Difference between revisions of "C-and-Cpp/C2/First-C-Program/Assamese"
From Script | Spoken-Tutorial
(6 intermediate revisions by 2 users not shown) | |||
Line 1: | Line 1: | ||
− | + | {| border = 1 | |
− | + | |'''Time''' | |
− | + | ||
− | + | |'''Narration''' | |
− | + | |- | |
− | + | | 00.01 | |
− | + | | প্রথম C প্ৰোগ্ৰামৰ( program)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো | |
− | + | ||
− | + | |- | |
− | + | | 00.05 | |
− | + | | এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম | |
− | + | ||
− | + | |- | |
− | + | | 00.08 | |
− | + | | এটা সাধাৰন C প্ৰোগ্ৰাম( program) কেনেকৈ লিখে | |
− | + | ||
− | + | |- | |
− | + | | 00.11 | |
− | + | | কেনেকৈ কমপাইল(compile) কৰে, | |
− | + | ||
− | + | |- | |
− | + | | 00.13 | |
− | + | | কেনেকৈ কাৰ্যকৰী(execute) কৰে | |
− | + | ||
− | + | |- | |
− | + | | 00.14 | |
− | + | |আমি কিছুমান সাধাৰন ভুল(error) আৰু সেইবোৰৰ সমাধানৰো( solutions) বিৱৰণ দিম | |
− | + | ||
− | + | |- | |
− | + | |00.18 | |
− | + | | | মই এই টিউট’ৰিয়েলতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ কৰিছো | |
− | + | ||
− | + | |- | |
− | + | | 00.21 | |
− | + | |উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) ১১.১০(11.10) তাঙৰণ (version) আৰু উবুনটোত gcc কমপাইলাৰৰ( Compiler) ৪.৬.১(4.6.1) তাঙৰণ( version) | |
− | + | ||
− | + | |- | |
− | + | | 00.31 | |
− | + | | এই টিউট’ৰিয়েলতো( tutorial) অভ্যাস কৰিবলৈ, | |
− | + | ||
− | + | |- | |
− | 03.04 '''main'' ৰ পাচৰ পেৰেন্ঠেছিচ (Parenthesis)এ ই যে এটা '''main' ফাংচন('''function''') তাকে বুজায় | + | | 00.33 |
− | 03.11 ইয়াত '''int''' '''main function'''য়ে কোনো আৰগুমেন্ত্চ('''arguments'') নলয় | + | |উবুনটো অপাৰেটিং ছিচটেম( Ubuntu Operating System) আৰু এটা এদিটৰ( Editor) বিষয়ে আপুনি জানিব লাগিব |
− | 03.15 ই ইন্তিজাৰ('''integer''') বিভাগৰ এটা মান(value) ঘুৰাই দিয়ে | + | |
− | 03.18 আমি দাতা টাইপৰ('''data types'') বিষয়ে বেলেগ টিউটৰিয়েল( tutorial)ত শিকিম | + | |- |
− | 03.23 এতিয়া“মেইন ফাংচন”(main function)ৰ বিষয়ে অধিক জানিবলৈ শ্লাইড বোৰলৈ( slides) যাওঁ, পাছৰ শ্লাইড (slide)খন চাওঁ আহক | + | | 00.38 |
− | 03.29 সকলো প্ৰোগ্ৰাম( program)ৰ এটা মেইন ফাংচন( main function) থাকিব লাগিব | + | |কিছুমান এদিটৰ( Editor) হৈছে '''vim''' আৰু '''gedit''' |
− | 03.33 তাত এটাতকৈ অধিক মেইন ফাংচন( main function)থাকিব নোৱাৰিব | + | |
− | 03.36 নহলে কম্পাইলাৰে(compiler) প্ৰোগ্ৰাম( program)টো কত আৰম্ভ হৈছে ধৰিব নোৱাৰিব | + | |- |
− | 03.41 খালী পেৰেন্ঠেছিচ (Parenthesis) যোৰাই (pair) মেইন(main)ৰ কোনো আৰগুমেন্ত্চ (arguments) নোহোৱাটো বুজায় | + | | 00.42 |
− | 03.46 আৰগুমেন্ত্চৰ(Arguments) ধাৰণাৰ( concept) বিষয়ে আমি আহিব লগীয়া টিউটৰিয়েলত( tutorials) বহলকৈ বুজিম | + | |মই এইটো টিউট’ৰিয়েলত( tutorial) gedit ব্যৱহাৰ কৰিম |
− | 03.52 এতিয়া আমি আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ | + | |
− | 03.55 এতিয়া এন্টাৰ(Enter) টিপক | + | |- |
− | 03.58 আৰম্ভনি মাজু বন্ধনী( opening curly bracket)“{” লিখক | + | | 00.45 |
− | 04.00 আৰম্ভনি মাজু বন্ধনীয়ে( opening curly bracket)'''“{”''' '''main'''''function'''টোৰ আৰম্ভণিক সূচায় | + | |সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি আমি দেখুওৱা ৱেবচাইত( website) পৰিদৰ্শন কৰক |
− | 04.04 তাৰ পাছত সামৰণি মাজু বন্ধনী( closing curly bracket) “}”লিখক | + | |- |
− | 04.08 সামৰনি মাজু বন্ধনীয়ে ( closing curly bracket) “}” '''main'''''function''' টোৰ শেষলৈ সূচায় | + | |00.51 |
− | 04.13 এতিয়া বন্ধনীৰ( bracket) ভিতৰত এন্টাৰ(Enter) টো দুবাৰ টিপক | + | | কেনেকৈ এটা C প্ৰোগ্ৰাম( program) লিখে মই এতিয়া উদাহৰণসহ বুজাবলৈ লৈছো |
− | 04.16 কাৰচাৰ( cursor) এটা শাৰীৰ ওপৰলৈ নিয়ক | + | |
− | 04.20 অলংকৰণ(indentation)এ ক’ড( code) পঢ়া সহজ কৰি তোলে | + | |- |
− | 04.23 ভুল (error)বোৰৰ অৱস্থান উলিওৱাতো ই সহায় কৰে | + | | 00.55 |
− | 04.25 সেয়ে ইয়াত তিনিটা স্পেছ(space) দিওঁ | + | |তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে '''Ctrl, Alt আৰু T ''কী( keys) টিপক |
− | 04.29 আৰু এতিয়া “printf” '''আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) “()” লিখক | + | |
− | 04.34 প্রান্তত(terminal) আউতপুত( output)ছ্পা( print) কৰিবলৈ '''printf ''' এটা নিৰ্দ্ধাৰীত C ফাংচন হয় | + | |- |
− | 04.39 ইয়াত বন্ধনীৰ(bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত | + | | 01.07 |
− | 04.43 '''printf '' ষ্টেটমেন্তৰ( statement) দ্বৈত উদ্ধ ক’মাৰ( double quotes) ভিতৰত থকা যিকোনো বাক্য প্রান্তত(terminal)ছ্পা( print) হব | + | | এতিয়া টেক্চট এদিটৰ( text editor) খোলক,প্রমতত( prompt) লিখক |
− | 04.50 '''Talk To a Teacher ''' বেক চ্লেচ(\) '''n”''' লিখক | + | |
− | 04.59 ''' বেক চ্লেচ n '''\n”'''এ নতুন শাৰী বুজায় | + | |- |
− | 05.03 ''printf '' ফাংচনৰ কাৰ্যকৰনৰ( execution) পৰিণাম( result)ত কাৰচাৰ(cursor) দাল নতুন শাৰীলৈ গতি কৰে | + | | 01.12 |
− | 05.10 প্রতিটো C ষ্টেটমেন্তৰ( statement) শেষত ছেমিকলন('''semicolon''')(;)থাকিবই লাগিব | + | |''''“gedit”''' স্পেছ(space) '''“talk”''' dot '''“c”'''স্পেছ(space) “&”''' চিহ্ন(sign). |
− | 05.15 গতিকে ইয়াক এই শাৰীটোৰ শেষত লিখক | + | |
− | 05.19 ছেমিক’লনে('''Semicolon'') এটা ষ্টেটমেনতৰ( statement) সমাপ্তি সূচায় | + | |- |
− | 05.24 এতিয়া ইয়াত এন্টাৰ(Enter) টিপক আৰু তিনিবাৰ স্পেছ(“space”)এৰক | + | | 01.20 |
− | 05.27 আৰু '''return''' স্পেছ(“space”) “0” আৰু এটা ছেমিক’লন('''semicolon''') লিখক | + | |আমি প্রমত( prompt)খালি কৰিবলৈ এমপাৰচেণ্ড(&)ব্যৱহাৰ কৰোঁ |
− | 05.34 এই ষ্টেটমেন্ত্টোৱে( statement) ইন্তিজাৰ শূণ্য ( integer zero) ঘুৰাই দিয়ে | + | |
− | 05.38 ফাংচন( function)ৰ ধৰন '''int''' হোৱাৰ কাৰনে ফাংচনটোৱে এটা ইনতিজাৰ( integer)ঘুৰাই দিব লাগিব | + | |- |
− | 05.45 | + | | 01.24 |
− | 05.51 আমি ঘুৰাই(return) দিয়া মান(value)ৰ বিষয়ে অন্য টিউটৰিয়েল( tutorial)ত ভালকৈ শিকিম | + | | মন কৰিব যে সকলো “C” ফাইল একষ্টেনচন( extension.C) দত “C” হৱ লাগিব |
− | 05.55 | + | |- |
− | 06.00 ফাইলবোৰ মাজে মাজে সংৰক্ষণ কৰাটো এটা ভাল অভ্যাস হয় | + | |01.30 |
− | 06.03 ই আপোনাক আকস্মিক যান্ত্রিক বিজুতিৰ পৰাও ৰক্ষা কৰিব | + | | এতিয়া '''Enter''' টিপক |
− | 06.05 ই প্রয়োগিক ছফটৱেৰটো( applications) বিকল( crash) হৈ পৰিলেও উপযোগী হৈ ৰব | + | |- |
− | 06.10 | + | | 01.32 |
− | 06.15 “gcc” স্পেছ(space) “talk.c”স্পেছ(space) হাইফফেন “-'''o”''' স্পেছ(space) “myoutput” লিখক | + | | টেক্চট এডিতৰ( text editor) খোলা গৈছে |
− | 06.24 '''gcc'''টো এটা কম্পাইলাৰ( compiler) | + | |
− | 06.27 '''talk.c'''টো আমাৰ ফাইলৰ নাম | + | |- |
− | 06.30 '''-o''' '''myoutput'''এ কয় যে কাৰ্যকৰণীয়টো( executable) '''myoutput''' ফাইলত যোৱা উচিত | + | | 01.36 |
− | 06.37 এতিয়া এন্টাৰ(''Enter''') টিপক | + | | এতিয়া আমি এটা প্ৰোগ্ৰাম( program) লিখিবলৈ আৰম্ভ কৰিম |
− | 06.39 আমি দেখিলো যে প্ৰোগ্ৰামটো( program) কম্পাইল( compile) হৈছে | + | |
− | 06.42 '''ls space (hypen) -lrt'''লিখিলে আমি দেখিম যে শেষত নিৰ্মান কৰিবলগীয়া ফাইলটো '''myoutput''' হয় | + | |- |
− | 06.54 প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী(execute) কৰিবলৈ ( দত চ্লেচ )'''“./myoutput” লিখক আৰু এন্টাৰ('''Enter.'') টিপক | + | | 01.39 |
− | 07.01 ইয়াত আউতপুটটো( output) '''“Talk To a Teacher”.'''বুলি দৰ্শিত হৈছে | + | | দুটা চ্লেচ '''“//”''' আৰু স্পেছ(space)এৰি লিখক |
− | 07.06 মই আগতে কোৱাৰ দৰে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততো( statement) শেষত কাৰ্যকৰী হব | + | |
− | 07.10 সেয়ে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততোৰ( statement) আগত একো কাৰ্যকৰী(execute) ন্হব,আহ্ক চেষ্টা কৰি চাও | + | |- |
− | 07.15 | + | | 01.42 |
− | 07.17 | + | |'''“My first C program”.''' |
− | 07.22 ইয়াত স্পেছ( space) এৰি “printf” আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক | + | |
− | 07.27 ইয়াত বন্ধনীৰ( bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত “Welcome” বেকচ্লেচ (backslash)n লিখক,শেষত ছেমিক’লন( semicolon.)লিখক | + | |- |
− | 07.35 এতিয়া ছেভ(save)টিপক | + | |01.48 |
− | 07.37 এতিয়া আমি কম্পাইল( compile) আৰু কাৰ্যকৰণ( execute) কৰি প্রান্তলৈ( terminal) ঘূৰি আহোঁ | + | | ইয়াত এটা শাৰীত কমেন্ত( comment) কৰিবলৈ দুটা চ্লেচ( double slash) ব্যৱহাৰ কৰা হৈছে |
− | 07.41 '''up arrow''' কী( key) ব্যৱহাৰ কৰি আপুনি আগতে সুমোৱা(entered) নিৰ্দেশনা(command)পুনৰ মাতিব(recall) পাৰে | + | |
− | 07.46 এইটোৱেই যি মই এতিয়া কৰিছো | + | |- |
− | 07.51 আমি দেখিবলৈ পাইছো যে দ্বিতীয় ষ্টেটমেন্তত( statements ) '''welcome''' টো এতিয়াও কাৰ্যকৰী(execute) হোৱা নাই | + | | 01.52 |
− | 07.58 এতিয়া আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ | + | |প্ৰোগ্ৰামটো(program) কেনেকৈ আগবাঢ়িছে বুজাবলৈ কমেন্ত( comment)দিয়া হৈছে |
− | 08.00 এতিয়া আমি 'Welcome' ষ্টেটমেন্ততো( statement) ৰিটাৰ্ণ ষ্টেটমেন্তৰ( return statement) ওপৰত লিখোঁ | + | |
− | 08.06 ছেভ(Save) টিপক | + | |- |
− | 08.09 কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ | + | | 01.56 |
− | 08.15 আমি দেখিছো যে দ্বিতীয় '''printf''' ষ্টেটমেন্তত( statement) ''welcome'' টো এতিয়া কাৰ্যকাৰী(execute) হৈছে | + | |ই ড’কোমেন্টেচনৰ(documentation) বাবে উপযোগী |
− | 08.23 এতিয়া আমি হৱ পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম ৷এতিয়া প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহোঁ | + | |- |
− | 08.29 ধৰাহওক মই ইয়াত '''“stdio.h”'''ৰ দতটো নিলিখি saveত ক্লিক কৰিলো | + | | 01.58 |
− | 08.36 আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ | + | |ই আমাক প্ৰোগ্ৰামটোৰ( program) বিষয়ে কয় |
− | 08.41 আমি দেখিম যে | + | |- |
− | + | | 02.01 | |
− | 08.48 কম্পাইলাৰটোৱে '''“stdioh”'''নামৰ হেডাৰ ফাইলটো('''header file''') বিচাৰি নোপোৱাৰ বাবে এটা ভুল দেখুৱাইছে যে “no such file or directory” | + | |দুটা চ্লেচে( double slash) এটা শাৰীৰ কমেন্ত( comment) বুজায় ৷ |
− | 08.59 আৰু কম্পাইলেছনটো( compilation) শেষ হৈছে৷ | + | |
− | 09.03 আমি এতিয়া প্ৰোগ্ৰামটো( program)লৈ ঘুৰি আহি দতটো(“.”) লিখি ভুলটো শুধৰাই ছেভ(save)ত টিপক | + | |- |
− | 09.11 কম্পাইল( compile) আৰু কাৰ্যকৰী ( execute) কৰোঁ৷হয় ই কাম কৰিছে | + | | 02.07 |
− | 09.19 মই আপোনাক অন্য সাধাৰন ভুল দেখুওৱাম | + | | এতিয়া '''Enter''' টিপক |
− | 09.22 পুনৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি যাওঁ৷ | + | |
− | 09.25 ধৰক ইয়াত মই ছেমিক’লনটো('''semicolon''' ) শাৰীৰ অন্তত লিখিবলৈ পাহৰিলো | + | |- |
− | 09.31 ছেভ('''Save''')ত টিপি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰিলো | + | |02.09 |
− | 09.41 আমি দেখিম যে,আমাৰ talk.c ফাইলৰ ৬ নং শাৰীত এটা ভুল হৈছে৷ printf ৰ আগত( before)ছেমিক’লন(''semicolon'')আশাকৰা( expected) বুলি দেখাইছে | + | |“#include” স্পেছ( space) এৰি আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
− | 09.51 প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷ | + | |
− | 09.54 মই আগেয়ে কোৱাৰ দৰে ছেমিক’লনে( semicolon) ষ্টেটমেন্ততোৰ( statement) সামৰণি সূচায় | + | |- |
− | 09.58 সেইবাবে ইয়াক ৫ নং শাৰীৰ অন্তত( end) আৰু ৬ নং শাৰীৰ আৰম্ভনিত( beginning) বিচাৰিব | + | | 02.17 |
− | 10.06 এইটো ৬নং শাৰী | + | | সদায় আগতিয়াকৈ বন্ধনী(bracket) দুটা লিখি পাচত সিহঁতৰ ভিতৰত লিখা এটা ভাল অভ্যাস হয় |
− | 10.09 এইটোৱে শেষ ঠাই হয় য’ত আপুনি ছেমিক’লনটো(''semicolon''') দিব৷ | + | |
− | 10.12 পুনৰ কম্পাইল(compile) কৰিলেও ৬ নং শাৰীত ভুলটো দেখুওৱাব | + | |- |
− | 10.18 এতিয়া আমি ছেমিক’লনটো(semicolon) দি চেষ্টা কৰি চাম | + | | 02.24 |
− | 10.23 ছেভ('''Save''')ত টিপক | + | | এতিয়া বন্ধনীৰ(bracket) ভিতৰত '''“stdio”''' “(dot).” “'''h” ''' লিখক |
− | 10.26 আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ | + | |
− | 10.30 হয় ই কাম কৰিছে ৷ | + | |- |
− | 10.32 | + | | 02.30 |
− | 10.40 শাৰীৰ অন্তত ছেমিক’লন(''semicolon'') দিয়াটো এটা ৰীতিগত অনুশীলন( conventional practice) | + | | '''stdio.h''' হৈছে এটা হেদাৰ ফাইল('''header file''') |
− | 10.46 এতিয়া ছেভ('''Save''')ত টিপক | + | |
− | 10.49 কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ৷হয় ই কাম কৰিছে ৷ | + | |- |
− | 10.54 এতিয়া আমি শ্লাইড( slides) বোৰলৈ ঘুৰি যাওঁ৷ | + | | 02.33 |
− | 10.57 অনুশিলনী হিচাপে | + | |যেতিয়া এটা প্ৰোগ্ৰামত('''program''') নিৰ্দ্ধাৰিত '''input/output functions''' ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াত হেদাৰ ফাইল( header file) থাকিবই লাগিব |
− | 10.59 প্র্রিণ্ট কৰিবলৈ এটা প্ৰোগ্ৰাম( program) লিখক "Welcome to the World of C" | + | |
− | 11.02 যদি '''printf''' ষ্টেটমেন্ততোত( statement) '''“\n”''' নাথাকে তেন্তে কি হয় চাওঁ | + | |- |
− | 11.08 ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম | + | | 02.41 |
− | 11.12 তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷ | + | |এতিয়া '''Enter''' টিপক |
− | 11.15 এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ | + | |
− | 11.18 আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷ | + | |- |
− | 11.22 স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে | + | | 02.43 |
− | 11.24 স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও পাতে | + | | “int” লিখি স্পেছ( space)এৰি''' “main” ''লিখি আৰম্ভনি বন্ধনী('''opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
− | 11.28 অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে | + | |
− | 11.31 অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক | + | |- |
− | 11.38 স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয় | + | | 02.50 |
− | 11.42 ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ | + | | | '''main''' এটা বিশেষ( special) ফাংচন(''function''')হয় |
− | 11.47 ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ | + | |- |
− | 11.51 মই | + | | 02.52 |
− | + | |ই এই শাৰীটোৰ পৰা এটা প্ৰোগ্ৰাম( program) কাৰ্যকৰী(execute) হোৱাটো বুজায় | |
+ | |||
+ | |- | ||
+ | | 02.58 | ||
+ | |আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনীক( closing bracket) পেৰেন্ঠেছিচ(parenthesis) বোলে৷ | ||
+ | |||
+ | |- | ||
+ | | 03.04 | ||
+ | | '''main'' ৰ পাচৰ পেৰেন্ঠেছিচ (Parenthesis)এ ই যে এটা '''main' ফাংচন('''function''') তাকে বুজায় | ||
+ | |||
+ | |- | ||
+ | | 03.11 | ||
+ | | ইয়াত '''int''' '''main function'''য়ে কোনো আৰগুমেন্ত্চ('''arguments'') নলয় | ||
+ | |||
+ | |- | ||
+ | | 03.15 | ||
+ | |ই ইন্তিজাৰ('''integer''') বিভাগৰ এটা মান(value) ঘুৰাই দিয়ে | ||
+ | |||
+ | |- | ||
+ | | 03.18 | ||
+ | | আমি দাতা টাইপৰ('''data types'') বিষয়ে বেলেগ টিউটৰিয়েল( tutorial)ত শিকিম | ||
+ | |||
+ | |- | ||
+ | | 03.23 | ||
+ | | এতিয়া“মেইন ফাংচন”(main function)ৰ বিষয়ে অধিক জানিবলৈ শ্লাইড বোৰলৈ( slides) যাওঁ, পাছৰ শ্লাইড (slide)খন চাওঁ আহক | ||
+ | |||
+ | |- | ||
+ | | 03.29 | ||
+ | | সকলো প্ৰোগ্ৰাম( program)ৰ এটা মেইন ফাংচন( main function) থাকিব লাগিব | ||
+ | |||
+ | |- | ||
+ | | 03.33 | ||
+ | |তাত এটাতকৈ অধিক মেইন ফাংচন( main function)থাকিব নোৱাৰিব | ||
+ | |||
+ | |- | ||
+ | | 03.36 | ||
+ | |নহলে কম্পাইলাৰে(compiler) প্ৰোগ্ৰাম( program)টো কত আৰম্ভ হৈছে ধৰিব নোৱাৰিব | ||
+ | |||
+ | |- | ||
+ | | 03.41 | ||
+ | |খালী পেৰেন্ঠেছিচ (Parenthesis) যোৰাই (pair) মেইন(main)ৰ কোনো আৰগুমেন্ত্চ (arguments) নোহোৱাটো বুজায় | ||
+ | |||
+ | |- | ||
+ | | 03.46 | ||
+ | |আৰগুমেন্ত্চৰ(Arguments) ধাৰণাৰ( concept) বিষয়ে আমি আহিব লগীয়া টিউটৰিয়েলত( tutorials) বহলকৈ বুজিম | ||
+ | |||
+ | |- | ||
+ | | 03.52 | ||
+ | | এতিয়া আমি আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ | ||
+ | |||
+ | |- | ||
+ | | 03.55 | ||
+ | | এতিয়া এন্টাৰ(Enter) টিপক | ||
+ | |||
+ | |- | ||
+ | | 03.58 | ||
+ | | আৰম্ভনি মাজু বন্ধনী( opening curly bracket)“{” লিখক | ||
+ | |||
+ | |- | ||
+ | | 04.00 | ||
+ | |আৰম্ভনি মাজু বন্ধনীয়ে( opening curly bracket)'''“{”''' '''main'''''function'''টোৰ আৰম্ভণিক সূচায় | ||
+ | |||
+ | |- | ||
+ | | 04.04 | ||
+ | |তাৰ পাছত সামৰণি মাজু বন্ধনী( closing curly bracket) “}”লিখক | ||
+ | |||
+ | |- | ||
+ | | 04.08 | ||
+ | |সামৰনি মাজু বন্ধনীয়ে ( closing curly bracket) “}” '''main'''''function''' টোৰ শেষলৈ সূচায় | ||
+ | |||
+ | |- | ||
+ | | 04.13 | ||
+ | | এতিয়া বন্ধনীৰ( bracket) ভিতৰত এন্টাৰ(Enter) টো দুবাৰ টিপক | ||
+ | |- | ||
+ | | 04.16 | ||
+ | |কাৰচাৰ( cursor) এটা শাৰীৰ ওপৰলৈ নিয়ক | ||
+ | |||
+ | |- | ||
+ | | 04.20 | ||
+ | | অলংকৰণ(indentation)এ ক’ড( code) পঢ়া সহজ কৰি তোলে | ||
+ | |||
+ | |- | ||
+ | | 04.23 | ||
+ | |ভুল (error)বোৰৰ অৱস্থান উলিওৱাতো ই সহায় কৰে | ||
+ | |||
+ | |- | ||
+ | | 04.25 | ||
+ | |সেয়ে ইয়াত তিনিটা স্পেছ(space) দিওঁ | ||
+ | |||
+ | |- | ||
+ | | 04.29 | ||
+ | | আৰু এতিয়া “printf” '''আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) “()” লিখক | ||
+ | |||
+ | |- | ||
+ | | 04.34 | ||
+ | |প্রান্তত(terminal) আউতপুত( output)ছ্পা( print) কৰিবলৈ '''printf ''' এটা নিৰ্দ্ধাৰীত C ফাংচন হয় | ||
+ | |||
+ | |- | ||
+ | | 04.39 | ||
+ | | ইয়াত বন্ধনীৰ(bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত | ||
+ | |||
+ | |- | ||
+ | | 04.43 | ||
+ | |'''printf '' ষ্টেটমেন্তৰ( statement) দ্বৈত উদ্ধ ক’মাৰ( double quotes) ভিতৰত থকা যিকোনো বাক্য প্রান্তত(terminal)ছ্পা( print) হব | ||
+ | |||
+ | |- | ||
+ | | 04.50 | ||
+ | |'''Talk To a Teacher ''' বেক চ্লেচ(\) '''n”''' লিখক | ||
+ | |||
+ | |- | ||
+ | | 04.59 | ||
+ | |''' বেক চ্লেচ n '''\n”'''এ নতুন শাৰী বুজায় | ||
+ | |||
+ | |- | ||
+ | | 05.03 | ||
+ | |''printf '' ফাংচনৰ কাৰ্যকৰনৰ( execution) পৰিণাম( result)ত কাৰচাৰ(cursor) দাল নতুন শাৰীলৈ গতি কৰে | ||
+ | |||
+ | |- | ||
+ | | 05.10 | ||
+ | |প্রতিটো C ষ্টেটমেন্তৰ( statement) শেষত ছেমিকলন('''semicolon''')(;)থাকিবই লাগিব | ||
+ | |||
+ | |- | ||
+ | | 05.15 | ||
+ | |গতিকে ইয়াক এই শাৰীটোৰ শেষত লিখক | ||
+ | |||
+ | |- | ||
+ | | 05.19 | ||
+ | |ছেমিক’লনে('''Semicolon'') এটা ষ্টেটমেনতৰ( statement) সমাপ্তি সূচায় | ||
+ | |||
+ | |- | ||
+ | |05.24 | ||
+ | |এতিয়া ইয়াত এন্টাৰ(Enter) টিপক আৰু তিনিবাৰ স্পেছ(“space”)এৰক | ||
+ | |- | ||
+ | |05.27 | ||
+ | | আৰু '''return''' স্পেছ(“space”) “0” আৰু এটা ছেমিক’লন('''semicolon''') লিখক | ||
+ | |- | ||
+ | | 05.34 | ||
+ | | এই ষ্টেটমেন্ত্টোৱে( statement) ইন্তিজাৰ শূণ্য ( integer zero) ঘুৰাই দিয়ে | ||
+ | |||
+ | |- | ||
+ | | 05.38 | ||
+ | |ফাংচন( function)ৰ ধৰন '''int''' হোৱাৰ কাৰনে ফাংচনটোৱে এটা ইনতিজাৰ( integer)ঘুৰাই দিব লাগিব | ||
+ | |||
+ | |- | ||
+ | | 05.45 | ||
+ | |'''return''' ষ্টেটমেন্তটোৱে( statement) কাৰ্যকৰণীয়( executable) ষ্টেটমেন্তটোৰ( statement) সমাপ্তি সূচায় | ||
+ | |||
+ | |- | ||
+ | | 05.51 | ||
+ | |আমি ঘুৰাই(return) দিয়া মান(value)ৰ বিষয়ে অন্য টিউটৰিয়েল( tutorial)ত ভালকৈ শিকিম | ||
+ | |||
+ | |- | ||
+ | | 05.55 | ||
+ | | এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ(Save) বুটামটো টিপক(click) | ||
+ | |||
+ | |- | ||
+ | | 06.00 | ||
+ | |ফাইলবোৰ মাজে মাজে সংৰক্ষণ কৰাটো এটা ভাল অভ্যাস হয় | ||
+ | |||
+ | |- | ||
+ | | 06.03 | ||
+ | |ই আপোনাক আকস্মিক যান্ত্রিক বিজুতিৰ পৰাও ৰক্ষা কৰিব | ||
+ | |- | ||
+ | | 06.05 | ||
+ | |ই প্রয়োগিক ছফটৱেৰটো( applications) বিকল( crash) হৈ পৰিলেও উপযোগী হৈ ৰব | ||
+ | |||
+ | |- | ||
+ | | 06.10 | ||
+ | | আমি এতিয়া প্ৰোগ্ৰামটো( program) কম্পাইল( compile) কৰিম,এটা প্রান্তলৈ( terminal) ঘুৰি আহক | ||
+ | |||
+ | |- | ||
+ | | 06.15 | ||
+ | |“gcc” স্পেছ(space) “talk.c”স্পেছ(space) হাইফফেন “-'''o”''' স্পেছ(space) “myoutput” লিখক | ||
+ | |||
+ | |- | ||
+ | | 06.24 | ||
+ | | '''gcc'''টো এটা কম্পাইলাৰ( compiler) | ||
+ | |||
+ | |- | ||
+ | | 06.27 | ||
+ | |'''talk.c'''টো আমাৰ ফাইলৰ নাম | ||
+ | |- | ||
+ | | 06.30 | ||
+ | |'''-o''' '''myoutput'''এ কয় যে কাৰ্যকৰণীয়টো( executable) '''myoutput''' ফাইলত যোৱা উচিত | ||
+ | |||
+ | |- | ||
+ | | 06.37 | ||
+ | | এতিয়া এন্টাৰ(''Enter''') টিপক | ||
+ | |||
+ | |- | ||
+ | | 06.39 | ||
+ | |আমি দেখিলো যে প্ৰোগ্ৰামটো( program) কম্পাইল( compile) হৈছে | ||
+ | |||
+ | |- | ||
+ | | 06.42 | ||
+ | |'''ls space (hypen) -lrt'''লিখিলে আমি দেখিম যে শেষত নিৰ্মান কৰিবলগীয়া ফাইলটো '''myoutput''' হয় | ||
+ | |||
+ | |- | ||
+ | | 06.54 | ||
+ | |প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী(execute) কৰিবলৈ ( দত চ্লেচ )'''“./myoutput” লিখক আৰু এন্টাৰ('''Enter.'') টিপক | ||
+ | |||
+ | |- | ||
+ | |07.01 | ||
+ | | ইয়াত আউতপুটটো( output) '''“Talk To a Teacher”.'''বুলি দৰ্শিত হৈছে | ||
+ | |||
+ | |- | ||
+ | | 07.06 | ||
+ | | মই আগতে কোৱাৰ দৰে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততো( statement) শেষত কাৰ্যকৰী হব | ||
+ | |||
+ | |- | ||
+ | | 07.10 | ||
+ | |সেয়ে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততোৰ( statement) আগত একো কাৰ্যকৰী(execute) ন্হব,আহ্ক চেষ্টা কৰি চাও | ||
+ | |- | ||
+ | |07.15 | ||
+ | | আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ | ||
+ | |||
+ | |- | ||
+ | | 07.17 | ||
+ | | '''return''' ষ্টেটমেন্ততোৰ( statement) পাছত আমি আৰু এটা '''printf''' ষ্টেটমেন্ত( statement) সংযোগ কৰোঁ | ||
+ | |||
+ | |- | ||
+ | | 07.22 | ||
+ | | ইয়াত স্পেছ( space) এৰি “printf” আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক | ||
+ | |- | ||
+ | | 07.27 | ||
+ | | ইয়াত বন্ধনীৰ( bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত “Welcome” বেকচ্লেচ (backslash)n লিখক,শেষত ছেমিক’লন( semicolon.)লিখক | ||
+ | |- | ||
+ | | 07.35 | ||
+ | | এতিয়া ছেভ(save)টিপক | ||
+ | |||
+ | |- | ||
+ | | 07.37 | ||
+ | |এতিয়া আমি কম্পাইল( compile) আৰু কাৰ্যকৰণ( execute) কৰি প্রান্তলৈ( terminal) ঘূৰি আহোঁ | ||
+ | |- | ||
+ | |07.41 | ||
+ | | '''up arrow''' কী( key) ব্যৱহাৰ কৰি আপুনি আগতে সুমোৱা(entered) নিৰ্দেশনা(command)পুনৰ মাতিব(recall) পাৰে | ||
+ | |||
+ | |- | ||
+ | | 07.46 | ||
+ | |এইটোৱেই যি মই এতিয়া কৰিছো | ||
+ | |- | ||
+ | | 07.51 | ||
+ | |আমি দেখিবলৈ পাইছো যে দ্বিতীয় ষ্টেটমেন্তত( statements ) '''welcome''' টো এতিয়াও কাৰ্যকৰী(execute) হোৱা নাই | ||
+ | |||
+ | |- | ||
+ | | 07.58 | ||
+ | | এতিয়া আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ | ||
+ | |||
+ | |- | ||
+ | | 08.00 | ||
+ | |এতিয়া আমি 'Welcome' ষ্টেটমেন্ততো( statement) ৰিটাৰ্ণ ষ্টেটমেন্তৰ( return statement) ওপৰত লিখোঁ | ||
+ | |- | ||
+ | | 08.06 | ||
+ | | ছেভ(Save) টিপক | ||
+ | |||
+ | |- | ||
+ | | 08.09 | ||
+ | |কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ | ||
+ | |- | ||
+ | | 08.15 | ||
+ | |আমি দেখিছো যে দ্বিতীয় '''printf''' ষ্টেটমেন্তত( statement) ''welcome'' টো এতিয়া কাৰ্যকাৰী(execute) হৈছে | ||
+ | |||
+ | |- | ||
+ | | 08.23 | ||
+ | | এতিয়া আমি হৱ পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম ৷এতিয়া প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহোঁ | ||
+ | |||
+ | |- | ||
+ | | 08.29 | ||
+ | | ধৰাহওক মই ইয়াত '''“stdio.h”'''ৰ দতটো নিলিখি saveত ক্লিক কৰিলো | ||
+ | |||
+ | |- | ||
+ | | 08.36 | ||
+ | | আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ | ||
+ | |||
+ | |- | ||
+ | | 08.41 | ||
+ | |আমি দেখিম যে আমাৰ '''talk.c''' ফাইলৰ ২ নং শাৰীত এটা সাংঘাতিক ভুল হৈছে | ||
+ | |- | ||
+ | | 08.48 | ||
+ | |কম্পাইলাৰটোৱে '''“stdioh”'''নামৰ হেডাৰ ফাইলটো('''header file''') বিচাৰি নোপোৱাৰ বাবে এটা ভুল দেখুৱাইছে যে “no such file or directory” | ||
+ | |||
+ | |- | ||
+ | | 08.59 | ||
+ | |আৰু কম্পাইলেছনটো( compilation) শেষ হৈছে৷ | ||
+ | |- | ||
+ | | 09.03 | ||
+ | |আমি এতিয়া প্ৰোগ্ৰামটো( program)লৈ ঘুৰি আহি দতটো(“.”) লিখি ভুলটো শুধৰাই ছেভ(save)ত টিপক | ||
+ | |- | ||
+ | | 09.11 | ||
+ | | কম্পাইল( compile) আৰু কাৰ্যকৰী ( execute) কৰোঁ৷হয় ই কাম কৰিছে | ||
+ | |- | ||
+ | | 09.19 | ||
+ | |মই আপোনাক অন্য সাধাৰন ভুল দেখুওৱাম | ||
+ | |||
+ | |- | ||
+ | |09.22 | ||
+ | |পুনৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি যাওঁ৷ | ||
+ | |||
+ | |- | ||
+ | | 09.25 | ||
+ | | ধৰক ইয়াত মই ছেমিক’লনটো('''semicolon''' ) শাৰীৰ অন্তত লিখিবলৈ পাহৰিলো | ||
+ | |- | ||
+ | | 09.31 | ||
+ | | ছেভ('''Save''')ত টিপি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰিলো | ||
+ | |- | ||
+ | | 09.41 | ||
+ | | আমি দেখিম যে,আমাৰ talk.c ফাইলৰ ৬ নং শাৰীত এটা ভুল হৈছে৷ printf ৰ আগত( before)ছেমিক’লন(''semicolon'')আশাকৰা( expected) বুলি দেখাইছে | ||
+ | |- | ||
+ | | 09.51 | ||
+ | |প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷ | ||
+ | |||
+ | |- | ||
+ | | 09.54 | ||
+ | |মই আগেয়ে কোৱাৰ দৰে ছেমিক’লনে( semicolon) ষ্টেটমেন্ততোৰ( statement) সামৰণি সূচায় | ||
+ | |||
+ | |- | ||
+ | | 09.58 | ||
+ | |সেইবাবে ইয়াক ৫ নং শাৰীৰ অন্তত( end) আৰু ৬ নং শাৰীৰ আৰম্ভনিত( beginning) বিচাৰিব | ||
+ | |||
+ | |- | ||
+ | | 10.06 | ||
+ | | এইটো ৬নং শাৰী | ||
+ | |||
+ | |- | ||
+ | | 10.09 | ||
+ | | এইটোৱে শেষ ঠাই হয় য’ত আপুনি ছেমিক’লনটো(''semicolon''') দিব৷ | ||
+ | |||
+ | |- | ||
+ | | 10.12 | ||
+ | |পুনৰ কম্পাইল(compile) কৰিলেও ৬ নং শাৰীত ভুলটো দেখুওৱাব | ||
+ | |||
+ | |- | ||
+ | | 10.18 | ||
+ | | এতিয়া আমি ছেমিক’লনটো(semicolon) দি চেষ্টা কৰি চাম | ||
+ | |||
+ | |- | ||
+ | | 10.23 | ||
+ | | ছেভ('''Save''')ত টিপক | ||
+ | |||
+ | |- | ||
+ | | 10.26 | ||
+ | |আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ | ||
+ | |||
+ | |- | ||
+ | | 10.30 | ||
+ | |হয় ই কাম কৰিছে ৷ | ||
+ | |||
+ | |- | ||
+ | | 10.32 | ||
+ | |প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷ এই শাৰীটোৰ অন্তত ছেমিক’লনটো(''semicolon'') লিখক | ||
+ | |- | ||
+ | | 10.40 | ||
+ | | শাৰীৰ অন্তত ছেমিক’লন(''semicolon'') দিয়াটো এটা ৰীতিগত অনুশীলন ( conventional practice) | ||
+ | |- | ||
+ | | 10.46 | ||
+ | | এতিয়া ছেভ('''Save''')ত টিপক | ||
+ | |||
+ | |- | ||
+ | | 10.49 | ||
+ | | কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ৷হয় ই কাম কৰিছে ৷ | ||
+ | |- | ||
+ | | 10.54 | ||
+ | |এতিয়া আমি শ্লাইড( slides) বোৰলৈ ঘুৰি যাওঁ৷ | ||
+ | |||
+ | |- | ||
+ | |10.57 | ||
+ | | অনুশিলনী হিচাপে | ||
+ | |||
+ | |- | ||
+ | | 10.59 | ||
+ | |প্র্রিণ্ট কৰিবলৈ এটা প্ৰোগ্ৰাম( program) লিখক "Welcome to the World of C" | ||
+ | |||
+ | |- | ||
+ | | 11.02 | ||
+ | |যদি '''printf''' ষ্টেটমেন্ততোত( statement) '''“\n”''' নাথাকে তেন্তে কি হয় চাওঁ | ||
+ | |||
+ | |- | ||
+ | | 11.08 | ||
+ | | ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম | ||
+ | |||
+ | |- | ||
+ | | 11.12 | ||
+ | | তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷ | ||
+ | |||
+ | |- | ||
+ | | 11.15 | ||
+ | |এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ | ||
+ | |||
+ | |- | ||
+ | | 11.18 | ||
+ | |আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷ | ||
+ | |- | ||
+ | | 11.22 | ||
+ | | স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে | ||
+ | |||
+ | |- | ||
+ | | 11.24 | ||
+ | |স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও পাতে | ||
+ | |- | ||
+ | | 11.28 | ||
+ | |অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে | ||
+ | |- | ||
+ | | 11.31 | ||
+ | |অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক | ||
+ | |- | ||
+ | |11.38 | ||
+ | | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয় | ||
+ | |||
+ | |- | ||
+ | | 11.42 | ||
+ | |ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ | ||
+ | |- | ||
+ | | 11.47 | ||
+ | |ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ | ||
+ | |- | ||
+ | | 11.51 | ||
+ | | মই ধ্ৰুৱজ্যোতি বৰুৱা , | ||
+ | উপভোগ কৰাৰ বাবে ধন্যবাদ | ||
+ | |} |
Latest revision as of 09:11, 3 November 2020
Time | Narration |
00.01 | প্রথম C প্ৰোগ্ৰামৰ( program)ৰ স্পকেন টিউট’ৰিয়েল ( Spoken Tutorial)লৈ আদৰণি জনাইছো |
00.05 | এই টিউট’ৰিয়েল ( tutorial)ত আমি শিকিম |
00.08 | এটা সাধাৰন C প্ৰোগ্ৰাম( program) কেনেকৈ লিখে |
00.11 | কেনেকৈ কমপাইল(compile) কৰে, |
00.13 | কেনেকৈ কাৰ্যকৰী(execute) কৰে |
00.14 | আমি কিছুমান সাধাৰন ভুল(error) আৰু সেইবোৰৰ সমাধানৰো( solutions) বিৱৰণ দিম |
00.18 | মই এই টিউট’ৰিয়েলতো( tutorial) বাণীবদ্ধ( record) কৰোতে ব্যৱহাৰ কৰিছো |
00.21 | উবুনটো অপাৰেটিং ছিচটেমৰ( Ubuntu operating system) ১১.১০(11.10) তাঙৰণ (version) আৰু উবুনটোত gcc কমপাইলাৰৰ( Compiler) ৪.৬.১(4.6.1) তাঙৰণ( version) |
00.31 | এই টিউট’ৰিয়েলতো( tutorial) অভ্যাস কৰিবলৈ, |
00.33 | উবুনটো অপাৰেটিং ছিচটেম( Ubuntu Operating System) আৰু এটা এদিটৰ( Editor) বিষয়ে আপুনি জানিব লাগিব |
00.38 | কিছুমান এদিটৰ( Editor) হৈছে vim আৰু gedit |
00.42 | মই এইটো টিউট’ৰিয়েলত( tutorial) gedit ব্যৱহাৰ কৰিম |
00.45 | সঙ্গত শিকনিৰ( relevant tutorials) বাবে অনুগ্রহ কৰি আমি দেখুওৱা ৱেবচাইত( website) পৰিদৰ্শন কৰক |
00.51 | কেনেকৈ এটা C প্ৰোগ্ৰাম( program) লিখে মই এতিয়া উদাহৰণসহ বুজাবলৈ লৈছো |
00.55 | তাৰমিনেল উইনদ’(terminal window) খুলিবলৈ আপোনাৰ কিবৰ্ডত একেলগে 'Ctrl, Alt আৰু T কী( keys) টিপক |
01.07 | এতিয়া টেক্চট এদিটৰ( text editor) খোলক,প্রমতত( prompt) লিখক |
01.12 | '“gedit” স্পেছ(space) “talk” dot “c”স্পেছ(space) “&” চিহ্ন(sign). |
01.20 | আমি প্রমত( prompt)খালি কৰিবলৈ এমপাৰচেণ্ড(&)ব্যৱহাৰ কৰোঁ |
01.24 | মন কৰিব যে সকলো “C” ফাইল একষ্টেনচন( extension.C) দত “C” হৱ লাগিব |
01.30 | এতিয়া Enter টিপক |
01.32 | টেক্চট এডিতৰ( text editor) খোলা গৈছে |
01.36 | এতিয়া আমি এটা প্ৰোগ্ৰাম( program) লিখিবলৈ আৰম্ভ কৰিম |
01.39 | দুটা চ্লেচ “//” আৰু স্পেছ(space)এৰি লিখক |
01.42 | “My first C program”. |
01.48 | ইয়াত এটা শাৰীত কমেন্ত( comment) কৰিবলৈ দুটা চ্লেচ( double slash) ব্যৱহাৰ কৰা হৈছে |
01.52 | প্ৰোগ্ৰামটো(program) কেনেকৈ আগবাঢ়িছে বুজাবলৈ কমেন্ত( comment)দিয়া হৈছে |
01.56 | ই ড’কোমেন্টেচনৰ(documentation) বাবে উপযোগী |
01.58 | ই আমাক প্ৰোগ্ৰামটোৰ( program) বিষয়ে কয় |
02.01 | দুটা চ্লেচে( double slash) এটা শাৰীৰ কমেন্ত( comment) বুজায় ৷ |
02.07 | এতিয়া Enter টিপক |
02.09 | “#include” স্পেছ( space) এৰি আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
02.17 | সদায় আগতিয়াকৈ বন্ধনী(bracket) দুটা লিখি পাচত সিহঁতৰ ভিতৰত লিখা এটা ভাল অভ্যাস হয় |
02.24 | এতিয়া বন্ধনীৰ(bracket) ভিতৰত “stdio” “(dot).” “h” লিখক |
02.30 | stdio.h হৈছে এটা হেদাৰ ফাইল(header file) |
02.33 | যেতিয়া এটা প্ৰোগ্ৰামত(program) নিৰ্দ্ধাৰিত input/output functions ব্যৱহাৰ কৰা হয় তেতিয়া ইয়াত হেদাৰ ফাইল( header file) থাকিবই লাগিব |
02.41 | এতিয়া Enter টিপক |
02.43 | “int” লিখি স্পেছ( space)এৰি “main” লিখি আৰম্ভনি বন্ধনী(opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
02.50 | main' এটা বিশেষ( special) ফাংচন(function)হয় |
02.52 | ই এই শাৰীটোৰ পৰা এটা প্ৰোগ্ৰাম( program) কাৰ্যকৰী(execute) হোৱাটো বুজায় |
02.58 | আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনীক( closing bracket) পেৰেন্ঠেছিচ(parenthesis) বোলে৷ |
03.04 | main ৰ পাচৰ পেৰেন্ঠেছিচ (Parenthesis)এ ই যে এটা main' ফাংচন(function) তাকে বুজায় |
03.11 | ইয়াত int' main functionয়ে কোনো আৰগুমেন্ত্চ(arguments) নলয় |
03.15 | ই ইন্তিজাৰ(integer) বিভাগৰ এটা মান(value) ঘুৰাই দিয়ে |
03.18 | আমি দাতা টাইপৰ('data types) বিষয়ে বেলেগ টিউটৰিয়েল( tutorial)ত শিকিম |
03.23 | এতিয়া“মেইন ফাংচন”(main function)ৰ বিষয়ে অধিক জানিবলৈ শ্লাইড বোৰলৈ( slides) যাওঁ, পাছৰ শ্লাইড (slide)খন চাওঁ আহক |
03.29 | সকলো প্ৰোগ্ৰাম( program)ৰ এটা মেইন ফাংচন( main function) থাকিব লাগিব |
03.33 | তাত এটাতকৈ অধিক মেইন ফাংচন( main function)থাকিব নোৱাৰিব |
03.36 | নহলে কম্পাইলাৰে(compiler) প্ৰোগ্ৰাম( program)টো কত আৰম্ভ হৈছে ধৰিব নোৱাৰিব |
03.41 | খালী পেৰেন্ঠেছিচ (Parenthesis) যোৰাই (pair) মেইন(main)ৰ কোনো আৰগুমেন্ত্চ (arguments) নোহোৱাটো বুজায় |
03.46 | আৰগুমেন্ত্চৰ(Arguments) ধাৰণাৰ( concept) বিষয়ে আমি আহিব লগীয়া টিউটৰিয়েলত( tutorials) বহলকৈ বুজিম |
03.52 | এতিয়া আমি আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ |
03.55 | এতিয়া এন্টাৰ(Enter) টিপক |
03.58 | আৰম্ভনি মাজু বন্ধনী( opening curly bracket)“{” লিখক |
04.00 | আৰম্ভনি মাজু বন্ধনীয়ে( opening curly bracket)'“{” mainfunctionটোৰ আৰম্ভণিক সূচায় |
04.04 | তাৰ পাছত সামৰণি মাজু বন্ধনী( closing curly bracket) “}”লিখক |
04.08 | সামৰনি মাজু বন্ধনীয়ে ( closing curly bracket) “}” mainfunction' টোৰ শেষলৈ সূচায় |
04.13 | এতিয়া বন্ধনীৰ( bracket) ভিতৰত এন্টাৰ(Enter) টো দুবাৰ টিপক |
04.16 | কাৰচাৰ( cursor) এটা শাৰীৰ ওপৰলৈ নিয়ক |
04.20 | অলংকৰণ(indentation)এ ক’ড( code) পঢ়া সহজ কৰি তোলে |
04.23 | ভুল (error)বোৰৰ অৱস্থান উলিওৱাতো ই সহায় কৰে |
04.25 | সেয়ে ইয়াত তিনিটা স্পেছ(space) দিওঁ |
04.29 | আৰু এতিয়া “printf” আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) “()” লিখক |
04.34 | প্রান্তত(terminal) আউতপুত( output)ছ্পা( print) কৰিবলৈ printf এটা নিৰ্দ্ধাৰীত C ফাংচন হয় |
04.39 | ইয়াত বন্ধনীৰ(bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত |
04.43 | 'printf ষ্টেটমেন্তৰ( statement) দ্বৈত উদ্ধ ক’মাৰ( double quotes) ভিতৰত থকা যিকোনো বাক্য প্রান্তত(terminal)ছ্পা( print) হব |
04.50 | Talk To a Teacher বেক চ্লেচ(\) n” লিখক |
04.59 | বেক চ্লেচ n \n”এ নতুন শাৰী বুজায় |
05.03 | printf ফাংচনৰ কাৰ্যকৰনৰ( execution) পৰিণাম( result)ত কাৰচাৰ(cursor) দাল নতুন শাৰীলৈ গতি কৰে |
05.10 | প্রতিটো C ষ্টেটমেন্তৰ( statement) শেষত ছেমিকলন(semicolon)(;)থাকিবই লাগিব |
05.15 | গতিকে ইয়াক এই শাৰীটোৰ শেষত লিখক |
05.19 | ছেমিক’লনে('Semicolon) এটা ষ্টেটমেনতৰ( statement) সমাপ্তি সূচায় |
05.24 | এতিয়া ইয়াত এন্টাৰ(Enter) টিপক আৰু তিনিবাৰ স্পেছ(“space”)এৰক |
05.27 | আৰু return স্পেছ(“space”) “0” আৰু এটা ছেমিক’লন(semicolon) লিখক |
05.34 | এই ষ্টেটমেন্ত্টোৱে( statement) ইন্তিজাৰ শূণ্য ( integer zero) ঘুৰাই দিয়ে |
05.38 | ফাংচন( function)ৰ ধৰন int হোৱাৰ কাৰনে ফাংচনটোৱে এটা ইনতিজাৰ( integer)ঘুৰাই দিব লাগিব |
05.45 | return ষ্টেটমেন্তটোৱে( statement) কাৰ্যকৰণীয়( executable) ষ্টেটমেন্তটোৰ( statement) সমাপ্তি সূচায় |
05.51 | আমি ঘুৰাই(return) দিয়া মান(value)ৰ বিষয়ে অন্য টিউটৰিয়েল( tutorial)ত ভালকৈ শিকিম |
05.55 | এতিয়া ফাইলটো সংৰক্ষণ কৰিবলৈ ছেভ(Save) বুটামটো টিপক(click) |
06.00 | ফাইলবোৰ মাজে মাজে সংৰক্ষণ কৰাটো এটা ভাল অভ্যাস হয় |
06.03 | ই আপোনাক আকস্মিক যান্ত্রিক বিজুতিৰ পৰাও ৰক্ষা কৰিব |
06.05 | ই প্রয়োগিক ছফটৱেৰটো( applications) বিকল( crash) হৈ পৰিলেও উপযোগী হৈ ৰব |
06.10 | আমি এতিয়া প্ৰোগ্ৰামটো( program) কম্পাইল( compile) কৰিম,এটা প্রান্তলৈ( terminal) ঘুৰি আহক |
06.15 | “gcc” স্পেছ(space) “talk.c”স্পেছ(space) হাইফফেন “-o” স্পেছ(space) “myoutput” লিখক |
06.24 | gccটো এটা কম্পাইলাৰ( compiler) |
06.27 | talk.cটো আমাৰ ফাইলৰ নাম |
06.30 | -o myoutputএ কয় যে কাৰ্যকৰণীয়টো( executable) myoutput ফাইলত যোৱা উচিত |
06.37 | এতিয়া এন্টাৰ(Enter') টিপক |
06.39 | আমি দেখিলো যে প্ৰোগ্ৰামটো( program) কম্পাইল( compile) হৈছে |
06.42 | ls space (hypen) -lrtলিখিলে আমি দেখিম যে শেষত নিৰ্মান কৰিবলগীয়া ফাইলটো myoutput হয় |
06.54 | প্ৰোগ্ৰাম( program)টো কাৰ্যকৰী(execute) কৰিবলৈ ( দত চ্লেচ )“./myoutput” লিখক আৰু এন্টাৰ(Enter.) টিপক |
07.01 | ইয়াত আউতপুটটো( output) “Talk To a Teacher”.বুলি দৰ্শিত হৈছে |
07.06 | মই আগতে কোৱাৰ দৰে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততো( statement) শেষত কাৰ্যকৰী হব |
07.10 | সেয়ে ৰিটাৰ্ণ(return) ষ্টেটমেন্ততোৰ( statement) আগত একো কাৰ্যকৰী(execute) ন্হব,আহ্ক চেষ্টা কৰি চাও |
07.15 | আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ |
07.17 | return ষ্টেটমেন্ততোৰ( statement) পাছত আমি আৰু এটা printf ষ্টেটমেন্ত( statement) সংযোগ কৰোঁ |
07.22 | ইয়াত স্পেছ( space) এৰি “printf” আৰম্ভনি বন্ধনী( opening bracket),সামৰণি বন্ধনী( closing bracket) লিখক |
07.27 | ইয়াত বন্ধনীৰ( bracket) মাজত,দ্বৈত উদ্ধ ক’মা( double quotes)ৰ ভিতৰত “Welcome” বেকচ্লেচ (backslash)n লিখক,শেষত ছেমিক’লন( semicolon.)লিখক |
07.35 | এতিয়া ছেভ(save)টিপক |
07.37 | এতিয়া আমি কম্পাইল( compile) আৰু কাৰ্যকৰণ( execute) কৰি প্রান্তলৈ( terminal) ঘূৰি আহোঁ |
07.41 | up arrow কী( key) ব্যৱহাৰ কৰি আপুনি আগতে সুমোৱা(entered) নিৰ্দেশনা(command)পুনৰ মাতিব(recall) পাৰে |
07.46 | এইটোৱেই যি মই এতিয়া কৰিছো |
07.51 | আমি দেখিবলৈ পাইছো যে দ্বিতীয় ষ্টেটমেন্তত( statements ) welcome টো এতিয়াও কাৰ্যকৰী(execute) হোৱা নাই |
07.58 | এতিয়া আমাৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ |
08.00 | এতিয়া আমি 'Welcome' ষ্টেটমেন্ততো( statement) ৰিটাৰ্ণ ষ্টেটমেন্তৰ( return statement) ওপৰত লিখোঁ |
08.06 | ছেভ(Save) টিপক |
08.09 | কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ |
08.15 | আমি দেখিছো যে দ্বিতীয় printf ষ্টেটমেন্তত( statement) welcome টো এতিয়া কাৰ্যকাৰী(execute) হৈছে |
08.23 | এতিয়া আমি হৱ পৰা সাধাৰণ ভুল বিলাক লক্ষ্য কৰিম ৷এতিয়া প্ৰোগ্ৰাম( program)টোলৈ ঘূৰি আহোঁ |
08.29 | ধৰাহওক মই ইয়াত “stdio.h”ৰ দতটো নিলিখি saveত ক্লিক কৰিলো |
08.36 | আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰোঁ |
08.41 | আমি দেখিম যে আমাৰ talk.c ফাইলৰ ২ নং শাৰীত এটা সাংঘাতিক ভুল হৈছে |
08.48 | কম্পাইলাৰটোৱে “stdioh”নামৰ হেডাৰ ফাইলটো(header file) বিচাৰি নোপোৱাৰ বাবে এটা ভুল দেখুৱাইছে যে “no such file or directory” |
08.59 | আৰু কম্পাইলেছনটো( compilation) শেষ হৈছে৷ |
09.03 | আমি এতিয়া প্ৰোগ্ৰামটো( program)লৈ ঘুৰি আহি দতটো(“.”) লিখি ভুলটো শুধৰাই ছেভ(save)ত টিপক |
09.11 | কম্পাইল( compile) আৰু কাৰ্যকৰী ( execute) কৰোঁ৷হয় ই কাম কৰিছে |
09.19 | মই আপোনাক অন্য সাধাৰন ভুল দেখুওৱাম |
09.22 | পুনৰ প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি যাওঁ৷ |
09.25 | ধৰক ইয়াত মই ছেমিক’লনটো(semicolon ) শাৰীৰ অন্তত লিখিবলৈ পাহৰিলো |
09.31 | ছেভ(Save)ত টিপি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute) কৰিলো |
09.41 | আমি দেখিম যে,আমাৰ talk.c ফাইলৰ ৬ নং শাৰীত এটা ভুল হৈছে৷ printf ৰ আগত( before)ছেমিক’লন(semicolon)আশাকৰা( expected) বুলি দেখাইছে |
09.51 | প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷ |
09.54 | মই আগেয়ে কোৱাৰ দৰে ছেমিক’লনে( semicolon) ষ্টেটমেন্ততোৰ( statement) সামৰণি সূচায় |
09.58 | সেইবাবে ইয়াক ৫ নং শাৰীৰ অন্তত( end) আৰু ৬ নং শাৰীৰ আৰম্ভনিত( beginning) বিচাৰিব |
10.06 | এইটো ৬নং শাৰী |
10.09 | এইটোৱে শেষ ঠাই হয় য’ত আপুনি ছেমিক’লনটো(semicolon') দিব৷ |
10.12 | পুনৰ কম্পাইল(compile) কৰিলেও ৬ নং শাৰীত ভুলটো দেখুওৱাব |
10.18 | এতিয়া আমি ছেমিক’লনটো(semicolon) দি চেষ্টা কৰি চাম |
10.23 | ছেভ(Save)ত টিপক |
10.26 | আমি কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ |
10.30 | হয় ই কাম কৰিছে ৷ |
10.32 | প্ৰোগ্ৰাম( program)টোলৈ ঘুৰি আহোঁ৷ এই শাৰীটোৰ অন্তত ছেমিক’লনটো(semicolon) লিখক |
10.40 | শাৰীৰ অন্তত ছেমিক’লন(semicolon) দিয়াটো এটা ৰীতিগত অনুশীলন ( conventional practice) |
10.46 | এতিয়া ছেভ(Save)ত টিপক |
10.49 | কম্পাইল( compile) আৰু কাৰ্যকৰী( execute)কৰোঁ৷হয় ই কাম কৰিছে ৷ |
10.54 | এতিয়া আমি শ্লাইড( slides) বোৰলৈ ঘুৰি যাওঁ৷ |
10.57 | অনুশিলনী হিচাপে |
10.59 | প্র্রিণ্ট কৰিবলৈ এটা প্ৰোগ্ৰাম( program) লিখক "Welcome to the World of C" |
11.02 | যদি printf ষ্টেটমেন্ততোত( statement) “\n” নাথাকে তেন্তে কি হয় চাওঁ |
11.08 | ইয়াৰ দ্বাৰাই আমাৰ টিউটৰিয়েলটো( tutorial) সামৰনি মাৰিম |
11.12 | তলত দেখুওৱা সংযোজন(link)ত দেখিবলৈ পোৱা কথাচিত্রটো( video) চাব৷ |
11.15 | এইটো স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ মূলভাৱ |
11.18 | আপুনাৰ যদি বেণ্ডউইথ(bandwidth) ভাল নহয় তেন্তে এই কথাচিত্রটো দাউনল’দ( download) কৰি চাওক ৷ |
11.22 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প (spoken tutorial project) ৰ দলে |
11.24 | স্পকেন টিউট’ৰিয়েল(Spoken Tutorial) ব্যৱ্হাৰৰ কৰ্মশালাও পাতে |
11.28 | অনলাইন পৰীক্ষাত উত্তীৰ্ন সকলক প্রমাণপত্র দিয়ে |
11.31 | অধিক জানিবলৈ অনুগ্রহ কৰি contact@spoken-tutorial.org লৈ লিখক |
11.38 | স্পকেন টিউট’ৰিয়েল প্ৰকল্প( Spoken Tutorial Project) ট’ক তু এ টিছাৰ প্রকল্পৰ( Talk to a Teacher project) অংশ হয় |
11.42 | ইয়াক আই চি তি(ICT), এম এইচ আৰ দি( MHRD), ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকচনে সহায় কৰিছে৷ |
11.47 | ইয়াৰ বিষয়ে অধিক তলত দেখুওৱা সংযোজন(link)ত দেখা পাব৷ |
11.51 | মই ধ্ৰুৱজ্যোতি বৰুৱা ,
উপভোগ কৰাৰ বাবে ধন্যবাদ |