C-and-Cpp/C3/Working-With-2D-Arrays/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | 2 দাইমেনচনেল এৰে’জ ইন C এন্দ C++(2Dimensional Arrays in C and C++) ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
| 00:08 | এই টিউটৰিয়েলটোত আমি শিকিম, |
| 00:10 | এটা 2 দাইমেনচনেল এৰে (2 Dimensional array) কি হয় |
| 00:13 | আমি এটা উদাহৰণৰ সহায়ত এইটো কৰিম |
| 00:16 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো |
| 00:18 | Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম তাঙৰণ 11.10, |
| 00:22 | Ubuntu(উবুন্তো)ত gcc আৰু g++ কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1 |
| 00:29 | আহক আমি 2 দাইমেনচনেল এৰে (2 dimensional Array)ৰ পৰিচয়ৰে আৰম্ভ কৰো |
| 00:33 | টু ডি এৰে’জ(2-D arrays) বিলাক এটা ৰ’ কোলম মেট্ৰিক্স(row column matrix)ত জমা হৈ থাকে |
| 00:38 | বাওঁফালৰ ইন্দেক্স (left index)টোৱে ৰ’(row)ক সূচায় |
| 00:41 | সোঁফালৰ ইন্দেক্স ( right index)টোৱে কোলম(column)ক সূচায় |
| 00:44 | C আৰু C++ত এটা মেট্ৰিক্স ( matrix) বা এৰে(array)ৰ আৰম্ভণি ইন্দেক্স(Starting index)টো সদায় 0 হয় |
| 00:52 | ইয়াত আমি ৰ’ কোলম মেট্ৰিক্স(row column matrix) এটাত 2 দাইমেনচনেল এৰে (2 dimensional Array) এটা দেখিছো |
| 00:58 | আৰম্ভণি ইন্দেক্স(Starting index)টো 0 |
| 01:01 | এতিয়া, আহক আমি চাওঁ কেনেকৈ 2 দাইমেনচনেল এৰে (2 dimensional array) ডিক্লেয়াৰ (declare) কৰা হয় |
| 01:04 | ইয়াৰ গাঠণিটো হৈছেঃ |
| 01:07 | data-type (দাতা টাইপ) ,array name(এৰে নেম), row(ৰ’) আৰু column(কোলম) |
| 01:13 | উদাহৰণ, ইয়াত আমি 2টা ৰ’(row)আৰু 3 টা কোলম(column)ৰ সৈতে এটা 2 দাইমেনচনেল এৰে (2 Dimensional array ) num ক ডিক্লেয়াৰ (declare) কৰিছো |
| 01:21 | এতিয়া, আহক আমি এটা উদাহৰণ চাওঁ |
| 01:23 | মই ইতিমধ্যে প্ৰোগ্ৰাম (program) টো লিখি থৈছো, মই এইটো খুলিম |
| 01:28 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে 2d hyphen(হাইফেন) array(এৰে) dot(দত) c |
| 01:33 | এই প্ৰোগ্ৰামটোত, আমি এটা 2 দাইমেনচনেল এৰে (2 Dimensional array)ত থকা উপাদান(elements) সমূহৰ যোগফল(sum) গণনা কৰিম |
| 01:41 | এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম |
| 01:44 | এইটো আমাৰ header file(হেদাৰ ফাইল) |
| 01:46 | এইটো আমাৰ main()(মেইন) ফাংচন( function) |
| 01:49 | ইয়াত, আমি ভেৰিয়েবল(variable) i আৰু j ক ডিক্লেয়াৰ(declare) কৰিছো |
| 01:53 | তাৰপাছত আমি num1 ক 3 টা ৰ’ (row) আৰু 4টা কোলম(column)ৰে ডিক্লেয়াৰ(declare) কৰিছো |
| 01:58 | আৰু num2 আকৌ 3 টা ৰ’ (row) আৰু 4টা কোলম(column)ৰে |
| 02:03 | num1 আৰু num2 হৈছে 2 দাইমেনচনেল এৰে (2 dimensional arrays) |
| 02:07 | ইয়াত আমি উপভোক্তাৰ পৰা num1 মেট্ৰিক্স(matrix)ৰ উপাদানসমূহ ইনপুত(input) হিচাবে ল’ম |
| 02:13 | উপাদান সমূহ ৰ’(row) হিচাবে জমা হব |
| 02:16 | আমি i ক ৰ’(row)ৰ বাবে আৰু j ক কোলম(column)ৰ বাবে ধাৰ্য কৰিছো |
| 02:22 | এই for লোপটোৱে i টো 0 ৰ পৰা 2 লৈ ৰান(run) হোৱা চৰ্তটো পৰীক্ষা কৰিব |
| 02:28 | এই for লোপটোৱে j টো 0 ৰ পৰা 3 লৈ ৰান(run) হোৱা চৰ্তটো পৰীক্ষা কৰিব |
| 02:33 | একেধৰণে, ইয়াত আমি উপভোক্তাৰ পৰা num2 মেট্ৰিক্স(matrix)ৰ উপাদানসমূহ ইনপুত(input) হিচাবে ল’ম |
| 02:40 | ইয়াত আমি মেট্ৰিক্স (matrix) num1ক দৰ্শিত কৰিম |
| 02:43 | ইয়াত টাৰ্মিনেল (terminal) ত মেট্ৰিক্স(matrix)টো শ্ৰেণীবদ্ধ(align)কৰিবলৈ পাৰচেন্ট(percent) 3d ব্যৱহাৰ হৈছে |
| 02:49 | এতিয়া, ইয়াত আমি মেট্ৰিক্স (matrix) num2 ক দৰ্শিত কৰিম |
| 02:52 | তাৰপাচত আমি num1 মেট্ৰিক্স (matrix) আৰু num2 মেট্ৰিক্স(matrix) টো সংলগ্ন কৰিম আৰু ফলাফলটো দৰ্শিত কৰিম |
| 02:59 | এইটো আমাৰ ৰিটাৰ্ন ষ্টেতমেন্ত (return statement) |
| 03:01 | এতিয়া, ছেভ (Save)ত টিপক |
| 03:05 | আহক আমি প্ৰোগ্ৰাম (program)টো কাৰ্যকৰী কৰো |
| 03:07 | অনুগ্ৰহ কৰি আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal )উইন্দো খোলক |
| 03:15 | কম্পাইল কৰিবলৈ, লিখকgcc space(স্পেছ) 2d hyphen(হাইফেন) array dot(এৰে দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) arr আৰু এন্টাৰ(Enter) টিপক |
| 03:28 | কাৰ্যকৰী কৰিবলৈ, লিখক dot slash(দত শ্লাচ) arr (./arr), এতিয়া এন্টাৰ(Enter) টিপক |
| 03:34 | ইয়াত আমি দেখিছো, Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num1 |
| 03:39 | এতিয়া মই মানসমূহ এন্টাৰ(enter) কৰিম |
| 03:52 | এতিয়া আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) '3 into(ইনটু) 4' array(এৰে) num2 |
| 03:57 | মই মানসমূহ এন্টাৰ(enter) কৰিম |
| 04:10 | আউতপুত(output)টো দৰ্শিত হৈছে |
| 04:13 | ইয়াত আমি num1 মেট্ৰিক্স(matrix)টো দেখিছো |
| 04:16 | ইয়াত আমি num2 মেট্ৰিক্স(matrix)টো দেখিছো |
| 04:20 | আৰু এইটো হৈছে num1 আৰু num2 ৰ যোগফল |
| 04:24 | এতিয়া আমি একেটা প্ৰোগ্ৰাম C++ ত কেনেকৈ কাৰ্যকৰী হয় চাম |
| 04:29 | মই ইতিমধ্যে প্ৰোগ্ৰাম (program)টো বনাই থৈছো । মই এইটো খুলিম আৰু বৰ্ণনা কৰিম |
| 04:34 | এইটো হৈছে C++ ত 2 দাইমেনচনেল এৰে(2 dimensional arrays)ৰ প্ৰোগ্ৰাম |
| 04:38 | লক্ষ্য কৰিব আমাৰ ফাইল নামটো হৈছে 2d hyphen(হাইফেন) array dot(এৰে দত) cpp |
| 04:43 | একষ্টেনচন (extension) টো হৈছে দত cpp (.cpp) |
| 04:47 | এতিয়া মই ক’ড (code)টো বৰ্ণনা কৰিম |
| 04:50 | এইটো আমাৰ হেদাৰ ফাইল( header file) iostream |
| 04:53 | এইটো আমাৰ 'using'(ইউজিং) ষ্টেতমেন্ত(statement) |
| 04:56 | এইটো আমাৰ main()(মেইন) ফাংচন( function) |
| 04:58 | ইয়াত আমাৰ cout ফাংচন(function) আছে যিহেতু আমি C++ ত আউতপুত(output) ছপা কৰিবলৈ coutব্যৱহাৰ কৰো |
| 05:06 | তাৰপাছত আমাৰ cinফাংচন(function) আছে । আমি C++ ত এটা শাৰী পঢ়িবলৈ cin ব্যৱ্হাৰ কৰো |
| 05:13 | ইয়াত আমি / t ' bit (বিট) ব্যৱ্হাৰ কৰো যি বুজায় অনুভূমিক টেব( horizontal tab) যিটো 4 টা স্পেছ(space)ৰ সমতুল্য (equivalent) |
| 05:21 | বাকি থকা ক’ড (code)টো আমাৰ C কদৰ অনুৰূপ(similar) |
| 05:25 | এতিয়া ছেভ(Save)ত টিপক |
| 05:27 | আহক কাৰ্যকৰী কৰো, এটা টাৰ্মিনেল(Terminal)লৈ ঘূৰি আহক |
| 05:31 | মই প্ৰমপ্ত (prompt) খালি কৰো |
| 05:33 | কম্পাইল কৰিবলৈ, লিখক g++ space(স্পেছ) 2d hyphen(হাইফেন) array dot(এৰে দত) cpp hyphen(হাইফেন) o space(স্পেছ) arr1 আৰু এন্টাৰ(Enter) টিপক |
| 05:47 | কাৰ্যকৰী কৰিবলৈ, লিখক dot slash(দত শ্লাচ) arr1, এতিয়া এন্টাৰ(Enter) টিপক |
| 05:52 | ইয়াত আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ) 3 into(ইনটু) 4 array(এৰে) num1 |
| 05:57 | মই মান সমূহ এন্টাৰ(enter) কৰিম |
| 06:07 | এতিয়া আমি দেখিম Enter the elements of(এন্টাৰ দা এলিমেন্তচ অফ)3 into(ইনটু) 4 array(এৰে) num2 |
| 06:13 | মই মান সমূহ দিম যে |
| 06:24 | আউতপুত(output)টো দৰ্শিত হৈছে |
| 06:26 | আমি num1 মেট্ৰিক্স(matrix), num2 মেট্ৰিক্স(matrix)টো চাব পাৰিম |
| 06:31 | আৰু এইটো হৈছে num1 আৰু num2 ৰ যোগফল |
| 06:36 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
| 06:39 | আমাৰ শ্লাইডলৈ ঘূৰি আহো. আহক আমি মূলভাৱ চাওঁ |
| 06:43 | এই টিউটৰিয়েলত আমি শিকিলো: |
| 06:45 | এটা 2D এৰে(array)ত উপাদানসমূহ সংলগ্ন কৰিবলৈ |
| 06:48 | 2D এৰে(array) ছপা কৰিবলৈ |
| 06:50 | আৰু 2 দাইমেনচনেল এৰে(2 dimensional arrays)ৰ যোগফল গণনা কৰিবলৈ |
| 06:54 | এটা অনুশিলনী হিচাবে: |
| 06:55 | উপভোক্তাৰ পৰা 2 দাইমেনচনেল এৰে(2 dimensional arrays) ইনপুত(input) হিচাবে লোৱা প্ৰোগ্ৰামটো লিখক |
| 07:01 | সিহঁতক বিয়োগ(Subtract) কৰক আৰু ফলাফলটো উলিয়াওঁক |
| 07:05 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব: |
| 07:08 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
| 07:11 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
| 07:15 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে: |
| 07:17 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
| 07:21 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
| 07:25 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
| 07:32 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher) প্ৰকল্পৰ অংশ হয় |
| 07:36 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
| 07:43 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
| 07:48 | মই কৃষ্ণ কমল দুৱৰা |
| 07:54 | উপভোগ কৰাৰ বাবে ধন্যবাদ |