Difference between revisions of "Scilab/C4/Simulating-a-PID-controller-using-XCOS/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border=1 |- | Time | '''Narration''' |- | 00:01 | '''Xcos ব্যৱ্হাৰ কৰি PID কনট্ৰ’লাৰ এটা চিমোলেত কৰাৰ'...") |
|||
| Line 59: | Line 59: | ||
| এনে কৰিলে, দুখন উইন্দ’ খুলিব । | | এনে কৰিলে, দুখন উইন্দ’ খুলিব । | ||
| − | + | '''পালেত ব্ৰাউজাৰ''' আৰু এখন '''Untitled-Xcos''' উইন্দ’ | |
|- | |- | ||
Revision as of 11:57, 26 April 2019
| Time | Narration |
| 00:01 | Xcos ব্যৱ্হাৰ কৰি PID কনট্ৰ’লাৰ এটা চিমোলেত কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম |
| 00:07 | এই টিউট’ৰিয়েলটোত আমি PID কনট্ৰ’লাৰ এটা Xcos ত ইমপ্লিমেন্ত কৰিবলৈ শিকিম |
| 00:13 | আপোনাৰ কম্পিউতাৰত চাইলেব ইনষ্ট’ল হৈ থকাক নিশ্বিত কৰক |
| 00:17 | মই এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিছো উবুন্তো 16.04 64-bit অপাৰেতিং চিষ্টেম আৰু চাইলেব 6.0.0 ৰে |
| 00:27 | পূৰ্বে-প্ৰয়োজনীয় হিচাবে, Xcos ইনট্ৰোদাকচন টিউট’ৰিয়েলটো চাওঁক |
| 00:32 | এই টিউট’ৰিয়েলটোৱে আপোনালে Xcos পৰিবেশ সহজ কৰিব |
| 00:37 | লগতে, আমি সেই টিউট’ৰিয়েলত বনোৱা firstorder.xcos ফাইল ব্যৱ্হাৰ কৰিম |
| 00:43 | গতিকে, আগবঢ়াৰ আগতে টিউট’ৰিয়েলটো অভ্যাস কৰা দৰকাৰ যাতে আপোনাৰ লগত ফাইলটো থাকে |
| 00:50 | PID কনট্ৰ’লাৰৰ কিছু মৌলিক জ্ঞান দৰকাৰ |
| 00:54 | আপুনি পূৰ্বে-প্ৰয়োজনীয় খিনি ল’লে বুলি ধৰি, আহক টিউট’ৰিয়েলটো আৰম্ভ কৰো |
| 00:59 | সৰ্বপ্ৰথমে, আমি চাইলেব খুলিম |
| 01:03 | পাছত এপ্লিকেচনচলৈ যাওঁক আৰু Xcos বাচক |
| 01:08 | বা আপোনাৰ চাইলেব কনচ’ল উইন্দ’ত, Xcos লিখক আৰু এন্টাৰ টিপক |
| 01:15 | এনে কৰিলে, দুখন উইন্দ’ খুলিব ।
পালেত ব্ৰাউজাৰ আৰু এখন Untitled-Xcos উইন্দ’ |
| 01:23 | Untitled-Xcos উইন্দ’ত, ফাইলত আৰু পাছত অ’পেনত ক্লিক কৰক |
| 01:30 | দাইৰেক্তৰীটোলৈ যাওঁক য’ত firstorder.xcos ফাইলটো ছেভ আছে |
| 01:36 | ফাইলটো বাচক আৰু Ok ত ক্লিক কৰক |
| 01:40 | এতিয়া, ট্ৰাঞ্চফাৰ ফাংচন ব্লকত দুবাৰ ক্লিক কৰক |
| 01:44 | চাব যাতে আপুনি একেটা ট্ৰাঞ্চফাৰ ফাংচন ব্যৱ্হাৰ কৰে মোৰ দৰে |
| 01:49 | মোৰ বাবে, লব হৈছে 1 আৰু হৰ হৈছে 2 এচতেৰিক্স s প্লাচ 1 যি হৈছে 2 পূৰণ s প্লাচ ওৱান |
| 02:01 | Ok ত ক্লিক কৰক |
| 02:03 | ষ্টেপ ব্লকত দুবাৰ ক্লিক কৰক |
| 02:06 | চাব যাতে আপুনি একেটা ষ্টেপ ইনপুত পাৰামিটাৰচ ব্যৱ্হাৰ কৰে মোৰ দৰে |
| 02:11 | মোৰ বাবে ষ্টেপ টাইম হৈছে 1, প্ৰাথমিক মান হৈছে 0 আৰু অন্তিম মান হৈছে 2 । Ok ত ক্লিক কৰক |
| 02:20 | মেনু বাৰত চিমোলেচন ক্লিক কৰক আৰু ফাইলটো চিমোলেত কৰিবলৈ ষ্টাৰ্ত বাচক |
| 02:27 | এটা একেদৰে প্ল’ত আশা কৰক যাতে ফাইলটোত কোনো ভুল নাথাকে |
| 02:32 | পালেত ব্ৰাউজাৰলৈ যাওঁক |
| 02:35 | কন্তিনিৱাচ টাইম চিষ্টেমচ কাতেগ’ৰিত ক্লিক কৰক |
| 02:39 | PID ব্লকটো দ্ৰাগ আৰু দ্ৰপ কৰক, যি ইয়াত আছে, Xcos উইন্দ’ৰ ভিতৰত |
| 02:46 | চিগনেল ৰাউতিং কাতেগ’ৰিত ক্লিক কৰক |
| 02:49 | Mux ব্লকটো দ্ৰাগ আৰু দ্ৰপ কৰক, যি ইয়াত আছে, Xcos উইন্দ’ৰ ভিতৰত |
| 02:55 | মাথামেতিকল অপাৰেচনচ কাতেগ’ৰিত ক্লিক কৰক |
| 03:00 | চামেচন ব্লকটো দ্ৰাগ আৰু দ্ৰপ কৰক, যি ইয়াত আছে, Xcos উইন্দ’ৰ ভিতৰত |
| 03:07 | মন কৰিব এই ব্লকে, দিফল্টভাবে, দ্বিতীয় ইনপুতক প্ৰথম ইনপুতৰ পৰা বাদ দিয়ে |
| 03:14 | আমি চামেচন ব্লকৰ দিফল্ট কনফিগুৰেচন ব্যৱ্হাৰ কৰিম |
| 03:18 | ষ্টেপ ইনপুত ব্লক আৰু ট্ৰাঞ্চফাৰ ফাংচন ব্লকক জইন কৰা লাইনত ক্লিক কৰক |
| 03:24 | দিলিত বুটামত টিপক ইয়াক দিলিত কৰিবলৈ |
| 03:27 | ষ্টেপ ইনপুত ব্লকক ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ পৰা দূৰলৈ দ্ৰাগ কৰক |
| 03:31 | ট্ৰাঞ্চফাৰ ফাংচন ব্লক আৰু cscope ব্লকক জইন কৰা লাইনত ক্লিক কৰক |
| 03:36 | দিলিত বুটামত টিপক ইয়াক দিলিত কৰিবলৈ |
| 03:40 | cscope আৰু ক্লক ইনপুত ব্লকক ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ পৰা দূৰলৈ দ্ৰাগ কৰক |
| 03:46 | PID ব্লকক ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ আগত থওঁক |
| 03:50 | চামেচন ব্লকক PID ব্লকৰ আগত থওঁক |
| 03:54 | Mux ব্লকক ট্ৰাঞ্চফাৰ ফাংচন আৰু cscope ব্লকৰ মাজত থওঁক |
| 03:59 | ব্লকক মিলাওঁক, যদি লাগে, যাতে সকলো এদাল লাইনত আহে |
| 04:04 | ষ্টেপ ইনপুত ব্লকক চামেচন ব্লকৰ প্ৰথম ইনপুত প’ৰ্তত কানেক্ত কৰক |
| 04:10 | মন কৰিব এইটো চামেচন ব্লকৰ প’জিতিভ ইনপুত প’ৰ্ত হয় |
| 04:15 | চামেচন ব্লকৰ আউতপুত প’ৰ্তক PID ব্লকৰ ইনপুত প’ৰ্তত কানেক্ত কৰক |
| 04:21 | PID ব্লকৰ আউতপুত প’ৰ্তক ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ ইনপুত প’ৰ্তত কানেক্ত কৰক |
| 04:27 | ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ আউতপুত প’ৰ্তক Mux ব্লকৰ তলৰ ইনপুত প’ৰ্তত কানেক্ত কৰক |
| 04:33 | Mux ব্লকৰ আউতপুত প’ৰ্তক cscope ব্লকৰ ইনপুত প’ৰ্তত কানেক্ত কৰক |
| 04:39 | ষ্টেপ ইনপুত ব্লক আৰু চামেচন ব্লকক কানেক্ত কৰা লাইনক বিচাৰক |
| 04:44 | Mux ৰ ইনপুত প’ৰ্তক সেই লাইনত কানেক্ত কৰক |
| 04:48 | সংযোগ কৰোতে লাইনক বেকা কৰিবলৈ বাওঁ মাউচত ক্লিক কৰিব |
| 04:54 | ট্ৰাঞ্চফাৰ ফাংচন আৰু Mux ব্লকক জইন কৰা লাইনক বিচাৰক |
| 04:59 | চামেচন ব্লকৰ দ্বিতীয় ইনপুত প’ৰ্তক সেই লাইনত কানেক্ত কৰক । দৰকাৰ হ’লে লাইন বেকা কৰক |
| 05:08 | PID ব্লকত দুবাৰ ক্লিক কৰক পাৰামিটাৰ চেতিং দাইল’গ বক্স খুলিবলৈ |
| 05:14 | ইয়াত আপুনি প্ৰ’প’ৰচনেল, ইন্তিগ্ৰেল আৰু দেৰিভেতিভ গেইনচ চেত কৰিব পাৰে |
| 05:18 | মন কৰিব যে ইন্তিগ্ৰেল গেইন 1 হিচাবে ধৰিব লাগে tau I ৰ দ্বাৰা, য’ত tau I হৈছে ইন্তিগ্ৰেল টাইম |
| 05:28 | আমি দিফল্ট চেতিং ব্যৱ্হাৰ কৰিম । দিফল্ট চেতিঙৰ বাবে কেঞ্চেলত ক্লিক কৰক |
| 05:34 | আমি এতিয়া চিমোলেচন ৰান কৰিবলৈ সাজু |
| 05:37 | মন কৰিব আমি ষ্টেপ ইনপুত ব্লকক এটা চেতপইন্ত ভেৰিয়েবল হিচাবে ব্যৱ্হাৰ কৰিছো |
| 05:42 | PID কনট্ৰ’লাৰে ট্ৰাঞ্চফাৰ ফাংচন ব্লকলৈ ইনপুত এটা বনাব |
| 05:47 | ই এনে হ’ব যাতে ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ আউতপুতটো চেতপইন্তৰ লগত মিলে |
| 05:53 | মেনু বাৰত থকা ষ্টাৰ্ত চিমোলেচন বুটামত ক্লিক কৰক |
| 05:58 | গ্ৰাফিক উইন্দ’ এখন আহিব । ইয়াত একক প্লতত দুটা ভেৰিয়েবল অংকিত হ’ব |
| 06:07 | ষ্টেপ প্লত হৈছে চেতপইন্ত যাৰ অন্তিম মান 2 আছে |
| 06:12 | সেউজীয়া ৰঙৰ বেকা প্লতটো হৈছে ট্ৰাঞ্চফাৰ ফাংচনৰ আউতপুত, যি চেতপইন্ত মান 2 ত মিলিব বিচাৰিছে |
| 06:22 | আপুনি এতিয়া PID চেতিংচ সলাব পাৰে আৰু সি কেনেকৈ আউতপুতক প্ৰভাবিত কৰে চাব পাৰে |
| 06:28 | ভিদিঅ’টো ইয়াত ৰখাওঁক আৰু প্ৰদত্ত অনুশীলন সমাধান কৰক |
| 06:33 | সমানুপাতিক কনট্ৰ’লাৰ এটা যোগ কৰক । যি হৈছে, মাত্ৰ P আৰু PID নহয় |
| 06:40 | সমানুপাতিক গেইনক এনেকৈ সলাওঁক যাতে চেতপইন্ত আউতপুতত মিলে কিন্তু অতিক্ৰম নকৰে |
| 06:47 | চিমোলেচন ব্লকৰ আউতপুতক প্লতত যোগ কৰক |
| 06:51 | আপুনি ইয়াক পৃথক ৰাখিবলৈ CMSCOPE ল’ব পাৰে |
| 06:55 | PID ব্লকৰ আউতপুতৰে ইয়াক দেখাকৈ তুলনা কৰক |
| 06:59 | ইয়াৰ দ্বাৰা এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ |
| 07:04 | এই টিউট’ৰিয়েলত আমি শিকিলো: firstorder.xcos ফাইলক কনট্ৰ’লাৰ এটা যোগ কৰিবলৈ পৰিবৰ্তন কৰিবলৈ |
| 07:12 | চিমোলেচনৰ অনুযায়ী প্ৰতিটো ব্লক কনফিগাৰ কৰিবলৈ |
| 07:16 | চিমোলেচন পাৰামিটাৰচ সজাবলৈ |
| 07:19 | তলৰ লিংকৰ ভিদিঅ’টোৱে, স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শাই । ইয়াক দাউনল’দ কৰি চাব |
| 07:26 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, আমালৈ লিখক |
| 07:34 | এই স্প’কেন টিউট’ৰিয়েলত কিবা প্ৰশ্ন আছেনেকি? |
| 07:37 | http://forums.spoken-tutorial.org চাওঁক |
| 07:43 | প্ৰশ্ন থকা মিনিট আৰু চেকেন্দটো বাচক |
| 07:47 | প্ৰশ্নটো বিতংকৈ বৰ্ণনা কৰক |
| 07:50 | আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব |
| 07:53 | স্প’কেন টিউট’ৰিয়েল ফৰাম হৈছে নিৰ্দিষ্ট প্ৰশ্নৰ বাবে |
| 07:58 | তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব |
| 08:03 | ইয়াৰ দ্বাৰা অব্যৱস্থা কমিব |
| 08:05 | কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষামূলক উপাদান হিচাবে ল’ব পাৰিম |
| 08:11 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য দৰ্শিত লিংকত উপলদ্ধ |
| 08:23 | মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ |