Difference between revisions of "C-and-Cpp/C3/Working-With-2D-Arrays/Assamese"
From Script | Spoken-Tutorial
(Created page with "{| border = 1 |Time |Narration |- | 00:01 |2 দাইমেনচনেল এৰে’জ ইন '''C''' এন্দ '''C++'''('''2Dimensional Arrays''' in '''C''' and ''...") |
|||
(3 intermediate revisions by 2 users not shown) | |||
Line 182: | Line 182: | ||
|- | |- | ||
| 03:34 | | 03:34 | ||
− | |ইয়াত আমি দেখিছো, '''Enter the elements of '3 into 4' array num1''' | + | |ইয়াত আমি দেখিছো, '''Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num1''' |
|- | |- | ||
Line 190: | Line 190: | ||
|- | |- | ||
| 03:52 | | 03:52 | ||
− | |এতিয়া আমি দেখিম '''Enter the elements of '3 into 4' array num2''' | + | |এতিয়া আমি দেখিম '''Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num2''' |
|- | |- | ||
Line 270: | Line 270: | ||
|- | |- | ||
| 05:27 | | 05:27 | ||
− | |আহক কাৰ্যকৰী কৰো | + | |আহক কাৰ্যকৰী কৰো, এটা টাৰ্মিনেল('''Terminal''')লৈ ঘূৰি আহক |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 290: | Line 286: | ||
|- | |- | ||
| 05:52 | | 05:52 | ||
− | |ইয়াত আমি দেখিম '''Enter the elements of 3 into 4 array num1''' | + | |ইয়াত আমি দেখিম '''Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) 3 into(ইনটু) 4 array(এৰে) num1''' |
|- | |- | ||
Line 298: | Line 294: | ||
|- | |- | ||
| 06:07 | | 06:07 | ||
− | |এতিয়া আমি দেখিম '''Enter the elements of 3 into 4 array num2''' | + | |এতিয়া আমি দেখিম '''Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ)3 into(ইনটু) 4 array(এৰে) num2''' |
|- | |- | ||
Line 322: | Line 318: | ||
|- | |- | ||
| 06:39 | | 06:39 | ||
− | |আমাৰ শ্লাইডলৈ ঘূৰি আহো | + | |আমাৰ শ্লাইডলৈ ঘূৰি আহো. আহক আমি মূলভাৱ চাওঁ |
|- | |- | ||
Line 330: | Line 326: | ||
|- | |- | ||
| 06:45 | | 06:45 | ||
− | | | + | | এটা 2D এৰে(array)ত উপাদানসমূহ সংলগ্ন কৰিবলৈ |
|- | |- | ||
| 06:48 | | 06:48 | ||
− | | | + | |2D এৰে(array) ছপা কৰিবলৈ |
|- | |- | ||
| 06:50 | | 06:50 | ||
− | | | + | | আৰু 2 দাইমেনচনেল এৰে(2 dimensional arrays)ৰ যোগফল গণনা কৰিবলৈ |
|- | |- | ||
| 06:54 | | 06:54 |
Latest revision as of 17:13, 24 March 2017
Time | Narration |
00:01 | 2 দাইমেনচনেল এৰে’জ ইন C এন্দ C++(2Dimensional Arrays in C and C++) ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00:08 | এই টিউটৰিয়েলটোত আমি শিকিম, |
00:10 | এটা 2 দাইমেনচনেল এৰে (2 Dimensional array) কি হয় |
00:13 | আমি এটা উদাহৰণৰ সহায়ত এইটো কৰিম |
00:16 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো |
00:18 | Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.10, |
00:22 | Ubuntu(উবুন্তো)ত gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1 |
00:29 | আহক আমি 2 দাইমেনচনেল এৰে (2 dimensional Array)ৰ পৰিচয়ৰে আৰম্ভ কৰো |
00:33 | টু ডি এৰে’জ(2-D arrays) বিলাক এটা ৰ’ কোলম মেট্ৰিক্স(row column matrix)ত জমা হৈ থাকে |
00:38 | বাওঁফালৰ ইন্দেক্স (left index)টোৱে ৰ’(row)ক সূচায় |
00:41 | সোঁফালৰ ইন্দেক্স ( right index)টোৱে কোলম(column)ক সূচায় |
00:44 | C আৰু C++ত এটা মেট্ৰিক্স ( matrix) বা এৰে(array)ৰ আৰম্ভণি ইন্দেক্স(Starting index)টো সদায় 0 হয় |
00:52 | ইয়াত আমি ৰ’ কোলম মেট্ৰিক্স(row column matrix) এটাত 2 দাইমেনচনেল এৰে (2 dimensional Array) এটা দেখিছো |
00:58 | আৰম্ভণি ইন্দেক্স(Starting index)টো 0 |
01:01 | এতিয়া, আহক আমি চাওঁ কেনেকৈ 2 দাইমেনচনেল এৰে (2 dimensional array) ডিক্লেয়াৰ (declare) কৰা হয় |
01:04 | ইয়াৰ গাঠণিটো হৈছেঃ |
01:07 | data-type (দাতা টাইপ) ,array name(এৰে নেম), row(ৰ’) আৰু column(কোলম) |
01:13 | উদাহৰণ, ইয়াত আমি 2টা ৰ’(row)আৰু 3 টা কোলম(column)ৰ সৈতে এটা 2 দাইমেনচনেল এৰে (2 Dimensional array ) num ক ডিক্লেয়াৰ (declare) কৰিছো |
01:21 | এতিয়া, আহক আমি এটা উদাহৰণ চাওঁ |
01:23 | মই ইতিমধ্যে প্ৰোগ্ৰাম (program) টো লিখি থৈছো, মই এইটো খুলিম |
01:28 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে 2d hyphen(হাইফেন) array(এৰে) dot(দত) c |
01:33 | এই প্ৰোগ্ৰামটোত, আমি এটা 2 দাইমেনচনেল এৰে (2 Dimensional array)ত থকা উপাদান(elements) সমূহৰ যোগফল(sum) গণনা কৰিম |
01:41 | এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম |
01:44 | এইটো আমাৰ header file(হেদাৰ ফাইল) |
01:46 | এইটো আমাৰ main()(মেইন) ফাংচন( function) |
01:49 | ইয়াত, আমি ভেৰিয়েবল(variable) i আৰু j ক ডিক্লেয়াৰ(declare) কৰিছো |
01:53 | তাৰপাছত আমি num1 ক 3 টা ৰ’ (row) আৰু 4টা কোলম(column)ৰে ডিক্লেয়াৰ(declare) কৰিছো |
01:58 | আৰু num2 আকৌ 3 টা ৰ’ (row) আৰু 4টা কোলম(column)ৰে |
02:03 | num1 আৰু num2 হৈছে 2 দাইমেনচনেল এৰে (2 dimensional arrays) |
02:07 | ইয়াত আমি উপভোক্তাৰ পৰা num1 মেট্ৰিক্স(matrix)ৰ উপাদানসমূহ ইনপুত(input) হিচাবে ল’ম |
02:13 | উপাদান সমূহ ৰ’(row) হিচাবে জমা হব |
02:16 | আমি i ক ৰ’(row)ৰ বাবে আৰু j ক কোলম(column)ৰ বাবে ধাৰ্য কৰিছো |
02:22 | এই for লোপটোৱে i টো 0 ৰ পৰা 2 লৈ ৰান(run) হোৱা চৰ্তটো পৰীক্ষা কৰিব |
02:28 | এই for লোপটোৱে j টো 0 ৰ পৰা 3 লৈ ৰান(run) হোৱা চৰ্তটো পৰীক্ষা কৰিব |
02:33 | একেধৰণে, ইয়াত আমি উপভোক্তাৰ পৰা num2 মেট্ৰিক্স(matrix)ৰ উপাদানসমূহ ইনপুত(input) হিচাবে ল’ম |
02:40 | ইয়াত আমি মেট্ৰিক্স (matrix) num1ক দৰ্শিত কৰিম |
02:43 | ইয়াত টাৰ্মিনেল (terminal) ত মেট্ৰিক্স(matrix)টো শ্ৰেণীবদ্ধ(align)কৰিবলৈ পাৰচেন্ট(percent) 3d ব্যৱহাৰ হৈছে |
02:49 | এতিয়া, ইয়াত আমি মেট্ৰিক্স (matrix) num2 ক দৰ্শিত কৰিম |
02:52 | তাৰপাচত আমি num1 মেট্ৰিক্স (matrix) আৰু num2 মেট্ৰিক্স(matrix) টো সংলগ্ন কৰিম আৰু ফলাফলটো দৰ্শিত কৰিম |
02:59 | এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত (return statement) |
03:01 | এতিয়া, ছেভ (Save)ত টিপক |
03:05 | আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্যকৰী কৰো |
03:07 | অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক |
03:15 | কম্পাইল কৰিবলৈ, লিখকgcc space(স্পেছ) 2d hyphen(হাইফেন) array dot(এৰে দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) arr আৰু এন্টাৰ(Enter) টিপক |
03:28 | কাৰ্যকৰী কৰিবলৈ, লিখক dot slash(দত শ্লাচ) arr (./arr), এতিয়া এন্টাৰ(Enter) টিপক |
03:34 | ইয়াত আমি দেখিছো, Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num1 |
03:39 | এতিয়া মই মানসমূহ এন্টাৰ(enter) কৰিম |
03:52 | এতিয়া আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num2 |
03:57 | মই মানসমূহ এন্টাৰ(enter) কৰিম |
04:10 | আউতপুত(output)টো দৰ্শিত হৈছে |
04:13 | ইয়াত আমি num1 মেট্ৰিক্স(matrix)টো দেখিছো |
04:16 | ইয়াত আমি num2 মেট্ৰিক্স(matrix)টো দেখিছো |
04:20 | আৰু এইটো হৈছে num1 আৰু num2 ৰ যোগফল |
04:24 | এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত কেনেকৈ কাৰ্যকৰী হয় চাম |
04:29 | মই ইতিমধ্যে প্ৰোগ্ৰাম (program)টো বনাই থৈছো । মই এইটো খুলিম আৰু বৰ্ণনা কৰিম |
04:34 | এইটো হৈছে C++ ত 2 দাইমেনচনেল এৰে(2 dimensional arrays)ৰ প্ৰোগ্ৰাম |
04:38 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে 2d hyphen(হাইফেন) array dot(এৰে দত) cpp |
04:43 | একষ্টেনচন (extension) টো হৈছে দত cpp (.cpp) |
04:47 | এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম |
04:50 | এইটো আমাৰ হেদাৰ ফাইল( header file) iostream |
04:53 | এইটো আমাৰ 'using'(ইউজিং) ষ্টেতমেন্ত(statement) |
04:56 | এইটো আমাৰ main()(মেইন) ফাংচন( function) |
04:58 | ইয়াত আমাৰ cout ফাংচন(function) আছে যিহেতু আমি C++ ত আউতপুত(output) ছপা কৰিবলৈ coutব্যৱহাৰ কৰো |
05:06 | তাৰপাছত আমাৰ cinফাংচন(function) আছে । আমি C++ ত এটা শাৰী পঢ়িবলৈ cin ব্যৱ্হাৰ কৰো |
05:13 | ইয়াত আমি / t ' bit (বিট) ব্যৱ্হাৰ কৰো যি বুজায় অনুভূমিক টেব( horizontal tab) যিটো 4 টা স্পেছ(space)ৰ সমতুল্য (equivalent) |
05:21 | বাকি থকা ক’ড (code)টো আমাৰ C কদৰ অনুৰূপ(similar) |
05:25 | এতিয়া ছেভ(Save)ত টিপক |
05:27 | আহক কাৰ্যকৰী কৰো, এটা টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক |
05:31 | মই প্ৰমপ্ত (prompt) খালি কৰো |
05:33 | কম্পাইল কৰিবলৈ, লিখক g++ space(স্পেছ) 2d hyphen(হাইফেন) array dot(এৰে দত) cpp hyphen(হাইফেন) o space(স্পেছ) arr1 আৰু এন্টাৰ(Enter) টিপক |
05:47 | কাৰ্যকৰী কৰিবলৈ, লিখক dot slash(দত শ্লাচ) arr1, এতিয়া এন্টাৰ(Enter) টিপক |
05:52 | ইয়াত আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) 3 into(ইনটু) 4 array(এৰে) num1 |
05:57 | মই মান সমূহ এন্টাৰ(enter) কৰিম |
06:07 | এতিয়া আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ)3 into(ইনটু) 4 array(এৰে) num2 |
06:13 | মই মান সমূহ দিম যে |
06:24 | আউতপুত(output)টো দৰ্শিত হৈছে |
06:26 | আমি num1 মেট্ৰিক্স(matrix), num2 মেট্ৰিক্স(matrix)টো চাব পাৰিম |
06:31 | আৰু এইটো হৈছে num1 আৰু num2 ৰ যোগফল |
06:36 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:39 | আমাৰ শ্লাইডলৈ ঘূৰি আহো. আহক আমি মূলভাৱ চাওঁ |
06:43 | এই টিউটৰিয়েলত আমি শিকিলো: |
06:45 | এটা 2D এৰে(array)ত উপাদানসমূহ সংলগ্ন কৰিবলৈ |
06:48 | 2D এৰে(array) ছপা কৰিবলৈ |
06:50 | আৰু 2 দাইমেনচনেল এৰে(2 dimensional arrays)ৰ যোগফল গণনা কৰিবলৈ |
06:54 | এটা অনুশিলনী হিচাবে: |
06:55 | উপভোক্তাৰ পৰা 2 দাইমেনচনেল এৰে(2 dimensional arrays) ইনপুত(input) হিচাবে লোৱা প্ৰোগ্ৰামটো লিখক |
07:01 | সিহঁতক বিয়োগ(Subtract) কৰক আৰু ফলাফলটো উলিয়াওঁক |
07:05 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব: |
07:08 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
07:11 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
07:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
07:17 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
07:21 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
07:25 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:32 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
07:36 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
07:43 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
07:48 | মই কৃষ্ণ কমল দুৱৰা |
07:54 | উপভোগ কৰাৰ বাবে ধন্যবাদ |