েই আপুনি কম্পোনেন্ট চিলেকচনৰ উইন্ডো দেখা পাব
  
 
|-
 
|-
| 04:10
+
| 04:21
| স্থল টার্মিনাল কাছাকাছি এই ক্ষমতা পতাকা ৰাখক.
+
| নেম ফিল্ডত ‘r’ টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
  
 
|-
 
|-
| 04:15
+
| 04:26
| এতিয়া আমি তাৰেৰ সঙ্গে ক্ষমতা পতাকা সংযোগ কৰা হব. ডান প্যানেলে যান আৰু এটা তাৰেৰ বোতাম স্থাপন কৰক.
+
| ইইস্কিমাত, ৰেজিষ্টৰ চিমাতিক ওলাই পৰিব যি কাৰ্চাৰৰ লগত সংযুক্ত হৈ থাকিব
  
 
|-
 
|-
| 04:24
+
| 04:32
| এতিয়া VCC টার্মিনাল ক্ষমতা পতাকা সংযোগ
+
| এটা চিংগল ক্লিকৰ সহায়ত ইইস্কিমাৰ যিকোনো ঠাইত ৰেজিষ্টৰটোক বহুৱাওক
  
 
|-
 
|-
| 04:35
+
| 04:37
| একইভাবে স্থল টার্মিনাল ক্ষমতা পতাকা সংযোগ
+
| আমাক আৰু দুটা ৰেজিষ্টৰৰ প্রয়োজন
+
|-
+
| 04:44
+
| আমি এতিয়া নিশ্চিত কৰিবলৈ আবাৰ ছকবদ্ধ ইআৰসি চেক চালানো হব.
+
  
 
|-
 
|-
| 04:49
+
| 04:39
| এই বাবে, EEschema উইন্ডোৰ উপৰেৰ প্যানেলেৰ পৰীক্ষা বৈদ্যুতিক বিধি উপৰ ক্লিক কৰক.
+
| Place a component বাটন ব্যৱহাৰ কৰি আমি এই দুটা ৰেজিষ্টৰ পাব পাৰো
  
 
|-
 
|-
| 04:55
+
| 04:42
| এই EEschema ERC উইন্ডো প্রদর্শন কৰা হব.
+
| কিন্তু যিহেতু আমাৰ আগৰে পৰাই এটা ৰেজিষ্টৰ আছে, চাওঁ আহক কেনেকৈ এটা কম্পোনেন্ট কপি কৰা হয়
  
 
|-
 
|-
| 04:58
+
| 04:48
| টেস্ট ERC বাটন ক্লিক কৰক.
+
| কম্পোনেন্ট এটা কপি কৰিবলৈ, কম্পোনেন্টটোত ৰাইট ক্লিক কৰক আৰু ‘কপি কম্পোনেন্ট’ক নিৰ্ধাৰণ কৰক
  
 
|-
 
|-
 
| 05:01  
 
| 05:01  
| আমি কোন ত্রুটি আছে দেখিব পাৰিব.
+
| কম্পোনেন্টৰ এটা কপি আপোনাৰ কাৰচাৰৰ লগত সংযুক্ত হৈ পৰিব
  
 
|-
 
|-
| 05:04
+
| 05:05
| বন্ধ ক্লিক কৰক
+
| এটা চিংগল ক্লিকৰ সহায়ত ইইস্কিমাৰ যিকোনো ঠাইত এই ৰেজিষ্টৰটোক বহুৱাওক
  
 
|-
 
|-
| 05:07
+
| 05:11
| এতিয়া আমাদেৰ নেট তালিকা উৎপন্ন কৰে চাওক.
+
| কিবৰ্ড চৰ্টকাৎ C ব্যৱহাৰ কৰিও খুব খৰতকীয়াকৈ এই কামটো কৰিব পৰা যায়
 
+
|-
+
| 05:10
+
| Netlist তাদেৰ একসঙ্গে সংযোগ কৰে উপাদান আৰু নোড তালিকা সম্পর্কে তথ্য দেয়.
+
  
 
|-
 
|-
 
| 05:16  
 
| 05:16  
| আমি এই টিউটোৰিয়েল আৰও এগিয়ে আমি নেট তালিকা ব্যবহাৰ দেখিব হব.
+
| ইয়াৰ বাবে, কম্পোনেন্টৰ ওপৰত কাৰ্চাৰডাল ৰাখক আৰু C প্রেচ কৰক
  
 
|-
 
|-
| 05:20
+
| 05:22
| নেট তালিকা উৎপাদিত বাবে, উপৰেৰ প্যানেলে যান. নেট তালিকা প্রজন্মেৰ বাটন ক্লিক কৰক.
+
| আকৌ ই আপোনাৰ কাৰ্চাৰডালৰ লগত সংযুক্ত হৈ পৰিব
  
 
|-
 
|-
 
| 05:27  
 
| 05:27  
| এই Netlist উইন্ডো খোলা হব.
+
| ইয়াক বহুৱাবলৈ এবাৰ ক্লিক কৰক
  
 
|-
 
|-
| 05:31
+
| 05:30
| এই উইন্ডোতে আপোনি বিভিন্ন বিন্যাসে নেট তালিকা উত্পন্ন কৰিবলৈ সক্ষম হবন, যা ট্যাব ৰয়েছে.
+
| চিফ্ত আৰু ?(প্রশ্নবোধক চিন) কি (key) প্রেচ কৰি চৰ্টকাতবোৰৰ এখন তালিকা পাব পাৰি 
|-
+
| 05:38
+
| Kicad বাবে আমি Pcbnew ট্যাব ব্যবহাৰ কৰা হব.
+
  
 
|-
 
|-
| 05:42
+
| 05:36
| ডিফল্ট বিন্যাস অপশনটি চেক ৰাখক আৰু Netlist বাটনে ক্লিক কৰক.
+
| এইয়া হ’ল কিবৰ্ড চৰ্টকাতৰ লিষ্ট
  
 
|-
 
|-
| 05:48
+
| 05:40
| এটা নাম project1.net সঙ্গে নেট তালিকা ফাইল সংৰক্ষণ উল্লেখ্য,
+
| উইন্ডো খন বন্ধ কৰক
  
 
|-
 
|-
| 05:54
+
| 05:43
| নেট তালিকা তৈৰি কৰা হয়, ফাইল নেট এক্সটেনশন সঙ্গে সংৰক্ষিত হয় দয়া কৰে নোট কৰক.
+
| কম্পনেন্ত চিলেকচন উইন্ডো খোলিবলৈ ইইস্কিমা উইন্ডোত ক্লিক কৰক  
  
 
|-
 
|-
| 06:00
+
| 05:49
| সংৰক্ষণ কৰক বাটন ক্লিক কৰক.
+
| ইয়াৰ পিচত আমাক দুটা কেপাচিতৰ,ইলেক্ত্রলিতিক আৰু কেৰামিকৰ (ceramic)
  
 
|-
 
|-
| 06:02
+
| 05:53
| আমাৰ জানালা মাপ পৰিবর্তন কৰা যাক.
+
| ইলেক্ত্রলিতিক কেপাচিতৰ যোগ কৰিবৰ বাবে '''cp1''' টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
  
 
|-
 
|-
| 06: 04
+
| 06:00
| সংৰক্ষণ কৰক বাটন ক্লিক কৰক.
+
| কেৰামিক কেপাচিতৰ যোগ কৰিবৰ বাবে '''c''' টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক  
  
 
|-
 
|-
| 06: 06  
+
| 06:06  
| Netlist ফাইল মুদ্রিত সার্কিট বোর্ড ডিজাইন বাবে প্রয়োজন সার্কিট উপাদান সম্পর্কে তথ্য ৰয়েছে.  
+
| '''আমাক লাইত এমিতিং দাওদ, অৰ্থাৎ এল.ই.ডি ৰো প্রয়োজন '''
  
 
|-
 
|-
| 06:14
+
| 06:10
| আমি অন্য টিউটোৰিয়েল এই নেট তালিকা ফাইল ব্যবহাৰ কৰা হব.  
+
| কম্পোনেন্ট চিলেকচন উইন্ডো ত এল.ই.ডি টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
  
 
|-
 
|-
| 06:20
+
| 06:17
| মেনু ফাইল আৰু এই পৰিকল্পিত সংৰক্ষণ সংৰক্ষণ গোটা ছকবদ্ধ প্রকল্প পছন্দ কৰে নিন যান.
+
| এতিয়া আমাক লাগে এটা পাৱাৰ চাপ্লাই অৰ্থাৎ ভিচিচি (Vcc) আৰু গ্রাউন্দ তাৰ্মিনেলবোৰ 
 
+
 
|-
 
|-
| 06:27
+
| 06:22
| মেনু ফাইল আৰু EEschema জানালা বন্ধ কৰিবলৈ প্রস্থান চয়ন যান
+
| ইইস্কিমাৰ সোঁ পেনেলত,Place a power port button ক্লিক কৰক 
  
 
|-
 
|-
| 06:32
+
| 06:29
| Kicad প্রধান উইন্ডোতে,
+
| কম্পোনেন্ট চিলেকচন উইন্ডো খুলিবলৈ ইইস্কিমাত এবাৰ ক্লিক কৰক
  
 
|-
 
|-
 
| 06:34  
 
| 06:34  
| মেনু ফাইল আৰু প্রস্থান পছন্দ কৰে নিন যান. এই Kicad প্রধান উইন্ডো বন্ধ কৰা হব.
+
| লিষ্ট অল বাটনত ক্লিক কৰক আৰু আপুনি বিভিন্ন ধৰণৰ পাৱাৰ নটেচনৰ এখন লিষ্ট দেখা পাব
  
 
|-
 
|-
 
| 06:40  
 
| 06:40  
| এই টিউটোৰিয়েল আমি  শিকিছো,
+
| +5V (প্লাচ 5 ভল্ট) ক বাচি লওঁক আৰু ‘ওকে’ত ক্লিক কৰক
 +
|
  
 
|-
 
|-
| 06:44
+
| 06:48
| উপাদান মান বৰাদ্দ কৰিবলৈ
+
| এটা চিংগল ক্লিকৰ সহায়ত কম্পোনেন্টটোক ইইস্কিমা উইন্ডোত বহুৱাওক
  
 
|-
 
|-
| 06:46
+
| 06:52
| চেক আৰু বর্তনী পৰিকল্পিত ত্রুটি সংশোধন
+
| একেধৰণে, গ্রাউন্দ তাৰ্মিনেল পাবলৈ,
  
 
|-
 
|-
| 06:50
+
| 06:54
| বর্তনী বাবে নেট তালিকা উৎপন্ন কৰাৰ বাবে.
+
| লিষ্টৰ পৰা গ্রাউন্দক বাচি লওঁক আৰু ‘ওকে’ত ক্লিক কৰক
  
 
|-
 
|-
| 06:53
+
| 07:01
| তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
+
| মোক গ্রাউন্দ তাৰ্মিনেল বাচিব দিয়ক
  
 
|-
 
|-
| 06:56
+
| 07:08
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
| এক্সতাৰ্নেল পাৱাৰ চাপ্লাই কানেক্ত কৰিবলৈ আমাক এটা কানেক্তৰৰো প্রয়োজন হ’ব
  
 
|-
 
|-
| 06:58
+
| 07:14
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
| কম্পোনেন্ট চিলেকচন উইন্ডো খুলিবলৈ ইইস্কিমাত ক্লিক কৰক
  
 
|-
 
|-
| 07:02
+
| 07:19
| কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
+
| লিষ্ট অল বাটনত ক্লিক কৰক আৰু আপুনি এখন লিষ্ট দেখা পাব
  
 
|-
 
|-
| 07:04
+
| 07:24
|কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
+
| কন অপচনক (conn option) বাচি লওঁক আৰু ‘অকে’ত ক্লিক কৰক
  
 
|-
 
|-
| 07:07  
+
| 07:31
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
+
| তললৈ ষ্ক্ৰল( Scroll) কৰক আৰু লিষ্টৰ পৰা কন ২ (CONN_2) বাচি লওঁক আৰু ‘অকে’ত ক্লিক কৰক
 +
 +
|-
 +
| 07:41
 +
| এটা দুই তাৰ্মিনেল যুক্ত কানেক্তৰ ওলাই পৰিব ই আপোনাৰ মাউচ পইন্টৰৰ লগত সংযুক্ত হৈ থাকিব
  
 
|-
 
|-
| 07:10
+
| 07:48
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
+
| ইয়াক বহুৱাবলৈ এবাৰ ক্লিক কৰক
  
 +
|-
 +
| 07:56
 +
| এতিয়া, যথাযুক্ত স্থানত লৈ যাবলৈ এই কম্পোনেন্টবোৰক আমি থান-থিত লগাম
  
 
|-
 
|-
| 07:16
+
| 08:01
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
| কম্পোনেন্টবোৰক লৈ যাবলৈ আমি চৰ্টকাত্ কী m ব্যৱহাৰ কৰিম
  
 
|-
 
|-
| 07:19
+
| 08:04
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
+
| কম্পোনেন্ট এটা লৈ যাবলৈ মাউচ পইন্টৰটো কম্পোনেন্টত ৰাখক , ধৰক, ৰেজিষ্টৰৰ আৰু m প্রেচ কৰক
  
 
|-
 
|-
| 07:25
+
| 08:15
|এই মিশ্যন সম্পৰ্কত অধিক তথ্য
+
| আমি এই ৰেজিষ্টৰটো ইইস্কিমাত IC 555 ৰ সোঁফালে এটা চিংগল ক্লিকৰ সহায়ত বহুৱাম
  
 
|-
 
|-
| 07:28  
+
| 08:28  
| spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
+
| আমি কিব’ৰ্দৰ চৰ্ত্কাট কি r ব্যৱহাৰ কৰিম LED ঘূৰাবলৈ আৰু ভাৰ্তিকেলি এলিয়ান কৰিবলৈ
  
 
|-
 
|-
| 07:34
+
| 08:40
| এই স্ক্রিপ্ট অভিষেক পওয়াৰ দ্বাৰা সৰবৰাহিত হয়েছে
+
| এতিয়া আমি চাম কিদৰে চাৰ্কিত চিত্ৰ অনুযায়ী কম্পোনেন্টবোৰক ইন্তৰকানেক্ত বা ৱায়াৰ কৰা হয়
 +
 +
|-
 +
| 08:45
 +
| আহক আমি কম্পোনেন্ট বোৰৰ ইন্তৰকানেক্চনৰ পৰাই আৰম্ভ কৰো
  
 
|-
 
|-
| 07:39  
+
| 08:48
আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .যোগদানৰ বাবে ধন্যবাদ।
+
| ইইস্কিমাৰ সোঁ পেনেলত, Place a wire buttonত ক্লিক কৰক
 +
 
 +
|-
 +
| 08:56
 +
| এতিয়া আমি দুটা ৰেজিষ্টৰক ইন্তৰকানেক্ত কৰিম
 +
 +
|-
 +
| 08:58
 +
| আমি ৱায়াৰ কানেক্ত কৰিবলৈ ৰেজিচ্তৰৰ কোনোবা এটা ন’দত ক্লিক কৰি কৰিব পাৰো
 +
 +
|-
 +
| 09:11
 +
| এতিয়া আমি IC 555 ৰ সপ্তম পিনক দুটা ৰেজিষ্টৰক কানেক্ত কৰা ৱায়াৰৰ লগত কানেক্ত কৰিম
 +
 +
|-
 +
| 09:18
 +
| IC 555ৰ সপ্তম পিনত ক্লিক কৰক আৰু তাৰ পিছত দুটা ৰেজিষ্টৰক কানেক্ত কৰা ৱায়াৰত ক্লিক কৰক
 +
 +
|-
 +
| 09:30
 +
| টুকি ল’ব, ই স্বয়ংক্ৰিয়ভাবে এটা জাংচন গথন কৰিব যি এটা ন’দ হিচাপে দেখা দিব
 +
 +
|-
 +
| 09:35
 +
| মই ইতিমধ্যে কম্পোনেন্টবোৰক ইন্তৰকানেক্ত কৰিলো আৰু ইয়াক চেভ কৰিলো
 +
 +
|-
 +
| 09:39  
 +
| এতিয়া মই সময় ৰাহি কৰিবৰ বাবে ইতিমধ্যে বনাই থোৱা স্কিমেটিক খুলিম আৰু ব্যৱহাৰ কৰিম
 +
   
 +
|-
 +
| 09:44
 +
| মই ফাইল মেনুলৈ যাম আৰু ‘ওপেন’ত ক্লিক কৰিম
 +
 +
|-
 +
| 09:53
 +
| এটা কনফ’ৰমেচন উইন্ডো খোল খাব ‘ইয়েচ’ত ক্লিক কৰক
 +
 +
|-
 +
| 10:04
 +
| বিচৰা ডাইৰেক্তৰীৰ পৰা মই প্রজেক্ট 1.sch বাচি লম
 +
 +
|-
 +
| 10:18
 +
| প্রথমতে মই উইন্ডো খন ৰিচাইজ কৰি লম
 +
 +
|-
 +
| 10:22
 +
| আৰু তাৰ পিছত ‘অপেন’ত ক্লিক কৰিম
 +
 +
|-
 +
| 10:29
 +
| মই ‘অপেন’ত ক্লিক কৰিম
 +
 +
|-
 +
| 10:33
 +
| এইয়া আগতেই বনাই থোৱা স্কিমেটিক
 +
 +
|-
 +
| 10:36
 +
| এতিয়া আমি চাম কিদৰে কম্পোনেন্টবোৰক এন্নোটেট (annotate) কৰা হয়
 +
 +
|-
 +
| 10:39
 +
| এন্নোটেচনে প্রতিটো কম্পোনেন্টক ইউনিক্ আইডেন্তিফিকেচন প্রদান কৰে
 +
 +
|-
 +
| 10:43
 +
| এন্নোতেচনে কম্পোনেন্টত থকা প্রশ্নবোধক চিনবোৰক ইউনিক্ নম্বৰলৈ সলনি কৰে
 +
 +
|-
 +
| 10:50
 +
| ইইস্কিমাৰ ওপৰৰ পেনেলত, ‘এন্নোটেট চিমেতিক’ বাটনত ক্লিক কৰক
 +
 +
|-
 +
| 10:58
 +
| ই এন্নোটেট স্কিমেটিকউইন্ডো খুলি দিব
 +
 +
|-
 +
| 11:02
 +
| এই উইন্ডোত, ডিফ’ল্ট কনফিগাৰেচন ৰাখিব
 +
 +
|-
 +
| 11:05
 +
| এন্নোটেচন বাটনত ক্লিক কৰক
 +
 
 +
|-
 +
| 11:09
 +
| ই আপোনাক সাবধান কৰিব যে ই কেৱল '''এন্নোটেটবিহীন '''কম্পোনেন্টবোৰকহে এন্নোটেট কৰিব
 +
 +
|-
 +
| 11:13
 +
| ‘অকে’ত ক্লিক কৰক
 +
 +
|-
 +
| 11:15
 +
| এন্নোটেট স্কিমেটিক উইন্ডোত ক্ল’জ বাটনত ক্লিক কৰক
 +
 +
|-
 +
| 11:20
 +
| মন দিব যাতে কম্পোনেন্টবোৰত থকা প্রশ্নবোধক চিনবোৰ ইউনিক্ নম্বৰলৈ সলনি হৈছে
 +
 +
|-
 +
| 11:30
 +
| ফাইলত ক্লিক কৰক
 +
 +
|-
 +
| 11:37
 +
| আৰু স্কিমেতিকটো চেভ কৰিবলৈ ‘চেভ হোল স্কিমেটিক প্রজেক্ট’ বাচি লওঁক
 +
 +
|-
 +
| 11:43
 +
| ফাইলত ক্লিক কৰক আৰু কুইত্ (Quit) বাচি লওঁক
 +
 +
|-
 +
| 11:48
 +
| ই ইইস্কিমা উইন্ডোক '''ক্ল’জ''' কৰি দিব
 +
 +
|-
 +
| 11:50
 +
| এতিয়া কিকেড মেইন উইন্ডো লৈ যাওক
 +
 +
|-
 +
| 11:53
 +
| ফাইলত ক্লিক কৰক আৰু কুইত্ (Quit) বাচি লওঁক
 +
 +
|-
 +
| 11:56
 +
| ইয়াতেই এই টিউটৰিয়েল টোৰ কিকেডত চাৰ্কিত স্কিমেটিকগথনৰ প্রধান উদ্দেশ্য টোৰ সমাপ্তি ঘটিব
 +
 +
|-
 +
| 12:01
 +
| আহক আকৌ এবাৰ চাওঁ এই টিউটৰিয়েলটোত আমি কি শিকিলো
 +
 +
|-
 +
| 12:05
 +
| এই টিউটৰিয়েল টোত আমি শিকিলো,
 +
 +
|-
 +
| 12:07
 +
| চাৰ্কিত স্কিমেটিক গথন কৰিবলৈ কিকেডত ইইস্কিমাৰ ব্যৱহাৰ
 +
 +
|-
 +
| 12:11
 +
| চাৰ্কিত স্কিমেতিকৰ এন্নোটেচন
 +
 +
|-
 +
| 12:15
 +
| তলত দিয়া এচাইনমেন্তটো চেষ্টা কৰক,
 +
 +
|-
 +
| 12:17
 +
| কম্পোনেন্ট চিলেকচন উইন্ডো ব্যৱহাৰ কৰি ইইস্কিমাত কম্পোনেন্ট ইন্ডাক্তৰ
 +
 +
|-
 +
| 12:24
 +
| চৰ্টকাট কি a, x আৰু y এক্সপ্ল’ৰ কৰক
 +
 +
|-
 +
| 12:31
 +
| তলৰ লিঙ্কত উপলব্ধ ভিডিওটো চাওঁক
 +
 +
|-
 +
| 12:35
 +
| ই স্পকেন টিউটৰিয়েল প্রজেক্টটোৰ সাৰাংশ বুজাই
 +
 +
|-
 +
| 12:37
 +
| যদি আপোনাৰ ভাল বেন্দৱিদ্থ নাই, তেন্তে ইয়াক ডাউনল’ড কৰক আৰু চাওঁক
 +
 +
|-
 +
| 12:43
 +
| স্পকেন টিউটৰিয়েল প্রজেক্ত টিমে
 +
 +
|-
 +
| 12:45
 +
| স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কচপ অনুষ্ঠিত কৰে
 +
 +
|-
 +
| 12:48
 +
| যিসকলে অনলাইন টেষ্ট পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট প্রদান কৰে
 +
 +
|-
 +
| 12:52
 +
| বিশেষ জানিবৰ বাবে,অনুগ্রহ কৰি কন্টেক্ট এট্ স্পকেন হাইফেন টিউটৰিয়েল দত ওআৰজি লৈ লিখক
 +
 +
|-
 +
| 12:59
 +
| স্পকেন টিউটৰিয়েল প্রজেক্ট এটা তিচাৰ প্রজেক্টৰ কথোপকথনৰ এক অংশ
 +
 +
|-
 +
| 13:03
 +
| ই ৰাজ্যিক শিক্ষা মিছন, ICT, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
 +
 +
|-
 +
| 13:09
 +
| এই মিছনৰ বিষয়ে আৰু বিশেষ তথ্য উপলব্ধ
 +
 +
|-
 +
| 13:13
 +
| স্পকেন হাইফেন টিউটৰিয়েল দত ওআৰজি স্লেচ এন এম ই আই চি তি হাইফেন ইন্ট্ৰ’
 +
 +
|-
 +
| 13:20
 +
| এই স্ক্ৰীপ্ট খন প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে.  
 +
 +
|-
 +
| 13:25
 +
| আই আই তি বোম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া অাপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ
 +
 +
|}

Latest revision as of 17:03, 23 December 2015

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটৰিয়েল (spoken tutorial) “Designing circuit schematic in Kicad” লৈ স্বাগতম জনালো
00:08 PCB দিজাইনিং ৰ লগত জড়িত স্টেপ বোৰ চাওঁ আহক ৷
00:12 প্রথম স্টেপটো হ’ল বিচৰা চাৰ্কিতৰ বাবে স্কিমেটিক(পৰিকল্পিত) প্রস্তত কৰা
00:16 দ্বিতীয় স্টেপটো হ’ল নেতলিষ্ট প্রস্তত কৰা
00:19 তৃতীয় স্টেপটোৰ কাম হ’ল তাৰ ফোতপ্রিন্তৰ লগত মেপ কৰোৱা
00:22 চতুৰ্থ স্টেপটো হ’ল চাৰ্কিতৰ বাবে বোর্ড লেআউত প্রস্তুত কৰা
00:27 এই টিউটৰিয়েলত, আমি প্রথম স্টেপটো শিকিম অৰ্থাৎ
00:32 বিচৰা চাৰ্কিতৰ বাবে স্কিমেটিক প্রস্তত কৰা
00:35 অপৰেটিং চিষ্টেম হিচাপে আমি উবুন্তু 12.04 (Ubuntu 12.04)ব্যৱহাৰ কৰি আছো
00:40 এই টিউটৰিয়েলটোৰ বাবে KiCad version 2011 হাইফেন 05 হাইফেন 25ৰ সৈতে
00:49 এই টিউটৰিয়েলটোৰ বাবে ইলেক্ট্রনিক চাৰ্কিতৰ ওপৰত জ্ঞান থকাটো বাঞ্ছনীয়
00:56 এই টিউটৰিয়েলটোৰ বাবে উদাহৰণমুলক চাৰ্কিত হিচাপে আমি এসতেবল মাল্তিভাএব্রেতৰ (Astable multivibrator) ব্যৱহাৰ কৰিম
01:04 Kicad আৰম্ভ কৰিবলৈ
01:05 উবুন্তু ডেক্সটপৰ বাওঁ ফালৰ কোণটোলৈ যাওঁক
01:08 প্রথম আইকন, অৰ্থাৎ ডেচ হোমত ক্লিক কৰক
01:12 চাৰ্চ বাৰত ‘KiCad’ টাইপ কৰক আৰু এন্তাৰ(enter) প্রেচ কৰক
01:19 KiCad ৰ প্রমুখ ৱীনডোখন (window ) স্ক্রীনত ওলাব
01:22 টুকি ল’ব, উবুন্তু 12.04 ত, KiCadৰ মেনুবাৰ উবুন্তু ডেস্কতপৰ ওপৰৰ পেনেলত ওলাই
01:30 নতুন প্রোজেক্ট এটা আৰম্ভ কৰিবলৈ ‘ফাইল’ত ক্লিক কৰক আৰু তাৰ পিছত ‘নিউ’ত ক্লিক কৰক
01:35 আপোনাৰ প্রোজেক্টটোৰ এটা নাম দিয়ক যেনে, প্রোজেক্ট 1
01:42 টুকি ল’ব, প্রোজেক্টটো .প্র (.pro) এক্সতেঞ্চনত চেভ হয়
01:47 এটা ভাল ভিউ পাবৰ বাবে উইন্ডো খন পূণ:মাপ (resize) কৰি লওঁ
01:52 আপোনাৰ প্রোজেক্টটো ক’ত চেভ হ’ল চাই ল’ব আৰু যদি প্রয়োজন হয় তেনেহ’লে ডাইৰেক্তৰী সলনি কৰিব পাৰে
01:58 চেভত ক্লিক কৰক
02:01 চাৰ্কিত চিমেতিকবোৰক কিকেদ (KiCad)ত ইইস্কিমা (EESchema) ব্যৱহাৰ কৰি বনোৱা হয়
02:06 আহক আপো্নাক দেখাও কিকেদত কি দৰে ইইস্কিমা (EESchema) আৰম্ভ কৰা হয়
02:10 KiCad ৰ প্রমুখ উইন্ডোৰ ওপৰৰ পেনেলত থকা প্রথম ট্যাবটোক ইইস্কিমা বা চিমাতিক এডিতৰ বোলে
02:19 ইইস্কিমা ট্যাব ক্লিক কৰি চিমাতিক এডিতৰ খোলা হয়
02:23 এটা ইনফো (Info) ডাইলগ বক্স ওলাব য’ত কব যে ই চিমাতিক বিচাৰি পোৱা নাই
02:28 ও’কেত (Ok) ক্লিক কৰক
02:32 আমি ইয়াত চাৰ্কিত চিমাতিকবোৰ বনাম
02:35 ইইস্কিমা উইন্ডোৰ সোঁ পেনেললৈ যাওঁক
02:38 Place a component বাটনত ক্লিক কৰক
02:42 এতিয়া খালী ইইস্কিমা উইন্ডোত ক্লিক কৰক
02:46 কম্পোনেন্ট চিলেকচন উইন্ডো খোল খাব
02:49 এতিয়া আমি ইইস্কিমা উইন্ডোত 555 তাইমাৰ IC চিমাতিকক বহুৱাই দিম
02:56 কম্পোনেন্ট চিলেকচন উইন্ডোৰ নেম ফিল্দত (Name field) 555 টাইপ কৰক আৰু ও’কেত ক্লিক কৰক
03:05 ই LM555N ক বিছৰা ফলাফল হিচাপে দেখোৱাব
03:11 এই ফলাফলটোক চিলেক্ত কৰক আৰু ও’কেত ক্লিক কৰক
03:14 ইইস্কিমা উইন্ডোত কম্পোনেন্টৰ চিমাতিকএ দেখা দিব
03:19 আপোনাৰ কাৰ্চাৰৰ (cursor) লগতএ জড়িত হৈ থাকিব
03:22 এটা চিংগল ক্লিকৰ দ্বাৰা কম্পোনেন্টটোক স্ক্রীনখনৰ মাজত
03:27 এটা বঢ়িয়া ভিউৰ বাবে যুম ইন আৰু যুম আউট কৰিবলৈ আপোনাৰ মাউচৰ স্ক্রল বাটনটো ব্যৱহাৰ কৰিব
03:35 যিটো কম্পোনেন্ট আপুনি যুম ইন আৰু যুম আউট কৰিব বিচাৰিছে তাৰ ওপৰত কাৰ্চাৰডাল ৰাখিব
03:39 আপুনি যুম ইন কৰিবলৈ F1 আৰু যুম আউট কৰিবলৈ F2 ব্যৱহাৰ কৰিব পাৰে
03:46 আপুনি VCC আৰু GND অৰ্থাৎ 555 IC ত গ্রাউন্দ তাৰ্মিনেল দেখা পাবও পাৰে বা নাপাবও পাৰে
03:56 যদি আপুনি ইয়াক দেখা নাপাই, তেনেহ’লে ইইস্কিমা উইন্ডোৰ বাওঁ পেনেললৈ যাওঁক
04:00 ছো হিদ্দেন পিন্স (Show hidden pins) বাটনত ক্লিক কৰক
04:04 এতিয়া আমি ইইস্কিমা উইন্ডোত এটা ৰেজিষ্টৰ (resistor) বহুৱাও
04:09 Place a component অপচন আমি আগতেই বাচনি কৰি থৈছো
04:13 সেয়েহে, কেৱল ইইস্কিমাত ক্লিক কৰি্য়েই আপুনি কম্পোনেন্ট চিলেকচনৰ উইন্ডো দেখা পাব
04:21 নেম ফিল্ডত ‘r’ টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
04:26 ইইস্কিমাত, ৰেজিষ্টৰ চিমাতিক ওলাই পৰিব যি কাৰ্চাৰৰ লগত সংযুক্ত হৈ থাকিব
04:32 এটা চিংগল ক্লিকৰ সহায়ত ইইস্কিমাৰ যিকোনো ঠাইত ৰেজিষ্টৰটোক বহুৱাওক
04:37 আমাক আৰু দুটা ৰেজিষ্টৰৰ প্রয়োজন
04:39 Place a component বাটন ব্যৱহাৰ কৰি আমি এই দুটা ৰেজিষ্টৰ পাব পাৰো
04:42 কিন্তু যিহেতু আমাৰ আগৰে পৰাই এটা ৰেজিষ্টৰ আছে, চাওঁ আহক কেনেকৈ এটা কম্পোনেন্ট কপি কৰা হয়
04:48 কম্পোনেন্ট এটা কপি কৰিবলৈ, কম্পোনেন্টটোত ৰাইট ক্লিক কৰক আৰু ‘কপি কম্পোনেন্ট’ক নিৰ্ধাৰণ কৰক
05:01 কম্পোনেন্টৰ এটা কপি আপোনাৰ কাৰচাৰৰ লগত সংযুক্ত হৈ পৰিব
05:05 এটা চিংগল ক্লিকৰ সহায়ত ইইস্কিমাৰ যিকোনো ঠাইত এই ৰেজিষ্টৰটোক বহুৱাওক
05:11 কিবৰ্ড চৰ্টকাৎ C ব্যৱহাৰ কৰিও খুব খৰতকীয়াকৈ এই কামটো কৰিব পৰা যায়
05:16 ইয়াৰ বাবে, কম্পোনেন্টৰ ওপৰত কাৰ্চাৰডাল ৰাখক আৰু C প্রেচ কৰক
05:22 আকৌ ই আপোনাৰ কাৰ্চাৰডালৰ লগত সংযুক্ত হৈ পৰিব
05:27 ইয়াক বহুৱাবলৈ এবাৰ ক্লিক কৰক
05:30 চিফ্ত আৰু ?(প্রশ্নবোধক চিন) কি (key) প্রেচ কৰি চৰ্টকাতবোৰৰ এখন তালিকা পাব পাৰি
05:36 এইয়া হ’ল কিবৰ্ড চৰ্টকাতৰ লিষ্ট
05:40 উইন্ডো খন বন্ধ কৰক
05:43 কম্পনেন্ত চিলেকচন উইন্ডো খোলিবলৈ ইইস্কিমা উইন্ডোত ক্লিক কৰক
05:49 ইয়াৰ পিচত আমাক দুটা কেপাচিতৰ,ইলেক্ত্রলিতিক আৰু কেৰামিকৰ (ceramic)
05:53 ইলেক্ত্রলিতিক কেপাচিতৰ যোগ কৰিবৰ বাবে cp1 টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
06:00 কেৰামিক কেপাচিতৰ যোগ কৰিবৰ বাবে c টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
06:06 আমাক লাইত এমিতিং দাওদ, অৰ্থাৎ এল.ই.ডি ৰো প্রয়োজন
06:10 কম্পোনেন্ট চিলেকচন উইন্ডো ত এল.ই.ডি টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
06:17 এতিয়া আমাক লাগে এটা পাৱাৰ চাপ্লাই অৰ্থাৎ ভিচিচি (Vcc) আৰু গ্রাউন্দ তাৰ্মিনেলবোৰ
06:22 ইইস্কিমাৰ সোঁ পেনেলত,Place a power port button ক্লিক কৰক
06:29 কম্পোনেন্ট চিলেকচন উইন্ডো খুলিবলৈ ইইস্কিমাত এবাৰ ক্লিক কৰক
06:34 লিষ্ট অল বাটনত ক্লিক কৰক আৰু আপুনি বিভিন্ন ধৰণৰ পাৱাৰ নটেচনৰ এখন লিষ্ট দেখা পাব
06:40 +5V (প্লাচ 5 ভল্ট) ক বাচি লওঁক আৰু ‘ওকে’ত ক্লিক কৰক
06:48 এটা চিংগল ক্লিকৰ সহায়ত কম্পোনেন্টটোক ইইস্কিমা উইন্ডোত বহুৱাওক
06:52 একেধৰণে, গ্রাউন্দ তাৰ্মিনেল পাবলৈ,
06:54 লিষ্টৰ পৰা গ্রাউন্দক বাচি লওঁক আৰু ‘ওকে’ত ক্লিক কৰক
07:01 মোক গ্রাউন্দ তাৰ্মিনেল বাচিব দিয়ক
07:08 এক্সতাৰ্নেল পাৱাৰ চাপ্লাই কানেক্ত কৰিবলৈ আমাক এটা কানেক্তৰৰো প্রয়োজন হ’ব
07:14 কম্পোনেন্ট চিলেকচন উইন্ডো খুলিবলৈ ইইস্কিমাত ক্লিক কৰক
07:19 লিষ্ট অল বাটনত ক্লিক কৰক আৰু আপুনি এখন লিষ্ট দেখা পাব
07:24 কন অপচনক (conn option) বাচি লওঁক আৰু ‘অকে’ত ক্লিক কৰক
07:31 তললৈ ষ্ক্ৰল( Scroll) কৰক আৰু লিষ্টৰ পৰা কন ২ (CONN_2) বাচি লওঁক আৰু ‘অকে’ত ক্লিক কৰক
07:41 এটা দুই তাৰ্মিনেল যুক্ত কানেক্তৰ ওলাই পৰিব ই আপোনাৰ মাউচ পইন্টৰৰ লগত সংযুক্ত হৈ থাকিব
07:48 ইয়াক বহুৱাবলৈ এবাৰ ক্লিক কৰক
07:56 এতিয়া, যথাযুক্ত স্থানত লৈ যাবলৈ এই কম্পোনেন্টবোৰক আমি থান-থিত লগাম
08:01 কম্পোনেন্টবোৰক লৈ যাবলৈ আমি চৰ্টকাত্ কী m ব্যৱহাৰ কৰিম
08:04 কম্পোনেন্ট এটা লৈ যাবলৈ মাউচ পইন্টৰটো কম্পোনেন্টত ৰাখক , ধৰক, ৰেজিষ্টৰৰ আৰু m প্রেচ কৰক
08:15 আমি এই ৰেজিষ্টৰটো ইইস্কিমাত IC 555 ৰ সোঁফালে এটা চিংগল ক্লিকৰ সহায়ত বহুৱাম
08:28 আমি কিব’ৰ্দৰ চৰ্ত্কাট কি r ব্যৱহাৰ কৰিম LED ঘূৰাবলৈ আৰু ভাৰ্তিকেলি এলিয়ান কৰিবলৈ
08:40 এতিয়া আমি চাম কিদৰে চাৰ্কিত চিত্ৰ অনুযায়ী কম্পোনেন্টবোৰক ইন্তৰকানেক্ত বা ৱায়াৰ কৰা হয়
08:45 আহক আমি কম্পোনেন্ট বোৰৰ ইন্তৰকানেক্চনৰ পৰাই আৰম্ভ কৰো
08:48 ইইস্কিমাৰ সোঁ পেনেলত, Place a wire buttonত ক্লিক কৰক
08:56 এতিয়া আমি দুটা ৰেজিষ্টৰক ইন্তৰকানেক্ত কৰিম
08:58 আমি ৱায়াৰ কানেক্ত কৰিবলৈ ৰেজিচ্তৰৰ কোনোবা এটা ন’দত ক্লিক কৰি কৰিব পাৰো
09:11 এতিয়া আমি IC 555 ৰ সপ্তম পিনক দুটা ৰেজিষ্টৰক কানেক্ত কৰা ৱায়াৰৰ লগত কানেক্ত কৰিম
09:18 IC 555ৰ সপ্তম পিনত ক্লিক কৰক আৰু তাৰ পিছত দুটা ৰেজিষ্টৰক কানেক্ত কৰা ৱায়াৰত ক্লিক কৰক
09:30 টুকি ল’ব, ই স্বয়ংক্ৰিয়ভাবে এটা জাংচন গথন কৰিব যি এটা ন’দ হিচাপে দেখা দিব
09:35 মই ইতিমধ্যে কম্পোনেন্টবোৰক ইন্তৰকানেক্ত কৰিলো আৰু ইয়াক চেভ কৰিলো
09:39 এতিয়া মই সময় ৰাহি কৰিবৰ বাবে ইতিমধ্যে বনাই থোৱা স্কিমেটিক খুলিম আৰু ব্যৱহাৰ কৰিম
09:44 মই ফাইল মেনুলৈ যাম আৰু ‘ওপেন’ত ক্লিক কৰিম
09:53 এটা কনফ’ৰমেচন উইন্ডো খোল খাব ‘ইয়েচ’ত ক্লিক কৰক
10:04 বিচৰা ডাইৰেক্তৰীৰ পৰা মই প্রজেক্ট 1.sch বাচি লম
10:18 প্রথমতে মই উইন্ডো খন ৰিচাইজ কৰি লম
10:22 আৰু তাৰ পিছত ‘অপেন’ত ক্লিক কৰিম
10:29 মই ‘অপেন’ত ক্লিক কৰিম
10:33 এইয়া আগতেই বনাই থোৱা স্কিমেটিক
10:36 এতিয়া আমি চাম কিদৰে কম্পোনেন্টবোৰক এন্নোটেট (annotate) কৰা হয়
10:39 এন্নোটেচনে প্রতিটো কম্পোনেন্টক ইউনিক্ আইডেন্তিফিকেচন প্রদান কৰে
10:43 এন্নোতেচনে কম্পোনেন্টত থকা প্রশ্নবোধক চিনবোৰক ইউনিক্ নম্বৰলৈ সলনি কৰে
10:50 ইইস্কিমাৰ ওপৰৰ পেনেলত, ‘এন্নোটেট চিমেতিক’ বাটনত ক্লিক কৰক
10:58 ই এন্নোটেট স্কিমেটিকউইন্ডো খুলি দিব
11:02 এই উইন্ডোত, ডিফ’ল্ট কনফিগাৰেচন ৰাখিব
11:05 এন্নোটেচন বাটনত ক্লিক কৰক
11:09 ই আপোনাক সাবধান কৰিব যে ই কেৱল এন্নোটেটবিহীন কম্পোনেন্টবোৰকহে এন্নোটেট কৰিব
11:13 ‘অকে’ত ক্লিক কৰক
11:15 এন্নোটেট স্কিমেটিক উইন্ডোত ক্ল’জ বাটনত ক্লিক কৰক
11:20 মন দিব যাতে কম্পোনেন্টবোৰত থকা প্রশ্নবোধক চিনবোৰ ইউনিক্ নম্বৰলৈ সলনি হৈছে
11:30 ফাইলত ক্লিক কৰক
11:37 আৰু স্কিমেতিকটো চেভ কৰিবলৈ ‘চেভ হোল স্কিমেটিক প্রজেক্ট’ বাচি লওঁক
11:43 ফাইলত ক্লিক কৰক আৰু কুইত্ (Quit) বাচি লওঁক
11:48 ই ইইস্কিমা উইন্ডোক ক্ল’জ কৰি দিব
11:50 এতিয়া কিকেড মেইন উইন্ডো লৈ যাওক
11:53 ফাইলত ক্লিক কৰক আৰু কুইত্ (Quit) বাচি লওঁক
11:56 ইয়াতেই এই টিউটৰিয়েল টোৰ কিকেডত চাৰ্কিত স্কিমেটিকগথনৰ প্রধান উদ্দেশ্য টোৰ সমাপ্তি ঘটিব
12:01 আহক আকৌ এবাৰ চাওঁ এই টিউটৰিয়েলটোত আমি কি শিকিলো
12:05 এই টিউটৰিয়েল টোত আমি শিকিলো,
12:07 চাৰ্কিত স্কিমেটিক গথন কৰিবলৈ কিকেডত ইইস্কিমাৰ ব্যৱহাৰ
12:11 চাৰ্কিত স্কিমেতিকৰ এন্নোটেচন
12:15 তলত দিয়া এচাইনমেন্তটো চেষ্টা কৰক,
12:17 কম্পোনেন্ট চিলেকচন উইন্ডো ব্যৱহাৰ কৰি ইইস্কিমাত কম্পোনেন্ট ইন্ডাক্তৰ
12:24 চৰ্টকাট কি a, x আৰু y এক্সপ্ল’ৰ কৰক
12:31 তলৰ লিঙ্কত উপলব্ধ ভিডিওটো চাওঁক
12:35 ই স্পকেন টিউটৰিয়েল প্রজেক্টটোৰ সাৰাংশ বুজাই
12:37 যদি আপোনাৰ ভাল বেন্দৱিদ্থ নাই, তেন্তে ইয়াক ডাউনল’ড কৰক আৰু চাওঁক
12:43 স্পকেন টিউটৰিয়েল প্রজেক্ত টিমে
12:45 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কচপ অনুষ্ঠিত কৰে
12:48 যিসকলে অনলাইন টেষ্ট পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট প্রদান কৰে
12:52 বিশেষ জানিবৰ বাবে,অনুগ্রহ কৰি কন্টেক্ট এট্ স্পকেন হাইফেন টিউটৰিয়েল দত ওআৰজি লৈ লিখক
12:59 স্পকেন টিউটৰিয়েল প্রজেক্ট এটা তিচাৰ প্রজেক্টৰ কথোপকথনৰ এক অংশ
13:03 ই ৰাজ্যিক শিক্ষা মিছন, ICT, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
13:09 এই মিছনৰ বিষয়ে আৰু বিশেষ তথ্য উপলব্ধ
13:13 স্পকেন হাইফেন টিউটৰিয়েল দত ওআৰজি স্লেচ এন এম ই আই চি তি হাইফেন ইন্ট্ৰ’
13:20 এই স্ক্ৰীপ্ট খন প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে.
13:25 আই আই তি বোম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া অাপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi