C-and-Cpp/C4/File-Handling-In-C/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:01 ফাইলচ ইন C (files in C)ৰ স্পকেন টিউটৰিয়েললৈ স্বাগতম
00:05 এই টিউটৰিয়েলটোত আমি শিকিম কেনেকৈ,
00:08 ফাইল(file) এটা খুলিবলৈ
00:10 এটা ফাইল(file)ৰ পৰা কেনেকৈ দাতা পঢ়িব পাৰি
00:12 এটা ফাইল(file)ত দাতা কেনেকৈ লিখিব পাৰি
00:15 কিছুমান উদাহৰণ
00:17 এই টিউটৰিয়েলটো বাণীবদ্ধ কৰিবৰ বাবে, মই ব্যৱহাৰ কৰিছো
00:20 Ubuntu(উবুন্তো) অপাৰেটিং চিষ্টেম( Operating System) তাঙৰণ 11.10,
00:24 gcc কম্পাইলাৰ(Compiler) তাঙৰণ 4.6.1
00:28 আহক আমি ফাইলচ (files)ৰ পৰিচয়ৰে আৰম্ভ কৰো
00:31 ফাইল(File) এটা হৈছে দাতা(data)ৰ সংগ্ৰহ(collection)
00:34 এইটো এটা দাতাবেচ(database), এটা প্ৰোগ্ৰাম(program), এটা আখৰ(letter) বা যিকোনো হ’ব পাৰে
00:39 আমি এটা ফাইল(file) নিৰ্মাণ কৰিব পাৰো আৰু C ব্যৱ্হাৰ কৰি ইয়াত প্ৰৱেশ(access) কৰিব পাৰো
00:44 এতিয়া আহক আমি C ত ফাইল হেন্দলিং(file handling)ৰ এটা উদাহৰণ চাও
00:48 মোৰ এটা লিখিত প্ৰোগ্ৰাম আছে
00:50 আহক এবাৰ চাওঁ, মন কৰিব যে আমাৰ ফাইল নাম(filename)টো হৈছে file.c
00:55 এই প্ৰোগ্ৰামটোত আমি এটা ফাইল(file) নিৰ্মাণ কৰিম আৰু ইয়াত দাতা(data) লিখিম
01:01 এতিয়া মই ক’ড(code)টো বৰ্ণনা কৰিম
01:03 এইটো আমাৰ header file(হেদাৰ ফাইল)
01:05 এইটো আমাৰ main()(মেইন) ফাংচন( function)
01:07 এটা ফাইল(file) ভেৰিয়েবল(variable) সূচীত কৰিবলৈ আমি প্ৰকাৰটো ফাইল(FILE) ব্যৱহাৰ কৰো
01:12 ফাইল(file) ভেৰিয়েবল(variable)টো header(হেদাৰ) stdio.hৰ তলত সূচীত কৰা হয়
01:19 fpটো হৈছে ফাইল(file) ভেৰিয়েবল(variable)লৈ এটা পইন্টাৰ (pointer)
01:22 ই ফাইল(file)টোৰ বিষয়ে সকলো তথ্য জমা কৰিব
01:26 ইয়াৰ নাম(name), স্থিতি(status) আৰু বৰ্তমান তথ্য(current information)ৰ দৰে
01:31 আহক আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ
01:33 এতিয়া আমি ফাইল(file) এটা খুলিবলৈ গাঠনিটো চাম
01:37 ইয়াত, fopen function(ফাংচন)টোৱে ষ্ট্ৰিম(stream) এটা খোলে
01:42 তেতিয়া ই ফাইল(file)টোক ষ্ট্ৰিম(stream) এটাৰ লগত সংযোগ কৰে
01:44 ফাইলনেম(filename) হৈছে আমি খুলিব বা নিৰ্মাণ কৰিব বিচৰা ফাইল(file) টোৰ নাম
01:49 আমি ফাইলনেম(filename)ৰ সৈতে পাথ(path)টোও দিব পাৰো
01:53 আৰু আমি এক্সতেনচন(extension)টোও দিব পাৰো
01:56 ইয়াত আমি ফাইল(file)টোৰ প্ৰ্কাৰ(mode)টো দিব পাৰো
01:59 আহক আমি প্ৰকাৰৰ(modes) ধৰণটো চাওঁ:
02:02 w – য়ে পঢ়িবলৈ আৰু লিখিবলৈ ফাইল(file) নিৰ্মাণ কৰে
02:06 r – য়ে পঢ়িবলৈ ফাইল(file) খুলে
02:09 a – য়ে ফাইল(file)টোৰ শেষত লিখে
02:12 এতিয়া আমাৰ প্ৰোগ্ৰামটোলৈ ঘূৰি আহক
02:15 ইয়াত, আমি write(ৰাইট) প্ৰকাৰত(mode) এটা Sample.txt ফাইল(file) নিৰ্মাণ কৰো
02:20 আমি দেখিছো যে পাথ(path)টো দিয়া আছে
02:23 আমাৰ ফাইলটো desktop(ডেক্সট’প)ত নিৰ্মাণ হ’ব
02:27 তাৰপাছত আমি ফাইলটোত(file) ষ্টেটমেন্তসমূহ(statements) লিখিম
02:30 "Welcome to the spoken-tutorial" আৰু
02:32 "This is an test example"
02:34 fprintfয়ে প্ৰদত্ত আউতপুত ষ্ট্ৰিম(output stream)টোত আউতপুত লিখিব
02:39 fclose য়ে ষ্ট্ৰিম(stream)টোৰ লগত লগলাগি(associated) থকা ফাইলটো বন্ধ কৰিব
02:43 আৰু এইটো আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত (return statement )
02:46 এতিয়া ছেভ(Save)ত টিপক
02:48 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
02:50 আপোনাৰ কীবৰ্ডত Ctrl+Alt আৰু T কীছ( keys)একেলগে টিপি তাৰমিনেল(terminal) উইন্দো খোলক
02:59 কম্পাইল কৰিবলৈ, লিখক gcc space(স্পেছ) file dot(ফাইল দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) file(ফাইল)
03:06 এন্টাৰ(Enter) টিপক, কাৰ্যকৰী কৰিবলৈ, লিখক dot slash file(দত শ্লাচ ফাইল) (./file)
03:11 এন্টাৰ(Enter) টিপক
03:13 আমি দেখিছো ফাইল(file)টো কাৰ্যকৰী হৈছে
03:15 এতিয়া আমি এইটো পৰীক্ষা কৰিম
03:17 আহক আমি হ’ম ফ’ল্ডাৰ (home folder)টো খুলো
03:20 হ’ম ফ’ল্ডাৰ (home folder) অপচনত(option) টিপক
03:22 এতিয়া ডেক্সট’প(Desktop) অপচনত(option) টিপক
03:25 এইটো আমাৰ sample.txt ফাইল(file)
03:29 ই দৰ্শায় যে আমাৰ ফাইলটো সফলভাৱে নিৰ্মাণ হ’ল
03:32 এতিয়া আহক আমি খুলো
03:34 ফাইলটোত(file) দুবাৰ টিপক
03:36 আমি ইয়াত বাৰ্তাসমূহ চাব পাৰো
03:39 Welcome to the Spoken Tutorial (ওৱেলকাম টু দা স্পকেন টিউটৰিয়েল)
03:41 This is an test example (দিছ ইজ এন টেষ্ট এক্সাম্পল)
03:44 এইটোৱেই হৈছে কেনেদৰে আমি ফাইল এটা নিৰ্মাণ কৰো আৰু ইয়াত দাতা লিখো
03:48 এতিয়া আমি চাম কেনেকৈ ফাইল(file) এটাৰ পৰা দাতা পঢ়িব পাৰি
03:52 মই ইতিমধ্যে প্ৰোগ্ৰামটো বনাই থৈছো
03:54 মই এইটো খুলিম
03:56 এই প্ৰোগ্ৰামটোত আমাৰ sample.txt ফাইলৰ(file) পৰা আমি দাতা পঢ়িম আৰু দাতাটো ক’নচলত(console) ছপা কৰিম
04:03 এতিয়া মই ক’ডটো বৰ্ণনা কৰিম
04:05 এইটো আমাৰ header file(হেদাৰ ফাইল)
04:08 এইটো আমাৰ main()(মেইন) ফাংচন( function)
04:10 ইয়াত, ফাইল ভেৰিয়েবললৈ(file variable) এটা ফাইল ভেৰিয়েবল (file variable) আৰু এটা পইন্টাৰ(pointer) সূচীত হৈছে
04:15 তাৰপাছত আমি এটা কেৰেক্তাৰ ভেৰিয়েবল(character variable) c ডিক্লেয়াৰ(declare) কৰিছো
04:19 ইয়াত, আমি ফাইল(file) Sample(চেম্প’ল).txtক ৰিদ(read) প্ৰকাৰত(mode) খুলিছো
04:24 আউতপুতটো fpত জমা হ’ব
04:27 তাৰপাছত আমি চৰ্তটো পৰীক্ষা কৰিম
04:29 যদি fpটো NULL(নাল)ৰ সমান হয়
04:32 যদি চৰ্তটো সত্য(true) হয়, তেন্তে আমি বাৰ্তাটো ছপা কৰিম:
04:36 "File doesn't exist" (ফাইল দজ নত এক্সিষ্ট)
04:38 অন্যথা ই আনএটা চৰ্ত পৰীক্ষা কৰিব
04:41 While(হোৱাইল) c টো EOFৰ সমান নহয়
04:46 ইয়াত, EOF হৈছে ফাইল(file)টোৰ শেষ
04:49 ই ইনপুট(input)ৰ শেষক সূচায়
04:52 এইটো এটা চৰ্ত য’ত এটা দাতা চ’ৰ্চ(data source)ৰ পৰা আৰু দাতা পঢ়িব নোৱাৰি
04:57 যদি চৰ্তটো সত্য(true) হয়, তেন্তে ই ক’নচলত(console) Sample.txt ফাইলৰ(file) পৰা কেৰেক্তাৰসমূহ(characters) দৰ্শিত কৰিব
05:06 ইয়াত, getcএ এটা বিশিষ্ট(specified) ফাইল বা ষ্ট্ৰিম(file or stream)ৰ পৰা এটা কেৰেক্তাৰ(character) ঘূৰাই দিয়ে
05:12 এতিয়া, ই আমাৰ Sample.txt ফাইলৰ(file) পৰা এটা কেৰেক্তাৰ (character) ঘূৰাই দিব
05:17 ক’নচলত(console) এটা কেৰেক্তাৰ (character) দৰ্শিত কৰিবলৈ putchar ব্যৱহৃত হয়
05:22 তাৰপাছত ই কেৰেক্তাৰসমূহ (characters) ভেৰিয়েবল(variable) c ত জমা কৰিব
05:25 ইয়াত আমি ফাইলটো বন্ধ কৰিম
05:28 আৰু এইটো হৈছে আমাৰ ৰিটাৰ্ণ ষ্টেটমেন্ত(return statement)
05:30 এতিয়া ছেভ(Save)ত টিপক
05:32 আহক আমি প্ৰোগ্ৰামটো কাৰ্যকৰী কৰো
05:35 টাৰ্মিনেল(Terminal)টোলৈ ঘূৰি আহক
05:37 কম্পাইল কৰিবলৈ, লিখক
05:38 gcc space(স্পেছ) readfile dot(ৰিদ ফাইল দত) c space(স্পেছ) hyphen(হাইফেন) o space(স্পেছ) read(ৰিদ)
05:45 এতিয়া এন্টাৰ(Enter) টিপক
05:47 কাৰ্যকৰী কৰিবলৈ, লিখক ./read(ৰিদ)
05:52 আউতপুত(output)টো দৰ্শিত হৈছে যেঃ
05:54 Welcome to the Spoken-Tutorial(ওৱেলকাম টু দা স্পকেন টিউটৰিয়েল)
05:56 This is an test example(দিছ ইজ এন টেষ্ট এক্সামপল)
05:59 ইয়াৰ দ্বাৰাই আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:01 আমাৰ শ্লাইডসমূহলৈ ঘূৰি যাওঁ
06:03 আহক আমি মূলভাৱ চাওঁ, এই টিউটৰিয়েলত আমি শিকিলো,
06:06 ফাইল হেন্দলিং(File handling)
06:08 এটা ফাইল(file)ত দাতা লিখিবলৈ
06:10 উদাহৰণঃ fp = fopen(“Sample.txt”, “w”);
06:17 এটা ফাইল(file)ৰ পৰা দাতা পঢ়িবলৈ
06:18 উদাহৰণঃ fp = fopen(“Sample.txt”, “r”);
06:25 এটা অনুশিলনী হিচাবে, TEST(টেষ্ট) ফাইল এটা নিৰ্মাণ কৰিবলৈ এটা প্ৰোগ্ৰাম লিখক
06:30 TEST(টেষ্ট) ফাইলটোত আপোনাৰ নাম আৰু ঠিকনা লিখক
06:33 তাৰপাছত C প্ৰোগ্ৰাম ব্যৱ্হাৰ কৰি ইয়াক ক’নচল(console)ত দৰ্শিত কৰক
06:37 তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব
06:40 এইটো স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাৱ
06:43 আপোনাৰ বেন্ডউইথ (bandwidth) যদি ভাল নহয়, আপুনি এইটো দাউনল’ড(download) কৰি চাব পাৰিব
06:47 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে
06:50 স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰৰ কৰ্মশালা পাতে
06:53 অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
06:57 অধিক জানিবলৈ, অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক
07:03 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প ট’ক টু এ টিছাৰ(Talk to a Teacher ) প্ৰকল্পৰ অংশ হয়
07:07 ইয়াক ICT, MHRD, ভাৰত চৰকাৰৰ জৰিয়তে নেচনেল মিচন অন এডুকেচনে সহায় কৰিছে
07:14 এই মিচনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলদ্ধ
07:18 মই কৃষ্ণ কমল দুৱৰা
07:22 সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Dhrubaghy, Mousumi, PoojaMoolya