Difference between revisions of "LibreOffice-Suite-Base/C3/Create-Subforms/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by the same user not shown)
Line 1: Line 1:
 
+
{| border=1
{| style="border-spacing:0;"
+
|'''Time'''
| style="border-top:0.1pt double #808080;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| '''Time'''
+
|'''Narration'''
| style="border:0.1pt double #808080;padding:0.049cm;"| '''Narration'''
+
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:00
+
| 00:00
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম।
+
| লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:04
+
| 00:04
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই টিউটৰিয়েলত আমি শিকিম:
+
| এই টিউটৰিয়েলত আমি শিকিম:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:07
+
| 00:07
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| চাবফৰ্ম কেনেকৈ তৈয়াৰ কৰা হয়।
+
| চাবফৰ্ম কেনেকৈ তৈয়াৰ কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:09
+
| 00:09
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লৈ আমি আগবাঢ়িম।
+
| ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লৈ আমি আগবাঢ়িম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:15
+
| 00:15
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু আমি এই বিষয়টো বিবেচনা কৰিম:
+
| আৰু আমি এই বিষয়টো বিবেচনা কৰিম:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:18
+
| 00:18
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকা আমি কেনেকৈ কৰিম?
+
| লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকা আমি কেনেকৈ কৰিম?
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:22
+
| 00:22
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু প্ৰত্যেক সদস্যৰ বাবে, এতিয়াও ঘূৰাই নিদিয়া কিতাপবোৰ মাথোন আমি কেনেকৈ দেখা পাম?
+
| আৰু প্ৰত্যেক সদস্যৰ বাবে, এতিয়াও ঘূৰাই নিদিয়া কিতাপবোৰ মাথোন আমি কেনেকৈ দেখা পাম?
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:31
+
| 00:31
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এটা উপায় হৈছে লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকাৰে এখন ফৰ্ম তৈয়াৰ কৰা
+
| এটা উপায় হৈছে লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকাৰে এখন ফৰ্ম তৈয়াৰ কৰা
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:36
+
| 00:36
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু তাৰপিছত ইয়াৰ অধীনত সদস্যসকলে ঘূৰাই নিদিয়া কিতাপৰ তালিকাৰে এখন চাবফৰ্ম তৈয়াৰ কৰা।
+
| আৰু তাৰপিছত ইয়াৰ অধীনত সদস্যসকলে ঘূৰাই নিদিয়া কিতাপৰ তালিকাৰে এখন চাবফৰ্ম তৈয়াৰ কৰা
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:44
+
| 00:44
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এবাৰ এই ফৰ্মখন ডিজাইন কৰাৰ পিছত ফৰ্মখন আমি আপডেট কৰিব পাৰিম।
+
| এবাৰ এই ফৰ্মখন ডিজাইন কৰাৰ পিছত ফৰ্মখন আমি আপডেট কৰিব পাৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:49
+
| 00:49
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| উদাহৰণ হিচাপে, যেতিয়া এজন সদস্যই এখন কিতাপ ঘূৰাই দিয়ে, তেতিয়া আমি এই তথ্যটো আপডেট কৰিব পাৰিম।
+
| উদাহৰণ হিচাপে, যেতিয়া এজন সদস্যই এখন কিতাপ ঘূৰাই দিয়ে, তেতিয়া আমি এই তথ্যটো আপডেট কৰিব পাৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 00:55
+
| 00:55
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এয়া হৈছে আমি ডিজাইন কৰিবলগীয়া ফৰ্মৰ এটা চেম্পল স্ক্ৰীনশ্বট।
+
| আৰু এয়া হৈছে আমি ডিজাইন কৰিবলগীয়া ফৰ্মৰ এটা চেম্পল স্ক্ৰীনশ্বট
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:01
+
| 01:01
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে তলৰফালে ইয়াত এখন চাবফৰ্মও দেখুৱাইছে।
+
| লক্ষ্য কৰক যে তলৰফালে ইয়াত এখন চাবফৰ্মও দেখুৱাইছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:06
+
| 01:06
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক।
+
| আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:09
+
| 01:09
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমাৰ আগৰ টিউটৰিয়েলত আমি History of Books Issued to Members কুৱেৰিটো তৈয়াৰ কৰিছিলো।
+
| আমাৰ আগৰ টিউটৰিয়েলত আমি History of Books Issued to Members কুৱেৰিটো তৈয়াৰ কৰিছিলো
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:17
+
| 01:17
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া আমি এই কুৱেৰিটো আৰু সদস্যৰ টেবুল আমাৰ নতুন ফৰ্ম তৈয়াৰ কৰিবলৈ ভেটি হিচাপে ব্যৱহাৰ কৰিম।
+
| এতিয়া আমি এই কুৱেৰিটো আৰু সদস্যৰ টেবুল আমাৰ নতুন ফৰ্ম তৈয়াৰ কৰিবলৈ ভেটি হিচাপে ব্যৱহাৰ কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:25
+
| 01:25
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| প্ৰথমতে এই কুৱেৰিটো কুৱেৰি নেমত ৰাইট ক্লিক কৰি কপি কৰা যাওক আৰু তাৰপিছত পেষ্টত ক্লিক কৰা যাওক।
+
| প্ৰথমতে এই কুৱেৰিটো কুৱেৰি নেমত ৰাইট ক্লিক কৰি কপি কৰা যাওক আৰু তাৰপিছত পেষ্টত ক্লিক কৰা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:34
+
| 01:34
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কুৱেৰি নেমৰ পপআপ উইণ্ড’ত Books Not Returned বুলি এটা নতুন নাম টাইপ কৰক।
+
| কুৱেৰি নেমৰ পপআপ উইণ্ড’ত Books Not Returned বুলি এটা নতুন নাম টাইপ কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:42
+
| 01:42
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া Books Not Returned কুৱেৰিটো এডিট মোডত খোলক।
+
| এতিয়া Books Not Returned কুৱেৰিটো এডিট মোডত খোলক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:48
+
| 01:48
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কুৱেৰি ডিজাইন উইণ্ড’ত কেৱল ঘূৰাই নিদিয়া কিতাপবোৰ দেখুৱাবৰ বাবে আমি এটা মানদণ্ড (criterion) যোগ দিম।
+
| কুৱেৰি ডিজাইন উইণ্ড’ত কেৱল ঘূৰাই নিদিয়া কিতাপবোৰ দেখুৱাবৰ বাবে আমি এটা মানদণ্ড (criterion) যোগ দিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 01:58
+
| 01:58
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ বাবে CheckedIn-ইয়াৰ অধীনৰ Criterion কলমত equals 0 টাইপ কৰক।
+
| ইয়াৰ বাবে CheckedIn-ইয়াৰ অধীনৰ Criterion কলমত equals 0 টাইপ কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:06
+
| 02:06
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এণ্টাৰ টিপক।
+
| আৰু এণ্টাৰ টিপক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:09
+
| 02:09
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া কুৱেৰিটো চেভ কৰক আৰু উইণ্ড’খন বন্ধ কৰক।
+
| এতিয়া কুৱেৰিটো চেভ কৰক আৰু উইণ্ড’খন বন্ধ কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:13
+
| 02:13
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| প্ৰধান বেছ উইণ্ড’ৰ বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰক।
+
| প্ৰধান বেছ উইণ্ড’ৰ বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:20
+
| 02:20
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু তাৰপিছত Use Wizard to create Form অপশ্যনত ক্লিক কৰক।
+
| আৰু তাৰপিছত Use Wizard to create Form অপশ্যনত ক্লিক কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:25
+
| 02:25
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া আমি চিনাকি ফৰ্ম উইজাৰ্ড দেখা পাইছোঁ।
+
| এতিয়া আমি চিনাকি ফৰ্ম উইজাৰ্ড দেখা পাইছোঁ
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:28
+
| 02:28
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমাৰ ফৰ্ম তৈয়াৰ কৰিবলৈ বাওঁফালৰ আঠটা ধাপৰ মাজেৰে আমি আগবাঢ়িম।
+
| আমাৰ ফৰ্ম তৈয়াৰ কৰিবলৈ বাওঁফালৰ আঠটা ধাপৰ মাজেৰে আমি আগবাঢ়িম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:34
+
| 02:34
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ১ নম্বৰ ধাপৰ ফিল্ড চিলেকশ্যনত Table: Members বাছনি কৰক।
+
| ১ নম্বৰ ধাপৰ ফিল্ড চিলেকশ্যনত Table: Members বাছনি কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:40
+
| 02:40
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| তাৰপিছত সকলোবোৰ ফিল্ড আমি সোঁফাললৈ লৈ যাম।
+
| তাৰপিছত সকলোবোৰ ফিল্ড আমি সোঁফাললৈ লৈ যাম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:46
+
| 02:46
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু নেক্সট্ বাটনত ক্লিক কৰিম।
+
| আৰু নেক্সট্ বাটনত ক্লিক কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:49
+
| 02:49
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আমি ২ নম্বৰ ধাপত উপনীত হ’লো— set up a subform।
+
| আমি ২ নম্বৰ ধাপত উপনীত হ’লো— set up a subform
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:54
+
| 02:54
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে ইয়াত Add subform চ্চেকবক্সত চ্চেক দিম
+
| গতিকে ইয়াত Add subform চ্চেকবক্সত চ্চেক দিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 02:59
+
| 02:59
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ‘Subform based on manual selection of fields’ অপশ্যনত ক্লিক কৰিম।
+
| আৰু ‘Subform based on manual selection of fields’ অপশ্যনত ক্লিক কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:07
+
| 03:07
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৩ নম্বৰ ধাপলৈ যোৱা যাওক— Add subform fields.
+
| ৩ নম্বৰ ধাপলৈ যোৱা যাওক— Add subform fields.
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:11
+
| 03:11
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত আমি অলপ আগতে ডিজাইন কৰা আমাৰ নতুন কুৱেৰিটো কল কৰিম।
+
| ইয়াত আমি অলপ আগতে ডিজাইন কৰা আমাৰ নতুন কুৱেৰিটো কল কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:18
+
| 03:18
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে টেবুল বা কুৱেৰিজ ড্ৰপডাউনৰ পৰা Query: Book Not Returned বাছনি কৰক।
+
| গতিকে টেবুল বা কুৱেৰিজ ড্ৰপডাউনৰ পৰা Query: Book Not Returned বাছনি কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:26
+
| 03:26
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু স্ক্ৰীনত দেখুওৱাৰ দৰে উপলব্ধ তালিকাৰ পৰা নিৰ্বাচিত ফিল্ডবোৰ সোঁফাললৈ লৈ যাম।
+
| আৰু স্ক্ৰীনত দেখুওৱাৰ দৰে উপলব্ধ তালিকাৰ পৰা নিৰ্বাচিত ফিল্ডবোৰ সোঁফাললৈ লৈ যাম
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:37
+
| 03:37
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নেক্সটত ক্লিক কৰক।
+
| Nextত ক্লিক কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:39
+
| 03:39
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৪ নম্বৰ ধাপ— Get joined fields.
+
| ৪ নম্বৰ ধাপ— Get joined fields.
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:43
+
| 03:43
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত আমি ওপৰৰ দুখন ড্ৰপডাউনৰ পৰা MemberId ফিল্ড বাছনি কৰিম, যিহেতু এইটোৱেই হৈছে একমাত্ৰ সম্পৰ্কিত ফিল্ড।
+
| ইয়াত আমি ওপৰৰ দুখন ড্ৰপডাউনৰ পৰা MemberId ফিল্ড বাছনি কৰিম, যিহেতু এইটোৱেই হৈছে একমাত্ৰ সম্পৰ্কিত ফিল্ড
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:53
+
| 03:53
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু নেক্সট বাটনত ক্লিক কৰক।
+
| আৰু Next বাটনত ক্লিক কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 03:57
+
| 03:57
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৫ নম্বৰ ধাপ—Arrange Controls.
+
| ৫ নম্বৰ ধাপ—Arrange Controls.
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:00
+
| 04:00
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত আমি তৃতীয়টো অপশ্যন বাছনি কৰিম, ফৰ্ম আৰু চাবফৰ্ম দুয়োটাৰে বাবে ডাটা শ্বিট।
+
| ইয়াত আমি তৃতীয়টো অপশ্যন বাছনি কৰিম, ফৰ্ম আৰু চাবফৰ্ম দুয়োটাৰে বাবে ডাটা শ্বিট
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:08
+
| 04:08
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নেক্সট্ বাটনত ক্লিক কৰক।
+
| Next বাটনত ক্লিক কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:11
+
| 04:11
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৬ নম্বৰ ধাপ—set data entry.
+
| ৬ নম্বৰ ধাপ—set data entry.
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:15
+
| 04:15
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত আমি অপশ্যনবোৰ থকা ধৰণৰেই এৰি দিম আৰু নেক্সট্ বাটনত ক্লিক কৰিম।
+
| ইয়াত আমি অপশ্যনবোৰ থকা ধৰণৰেই এৰি দিম আৰু নেক্সট্ বাটনত ক্লিক কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:22
+
| 04:22
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৭ নম্বৰ ধাপ— Apply styles.
+
| ৭ নম্বৰ ধাপ— Apply styles.
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:26
+
| 04:26
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ফৰ্মৰ বেকগ্ৰাউণ্ড হিচাপে গ্ৰে’ বাছনি কৰিম
+
| ফৰ্মৰ বেকগ্ৰাউণ্ড হিচাপে গ্ৰে’ বাছনি কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:29
+
| 04:29
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু অন্তিম ধাপলৈ আগবাঢ়িম।
+
| আৰু অন্তিম ধাপলৈ আগবাঢ়িম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:32
+
| 04:32
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ৮ নম্বৰ ধাপ— set name।
+
| ৮ নম্বৰ ধাপ— set name
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:36
+
| 04:36
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত Members Who Need to Return Books বুলি আমাৰ ফৰ্মৰ এটা বৰ্ণনাত্মক নাম দিম
+
| ইয়াত Members Who Need to Return Books বুলি আমাৰ ফৰ্মৰ এটা বৰ্ণনাত্মক নাম দিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:45
+
| 04:45
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু মডিফাই ফৰ্ম অপশ্যনত ক্লিক কৰিম, যিহেতু আমি আমাৰ ফৰ্মত আৰু কিছু সালসলনি কৰিম।
+
| আৰু মডিফাই ফৰ্ম অপশ্যনত ক্লিক কৰিম, যিহেতু আমি আমাৰ ফৰ্মত আৰু কিছু সালসলনি কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:53
+
| 04:53
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া ফিনিশ্ব্ বাটনত ক্লিক কৰক।
+
| এতিয়া ফিনিশ্ব্ বাটনত ক্লিক কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 04:56
+
| 04:56
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে ফৰ্ম ডিজাইন উইণ্ড’ত দুটা টেবুলাৰ ডাটা শ্বিট এৰিয়া আছে।
+
| লক্ষ্য কৰক যে ফৰ্ম ডিজাইন উইণ্ড’ত দুটা টেবুলাৰ ডাটা শ্বিট এৰিয়া আছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:04
+
| 05:04
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ওপৰটোক কোৱা হয় ফৰ্ম আৰু তলত থকাটোক কোৱা হয় চাবফৰ্ম।
+
| ওপৰটোক কোৱা হয় ফৰ্ম আৰু তলত থকাটোক কোৱা হয় চাবফৰ্ম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:11
+
| 05:11
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া ফৰ্মৰ ওপৰত এটা লেবেল যোগ দিয়া হওক।
+
| এতিয়া ফৰ্মৰ ওপৰত এটা লেবেল যোগ দিয়া হওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:15
+
| 05:15
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ওপৰত থকা ফৰ্ম কণ্ট্ৰলচ্ টুলবাৰৰ লেবেল আইকনত ক্লিক কৰিম আৰু ইয়াক ফৰ্মখনত ড্ৰ (draw) কৰিম।
+
| ওপৰত থকা ফৰ্ম কণ্ট্ৰলচ্ টুলবাৰৰ লেবেল আইকনত ক্লিক কৰিম আৰু ইয়াক ফৰ্মখনত ড্ৰ (draw) কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:25
+
| 05:25
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লেবেলত ডবল ক্লিক কৰিলে ইয়াৰ প্ৰপাৰ্টি দেখা পোৱা যায়।
+
| লেবেলত ডবল ক্লিক কৰিলে ইয়াৰ প্ৰপাৰ্টি দেখা পোৱা যায়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:31
+
| 05:31
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত লেবেলৰ বিপৰীতে Members of the Library বুলি টাইপ কৰিম
+
| ইয়াত লেবেলৰ বিপৰীতে Members of the Library বুলি টাইপ কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:37
+
| 05:37
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ফণ্টৰ ষ্টাইল এৰিয়েল, ব’ল্ড আৰু চাইজ 12 কৰিম।
+
| আৰু ফণ্টৰ ষ্টাইল এৰিয়েল, ব’ল্ড আৰু চাইজ 12 কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:47
+
| 05:47
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| একেদৰে, স্ক্ৰীনত দেখুওৱা ধৰণে চাবফৰ্মৰ ওপৰত এটা দ্বিতীয় লেবেল যোগ দিয়া যাওক
+
| একেদৰে, স্ক্ৰীনত দেখুওৱা ধৰণে চাবফৰ্মৰ ওপৰত এটা দ্বিতীয় লেবেল যোগ দিয়া যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 05:55
+
| 05:55
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ইয়াক ‘List of Books to be returned by the member’ বুলি নামকৰণ কৰা যাওক।
+
| আৰু ইয়াক ‘List of Books to be returned by the member’ বুলি নামকৰণ কৰা যাওক
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:00
+
| 06:00
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ পিছত স্ক্ৰীনত দেখুওৱা ধৰণে ফৰ্মৰ দৈৰ্ঘ্য চুটি কৰা যাওক
+
| ইয়াৰ পিছত স্ক্ৰীনত দেখুওৱা ধৰণে ফৰ্মৰ দৈৰ্ঘ্য চুটি কৰা যাওক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:07
+
| 06:07
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু তাৰপিছত ফৰ্মৰ নেম ফিল্ডৰ দৈৰ্ঘ্য বঢ়াই দিয়া যাওক।
+
| আৰু তাৰপিছত ফৰ্মৰ নেম ফিল্ডৰ দৈৰ্ঘ্য বঢ়াই দিয়া যাওক
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:13
+
| 06:13
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| একেদৰে চাবফৰ্মত বুক টাইটেল ফিল্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা যাওক।
+
| একেদৰে চাবফৰ্মত বুক টাইটেল ফিল্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা যাওক
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:21
+
| 06:21
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াত ফণ্ট এৰিয়েল, বল্ড আৰু চাইজ ৮-অলৈ সলনি কৰক।
+
| ইয়াত ফণ্ট এৰিয়েল, বল্ড আৰু চাইজ ৮-অলৈ সলনি কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:28
+
| 06:28
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু ফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ white আৰু চাবফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ blue 8-অলৈ সলনি কৰক।
+
| আৰু ফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ white আৰু চাবফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ blue 8-অলৈ সলনি কৰক
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:37
+
| 06:37
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াৰ পিছত MemberId কলমটোত ৰাইট ক্লিক কৰি হাইড কলম অপশ্যন বাছনি কৰি ইয়াক হাইড কৰিম।
+
| ইয়াৰ পিছত MemberId কলমটোত ৰাইট ক্লিক কৰি হাইড কলম অপশ্যন বাছনি কৰি ইয়াক হাইড কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:47
+
| 06:47
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সকলোখিনি হৈ গৈছে। গতিকে এতিয়া ফৰ্ম ডিজাইনটো চেভ কৰিম আৰু ইয়াক টেষ্ট কৰিম।
+
| সকলোখিনি হৈ গৈছে  গতিকে এতিয়া ফৰ্ম ডিজাইনটো চেভ কৰিম আৰু ইয়াক টেষ্ট কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 06:54
+
| 06:54
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| প্ৰধান বেছ উইণ্ড’ত ‘Members Who Need to Return Books’ ফৰ্মত ডবল ক্লিক কৰি ইয়াক খোলিম।
+
| প্ৰধান বেছ উইণ্ড’ত ‘Members Who Need to Return Books’ ফৰ্মত ডবল ক্লিক কৰি ইয়াক খোলিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:03
+
| 07:03
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ফৰ্মখন প্ৰদৰ্শিত হৈছে।
+
| ফৰ্মখন প্ৰদৰ্শিত হৈছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:05
+
| 07:05
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া হয় আপ এৰো কী অথবা ডাউন এৰো কী ব্যৱহাৰ কৰি সদস্যখিনি ব্ৰাউজ কৰিম।
+
| এতিয়া হয় আপ এৰো কী অথবা ডাউন এৰো কী ব্যৱহাৰ কৰি সদস্যখিনি ব্ৰাউজ কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:12
+
| 07:12
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| নাইবা বিভিন্ন সদস্যৰ নামত সাধাৰণভাৱে ক্লিক কৰিম।
+
| নাইবা বিভিন্ন সদস্যৰ নামত সাধাৰণভাৱে ক্লিক কৰিম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:16
+
| 07:16
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে তলৰ চাবফৰ্মখন ৰিফ্ৰেছ হৈছে আৰু ঘূৰাই দিবলগা কিতাপখন প্ৰদৰ্শন কৰিছে।
+
| লক্ষ্য কৰক যে তলৰ চাবফৰ্মখন ৰিফ্ৰেছ হৈছে আৰু ঘূৰাই দিবলগা কিতাপখন প্ৰদৰ্শন কৰিছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:23
+
| 07:23
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| চাবফৰ্মত যিকোনো এটা ৰেকৰ্ড বাছনি কৰক
+
| চাবফৰ্মত যিকোনো এটা ৰেকৰ্ড বাছনি কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:27
+
| 07:27
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু একচুৱেল ৰিটাৰ্ন ডেট ফিল্ডত 12/7/11 টাইপ কৰক আৰু CheckedIn ফিল্ডটো পৰীক্ষা কৰক।
+
| আৰু একচুৱেল ৰিটাৰ্ন ডেট ফিল্ডত 12/7/11 টাইপ কৰক আৰু CheckedIn ফিল্ডটো পৰীক্ষা কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:41
+
| 07:41
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| আৰু এণ্টাৰ টিপক।
+
| আৰু এণ্টাৰ টিপক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:45
+
| 07:45
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এতিয়া তলত থকা ফৰ্ম নেভিগেশ্যন টুলবাৰৰ ৰিফ্ৰেছ আইকনত ক্লিক কৰি ফৰ্মখন ৰিফ্ৰেছ কৰক।
+
| এতিয়া তলত থকা ফৰ্ম নেভিগেশ্যন টুলবাৰৰ ৰিফ্ৰেছ আইকনত ক্লিক কৰি ফৰ্মখন ৰিফ্ৰেছ কৰক
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 07:56
+
| 07:56
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| লক্ষ্য কৰক যে আমি এইমাত্ৰ এডিট কৰা ৰেকৰ্ডটো ইয়াত নাই।
+
| লক্ষ্য কৰক যে আমি এইমাত্ৰ এডিট কৰা ৰেকৰ্ডটো ইয়াত নাই
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:02
+
| 08:02
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| যাৰ অৰ্থ হ’ল কিতাপখন ঘূৰাই দিয়া হ’ল বা চেকড্ ইন হ’ল।
+
| যাৰ অৰ্থ হ’ল কিতাপখন ঘূৰাই দিয়া হ’ল বা চেকড্ ইন হ’ল
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:07
+
| 08:07
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| গতিকে এয়াই হ’ল এখন চাবফৰ্মৰ সৈতে আমাৰ ফৰ্ম।
+
| গতিকে এয়াই হ’ল এখন চাবফৰ্মৰ সৈতে আমাৰ ফৰ্ম
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:11
+
| 08:11
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| ইয়াতে লিবাৰঅফিছ বেছত চাবফৰ্মৰ সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে।
+
| ইয়াতে লিবাৰঅফিছ বেছত চাবফৰ্মৰ সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:17
+
| 08:17
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| সাৰাংশ হিচাপে, আমি শিকিলো:
+
| সাৰাংশ হিচাপে, আমি শিকিলো:
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:20
+
| 08:20
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| কেনেকৈ চাবফৰ্ম তৈয়াৰ কৰা হয়।
+
| কেনেকৈ চাবফৰ্ম তৈয়াৰ কৰা হয়
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:23
+
| 08:23
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
+
| স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ  ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে  এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে  এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
  
 
|-
 
|-
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:none;padding:0.049cm;"| 08:44
+
| 08:44
| style="border-top:none;border-bottom:0.1pt double #808080;border-left:0.1pt double #808080;border-right:0.1pt double #808080;padding:0.049cm;"| এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে. আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ।
+
| এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে. আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ
  
 
|}
 
|}

Latest revision as of 16:11, 27 March 2017

Time Narration
00:00 লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:04 এই টিউটৰিয়েলত আমি শিকিম:
00:07 চাবফৰ্ম কেনেকৈ তৈয়াৰ কৰা হয়
00:09 ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণটো লৈ আমি আগবাঢ়িম
00:15 আৰু আমি এই বিষয়টো বিবেচনা কৰিম:
00:18 লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকা আমি কেনেকৈ কৰিম?
00:22 আৰু প্ৰত্যেক সদস্যৰ বাবে, এতিয়াও ঘূৰাই নিদিয়া কিতাপবোৰ মাথোন আমি কেনেকৈ দেখা পাম?
00:31 এটা উপায় হৈছে লাইব্ৰেৰীৰ সকলো সদস্যৰ তালিকাৰে এখন ফৰ্ম তৈয়াৰ কৰা
00:36 আৰু তাৰপিছত ইয়াৰ অধীনত সদস্যসকলে ঘূৰাই নিদিয়া কিতাপৰ তালিকাৰে এখন চাবফৰ্ম তৈয়াৰ কৰা
00:44 এবাৰ এই ফৰ্মখন ডিজাইন কৰাৰ পিছত ফৰ্মখন আমি আপডেট কৰিব পাৰিম
00:49 উদাহৰণ হিচাপে, যেতিয়া এজন সদস্যই এখন কিতাপ ঘূৰাই দিয়ে, তেতিয়া আমি এই তথ্যটো আপডেট কৰিব পাৰিম
00:55 আৰু এয়া হৈছে আমি ডিজাইন কৰিবলগীয়া ফৰ্মৰ এটা চেম্পল স্ক্ৰীনশ্বট
01:01 লক্ষ্য কৰক যে তলৰফালে ইয়াত এখন চাবফৰ্মও দেখুৱাইছে
01:06 আমাৰ লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক
01:09 আমাৰ আগৰ টিউটৰিয়েলত আমি History of Books Issued to Members কুৱেৰিটো তৈয়াৰ কৰিছিলো
01:17 এতিয়া আমি এই কুৱেৰিটো আৰু সদস্যৰ টেবুল আমাৰ নতুন ফৰ্ম তৈয়াৰ কৰিবলৈ ভেটি হিচাপে ব্যৱহাৰ কৰিম
01:25 প্ৰথমতে এই কুৱেৰিটো কুৱেৰি নেমত ৰাইট ক্লিক কৰি কপি কৰা যাওক আৰু তাৰপিছত পেষ্টত ক্লিক কৰা যাওক
01:34 কুৱেৰি নেমৰ পপআপ উইণ্ড’ত Books Not Returned বুলি এটা নতুন নাম টাইপ কৰক
01:42 এতিয়া Books Not Returned কুৱেৰিটো এডিট মোডত খোলক
01:48 কুৱেৰি ডিজাইন উইণ্ড’ত কেৱল ঘূৰাই নিদিয়া কিতাপবোৰ দেখুৱাবৰ বাবে আমি এটা মানদণ্ড (criterion) যোগ দিম
01:58 ইয়াৰ বাবে CheckedIn-ইয়াৰ অধীনৰ Criterion কলমত equals 0 টাইপ কৰক
02:06 আৰু এণ্টাৰ টিপক
02:09 এতিয়া কুৱেৰিটো চেভ কৰক আৰু উইণ্ড’খন বন্ধ কৰক
02:13 প্ৰধান বেছ উইণ্ড’ৰ বাও পেনেলত থকা ফৰ্মচ আইকনত ক্লিক কৰক
02:20 আৰু তাৰপিছত Use Wizard to create Form অপশ্যনত ক্লিক কৰক
02:25 এতিয়া আমি চিনাকি ফৰ্ম উইজাৰ্ড দেখা পাইছোঁ
02:28 আমাৰ ফৰ্ম তৈয়াৰ কৰিবলৈ বাওঁফালৰ আঠটা ধাপৰ মাজেৰে আমি আগবাঢ়িম
02:34 ১ নম্বৰ ধাপৰ ফিল্ড চিলেকশ্যনত Table: Members বাছনি কৰক
02:40 তাৰপিছত সকলোবোৰ ফিল্ড আমি সোঁফাললৈ লৈ যাম
02:46 আৰু নেক্সট্ বাটনত ক্লিক কৰিম
02:49 আমি ২ নম্বৰ ধাপত উপনীত হ’লো— set up a subform
02:54 গতিকে ইয়াত Add subform চ্চেকবক্সত চ্চেক দিম
02:59 আৰু ‘Subform based on manual selection of fields’ অপশ্যনত ক্লিক কৰিম
03:07 ৩ নম্বৰ ধাপলৈ যোৱা যাওক— Add subform fields.
03:11 ইয়াত আমি অলপ আগতে ডিজাইন কৰা আমাৰ নতুন কুৱেৰিটো কল কৰিম
03:18 গতিকে টেবুল বা কুৱেৰিজ ড্ৰপডাউনৰ পৰা Query: Book Not Returned বাছনি কৰক
03:26 আৰু স্ক্ৰীনত দেখুওৱাৰ দৰে উপলব্ধ তালিকাৰ পৰা নিৰ্বাচিত ফিল্ডবোৰ সোঁফাললৈ লৈ যাম
03:37 Nextত ক্লিক কৰক
03:39 ৪ নম্বৰ ধাপ— Get joined fields.
03:43 ইয়াত আমি ওপৰৰ দুখন ড্ৰপডাউনৰ পৰা MemberId ফিল্ড বাছনি কৰিম, যিহেতু এইটোৱেই হৈছে একমাত্ৰ সম্পৰ্কিত ফিল্ড
03:53 আৰু Next বাটনত ক্লিক কৰক
03:57 ৫ নম্বৰ ধাপ—Arrange Controls.
04:00 ইয়াত আমি তৃতীয়টো অপশ্যন বাছনি কৰিম, ফৰ্ম আৰু চাবফৰ্ম দুয়োটাৰে বাবে ডাটা শ্বিট
04:08 Next বাটনত ক্লিক কৰক
04:11 ৬ নম্বৰ ধাপ—set data entry.
04:15 ইয়াত আমি অপশ্যনবোৰ থকা ধৰণৰেই এৰি দিম আৰু নেক্সট্ বাটনত ক্লিক কৰিম
04:22 ৭ নম্বৰ ধাপ— Apply styles.
