Scilab/C4/Simulating-a-PID-controller-using-XCOS/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 Xcos ব্যৱ্হাৰ কৰি PID কনট্ৰ’লাৰ এটা চিমোলেত কৰাৰ স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি PID কনট্ৰ’লাৰ এটা Xcos ত ইমপ্লিমেন্ত কৰিবলৈ শিকিম
00:13 আপোনাৰ কম্পিউতাৰত চাইলেব ইনষ্ট’ল হৈ থকাক নিশ্বিত কৰক
00:17 মই এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিছো উবুন্তো 16.04 64-bit অপাৰেতিং চিষ্টেম আৰু চাইলেব 6.0.0 ৰে
00:27 পূৰ্বে-প্ৰয়োজনীয় হিচাবে, Xcos ইনট্ৰোদাকচন টিউট’ৰিয়েলটো চাওঁক
00:32 এই টিউট’ৰিয়েলটোৱে আপোনালে Xcos পৰিবেশ সহজ কৰিব
00:37 লগতে, আমি সেই টিউট’ৰিয়েলত বনোৱা firstorder.xcos ফাইল ব্যৱ্হাৰ কৰিম
00:43 গতিকে, আগবঢ়াৰ আগতে টিউট’ৰিয়েলটো অভ্যাস কৰা দৰকাৰ যাতে আপোনাৰ লগত ফাইলটো থাকে
00:50 PID কনট্ৰ’লাৰৰ কিছু মৌলিক জ্ঞান দৰকাৰ
00:54 আপুনি পূৰ্বে-প্ৰয়োজনীয় খিনি ল’লে বুলি ধৰি, আহক টিউট’ৰিয়েলটো আৰম্ভ কৰো
00:59 সৰ্বপ্ৰথমে, আমি চাইলেব খুলিম
01:03 পাছত এপ্লিকেচনচলৈ যাওঁক আৰু Xcos বাচক
01:08 বা আপোনাৰ চাইলেব কনচ’ল উইন্দ’ত, Xcos লিখক আৰু এন্টাৰ টিপক
01:15 এনে কৰিলে, দুখন উইন্দ’ খুলিব । পালেত ব্ৰাউজাৰ আৰু এখন Untitled-Xcos উইন্দ’
01:23 Untitled-Xcos উইন্দ’ত, ফাইলত আৰু পাছত অ’পেনত ক্লিক কৰক
01:30 দাইৰেক্তৰীটোলৈ যাওঁক য’ত firstorder.xcos ফাইলটো ছেভ আছে
01:36 ফাইলটো বাচক আৰু Ok ত ক্লিক কৰক
01:40 এতিয়া, ট্ৰাঞ্চফাৰ ফাংচন ব্লকত দুবাৰ ক্লিক কৰক
01:44 চাব যাতে আপুনি একেটা ট্ৰাঞ্চফাৰ ফাংচন ব্যৱ্হাৰ কৰে মোৰ দৰে
01:49 মোৰ বাবে, লব হৈছে 1 আৰু হৰ হৈছে 2 এচতেৰিক্স s প্লাচ 1 যি হৈছে 2 পূৰণ s প্লাচ ওৱান
02:01 Ok ত ক্লিক কৰক
02:03 ষ্টেপ ব্লকত দুবাৰ ক্লিক কৰক
02:06 চাব যাতে আপুনি একেটা ষ্টেপ ইনপুত পাৰামিটাৰচ ব্যৱ্হাৰ কৰে মোৰ দৰে
02:11 মোৰ বাবে ষ্টেপ টাইম হৈছে 1, প্ৰাথমিক মান হৈছে 0 আৰু অন্তিম মান হৈছে 2 । Ok ত ক্লিক কৰক
02:20 মেনু বাৰত চিমোলেচন ক্লিক কৰক আৰু ফাইলটো চিমোলেত কৰিবলৈ ষ্টাৰ্ত বাচক
02:27 এটা একেদৰে প্ল’ত আশা কৰক যাতে ফাইলটোত কোনো ভুল নাথাকে
02:32 পালেত ব্ৰাউজাৰলৈ যাওঁক
02:35 কন্তিনিৱাচ টাইম চিষ্টেমচ কাতেগ’ৰিত ক্লিক কৰক
02:39 PID ব্লকটো দ্ৰাগ আৰু দ্ৰপ কৰক, যি ইয়াত আছে, Xcos উইন্দ’ৰ ভিতৰত
02:46 চিগনেল ৰাউতিং কাতেগ’ৰিত ক্লিক কৰক
02:49 Mux ব্লকটো দ্ৰাগ আৰু দ্ৰপ কৰক, যি ইয়াত আছে, Xcos উইন্দ’ৰ ভিতৰত
02:55 মাথামেতিকল অপাৰেচনচ কাতেগ’ৰিত ক্লিক কৰক
03:00 চামেচন ব্লকটো দ্ৰাগ আৰু দ্ৰপ কৰক, যি ইয়াত আছে, Xcos উইন্দ’ৰ ভিতৰত
03:07 মন কৰিব এই ব্লকে, দিফল্টভাবে, দ্বিতীয় ইনপুতক প্ৰথম ইনপুতৰ পৰা বাদ দিয়ে
03:14 আমি চামেচন ব্লকৰ দিফল্ট কনফিগুৰেচন ব্যৱ্হাৰ কৰিম
03:18 ষ্টেপ ইনপুত ব্লক আৰু ট্ৰাঞ্চফাৰ ফাংচন ব্লকক জইন কৰা লাইনত ক্লিক কৰক
03:24 দিলিত বুটামত টিপক ইয়াক দিলিত কৰিবলৈ
03:27 ষ্টেপ ইনপুত ব্লকক ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ পৰা দূৰলৈ দ্ৰাগ কৰক
03:31 ট্ৰাঞ্চফাৰ ফাংচন ব্লক আৰু cscope ব্লকক জইন কৰা লাইনত ক্লিক কৰক
03:36 দিলিত বুটামত টিপক ইয়াক দিলিত কৰিবলৈ
03:40 cscope আৰু ক্লক ইনপুত ব্লকক ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ পৰা দূৰলৈ দ্ৰাগ কৰক
03:46 PID ব্লকক ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ আগত থওঁক
03:50 চামেচন ব্লকক PID ব্লকৰ আগত থওঁক
03:54 Mux ব্লকক ট্ৰাঞ্চফাৰ ফাংচন আৰু cscope ব্লকৰ মাজত থওঁক
03:59 ব্লকক মিলাওঁক, যদি লাগে, যাতে সকলো এদাল লাইনত আহে
04:04 ষ্টেপ ইনপুত ব্লকক চামেচন ব্লকৰ প্ৰথম ইনপুত প’ৰ্তত কানেক্ত কৰক
04:10 মন কৰিব এইটো চামেচন ব্লকৰ প’জিতিভ ইনপুত প’ৰ্ত হয়
04:15 চামেচন ব্লকৰ আউতপুত প’ৰ্তক PID ব্লকৰ ইনপুত প’ৰ্তত কানেক্ত কৰক
04:21 PID ব্লকৰ আউতপুত প’ৰ্তক ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ ইনপুত প’ৰ্তত কানেক্ত কৰক
04:27 ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ আউতপুত প’ৰ্তক Mux ব্লকৰ তলৰ ইনপুত প’ৰ্তত কানেক্ত কৰক
04:33 Mux ব্লকৰ আউতপুত প’ৰ্তক cscope ব্লকৰ ইনপুত প’ৰ্তত কানেক্ত কৰক
04:39 ষ্টেপ ইনপুত ব্লক আৰু চামেচন ব্লকক কানেক্ত কৰা লাইনক বিচাৰক
04:44 Muxইনপুত প’ৰ্তক সেই লাইনত কানেক্ত কৰক
04:48 সংযোগ কৰোতে লাইনক বেকা কৰিবলৈ বাওঁ মাউচত ক্লিক কৰিব
04:54 ট্ৰাঞ্চফাৰ ফাংচন আৰু Mux ব্লকক জইন কৰা লাইনক বিচাৰক
04:59 চামেচন ব্লকৰ দ্বিতীয় ইনপুত প’ৰ্তক সেই লাইনত কানেক্ত কৰক । দৰকাৰ হ’লে লাইন বেকা কৰক
05:08 PID ব্লকত দুবাৰ ক্লিক কৰক পাৰামিটাৰ চেতিং দাইল’গ বক্স খুলিবলৈ
05:14 ইয়াত আপুনি প্ৰ’প’ৰচনেল, ইন্তিগ্ৰেল আৰু দেৰিভেতিভ গেইনচ চেত কৰিব পাৰে
05:18 মন কৰিব যে ইন্তিগ্ৰেল গেইন 1 হিচাবে ধৰিব লাগে tau I ৰ দ্বাৰা, য’ত tau I হৈছে ইন্তিগ্ৰেল টাইম
05:28 আমি দিফল্ট চেতিং ব্যৱ্হাৰ কৰিম । দিফল্ট চেতিঙৰ বাবে কেঞ্চেলত ক্লিক কৰক
05:34 আমি এতিয়া চিমোলেচন ৰান কৰিবলৈ সাজু
05:37 মন কৰিব আমি ষ্টেপ ইনপুত ব্লকক এটা চেতপইন্ত ভেৰিয়েবল হিচাবে ব্যৱ্হাৰ কৰিছো
05:42 PID কনট্ৰ’লাৰে ট্ৰাঞ্চফাৰ ফাংচন ব্লকলৈ ইনপুত এটা বনাব
05:47 ই এনে হ’ব যাতে ট্ৰাঞ্চফাৰ ফাংচন ব্লকৰ আউতপুতটো চেতপইন্তৰ লগত মিলে
05:53 মেনু বাৰত থকা ষ্টাৰ্ত চিমোলেচন বুটামত ক্লিক কৰক
05:58 গ্ৰাফিক উইন্দ’ এখন আহিব । ইয়াত একক প্লতত দুটা ভেৰিয়েবল অংকিত হ’ব
06:07 ষ্টেপ প্লত হৈছে চেতপইন্ত যাৰ অন্তিম মান 2 আছে
06:12 সেউজীয়া ৰঙৰ বেকা প্লতটো হৈছে ট্ৰাঞ্চফাৰ ফাংচনৰ আউতপুত, যি চেতপইন্ত মান 2 ত মিলিব বিচাৰিছে
06:22 আপুনি এতিয়া PID চেতিংচ সলাব পাৰে আৰু সি কেনেকৈ আউতপুতক প্ৰভাবিত কৰে চাব পাৰে
06:28 ভিদিঅ’টো ইয়াত ৰখাওঁক আৰু প্ৰদত্ত অনুশীলন সমাধান কৰক
06:33 সমানুপাতিক কনট্ৰ’লাৰ এটা যোগ কৰক । যি হৈছে, মাত্ৰ P আৰু PID নহয়
06:40 সমানুপাতিক গেইনক এনেকৈ সলাওঁক যাতে চেতপইন্ত আউতপুতত মিলে কিন্তু অতিক্ৰম নকৰে
06:47 চামেচন ব্লকৰ আউতপুতক প্লতত যোগ কৰক
06:51 আপুনি ইয়াক পৃথক ৰাখিবলৈ CMSCOPE ল’ব পাৰে
06:55 PID ব্লকৰ আউতপুতৰে ইয়াক দেখাকৈ তুলনা কৰক
06:59 ইয়াৰ দ্বাৰা এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
07:04 এই টিউট’ৰিয়েলত আমি শিকিলো: firstorder.xcos ফাইলক PID কনট্ৰ’লাৰ এটা যোগ কৰিবলৈ পৰিবৰ্তন কৰিবলৈ
07:12 চিমোলেচনৰ অনুযায়ী প্ৰতিটো ব্লক কনফিগাৰ কৰিবলৈ
07:16 চিমোলেচন পাৰামিটাৰচ সজাবলৈ
07:19 তলৰ লিংকৰ ভিদিঅ’টোৱে, স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শাই । ইয়াক দাউনল’দ কৰি চাব
07:26 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণপত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, আমালৈ লিখক
07:34 এই স্প’কেন টিউট’ৰিয়েলত কিবা প্ৰশ্ন আছেনেকি?
07:37 http://forums.spoken-tutorial.org চাওঁক
07:43 প্ৰশ্ন থকা মিনিট আৰু চেকেন্দটো বাচক
07:47 প্ৰশ্নটো বিতংকৈ বৰ্ণনা কৰক
07:50 আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
07:53 স্প’কেন টিউট’ৰিয়েল ফৰাম হৈছে নিৰ্দিষ্ট প্ৰশ্নৰ বাবে
07:58 তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব
08:03 ইয়াৰ দ্বাৰা অব্যৱস্থা কমিব
08:05 কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিক্ষামূলক উপাদান হিচাবে ল’ব পাৰিম
08:11 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য দৰ্শিত লিংকত উপলদ্ধ
08:23 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9