Difference between revisions of "KTurtle/C3/Programming-Concepts/Assamese"
From Script | Spoken-Tutorial
PoojaMoolya (Talk | contribs) |
|||
(5 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
− | |||
− | |||
{|border =1 | {|border =1 | ||
− | ! | + | !Time |
!Narration | !Narration | ||
Line 9: | Line 7: | ||
|- | |- | ||
− | ||00 | + | ||00:01 |
||সকলোলৈ নমস্কাৰ। | ||সকলোলৈ নমস্কাৰ। | ||
Line 15: | Line 13: | ||
|- | |- | ||
− | ||00 | + | ||00:03 |
||'''KTurtle'''ৰ '''Programming concepts''' টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো। | ||'''KTurtle'''ৰ '''Programming concepts''' টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো। | ||
Line 21: | Line 19: | ||
|- | |- | ||
− | ||00 | + | ||00:08 |
||এই টিউটৰিয়েল’ত আমি শিকিম- | ||এই টিউটৰিয়েল’ত আমি শিকিম- | ||
Line 27: | Line 25: | ||
|- | |- | ||
− | ||00 | + | ||00:12 |
|| KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ। | || KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ। | ||
Line 33: | Line 31: | ||
|- | |- | ||
− | ||00 | + | ||00:15 |
||ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ। | ||ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ। | ||
Line 39: | Line 37: | ||
|- | |- | ||
− | ||00 | + | ||00:18 |
||Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ । | ||Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ । | ||
Line 45: | Line 43: | ||
|- | |- | ||
− | ||00 | + | ||00:22 |
||লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ। | ||লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ। | ||
Line 51: | Line 49: | ||
|- | |- | ||
− | || 00 | + | || 00:24 |
− | ||এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10 | + | ||এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10 KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো। |
|- | |- | ||
− | ||00 | + | ||00:37 |
||আমি ধৰি লৈছো যে '''KTurtle''' ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে। | ||আমি ধৰি লৈছো যে '''KTurtle''' ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে। | ||
Line 63: | Line 61: | ||
|- | |- | ||
− | ||00 | + | ||00:43 |
− | ||যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website '''http://spoken-tutorial.org''' | + | ||যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website '''http://spoken-tutorial.org''' দৰ্শন কৰক। |
|- | |- | ||
− | ||00 | + | ||00:49 |
||আগবাঢ়াৰ আগতে, আমি '''KTurtle'''ৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ। | ||আগবাঢ়াৰ আগতে, আমি '''KTurtle'''ৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ। | ||
Line 75: | Line 73: | ||
|- | |- | ||
− | ||00 | + | ||00:55 |
||কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়। | ||কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়। | ||
Line 81: | Line 79: | ||
|- | |- | ||
− | ||01 | + | ||01:00 |
||"Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়। | ||"Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়। | ||
Line 87: | Line 85: | ||
|- | |- | ||
− | ||01 | + | ||01:10 |
− | ||"spritehide" | + | ||"spritehide" কম্মান্দে '''Turtle''' ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
|- | |- | ||
− | ||01 | + | ||01:15 |
− | ||"spriteshow" | + | ||"spriteshow" কম্মান্দে '''Turtle''' লোকাই আছে যদি দেখোৱাই দিয়ে। |
|- | |- | ||
− | ||01 | + | ||01:21 |
− | ||"clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি | + | ||"clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচি দিয়ে। |
|- | |- | ||
− | ||01 | + | ||01:27 |
|| '''KTurtle'''ৰ ভিতৰত | || '''KTurtle'''ৰ ভিতৰত | ||
Line 111: | Line 109: | ||
|- | |- | ||
− | ||01 | + | ||01:29 |
− | ||"$ " sign’এ | + | ||"$ " sign’এ ভেৰিয়েবল্চ ৰাখে। |
|- | |- | ||
− | ||01 | + | ||01:34 |
− | ||"*"(asterisk) | + | ||"*"(asterisk) চাইনে ২টা নং পোৰণ কৰে। |
|- | |- | ||
− | ||01 | + | ||01:41 |
− | ||"^"(caret)’এ এটা | + | ||"^"(caret)’এ এটা নম্বৰ ঘাত উলিয়ায়। |
|- | |- | ||
− | ||01 | + | ||01:45 |
− | ||"#"(hash) | + | ||"#"(hash) চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়। |
|- | |- | ||
− | ||01 | + | ||01:50 |
− | ||"sqrt" এটা ফাংছন হয় যি এটা | + | ||"sqrt" এটা ফাংছন হয় যি এটা নম্বৰ বৰ্গমূল উলিয়ায়। |
|- | |- | ||
− | ||01 | + | ||01:58 |
||ব’লক আমি '''KTurtle''' এপলিকেছন খোলো। | ||ব’লক আমি '''KTurtle''' এপলিকেছন খোলো। | ||
Line 147: | Line 145: | ||
|- | |- | ||
− | ||02 | + | ||02:02 |
||'''Dash home >> Media Apps'''ত ক্লিক কৰক। | ||'''Dash home >> Media Apps'''ত ক্লিক কৰক। | ||
Line 153: | Line 151: | ||
|- | |- | ||
− | ||02 | + | ||02:07 |
||'''Type’ৰ তলত, Education''' আৰু '''KTurtle''' বাচি লওক। | ||'''Type’ৰ তলত, Education''' আৰু '''KTurtle''' বাচি লওক। | ||
Line 159: | Line 157: | ||
|- | |- | ||
− | ||02 | + | ||02:13 |
||'''KTurtle''' এপলিকেছন খোল খাব। | ||'''KTurtle''' এপলিকেছন খোল খাব। | ||
Line 165: | Line 163: | ||
|- | |- | ||
− | ||02 | + | ||02:20 |
− | ||আমি '''KTurtle''' ''' | + | ||আমি '''KTurtle''' '''টাৰ্মিনেল ''' ব্যৱহাৰ কৰিও খোলিব পাৰো। |
|- | |- | ||
− | ||02 | + | ||02:24 |
|| '''CTRL+ALT+T''' একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব। | || '''CTRL+ALT+T''' একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব। | ||
Line 177: | Line 175: | ||
|- | |- | ||
− | ||02 | + | ||02:30 |
|| '''KTurtle''' টাইপ কৰি এন্টাৰ টিপিলে '''KTurtle''' এপলিকেছন খোল খাব। | || '''KTurtle''' টাইপ কৰি এন্টাৰ টিপিলে '''KTurtle''' এপলিকেছন খোল খাব। | ||
Line 183: | Line 181: | ||
|- | |- | ||
− | ||02 | + | ||02:41 |
||মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম। | ||মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম। | ||
Line 189: | Line 187: | ||
|- | |- | ||
− | ||02 | + | ||02:46 |
− | ||প্ৰোগ্ৰাম | + | ||প্ৰোগ্ৰাম টেক্সটলৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে। |
|- | |- | ||
− | ||02 | + | ||02:55 |
− | ||'''#program to find square of a number'''. এন্টাৰ টিপক। | + | ||'''# program to find square of a number'''. এন্টাৰ টিপক। |
|- | |- | ||
− | ||03 | + | ||03:15 |
− | ||"#" | + | ||"#" চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়। |
|- | |- | ||
− | ||03 | + | ||03:19 |
− | ||মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই | + | ||মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইনে একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক। |
|- | |- | ||
− | ||03 | + | ||03:29 |
||'''reset''' | ||'''reset''' | ||
Line 219: | Line 217: | ||
|- | |- | ||
− | ||03 | + | ||03:30 |
− | ||reset | + | ||reset কম্মান্দে Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক। |
|- | |- | ||
− | ||03 | + | ||03:38 |
− | ||'''$i= ask''' ডবল কোট্চ’ৰ ভিতৰত '''enter a number for i | + | ||'''$i= ask''' ডবল কোট্চ’ৰ ভিতৰত '''enter a number for i and click on OK''' । |
|- | |- | ||
− | ||03 | + | ||03:58 |
− | ||"$i" এটা ভেৰিয়েবল হয় user | + | ||"$i" এটা ভেৰিয়েবল হয় user inputs সংৰক্ষন কৰি ৰাখিবলৈ। |
|- | |- | ||
− | ||04 | + | ||04:03 |
− | ||'''“ask”''' | + | ||'''“ask”''' কম্মান্দে ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক। |
|- | |- | ||
− | ||04 | + | ||04:11 |
||'''“fontsize”''' space '''28'''. | ||'''“fontsize”''' space '''28'''. | ||
Line 249: | Line 247: | ||
|- | |- | ||
− | ||04 | + | ||04:17 |
||'''fontsize'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। | ||'''fontsize'''এ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। | ||
Line 255: | Line 253: | ||
|- | |- | ||
− | ||04 | + | ||04:20 |
− | ||Fontsize’এ input হিচাপে | + | ||Fontsize’এ input হিচাপে নম্বৰ লয়, pixels’ত চেট কৰা থাকে। |
|- | |- | ||
− | |04 | + | |04:27 |
||'''print $i*$i''' | ||'''print $i*$i''' | ||
Line 267: | Line 265: | ||
|- | |- | ||
− | ||04 | + | ||04:36 |
− | ||'''print $i*$i''' | + | ||'''print $i*$i''' ই এটা নম্বৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক। |
|- | |- | ||
− | ||04 | + | ||04:45 |
||'''spritehide''' | ||'''spritehide''' | ||
Line 279: | Line 277: | ||
|- | |- | ||
− | ||04 | + | ||04:48 |
||'''spritehide''' এ '''Turtle'''ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||'''spritehide''' এ '''Turtle'''ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||
Line 285: | Line 283: | ||
|- | |- | ||
− | ||04 | + | ||04:53 |
||ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো। | ||ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো। | ||
Line 291: | Line 289: | ||
|- | |- | ||
− | ||04 | + | ||04:56 |
|| এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা '''Run''' বাটনত ক্লিক কৰক। | || এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা '''Run''' বাটনত ক্লিক কৰক। | ||
Line 297: | Line 295: | ||
|- | |- | ||
− | ||05 | + | ||05:03 |
||Execution speed থকা এখন তালিকা (list) দেখোৱাব। | ||Execution speed থকা এখন তালিকা (list) দেখোৱাব। | ||
Line 303: | Line 301: | ||
|- | |- | ||
− | ||05 | + | ||05:07 |
||'''Full speed (highlighting আৰু inspector নাথাকে)''' | ||'''Full speed (highlighting আৰু inspector নাথাকে)''' | ||
Line 309: | Line 307: | ||
|- | |- | ||
− | ||05 | + | ||05:10 |
||'''Full speed''', | ||'''Full speed''', | ||
Line 323: | Line 321: | ||
|- | |- | ||
− | ||05 | + | ||05:17 |
|| '''slow''' বেগত কোড’টো চলাম। | || '''slow''' বেগত কোড’টো চলাম। | ||
Line 329: | Line 327: | ||
|- | |- | ||
− | ||05 | + | ||05:21 |
||এখন "input bar" ওলাব। | ||এখন "input bar" ওলাব। | ||
Line 335: | Line 333: | ||
|- | |- | ||
− | ||05 | + | ||05:23 |
||i’ৰ মান 15 দি এন্টাৰ টিপক। | ||i’ৰ মান 15 দি এন্টাৰ টিপক। | ||
Line 341: | Line 339: | ||
|- | |- | ||
− | ||05 | + | ||05:29 |
|| '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব। | || '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব। | ||
Line 347: | Line 345: | ||
|- | |- | ||
− | ||05 | + | ||05:35 |
− | ||ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা | + | ||ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নম্বৰৰ nth ঘাত উলিয়াবব শিকো। |
|- | |- | ||
− | ||05 | + | ||05:42 |
− | ||টেক্সট | + | ||টেক্সট এডিটৰৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে। |
|- | |- | ||
− | |05 | + | |05:46 |
|| টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি '''KTurtle''' এডিটৰত’ত পেচ্ট কৰক। | || টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি '''KTurtle''' এডিটৰত’ত পেচ্ট কৰক। | ||
Line 365: | Line 363: | ||
|- | |- | ||
− | ||05 | + | ||05:56 |
||অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম '''KTurtle''' এডিটৰত’ত কপি কৰি লওক। | ||অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম '''KTurtle''' এডিটৰত’ত কপি কৰি লওক। | ||
Line 371: | Line 369: | ||
|- | |- | ||
− | || 06 | + | || 06:03 |
||প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো। | ||প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো। | ||
Line 377: | Line 375: | ||
|- | |- | ||
− | ||06 | + | ||06:07 |
− | || | + | || প্ৰোগ্ৰামটো ব্যাখ্যা কৰো। |
|- | |- | ||
− | |06 | + | |06:09 |
− | ||# | + | ||# চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
|- | |- | ||
− | ||06 | + | ||06:13 |
||'''reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' পজিছন’লৈ লৈ যায়। | ||'''reset''' কম্মান্দ ’এ '''Turtle''' ক তাৰ '''default''' পজিছন’লৈ লৈ যায়। | ||
Line 395: | Line 393: | ||
|- | |- | ||
− | ||06 | + | ||06:18 |
− | ||'''$i''' আৰু '''$n''' ‘user input’ | + | ||'''$i''' আৰু '''$n''' ‘user input’ সংৰক্ষন কৰিবলৈ ২টা ভেৰিয়েবল. |
|- | |- | ||
− | ||06 | + | ||06:25 |
− | ||'''“ask”''' | + | ||'''“ask”''' কম্মান্দে ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে। |
|- | |- | ||
− | ||06 | + | ||06:31 |
− | ||'''fontsize 28'''এ | + | ||'''fontsize 28'''এ প্ৰীন্ট’ত ব্যৱহাৰ কৰা font size চেট কৰে। |
|- | |- | ||
− | ||06 | + | ||06:37 |
− | ||Fontsize’এ ইনপুট (input) | + | ||Fontsize’এ ইনপুট (input) নম্বৰ হিছাপে লয়, যি pixel’ত চেট কৰা থাকে। |
|- | |- | ||
− | ||06 | + | ||06:43 |
− | ||'''print ($i^$n)'''এ এটা | + | ||'''print ($i^$n)'''এ এটা নম্বৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে। |
|- | |- | ||
− | ||06 | + | ||06:52 |
||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | ||
Line 431: | Line 429: | ||
|- | |- | ||
− | ||06 | + | ||06:57 |
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||
Line 437: | Line 435: | ||
|- | |- | ||
− | ||07 | + | ||07:00 |
||i’ৰ মান 5 দি এন্টাৰ টিপক। | ||i’ৰ মান 5 দি এন্টাৰ টিপক। | ||
Line 443: | Line 441: | ||
|- | |- | ||
− | ||07 | + | ||07:05 |
− | ||n’ৰ মান 4 দি এন্টাৰ টিপক। | + | ||n’ৰ মান 4 দি এন্টাৰ টিপক। 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব। |
|- | |- | ||
− | ||07 | + | ||07:18 |
− | ||ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা '''“sqrt”''' ফাংছন ব্যৱহাৰ কৰি এটা | + | ||ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা '''“sqrt”''' ফাংছন ব্যৱহাৰ কৰি এটা নম্বৰ বৰ্গমোল ওলিয়াও। |
|- | |- | ||
− | ||07 | + | ||07:27 |
− | ||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle''' | + | ||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ক এডিটৰত পেচ্ট কৰক। |
|- | |- | ||
− | ||07 | + | ||07:35 |
||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত’ত কপি কৰি লওক। | ||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত’ত কপি কৰি লওক। | ||
Line 467: | Line 465: | ||
|- | |- | ||
− | ||07 | + | ||07:43 |
||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। | ||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। | ||
Line 473: | Line 471: | ||
|- | |- | ||
− | ||07 | + | ||07:49 |
||কোডখিনি বোজাই দিও। | ||কোডখিনি বোজাই দিও। | ||
Line 479: | Line 477: | ||
|- | |- | ||
− | || 07 | + | || 07:52 |
− | ||# | + | ||# চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
|- | |- | ||
− | ||07 | + | ||07:57 |
− | ||'’'reset''' | + | ||'’'reset''' কম্মান্দে '''Turtle''' ক তাৰ '''default''' অৱস্হান (position) ’লৈ লৈ যায়। |
|- | |- | ||
− | ||08 | + | ||08:02 |
|| ''$i'' ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল. | || ''$i'' ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল. | ||
Line 497: | Line 495: | ||
|- | |- | ||
− | ||08 | + | ||08:07 |
− | ||'''fontsize 28'''এ | + | ||'''fontsize 28'''এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে। |
|- | |- | ||
− | ||08 | + | ||08:12 |
− | ||'''print sqrt $i''' | + | ||'''print sqrt $i'''’ই ১টা নম্বৰ বৰ্গমান গণনা কৰে। |
|- | |- | ||
− | ||08 | + | ||08:19 |
− | ||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | + | ||'''spritehide'''এ '''Turtle'''ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
|- | |- | ||
− | ||08 | + | ||08:24 |
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||
Line 521: | Line 519: | ||
|- | |- | ||
− | ||08 | + | ||08:28 |
− | || i’ৰ মান 169 দি | + | || i’ৰ মান 169 দি OKত ক্লিক কৰক . |
|- | |- | ||
− | ||08 | + | ||08:34 |
|| 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব। | || 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব। | ||
Line 533: | Line 531: | ||
|- | |- | ||
− | ||08 | + | ||08:39 |
||আকৌ ৰান কৰো ব’লক। | ||আকৌ ৰান কৰো ব’লক। | ||
Line 539: | Line 537: | ||
|- | |- | ||
− | ||08 | + | ||08:42 |
− | || i’ৰ মান -169 দি | + | || i’ৰ মান -169 দি OKত ক্লিক কৰক. |
|- | |- | ||
− | ||08 | + | ||08:49 |
||যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output ''''nan'''' হয় যি একো সংখ্যা নোহোৱা বুজায়। | ||যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output ''''nan'''' হয় যি একো সংখ্যা নোহোৱা বুজায়। | ||
Line 551: | Line 549: | ||
|- | |- | ||
− | ||08 | + | ||08:56 |
||যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। | ||যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। | ||
Line 557: | Line 555: | ||
|- | |- | ||
− | ||09 | + | ||09:02 |
− | || ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা | + | || ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ৰ্ৰ্ণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো। |
|- | |- | ||
− | ||09 | + | ||09:08 |
||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ৰ এডিটৰত’ত পেচ্ট কৰক। | ||এডিটৰত’ৰ পৰা কোড কপি কৰি ''' KTurtle'''ৰ এডিটৰত’ত পেচ্ট কৰক। | ||
Line 569: | Line 567: | ||
|- | |- | ||
− | ||09 | + | ||09:19 |
− | ||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' | + | ||অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো '''KTurtle''' এডিটৰত কপি কৰি লওক। |
|- | |- | ||
− | ||09 | + | ||09:25 |
||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। | ||প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। | ||
Line 581: | Line 579: | ||
|- | |- | ||
− | ||09 | + | ||09:31 |
||কোডখিনি বোজাই দিও। | ||কোডখিনি বোজাই দিও। | ||
Line 587: | Line 585: | ||
|- | |- | ||
− | ||09 | + | ||09:35 |
− | ||# | + | ||# চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
|- | |- | ||
− | ||09 | + | ||09:38 |
− | ||মন কৰিব ই ১টা এক | + | ||মন কৰিব ই ১টা এক শাৰীৰ কম্মেন্ট (comment)। |
|- | |- | ||
− | ||09 | + | ||09:42 |
− | ||প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # | + | ||প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # চাইন থকাটো আৱশ্যকীয়। |
|- | |- | ||
− | ||09 | + | ||09:48 |
− | ||'’'reset''' | + | ||'’'reset''' কম্মান্দে '''Turtle''' ক তাৰ '''default''' অৱস্হান (position) ’লৈ লৈ যায়। |
|- | |- | ||
− | ||09 | + | ||09:53 |
− | ||. ''$i'' আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল. | + | ||.''$i'' আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল. |
|- | |- | ||
− | ||09 | + | ||09:59 |
− | ||'''$C=($i)^(1/3)''' | + | ||'''$C=($i)^(1/3)''' ই ১টা সংখ্যাৰ ঘনমান গণনা কৰে। |
|- | |- | ||
− | ||10 | + | ||10:07 |
− | ||'''fontsize 28'''এ | + | ||'''fontsize 28'''এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।. |
|- | |- | ||
− | ||10 | + | ||10:13 |
||'''print $C'''এ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে। | ||'''print $C'''এ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে। | ||
Line 635: | Line 633: | ||
|- | |- | ||
− | ||10 | + | ||10:19 |
− | ||'''spritehide'''এ '''Turtle''' কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। | + | ||'''spritehide'''এ '''Turtle'''ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
|- | |- | ||
− | ||10 | + | ||10:23 |
||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। | ||
Line 647: | Line 645: | ||
|- | |- | ||
− | ||10 | + | ||10:27 |
− | ||i’ৰ মান 343 দি | + | ||i’ৰ মান 343 দি OKত ক্লিক কৰক। |
|- | |- | ||
− | ||10 | + | ||10:34 |
|| 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব। | || 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব। | ||
Line 659: | Line 657: | ||
|- | |- | ||
− | ||10 | + | ||10:40 |
− | ||ইয়াৰ সৈতে | + | ||ইয়াৰ সৈতে আমাৰ টিউটৰিয়েলৰ শেষ অংশ পালোহি। |
|- | |- | ||
− | ||10 | + | ||10:43 |
− | || | + | ||চমুকৈ ক’বলৈ গ’লে- |
|- | |- | ||
− | ||10 | + | ||10:46 |
||এই টিউটৰিয়েল’ত আমি শিকিলো | ||এই টিউটৰিয়েল’ত আমি শিকিলো | ||
Line 677: | Line 675: | ||
|- | |- | ||
− | ||10 | + | ||10:49 |
− | || | + | ||Programৰ concepts |
|- | |- | ||
− | ||10 | + | ||10:52 |
|| sqrt function’ৰ ব্যৱহাৰ | || sqrt function’ৰ ব্যৱহাৰ | ||
Line 689: | Line 687: | ||
|- | |- | ||
− | ||10 | + | ||10:55 |
|| print কম্মান্দ ’ৰ ব্যৱহাৰ | || print কম্মান্দ ’ৰ ব্যৱহাৰ | ||
Line 695: | Line 693: | ||
|- | |- | ||
− | ||10 | + | ||10:57 |
− | || KTurtle | + | || KTurtle এডিটৰ আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ |
|- | |- | ||
− | ||11 | + | ||11:02 |
− | || | + | ||এচাইনমেন্ট হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক |
|- | |- | ||
− | ||11 | + | ||11:08 |
||এটা সংখ্যাৰ ঘন | ||এটা সংখ্যাৰ ঘন | ||
Line 713: | Line 711: | ||
|- | |- | ||
− | ||11 | + | ||11:11 |
|| এটা সংখ্যাৰ nth ঘাত | || এটা সংখ্যাৰ nth ঘাত | ||
Line 719: | Line 717: | ||
|- | |- | ||
− | ||11 | + | ||11:15 |
||এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial | ||এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial | ||
Line 725: | Line 723: | ||
|- | |- | ||
− | ||11 | + | ||11:19 |
||ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো। | ||ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো। | ||
Line 731: | Line 729: | ||
|- | |- | ||
− | ||11 | + | ||11:22 |
||যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে। | ||যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে। | ||
Line 737: | Line 735: | ||
|- | |- | ||
− | ||11 | + | ||11:27 |
||স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে: | ||স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে: | ||
Line 743: | Line 741: | ||
|- | |- | ||
− | ||11 | + | ||11:29 |
||স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে | ||স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে | ||
Line 749: | Line 747: | ||
|- | |- | ||
− | ||11 | + | ||11:32 |
|| অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে | || অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে | ||
Line 755: | Line 753: | ||
|- | |- | ||
− | ||11 | + | ||11:35 |
||আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org | ||আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org | ||
Line 761: | Line 759: | ||
|- | |- | ||
− | ||11 | + | ||11:44 |
||স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ। | ||স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ। | ||
Line 767: | Line 765: | ||
|- | |- | ||
− | ||11 | + | ||11:48 |
||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় | ||
Line 773: | Line 771: | ||
|- | |- | ||
− | ||11 | + | ||11:55 |
||আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. | ||আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. | ||
Line 779: | Line 777: | ||
|- | |- | ||
− | ||11 | + | ||11:59 |
− | ||এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই | + | ||এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ। |
− | + | ||
− | + |
Latest revision as of 10:06, 2 September 2014
Time | Narration |
---|---|
00:01 | সকলোলৈ নমস্কাৰ। |
00:03 | KTurtleৰ Programming concepts টিউটৰিয়েল’লৈ সকলোকে আমনত্ৰণ জনালো। |
00:08 | এই টিউটৰিয়েল’ত আমি শিকিম- |
00:12 | KTurtle’ত প্ৰোগ্ৰাম লিখিবলৈ। |
00:15 | ভেৰিয়েবল ব্যৱহাৰ কৰি input store কৰিবলৈ। |
00:18 | Print কম্মান্দ ব্যৱহাৰ কৰি কেনভাচ’ত প্ৰীন্ট কৰিবলৈ । |
00:22 | লাইন এটাত কম্মেন্ট (comment) কৰিবলৈ। |
00:24 | এই টিউটৰিয়েল ৰেৰ্কদ কৰিবলৈ, মই Ubuntu Linux OS Version 11.10 KTurtle version 0.8.1 beta ব্যৱহাৰ কৰিছো। |
00:37 | আমি ধৰি লৈছো যে KTurtle ব্যৱহাৰ কৰাৰ আপোনালোকৰ প্ৰাথমিক (basic) জ্ঞান আছে। |
00:43 | যদি নাই, দৰকাৰি টিউটৰিয়েল’ৰ কাৰণে আমাৰ website http://spoken-tutorial.org দৰ্শন কৰক। |
00:49 | আগবাঢ়াৰ আগতে, আমি KTurtleৰ প্ৰাথমিক (basic) তথ্যৰ কথা কওঁ। |
00:55 | কেনভাচ’ত দেখোৱা "Turtle"ক "sprite" কোৱা হয়। |
01:00 | "Sprite" এখন সৰু ছবি যি কেনভাচ’ৰ চাৰিওপিনে ঘূৰিব পাৰে। উদাহৰণ স্বৰূপে:- Cursor এটা sprite হয়। |
01:10 | "spritehide" কম্মান্দে Turtle ক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
01:15 | "spriteshow" কম্মান্দে Turtle লোকাই আছে যদি দেখোৱাই দিয়ে। |
01:21 | "clear" কম্মান্দ ’এ কেনভাচ’ত থকা সকলো ছবি মোচি দিয়ে। |
01:27 | KTurtleৰ ভিতৰত |
01:29 | "$ " sign’এ ভেৰিয়েবল্চ ৰাখে। |
01:34 | "*"(asterisk) চাইনে ২টা নং পোৰণ কৰে। |
01:41 | "^"(caret)’এ এটা নম্বৰ ঘাত উলিয়ায়। |
01:45 | "#"(hash) চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লয়। |
01:50 | "sqrt" এটা ফাংছন হয় যি এটা নম্বৰ বৰ্গমূল উলিয়ায়। |
01:58 | ব’লক আমি KTurtle এপলিকেছন খোলো। |
02:02 | Dash home >> Media Appsত ক্লিক কৰক। |
02:07 | Type’ৰ তলত, Education আৰু KTurtle বাচি লওক। |
02:13 | KTurtle এপলিকেছন খোল খাব। |
02:20 | আমি KTurtle টাৰ্মিনেল ব্যৱহাৰ কৰিও খোলিব পাৰো। |
02:24 | CTRL+ALT+T একে সময়ত টিপিলে টাৰ্মিলেন খোল খাব। |
02:30 | KTurtle টাইপ কৰি এন্টাৰ টিপিলে KTurtle এপলিকেছন খোল খাব। |
02:41 | মই প্ৰোগ্ৰাম কোড টাইপ কৰি আপোনালোকক বুজাম। |
02:46 | প্ৰোগ্ৰাম টেক্সটলৈ অলপ zoom in কৰি লও নহলে অলপ blur হৈ থাকিবও পাৰে। |
02:55 | # program to find square of a number. এন্টাৰ টিপক। |
03:15 | "#" চাইনৰ পাছত লিখা বাক্য কম্মেন্ট (comment) হিছাপে ধৰি লোৱা হয়। |
03:19 | মানে প্ৰোগ্ৰাম একজিকিউট (execute) কৰাৰ সময়ত এই লাইনে একো একজিকিউট (execute) নকৰে। এন্টাৰ টিপক। |
03:29 | reset |
03:30 | reset কম্মান্দে Turtle’ক তাৰ আগৰ যেগালৈ লৈ যায়। এন্টাৰ টিপক। |
03:38 | $i= ask ডবল কোট্চ’ৰ ভিতৰত enter a number for i and click on OK । |
03:58 | "$i" এটা ভেৰিয়েবল হয় user inputs সংৰক্ষন কৰি ৰাখিবলৈ। |
04:03 | “ask” কম্মান্দে ভেৰিয়েবল’ত ৰাখিবলৈ user input বিচাৰে। এন্টাৰ টিপক। |
04:11 | “fontsize” space 28. |
04:17 | fontsizeএ প্ৰীন্ট’এ ব্যৱহাৰ কৰা font size চেট কৰে। |
04:20 | Fontsize’এ input হিচাপে নম্বৰ লয়, pixels’ত চেট কৰা থাকে। |
04:27 | print $i*$i |
04:36 | print $i*$i ই এটা নম্বৰ বৰ্গ ধাৰ্য্য কৰি প্ৰীন্ট কৰে। এন্টাৰ টিপক। |
04:45 | spritehide |
04:48 | spritehide এ Turtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
04:53 | ব’লক এতিয়া প্ৰোগ্ৰাম ৰান কৰো। |
04:56 | এডিটৰত’ত থকা কোড একজিকিউট (execute) কৰিবলৈ Toolbar’ত থকা Run বাটনত ক্লিক কৰক। |
05:03 | Execution speed থকা এখন তালিকা (list) দেখোৱাব। |
05:07 | Full speed (highlighting আৰু inspector নাথাকে) |
05:10 | Full speed,
slow, slower, slowest আৰু step-by-step. |
05:17 | slow বেগত কোড’টো চলাম। |
05:21 | এখন "input bar" ওলাব। |
05:23 | i’ৰ মান 15 দি এন্টাৰ টিপক। |
05:29 | '15'ৰ বৰ্গ = '225' কেনভাচ’ত দেখোৱা (display) হ’ব। |
05:35 | ব’লক এতিয়া প্ৰোগ্ৰাম’ৰ জৰিয়তে এটা নম্বৰৰ nth ঘাত উলিয়াবব শিকো। |
05:42 | টেক্সট এডিটৰৰ মোৰ আগৰ পৰাই এটা প্ৰোগ্ৰাম আছে। |
05:46 | টেক্সট এডিটৰত ‘ৰ পৰা প্ৰোগ্ৰাম কপি কৰি KTurtle এডিটৰত’ত পেচ্ট কৰক। |
05:56 | অনুগ্ৰহ কৰি টিউটৰিয়েল পজ (pause) কৰি প্ৰোগ্ৰাম KTurtle এডিটৰত’ত কপি কৰি লওক। |
06:03 | প্ৰোগ্ৰাম টেক্সট’লৈ জোম কৰি লৈছো। |
06:07 | প্ৰোগ্ৰামটো ব্যাখ্যা কৰো। |
06:09 | # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
06:13 | reset কম্মান্দ ’এ Turtle ক তাৰ default পজিছন’লৈ লৈ যায়। |
06:18 | $i আৰু $n ‘user input’ সংৰক্ষন কৰিবলৈ ২টা ভেৰিয়েবল. |
06:25 | “ask” কম্মান্দে ভেৰিয়েবল’ত সংৰক্ষন (store) কৰিবলৈ user input খোজে। |
06:31 | fontsize 28এ প্ৰীন্ট’ত ব্যৱহাৰ কৰা font size চেট কৰে। |
06:37 | Fontsize’এ ইনপুট (input) নম্বৰ হিছাপে লয়, যি pixel’ত চেট কৰা থাকে। |
06:43 | print ($i^$n)এ এটা নম্বৰ ঘাত গণনা কৰি প্ৰীন্ট কৰে। |
06:52 | spritehideএ Turtle কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
06:57 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
07:00 | i’ৰ মান 5 দি এন্টাৰ টিপক। |
07:05 | n’ৰ মান 4 দি এন্টাৰ টিপক। 5^4=625 বোলি কেনভাচ’ত দেখোৱা (display) হ’ব। |
07:18 | ব’লক এতিয়া আমি আগৰে পৰা প্ৰোগ্ৰাম’ত থকা “sqrt” ফাংছন ব্যৱহাৰ কৰি এটা নম্বৰ বৰ্গমোল ওলিয়াও। |
07:27 | এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleক এডিটৰত পেচ্ট কৰক। |
07:35 | অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত’ত কপি কৰি লওক। |
07:43 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। |
07:49 | কোডখিনি বোজাই দিও। |
07:52 | # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
07:57 | '’'reset কম্মান্দে Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়। |
08:02 | $i ‘user input’ সংৰক্ষন (store) কৰিবলৈ ১টা ভেৰিয়েবল. |
08:07 | fontsize 28এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে। |
08:12 | print sqrt $i’ই ১টা নম্বৰ বৰ্গমান গণনা কৰে। |
08:19 | spritehideএ Turtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
08:24 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
08:28 | i’ৰ মান 169 দি OKত ক্লিক কৰক . |
08:34 | 169’ৰ বৰ্গমান 13 কেনভাচ’ত দেখোৱাব। |
08:39 | আকৌ ৰান কৰো ব’লক। |
08:42 | i’ৰ মান -169 দি OKত ক্লিক কৰক. |
08:49 | যদি আমি ঋণাত্মক সংখ্যা এন্টাৰ কৰো, output 'nan' হয় যি একো সংখ্যা নোহোৱা বুজায়। |
08:56 | যিহেটো ঋণাত্মক সংখ্যাৰ বৰ্গমান বাস্তব সংখ্যা নহয়। |
09:02 | ব’লক আমি প্ৰোগ্ৰাম’ৰ দ্বাৰা ১টা ৰ্ৰ্ণাত্মক সংখ্যাৰ ঘনমান গণনা কৰো। |
09:08 | এডিটৰত’ৰ পৰা কোড কপি কৰি KTurtleৰ এডিটৰত’ত পেচ্ট কৰক। |
09:19 | অনুগ্রহ কৰি টিউটৰিয়েল ইয়াতে পজ (pause) কৰি প্ৰোগ্ৰাম’টো KTurtle এডিটৰত কপি কৰি লওক। |
09:25 | প্ৰোগ্ৰাম টেক্সট অলপ জোম কৰি দিও নহলে অলপ ধুৱা (blur) হৈ থাকিব। |
09:31 | কোডখিনি বোজাই দিও। |
09:35 | # চাইনৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়। |
09:38 | মন কৰিব ই ১টা এক শাৰীৰ কম্মেন্ট (comment)। |
09:42 | প্রত্যেকটো কম্মেন্ট (comment)’ৰ আগত # চাইন থকাটো আৱশ্যকীয়। |
09:48 | '’'reset কম্মান্দে Turtle ক তাৰ default অৱস্হান (position) ’লৈ লৈ যায়। |
09:53 | .$i আৰু ’’’$C’’’ ‘user input’ সংৰক্ষন (store) কৰিবলৈ ২টা ভেৰিয়েবল. |
09:59 | $C=($i)^(1/3) ই ১টা সংখ্যাৰ ঘনমান গণনা কৰে। |
10:07 | fontsize 28এ প্ৰীন্টত ব্যৱহাৰ কৰা font size চেট কৰে।. |
10:13 | print $Cএ এটা সংখ্যাৰ ঘনমান প্ৰীন্ট কৰে। |
10:19 | spritehideএ Turtleক কেনভাচ’ৰ পৰা লোকোৱাই দিয়ে। |
10:23 | ব’লক প্ৰোগ্ৰাম’টো ৰান কৰো। |
10:27 | i’ৰ মান 343 দি OKত ক্লিক কৰক। |
10:34 | 343’ৰ ঘনমান 7 কেনভাচ’ত দেখোৱাব। |
10:40 | ইয়াৰ সৈতে আমাৰ টিউটৰিয়েলৰ শেষ অংশ পালোহি। |
10:43 | চমুকৈ ক’বলৈ গ’লে- |
10:46 | এই টিউটৰিয়েল’ত আমি শিকিলো |
10:49 | Programৰ concepts |
10:52 | sqrt function’ৰ ব্যৱহাৰ |
10:55 | print কম্মান্দ ’ৰ ব্যৱহাৰ |
10:57 | KTurtle এডিটৰ আৰু কেনভাচ ব্যৱহাৰ কৰিবলৈ |
11:02 | এচাইনমেন্ট হিচাপে মই বিচাৰো আপোনালোকে basic programming কম্মান্দ ব্যৱহাৰ কৰি ওলিয়াওক |
11:08 | এটা সংখ্যাৰ ঘন |
11:11 | এটা সংখ্যাৰ nth ঘাত |
11:15 | এই ভিদিও চাব পাৰিব এই URL’ত http://spoken-tutorial.org/What is a Spoken Tutorial |
11:19 | ইয়াতে স্পকেন টিউটৰিয়েল প্ৰজেক্ট সামৰিছো। |
11:22 | যদি আপোনাৰ ভাল বেন্দৱিথ নাই, আপোনি ডাওনলোদ কৰিও চাব পাৰে। |
11:27 | স্পকেন টিউটৰিয়েল প্ৰজেক্ট দলটিয়ে: |
11:29 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি ৱৰ্কছপ আয়োজন কৰে |
11:32 | অনলাইন টেচ্ট উত্তীৰ্ণ কৰা সকলক চাৰ্টিফিকেট দিয়ে |
11:35 | আৰু জানিবলৈ আমালৈ লিখক contact@spoken-tutorial.org |
11:44 | স্পকেন টিউটৰিয়েলপ্ৰজেক্ট ‘Talk to a Teacher’ প্ৰজেক্ট’ৰ এটা ভাগ। |
11:48 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
11:55 | আৰু তথ্য আপোনালোকে ইয়াতে পাব http://spoken-tutorial.org/NMEICT-Intro ]. |
11:59 | এই টিউটৰিয়েলটো প্ৰগয়ান বেজবৰুৱা দ্ৱাৰা যোগদান কৰা হৈছে মই মৌচূমী মেধি আই আই টি বম্বেৰ পৰা, ছাইন অফ কৰিছো. ধন্যৱাদ। |