04:26 ফৰ্মৰ বেকগ্ৰাউণ্ড হিচাপে গ্ৰে’ বাছনি কৰিম
04:29 আৰু অন্তিম ধাপলৈ আগবাঢ়িম
04:32 ৮ নম্বৰ ধাপ— set name
04:36 ইয়াত Members Who Need to Return Books বুলি আমাৰ ফৰ্মৰ এটা বৰ্ণনাত্মক নাম দিম
04:45 আৰু মডিফাই ফৰ্ম অপশ্যনত ক্লিক কৰিম, যিহেতু আমি আমাৰ ফৰ্মত আৰু কিছু সালসলনি কৰিম
04:53 এতিয়া ফিনিশ্ব্ বাটনত ক্লিক কৰক
04:56 লক্ষ্য কৰক যে ফৰ্ম ডিজাইন উইণ্ড’ত দুটা টেবুলাৰ ডাটা শ্বিট এৰিয়া আছে
05:04 ওপৰটোক কোৱা হয় ফৰ্ম আৰু তলত থকাটোক কোৱা হয় চাবফৰ্ম
05:11 এতিয়া ফৰ্মৰ ওপৰত এটা লেবেল যোগ দিয়া হওক
05:15 ওপৰত থকা ফৰ্ম কণ্ট্ৰলচ্ টুলবাৰৰ লেবেল আইকনত ক্লিক কৰিম আৰু ইয়াক ফৰ্মখনত ড্ৰ (draw) কৰিম
05:25 লেবেলত ডবল ক্লিক কৰিলে ইয়াৰ প্ৰপাৰ্টি দেখা পোৱা যায়
05:31 ইয়াত লেবেলৰ বিপৰীতে Members of the Library বুলি টাইপ কৰিম
05:37 আৰু ফণ্টৰ ষ্টাইল এৰিয়েল, ব’ল্ড আৰু চাইজ 12 কৰিম
05:47 একেদৰে, স্ক্ৰীনত দেখুওৱা ধৰণে চাবফৰ্মৰ ওপৰত এটা দ্বিতীয় লেবেল যোগ দিয়া যাওক
05:55 আৰু ইয়াক ‘List of Books to be returned by the member’ বুলি নামকৰণ কৰা যাওক
06:00 ইয়াৰ পিছত স্ক্ৰীনত দেখুওৱা ধৰণে ফৰ্মৰ দৈৰ্ঘ্য চুটি কৰা যাওক
06:07 আৰু তাৰপিছত ফৰ্মৰ নেম ফিল্ডৰ দৈৰ্ঘ্য বঢ়াই দিয়া যাওক
06:13 একেদৰে চাবফৰ্মত বুক টাইটেল ফিল্ডৰ দৈৰ্ঘ্য বৃদ্ধি কৰা যাওক
06:21 ইয়াত ফণ্ট এৰিয়েল, বল্ড আৰু চাইজ ৮-অলৈ সলনি কৰক
06:28 আৰু ফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ white আৰু চাবফৰ্মৰ বেকগ্ৰাউণ্ড কালাৰ blue 8-অলৈ সলনি কৰক
06:37 ইয়াৰ পিছত MemberId কলমটোত ৰাইট ক্লিক কৰি হাইড কলম অপশ্যন বাছনি কৰি ইয়াক হাইড কৰিম
06:47 সকলোখিনি হৈ গৈছে গতিকে এতিয়া ফৰ্ম ডিজাইনটো চেভ কৰিম আৰু ইয়াক টেষ্ট কৰিম
06:54 প্ৰধান বেছ উইণ্ড’ত ‘Members Who Need to Return Books’ ফৰ্মত ডবল ক্লিক কৰি ইয়াক খোলিম
07:03 ফৰ্মখন প্ৰদৰ্শিত হৈছে
07:05 এতিয়া হয় আপ এৰো কী অথবা ডাউন এৰো কী ব্যৱহাৰ কৰি সদস্যখিনি ব্ৰাউজ কৰিম
07:12 নাইবা বিভিন্ন সদস্যৰ নামত সাধাৰণভাৱে ক্লিক কৰিম
07:16 লক্ষ্য কৰক যে তলৰ চাবফৰ্মখন ৰিফ্ৰেছ হৈছে আৰু ঘূৰাই দিবলগা কিতাপখন প্ৰদৰ্শন কৰিছে
07:23 চাবফৰ্মত যিকোনো এটা ৰেকৰ্ড বাছনি কৰক
07:27 আৰু একচুৱেল ৰিটাৰ্ন ডেট ফিল্ডত 12/7/11 টাইপ কৰক আৰু CheckedIn ফিল্ডটো পৰীক্ষা কৰক
07:41 আৰু এণ্টাৰ টিপক
07:45 এতিয়া তলত থকা ফৰ্ম নেভিগেশ্যন টুলবাৰৰ ৰিফ্ৰেছ আইকনত ক্লিক কৰি ফৰ্মখন ৰিফ্ৰেছ কৰক
07:56 লক্ষ্য কৰক যে আমি এইমাত্ৰ এডিট কৰা ৰেকৰ্ডটো ইয়াত নাই
08:02 যাৰ অৰ্থ হ’ল কিতাপখন ঘূৰাই দিয়া হ’ল বা চেকড্ ইন হ’ল
08:07 গতিকে এয়াই হ’ল এখন চাবফৰ্মৰ সৈতে আমাৰ ফৰ্ম
08:11 ইয়াতে লিবাৰঅফিছ বেছত চাবফৰ্মৰ সম্পৰ্কীয় এই টিউটৰিয়েলৰ অন্ত পৰিছে
08:17 সাৰাংশ হিচাপে, আমি শিকিলো:
08:20 কেনেকৈ চাবফৰ্ম তৈয়াৰ কৰা হয়
08:23 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব
08:44 এই স্ক্ৰীপ্তটো আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে. আৰু এয়া আছিল মৌচুমী মেধি আই আই টি বম্বেৰ পৰা. অংশগ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, PoojaMoolya