Difference between revisions of "PERL/C2/Array-functions/Assamese"
From Script | Spoken-Tutorial
(4 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
{| border=1 | {| border=1 | ||
− | + | | '''Time''' | |
− | + | | '''Narration''' | |
|- | |- | ||
− | | 00 | + | | 00:01 |
| পার্ল (Perl) ত এৰে ফাংছন (Array Function) ৰ নির্দেশনা (Tutorial) লৈ আপোনালোক ক স্বাগতম । | | পার্ল (Perl) ত এৰে ফাংছন (Array Function) ৰ নির্দেশনা (Tutorial) লৈ আপোনালোক ক স্বাগতম । | ||
|- | |- | ||
− | | 00 | + | | 00:06 |
| এই নির্দেশনা (Tutorial) ত আপোনালোকে পার্ল (Perl) ত এৰে ফাংছন (Array Function), যেনে | | এই নির্দেশনা (Tutorial) ত আপোনালোকে পার্ল (Perl) ত এৰে ফাংছন (Array Function), যেনে | ||
|- | |- | ||
− | |00 | + | |00:11 |
− | |( পুছ ) | + | |push ( পুছ )pop ( প’প )shift ( ছিফ্ট ) |
|- | |- | ||
− | |00 | + | | 00:14 |
− | + | |unshift ( আন-ছিফ্ট )split ( চপ্লিত ) | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | | ( আন-ছিফ্ট ) | + | |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | | 00 | + | | 00:16 |
− | | ( | + | |splice ( চপ্লাইছ )join ( যইন ) |
|- | |- | ||
− | | 00 | + | | 00:18 |
− | | | + | |sort ( চর্ত )qw( কিউ-ডাব্লিউ ) |
|- | |- | ||
− | |00 | + | |00:20 |
| মই ইয়াত “Ubuntu Linux12.04” আৰু “Perl 5.14.2” ব্যবহাৰ কৰিছো । | | মই ইয়াত “Ubuntu Linux12.04” আৰু “Perl 5.14.2” ব্যবহাৰ কৰিছো । | ||
|- | |- | ||
− | |00 | + | |00:28 |
| মই আৰু “gedit” নামৰ Text Editor ও ব্যৱহাৰ কৰিছো । | | মই আৰু “gedit” নামৰ Text Editor ও ব্যৱহাৰ কৰিছো । | ||
|- | |- | ||
− | | 00 | + | | 00:32 |
| আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে Text Editor ব্যৱহাৰ কৰিব পাৰে । | | আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে Text Editor ব্যৱহাৰ কৰিব পাৰে । | ||
|- | |- | ||
− | |00 | + | |00:36 |
| ইয়াৰ বাবে আপোনাৰ Perl ৰ “Variables Data Structures” আৰু “Array” ৰ সাধাৰণ জ্ঞান থকা উচিত । | | ইয়াৰ বাবে আপোনাৰ Perl ৰ “Variables Data Structures” আৰু “Array” ৰ সাধাৰণ জ্ঞান থকা উচিত । | ||
|- | |- | ||
− | |00 | + | |00:43 |
| “Conditions, loops” আৰু “Conditional Statements” ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই । | | “Conditions, loops” আৰু “Conditional Statements” ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই । | ||
|- | |- | ||
− | |00 | + | |00:48 |
| আপোনালোকে বাণী নির্দেশনা (Spoken Tutorial) ৱেব্ছাইট ত থকা “Spoken Tutorial” চাব । | | আপোনালোকে বাণী নির্দেশনা (Spoken Tutorial) ৱেব্ছাইট ত থকা “Spoken Tutorial” চাব । | ||
|- | |- | ||
− | |00 | + | |00:54 |
| Perl ত কিছুমান আগৰে পৰা থকা ফাংছন (Function) পোৱা যায় । | | Perl ত কিছুমান আগৰে পৰা থকা ফাংছন (Function) পোৱা যায় । | ||
|- | |- | ||
− | |00 | + | |00:57 |
| এই “Function” সমূহে “Array” ত বহু ধৰণৰ কাম কৰিব পাৰে । | | এই “Function” সমূহে “Array” ত বহু ধৰণৰ কাম কৰিব পাৰে । | ||
|- | |- | ||
− | | 01 | + | | 01:02 |
| প্রথমতে আমি কেনেদৰে এলিমেন্ট (Element) সমুহ “Array” ৰ সহায়ত বহাব আৰু গুচাব পাৰি তকে শিকিম । | | প্রথমতে আমি কেনেদৰে এলিমেন্ট (Element) সমুহ “Array” ৰ সহায়ত বহাব আৰু গুচাব পাৰি তকে শিকিম । | ||
|- | |- | ||
− | |01 | + | |01:08 |
| এয়া কৰা হয় এনেদৰে :- | | এয়া কৰা হয় এনেদৰে :- | ||
|- | |- | ||
− | |01 | + | |01:10 |
| “Array” ৰ শেষৰ থাইত “Push Function” সহায়ত একোটা এলিমেন্ট (Element) বহুৱা হয় । | | “Array” ৰ শেষৰ থাইত “Push Function” সহায়ত একোটা এলিমেন্ট (Element) বহুৱা হয় । | ||
|- | |- | ||
− | |01 | + | |01:15 |
| আৰু “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” সহায়ত একোটা এলিমেন্ট (Element) গুচোৱা হয় । | | আৰু “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” সহায়ত একোটা এলিমেন্ট (Element) গুচোৱা হয় । | ||
|- | |- | ||
− | |01 | + | |01:21 |
| প্রথমতে আমি এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত কেনেদৰে “Push” আৰু “Pop Fuction” ব্যৱহাৰ কৰা হয় তাক যানিম । | | প্রথমতে আমি এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত কেনেদৰে “Push” আৰু “Pop Fuction” ব্যৱহাৰ কৰা হয় তাক যানিম । | ||
|- | |- | ||
− | |01 | + | |01:26 |
| Terminal খোলক আৰু টাইপ কৰক “gedit perlArray dot pl space ampersand” । | | Terminal খোলক আৰু টাইপ কৰক “gedit perlArray dot pl space ampersand” । | ||
|- | |- | ||
− | |01 | + | |01:33 |
| আৰু প্রেছ (Press) কৰক “Enter” । | | আৰু প্রেছ (Press) কৰক “Enter” । | ||
|- | |- | ||
− | | 01 | + | | 01:36 |
| ই “gedit” ত “perlArray dot pl” নামৰ ফাইল (File) এটা খুলিব । | | ই “gedit” ত “perlArray dot pl” নামৰ ফাইল (File) এটা খুলিব । | ||
|- | |- | ||
− | |01 | + | |01:41 |
| স্ক্রিন (Screen) ত দেখুৱাৰ দৰে কোড (Code) টাইপ (Type) কৰক । | | স্ক্রিন (Screen) ত দেখুৱাৰ দৰে কোড (Code) টাইপ (Type) কৰক । | ||
|- | |- | ||
− | |01 | + | |01:45 |
| ইয়াত আমি “Array” ৰ দৈর্ঘ্য ৩ বুলি কৈ দিছো । | | ইয়াত আমি “Array” ৰ দৈর্ঘ্য ৩ বুলি কৈ দিছো । | ||
|- | |- | ||
− | | 01 | + | | 01:50 |
| “Array” ৰ শেষৰ স্থান ত “Push Function” এ এটা এলিমেন্ট (Element) বহুৱাব, অর্থাত ৩ ৰ পিছত । | | “Array” ৰ শেষৰ স্থান ত “Push Function” এ এটা এলিমেন্ট (Element) বহুৱাব, অর্থাত ৩ ৰ পিছত । | ||
|- | |- | ||
− | |01 | + | |01:57 |
| “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” এ এটা এলিমেন্ট (Element) গুচাব । | | “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” এ এটা এলিমেন্ট (Element) গুচাব । | ||
|- | |- | ||
− | |02 | + | |02:04 |
| আমাৰ এই পৰিস্থিতি ত চতুর্থ টো “Array” ৰ পৰা গুচাই দিয়া হব । | | আমাৰ এই পৰিস্থিতি ত চতুর্থ টো “Array” ৰ পৰা গুচাই দিয়া হব । | ||
|- | |- | ||
− | |02 | + | |02:08 |
| সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” । | | সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” । | ||
|- | |- | ||
− | |02 | + | |02:11 |
| “push function” এ ২ টা “arguments” লয় । | | “push function” এ ২ টা “arguments” লয় । | ||
|- | |- | ||
− | |02 | + | |02:14 |
| “1st Argument” ৰ পৰা “push function”, হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব । | | “1st Argument” ৰ পৰা “push function”, হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব । | ||
|- | |- | ||
− | |02 | + | |02:20 |
| “2nd argument” হ’ল এটা “Element” যাক “push” কৰা হব “Array” লৈ । | | “2nd argument” হ’ল এটা “Element” যাক “push” কৰা হব “Array” লৈ । | ||
|- | |- | ||
− | |02 | + | |02:25 |
− | | “Pop function” ৰ বাক্যবিন্যাস ( | + | | “Pop function” ৰ বাক্যবিন্যাস (Syntax) সমুহ তলত দিয়া হ’ল :- |
|- | |- | ||
− | |02 | + | |02:29 |
| “pop function” এ অকল এটাহে “argument” লয় । | | “pop function” এ অকল এটাহে “argument” লয় । | ||
|- | |- | ||
− | |02 | + | |02:32 |
| ই হ’ল একপ্রকাৰৰ “Array” য’ৰ পৰা এটাকৈ “Element” গুচাব । | | ই হ’ল একপ্রকাৰৰ “Array” য’ৰ পৰা এটাকৈ “Element” গুচাব । | ||
|- | |- | ||
− | |02 | + | |02:36 |
| মনত ৰাখিব যে এই ফাংচন সমুহ “Array” ৰ শেষৰ স্থান ত হে কাম কৰিব । | | মনত ৰাখিব যে এই ফাংচন সমুহ “Array” ৰ শেষৰ স্থান ত হে কাম কৰিব । | ||
|- | |- | ||
− | |02 | + | |02:41 |
| “pop function” এ যিবোৰ এলিমেন্ট (Element) গুচাই দিছিল, সেই বোৰ বেলেগ এটা ভেৰিএবল (Variable) ৰ পৰা পোৱা যাব । | | “pop function” এ যিবোৰ এলিমেন্ট (Element) গুচাই দিছিল, সেই বোৰ বেলেগ এটা ভেৰিএবল (Variable) ৰ পৰা পোৱা যাব । | ||
|- | |- | ||
− | |02 | + | |02:46 |
− | | ইয়াৰ বাবে বাক্যবিন্যাস ( | + | | ইয়াৰ বাবে বাক্যবিন্যাস (Syntax) টো হ’ল :- “$variable space = space pop open bracket @myArray close bracket” |
|- | |- | ||
− | |02 | + | |02:57 |
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script” | | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script” | ||
|- | |- | ||
− | |03 | + | |03:01 |
| টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । | | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । | ||
|- | |- | ||
− | | 03 | + | | 03:07 |
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব । | | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব । | ||
|- | |- | ||
− | | 03 | + | | 03:11 |
| এতিয়া আমি কেনেদৰে “Array” ৰ প্রথম স্থানত এলিমেন্ট (Element) এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম । | | এতিয়া আমি কেনেদৰে “Array” ৰ প্রথম স্থানত এলিমেন্ট (Element) এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম । | ||
|- | |- | ||
− | | 03 | + | | 03:18 |
| ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয় :- | | ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয় :- | ||
|- | |- | ||
− | |03 | + | |03:20 |
| “unshift function”- যিয়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাই । | | “unshift function”- যিয়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাই । | ||
|- | |- | ||
− | |03 | + | |03:25 |
| “shift function”- যিয়ে প্রথম এলিমেন্ট (Element) টো “Array” ৰ পৰা আতৰাই দিয়ে । | | “shift function”- যিয়ে প্রথম এলিমেন্ট (Element) টো “Array” ৰ পৰা আতৰাই দিয়ে । | ||
|- | |- | ||
− | | 03 | + | | 03:31 |
| আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । | | আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । | ||
|- | |- | ||
− | |03 | + | |03:35 |
| মই এতিয়া “perlArray dot pl” ফাইল (File) টো খুলিম, যাক মই আগতেই বনাই থৈছিলো । | | মই এতিয়া “perlArray dot pl” ফাইল (File) টো খুলিম, যাক মই আগতেই বনাই থৈছিলো । | ||
|- | |- | ||
− | | 03 | + | | 03:39 |
| স্ক্রিন (Screen) ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক - | | স্ক্রিন (Screen) ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক - | ||
|- | |- | ||
− | | 03 | + | | 03:43 |
| “unshift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাব, অর্থাত ১ ৰ আগত । | | “unshift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাব, অর্থাত ১ ৰ আগত । | ||
|- | |- | ||
− | | 03 | + | | 03:52 |
| “shift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানৰ পৰা আতৰাব । | | “shift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানৰ পৰা আতৰাব । | ||
|- | |- | ||
− | | 03 | + | | 03:57 |
| আমাৰ ক্ষেত্রত, “শুণ্য” টো গুচোৱা হব । | | আমাৰ ক্ষেত্রত, “শুণ্য” টো গুচোৱা হব । | ||
|- | |- | ||
− | | 04 | + | | 04:00 |
| সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” । | | সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” । | ||
|- | |- | ||
− | |04 | + | |04:03 |
| “unshift function” এ ২ টা “arguments” লয় । | | “unshift function” এ ২ টা “arguments” লয় । | ||
|- | |- | ||
− | |04 | + | |04:06 |
| “1st Argument” হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব । | | “1st Argument” হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব । | ||
|- | |- | ||
− | |04 | + | |04:10 |
| “2nd Argument” হ’ল এটা “Element” যাক “Array” ত বহুৱা হ’ব । | | “2nd Argument” হ’ল এটা “Element” যাক “Array” ত বহুৱা হ’ব । | ||
|- | |- | ||
− | |04 | + | |04:15 |
| “Shift Function” এ মাত্র এটা “argument” লব পাৰে । | | “Shift Function” এ মাত্র এটা “argument” লব পাৰে । | ||
|- | |- | ||
− | |04 | + | |04:18 |
| ই হ’ল এটা “Array” য’ৰ পৰা “Element” বোৰ গুচাব লাগে । | | ই হ’ল এটা “Array” য’ৰ পৰা “Element” বোৰ গুচাব লাগে । | ||
|- | |- | ||
− | | 04 | + | | 04:22 |
| মনত ৰাখিব : দুয়োটা ফাংচনে ৰ প্রথম স্থান (First position) ত কাম কৰে । | | মনত ৰাখিব : দুয়োটা ফাংচনে ৰ প্রথম স্থান (First position) ত কাম কৰে । | ||
|- | |- | ||
− | | 04 | + | | 04:27 |
| আমি কিছু ভেৰিএবল (Variable) ৰ পৰা “shift function” গুচাই এলিমেন্ট (Element) সমুহ গোটাই লব পাৰো । | | আমি কিছু ভেৰিএবল (Variable) ৰ পৰা “shift function” গুচাই এলিমেন্ট (Element) সমুহ গোটাই লব পাৰো । | ||
|- | |- | ||
− | |04 | + | |04:33 |
| ইয়াৰ বাবে বাক্যবিন্যাস (Syntex) টো হ’ল : “- $variable space = space shift open bracket @myArray close bracket” | | ইয়াৰ বাবে বাক্যবিন্যাস (Syntex) টো হ’ল : “- $variable space = space shift open bracket @myArray close bracket” | ||
|- | |- | ||
− | |04 | + | |04:44 |
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script” | | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script” | ||
|- | |- | ||
− | |04 | + | |04:48 |
| টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । | | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । | ||
|- | |- | ||
− | |04 | + | |04:54 |
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব উজলাই থোৱা অংশত । | | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব উজলাই থোৱা অংশত । | ||
|- | |- | ||
− | |04 | + | |04:59 |
| এতিয়া, কেনেদৰে এলিমেন্ট (Element) এটা “Array” ৰ কোনো উল্লেখিত স্থানৰ (specified position) পৰা গুচোৱা হয় তাক চাম । | | এতিয়া, কেনেদৰে এলিমেন্ট (Element) এটা “Array” ৰ কোনো উল্লেখিত স্থানৰ (specified position) পৰা গুচোৱা হয় তাক চাম । | ||
|- | |- | ||
− | |05 | + | |05:05 |
| “Splice Function” সমুহে “Array” ৰ কোনো এটা নির্দিস্ট স্থানৰ পৰা এলিমেন্ট (Element) বোৰ গুচাই দিয়ে । | | “Splice Function” সমুহে “Array” ৰ কোনো এটা নির্দিস্ট স্থানৰ পৰা এলিমেন্ট (Element) বোৰ গুচাই দিয়ে । | ||
|- | |- | ||
− | |05 | + | |05:11 |
| এই ফাংচন (Function) ৰ “ৰিটার্ণ ভেলু” (Return Value) বোৰ “Array” ৰ পৰা গুচাই দিয়া এলিমেন্ট (Element) সমুহ | | এই ফাংচন (Function) ৰ “ৰিটার্ণ ভেলু” (Return Value) বোৰ “Array” ৰ পৰা গুচাই দিয়া এলিমেন্ট (Element) সমুহ | ||
|- | |- | ||
− | |05 | + | |05:17 |
| আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । | | আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । | ||
|- | |- | ||
− | | 05 | + | | 05:21 |
| “perlArray dot pl” নামৰ ফাইল টো লৈ যাওক, যাক আমি আগতেই বনাই থৈছিলো । | | “perlArray dot pl” নামৰ ফাইল টো লৈ যাওক, যাক আমি আগতেই বনাই থৈছিলো । | ||
|- | |- | ||
− | | 05 | + | | 05:26 |
| তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক । | | তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক । | ||
|- | |- | ||
− | |05 | + | |05:30 |
| আমি এতিয়া “Index”ক যোগান দিব লাগিব, য’ৰ পৰা আমি এলিমেন্ট (Element) বোৰ গুচাব বিচাৰো, আৰু | | আমি এতিয়া “Index”ক যোগান দিব লাগিব, য’ৰ পৰা আমি এলিমেন্ট (Element) বোৰ গুচাব বিচাৰো, আৰু | ||
|- | |- | ||
− | | 05 | + | | 05:35 |
| “Offset” য’লৈকে আমি এলিমেন্ট (Element) সমুহ গুচাব বিচাৰো । | | “Offset” য’লৈকে আমি এলিমেন্ট (Element) সমুহ গুচাব বিচাৰো । | ||
|- | |- | ||
− | | 05 | + | | 05:39 |
| আমাৰ ক্ষেত্রত , ৫ আৰু ৬ নং এলিমেন্ট (Element) কেইটা হে গুচাব লাগিব । | | আমাৰ ক্ষেত্রত , ৫ আৰু ৬ নং এলিমেন্ট (Element) কেইটা হে গুচাব লাগিব । | ||
|- | |- | ||
− | | 05 | + | | 05:44 |
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”- | | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”- | ||
|- | |- | ||
− | | 05 | + | | 05:49 |
| টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । | | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । | ||
|- | |- | ||
− | |05 | + | |05:55 |
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব | | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব | ||
|- | |- | ||
− | | 05 | + | | 05:59 |
| এতিয়া আকৌ “Array” ৰ কিছু নতুন “Inbuild Function” সমুহ চাওঁ । | | এতিয়া আকৌ “Array” ৰ কিছু নতুন “Inbuild Function” সমুহ চাওঁ । | ||
|- | |- | ||
− | | 06 | + | | 06:04 |
| এটা নির্দস্ট “delimiter” থকা “string” ক ভাগ কৰিবলৈ “Split Function” ব্যৱহাৰ কৰে । | | এটা নির্দস্ট “delimiter” থকা “string” ক ভাগ কৰিবলৈ “Split Function” ব্যৱহাৰ কৰে । | ||
|- | |- | ||
− | |06 | + | |06:10 |
| এই ফাংচন (Function) ৰ ৰিটার্ণ ভেলু (Return Value) হ’ল এটা “Array” | | এই ফাংচন (Function) ৰ ৰিটার্ণ ভেলু (Return Value) হ’ল এটা “Array” | ||
|- | |- | ||
− | | 06 | + | | 06:14 |
| এই “Array” ৰ এলিমেন্ট (Element) সমুহ “string” ৰ ভাগ হৈ থকা কিছু অংশ । | | এই “Array” ৰ এলিমেন্ট (Element) সমুহ “string” ৰ ভাগ হৈ থকা কিছু অংশ । | ||
|- | |- | ||
− | |06 | + | |06:19 |
| নির্দস্ট “delimiter” ৰ সহায়ত “Array” ৰ এলিমেন্ট (Element) সমুহক “join function” এ সংযোগ কৰে । | | নির্দস্ট “delimiter” ৰ সহায়ত “Array” ৰ এলিমেন্ট (Element) সমুহক “join function” এ সংযোগ কৰে । | ||
|- | |- | ||
− | |06 | + | |06:25 |
| ই “string” ত সংযোগ হৈ থকা এলিমেন্ট (Element) সমুহ ঘুৰাই পথাই । | | ই “string” ত সংযোগ হৈ থকা এলিমেন্ট (Element) সমুহ ঘুৰাই পথাই । | ||
|- | |- | ||
− | | 06 | + | | 06:28 |
| “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক / সংখ্যানুক্রমিক ভাবে চর্ট (sort) কৰে । | | “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক / সংখ্যানুক্রমিক ভাবে চর্ট (sort) কৰে । | ||
|- | |- | ||
− | | 06 | + | | 06:34 |
| “White space” এ ভগাই দিয়া শব্দ ৰ “Array” ক, “qw function” এ ঘুৰাই পথাই । | | “White space” এ ভগাই দিয়া শব্দ ৰ “Array” ক, “qw function” এ ঘুৰাই পথাই । | ||
|- | |- | ||
− | | 06 | + | | 06:40 |
| আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । | | আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । | ||
|- | |- | ||
− | | 06 | + | | 06:45 |
| টার্মিনেল লৈ যাওক, আৰু টাইপ কৰক, | | টার্মিনেল লৈ যাওক, আৰু টাইপ কৰক, | ||
|- | |- | ||
− | |06 | + | |06:48 |
| ''' gedit arrayFunctions dot pl স্পেচ্ ampersand আৰু টিপক Enter''' | | ''' gedit arrayFunctions dot pl স্পেচ্ ampersand আৰু টিপক Enter''' | ||
|- | |- | ||
− | |06 | + | |06:55 |
| তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক । | | তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক । | ||
|- | |- | ||
− | |07 | + | |07:00 |
| এই ক্ষেত্রত, “Variable string” ৰ প্রতিটো শব্দ “Array” ৰ এলিমেন্ট (Element) লৈ পৰিবর্ত্তন হব । | | এই ক্ষেত্রত, “Variable string” ৰ প্রতিটো শব্দ “Array” ৰ এলিমেন্ট (Element) লৈ পৰিবর্ত্তন হব । | ||
|- | |- | ||
− | |07 | + | |07:07 |
| ইয়াত, প্রতিটো “newArray” ৰ এলিমেন্ট (Element) একোটা “ক’মা” (comma) ৰে সংযোগ কৰা হয় । | | ইয়াত, প্রতিটো “newArray” ৰ এলিমেন্ট (Element) একোটা “ক’মা” (comma) ৰে সংযোগ কৰা হয় । | ||
|- | |- | ||
− | |07 | + | |07:12 |
| “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক ভাবে চর্ট (sort) কৰে । | | “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক ভাবে চর্ট (sort) কৰে । | ||
|- | |- | ||
− | |07 | + | |07:19 |
| “qw function” এ একোটা শব্দ ৰ “Array” বনাই যাক স্পেচ (Space) এ ভাগ কৰে । | | “qw function” এ একোটা শব্দ ৰ “Array” বনাই যাক স্পেচ (Space) এ ভাগ কৰে । | ||
|- | |- | ||
− | |07 | + | |07:25 |
| আহক এতিয়া প্রতিটো ফাংচন বুজো- | | আহক এতিয়া প্রতিটো ফাংচন বুজো- | ||
|- | |- | ||
− | |07 | + | |07:28 |
| “split function” এ ২টা কৈ “argument” লয় । | | “split function” এ ২টা কৈ “argument” লয় । | ||
|- | |- | ||
− | |07 | + | |07:31 |
| ১ম argument টো হ’ল এটা “delimiter”, যাৰ কাৰণে “string” ক ভগাই দিব লগিয়া হয় । | | ১ম argument টো হ’ল এটা “delimiter”, যাৰ কাৰণে “string” ক ভগাই দিব লগিয়া হয় । | ||
|- | |- | ||
− | |07 | + | |07:36 |
| ২য় টো ও এটা “string” যাক ভগাই দিব লাগে । | | ২য় টো ও এটা “string” যাক ভগাই দিব লাগে । | ||
|- | |- | ||
− | |07 | + | |07:39 |
| “Delimiter” নিশ্চিত কৰিবলৈ “forward slash, single অথবা double quotes” ব্যৱহাৰ কৰা হয় । | | “Delimiter” নিশ্চিত কৰিবলৈ “forward slash, single অথবা double quotes” ব্যৱহাৰ কৰা হয় । | ||
|- | |- | ||
− | |07 | + | |07:45 |
| “join function” এ ২টা কৈ “argument” লয় । | | “join function” এ ২টা কৈ “argument” লয় । | ||
|- | |- | ||
− | |07 | + | |07:48 |
| ১ম টো হ’ল “delimiter” য’ত “Array Element” বোৰক ক সংযোগ কৰি দিয়া হয় । | | ১ম টো হ’ল “delimiter” য’ত “Array Element” বোৰক ক সংযোগ কৰি দিয়া হয় । | ||
|- | |- | ||
− | |07 | + | |07:53 |
| ২য় টো হ’ল “Array” । | | ২য় টো হ’ল “Array” । | ||
|- | |- | ||
− | |07 | + | |07:55 |
| “Delimiter” নিশ্চিত কৰিবলৈ “single অথবা double quotes” ব্যৱহাৰ কৰা হয় । | | “Delimiter” নিশ্চিত কৰিবলৈ “single অথবা double quotes” ব্যৱহাৰ কৰা হয় । | ||
|- | |- | ||
− | |07 | + | |07:58 |
| “sort function” এ ১টা কৈ “argument” লয়, যি হ’ল এটা “Array” আৰু যাক চর্ত (sort) কৰিব লাগে । | | “sort function” এ ১টা কৈ “argument” লয়, যি হ’ল এটা “Array” আৰু যাক চর্ত (sort) কৰিব লাগে । | ||
|- | |- | ||
− | |08 | + | |08:05 |
| “qw function” এ ঘুৰাই পঠাই একোটা শব্দ ৰ “Array” ক যাক স্পেচ (Space) এ ভাগ কৰে । | | “qw function” এ ঘুৰাই পঠাই একোটা শব্দ ৰ “Array” ক যাক স্পেচ (Space) এ ভাগ কৰে । | ||
|- | |- | ||
− | |08 | + | |08:11 |
| যদি “qw” ৰে লিখা হয় তেন্তে, “quotes” ত নিলিখিলেও হয় । | | যদি “qw” ৰে লিখা হয় তেন্তে, “quotes” ত নিলিখিলেও হয় । | ||
|- | |- | ||
− | |08 | + | |08:17 |
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”- | | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”- | ||
|- | |- | ||
− | |08 | + | |08:23 |
| “perl arrayFunctions dot pl” | | “perl arrayFunctions dot pl” | ||
|- | |- | ||
− | |08 | + | |08:26 |
| “Enter” টিপক । | | “Enter” টিপক । | ||
|- | |- | ||
− | |08 | + | |08:29 |
− | | আউটপুত (Output) সমুহ স্ক্রিন ( | + | | আউটপুত (Output) সমুহ স্ক্রিন (Screen) ত দেখাপোৱা যাব |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
− | |08 | + | |08:33 |
− | | | + | | এতিয়া সাৰাংশলৈ আহিছো ।এই নির্দেশনা ত আমি শিকিলো - |
|- | |- | ||
− | |08 | + | |08:36 |
| “Array” ৰ পৰা এলিমেন্ট (Element) সমুহ সংযোগ কৰা / আতৰোৱা । | | “Array” ৰ পৰা এলিমেন্ট (Element) সমুহ সংযোগ কৰা / আতৰোৱা । | ||
|- | |- | ||
− | |08 | + | |08:40 |
| “Array” ৰ সাধাৰণ ফাংচন (basic function বোৰ উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত বুজা । | | “Array” ৰ সাধাৰণ ফাংচন (basic function বোৰ উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত বুজা । | ||
|- | |- | ||
− | |08 | + | |08:46 |
| ইয়াত কিছু অভ্যাশৰ কাৰনে প্রশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে । | | ইয়াত কিছু অভ্যাশৰ কাৰনে প্রশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে । | ||
|- | |- | ||
− | |08 | + | |08:48 |
| 'script.spoken-tutorial.org/index.php/Perl' যাওক । | | 'script.spoken-tutorial.org/index.php/Perl' যাওক । | ||
|- | |- | ||
− | |08 | + | |08:54 |
| উপৰত দিয়া সমুহ split কৰক ''' string at '/ ' ''' (forward slash) '''delimiter ''' | | উপৰত দিয়া সমুহ split কৰক ''' string at '/ ' ''' (forward slash) '''delimiter ''' | ||
|- | |- | ||
− | |08 | + | |08:59 |
| যোগ (Add) কৰক ''' https:// ''' at the start of an newly created '''Array''' | | যোগ (Add) কৰক ''' https:// ''' at the start of an newly created '''Array''' | ||
|- | |- | ||
− | |09 | + | |09:06 |
| গুচাওক / আতৰাওক ''' element “Perl” ''' from the '''Array ''' | | গুচাওক / আতৰাওক ''' element “Perl” ''' from the '''Array ''' | ||
|- | |- | ||
− | |09 | + | |09:09 |
| “Array” ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চর্ত (sort) কৰক । | | “Array” ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চর্ত (sort) কৰক । | ||
|- | |- | ||
− | |09 | + | |09:12 |
| উপৰত উল্লেখিত লিংক (link) ৰ পৰা ভিডিঅ’ টো চাওক । | | উপৰত উল্লেখিত লিংক (link) ৰ পৰা ভিডিঅ’ টো চাওক । | ||
|- | |- | ||
− | |09 | + | |09:15 |
| ইয়াত সম্পূর্ণ বাকধ্বনি যুক্ত নির্দেশনা সমুহ উল্লেখ কৰা হৈছে । | | ইয়াত সম্পূর্ণ বাকধ্বনি যুক্ত নির্দেশনা সমুহ উল্লেখ কৰা হৈছে । | ||
|- | |- | ||
− | |09 | + | |09:19 |
| যদি আপোনাৰ বেন্দৱাইথ (Bandwith) ভাল নহয় তেন্তে ডাউনলোড কৰি ল’ব পাৰে । | | যদি আপোনাৰ বেন্দৱাইথ (Bandwith) ভাল নহয় তেন্তে ডাউনলোড কৰি ল’ব পাৰে । | ||
|- | |- | ||
− | | 09 | + | | 09:24 |
| স্পোকেন টিউটোৰিএল প্রজেক্ত টিম এ বাকধ্বনি যুক্ত নির্দেশনা থকা ৱার্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা । | | স্পোকেন টিউটোৰিএল প্রজেক্ত টিম এ বাকধ্বনি যুক্ত নির্দেশনা থকা ৱার্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা । | ||
|- | |- | ||
− | |09 | + | |09:30 |
| যি সকলে অনলাইন পৰীক্ষা ত উত্তীর্ণ হয় তেওঁলোকক চার্টিফিকেট দিয়া হয় । | | যি সকলে অনলাইন পৰীক্ষা ত উত্তীর্ণ হয় তেওঁলোকক চার্টিফিকেট দিয়া হয় । | ||
|- | |- | ||
− | |09 | + | |09:34 |
| অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org | | অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org | ||
|- | |- | ||
− | | 09 | + | | 09:40 |
| স্পোকেন টিউটোৰিএল প্রজেক্ত এটা Talk to a Teacher project (শিক্ষক ৰ লগত কথা পতা প্রজেক্ত) | | স্পোকেন টিউটোৰিএল প্রজেক্ত এটা Talk to a Teacher project (শিক্ষক ৰ লগত কথা পতা প্রজেক্ত) | ||
|- | |- | ||
− | |09 | + | |09:44 |
| ইয়াক সহযোগ কৰিছে নেচনেল মিছন অন এডুকেছন দ্বাৰা ICT, MHRD, ভাৰত চৰকাৰ । | | ইয়াক সহযোগ কৰিছে নেচনেল মিছন অন এডুকেছন দ্বাৰা ICT, MHRD, ভাৰত চৰকাৰ । | ||
|- | |- | ||
− | |09 | + | |09:51 |
|অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org slash NMEICT hyphen Intro | |অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org slash NMEICT hyphen Intro | ||
|- | |- | ||
− | | 10 | + | | 10:02 |
| আশা কৰো আপোনালোকে পার্ল টিউটোৰিএল (Perl Tutorial) উপভোগ কৰিলে । | | আশা কৰো আপোনালোকে পার্ল টিউটোৰিএল (Perl Tutorial) উপভোগ কৰিলে । | ||
|- | |- | ||
− | |10 | + | |10:04 |
− | | মই | + | | মই প্ৰগয়ান বেজবৰুৱা, সমাপ্ত কৰিছো । |
|- | |- | ||
− | |10 | + | |10:06 |
| ধন্যবাদ । | | ধন্যবাদ । | ||
|} | |} |
Latest revision as of 10:01, 5 March 2017
Time | Narration |
00:01 | পার্ল (Perl) ত এৰে ফাংছন (Array Function) ৰ নির্দেশনা (Tutorial) লৈ আপোনালোক ক স্বাগতম । |
00:06 | এই নির্দেশনা (Tutorial) ত আপোনালোকে পার্ল (Perl) ত এৰে ফাংছন (Array Function), যেনে |
00:11 | push ( পুছ )pop ( প’প )shift ( ছিফ্ট ) |
00:14 | unshift ( আন-ছিফ্ট )split ( চপ্লিত ) |
00:16 | splice ( চপ্লাইছ )join ( যইন ) |
00:18 | sort ( চর্ত )qw( কিউ-ডাব্লিউ ) |
00:20 | মই ইয়াত “Ubuntu Linux12.04” আৰু “Perl 5.14.2” ব্যবহাৰ কৰিছো । |
00:28 | মই আৰু “gedit” নামৰ Text Editor ও ব্যৱহাৰ কৰিছো । |
00:32 | আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে Text Editor ব্যৱহাৰ কৰিব পাৰে । |
00:36 | ইয়াৰ বাবে আপোনাৰ Perl ৰ “Variables Data Structures” আৰু “Array” ৰ সাধাৰণ জ্ঞান থকা উচিত । |
00:43 | “Conditions, loops” আৰু “Conditional Statements” ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই । |
00:48 | আপোনালোকে বাণী নির্দেশনা (Spoken Tutorial) ৱেব্ছাইট ত থকা “Spoken Tutorial” চাব । |
00:54 | Perl ত কিছুমান আগৰে পৰা থকা ফাংছন (Function) পোৱা যায় । |
00:57 | এই “Function” সমূহে “Array” ত বহু ধৰণৰ কাম কৰিব পাৰে । |
01:02 | প্রথমতে আমি কেনেদৰে এলিমেন্ট (Element) সমুহ “Array” ৰ সহায়ত বহাব আৰু গুচাব পাৰি তকে শিকিম । |
01:08 | এয়া কৰা হয় এনেদৰে :- |
01:10 | “Array” ৰ শেষৰ থাইত “Push Function” সহায়ত একোটা এলিমেন্ট (Element) বহুৱা হয় । |
01:15 | আৰু “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” সহায়ত একোটা এলিমেন্ট (Element) গুচোৱা হয় । |
01:21 | প্রথমতে আমি এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত কেনেদৰে “Push” আৰু “Pop Fuction” ব্যৱহাৰ কৰা হয় তাক যানিম । |
01:26 | Terminal খোলক আৰু টাইপ কৰক “gedit perlArray dot pl space ampersand” । |
01:33 | আৰু প্রেছ (Press) কৰক “Enter” । |
01:36 | ই “gedit” ত “perlArray dot pl” নামৰ ফাইল (File) এটা খুলিব । |
01:41 | স্ক্রিন (Screen) ত দেখুৱাৰ দৰে কোড (Code) টাইপ (Type) কৰক । |
01:45 | ইয়াত আমি “Array” ৰ দৈর্ঘ্য ৩ বুলি কৈ দিছো । |
01:50 | “Array” ৰ শেষৰ স্থান ত “Push Function” এ এটা এলিমেন্ট (Element) বহুৱাব, অর্থাত ৩ ৰ পিছত । |
01:57 | “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” এ এটা এলিমেন্ট (Element) গুচাব । |
02:04 | আমাৰ এই পৰিস্থিতি ত চতুর্থ টো “Array” ৰ পৰা গুচাই দিয়া হব । |
02:08 | সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” । |
02:11 | “push function” এ ২ টা “arguments” লয় । |
02:14 | “1st Argument” ৰ পৰা “push function”, হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব । |
02:20 | “2nd argument” হ’ল এটা “Element” যাক “push” কৰা হব “Array” লৈ । |
02:25 | “Pop function” ৰ বাক্যবিন্যাস (Syntax) সমুহ তলত দিয়া হ’ল :- |
02:29 | “pop function” এ অকল এটাহে “argument” লয় । |
02:32 | ই হ’ল একপ্রকাৰৰ “Array” য’ৰ পৰা এটাকৈ “Element” গুচাব । |
02:36 | মনত ৰাখিব যে এই ফাংচন সমুহ “Array” ৰ শেষৰ স্থান ত হে কাম কৰিব । |
02:41 | “pop function” এ যিবোৰ এলিমেন্ট (Element) গুচাই দিছিল, সেই বোৰ বেলেগ এটা ভেৰিএবল (Variable) ৰ পৰা পোৱা যাব । |
02:46 | ইয়াৰ বাবে বাক্যবিন্যাস (Syntax) টো হ’ল :- “$variable space = space pop open bracket @myArray close bracket” |
02:57 | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script” |
03:01 | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । |
03:07 | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব । |
03:11 | এতিয়া আমি কেনেদৰে “Array” ৰ প্রথম স্থানত এলিমেন্ট (Element) এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম । |
03:18 | ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয় :- |
03:20 | “unshift function”- যিয়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাই । |
03:25 | “shift function”- যিয়ে প্রথম এলিমেন্ট (Element) টো “Array” ৰ পৰা আতৰাই দিয়ে । |
03:31 | আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । |
03:35 | মই এতিয়া “perlArray dot pl” ফাইল (File) টো খুলিম, যাক মই আগতেই বনাই থৈছিলো । |
03:39 | স্ক্রিন (Screen) ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক - |
03:43 | “unshift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাব, অর্থাত ১ ৰ আগত । |
03:52 | “shift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানৰ পৰা আতৰাব । |
03:57 | আমাৰ ক্ষেত্রত, “শুণ্য” টো গুচোৱা হব । |
04:00 | সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” । |
04:03 | “unshift function” এ ২ টা “arguments” লয় । |
04:06 | “1st Argument” হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব । |
04:10 | “2nd Argument” হ’ল এটা “Element” যাক “Array” ত বহুৱা হ’ব । |
04:15 | “Shift Function” এ মাত্র এটা “argument” লব পাৰে । |
04:18 | ই হ’ল এটা “Array” য’ৰ পৰা “Element” বোৰ গুচাব লাগে । |
04:22 | মনত ৰাখিব : দুয়োটা ফাংচনে ৰ প্রথম স্থান (First position) ত কাম কৰে । |
04:27 | আমি কিছু ভেৰিএবল (Variable) ৰ পৰা “shift function” গুচাই এলিমেন্ট (Element) সমুহ গোটাই লব পাৰো । |
04:33 | ইয়াৰ বাবে বাক্যবিন্যাস (Syntex) টো হ’ল : “- $variable space = space shift open bracket @myArray close bracket” |
04:44 | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script” |
04:48 | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । |
04:54 | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব উজলাই থোৱা অংশত । |
04:59 | এতিয়া, কেনেদৰে এলিমেন্ট (Element) এটা “Array” ৰ কোনো উল্লেখিত স্থানৰ (specified position) পৰা গুচোৱা হয় তাক চাম । |
05:05 | “Splice Function” সমুহে “Array” ৰ কোনো এটা নির্দিস্ট স্থানৰ পৰা এলিমেন্ট (Element) বোৰ গুচাই দিয়ে । |
05:11 | এই ফাংচন (Function) ৰ “ৰিটার্ণ ভেলু” (Return Value) বোৰ “Array” ৰ পৰা গুচাই দিয়া এলিমেন্ট (Element) সমুহ |
05:17 | আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । |
05:21 | “perlArray dot pl” নামৰ ফাইল টো লৈ যাওক, যাক আমি আগতেই বনাই থৈছিলো । |
05:26 | তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক । |
05:30 | আমি এতিয়া “Index”ক যোগান দিব লাগিব, য’ৰ পৰা আমি এলিমেন্ট (Element) বোৰ গুচাব বিচাৰো, আৰু |
05:35 | “Offset” য’লৈকে আমি এলিমেন্ট (Element) সমুহ গুচাব বিচাৰো । |
05:39 | আমাৰ ক্ষেত্রত , ৫ আৰু ৬ নং এলিমেন্ট (Element) কেইটা হে গুচাব লাগিব । |
05:44 | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”- |
05:49 | টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক । |
05:55 | আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব |
05:59 | এতিয়া আকৌ “Array” ৰ কিছু নতুন “Inbuild Function” সমুহ চাওঁ । |
06:04 | এটা নির্দস্ট “delimiter” থকা “string” ক ভাগ কৰিবলৈ “Split Function” ব্যৱহাৰ কৰে । |
06:10 | এই ফাংচন (Function) ৰ ৰিটার্ণ ভেলু (Return Value) হ’ল এটা “Array” |
06:14 | এই “Array” ৰ এলিমেন্ট (Element) সমুহ “string” ৰ ভাগ হৈ থকা কিছু অংশ । |
06:19 | নির্দস্ট “delimiter” ৰ সহায়ত “Array” ৰ এলিমেন্ট (Element) সমুহক “join function” এ সংযোগ কৰে । |
06:25 | ই “string” ত সংযোগ হৈ থকা এলিমেন্ট (Element) সমুহ ঘুৰাই পথাই । |
06:28 | “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক / সংখ্যানুক্রমিক ভাবে চর্ট (sort) কৰে । |
06:34 | “White space” এ ভগাই দিয়া শব্দ ৰ “Array” ক, “qw function” এ ঘুৰাই পথাই । |
06:40 | আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ । |
06:45 | টার্মিনেল লৈ যাওক, আৰু টাইপ কৰক, |
06:48 | gedit arrayFunctions dot pl স্পেচ্ ampersand আৰু টিপক Enter |
06:55 | তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক । |
07:00 | এই ক্ষেত্রত, “Variable string” ৰ প্রতিটো শব্দ “Array” ৰ এলিমেন্ট (Element) লৈ পৰিবর্ত্তন হব । |
07:07 | ইয়াত, প্রতিটো “newArray” ৰ এলিমেন্ট (Element) একোটা “ক’মা” (comma) ৰে সংযোগ কৰা হয় । |
07:12 | “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক ভাবে চর্ট (sort) কৰে । |
07:19 | “qw function” এ একোটা শব্দ ৰ “Array” বনাই যাক স্পেচ (Space) এ ভাগ কৰে । |
07:25 | আহক এতিয়া প্রতিটো ফাংচন বুজো- |
07:28 | “split function” এ ২টা কৈ “argument” লয় । |
07:31 | ১ম argument টো হ’ল এটা “delimiter”, যাৰ কাৰণে “string” ক ভগাই দিব লগিয়া হয় । |
07:36 | ২য় টো ও এটা “string” যাক ভগাই দিব লাগে । |
07:39 | “Delimiter” নিশ্চিত কৰিবলৈ “forward slash, single অথবা double quotes” ব্যৱহাৰ কৰা হয় । |
07:45 | “join function” এ ২টা কৈ “argument” লয় । |
07:48 | ১ম টো হ’ল “delimiter” য’ত “Array Element” বোৰক ক সংযোগ কৰি দিয়া হয় । |
07:53 | ২য় টো হ’ল “Array” । |
07:55 | “Delimiter” নিশ্চিত কৰিবলৈ “single অথবা double quotes” ব্যৱহাৰ কৰা হয় । |
07:58 | “sort function” এ ১টা কৈ “argument” লয়, যি হ’ল এটা “Array” আৰু যাক চর্ত (sort) কৰিব লাগে । |
08:05 | “qw function” এ ঘুৰাই পঠাই একোটা শব্দ ৰ “Array” ক যাক স্পেচ (Space) এ ভাগ কৰে । |
08:11 | যদি “qw” ৰে লিখা হয় তেন্তে, “quotes” ত নিলিখিলেও হয় । |
08:17 | এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”- |
08:23 | “perl arrayFunctions dot pl” |
08:26 | “Enter” টিপক । |
08:29 | আউটপুত (Output) সমুহ স্ক্রিন (Screen) ত দেখাপোৱা যাব |
08:33 | এতিয়া সাৰাংশলৈ আহিছো ।এই নির্দেশনা ত আমি শিকিলো - |
08:36 | “Array” ৰ পৰা এলিমেন্ট (Element) সমুহ সংযোগ কৰা / আতৰোৱা । |
08:40 | “Array” ৰ সাধাৰণ ফাংচন (basic function বোৰ উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত বুজা । |
08:46 | ইয়াত কিছু অভ্যাশৰ কাৰনে প্রশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে । |
08:48 | 'script.spoken-tutorial.org/index.php/Perl' যাওক । |
08:54 | উপৰত দিয়া সমুহ split কৰক string at '/ ' (forward slash) delimiter |
08:59 | যোগ (Add) কৰক https:// at the start of an newly created Array |
09:06 | গুচাওক / আতৰাওক element “Perl” from the Array |
09:09 | “Array” ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চর্ত (sort) কৰক । |
09:12 | উপৰত উল্লেখিত লিংক (link) ৰ পৰা ভিডিঅ’ টো চাওক । |
09:15 | ইয়াত সম্পূর্ণ বাকধ্বনি যুক্ত নির্দেশনা সমুহ উল্লেখ কৰা হৈছে । |
09:19 | যদি আপোনাৰ বেন্দৱাইথ (Bandwith) ভাল নহয় তেন্তে ডাউনলোড কৰি ল’ব পাৰে । |
09:24 | স্পোকেন টিউটোৰিএল প্রজেক্ত টিম এ বাকধ্বনি যুক্ত নির্দেশনা থকা ৱার্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা । |
09:30 | যি সকলে অনলাইন পৰীক্ষা ত উত্তীর্ণ হয় তেওঁলোকক চার্টিফিকেট দিয়া হয় । |
09:34 | অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org |
09:40 | স্পোকেন টিউটোৰিএল প্রজেক্ত এটা Talk to a Teacher project (শিক্ষক ৰ লগত কথা পতা প্রজেক্ত) |
09:44 | ইয়াক সহযোগ কৰিছে নেচনেল মিছন অন এডুকেছন দ্বাৰা ICT, MHRD, ভাৰত চৰকাৰ । |
09:51 | অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
10:02 | আশা কৰো আপোনালোকে পার্ল টিউটোৰিএল (Perl Tutorial) উপভোগ কৰিলে । |
10:04 | মই প্ৰগয়ান বেজবৰুৱা, সমাপ্ত কৰিছো । |
10:06 | ধন্যবাদ । |