Difference between revisions of "Health-and-Nutrition/C2/Kangaroo-Mother-Care/Assamese"
From Script | Spoken-Tutorial
(Created page with " {|border=1 |<center>Time</center> |<center>Narration</center> |- |00:00 |'''কংগাৰু মাদাৰ কেয়াৰ''' স্প’কেন টিউ...") |
|||
Line 567: | Line 567: | ||
|- | |- | ||
|09:53 | |09:53 | ||
− | |ইয়াৰ দ্বাৰা আমি এই | + | |ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
|- | |- | ||
|09:58 | |09:58 | ||
− | |সংযোগ কৰাৰ বাবে ধন্যবাদ | + | |সংযোগ কৰাৰ বাবে ধন্যবাদ | এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা |
|} | |} |
Revision as of 18:18, 19 November 2020
| |
00:00 | কংগাৰু মাদাৰ কেয়াৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
00:05 | এই টিউট’ৰিয়েলটোত, আমি শিকিম - |
00:08 | কংগাৰু মাদাৰ কেয়াৰ কি হয়? |
00:10 | উপাদানসমূহ, গুৰূত্ব আৰু |
00:13 | কংগাৰু মাদাৰ কেয়াৰৰ প্ৰণালি |
00:17 | আহক প্ৰথমে কংগাৰু মাদাৰ কেয়াৰৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো |
00:22 | নামটোৱে বুজোৱাৰ দৰে - |
00:24 | ইয়াত শিশুটোক মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া হয় |
00:29 | আৰু ই জনপ্ৰিয়ভাবে KMC বুলি জনা যায় |
00:32 | মনত ৰাখিব, শিশুটো জন্ম হোৱাৰ লগে লগেই KMC দিব লাগে |
00:39 | ই বিশেষকৈ কম জন্ম ওজনৰ শিশুৰ বাবে প্ৰয়োজনীয় - |
00:44 | যাৰ জন্মৰ ওজন ২.৫ কিলোগ্ৰামতকৈ কম আৰু |
00:48 | যাক ক্ৰমাগত পৰ্যবেক্ষণৰ প্ৰয়োজন নহয় |
00:52 | তথাপি, ইয়াক সকলো স্বাভাবিক, স্বাস্থ্যবান শিশুৰ বাবেওঁ ব্যৱ্হাৰ কৰিব পাৰি |
00:59 | KMC দুটা প্ৰধান উপাদানৰে গঠিত: |
01:03 | শিশুটোক ক্ৰমাগত আৰু বহু সময়ৰ বাবে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া হয় |
01:09 | আৰু স্বতন্ত্ৰ স্তনপান |
01:13 | আহক এই উপাদানক বিতংকৈ আলোচনা কৰো |
01:17 | প্ৰথম উপাদানটো হৈছে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শ দিয়া |
01:21 | ই লেত দাউন ৰিফ্লেক্সক উন্নত কৰে |
01:24 | আৰু অৱশেষত স্তনৰ গাখীৰৰ উৎপাদন বৃদ্ধি কৰে |
01:28 | লেত দাউন ৰিফ্লেক্সক একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হৈছে |
01:34 | দ্বিতীয় উপাদানটো হৈছে স্বতন্ত্ৰ স্তনপান |
01:38 | মন কৰিব - |
01:40 | স্বতন্ত্ৰ স্তনপানক প্ৰথম ৬ মাহৰ বাবে পৰামৰ্শ দিয়া হয় |
01:45 | পাছত, আহক কংগাৰু কেয়াৰৰ গুৰূত্বক আলোচনা কৰো |
01:50 | KMC ত বহু সময়ৰ বাবে মাকৰ ছালৰ লগত ছালৰ স্পৰ্শই শিশুটোৰ শৰীৰৰ তাপমাত্ৰাক অটুত ৰখাত সহায় কৰে |
01:57 | আৰু শিশুটোৱে অধিক সুৰক্ষিত অনুভৱ কৰে |
02:01 | KMC য়ে লগতে কমায় - |
02:03 | সংক্ৰমণৰ সম্ভাৱনা আৰু |
02:05 | শিশুত এপনিয়াৰ হাৰ |
02:09 | এপনিয়া হৈছে উশাহ লওঁতে দীঘলীয়াকৈ ৰৈ যোৱা |
02:13 | এইবোৰৰ উপৰিওঁ- |
02:15 | KMC য়ে স্তনপানৰ সময় আৰু বাৰে বাৰে কৰোৱাক উন্নত কৰে |
02:20 | আৰু ই মাক আৰু শিশুৰ মাজৰ আবেগিক বান্ধোনক শক্তিশালী কৰে |
02:26 | KMC য়ে লগতে শিশুটোক সহায় কৰে- |
02:28 | ওজন বৃদ্ধিত আন যিকোনো প্ৰচলিত পদ্ধতিতকৈ যেনে- |
02:33 | শিশুটোক গৰম ৰখা উজ্জ্বল পাত্ৰত ৰখা |
02:36 | যি শিশু আৰু মাকৰ বাবে চাপৰ সৃষ্টি কৰে |
02:40 | ই লগতে মাকৰ সন্তোষ আৰু আত্মবিশ্বাসক উন্নত কৰে- |
02:45 | যিহেতু তেওঁ শিশুটোৰ বাবে অতিৰিক্ত প্ৰচেষ্টা লয় |
02:49 | আমোদজনকভাবে, মাকৰ উপৰিও, KMC দিব পাৰে- |
02:54 | দেউতাক বা |
02:56 | যিকোনো প্ৰাপ্তবয়স্ক পৰিয়ালৰ সদস্যই |
02:58 | আমি এতিয়া KMC প্ৰদান কৰোতাই অনুসৰণ কৰিবলগা পইন্তকেইটা আলোচনা কৰিম: |
03:04 | KMC প্ৰদান কৰোতা সুস্থ আৰু বেমাৰৰ পৰা মুক্ত হ’ব লাগিব |
03:09 | তেওঁ বা তাই মূল স্বাস্থ্যবিধিৰ অভ্যাসক অনুসৰণ কৰিব লাগিব যেনে- |
03:14 | হাত ধোৱা, |
03:16 | সদায় গাধোৱা, আঙুলিৰ নখ কটা, |
03:18 | চুলি বন্ধা |
03:20 | আৰু চাফা কাপোৰ |
03:22 | তেওঁ বা তাই কোনো অলংকাৰ, ঘড়ি আৰু সুতা পিন্ধিব নালাগিব - |
03:26 | যিহেতু এইবোৰ স্বাস্থ্যবিধি অটুত ৰখাত বাধা হ’ব পাৰে |
03:31 | আৰু ই শিশুটোক আঘাত কৰিব পাৰে |
03:35 | এতিয়া, আহক KMC ৰ সময়ত প্ৰদান কৰোতাই পিন্ধিব লগীয়া কাপোৰৰ বিষয়ে আলোচনা কৰো - |
03:42 | কাপোৰটো সন্মুখৰ পৰা খোলখোৱা আৰু লঘু হ’ব লাগে |
03:46 | যেনে, শাৰি-ব্লাউজ বা সন্মুখৰ পৰা খোলখোৱা মেক্সি |
03:51 | মন কৰিব, KMC প্ৰদান কৰোতাই এই সন্মুখৰ পৰা খোলখোৱা মেক্সি বা ব্লাউজ KMC কাপোৰৰ ওপৰত পিন্ধিব লাগে |
03:58 | কংগাৰু বেগ বা বন্ধনী লগতে বজাৰৰ পৰা কিনিব পাৰি |
04:04 | এইবোৰ লাভদায়ক হয় যদি KMC বহুত সময়ৰ বাবে কৰিব লাগে |
04:09 | অথবা, KMC প্ৰদান কৰোতাই কোমল চাফা কপাহৰ কাপোৰ ব্যৱ্হাৰ কৰিব পাৰে |
04:16 | য’ত, KMC ৰ সময়ত শিশুটোৱে - |
04:19 | টুপি এটা আৰু নেপি এটা পিন্ধিব লাগিব |
04:22 | যদি KMC ৰ সময়ত শিশুটোৱে মলত্যাগ বা পেচাব কৰে তেন্তে - |
04:27 | তাইক চাফা কৰি শুকোৱাব লাগিব |
04:30 | পাছত, আমি কংগাৰু কেয়াৰৰ প্ৰণালিটো বিতংকৈ শিকিম |
04:36 | প্ৰথমে, মাকে পূৰা চিধাকৈ থিয় হ’ব লাগিব |
04:40 | তেতিয়া, স্বাস্থ্য কৰ্মী এগৰাকী বা যিকোনো পৰিয়ালৰ সদস্যই নিম্নখিনি পৰ্যায়ক্ৰমে কৰিব লাগিব- |
04:48 | শিশুটোৰ তলফালে আৰু মুৰত সহাৰি দি- |
04:51 | শিশুটোক মাকৰ খোলা স্তনদুটাৰ মাজত চিধাকৈ ৰাখক |
04:56 | তেতিয়া, শিশুটোৰ মুৰটো এফালে ঘূৰাওঁক |
05:00 | শিশুটোৰ মুৰটো পিছলৈ অলপ বেকা হোৱাক নিশ্বিত কৰক |
05:04 | এই স্থিতিয়ে শিশুটোৰ নাকৰ ফুটাক খোলা ৰাখিব |
05:08 | আৰু শিশুটোৱে মাকৰ চকুলৈ চাব পাৰিব |
05:14 | তেতিয়া শিশুটোৰ কমৰটো অলপ বাহিৰলৈ বেকা কৰক |
05:18 | মনত ৰাখিব - শিশুটোৰ বাহুদুটা মাকৰ স্তনৰ ওপৰত ৰাখিবলৈ আৰু |
05:23 | ভৰিদুটা মাকৰ স্তনৰ তলত আৰু |
05:27 | শিশুটোৰ পেটটো মাকৰ বুকুত ৰাখিবলৈ |
05:29 | কাপোৰেৰে মেৰিওৱাৰ আগতে- |
05:32 | যদি বতৰ ঠাণ্ডা হয় শিশুটোক কম্বল এখনৰে ঢাকক |
05:36 | ই শিশু আৰু মাকক গৰম ৰাখিব |
05:39 | তেতিয়া, কাপোৰ এখন শিশুটো আৰু মাকৰ বুকু আৰু পেটত মেৰিয়াওঁক |
05:45 | মেৰিয়াওঁতে নিশ্বিত কৰিব যে - |
05:47 | কাপোৰ খনৰ মাজটো শিশুটোত হ’ব লাগে |
05:50 | আৰু কাপোৰ খনৰ দুয়োটা কাষ - |
05:53 | মাকৰ বগলেদি যাব লাগে |
05:56 | আৰু পিঠিফালে ক্ৰচ কৰিব লাগে |
05:59 | তাৰপাছত কাপোৰ খনৰ মূৰ দুটা সন্মুখলৈ আনক |
06:03 | কাপোৰ খনৰ মূৰ দুটাৰে শিশুটোৰ তলফালে সুৰক্ষিত গাঠি এটা মাৰি লওঁক |
06:09 | ই আৰামদায়ক হয় আৰু শিশুটোক সমৰ্থনত সহায় কৰে |
06:14 | লগতে ইয়াৰ বাবে শিশুটো পিচলি নাযায় |
06:17 | মনত ৰাখিব - মাকে আৰাম পালে, তেওঁ নিজে কাপোৰখন মেৰিয়াব’লে শিকিব লাগে |
06:24 | KMC ৰ সময়ত নিজে মেৰিওৱাৰ কৌশলৰ বিষয়ে একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণনা কৰা হ’ব |
06:32 | ই মাকৰ আত্মবিশ্বাস বঢ়াব আৰু তেওঁক স্বতন্ত্ৰ কৰিব |
06:37 | যদি মাকে কাপোৰ এখন ব্যৱ্হাৰ কৰিবলৈ বেয়া পায় তেন্তে তেওঁ এদাল প্ৰসাৰিত হোৱা বেন্দ ল’ব পাৰে |
06:43 | ই ব্যৱ্হাৰ কৰিবলৈ সহজ আৰু আৰামদায়ক |
06:46 | এদাল প্ৰসাৰিত হোৱা বেন্দ ব্যৱ্হাৰ কৰোতে- |
06:49 | বেন্দদালৰ মূৰটো শিশুটোৰ কাণৰ ওপৰলৈ নিয়ক যাতে তাৰ মুৰটো সহাৰি দিয়ে |
06:54 | পাছত, শিশুটোৰ মুৰটো লাহেকৈ ঘূৰাওঁক- |
06:57 | মুক্তকৈ উশাহ ল’বলৈ আৰু |
06:59 | মাকৰ চকুলৈ চাবলৈ আগতে বৰ্ণোৱাৰ দৰে |
07:04 | মেৰিওঁৱা কাপোৰখন বা প্ৰসাৰিত হোৱা বেন্দদাল বেছি টান বা ধিলা হ’ব নালাগে |
07:11 | ই শিশুটোৱে মুক্তভাবে উশাহ ল’বলৈ আৰামদায়ক হ’ব লাগিব |
07:15 | মনত ৰাখিব, শিশু এটাক KMC অৱস্থাত লওঁতে, মাকে পাৰিব লাগিব- |
07:20 | খোজকাঢ়িব, থিয় হ’ব, বহিব বা |
07:23 | বিভিন্ন কাম কৰিব |
07:26 | যদি মাক এগৰাকী যথেষ্ট আৰামত আছে তেন্তে- |
07:29 | তেওঁ কংগাৰু কেয়াৰৰ সময়ত হাউলি পেলাই বা আধা হাউলা স্থিতিটো শুব পাৰে |
07:35 | এতিয়া আহক KMC ৰ সময়ত শিশুটোক স্তনপানৰ বিষয়ে আলোচনা কৰো- |
07:40 | হয়তো মাকে শিশুটোক স্তনপান কৰাব পাৰে- |
07:43 | মেৰিওৱা কাপোৰখন ঢিলা কৰি আৰু |
07:46 | স্তনপানৰ বাবে শিশুটোক সঠিক স্থিতিত ৰাখি |
07:50 | বা তেওঁ নিজ হাতেৰে গাখীৰ উলিয়াব পাৰে আৰু |
07:54 | শিশুটোক কাপ বা চামোচ এখনৰ দ্বাৰা খুৱাব পাৰে |
07:57 | মনত ৰাখিব, প্ৰতিদিনে শিশুটোৰ ওজন ২৫ৰ পৰা ৩০ গ্ৰাম মান বাঢ়িব লাগে |
08:03 | শিশু এটাৰ ওজন এমাহত প্ৰায় ৯০০ৰ পৰা ১০০০ গ্ৰাম বাঢ়িব লাগে |
08:10 | গতিকে, মাকে বা স্বাস্থ্য কৰ্মীয়ে - |
08:13 | নিয়মিত পৰ্যবেক্ষণৰ সময়ত শিশুটোৰ ওজন চাব লাগে |
08:17 | যদি শিশুটোৰ উপযুক্ত পৰিমাণৰ ওজন নাবাঢ়ে- |
08:21 | স্বাস্থ্য কৰ্মীয়ে মাকৰ স্তনপানৰ কৌশলটো চাব লাগে বা |
08:25 | শিশুটোৱে কিমানবাৰ পেচাব কৰে চাব লাগে |
08:28 | লগতে, মাকক সঠিককৈ যুক্ত হোৱাৰ বিষয়ে বুজাব লাগে |
08:32 | সঠিককৈ যুক্ত হোৱাৰ বিষয়ে একেটা চিৰিজৰ অন্য এটা টিউট’ৰিয়েলত বৰ্ণোৱা হৈছে |
08:39 | পাছত, আহক শিশুটোক মেৰিওঁৱা কাপোৰৰ পৰা উলিয়াবলৈ শিকো - |
08:44 | প্ৰথমে, মাকে একদম চিধা হৈ বহিব লাগে |
08:48 | পাছত, এটা হাতেৰে গাঠিটো খুলিবলৈ আৰম্ভ কৰক আৰু |
08:53 | মেৰিওঁৱা কাপোৰখনৰ বাহিৰফালে আনটো হাতেৰে শিশুটোৰ তলফালে সহাৰি দিয়ক |
08:58 | তাৰ পাছত- একেটা হাতেৰে মেৰিওঁৱা কাপোৰখন ধিলা কৰক যাক আগতে গাঠিটো খুলিবলৈ ব্যৱ্হাৰ কৰিছিলে |
09:04 | পাছত- কাপোৰখনৰ ভিতৰেদি হাতটো আনক যিটোৱে শিশুটোৰ তলফালে সহাৰি দি আছিলে আৰু |
09:11 | কাপোৰখনৰ বাহিৰফালে শিশুটোৰ তলফালে সহাৰি দিবলৈ আনটো হাত ব্যৱ্হাৰ কৰক |
09:16 | তেতিয়া, শিশুটো ওপৰলৈ উঠাওঁক আৰু মেৰিওঁৱা কাপোৰখনৰ পৰা মুক্ত কৰক |
09:21 | তাৰপাছত, শিশুটোৰ মুৰটো এনেদৰে ধৰিবলৈ মনত ৰাখিব- |
09:26 | যাতে বুঢ়া আঙুলিটো এখন কাণৰ পাচফালে আৰু |
09:28 | বাকী আঙুলিসমূহ আনখন কাণৰ পাচফালে থাকে |
09:30 | KMC ৰ সময়ত- |
09:32 | মাকে তৎক্ষণাত ডাক্তৰ আৰু স্বাস্থ্য কৰ্মীৰ পৰামৰ্শ ল’ব লাগে - |
09:37 | যদি শিশুটো সতৰ্ক আৰু সক্ৰিয় নহয় |
09:41 | যদি শিশুটোৱে অতি ঘনকৈ উশাহ লৈছে বা বহুত ধীৰে ধীৰে লৈছে |
09:46 | যদি শিশুটোৰ উঠ বা জিভা নীলা হয় |
09:50 | আৰু যদি শিশুটোৰ ভৰিদুটা ঠাণ্ডা হয় |
09:53 | ইয়াৰ দ্বাৰা আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
09:58 | এই অনুবাদ আৰু ডাবিঙক জনস্বার্থত পুঁজি দিছে পিৰামল ফাউন্দেচনে চিতাৰা, IIT ব’ম্বেৰ দ্বাৰা |