KiCad/C2/Designing-circuit-schematic-in-KiCad/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটৰিয়েল (spoken tutorial) “Designing circuit schematic in Kicad” লৈ স্বাগতম জনালো
00:08 PCB দিজাইনিং ৰ লগত জড়িত স্টেপ বোৰ চাওঁ আহক ৷
00:12 প্রথম স্টেপটো হ’ল বিচৰা চাৰ্কিতৰ বাবে স্কিমেটিক(পৰিকল্পিত) প্রস্তত কৰা
00:16 দ্বিতীয় স্টেপটো হ’ল নেতলিষ্ট প্রস্তত কৰা
00:19 তৃতীয় স্টেপটোৰ কাম হ’ল তাৰ ফোতপ্রিন্তৰ লগত মেপ কৰোৱা
00:22 চতুৰ্থ স্টেপটো হ’ল চাৰ্কিতৰ বাবে বোর্ড লেআউত প্রস্তুত কৰা
00:27 এই টিউটৰিয়েলত, আমি প্রথম স্টেপটো শিকিম অৰ্থাৎ
00:32 বিচৰা চাৰ্কিতৰ বাবে স্কিমেটিক প্রস্তত কৰা
00:35 অপৰেটিং চিষ্টেম হিচাপে আমি উবুন্তু 12.04 (Ubuntu 12.04)ব্যৱহাৰ কৰি আছো
00:40 এই টিউটৰিয়েলটোৰ বাবে KiCad version 2011 হাইফেন 05 হাইফেন 25ৰ সৈতে
00:49 এই টিউটৰিয়েলটোৰ বাবে ইলেক্ট্রনিক চাৰ্কিতৰ ওপৰত জ্ঞান থকাটো বাঞ্ছনীয়
00:56 এই টিউটৰিয়েলটোৰ বাবে উদাহৰণমুলক চাৰ্কিত হিচাপে আমি এসতেবল মাল্তিভাএব্রেতৰ (Astable multivibrator) ব্যৱহাৰ কৰিম
01:04 Kicad আৰম্ভ কৰিবলৈ
01:05 উবুন্তু ডেক্সটপৰ বাওঁ ফালৰ কোণটোলৈ যাওঁক
01:08 প্রথম আইকন, অৰ্থাৎ ডেচ হোমত ক্লিক কৰক
01:12 চাৰ্চ বাৰত ‘KiCad’ টাইপ কৰক আৰু এন্তাৰ(enter) প্রেচ কৰক
01:19 KiCad ৰ প্রমুখ ৱীনডোখন (window ) স্ক্রীনত ওলাব
01:22 টুকি ল’ব, উবুন্তু 12.04 ত, KiCadৰ মেনুবাৰ উবুন্তু ডেস্কতপৰ ওপৰৰ পেনেলত ওলাই
01:30 নতুন প্রোজেক্ট এটা আৰম্ভ কৰিবলৈ ‘ফাইল’ত ক্লিক কৰক আৰু তাৰ পিছত ‘নিউ’ত ক্লিক কৰক
01:35 আপোনাৰ প্রোজেক্টটোৰ এটা নাম দিয়ক যেনে, প্রোজেক্ট 1
01:42 টুকি ল’ব, প্রোজেক্টটো .প্র (.pro) এক্সতেঞ্চনত চেভ হয়
01:47 এটা ভাল ভিউ পাবৰ বাবে উইন্ডো খন পূণ:মাপ (resize) কৰি লওঁ
01:52 আপোনাৰ প্রোজেক্টটো ক’ত চেভ হ’ল চাই ল’ব আৰু যদি প্রয়োজন হয় তেনেহ’লে ডাইৰেক্তৰী সলনি কৰিব পাৰে
01:58 চেভত ক্লিক কৰক
02:01 চাৰ্কিত চিমেতিকবোৰক কিকেদ (KiCad)ত ইইস্কিমা (EESchema) ব্যৱহাৰ কৰি বনোৱা হয়
02:06 আহক আপো্নাক দেখাও কিকেদত কি দৰে ইইস্কিমা (EESchema) আৰম্ভ কৰা হয়
02:10 KiCad ৰ প্রমুখ উইন্ডোৰ ওপৰৰ পেনেলত থকা প্রথম ট্যাবটোক ইইস্কিমা বা চিমাতিক এডিতৰ বোলে
02:19 ইইস্কিমা ট্যাব ক্লিক কৰি চিমাতিক এডিতৰ খোলা হয়
02:23 এটা ইনফো (Info) ডাইলগ বক্স ওলাব য’ত কব যে ই চিমাতিক বিচাৰি পোৱা নাই
02:28 ও’কেত (Ok) ক্লিক কৰক
02:32 আমি ইয়াত চাৰ্কিত চিমাতিকবোৰ বনাম
02:35 ইইস্কিমা উইন্ডোৰ সোঁ পেনেললৈ যাওঁক
02:38 Place a component বাটনত ক্লিক কৰক
02:42 এতিয়া খালী ইইস্কিমা উইন্ডোত ক্লিক কৰক
02:46 কম্পোনেন্ট চিলেকচন উইন্ডো খোল খাব
02:49 এতিয়া আমি ইইস্কিমা উইন্ডোত 555 তাইমাৰ IC চিমাতিকক বহুৱাই দিম
02:56 কম্পোনেন্ট চিলেকচন উইন্ডোৰ নেম ফিল্দত (Name field) 555 টাইপ কৰক আৰু ও’কেত ক্লিক কৰক
03:05 ই LM555N ক বিছৰা ফলাফল হিচাপে দেখোৱাব
03:11 এই ফলাফলটোক চিলেক্ত কৰক আৰু ও’কেত ক্লিক কৰক
03:14 ইইস্কিমা উইন্ডোত কম্পোনেন্টৰ চিমাতিকএ দেখা দিব
03:19 আপোনাৰ কাৰ্চাৰৰ (cursor) লগতএ জড়িত হৈ থাকিব
03:22 এটা চিংগল ক্লিকৰ দ্বাৰা কম্পোনেন্টটোক স্ক্রীনখনৰ মাজত
03:27 এটা বঢ়িয়া ভিউৰ বাবে যুম ইন আৰু যুম আউট কৰিবলৈ আপোনাৰ মাউচৰ স্ক্রল বাটনটো ব্যৱহাৰ কৰিব
03:35 যিটো কম্পোনেন্ট আপুনি যুম ইন আৰু যুম আউট কৰিব বিচাৰিছে তাৰ ওপৰত কাৰ্চাৰডাল ৰাখিব
03:39 আপুনি যুম ইন কৰিবলৈ F1 আৰু যুম আউট কৰিবলৈ F2 ব্যৱহাৰ কৰিব পাৰে
03:46 আপুনি VCC আৰু GND অৰ্থাৎ 555 IC ত গ্রাউন্দ তাৰ্মিনেল দেখা পাবও পাৰে বা নাপাবও পাৰে
03:56 যদি আপুনি ইয়াক দেখা নাপাই, তেনেহ’লে ইইস্কিমা উইন্ডোৰ বাওঁ পেনেললৈ যাওঁক
04:00 ছো হিদ্দেন পিন্স (Show hidden pins) বাটনত ক্লিক কৰক
04:04 এতিয়া আমি ইইস্কিমা উইন্ডোত এটা ৰেজিষ্টৰ (resistor) বহুৱাও
04:09 Place a component অপচন আমি আগতেই বাচনি কৰি থৈছো
04:13 সেয়েহে, কেৱল ইইস্কিমাত ক্লিক কৰি্য়েই আপুনি কম্পোনেন্ট চিলেকচনৰ উইন্ডো দেখা পাব
04:21 নেম ফিল্ডত ‘r’ টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
04:26 ইইস্কিমাত, ৰেজিষ্টৰ চিমাতিক ওলাই পৰিব যি কাৰ্চাৰৰ লগত সংযুক্ত হৈ থাকিব
04:32 এটা চিংগল ক্লিকৰ সহায়ত ইইস্কিমাৰ যিকোনো ঠাইত ৰেজিষ্টৰটোক বহুৱাওক
04:37 আমাক আৰু দুটা ৰেজিষ্টৰৰ প্রয়োজন
04:39 Place a component বাটন ব্যৱহাৰ কৰি আমি এই দুটা ৰেজিষ্টৰ পাব পাৰো
04:42 কিন্তু যিহেতু আমাৰ আগৰে পৰাই এটা ৰেজিষ্টৰ আছে, চাওঁ আহক কেনেকৈ এটা কম্পোনেন্ট কপি কৰা হয়
04:48 কম্পোনেন্ট এটা কপি কৰিবলৈ, কম্পোনেন্টটোত ৰাইট ক্লিক কৰক আৰু ‘কপি কম্পোনেন্ট’ক নিৰ্ধাৰণ কৰক
