Difference between revisions of "Java/C2/Method-overloading/Assamese"
From Script | Spoken-Tutorial
| Line 1: | Line 1: | ||
| − | + | ||
| − | || ''Time''' | + | {| border=1 |
| + | || '''Time'''' | ||
|| '''Narration''' | || '''Narration''' | ||
| Line 20: | Line 21: | ||
|- | |- | ||
| 00:13 | | 00:13 | ||
| − | | | + | | ইয়াত আমি |
| − | + | উবুন্টু সংস্কৰণ 11.10, | |
| − | উবুন্টু | + | JDK 1.6 আৰু |
| − | + | Eclipse 3.7.0 ব্যবহাৰ কৰিছো । | |
| − | + | ||
| − | + | ||
| − | + | ||
|- | |- | ||
| Line 40: | Line 38: | ||
|- | |- | ||
| 00:32 | | 00:32 | ||
| − | | | + | |যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক |
| − | + | ||
('''http'''://'''www.spoken'''-'''tutorial.org''') | ('''http'''://'''www.spoken'''-'''tutorial.org''') | ||
| Line 142: | Line 139: | ||
|- | |- | ||
| 03:45 | | 03:45 | ||
| − | | আমি এটা এৰৰ পাইছো যি কয় যে, the method addTwoNumbers int comma int of the class addition is not applicable for the argument double comma int. | + | | আমি এটা এৰৰ পাইছো যি কয় যে, the method addTwoNumbers int comma int of the class addition is not applicable for the argument double comma int. |
| − | + | ||
|- | |- | ||
| 03:57 | | 03:57 | ||
| Line 191: | Line 187: | ||
| 05:09 | | 05:09 | ||
|সেয়ে add ৰ সৈতে addTwoNumbers, পৰিবর্তন (replace) কৰাকো ইয়াত সলনি কৰে । | |সেয়ে add ৰ সৈতে addTwoNumbers, পৰিবর্তন (replace) কৰাকো ইয়াত সলনি কৰে । | ||
| − | + | ||
|- | |- | ||
| 05:29 | | 05:29 | ||
| Line 400: | Line 396: | ||
| 10:22 | | 10:22 | ||
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . | ||
| + | |||
} | } | ||
Revision as of 14:48, 27 January 2014
| Time' | Narration |
| 00:01 | জাভাত method overloadingৰ স্পকেন টিউটোৰিয়েলৈ আপনাক স্বাগতম । |
| 00:06 | এই টিউটোৰিয়েলত আমি শিকিম, |
| 00:08 | method overloading কি? |
| 00:10 | আৰু মেথড ওভাৰলোড কৰা। |
| 00:13 | ইয়াত আমি
উবুন্টু সংস্কৰণ 11.10, JDK 1.6 আৰু Eclipse 3.7.0 ব্যবহাৰ কৰিছো । |
| 00:24 | টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ |
| 00:26 | মেথড তৈয়াৰ কৰা আৰু |
| 00:29 | জাভাত eclipse ব্যবহাৰ কৰি কন্সট্রাকটৰ ওভাৰলোড কৰা জানিব লাগিব। |
| 00:32 | যদি নাজানে, তেন্তে সঠিক টিউটৰিয়েলৰ কাৰনে অনুগ্ৰহ কৰি ইয়াত দেখোৱাৰ দৰে আমাৰ website দৰ্শন কৰক
(http://www.spoken-tutorial.org) |
| 00:39 | method overloading কি? |
| 00:42 | ক্লাসৰ ভিতৰত একেই নামৰ সৈতে একাধিক মেথড ব্যাখ্যা কৰো । |
| 00:46 | সেইবোৰ প্যাৰামিটাৰৰ সংখ্যা বা ধৰনত ভিন্ন হোৱা আবশ্যক। |
| 00:50 | এই মেথডক overloaded methods বুলা হয়। |
| 00:54 | এই প্রক্রিয়াকে method overloading বুলা হয়। |
| 00:57 | এতিয়া মেথড ওভাৰলোড কেনেকৈ কৰা হয় চাও। |
| 01:00 | eclipseত, আমাৰ উচৰত এটা ক্লাস Addition আছে। |
| 01:06 | ক্লাসৰ ভিতৰত আমি দুটি পূর্ণসংখ্যা ভ্যাৰিয়েবল ঘোষিত কৰিম।
|
| 01:10 | সেয়ে লিখক int a = 10 আৰু int b = 5. |
| 01:19 | এতিয়া এই দুটা ইন্টিজাৰ যোগ কৰিবলৈ এটা মেথড তৈয়াৰ কৰা যাওক। |
| 01:23 | সেয়ে লিখক void add প্রথম বন্ধনী। |
| 01:30 | কাৰ্ড়লী বন্ধনীত লিখক System ডট out ডট println. |
| 01:40 | প্রথম বন্ধনীত a+b. |
| 01:44 | সেয়ে এই মেথডে আমাক দুটা পূর্ণসংখ্যা ভ্যাৰিয়েবলৰ সমষ্টি দিয়া। |
| 01:50 | অনয় এটা মেথড তৈয়াৰ কৰা যাওক যি দুটা প্যাৰামিটাৰ লয়।
|
| 01:55 | সেয়ে লিখক void addTwoNumbers. |
| 02:04 | প্রথম বন্ধনীত int num1 কমা int num2. |
| 02:14 | তাৰপিছত কাৰ্ড়লী বন্ধনীত System ডট out ডট println num1 প্লাস num2. |
| 02:35 | সেয়ে এই মেথডে আমাক দুটা মানৰ সমষ্টি দিয়ে যি এই মেথডলৈ আর্গুমেন্ট হিসাবে পাস কৰা হয়। |
| 02:44 | ক্লাসৰ এটা অবজেক্ট তৈয়াৰ কৰি আৰু মেথডক আহ্বান কৰা যাওক। |
| 02:49 | সেয়ে মেন মেথডত লিখক Addition, মানে ক্লাস নেম অবজেক্ট obj = new Addition
parentheses (প্রথম) বন্ধনী সেমিকোলন। |
| 03:13 | তাৰপিছত Obj.add |
| 03:18 | আৰু Obj.addTwonumbers প্রথম বন্ধনীত |
| 03:31 | আমি দুটা আর্গুমেন্ট পাস কৰিম। |
| 03:33 | ধৰক আমি যদি ফ্লোটিং পইন্ট ভ্যালুবোৰ পাস কৰো। |
| 03:37 | সেয়ে লিখক 2.5 কমা আৰু এটা পূর্ণসংখ্যা 3. |
| 03:45 | আমি এটা এৰৰ পাইছো যি কয় যে, the method addTwoNumbers int comma int of the class addition is not applicable for the argument double comma int. |
| 03:57 | সেয়ে আমি মেথডত intৰ পৰিবর্তে double লিখম। |
| 04:06 | intক, double দ্বৰা প্রতিস্থাপন কৰক। ফাইলটো সংৰক্ষণ কৰক। |
| 04:12 | আমি দেখো যে এৰৰ সমাধান কৰা হৈছে। |
| 04:17 | আমি এইটোও জানো যে জাভায়ে স্বয়ংক্রিয়ভাবে অর্থাৎ নিহিতভাবে int ক doubleলৈ পেৰিবর্তন কৰে। |
| 04:24 | সেয়ে ইয়াত এটা পূর্ণসংখ্যা আর্গুমেন্ট পাস কৰিব পাৰি । |
| 04:28 | এতিয়া প্রোগ্রামটো সংৰক্ষণ কৰক ৰান কৰক । |
| 04:32 | আউটপুটত আমি দুটা ইন্টিজাৰ ভ্যাৰিয়েবলৰ সমষ্টি দেখো। |
| 04:37 | আৰু আমি পাস কৰা দুটা সাংখ্যিক আর্গুমেন্টেৰ সমষ্টি। |
| 04:43 | এতিয়া আমি দেখো যে দোয়োটা (উভয়) মেথডে একে একে অপাৰেশন সম্পাদন কৰে। |
| 04:50 | পার্থক্যটো হল যে প্রথম মেথডত কোনো প্যাৰামিটাৰ নাই। যত দ্বিতীয় মেথডত প্যাৰামিটাৰ আছে |
| 05:00 | সেয়ে এই ক্ষেত্রত জাভায়ে আমাক method overloading প্রদান কৰে। |
| 05:05 | সেয়ে আমি কি কৰো যে উভয় মেথডক একেই নাম দিয়ো । |
| 05:09 | সেয়ে add ৰ সৈতে addTwoNumbers, পৰিবর্তন (replace) কৰাকো ইয়াত সলনি কৰে । |
| 05:29 | আমি একেটা অপাৰেশনৰ দ্বাৰা আৰু এটা মেথড ব্যাখ্যা কৰিম। |
| 05:33 | সেয়ে লিখক void add |
| 05:38 | আৰু প্রথম বন্ধনীত int n1 কমা int n2 কমা int n3. |
| 05:51 | সেয়ে আমি তিনটা প্যাৰামিটাৰ দিছো । |
| 05:54 | এটা কাৰ্ড়লী বান্ধনীত System ডট out ডট println. |
| 06:03 | প্রথম বন্ধনীত n1 + n2 + n3. |
| 06:11 | সেয়ে এই মেথড তিনটা সংখ্যাৰ সমষ্টি দিব । |
| 06:17 | এই মেথডক আহবান কৰা যাওক । |
| 06:19 | সেয়ে লিখক obj ডট add 1 কমা 5 কমা 4 |
| 06:35 | সংৰক্ষণ ক্ৰক ৰান কৰক। |
| 06:39 | আউটপুটত আমি তিনিটা সংখ্যাৰ সমষ্টি দেখিছো যি হল 10. |
| 06:47 | সেয়ে জাভা কম্পাইলৰে প্যাৰামিটাৰ বোৰৰ উপৰত নির্ভৰ কৰি সঠিক মেথড ওভাৰলোড কৰে । |
| 06:52 | ই পাস কৰা প্যাৰামিটাৰৰ সংখ্যা আৰু প্ৰকাৰ চ্চেক কৰে। |
| 06:57 | সেয়ে প্রোগ্রামাৰ হিসাবে মেথড নামৰ বিষয়ে |
| 07:01 | আৰু পাস কৰা আর্গুমেন্টৰ সংখ্যা বা প্ৰকাৰৰ বিষয়েও আমাৰ চিন্তা নাই। |
| 07:05 | আমি আৰু এটা মেথড তৈয়াৰ কৰিব পাৰো যি স্ট্রিং যোগ (append) কৰে । |
| 07:11 | সেয়ে আমি আৰু এটা ওভাৰলোড মেথড তৈয়াৰ কৰিম । |
| 07:15 | লিখক void add String s1 কমা String s2. |
| 07:29 | কাৰ্ড়লী বন্ধনীত System ডট out ডট println. |
| 07:41 | প্রথম বন্ধনীত s1 প্লাস s2. |
| 07:45 | আৰু আমি এই মেথডক আহবান কৰিম। |
| 07:50 | সেয়ে লিখক obj ডট add. |
| 07:55 | প্রথম বন্ধনীত উদ্ধৃতি চিনহত Hello কমা উদ্ধৃতি চিহ্ন স্পেস World. |
| 08:07 | এতিয়া প্রোগ্রাম সংৰক্ষণ কৰক ৰান কৰক । |
| 08:12 | সেয়ে আউটপুটত আমি Hello স্পেস World দেখো. |
| 08:16 | সেয়ে দুটা স্ট্রিং আর্গুমেন্টেৰ সৈতে add মেথড, স্ট্রিং যোগ কৰে । |
| 08:21 | ধৰক এতিয়া আমি ৰিটার্ন টাইপৰ সৈতে add মেথড ঘোষিত কৰিম । |
| 08:27 | সেয়ে লিখক int add প্রথম বন্ধনী no parameter আৰু কাৰ্ড়লী বন্ধনী। |
| 08:40 | আমি এটা এৰৰ পাইছো, ই কয় যে duplicate method add in type addition. |
| 08:48 | ইয়াৰ কাৰণ হল আমি ইতিমধ্যে (already) প্যৰামিটাৰ নোহোৱা add নামৰ মেথড ঘোষিত কৰিছো । |
| 08:54 | সেয়ে মনত ৰাখক যে মেথড ওভাৰলোড কৰিবলৈ প্যাৰামিটাৰ পৃথক হোৱাটো আবশ্যক। |
| 08:5 | বিভিন্ন ৰিটার্ন টাইপ থকাত মেথড ওভাৰলোড নহব। |
| 09:03 | সেয়ে এই মেথড মুছি পালাওক আৰু ফাইলটো সংৰক্ষণ কৰক । |
| 09:09 | এইভাবে জাভাত method overloading কৰা হয়। |
| 09:16 | এই টিউটোৰিয়েলত আমি শিকিছো, |
| 09:18 | method overloading সম্পর্কে |
| 09:20 | মেথড ওভাৰলোড কৰা |
| 09:22 | আৰু method overloadingৰ সুবিধা। |
| 09:25 | আত্ম মূল্যায়নৰ বাবে, subtract নামৰ মেথড তৈয়াৰ কৰক যি সেই সংখ্যাক বিয়োগ কৰে। |
| 09:31 | এইটোক ওভাৰলোড কৰক। |
| 09:33 | spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ |
| 09:36 | এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক। |
| 09:42 | কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
|
| 09:45 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
|
| 09:48 | কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
|
| 09:50 | কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
|
| 09:52 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
|
| 09:56 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। |
| 10:01 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
|
| 10:05 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
|
| 10:11 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
|
| 10:19 | ইয়াতে এই টিউটৰীয়েল সামৰনি পৰিছে
|
| 10:21 | যোগদানৰ বাবে ধন্যবাদ। |
| 10:22 | আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো .
|