Difference between revisions of "KTurtle/C2/Introduction-to-KTurtle/Assamese"
From Script | Spoken-Tutorial
| Line 462: | Line 462: | ||
||09.41 | ||09.41 | ||
||মন কৰিব যে '''top panel'''ত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle file’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব | ||মন কৰিব যে '''top panel'''ত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle file’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব | ||
| − | + | |- | |
||09.53 | ||09.53 | ||
||ইয়াৰ লগতেই আমি এই tutorial’ৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো। | ||ইয়াৰ লগতেই আমি এই tutorial’ৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো। | ||
Revision as of 15:02, 30 October 2013
| Visual Cue | Narration |
|---|---|
| 00.01 | নমস্কাৰ। 'Introduction to KTurtle. tutorial’লৈ আপোনাক স্বাগতম জনালো। |
| 00.07 | এই tutorial’ত, মই KTurtle. আৰম্ভ কৰিবলৈ basicsবোৰ শিকাম। |
| 00.14 | এই tutorial’ত আমি শিকিম |
| 00.17 | KTurtle Window |
| 00.19 | Editor |
| 00.20 | Canvas |
| 00.21 | Menu Bar |
| 00.22 | Toolbar |
| 00.24 | আমি শিকিম, |
| 00.26 | Turtle move কৰা |
| 00.28 | ৰেখা অকা্ঁ আৰু দিশ বদলি কৰক। |
| 00.32 | “triangle”(ত্ৰিভূজ) অকা্ঁ |
| 00.34 | এই tutorial record কৰিবলৈ মই Ubuntu Linux OS version. 12.04. KTurtle version. 0.8.1 beta ব্যৱহাৰ কৰিছো। |
| 00.47 | KTurtle কি? |
| 00.49 | KTurtle basic programming শিকিবলৈ এটা বিনামূলীয়া সামগ্ৰী।. |
| 00.53 | এইটো computer aided interactive learning’ৰ ব্যৱহাৰিক বস্তু। |
| 00.59 | KTurtle download কৰিবলৈ http://edu.kde.org/kturtle/ত উপলব্ধ। |
| 01.12 | KTurtle’এ programming সহজ আৰু accessible বনাই।. |
| 01.18 | সৰু ল’ৰা ছোৱালীক অংকশাস্ত্ৰ শিকাত সহায় কৰে।. |
| 01.22 | Commandবোৰ programmer’ৰ কথিত ভাষাত অনুবাদ কৰে। |
| 01.27 | Command’বোৰ visuals’লৈ অনুবাদ কৰে।. |
| 01.31 | আমি KTurtle Synaptic Package Manager . ব্যৱহাৰ কৰি install কৰিব পাৰো। |
| 01.36 | Synaptic Package Manager ৰ ওপৰত তথ্য |
| 01.40 | websitehttp://spoken-tutorial.org”ত Ubuntu Linux tutorialsত উল্লেখ আছে। |
| 01.46 | ব’লক আমি KTurtleৰ নতুন Application এটা খোলো। |
| 01.50 | Dash homeত click কৰক।. |
| 01.52 | Search bar’ত KTurtle. type কৰক। |
| 01.55 | আৰু KTurtle icon’ত click কৰক। |
| 01.59 | KTurtle’ৰ window দেখাত এনেকোৱা।. |
| 02.02 | এইটো হ’ল Menubar. |
| 02.04 | Menu bar’ৰ ওপৰত, |
| 02.06 | আপোনি menu items পাব |
| 02.08 | File, Edit, Canvas, Run, Tools, Settings আৰু help options |
| 02.17 | Tool bar’ত, আপোনি বেছিভাগ কামৰ বস্তু পাব। |
| 02.23 | Editor বাওঁপিনে, য’ত আপোনি TurtleScript commands type কৰিব পাৰে। |
| 02.30 | File আৰু Edit menu’ত editor’ৰ বেছিভাগ function’এই পোৱা যায়। |
| 02.37 | Editor’ত code লিখিবলৈ বিভিন্ন প্ৰকাৰ আছে। |
| 02.42 | এটি উদাহৰণৰ সহায়ত ইয়াক দেখোওৱা হ’ল। |
| 02.46 | File menu’লৈ যাওক> Examples select কৰক। |
| 02.50 | ইয়াত মই flower select কৰিম। |
| 02.53 | Editor’ত এই উদাহৰণটোৰ code’টো খোলে। |
| 02.58 | Code’টো চলাবলৈ Menu bar বা Tool barৰ পৰা Run button’ত click কৰক । |
| 03.04 | আন এটা উপায় হ’ল আপোনাৰ code’টো editor’ত type কৰক |
| 03.10 | বা editor’ত আন কোনো code copy/paste কৰক। |
| 03.13 | উদাহৰণ স্বৰূপে: বেলেগ KTurtle files’ৰ পৰা |
| 03.18 | Canvas সোঁফালে থাকে, য’ত Turtleএ আপোনাৰ ছবি আকেঁ। |
| 03.24 | Turtleএ canvas’ত থকা editor’ৰ আদেশ অনুসৰি ছবি অঙ্কণ কৰে। |
| 03.32 | Tool bar’ত থকা Run option’এ editor’ত থকা আদেশবোৰ ‘execute’ কৰে। |
| 03.39 | ই execution speeds’ৰ এখন সূচী উপস্থাপন কৰে। |
| 03.43 | Full speed(No highlighting and inspector), |
| 03.46 | Full speed, |
| 03.48 | Slow, |
| 03.49 | Slower, |
| 03.51 | Slowest আৰু |
| 03.52 | Step-by-Step |
| 03.55 | Abort আৰু pause options’এ execution stop আৰু pause কৰিবলৈ অনুমতি দিয়ে। |
| 04.03 | ব’লক code’টো “Run” কৰো। |
| 04.06 | Turtleএ canvas’ত flower এটা আকিঁব। |
| 04.11 | যেতিয়া আপোনি নতুন KTurtle application এটা খোলিব |
| 04.15 | Turtle canvas’ৰ মাজত থাকে default হিচাপে। |
| 04.19 | ব’লক আমি এতিয়া Turtle move কৰোঁ। |
| 04.22 | Turtleএ তিনিধৰণেৰে move কৰিব পাৰে: |
| 04.25 | সি আগলৈ যাব পাৰে। সি পাছলৈ যাব পাৰে। |
| 04.29 | সি বাওঁ বা সোঁফালে ঘূৰিব পাৰে। |
| 04.32 | ই screen’ৰ এটা position’লৈ এবাৰতেও যাব পাৰে। |
| 04.38 | Program text’লৈ অলপ zoom কৰো, অলপ blur হ’ব পাৰে। |
| 04.44 | ব’লক এটা সহজ উদাহৰণৰ সহায় লওঁ। |
| 04.48 | আপোনাৰ editor’ত এই commands type কৰক: |
| 04.52 | reset |
| 04.55 | forward 100 |
| 04.58 | turnright 120 |
| 05.02 | forward 100 |
| 05.07 | turnright 120 |
| 05.11 | forward 100 |
| 05.15 | turnright 120 |
| 05.18 | মন কৰিব যে আমি লিখি যাওঁতে code’ৰ color বদলি হৈ যায়। |
| 05.23 | এইটোত highlighting বোলা হয়। |
| 05.26 | বিভিন্ন ধৰণৰ commands বিভিন্ন ধৰণত highlight হয়, |
| 05.31 | যি কাৰণে দীঘল দীঘল codes পঢ়াত সহায় হয়। |
| 05.36 | মই এতিয়া code’টো ব্যাখ্যা কৰিম। |
| 05.38 | reset command’এ Turtle’ৰ position defaultলৈ লৈ যায়। |
| 05.42 | forward 100 command’ Turtle 100 pixels আগলৈ নিয়ে। |
| 05.49 | turnright 120 command’এ Turtleক 120 degrees anti-clockwise ঘূৰাই। |
| 05.56 | মন কৰিব যে ত্ৰিভূজ আকোঁতে আমি এই ২টা command ৩বাৰ ব্যৱহাৰ কৰিছিলো। |
| 06.03 | এতিয়া ব’লক code execute কৰো। |
| 06.06 | মই Slow step বাছি ল’ম যাতে আমি বুজি পাওঁ কি command execute হৈছে। |
| 06.16 | ইয়াতে ত্ৰিভূজ অকাঁ হ’ল। |
| 06.19 | ব’লক আৰু এটা উদাহৰণ চাওঁ আৰু শিকোঁ canvas এখন কেনেকৈ শুৱনি কৰে। |
| 06.26 | ব’লক ত্ৰিভূজ এটা আকোঁ repeat command ব্যৱহাৰ কৰি। |
| 06.30 | মই বৰ্তমান program কাটি দিওঁ। |
| 06.33 | Program text অলপ zoom কৰি দিওঁ আৰু ভালকৈ বুজি পাবলৈ। |
| 06.38 | Editor’ত তলত উল্লেখিত commands type কৰক: |
| 06.41 | reset |
| 06.44 | canvassize space 200,200 |
| 06.51 | canvascolor space 0,255,0 |
| 07.00 | pencolor space 0,0,255 |
| 07.08 | penwidth space 2 |
| 07.12 | repeat space 3 curly braces’ৰ মাজত { |
| 07.19 | forward 100 |
| 07.23 | turnleft 120
} |
| 07.27 | মই এতিয়া code explain কৰিম। |
| 07.30 | reset command’এ Turtleৰ position default লৈ লৈ যায়। |
| 07.34 | canvassize 200,200এ canvas’ৰ প্ৰস্থ আৰু উচ্চতা 200 pixels’লৈ |
| 07.42 | canvascolor 0,255,0 এ canvas’ৰ ৰং সেউজীয়া কৰে। |
| 07.48 | 0,255,0 হ’ল RGB Combination য’ত সেউজীয়াৰ মূল্য 255 আৰু বাকিবোৰৰ মূল্য 0। |
| 08.03 | এইটোৱে canvas’ৰ ৰং সেউজীয়া কৰি দিয়ে। |
| 08.07 | pencolor 0,0,255এ pen’ৰ ৰং নিলা কৰি দিয়ে। |
| 08.14 | RGB combination য’ত নিলাৰ মূল্য 255. |
| 08.20 | penwidth 2এ pen’ৰ প্রস্থ 2 pixels কৰি দিয়ে। |
| 08.27 | curly brackets’ৰ ভিতৰত থকা নং আৰু commands’ৰ সূচীয়ে repeat command অনুসৰণ কৰে। |
| 08.33 | Curly brackets’ৰ ভিতৰত থকা commandsবোৰৰ নিৰ্দিষ্ট সংখ্যক বাৰৰ বাবে পুনৰাবৃত্তি ঘতে। |
| 08.39 | Commands forward 100 আৰু turnleft 120 curly brackets’ৰ ভিতৰত থাকে। |
| 08.47- | repeat command’ক নং ৩’য়ে অনুসৰণ কৰে, কাৰণ এটা ত্ৰিভূজৰ ৩টা বাহু থাকে। |
| 08.54 | এই commandsবোৰ ৩বাৰ loop’ত run হয়।. |
| 08.59 | ত্ৰিভূজৰ ৩টা বাহু অকাঁ হ’ল। |
| 09.02 | ব’লক codeটো run কৰো। |
| 09.05 | Programটো execute কৰিবলৈ মই slow optionটো বাচি ল’ম। |
| 09.09 | The canvas color becomes green and the Turtle draws a triangle. |
| 09.20 | ব’লক fileটো save কৰো। |
| 09.23 | File menu > Save As |
| 09.27 | Save As dialog box খোল খাব। |
| 09.30 | Fileটো save কৰিবলৈ মই Document folder’টো বাচিলো। |
| 09.34 | File’ৰ নাম মই Triangle type কৰিলো আৰু Save button’ত click কৰিলো। |
| 09.41 | মন কৰিব যে top panelত file’ৰ নামটো ওলাব আৰু আনবোৰ Turtle file’ৰ নিচিনাকৈ এটা dot turtle file হিচাপে save হৈ যাব |
| 09.53 | ইয়াৰ লগতেই আমি এই tutorial’ৰ শেষ পৰ্য্যায়লৈ উপনীত হৈছো। |
| 09.57 | আহক ইয়াৰ সাৰাংশটো চাওঁ। |
| 09.59 | এই tutorial’ত আমি শিকিলো, |
| 10.02 | KTurtle ৰ editor, canvas, menubar আৰু toolbar |
| 10.07 | Turtle’ক move কৰোওৱা |
| 10.09 | lineবোৰ অকাঁ আৰু দিশ পৰিবৰ্তন |
| 10.13 | ত্ৰিভূজ অকাঁ |
| 10.15 | এটা assignment হিচাপে মই আপোনালোকে command’ৰ সহায়ত এটা বৰ্গ অঙ্কণ কৰাটো বিচাৰো। |
| 10.21 | forward, backward, turnleft, turnright আৰু repeat |
| 10.26 | * আপোনালোকৰ পছন্দ মতে background color, penwidth আৰু pencolor set কৰক। |
| 10.32 | RGB combination’ৰ মূল্য বদলি কৰক। |
| 10.37 | ‘http://spoken-tutorial.org/What is a Spoken Tutorial’--- URL’ত থকা video চাওক। |
| 10.40 | Spoken Tutorial project’ৰ এয়াই সাৰাংশিত ৰূপ। |
| 10.44 | আপোনাৰ ভাল bandwidth নাথাকিলে, আপোনি download কৰিও চাব পাৰে। |
| 10.48 | Spoken Tutorial Project Team’এ : |
| 10.50 | Spoken tutorials ব্যৱহাৰ কৰি কৰ্মশালা পাতে |
| 10.53 | Online test উত্তীৰ্ণ সকলক মানপত্ৰ প্রদান কৰা হয়। |
| 10.56 | অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken-tutorial.org |
| 11.03 | কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ |
| 11.08 | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে |
| 11.15 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব |
| 11.20 | এই প্ৰশিক্ষণ ITfC Bangaluru দ্ৱ্ৰৰা যুগ্দান কৰা হইচে |
| 11.24 | মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ |