Difference between revisions of "Linux/C2/Simple-filters/Assamese"
From Script | Spoken-Tutorial
| (One intermediate revision by the same user not shown) | |||
| Line 3: | Line 3: | ||
!Narration | !Narration | ||
|- | |- | ||
| − | |0:00 | + | |0:00 |
| − | || নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটোৰিয়েলৰ | + | || নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটোৰিয়েলৰ লিনক্সৰ সৈতে চিমপল ফিলটাৰ্চলৈ আপোনালোকৰলৈ স্ৱাগতম |
|- | |- | ||
| − | |0:08 | + | |0:08 |
| − | || আমি ইয়াত শিকিম head, Tail, sort, cut আৰু paste. | + | || আমি ইয়াত শিকিম head, Tail, sort, cut আৰু paste. |
|- | |- | ||
| − | |0:17 | + | |0:17 |
| − | || ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল্চ. | + | || ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল্চ. |
|- | |- | ||
| − | |0:22 | + | |0:22 |
| − | || আপোনি যদি টার্মিনেলত এট hash (#) চিহ্ন দেখে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ ৰুত বনাব লাগিব | + | || আপোনি যদি টার্মিনেলত এট hash (#) চিহ্ন দেখে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ ৰুত বনাব লাগিব |
|- | |- | ||
| − | |0:29 | + | |0:29 |
| − | || sudo su or su root, আপোনি যদি টাৰ্মিনেলত ডলাৰ চিহ্ন এটা দেখে তেনেহলে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ এজন সাধাৰন বয়ৱহাৰকাৰী হব লাগিব. | + | || sudo su or su root, আপোনি যদি টাৰ্মিনেলত ডলাৰ চিহ্ন এটা দেখে তেনেহলে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ এজন সাধাৰন বয়ৱহাৰকাৰী হব লাগিব. |
|- | |- | ||
| − | |0:38 | + | |0:38 |
| − | || মই ধৰিলৈচো যে আপোনি এটা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই | + | || মই ধৰিলৈচো যে আপোনি এটা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই যত ফাইলবুৰ ছেভ হয় |
|- | |- | ||
| − | |0:46 | + | |0:46 |
| − | || | + | || মই উবুন্টু 10.10 ব্যবহাৰ কৰিছু |
|- | |- | ||
| − | |0:51 | + | |0:51 |
| − | || এইটু মডিউলৰ কাৰনে আপোনি মাউস তথা কীবোর্ডৰ প্ৰয়োগ কৰা আৰু ৱিন্দো মেকচিমাইজ | + | || এইটু মডিউলৰ কাৰনে আপোনি মাউস তথা কীবোর্ডৰ প্ৰয়োগ কৰা আৰু ৱিন্দো মেকচিমাইজ তথা মিনিমাইজ বটনৰ প্ৰয়োগ কৰা জনা উছিত হয় |
|- | |- | ||
| − | |1:02 | + | |1:02 |
| − | || এই ফাইলটুৰ প্ৰথম | + | || এই ফাইলটুৰ প্ৰথম দচতা লাইন প্ৰৰ্দশিত কৰিবলৈ আমি Head কমান্দ ব্যবহাৰ কৰো আৰু তাৰ পিছত ascii ফাইল নাম দিও |
|- | |- | ||
| − | |1:10 | + | |1:10 |
| − | || আহক আমি এটা ফাইল | + | || আহক আমি এটা ফাইল বনাও, মই এইতো ব্যবহাৰকাৰি ৰুপট দেখোৱাবলৈ ESC (escape) টিপু |
|- | |- | ||
| − | |1:17 | + | |1:17 |
| − | || | + | || Applications > Accessories > Text Editor লৈ যাও |
|- | |- | ||
| − | |1:24 | + | |1:24 |
| − | || কম সময়ৰ কাৰনে মোৰ উচৰত এই নম্বৰবুৰ আগৰে পৰাই এটা ফাইলত আছিলে | + | || কম সময়ৰ কাৰনে মোৰ উচৰত এই নম্বৰবুৰ আগৰে পৰাই এটা ফাইলত আছিলে |
|- | |- | ||
| − | |1:30 | + | |1:30 |
| − | || | + | || জাক আমি কপি আৰু পেচ্ত কৰিম |
|- | |- | ||
| − | |1:38 | + | |1:38 |
|| ফাইলত হিত কৰক চেভ কৰক | || ফাইলত হিত কৰক চেভ কৰক | ||
|- | |- | ||
| − | |1:41 | + | |1:41 |
| − | || | + | || ফাইলত numbers dot txt নামেৰে নাম দিয়ক আৰু saveত ক্লিক কৰক |
|- | |- | ||
| − | |1:48 | + | |1:48 |
|| এইতু ফাইল এতিয়া বন্ধ কৰক | || এইতু ফাইল এতিয়া বন্ধ কৰক | ||
|- | |- | ||
| − | |1:53 | + | |1:53 |
| − | || এতিয়া Applications > Accessories > আৰু Terminalত | + | || এতিয়া Applications > Accessories > আৰু Terminalত যাওক |
|- | |- | ||
| − | |2:01 | + | |2:01 |
|| এতিয়া চাবলৈ চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু | || এতিয়া চাবলৈ চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু | ||
|- | |- | ||
| − | |2:05 | + | |2:05 |
| − | || | + | || ls টাইপ কৰক আৰু এন্তাৰ টিপক |
|- | |- | ||
| − | |2:09 | + | |2:09 |
| − | || আমি ইয়াত যি কৰিলু হেইতুৰে আমাৰ home দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব | + | || আমি ইয়াত যি কৰিলু হেইতুৰে আমাৰ home দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব |
|- | |- | ||
| − | |2:15 | + | |2:15 |
| − | || আমি যুন্তু ফাইল বনাইছো সেইখিনিৰ | + | || আমি যুন্তু ফাইল বনাইছো সেইখিনিৰ কনটেন্টচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে |
|- | |- | ||
| − | |2:21 | + | |2:21 |
| − | || Cat n-u-m ফাইল নেমটু | + | || Cat n-u-m ফাইল নেমটু autofill মানে নিজে নিজে আনিবলৈ tabত টিপক আৰু এন্টাৰ টিপক |
|- | |- | ||
|2:29 | |2:29 | ||
| − | || বলক এনেকৈৱে | + | || বলক এনেকৈৱে head কমান্ডৰে কৰো |
|- | |- | ||
| Line 81: | Line 81: | ||
|- | |- | ||
|2:43 | |2:43 | ||
| − | || যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে head কমান্ড তথা ফাইলৰ মাজেৰে hyphen n5 অপচনৰ প্ৰয়োগ কৰক | + | || যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে head কমান্ড তথা ফাইলৰ মাজেৰে hyphen n5 অপচনৰ প্ৰয়োগ কৰক |
|- | |- | ||
|2:52 | |2:52 | ||
| − | || আপ এৰো | + | || আপ এৰো hyphen n5 টিপক আৰু এন্টাৰ প্ৰেচ কৰক |
|- | |- | ||
| Line 99: | Line 99: | ||
|- | |- | ||
|3:14 | |3:14 | ||
| − | || | + | || tail কমান্ডে head কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষৰ ১০টা লাইন প্ৰৰ্দশিত কৰে |
|- | |- | ||
|3:22 | |3:22 | ||
| − | || | + | || ট্যাৰমিনেলত ঘূৰি অাহিবলৈ ALT Tab প্ৰেচ কৰক |
|- | |- | ||
| Line 110: | Line 110: | ||
|- | |- | ||
|3:31 | |3:31 | ||
| − | ||ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, tail কমান্ড আৰু ফাইল নেমৰ মাজেৰে hyphen n5 অপ্শনৰ প্ৰয়োগকৰক | + | ||ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, tail কমান্ড আৰু ফাইল নেমৰ মাজেৰে hyphen n5 অপ্শনৰ প্ৰয়োগকৰক |
|- | |- | ||
|3:40 | |3:40 | ||
| − | || hyphen n5, আৰু এন্টাৰ কৰক | + | || hyphen n5, আৰু এন্টাৰ কৰক |
|- | |- | ||
| Line 122: | Line 122: | ||
|- | |- | ||
|3:50 | |3:50 | ||
| − | ||এটা লগ | + | ||এটা লগ ফাইলত চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে |
|- | |- | ||
|3:55 | |3:55 | ||
| − | || Auth dot log ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে | + | || Auth dot log ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে |
|- | |- | ||
|4:01 | |4:01 | ||
| − | || টেইল | + | || টেইল কমান্ডৰ ব্যৱহাৰকাৰীক অপ্চন হৈছে hyphen f অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা. |
|- | |- | ||
|4:09 | |4:09 | ||
| − | || | + | || যদি লগ ফাইলত এটা নতুন লগিন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব |
|- | |- | ||
|4:18 | |4:18 | ||
| − | || ট্যাৰ্মিৰেলত | + | || ট্যাৰ্মিৰেলত যাওক৷ |
|- | |- | ||
| 4:21 | | 4:21 | ||
| Line 152: | Line 152: | ||
|- | |- | ||
| 4:52 | | 4:52 | ||
| − | |যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ log ফাইলত tailলে শেষৰ লাইন পালন কৰে. | + | |যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ log ফাইলত tailলে শেষৰ লাইন পালন কৰে. |
|- | |- | ||
| 5:00 | | 5:00 | ||
| Line 161: | Line 161: | ||
|- | |- | ||
| 5:08 | | 5:08 | ||
| − | | অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন logৰ সৈতে যোৰা হৈছে . | + | | অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন logৰ সৈতে যোৰা হৈছে . |
|- | |- | ||
| 5:15 | | 5:15 | ||
| − | |তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে. | + | |তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে. |
|- | |- | ||
| 5:23 | | 5:23 | ||
| Line 176: | Line 176: | ||
|- | |- | ||
| 5:51 | | 5:51 | ||
| − | | আমি আগৰ উদাহৰনত খালি auth dot log | + | | আমি আগৰ উদাহৰনত খালি auth dot log ফাইল দেখিলো |
|- | |- | ||
| 5:57 | | 5:57 | ||
| Line 185: | Line 185: | ||
|- | |- | ||
| 6:12 | | 6:12 | ||
| − | | Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে. | + | | Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে. |
|- | |- | ||
| 6:23 | | 6:23 | ||
| − | | sort numbers dot txt, এইটোৱে আমাৰ numbers dot | + | | sort numbers dot txt, এইটোৱে আমাৰ numbers dot txt ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব |
|- | |- | ||
| 6:31 | | 6:31 | ||
| − | | মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১,আৰু | + | | মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১,আৰু ১২ নম্বৰটো ২ নম্বৰৰ আগত আহে. |
|- | |- | ||
| 6:43 | | 6:43 | ||
| − | | | + | | ইয়াৰ পৰা বাচিবলৈ অপছন ''hyphen n'''ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক |
|- | |- | ||
| 6:53 | | 6:53 | ||
| Line 203: | Line 203: | ||
|- | |- | ||
| 7:09 | | 7:09 | ||
| − | | এইটো ফাইলত কিছো বহুতো নম্বৰ অাছে যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক | + | | এইটো ফাইলত কিছো বহুতো নম্বৰ অাছে যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ '''hyphen u''' অনয় এটা অপছন যোৰক. |
|- | |- | ||
| 7:17 | | 7:17 | ||
| Line 209: | Line 209: | ||
|- | |- | ||
| 7:20 | | 7:20 | ||
| − | | Up Arrow | + | | Up Arrow |
|- | |- | ||
| 7:22 | | 7:22 | ||
| − | |'''U "'' এন্টাৰ কৰক, | + | |'''U "'' এন্টাৰ কৰক, |
|- | |- | ||
| 7:26 | | 7:26 | ||
| Line 218: | Line 218: | ||
|- | |- | ||
| 7:38 | | 7:38 | ||
| − | | | + | | এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে. |
|- | |- | ||
| 7:44 | | 7:44 | ||
| − | | ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে | + | | ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে |
|- | |- | ||
| 7:48 | | 7:48 | ||
| Line 227: | Line 227: | ||
|- | |- | ||
| 7:57 | | 7:57 | ||
| − | |সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম | + | |সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম |
|- | |- | ||
| 8:11 | | 8:11 | ||
| − | | | + | | ফাইলখনক marks dot txt ৰে চেভ কৰক, Saveত ক্লিক কৰক |
|- | |- | ||
| 8:21 | | 8:21 | ||
| − | | মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয় | + | | এই ফাইলত থকা বিশেষ আখৰবোৰ মন নকৰিব. মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয় |
|- | |- | ||
| 8:28 | | 8:28 | ||
| Line 239: | Line 239: | ||
|- | |- | ||
| 8:33 | | 8:33 | ||
| − | | marks dot txt | + | | marks dot txt ফাইলক বেলেগ এটা কলমৰ আধাৰত চৰ্ত কৰক. |
|- | |- | ||
| 8:40 | | 8:40 | ||
| Line 248: | Line 248: | ||
|- | |- | ||
| 8:53 | | 8:53 | ||
| − | |ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই | + | |ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই |
|- | |- | ||
| 9:02 | | 9:02 | ||
| − | |hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব | + | |hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব |
|- | |- | ||
| 9:14 | | 9:14 | ||
| Line 257: | Line 257: | ||
|- | |- | ||
| 9:20 | | 9:20 | ||
| − | |Cat marks dot txt | + | |Cat marks dot txt |
|- | |- | ||
| 9:24 | | 9:24 | ||
| − | |এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো | + | |এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো |
|- | |- | ||
| 9:43 | | 9:43 | ||
| − | |Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয় | + | |Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয় |
|- | |- | ||
| 9:51 | | 9:51 | ||
| − | |ব'লক marks dot txt কিছো নাম উলাও | + | |ব'লক marks dot txt কিছো নাম উলাও |
|- | |- | ||
| 9:55 | | 9:55 | ||
| − | | | + | |টাৰ্মিনেল যাও ALT + Tab |
|- | |- | ||
| 9:58 | | 9:58 | ||
| Line 281: | Line 281: | ||
|- | |- | ||
|10:31 | |10:31 | ||
| − | |Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব. | + | |Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব. |
|- | |- | ||
|10:36 | |10:36 | ||
| Line 290: | Line 290: | ||
|- | |- | ||
|10:43 | |10:43 | ||
| − | |Paste numbers dot txt marks dot txt আৰু এন্টাৰ টিপক | + | |Paste numbers dot txt marks dot txt আৰু এন্টাৰ টিপক |
|- | |- | ||
|10:50 | |10:50 | ||
| − | |এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে. | + | |এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে. |
|- | |- | ||
|10:57 | |10:57 | ||
| Line 302: | Line 302: | ||
|- | |- | ||
| 11:08 | | 11:08 | ||
| − | | Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ | + | | Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক |
|- | |- | ||
| 11:18 | | 11:18 | ||
| − | | Cat concatfile dot txt | + | | Cat concatfile dot txt |
|- | |- | ||
| 11:22 | | 11:22 | ||
| Line 311: | Line 311: | ||
|- | |- | ||
| 11:25 | | 11:25 | ||
| − | | | + | | যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s'' অপছনৰ প্ৰয়োগ কৰিব পাৰো |
|- | |- | ||
| 11:34 | | 11:34 | ||
| − | | paste hyphen s | + | | paste hyphen s |
|- | |- | ||
|11:39 | |11:39 | ||
| − | |numbers dot txt | + | |numbers dot txt |
|- | |- | ||
| 11:43 | | 11:43 | ||
| Line 326: | Line 326: | ||
|- | |- | ||
|11:49 | |11:49 | ||
| − | |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত | + | |ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
|- | |- | ||
| − | | 11:55 | + | | 11:55 |
| অধিক জানিবলৈ এই লিঙ্ক টো অনুসৰন কৰক. | | অধিক জানিবলৈ এই লিঙ্ক টো অনুসৰন কৰক. | ||
|- | |- | ||
Latest revision as of 12:17, 8 September 2014
| Visual Cue | Narration |
|---|---|
| 0:00 | নমস্কাৰ দৰ্শক সকল. স্পকেন টিউটোৰিয়েলৰ লিনক্সৰ সৈতে চিমপল ফিলটাৰ্চলৈ আপোনালোকৰলৈ স্ৱাগতম |
| 0:08 | আমি ইয়াত শিকিম head, Tail, sort, cut আৰু paste. |
| 0:17 | ই সকলোবুৰ হৈছে কমান্দ লাইন টেক্চত ম্যানিপুলেশন টুল্চ. |
| 0:22 | আপোনি যদি টার্মিনেলত এট hash (#) চিহ্ন দেখে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ ৰুত বনাব লাগিব |
| 0:29 | sudo su or su root, আপোনি যদি টাৰ্মিনেলত ডলাৰ চিহ্ন এটা দেখে তেনেহলে আপোনি সেই কম্মান্দবোৰ দেখোৱাবলৈ এজন সাধাৰন বয়ৱহাৰকাৰী হব লাগিব. |
| 0:38 | মই ধৰিলৈচো যে আপোনি এটা দিফল্ত ইনস্টলেশন কৰি থৈছে আৰু পাথবুৰ সলনি কৰা নাই যত ফাইলবুৰ ছেভ হয় |
| 0:46 | মই উবুন্টু 10.10 ব্যবহাৰ কৰিছু |
| 0:51 | এইটু মডিউলৰ কাৰনে আপোনি মাউস তথা কীবোর্ডৰ প্ৰয়োগ কৰা আৰু ৱিন্দো মেকচিমাইজ তথা মিনিমাইজ বটনৰ প্ৰয়োগ কৰা জনা উছিত হয় |
| 1:02 | এই ফাইলটুৰ প্ৰথম দচতা লাইন প্ৰৰ্দশিত কৰিবলৈ আমি Head কমান্দ ব্যবহাৰ কৰো আৰু তাৰ পিছত ascii ফাইল নাম দিও |
| 1:10 | আহক আমি এটা ফাইল বনাও, মই এইতো ব্যবহাৰকাৰি ৰুপট দেখোৱাবলৈ ESC (escape) টিপু |
| 1:17 | Applications > Accessories > Text Editor লৈ যাও |
| 1:24 | কম সময়ৰ কাৰনে মোৰ উচৰত এই নম্বৰবুৰ আগৰে পৰাই এটা ফাইলত আছিলে |
| 1:30 | জাক আমি কপি আৰু পেচ্ত কৰিম |
| 1:38 | ফাইলত হিত কৰক চেভ কৰক |
| 1:41 | ফাইলত numbers dot txt নামেৰে নাম দিয়ক আৰু saveত ক্লিক কৰক |
| 1:48 | এইতু ফাইল এতিয়া বন্ধ কৰক |
| 1:53 | এতিয়া Applications > Accessories > আৰু Terminalত যাওক |
| 2:01 | এতিয়া চাবলৈ চেছ্তা কৰক যে যুনতু ফাইল অামি বণাই থৈছিলু হেতু ফাইল আমি চাব পাৰু |
| 2:05 | ls টাইপ কৰক আৰু এন্তাৰ টিপক |
| 2:09 | আমি ইয়াত যি কৰিলু হেইতুৰে আমাৰ home দাইৰেকতোৰিট সকলু ফাইল্ছ আৰু ফোল্দাৰ দেখুৱা হব |
| 2:15 | আমি যুন্তু ফাইল বনাইছো সেইখিনিৰ কনটেন্টচ পহিবলৈ কেট(cat) কমান্দৰ প্ৰয়ুগ কৰিব পাৰে |
| 2:21 | Cat n-u-m ফাইল নেমটু autofill মানে নিজে নিজে আনিবলৈ tabত টিপক আৰু এন্টাৰ টিপক |
| 2:29 | বলক এনেকৈৱে head কমান্ডৰে কৰো |
| 2:33 | head numbers dot txt, আৰু এন্টাৰ টিপক |
| 2:39 | এতিয়া প্ৰথম ১০ টা লাইন প্ৰৰ্দশিত হৈছ |
| 2:43 | যদি আমি প্ৰথম ৫টা লাইন দেখিব বিচাৰো তেন্তে head কমান্ড তথা ফাইলৰ মাজেৰে hyphen n5 অপচনৰ প্ৰয়োগ কৰক |
| 2:52 | আপ এৰো hyphen n5 টিপক আৰু এন্টাৰ প্ৰেচ কৰক |
| 2:58 | এতিয়া খালি প্ৰথম ৫টা লাইন প্ৰৰ্দশিত হৈছে |
| 3:02 | প্ৰেজেন্টেচনলৈ উভতি আহক |
| 3:08 | F5 |
| 3:14 | tail কমান্ডে head কমান্ডৰ বিপৰিত কাম কৰে. এইটো দিফল্ট ৰুপেৰে শেষৰ ১০টা লাইন প্ৰৰ্দশিত কৰে |
| 3:22 | ট্যাৰমিনেলত ঘূৰি অাহিবলৈ ALT Tab প্ৰেচ কৰক |
| 3:27 | tail numbers dot txt |
| 3:31 | ঘদি আপোনি শেষৰ ৫টা লাইন চাব বিচাৰে, tail কমান্ড আৰু ফাইল নেমৰ মাজেৰে hyphen n5 অপ্শনৰ প্ৰয়োগকৰক |
| 3:40 | hyphen n5, আৰু এন্টাৰ কৰক |
| 3:45 | স্লাইডলৈ ঘূৰি ব'লক |
| 3:50 | এটা লগ ফাইলত চ্যিচটেমত হোৱা ইভেন্ট আৰু কাৰ্য়ক্ৰম থাকে |