05:01 কম্পোনেন্টৰ এটা কপি আপোনাৰ কাৰচাৰৰ লগত সংযুক্ত হৈ পৰিব
05:05 এটা চিংগল ক্লিকৰ সহায়ত ইইস্কিমাৰ যিকোনো ঠাইত এই ৰেজিষ্টৰটোক বহুৱাওক
05:11 কিবৰ্ড চৰ্টকাৎ C ব্যৱহাৰ কৰিও খুব খৰতকীয়াকৈ এই কামটো কৰিব পৰা যায়
05:16 ইয়াৰ বাবে, কম্পোনেন্টৰ ওপৰত কাৰ্চাৰডাল ৰাখক আৰু C প্রেচ কৰক
05:22 আকৌ ই আপোনাৰ কাৰ্চাৰডালৰ লগত সংযুক্ত হৈ পৰিব
05:27 ইয়াক বহুৱাবলৈ এবাৰ ক্লিক কৰক
05:30 চিফ্ত আৰু ?(প্রশ্নবোধক চিন) কি (key) প্রেচ কৰি চৰ্টকাতবোৰৰ এখন তালিকা পাব পাৰি
05:36 এইয়া হ’ল কিবৰ্ড চৰ্টকাতৰ লিষ্ট
05:40 উইন্ডো খন বন্ধ কৰক
05:43 কম্পনেন্ত চিলেকচন উইন্ডো খোলিবলৈ ইইস্কিমা উইন্ডোত ক্লিক কৰক
05:49 ইয়াৰ পিচত আমাক দুটা কেপাচিতৰ,ইলেক্ত্রলিতিক আৰু কেৰামিকৰ (ceramic)
05:53 ইলেক্ত্রলিতিক কেপাচিতৰ যোগ কৰিবৰ বাবে cp1 টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
06:00 কেৰামিক কেপাচিতৰ যোগ কৰিবৰ বাবে c টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
06:06 আমাক লাইত এমিতিং দাওদ, অৰ্থাৎ এল.ই.ডি ৰো প্রয়োজন
06:10 কম্পোনেন্ট চিলেকচন উইন্ডো ত এল.ই.ডি টাইপ কৰক আৰু ‘ওকে’ত ক্লিক কৰক
06:17 এতিয়া আমাক লাগে এটা পাৱাৰ চাপ্লাই অৰ্থাৎ ভিচিচি (Vcc) আৰু গ্রাউন্দ তাৰ্মিনেলবোৰ
06:22 ইইস্কিমাৰ সোঁ পেনেলত,Place a power port button ক্লিক কৰক
06:29 কম্পোনেন্ট চিলেকচন উইন্ডো খুলিবলৈ ইইস্কিমাত এবাৰ ক্লিক কৰক
06:34 লিষ্ট অল বাটনত ক্লিক কৰক আৰু আপুনি বিভিন্ন ধৰণৰ পাৱাৰ নটেচনৰ এখন লিষ্ট দেখা পাব
06:40 +5V (প্লাচ 5 ভল্ট) ক বাচি লওঁক আৰু ‘ওকে’ত ক্লিক কৰক
06:48 এটা চিংগল ক্লিকৰ সহায়ত কম্পোনেন্টটোক ইইস্কিমা উইন্ডোত বহুৱাওক
06:52 একেধৰণে, গ্রাউন্দ তাৰ্মিনেল পাবলৈ,
06:54 লিষ্টৰ পৰা গ্রাউন্দক বাচি লওঁক আৰু ‘ওকে’ত ক্লিক কৰক
07:01 মোক গ্রাউন্দ তাৰ্মিনেল বাচিব দিয়ক
07:08 এক্সতাৰ্নেল পাৱাৰ চাপ্লাই কানেক্ত কৰিবলৈ আমাক এটা কানেক্তৰৰো প্রয়োজন হ’ব
07:14 কম্পোনেন্ট চিলেকচন উইন্ডো খুলিবলৈ ইইস্কিমাত ক্লিক কৰক
07:19 লিষ্ট অল বাটনত ক্লিক কৰক আৰু আপুনি এখন লিষ্ট দেখা পাব
07:24 কন অপচনক (conn option) বাচি লওঁক আৰু ‘অকে’ত ক্লিক কৰক
07:31 তললৈ ষ্ক্ৰল( Scroll) কৰক আৰু লিষ্টৰ পৰা কন ২ (CONN_2) বাচি লওঁক আৰু ‘অকে’ত ক্লিক কৰক
07:41 এটা দুই তাৰ্মিনেল যুক্ত কানেক্তৰ ওলাই পৰিব ই আপোনাৰ মাউচ পইন্টৰৰ লগত সংযুক্ত হৈ থাকিব
07:48 ইয়াক বহুৱাবলৈ এবাৰ ক্লিক কৰক
07:56 এতিয়া, যথাযুক্ত স্থানত লৈ যাবলৈ এই কম্পোনেন্টবোৰক আমি থান-থিত লগাম
08:01 কম্পোনেন্টবোৰক লৈ যাবলৈ আমি চৰ্টকাত্ কী m ব্যৱহাৰ কৰিম
08:04 কম্পোনেন্ট এটা লৈ যাবলৈ মাউচ পইন্টৰটো কম্পোনেন্টত ৰাখক , ধৰক, ৰেজিষ্টৰৰ আৰু m প্রেচ কৰক
08:15 আমি এই ৰেজিষ্টৰটো ইইস্কিমাত IC 555 ৰ সোঁফালে এটা চিংগল ক্লিকৰ সহায়ত বহুৱাম
08:28 আমি কিব’ৰ্দৰ চৰ্ত্কাট কি r ব্যৱহাৰ কৰিম LED ঘূৰাবলৈ আৰু ভাৰ্তিকেলি এলিয়ান কৰিবলৈ
08:40 এতিয়া আমি চাম কিদৰে চাৰ্কিত চিত্ৰ অনুযায়ী কম্পোনেন্টবোৰক ইন্তৰকানেক্ত বা ৱায়াৰ কৰা হয়
08:45 আহক আমি কম্পোনেন্ট বোৰৰ ইন্তৰকানেক্চনৰ পৰাই আৰম্ভ কৰো
08:48 ইইস্কিমাৰ সোঁ পেনেলত, Place a wire buttonত ক্লিক কৰক
08:56 এতিয়া আমি দুটা ৰেজিষ্টৰক ইন্তৰকানেক্ত কৰিম
08:58 আমি ৱায়াৰ কানেক্ত কৰিবলৈ ৰেজিচ্তৰৰ কোনোবা এটা ন’দত ক্লিক কৰি কৰিব পাৰো
09:11 এতিয়া আমি IC 555 ৰ সপ্তম পিনক দুটা ৰেজিষ্টৰক কানেক্ত কৰা ৱায়াৰৰ লগত কানেক্ত কৰিম
09:18 IC 555ৰ সপ্তম পিনত ক্লিক কৰক আৰু তাৰ পিছত দুটা ৰেজিষ্টৰক কানেক্ত কৰা ৱায়াৰত ক্লিক কৰক
09:30 টুকি ল’ব, ই স্বয়ংক্ৰিয়ভাবে এটা জাংচন গথন কৰিব যি এটা ন’দ হিচাপে দেখা দিব
09:35 মই ইতিমধ্যে কম্পোনেন্টবোৰক ইন্তৰকানেক্ত কৰিলো আৰু ইয়াক চেভ কৰিলো
09:39 এতিয়া মই সময় ৰাহি কৰিবৰ বাবে ইতিমধ্যে বনাই থোৱা স্কিমেটিক খুলিম আৰু ব্যৱহাৰ কৰিম
09:44 মই ফাইল মেনুলৈ যাম আৰু ‘ওপেন’ত ক্লিক কৰিম
09:53 এটা কনফ’ৰমেচন উইন্ডো খোল খাব ‘ইয়েচ’ত ক্লিক কৰক
10:04 বিচৰা ডাইৰেক্তৰীৰ পৰা মই প্রজেক্ট 1.sch বাচি লম
10:18 প্রথমতে মই উইন্ডো খন ৰিচাইজ কৰি লম
10:22 আৰু তাৰ পিছত ‘অপেন’ত ক্লিক কৰিম
10:29 মই ‘অপেন’ত ক্লিক কৰিম
10:33 এইয়া আগতেই বনাই থোৱা স্কিমেটিক
10:36 এতিয়া আমি চাম কিদৰে কম্পোনেন্টবোৰক এন্নোটেট (annotate) কৰা হয়
10:39 এন্নোটেচনে প্রতিটো কম্পোনেন্টক ইউনিক্ আইডেন্তিফিকেচন প্রদান কৰে
10:43 এন্নোতেচনে কম্পোনেন্টত থকা প্রশ্নবোধক চিনবোৰক ইউনিক্ নম্বৰলৈ সলনি কৰে
10:50 ইইস্কিমাৰ ওপৰৰ পেনেলত, ‘এন্নোটেট চিমেতিক’ বাটনত ক্লিক কৰক
10:58 ই এন্নোটেট স্কিমেটিকউইন্ডো খুলি দিব
11:02 এই উইন্ডোত, ডিফ’ল্ট কনফিগাৰেচন ৰাখিব
11:05 এন্নোটেচন বাটনত ক্লিক কৰক
11:09 ই আপোনাক সাবধান কৰিব যে ই কেৱল এন্নোটেটবিহীন কম্পোনেন্টবোৰকহে এন্নোটেট কৰিব
11:13 ‘অকে’ত ক্লিক কৰক
11:15 এন্নোটেট স্কিমেটিক উইন্ডোত ক্ল’জ বাটনত ক্লিক কৰক
11:20 মন দিব যাতে কম্পোনেন্টবোৰত থকা প্রশ্নবোধক চিনবোৰ ইউনিক্ নম্বৰলৈ সলনি হৈছে
11:30 ফাইলত ক্লিক কৰক
11:37 আৰু স্কিমেতিকটো চেভ কৰিবলৈ ‘চেভ হোল স্কিমেটিক প্রজেক্ট’ বাচি লওঁক
11:43 ফাইলত ক্লিক কৰক আৰু কুইত্ (Quit) বাচি লওঁক
11:48 ই ইইস্কিমা উইন্ডোক ক্ল’জ কৰি দিব
11:50 এতিয়া কিকেড মেইন উইন্ডো লৈ যাওক
11:53 ফাইলত ক্লিক কৰক আৰু কুইত্ (Quit) বাচি লওঁক
11:56 ইয়াতেই এই টিউটৰিয়েল টোৰ কিকেডত চাৰ্কিত স্কিমেটিকগথনৰ প্রধান উদ্দেশ্য টোৰ সমাপ্তি ঘটিব
12:01 আহক আকৌ এবাৰ চাওঁ এই টিউটৰিয়েলটোত আমি কি শিকিলো
12:05 এই টিউটৰিয়েল টোত আমি শিকিলো,
12:07 চাৰ্কিত স্কিমেটিক গথন কৰিবলৈ কিকেডত ইইস্কিমাৰ ব্যৱহাৰ
12:11 চাৰ্কিত স্কিমেতিকৰ এন্নোটেচন
12:15 তলত দিয়া এচাইনমেন্তটো চেষ্টা কৰক,
12:17 কম্পোনেন্ট চিলেকচন উইন্ডো ব্যৱহাৰ কৰি ইইস্কিমাত কম্পোনেন্ট ইন্ডাক্তৰ
12:24 চৰ্টকাট কি a, x আৰু y এক্সপ্ল’ৰ কৰক
12:31 তলৰ লিঙ্কত উপলব্ধ ভিডিওটো চাওঁক
12:35 ই স্পকেন টিউটৰিয়েল প্রজেক্টটোৰ সাৰাংশ বুজাই
12:37 যদি আপোনাৰ ভাল বেন্দৱিদ্থ নাই, তেন্তে ইয়াক ডাউনল’ড কৰক আৰু চাওঁক
12:43 স্পকেন টিউটৰিয়েল প্রজেক্ত টিমে
12:45 স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কচপ অনুষ্ঠিত কৰে
12:48 যিসকলে অনলাইন টেষ্ট পাছ কৰে তেওঁলোকক চাৰ্টিফিকেট প্রদান কৰে
12:52 বিশেষ জানিবৰ বাবে,অনুগ্রহ কৰি কন্টেক্ট এট্ স্পকেন হাইফেন টিউটৰিয়েল দত ওআৰজি লৈ লিখক
12:59 স্পকেন টিউটৰিয়েল প্রজেক্ট এটা তিচাৰ প্রজেক্টৰ কথোপকথনৰ এক অংশ
13:03 ই ৰাজ্যিক শিক্ষা মিছন, ICT, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
13:09 এই মিছনৰ বিষয়ে আৰু বিশেষ তথ্য উপলব্ধ
13:13 স্পকেন হাইফেন টিউটৰিয়েল দত ওআৰজি স্লেচ এন এম ই আই চি তি হাইফেন ইন্ট্ৰ’
13:20 এই স্ক্ৰীপ্ট খন প্ৰগয়ান বেজবৰুৱাৰ দ্ৱাৰা অনুবাদ কৰা হৈছে.
13:25 আই আই তি বোম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া অাপোনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi