Difference between revisions of "LibreOffice-Suite-Base/C2/Create-queries-using-Design-View/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(2 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| VISUAL CUE
+
|| Time
|| NARRATION
+
|| Narration
  
 
|-
 
|-
 
||00:00
 
||00:00
||লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ স্বাগতম।
+
||নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম।
  
 
|-
 
|-
Line 24: Line 24:
 
এলিয়াচ (aliases) চেটআপ কৰা হয়
 
এলিয়াচ (aliases) চেটআপ কৰা হয়
 
চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয়
 
চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয়
আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ ক্ৰাইটেৰিয়া দিয়া হয়
+
আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ দিয়া হয়
  
 
|-
 
|-
Line 36: Line 36:
 
|-
 
|-
 
||00:37
 
||00:37
||আৰু সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে।
+
||আৰু সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে।
  
 
|-
 
|-
Line 44: Line 44:
 
|-
 
|-
 
||00:54
 
||00:54
||অন্য কথাত, সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ এক হিষ্ট্ৰী জেনেৰেট কৰোঁ আহক।
+
||অন্য কথাত, সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ এক হিষ্ট্ৰী জেনেৰেট কৰোঁ আহক।
  
 
|-
 
|-
 
||01:03
 
||01:03
||লাইব্ৰেৰী ডাটাবেছটো অপেন কৰা যাওক।
+
||লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক।
  
 
|-
 
|-
Line 60: Line 60:
 
|-
 
|-
 
||01:28
 
||01:28
||ওপৰত আমি এখন সৰু পপআপ উইণ্ডও দেখা পাইছোঁ, য’ত কোৱা হৈছে Add Table or Query।
+
||ওপৰত আমি এখন সৰু পপআপ উইণ্ডও দেখা পাইছোঁ, য’ত কোৱা হৈছে Add Table or Query
 
+
 
|-
 
|-
 
||01:39
 
||01:39
||ইয়াতে আমি কুৱেৰিৰ বাবে ডাটাৰ উৎস (source)ৰ বৰ্ণনা দিম।  
+
||ইয়াতে আমি কুৱেৰিৰ বাবে ডাটাৰ উৎস (source)ৰ পৰা বৰ্ণনা দিম।
  
 
|-
 
|-
 
||01:46
 
||01:46
||সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ হিষ্ট্ৰী জেনেৰেট কৰিবলৈ আমাৰ কুৱেৰিৰ বাবে আমাক তিনিওখন টেবুলৰ প্ৰয়োজন হ’ব।
+
||সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ হিষ্ট্ৰী জেনেৰেট কৰিবলৈ আমাৰ কুৱেৰিৰ বাবে আমাক তিনিওখন টেবুলৰ প্ৰয়োজন হ’ব।
  
 
|-
 
|-
 
||01:57
 
||01:57
 
||এইটো কৰিবলৈ তালিকাৰ কিতাপৰ টেবুলত ক্লিক কৰিম আৰু তাৰপিছত পপআপ উইণ্ড’ৰ সোঁফালে থকা Add বাটনত ক্লিক কৰিম।
 
||এইটো কৰিবলৈ তালিকাৰ কিতাপৰ টেবুলত ক্লিক কৰিম আৰু তাৰপিছত পপআপ উইণ্ড’ৰ সোঁফালে থকা Add বাটনত ক্লিক কৰিম।
 
 
|-
 
|-
 
||02:11
 
||02:11
Line 100: Line 98:
 
|-
 
|-
 
||02:53
 
||02:53
||Members টেবুলখনত ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰি একেবাৰে সোঁফাললৈ লৈ যোৱা যাওক।
+
||Members টেবুলখনত ক্লিক কৰক, ড্ৰেগ আৰু ড্ৰপ কৰি একেবাৰে সোঁফাললৈ লৈ যোৱা যাওক।
  
 
|-
 
|-
Line 156: Line 154:
 
|-
 
|-
 
||04:50
 
||04:50
||ইয়াৰ পিছত, দ্বিতীয় ৰ’ত থকা Alias লক্ষ্য কৰক।  
+
||ইয়াৰ পিছত, দ্বিতীয় ৰ’ত থকা Alias লক্ষ্য কৰক।
  
 
|-
 
|-
Line 172: Line 170:
 
|-
 
|-
 
||05:15
 
||05:15
||ইয়াৰ পিছত, Sort ৰ’টো মন কৰক।
+
||ইয়াৰ পিছত, Sort ইয়াক মন কৰক।
  
 
|-
 
|-
Line 188: Line 186:
 
|-
 
|-
 
||05:43
 
||05:43
||ইয়াৰ বাবে, IssueDate ফিল্ডৰ অধীনত থকা Sort ৰ’ৰ খালী চেলত ক্লিক কৰিম। এতিয়া Ascending-অত ক্লিক কৰোঁ আহক।
+
||ইয়াৰ বাবে, IssueDate ফিল্ডৰ অধীনত থকা Sort ৰ ৰ' খালী চেলত ক্লিক কৰিম। এতিয়া Ascending-অত ক্লিক কৰোঁ আহক।
  
 
|-
 
|-
Line 204: Line 202:
 
|-
 
|-
 
||06:17
 
||06:17
||ইয়াৰ পিছত আমি Function ৰ’টোলৈ যাম।  
+
||ইয়াৰ পিছত আমি Functionৰ ৰ’টোলৈ যাম। কমপ্লেক্স কুৱেৰি তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
কমপ্লেক্স কুৱেৰি তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
+
 
এতিয়াৰ বাবে আমি এইটো এৰাই যাম।
 
এতিয়াৰ বাবে আমি এইটো এৰাই যাম।
  
 
|-
 
|-
 
||06:27
 
||06:27
||আৰু এতিয়া আমি Criterion-অলৈ যাম।
+
||আৰু এতিয়া আমি Criterion ইয়ালৈ যাম।
  
 
|-
 
|-
 
||06:32
 
||06:32
||ইয়াত আমি ৰিজাল্ট চেটটো চিম্পল অথবা কমপ্লেক্স ক্ৰাইটেৰিয়া হিচাপে সীমাবদ্ধ কৰিব পাৰোঁ।
+
||ইয়াত আমি ৰিজাল্ট চেটটো চিম্পল অথবা কমপ্লেক্স মাপ দন্দ হিচাপে সীমাবদ্ধ কৰিব পাৰোঁ।
  
 
|-
 
|-
Line 234: Line 231:
 
|-
 
|-
 
||07:10
 
||07:10
||আমি কিবৰ্ড শ্বৰ্টকাট F5 ব্যৱহাৰ কৰিব পাৰোঁ অথবা উইণ্ডখনৰ ওপৰত থকা Edit মেনুত ক্লিক কৰক আৰু তাৰ পিছত একেবাৰে তলত থকা Run Query-ত ক্লিক কৰক।
+
||আমি কিবৰ্দৰ শ্বৰ্টকাট F5 ব্যৱহাৰ কৰিব পাৰোঁ অথবা উইণ্ডখনৰ ওপৰত থকা Edit মেনুত ক্লিক কৰক আৰু তাৰ পিছত একেবাৰে তলত থকা Run Query-ত ক্লিক কৰক।
  
 
|-
 
|-
Line 254: Line 251:
 
|-
 
|-
 
||08:00
 
||08:00
||উদাহৰণ হিচাপে, আমি Checked In ক্ৰাইটেৰিয়নটো গুচাই দিওঁ আহক। <pause>
+
||উদাহৰণ হিচাপে, আমি Checked In ক্ৰাইটেৰিয়ন গুচাই দিওঁ আহক। <pause>
  
 
|-
 
|-
Line 266: Line 263:
 
|-
 
|-
 
||08:23
 
||08:23
||ইয়াৰ পিছত কণ্ট্ৰল এচ টিপি কুৱেৰিটো চেভ কৰিম। ইয়ে এখন সৰু পপআপ উইণ্ড খোল খুৱাব।  
+
||ইয়াৰ পিছত কণ্ট্ৰল S টিপি কুৱেৰিটো চেভ কৰিম। ইয়ে এখন সৰু পপআপ উইণ্ড খোল খুৱাব।
  
 
|-
 
|-
Line 298: Line 295:
 
|-
 
|-
 
||09:24
 
||09:24
||এইখিনিতে লিবাৰ অফিচ বেছত Creating Queries in Design View সম্পৰ্কীয় ট্যুটৰিয়েলৰ অন্ত পৰিছে।
+
||এইখিনিতে লিবাৰ অফিচ বেছত Creating Queries in Design View সম্পৰ্কীয় ট্যুটৰিয়েলটো অন্ত পৰিছে।
  
 
|-
 
|-
Line 306: Line 303:
 
|-
 
|-
 
||09:33
 
||09:33
||ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি (query) তৈয়াৰ কৰা হয়।
+
||ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি (query) তৈয়াৰ কৰা হয়। কুৱেৰি ডিজাইন উইণ্ড’ত টেবুল যোগ কৰা হয়. ফিল্ড নিৰ্বাচন কৰা হয়
কুৱেৰি ডিজাইন উইণ্ড’ত টেবুল যোগ কৰা হয়
+
ফিল্ড নিৰ্বাচন কৰা হয়
+
  
 
|-
 
|-

Latest revision as of 13:36, 27 March 2017

Time Narration
00:00 নম্সকাৰ দৰ্শক সকল. লিবাৰঅফিছ বেছ সম্পৰ্কীয় স্পকেন ট্যুটৰিয়েললৈ আপোনাক স্বাগতম।
00:04 এই ট্যুটৰিয়েলত আমি শিকিম, কেনেকৈ
00:06 ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি (query) তৈয়াৰ কৰা হয়।
00:10 কুৱেৰি ডিজাইন উইণ্ড’ত টেবুল যোগ কৰা হয়
00:13 ফিল্ড নিৰ্বাচন কৰা হয়

এলিয়াচ (aliases) চেটআপ কৰা হয় চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান মাপ দন্দ দিয়া হয়

00:23 ইয়াৰ বাবে আমাৰ চিনাকি লাইব্ৰেৰী ডাটাবেছ উদাহৰণ লোৱা যাওক।
00:29 এই লাইব্ৰেৰী ডাটাবেছত আমি কিতাপ আৰু সদস্য সম্পৰ্কীয় তথ্য সঞ্চয় কৰি ৰাখিছিলো।
00:37 আৰু সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ বিষয়ে জানিবলৈ কৰা এখন টেবুলো আমাৰ আছে।
00:45 এতিয়া আমি সদস্যসকললৈ ইছ্যু কৰা সকলো কিতাপৰ এখন তালিকা কৰিবলৈ এটা নতুন কুৱেৰি তৈয়াৰ কৰিম,
00:54 অন্য কথাত, সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ এক হিষ্ট্ৰী জেনেৰেট কৰোঁ আহক।
01:03 লাইব্ৰেৰী ডাটাবেছটো খোলা যাওক।
01:07 বাওঁ পেনেলৰ কুৱেৰিজ আইকনত ক্লিক কৰক।
01:13 সোঁ পেনেলৰ Create Query in Design view-ত ক্লিক কৰিম। এতিয়া আমি এখন নতুন উইণ্ড দেখা পাইছোঁ, যাক কুৱেৰি ডিজাইন উইণ্ড’ বুলিও কোৱা হয়।
01:28 ওপৰত আমি এখন সৰু পপআপ উইণ্ডও দেখা পাইছোঁ, য’ত কোৱা হৈছে Add Table or Query
01:39 ইয়াতে আমি কুৱেৰিৰ বাবে ডাটাৰ উৎস (source)ৰ পৰা বৰ্ণনা দিম।
01:46 সদস্য সকললৈ ইছ্যু কৰা কিতাপৰ হিষ্ট্ৰী জেনেৰেট কৰিবলৈ আমাৰ কুৱেৰিৰ বাবে আমাক তিনিওখন টেবুলৰ প্ৰয়োজন হ’ব।
01:57 এইটো কৰিবলৈ তালিকাৰ কিতাপৰ টেবুলত ক্লিক কৰিম আৰু তাৰপিছত পপআপ উইণ্ড’ৰ সোঁফালে থকা Add বাটনত ক্লিক কৰিম।
02:11 একে ধৰণে Book Issued টেবুল আৰু Members টেবুল যোগ কৰিম। <pause>
02:19 এতিয়া আমি দেখা পাইছোঁ যে তিনিওখন টেবুল বেকগ্ৰাউণ্ডৰ কুৱেৰি ডিজাইন উইণ্ড’ত ওলাইছে।
02:26 এতিয়া আমি পপআপ উইণ্ডখন বন্ধ কৰি দিওঁ।
02:31 ইয়ে কুৱেৰি ডিজাইন উইণ্ড’ক সন্মুখলৈ লৈ আহিব।
02:39 লক্ষ্য কৰক যে তিনিওখন টেবুল উইণ্ডখনৰ ওপৰৰ পৰা আধা অংশত আছে
02:46 এই টেবুলকেইখনৰ মাজৰ কিছুমান স্পেচ সম্পৰ্কে পৰিচয় কৰোৱা যাওক।
02:53 Members টেবুলখনত ক্লিক কৰক, ড্ৰেগ আৰু ড্ৰপ কৰি একেবাৰে সোঁফাললৈ লৈ যোৱা যাওক।
03:01 তাৰ পিছত BookIssued টেবুলখন ক্লিক, ড্ৰেগ আৰু ড্ৰপ কৰি মাজলৈ লৈ যাওক।
03:11 এতিয়া আমি কিছুমান লাইনে এই টেবুলকেইখন সংযুক্ত কৰা দেখিছোঁ আৰু এইবিলাক হৈছে আমি আগতে স্থাপন কৰা সম্পৰ্ক।
03:23 লাইনবিলাকত ডবল ক্লিক কৰি আমি সম্পৰ্কৰ সবিশেষ চাব পাৰোঁ।
03:30 এতিয়া কুৱেৰি ডিজাইন উইণ্ডৰ তলৰ আধা অংশ লক্ষ্য কৰোঁ আহক।
03:37 এই অংশত বহুতো চেলৰ ৰ’ (rows) আছে। যিহেতু আমি কুৱেৰিটো ডিজাইন কৰিম, আমি এইবোৰ পূৰ্ণ কৰিম।
03:48 প্ৰথমতে, আমি Field কলমটো পৰীক্ষা কৰিম।
03:53 ৰিজাল্ট চেটত আমি প্ৰদৰ্শন কৰাব বিচৰা ফিল্ডবিলাক চিনাক্ত কৰিবলৈ এইটো কৰা হয়।
04:01 এইটো কৰিবলৈ আমি প্ৰথমতে উইণ্ডখনৰ ওপৰৰ আধা অংশত থকা Books টেবুলৰ Title ফিল্ডত ডবল ক্লিক কৰিম।
04:12 তাৰপিছত Members টেবুলৰ Name ফিল্ডত।
04:17 আৰু তাৰপিছত BookIssued টেবুলৰ Issue Date ফিল্ডত।
04:24 তাৰপিছত Return Date, Actual return date আৰু একেবাৰে শেষত Checked in ফিল্ডত ডবল ক্লিক কৰিম।
04:34 প্ৰথম ৰ’ত উইণ্ডখনৰ তলৰ আধা অংশত এই ফিল্ডবিলাক লক্ষ্য কৰক।
04:44 তৃতীয় ৰ’ত সম্পৰ্কিত টেবুলৰ নামবিলাকো লক্ষ্য কৰক।
04:50 ইয়াৰ পিছত, দ্বিতীয় ৰ’ত থকা Alias লক্ষ্য কৰক।
04:57 ইয়াত আমি নিৰ্বাচিত ফিল্ডৰ বৰ্ণনাত্মক নাম ভৰ্তি কৰিব পাৰোঁ।
05:04 গতিকে, ছবিখনত দেখুওৱাৰ দৰে Alias টাইপ কৰোঁ আহক। <pause>
05:11 Alias-অৰ কামখিনি সম্পূৰ্ণ হ’ল।
05:15 ইয়াৰ পিছত, Sort ইয়াক মন কৰক।
05:21 ইয়াত আমি ৰিজাল্ট চেটৰ ক্ৰমটো নিৰ্ধাৰণ কৰি দিব পাৰোঁ।
05:26 যিহেতু আমাক ইছ্যু কৰা কিতাপৰ এটা হিষ্ট্ৰী লাগে, আমি ইয়াক সময়ানুক্ৰমিকভাৱে সজাম।
05:34 ইয়াৰ অৰ্থ হৈছে, ৰিজাল্টবোৰ আমি ইছ্যু কৰা তাৰিখ অনুযায়ী এছেণ্ডিং (ascending) ক্ৰমত সজাম।
05:43 ইয়াৰ বাবে, IssueDate ফিল্ডৰ অধীনত থকা Sort ৰ ৰ' খালী চেলত ক্লিক কৰিম। এতিয়া Ascending-অত ক্লিক কৰোঁ আহক।
05:56 ঠিক আছে, পৰৱৰ্তী Visible ৰ’টোলৈ যোৱা যাওক।
06:02 ইয়াত আমি নিৰ্বাচন কৰা ফিল্ডবিলাক checking বা unchecking কৰি সেইবিলাকৰ ভিজিবিলিটি চেট কৰিব পাৰোঁ।
06:11 লক্ষ্য কৰক যে ডিফল্ট হিচাপে এই সকলোবিলাক checked হৈ আছে।
06:17 ইয়াৰ পিছত আমি Functionৰ ৰ’টোলৈ যাম। কমপ্লেক্স কুৱেৰি তৈয়াৰ কৰিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

এতিয়াৰ বাবে আমি এইটো এৰাই যাম।

06:27 আৰু এতিয়া আমি Criterion ইয়ালৈ যাম।
06:32 ইয়াত আমি ৰিজাল্ট চেটটো চিম্পল অথবা কমপ্লেক্স মাপ দন্দ হিচাপে সীমাবদ্ধ কৰিব পাৰোঁ।
06:40 উদাহৰণ স্বৰূপে, আমি সেইবোৰ কিতাপৰ বাবে কুৱেৰি কৰিব পাৰোঁ, যিবোৰ ইছ্যু কৰা হ’ল কিন্তু সদস্যসকলে ঘূৰাই দিয়া নাই।
06:49 ইয়াৰ অৰ্থ হ’ল, অকল সেইবিলাক, যিবিলাক ঘূৰি অহা নাই।
06:54 গতিকে, CheckedIn ফিল্ডৰ অধীনৰ এই ৰ’ৰ খালী চেলত ক্লিক কৰোঁ আৰু Equals Zero বুলি টাইপ কৰোঁ।
07:06 হৈ গ’ল, এতিয়া এই কুৱেৰিটো চলাওঁ আহক।
07:10 আমি কিবৰ্দৰ শ্বৰ্টকাট F5 ব্যৱহাৰ কৰিব পাৰোঁ অথবা উইণ্ডখনৰ ওপৰত থকা Edit মেনুত ক্লিক কৰক আৰু তাৰ পিছত একেবাৰে তলত থকা Run Query-ত ক্লিক কৰক।
07:27 উইণ্ডখনৰ ওপৰৰ আধা অংশত কিছুমান ডাটা দেখা পাইছেনে?
07:32 এইবিলাক হৈছে আপোনাৰ কুৱেৰিৰ ৰিজাল্ট।
07:36 লক্ষ্য কৰক যে আমি ইছ্যু কৰা তাৰিখ অনুযায়ী সদস্যসকললৈ ইছ্যু কৰা কিতাপৰ এটা হিষ্ট্ৰী দেখা পাইছোঁ। আৰু লক্ষ্য কৰক যে ইয়াৰ এখনো কিতাপ ঘূৰি অহা নাই।
07:51 এতিয়া আমি তলত থকা কুৱেৰি ডিজাইন এলেকালৈ যাব পাৰোঁ আৰু আমি বিচৰা ধৰণে ইয়াক সাল-সলনি কৰিব পাৰোঁ।
08:00 উদাহৰণ হিচাপে, আমি Checked In ক্ৰাইটেৰিয়ন গুচাই দিওঁ আহক। <pause>
08:07 এতিয়া F5 টিপি কুৱেৰিটো আকৌ চলাই দিওঁ আহক।
08:15 এইবাৰ আমি কুৱেৰিটোৰ পৰা অহা ডাটাৰ এখন দীঘল তালিকা দেখা পাম।
08:23 ইয়াৰ পিছত কণ্ট্ৰল S টিপি কুৱেৰিটো চেভ কৰিম। ইয়ে এখন সৰু পপআপ উইণ্ড খোল খুৱাব।
08:34 ইয়াত আমাৰ কুৱেৰিটোৰ বাবে এটা বৰ্ণনাত্মক নাম দিম।
08:38 গতিকে টাইপ কৰিম— History of Books Issued to Members।
08:46 আৰু তাৰপিছত OK বাটন টিপিম আৰু উইণ্ডখন বন্ধ কৰিম।
08:52 মেইন বেছ ইউণ্ডত কুৱেৰি নামত ডবল ক্লিক কৰি এই চেভ কৰা কুৱেৰিটো খুলিব পাৰি।
09:01 গতিকে দেখা গ’ল যে ডিজাইন ভিউ ব্যৱহাৰ কৰি আমি সফলতাৰে এটা কুৱেৰি তৈয়াৰ কৰিলো।
09:09 আপোনাৰ বাবে এটা এচাইনমেণ্ট:
09:12 নিশা শৰ্মা নামৰ সদস্যগৰাকীলৈ ইছ্যু কৰা কিতাপৰ এখন তালিকা জেনেৰেট কৰক। তালিকাখন ইছ্যু কৰা তাৰিখ অনুযায়ী সময়ানুক্ৰমিক হ’ব লাগিব।
09:24 এইখিনিতে লিবাৰ অফিচ বেছত Creating Queries in Design View সম্পৰ্কীয় ট্যুটৰিয়েলটো অন্ত পৰিছে।
09:31 সাৰাংশ হিচাপে, আমি শিকিলো, কেনেকৈ:
09:33 ডিজাইন ভিউ ব্যৱহাৰ কৰি এটা কুৱেৰি (query) তৈয়াৰ কৰা হয়। কুৱেৰি ডিজাইন উইণ্ড’ত টেবুল যোগ কৰা হয়. ফিল্ড নিৰ্বাচন কৰা হয়
09:41 এলিয়াচ (aliases) চেটআপ কৰা হয়

চৰ্টিং (sorting) ক্ৰম চেটআপ কৰা হয় আৰু এটা কুৱেৰিৰ বাবে অনুসন্ধান ক্ৰাইটেৰিয়া দিয়া হয়

09:49 স্পকেন টিউটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। | ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই সহায় কৰিছে। এই প্ৰকল্প http://spoken-tutorial.org-এ কোঅৰ্ডিনেট কৰিছে। এই সম্পৰ্কত অধিক তথ্য এই লিংকত পোৱা যাব।
10:10 এই পাঠটি পল্লভ প্ৰান গুস্ৱামী দ্ৱাৰা যোগদান কৰা হৈছে. এইয়া হৈছে মৌচুমী মেধী আই আই টি বম্বেৰ পৰা । অংশগ্ৰহণৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya