Difference between revisions of "Java/C2/First-Java-Program/Assamese"
From Script | Spoken-Tutorial
(Created page with ' {| border=1 || '''Time'''' || '''Narration''' |- | 00:02 | '''First java program'''-ৰ সৈতে আৰম্ভণিৰ স্পকেন টিউটৰিয়ে…') |
|||
Line 240: | Line 240: | ||
| 05:45 | | 05:45 | ||
| সেয়েহে জাভাক সঠিকভাৱেই “write once, run anywhere” বুলি বৰ্ণনা কৰা হৈছে। | | সেয়েহে জাভাক সঠিকভাৱেই “write once, run anywhere” বুলি বৰ্ণনা কৰা হৈছে। | ||
− | |||
Line 281: | Line 280: | ||
| 06:44 | | 06:44 | ||
| ইয়াত কোৱা হৈছে যে পঞ্চম লাইনত এটা চেমি-কোলন দিব লাগে। | | ইয়াত কোৱা হৈছে যে পঞ্চম লাইনত এটা চেমি-কোলন দিব লাগে। | ||
− | |||
|- | |- | ||
Line 318: | Line 316: | ||
| 07:36 | | 07:36 | ||
| এতিয়া '''''java''''' '''''HelloWorld''''' কমাণ্ড ব্যৱহাৰ কৰি প্ৰগ্ৰামটো ৰান কৰক, আৰু | | এতিয়া '''''java''''' '''''HelloWorld''''' কমাণ্ড ব্যৱহাৰ কৰি প্ৰগ্ৰামটো ৰান কৰক, আৰু | ||
− | |||
|- | |- | ||
Line 371: | Line 368: | ||
| 08:48 | | 08:48 | ||
| উদাহৰণ হিচাপে: showString(), main(), goToHelp(). ইয়াত show-ৰ s লৱাৰ কেচত আছে আৰু String-ৰ S আপাৰকেচত আছে। | | উদাহৰণ হিচাপে: showString(), main(), goToHelp(). ইয়াত show-ৰ s লৱাৰ কেচত আছে আৰু String-ৰ S আপাৰকেচত আছে। | ||
− | |||
|- | |- | ||
Line 395: | Line 391: | ||
|09:35 | |09:35 | ||
| | নিজৰ পৰীক্ষণৰ বাবে '''Java file name and class name should be same''' বুলি প্ৰিণ্ট কৰা এটা সৰল জাভা প্ৰগ্ৰাম লিখক। | | | নিজৰ পৰীক্ষণৰ বাবে '''Java file name and class name should be same''' বুলি প্ৰিণ্ট কৰা এটা সৰল জাভা প্ৰগ্ৰাম লিখক। | ||
− | |||
|- | |- |
Revision as of 10:54, 24 December 2013
Time' | Narration |
00:02 | First java program-ৰ সৈতে আৰম্ভণিৰ স্পকেন টিউটৰিয়েললৈ আপোনাক স্বাগতম। |
00:09 | এই টিউটৰিয়েলত আমি |
00:11 | সাধাৰণ জাভা প্ৰগ্ৰাম তৈয়াৰ কৰিবলৈ |
00:14 | প্ৰগ্ৰামটো কম্পাইল কৰিবলৈ |
00:16 | প্ৰগ্ৰামটো ৰান কৰিবলৈ আৰু |
00:19 | জাভাত নেমিং কনভেনশ্যনৰ বিষয়ে শিকিম। |
00:24 | আমি ইয়াত উবুণ্টু ভাৰচন 11.10 আৰু JDK 1.6 ব্যৱহাৰ কৰিছোঁ। |
00:32 | এই টিউটৰিয়েল অনুসৰণ কৰিবলৈ আপোনাৰ চিষ্টেমত JDK 1.6 ইনষ্টল হৈ থাকিব লাগিব। |
00:39 | যদি নাই, সেই সম্পৰ্কীয় টিউটৰিয়েলৰ বাবে প্ৰদৰ্শন কৰা আমাৰ ৱেবচাইট চাওক। |
00:46 | এতিয়া আমি আমাৰ প্ৰথম জাভা প্ৰগ্ৰামটো লিখোঁ আহক। |
00:51 | তাৰ বাবে আপোনাক এটা টাৰমিনেল আৰু এটা টেক্স্ট এডিটৰৰ প্ৰয়োজন হ’ব। |
00:56 | মই মোৰ টেক্সট এডিটৰ হিচাপে gedit ব্যৱহাৰ কৰিছোঁ। |
01:01 | টেক্সট এডিটৰত আমি প্ৰথমে HelloWorld নামৰ ক্লাছটো তৈয়াৰ কৰিম। |
01:06 | গতিকে class HelloWorld বুলি টাইপ কৰক। HelloWorld হৈছে ক্লাছটোৰ নাম।
|
01:17 | আৰু কাৰ্লি ব্ৰেকেট অপেন কৰক। এণ্টাৰ দিয়ক আৰু কাৰ্লি ব্ৰেকেট ক্লজ কৰক। |
01:24 | এই দুই কাৰ্লি ব্ৰেকেটৰ মাজৰ ক’ড HelloWorld বোলা ক্লাছটোৰ অধীনৰ হ’ব। |
01:33 | এতিয়া ওপৰত থকা Save আইকনত ক্লিক কৰি ফাইলটো চেভ কৰক। |
01:37 | সঘনাই ফাইল চেভ কৰি থকাটো এটা ভাল অভ্যাস। |
01:43 | Save As ডায়লগ বাকচটো ওলায়। |
01:46 | য’ত আপুনি ফাইলটো চেভ কৰিব বিচাৰে সেই ঠাই ব্ৰাউজ কৰক। |
01:51 | ইয়াত, হ’ম ডিৰেক্টৰীত মই এটা ফল্ডাৰ তৈয়াৰ কৰিম। |
01:57 | ইয়াক Demo বুলি নাম দিওঁ আৰু এণ্টাৰ টিপোঁ। |
02:02 | তাৰপিছত এই ফল্ডাৰটোৰ ভিতৰত ফাইলটো চেভ কৰিম। |
02:08 | Name টেক্সট বাকচত ক্লাছটোৰ নাম টাইপ কৰক। |
02:13 | জাভাত ক্লাছৰ নাম আৰু ফাইলৰ নাম একে হ’ব লাগে। |
02:20 | মনত পেলাওক যে আমি HelloWord বুলি ক্লাছ তৈয়াৰ কৰিছিলো। |
02:25 | গতিকে আমি ফাইলটো HelloWorld dot java বুলি চেভ কৰিম। |
02:33 | Dot java হৈছে জাভা ফাইলক দিয়া ফাইল এক্সটেনশ্যন। |
02:39 | তাৰপিছত Save বাটনত ক্লিক কৰক। এতিয়া ফাইলটো চেভ হ’ল। |
02:47 | ক্লাছৰ ভিতৰত আমি main মেথডটো লিখিম।
|
02:53 | গতিকে টাইপ কৰক: |
02:54 | public static void main parentheses inside parentheses String arg Square brackets
|
03:10 | Main ফাংশ্যনে প্ৰগ্ৰামৰ আৰম্ভণি বিন্দুটো চিহ্নিত কৰে।
|
03:15 | কোনো এটা পৰৱৰ্তী টিউটৰিয়েলত আমি public, static, void আৰু String arg-ৰ বিষয়ে বৰ্ণনা কৰিম।
|
03:23 | তাৰ পিছত আকৌ এবাৰ কাৰ্লি ব্ৰেকেট অপেন কৰক। |
03:27 | এণ্টাৰ টিপক আৰু কাৰ্লি ব্ৰেকেট ক্লজ কৰক। |
03:32 | এই দুই কাৰ্লি ব্ৰেকেটৰ মাজৰ ক’ড main মেথডৰ অধীনৰ হ’ব। |
03:41 | টাৰমিনেলত এটা লাইন প্ৰদৰ্শন কৰাবলৈ আমি এতিয়া এটা ক’ড লিখিম। |
03:46 | গতিকে main মেথডৰ ভিতৰত টাইপ কৰক— System dot out dot println parentheses semi-colon |
03:59 | এটা লাইন প্ৰিণ্ট কৰিবলৈ ব্যৱহাৰ কৰা এইটোৱেই হৈছে ষ্টেটমেণ্ট। |
04:05 | এটা লাইন শেষ কৰিবলৈ চেমি-কোলন ব্যৱহাৰ কৰা হয়। |
04:10 | এতিয়া কি প্ৰিণ্ট কৰিব লাগিব, সেইটো জাভাক কওঁ আহক।
|
04:13 | গতিকে parentheses in double quotes –ৰ ভিতৰত টাইপ কৰক— My first java program exclamation mark. |
04:30 | এতিয়া Save আইকনত ক্লিক কৰি ফাইলটো চেভ কৰোঁ। |
04:36 | এতিয়া টাৰমিনেললৈ যোৱা যাওক। |
04:38 | এইটো নিশ্চিত কৰক যে আপুনি HelloWorld.java ফাইলটো চেভ কৰা ডিৰেক্টৰীতে আছে। |
04:46 | মনত ৰাখিব যে মই মোৰ হ’ম ডিৰেক্টৰীত আছোঁ। |
04:50 | So type cd Space Demo and hit Enter
গতিকে, টাইপ কৰক— cd Space Demo আৰু এণ্টাৰ টিপক। |
04:56 | ls |
04:59 | আমি দেখা পাওঁ যে HelloWorld.java ফাইলটো Demo ডিৰেক্টৰীত আছে। |
05:06 | ফাইলটো কম্পাইল কৰা যাওক; গতিকে টাইপ কৰক— javac Space HelloWorld dot java আৰু এণ্টাৰ টিপক। |
05:21 | আমি তৈয়াৰ কৰি থোৱা ফাইলটো ই কম্পাইল কৰে। |
05:25 | ফাইলটো এতিয়া কম্পাইলড হ’ল আৰু কোনো ভুল-ত্ৰুটি দেখা পোৱা নগ’ল। |
05:30 | HelloWorld.class ফাইলটো তৈয়াৰ হোৱা আমি দেখা পাইছোঁ। |
05:36 | এই ফাইলটো য’তে-ত’তে ৰান কৰিব পাৰে। |
05:38 | অৰ্থাৎ যিকোনো অপোৰেটিং চিষ্টেমতে। |
05:41 | তদুপৰি জাভা কম্পাইলাৰৰো কোনো প্ৰয়োজন নাই। |
05:45 | সেয়েহে জাভাক সঠিকভাৱেই “write once, run anywhere” বুলি বৰ্ণনা কৰা হৈছে।
|
05:51 | গতিকে, সফল কম্পিলেশ্যনৰ পিছত প্ৰগ্ৰামটো এই কমাণ্ড দি ৰান কৰক— |
05:56 | java (এইবাৰ c নালাগে) space HelloWorld (dot java এক্সটেনশ্যন নালাগে) আৰু এণ্টাৰ টিপক। |
06:07 | আপুনি এই ধৰণে আউটপুট পাব— My first java program! |
06:13 | গতিকে আমি আমাৰ প্ৰথম জাভা প্ৰগ্ৰামটো লিখিলো। এতিয়া এডিটৰলৈ উভতি যোৱা যাওক। |
06:22 | এতিয়া ষ্টেটমেণ্টৰ শেষত থকা চেমি-কোলনটো গুচাই পেলাওক। |
06:27 | Save আইকনত ক্লিক কৰক। |
06:29 | এতিয়া টাৰমিনেললৈ উভতি যাওঁ। |
06:33 | এই কমাণ্ডটো ৰান কৰক— javac HelloWorld dot java |
06:41 | কম্পাইলাৰে এটা ইৰৰ দেখুৱাব। |
06:44 | ইয়াত কোৱা হৈছে যে পঞ্চম লাইনত এটা চেমি-কোলন দিব লাগে। |
06:52 | আপ এৰোৱে ইৰৰ ষ্টেটমেণ্টটো দেখুৱায়। |
06:57 | এডিটৰলৈ উভতি যোৱা যাওক। |
07:01 | জাভাত সকলোবোৰ ষ্টেটমেণ্ট চেমি-কোলনেৰে শেষ হয়। |
07:06 | গতিকে পঞ্চম লাইনলৈ যাওক আৰু এটা চেমি-কোলন বহুৱাওক। |
07:13 | Save আইকনত ক্লিক কৰক। কম্পাইলিঙৰ আগতে ফাইলটো চেভ কৰা প্ৰয়োজন। |
07:22 | টাৰমিনেললৈ উভতি যাওঁ। |
07:25 | javac HelloWorld dot java ব্যৱহাৰ কৰি ফাইলটো কম্পাইল কৰক। |
07:32 | ফাইলটো সফলতাৰে কম্পাইলড হয় আৰু আমি কোনো ভুল-ভ্ৰান্তি দেখা নাপাওঁ। |
07:36 | এতিয়া java HelloWorld কমাণ্ড ব্যৱহাৰ কৰি প্ৰগ্ৰামটো ৰান কৰক, আৰু |
07:45 | আমি আউটপুটটো দেখা পাওঁ— My first java program! |
07:49 | জাভাত এইদৰেই ভুল-ভ্ৰান্তি নিয়ন্ত্ৰণ কৰা হয়। |
07:54 | আগবাঢ়ি যোৱাৰ লগে লগে আমি ভুল-ভ্ৰান্তি সম্পৰ্কে অধিক শিকিম। |
08:02 | এতিয়া আমি, জাভাত নেমিং কনভেনশ্যননো কি, সেই বিষয়ে চাম। |
08:06 | * ক্লাছনেমটো CamelCase-অত হোৱা উচিত। |
08:10 | * ইয়াৰ অৰ্থ হ’ল, প্ৰত্যেকটো নতুন শব্দ এটা আপাৰকেচ লেটাৰেৰে আৰম্ভ হয়। |
08:14 | * উদাহৰণ হিচাপে: class HelloWorld, class ChessGame. |
08:19 | গতিকে Hello-ৰ H আৰু World-অৰ W আপাৰকেচত আছে। |
08:25 | সেইদৰে Chess আৰু Game-অৰ C আৰু G আপাৰকেচত আছে। |
08:31 | মেথডৰ নাম mixed case হোৱা উচিত। |
08:35 | যাৰ অৰ্থ হ’ল, প্ৰথম শব্দটো এটা লৱাৰ কেচেৰে আৰম্ভ হোৱা উচিত। |
08:39 | আৰু তাৰ পিছৰ সকলো নতুন শব্দ এটা আপাৰকেচেৰে আৰম্ভ হোৱা উচিত। |
08:44 | মেথড নামটো এটা ক্ৰিয়াপদো (verb) হ’ব লাগে। |
08:48 | উদাহৰণ হিচাপে: showString(), main(), goToHelp(). ইয়াত show-ৰ s লৱাৰ কেচত আছে আৰু String-ৰ S আপাৰকেচত আছে। |
09:02 | ভেৰিয়েবলৰ নাম সংখ্যাৰে আৰম্ভ হ’ব নালাগে। |
09:06 | আমাৰ ক্লাছ, মেথড বা ভেৰিয়েবল নামৰ বাবে আমি কিৱৰ্ড ব্যৱহাৰ কৰিব নোৱাৰোঁ। |
09:13 | উদাহৰণ হিচাপে: public, private, void, static আৰু এনেকুৱা বহুবোৰ আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। |
09:22 | গতিকে এই টিউটৰিয়েলত আমি এটা সৰল জাভা প্ৰগ্ৰাম লিখিবলৈ, কম্পাইল কৰিবলৈ আৰু ৰান কৰিবলৈ শিকিলো। |
09:30 | জাভাত মানি চলা নেমিং কনভেনশ্যনো আমি দেখা পালো। |
09:35 | নিজৰ পৰীক্ষণৰ বাবে Java file name and class name should be same বুলি প্ৰিণ্ট কৰা এটা সৰল জাভা প্ৰগ্ৰাম লিখক। |
09:47 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ বিষয়ে অধিক জানিবলৈ |
09:50 | ইয়াত থকা ভিডিঅ চাওক— [1] |
09:58 | ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে। |
10:02 | যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। |
10:08 | স্পকেন টিউটৰিয়েল প্ৰকল্পৰ দলটিয়ে |
10:10 | স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা আদি অনুষ্ঠিত কৰে। |
10:13 | এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে। |
10:17 | অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org— এই ঠিকনাত লিখক। |
10:25 | স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
10:30 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। |
10:38 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য ইয়াত পোৱা যাব— [2] |
10:49 | ইয়াতে আমাৰ টিউটৰিয়েলৰ অন্ত পৰিছে। |
10:51 | যোগদান কৰাৰ বাবে ধন্যবাদ। |
10:53 | এয়া আছিল মৌচুমী মেধী। জয় হিন্দ। |