| 3:55 | Auth dot log ফাইল যোনে লগইন আৰু লগআউত কৰে তাৰ লগ ভালকে বনাই ৰাখে |
| 4:01 | টেইল কমান্ডৰ ব্যৱহাৰকাৰীক অপ্চন হৈছে hyphen f অপ্চনৰ প্ৰয়োগ কৰি লগ ফাইলৰ টেইলৰ অনুসৰন কৰা. |
| 4:09 | যদি লগ ফাইলত এটা নতুন লগিন ঘোৰা হয়, তেন্তে টেল কমান্ডে তাক শেষৰ লাইন মানিব. আৰু দিফল্ট ৰুপে ইয়াৰ উপৰত ১০টা লাইন দেখোৱাব |
| 4:18 | ট্যাৰ্মিৰেলত যাওক৷ |
| 4:21 | tail hyphen f forward slash var slash log slash auth dot log |
| 4:31 | এইটো টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক |
| 4:39 | ব'লক আৰু এটা টাৰ্মিনেল খোলো, Application- > Accessories - > Terminal. |
| 4:46 | টাৰ্মিনেলৰ চাইজ সলনি কৰা হওক |
| 4:52 | যাতে আপোনাক দেখোৱাব পৰো যে এখন স্ক্ৰীনত কেনেকৈ log ফাইলত tailলে শেষৰ লাইন পালন কৰে. |
| 5:00 | নিজে নিজে su ৰুপত চেস্টা কৰক, এন্টাৰ টিপক. |
| 5:05 | কিছো ভোল পাচবৰ্দ দিয়ক আৰু এন্টাৰ প্ৰেচ কৰক |
| 5:08 | অাপোনি দেখিব যে টাৰ্মিনেলত tail যি ৰান হৈ আছে , এটা নতুন logৰ সৈতে যোৰা হৈছে . |
| 5:15 | তাৰিখ আৰু সময় নিৰ্দিস্ট কৰে যে কেতিয়া authentication মানে প্ৰমানিকৰন বিভল হৈছে. |
| 5:23 | date টাইপ কৰক , চিচ্টেমৰ দেট তথা টাইমক চাবলৈ এন্টাৰ টিপক. |
| 5:32 | এইটো টাৰ্মিনেল বন্ধ কৰিবলৈ Exit টাইপ কৰক . |
| 5:36 | ৰানিঙ tail কম্মান্দক বন্ধ কৰিবলৈ CTRL C প্ৰেচ কৰক আৰু স্ক্ৰীন খন মেকচিমাইজ (maximize) কৰক. |
| 5:51 | আমি আগৰ উদাহৰনত খালি auth dot log ফাইল দেখিলো |
| 5:57 | এই লগ ফাইলবোৰ লিনাক্সত প্ৰায়ে বয়বহাৰ কৰা হয় |
| 6:01 | যদি কোনো সমচয়া আছে তেনেহলে লিনাক্চ চিচ্টেম এদমিনিচত্ৰেটৰ তেখেতলোকৰ মেছিনক ট্ৰাবলছোট (troubleshoot) কৰি এই লগ ফাইলৰ বিষয়ে আধিক জানিবলৈ চাব |
| 6:12 | Sort কম্মান্দে নামেৰে বুজিব পাৰি যে এখন ফাইলক আমাৰ কাৰনে দুয়োটা আৰোহি তথা অবৰোহি ক্ৰমত চৰ্ত কৰিব পাৰে. |
| 6:23 | sort numbers dot txt, এইটোৱে আমাৰ numbers dot txt ফাইলক আৰোহি প্ৰকাৰত ক্ৰম বদ্ধ কৰিব |
| 6:31 | মন কৰিব যে কিছো বেলেগ ধৰনৰ. চৰ্ত কৰা সময়ত চৰ্তে খালি প্ৰথম আখৰটো দেখে,সেয়ে কাৰনে ১০, ১১,আৰু ১২ নম্বৰটো ২ নম্বৰৰ আগত আহে. |
| 6:43 | ইয়াৰ পৰা বাচিবলৈ অপছন hyphen n'ক যোৰগ আৰু এন্টাৰ প্ৰেছ কৰক |
| 6:53 | এতিয়া চৰ্তে চৰ্ত কৰিবলৈ পূৰা নম্বৰটো দেখা পাই. |
| 6:58 | number dot txt ক উলোটা ক্ৰমত চৰ্ত কৰিবলৈ অপছন hyphen rক যোৰক |
| 7:09 | এইটো ফাইলত কিছো বহুতো নম্বৰ অাছে যি পূণৰ আহে বিশিস্ঠ নম্বৰবোৰক উলাবলৈ hyphen u অনয় এটা অপছন যোৰক. |
| 7:17 | টাৰ্মিনেল লৈ যাওক |
| 7:20 | Up Arrow |
| 7:22 | 'U " এন্টাৰ কৰক, |
| 7:26 | আগতে দোবাৰ ২ দেখোৱাইছিল এতিয়া খালি এবাৰ ২ দেখোৱাইছে |
| 7:38 | এতিয়া আমি চাম যে কিছো কলমৰ আধাৰত কেনেকৈ এটা ফাইল চৰ্ত কৰিব পাৰে. |
| 7:44 | ব'লক এটা ফাইল বনাও আৰু কি ইন কৰক যেনেকৈ কোৱা হৈছে |
| 7:48 | Applications > Accessories > Text Editorত যাওক |
| 7:57 | সময় বচাব কাৰনে আগৰে পৰা এখন বেলেগ ফাইলত দেটা অাছে যাৰ পৰা মই কপি আৰু পেস্ট কৰিম, CTRL+C; CTRL+V কৰিম |
| 8:11 | ফাইলখনক marks dot txt ৰে চেভ কৰক, Saveত ক্লিক কৰক |
| 8:21 | এই ফাইলত থকা বিশেষ আখৰবোৰ মন নকৰিব. মই নিবিচাৰো যে কোনেও মোক কম মাৰ্ক্স দিয়াৰ কাৰনে মোক কিবা কয় |
| 8:28 | এইটো ফাইলক বন্ধ কৰক |
| 8:33 | marks dot txt ফাইলক বেলেগ এটা কলমৰ আধাৰত চৰ্ত কৰক. |
| 8:40 | টাৰ্মিনেলত যাওক |
| 8:42 | sort স্পেচ marks dot txt স্পেচ hyphen t স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ. |
| 8:53 | ইয়াত hyphen t delimiter হয় আৰু কোট্চ বোৰৰ মাজত স্পেচ দেখোৱই |
| 9:02 | hyphen k2 দ্বীতিয় কলমৰ কাৰনে হয় যত চৰ্ত প্ৰৰ্দশিত হব |
| 9:14 | এন্টাৰ প্ৰেচ কৰক |
| 9:20 | Cat marks dot txt |
| 9:24 | এইটো অৰিজিনেল (original)ফাইল হয়, যদি আপোনি দেখে যে Avir উপৰত গুচি গৈছে আৰু Bala তলত আহি গৈছে যি অামি দ্বীতিয় কলমৰ আধাৰত চৰ্ত কৰিছিলো |
| 9:43 | Cut কম্মান্দৰ প্ৰয়োগ এটা ফাইলৰ পৰা কিছো তথয় অতৰুৱাবলৈ কৰা হয় |
| 9:51 | ব'লক marks dot txt কিছো নাম উলাও |
| 9:55 | টাৰ্মিনেল যাও ALT + Tab |
| 9:58 | cut স্পেচ marks dot txt স্পেচ hyphen d স্পেচ উৰ্দ্ধকমা খোলক স্পেচ উৰ্দ্ধকমা বন্ধ কৰক স্পেচ. |
| 10:08 | এইটো cut কম্মান্দত d এটা delimiter হয় আৰু কোট্চবোৰৰ মাজত থকা স্পেচখিনিত delimiter বোলা হয়. |
| 10:20 | hyphen f2 দ্ৱীতিয় কলমৰ কাৰনে. এন্টাৰ প্ৰেচ কৰক |
| 10:31 | Paste কম্মান্দে ফাইলৰবোৰৰ সকলো লাইনবোৰ মাৰ্জ কৰি যোৰাব. |
| 10:36 | এতিয়া numbers dot txt তথা marks dot txt দুইখনৰে ফাইল প্ৰয়োগ কৰিম |
| 10:41 | টাৰ্মিনেল লৈ যাওক |
| 10:43 | Paste numbers dot txt marks dot txt আৰু এন্টাৰ টিপক |
| 10:50 | এতিয়া marks dot txt ৰ প্ৰথম লাইন আৰু numbers dot txt প্ৰথম লাইনবোৰ যোৰা হৈছে. |
| 10:57 | concatefile dot txt নামৰ ফাইলত পুনৰ নিৰ্দিস্ট কৰিবলৈ আমি ৰিদাইৰেক্ট (redirect) কিৰ প্ৰয়োগ কৰিব পাৰো |
| 11:06 | টাৰ্মিনেলত যাওক |
| 11:08 | Up arrow টিপক. ৰিদাইৰেক্ট কি (redirect key)ত টিপক যি concatfile dot txt চিহ্নতকৈ ডাঙৰ হয় . এন্টাৰ প্ৰেচ কৰক |
| 11:18 | Cat concatfile dot txt |
| 11:22 | এতিয়া স্লাইদলৈ যাও |
| 11:25 | যদি আমি নম্বৰবোৰক ক্ৰমানুসাৰে টেব চিহ্ন দ্ৱাৰা প্ৰীন্ট কৰিবলৈ পেস্ট বিচাৰো, তেনেহলে আমি 'hyphen s অপছনৰ প্ৰয়োগ কৰিব পাৰো |
| 11:34 | paste hyphen s |
| 11:39 | numbers dot txt |
| 11:43 | স্লাইদলৈ যাও |
| 11:45 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 11:49 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 11:55 | অধিক জানিবলৈ এই লিঙ্ক টো অনুসৰন কৰক. |
| 11:59 | এই পাঠটি অৰুন পাঠকৰ দ্ৱৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . |