Difference between revisions of "C-and-Cpp/C4/File-Handling-In-C/Assamese"
From Script | Spoken-Tutorial
Line 462: | Line 462: | ||
|- | |- | ||
| 06:25 | | 06:25 | ||
− | |এটা অনুশিলনী হিচাবে, | + | |এটা অনুশিলনী হিচাবে, '''TEST'''(টেষ্ট) ফাইল এটা নিৰ্মাণ কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- |
Revision as of 16:47, 24 March 2017
Time | Narration |
00:01 | ফাইলচ ইন C (files in C)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম |
00:05 | এই টিউটৰিয়েলটোত আমি শিকিম কেনেকৈ, |
00:08 | ফাইল(file) এটা খুলিবলৈ |
00:10 | এটা ফাইল(file)ৰ পৰা কেনেকৈ দাতা পঢ়িব পাৰি |
00:12 | এটা ফাইল(file)ত দাতা কেনেকৈ লিখিব পাৰি |
00:15 | কিছুমান উদাহৰণ |
00:17 | এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো |
00:20 | Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম( Operating System) তাঙৰণ 11.10, |
00:24 | gcc কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1 |
00:28 | আহক আমি ফাইলচ (files)ৰ পৰিচয়ৰে আৰম্ভ কৰো |
00:31 | ফাইল(File) এটা হৈছে দাতা(data)ৰ সংগ্ৰহ(collection) |
00:34 | এইটো এটা দাতাবেচ(database), এটা প্ৰোগ্ৰাম(program), এটা আখৰ(letter) বা যিকোনো হ’ব পাৰে |
00:39 | আমি এটা ফাইল(file) নিৰ্মাণ কৰিব পাৰো আৰু C ব্যৱ্হাৰ কৰি ইয়াত প্ৰৱেশ(access) কৰিব পাৰো |
00:44 | এতিয়া আহক আমি C ত ফাইল হেন্দলিং(file handling)ৰ এটা উদাহৰণ চাও |
00:48 | মোৰ এটা লিখিত প্ৰোগ্ৰাম আছে |
00:50 | আহক এবাৰ চাওঁ |
00:51 | মন কৰিব যে আমাৰ ফাইল নাম(filename)টো হৈছে file.c |
00:55 | এই প্ৰোগ্ৰামটোত আমি এটা ফাইল(file) নিৰ্মাণ কৰিম আৰু ইয়াত দাতা(data) লিখিম |
01:01 | এতিয়া মই ক’ড(code)টো বৰ্ণনা কৰিম |
01:03 | এইটো আমাৰ header file(হেদাৰ ফাইল) |
01:05 | এইটো আমাৰ main()(মেইন) ফাংচন( function) |
01:07 | এটা ফাইল(file) ভেৰিয়েবল(variable) সূচীত কৰিবলৈ আমি প্ৰকাৰটো ফাইল(FILE) ব্যৱহাৰ কৰো |
01:12 | ফাইল(file) ভেৰিয়েবল(variable)টো header(হেদাৰ) stdio.hৰ তলত সূচীত কৰা হয় |
01:19 | fpটো হৈছে ফাইল(file) ভেৰিয়েবল(variable)লৈ এটা পইন্টাৰ (pointer) |
01:22 | ই ফাইল(file)টোৰ বিষয়ে সকলো তথ্য জমা কৰিব |
01:26 | ইয়াৰ নাম(name), স্থিতি(status) আৰু বৰ্তমান তথ্য(current information)ৰ দৰে |
01:31 | আহক আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ |
01:33 | এতিয়া আমি ফাইল(file) এটা খুলিবলৈ গাঠনিটো চাম |
01:37 | ইয়াত, fopen function(ফাংচন)টোৱে ষ্ট্ৰিম(stream) এটা খোলে |
01:42 | তেতিয়া ই ফাইল(file)টোক ষ্ট্ৰিম(stream) এটাৰ লগত সংযোগ কৰে |
01:44 | ফাইলনেম(filename) হৈছে আমি খুলিব বা নিৰ্মাণ কৰিব বিচৰা ফাইল(file) টোৰ নাম |
01:49 | আমি ফাইলনেম(filename)ৰ সৈতে পাথ(path)টোও দিব পাৰো |
01:53 | আৰু আমি এক্সতেনচন(extension)টোও দিব পাৰো |
01:56 | ইয়াত আমি ফাইল(file)টোৰ প্ৰ্কাৰ(mode)টো দিব পাৰো |
01:59 | আহক আমি প্ৰকাৰৰ(modes) ধৰণটো চাওঁ: |
02:02 | w – য়ে পঢ়িবলৈ আৰু লিখিবলৈ ফাইল(file) নিৰ্মাণ কৰে |
02:06 | r – য়ে পঢ়িবলৈ ফাইল(file) খুলে |
02:09 | a – য়ে ফাইল(file)টোৰ শেষত লিখে |
02:12 | এতিয়া আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক |
02:15 | ইয়াত, আমি write(ৰাইট) প্ৰকাৰত(mode) এটা Sample.txt ফাইল(file) নিৰ্মাণ কৰো |
02:20 | আমি দেখিছো যে পাথ(path)টো দিয়া আছে |
02:23 | আমাৰ ফাইলটো desktop(ডেক্সট’প)ত নিৰ্মাণ হ’ব |
02:27 | তাৰপাছত আমি ফাইলটোত(file) ষ্টেটমেন্তসমূহ(statements) লিখিম |
02:30 | "Welcome to the spoken-tutorial" আৰু |
02:32 | "This is an test example" |
02:34 | fprintfয়ে প্ৰদত্ত আউতপুত ষ্ট্ৰিম(output stream)টোত আউতপুত লিখিব |
02:39 | fclose য়ে ষ্ট্ৰিম(stream)টোৰ লগত লগলাগি(associated) থকা ফাইলটো বন্ধ কৰিব |
02:43 | আৰু এইটো আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত (return statement ) |
02:46 | এতিয়া ছেভ(Save)ত টিপক |
02:48 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
02:50 | আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal) উইন্দো খোলক |
02:59 | কম্পাইল কৰিবলৈ, লিখক |
03:00 | gcc space(স্পেছ) file dot(ফাইল দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) file(ফাইল) |
03:06 | এন্টাৰ(Enter) টিপক |
03:07 | কাৰ্যকৰী কৰিবলৈ, লিখক dot slash file(দত শ্লাচ ফাইল) (./file) |
03:11 | এন্টাৰ(Enter) টিপক |
03:13 | আমি দেখিছো ফাইল(file)টো কাৰ্যকৰী হৈছে |
03:15 | এতিয়া আমি এইটো পৰীক্ষা কৰিম |
03:17 | আহক আমি হ’ম ফ’ল্ডাৰ (home folder)টো খুলো |
03:20 | হ’ম ফ’ল্ডাৰ (home folder) অপচনত(option) টিপক |
03:22 | এতিয়া ডেক্সট’প(Desktop) অপচনত(option) টিপক |
03:25 | এইটো আমাৰ sample.txt ফাইল(file) |
03:29 | ই দৰ্শায় যে আমাৰ ফাইলটো সফলভাৱে নিৰ্মাণ হ’ল |
03:32 | এতিয়া আহক আমি খুলো |
03:34 | ফাইলটোত(file) দুবাৰ টিপক |
03:36 | আমি ইয়াত বাৰ্তাসমূহ চাব পাৰো |
03:39 | Welcome to the Spoken Tutorial (ওৱেলকাম টু দা স্পকেন টিউটৰিয়েল) |
03:41 | This is an test example (দিছ ইজ এন টেষ্ট এক্সাম্পল) |
03:44 | এইটোৱেই হৈছে কেনেদৰে আমি ফাইল এটা নিৰ্মাণ কৰো আৰু ইয়াত দাতা লিখো |
03:48 | এতিয়া আমি চাম কেনেকৈ ফাইল(file) এটাৰ পৰা দাতা পঢ়িব পাৰি |
03:52 | মই ইতিমধ্যে প্ৰোগ্ৰামটো বনাই থৈছো |
03:54 | মই এইটো খুলিম |
03:56 | এই প্ৰোগ্ৰামটোত আমাৰ sample.txt ফাইলৰ(file) পৰা আমি দাতা পঢ়িম আৰু দাতাটো ক’নচলত(console) ছপা কৰিম |
04:03 | এতিয়া মই ক’ডটো বৰ্ণনা কৰিম |
04:05 | এইটো আমাৰ header file(হেদাৰ ফাইল) |
04:08 | এইটো আমাৰ main()(মেইন) ফাংচন( function) |
04:10 | ইয়াত, ফাইল ভেৰিয়েবললৈ(file variable) এটা ফাইল ভেৰিয়েবল (file variable) আৰু এটা পইন্টাৰ(pointer) সূচীত হৈছে |
04:15 | তাৰপাছত আমি এটা কেৰেক্তাৰ ভেৰিয়েবল(character variable) c ডিক্লেয়াৰ(declare) কৰিছো |
04:19 | ইয়াত, আমি ফাইল(file) Sample(চেম্প’ল).txtক ৰিদ(read) প্ৰকাৰত(mode) খুলিছো |
04:24 | আউতপুতটো fpত জমা হ’ব |
04:27 | তাৰপাছত আমি চৰ্তটো পৰীক্ষা কৰিম |
04:29 | যদি fpটো NULL(নাল)ৰ সমান হয় |
04:32 | যদি চৰ্তটো সত্য(true) হয়, তেন্তে আমি বাৰ্তাটো ছপা কৰিম: |
04:36 | "File doesn't exist" (ফাইল দজ নত এক্সিষ্ট) |
04:38 | অন্যথা ই আনএটা চৰ্ত পৰীক্ষা কৰিব |
04:41 | While(হোৱাইল) c টো EOFৰ সমান নহয় |
04:46 | ইয়াত, EOF হৈছে ফাইল(file)টোৰ শেষ |
04:49 | ই ইনপুট(input)ৰ শেষক সূচায় |
04:52 | এইটো এটা চৰ্ত য’ত এটা দাতা চ’ৰ্চ(data source)ৰ পৰা আৰু দাতা পঢ়িব নোৱাৰি |
04:57 | যদি চৰ্তটো সত্য(true) হয়, তেন্তে ই ক’নচলত(console) Sample.txt ফাইলৰ(file) পৰা কেৰেক্তাৰসমূহ(characters) দৰ্শিত কৰিব |
05:06 | ইয়াত, getcএ এটা বিশিষ্ট(specified) ফাইল বা ষ্ট্ৰিম(file or stream)ৰ পৰা এটা কেৰেক্তাৰ(character) ঘূৰাই দিয়ে |
05:12 | এতিয়া, ই আমাৰ Sample.txt ফাইলৰ(file) পৰা এটা কেৰেক্তাৰ (character) ঘূৰাই দিব |
05:17 | ক’নচলত(console) এটা কেৰেক্তাৰ (character) দৰ্শিত কৰিবলৈ putchar ব্যৱহৃত হয় |
05:22 | তাৰপাছত ই কেৰেক্তাৰসমূহ (characters) ভেৰিয়েবল(variable) c ত জমা কৰিব |
05:25 | ইয়াত আমি ফাইলটো বন্ধ কৰিম |
05:28 | আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত(return statement) |
05:30 | এতিয়া ছেভ(Save)ত টিপক |
05:32 | আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো |
05:35 | টাৰ্মিনেল(Terminal)টোলৈ ঘূৰি আহক |
05:37 | কম্পাইল কৰিবলৈ, লিখক |
05:38 | gcc space(স্পেছ) readfile dot(ৰিদ ফাইল দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) read(ৰিদ) |
05:45 | এতিয়া এন্টাৰ(Enter) টিপক |
05:47 | কাৰ্যকৰী কৰিবলৈ, লিখক ./read(ৰিদ) |
05:52 | আউতপুত(output)টো দৰ্শিত হৈছে যেঃ |
05:54 | Welcome to the Spoken-Tutorial(ওৱেলকাম টু দা স্পকেন টিউটৰিয়েল) |
05:56 | This is an test example(দিছ ইজ এন টেষ্ট এক্সামপল) |
05:59 | ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি |
06:01 | আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ |
06:03 | আহক আমি মূলভাৱ চাওঁ, এই টিউটৰিয়েলত আমি শিকিলো, |
06:06 | ফাইল হেন্দলিং(File handling) |
06:08 | এটা ফাইল(file)ত দাতা লিখিবলৈ |
06:10 | উদাহৰণঃ fp = fopen(“Sample.txt”, “w”); |
06:17 | এটা ফাইল(file)ৰ পৰা দাতা পঢ়িবলৈ |
06:18 | উদাহৰণঃ fp = fopen(“Sample.txt”, “r”); |
06:25 | এটা অনুশিলনী হিচাবে, TEST(টেষ্ট) ফাইল এটা নিৰ্মাণ কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক |
06:30 | TEST(টেষ্ট) ফাইলটোত আপোনাৰ নাম আৰু ঠিকনা লিখক |
06:33 | তাৰপাছত C প্ৰোগ্ৰাম ব্যৱ্হাৰ কৰি ইয়াক ক’নচল(console)ত দৰ্শিত কৰক |
06:37 | তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব |
06:40 | এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ |
06:43 | আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব |
06:47 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে |
06:50 | স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে |
06:53 | অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে |
06:57 | অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক |
07:03 | স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয় |
07:07 | ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে |
07:14 | এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ |
07:18 | মই কৃষ্ণ কমল দুৱৰা |
07:22 | সংযোগ কৰাৰ বাবে ধন্যবাদ |