Difference between revisions of "Advanced-Cpp/C2/Inheritance/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| Border=1 |'''Time''' | '''Narration''' | - | 00:01 | C++ত '' Multiple''  আৰু Hierarchical Inheritance'' স্পকেন টিউটোৰিয়েলল...")
 
 
(12 intermediate revisions by 2 users not shown)
Line 1: Line 1:
{| Border=1
+
{| border=1
|'''Time'''
+
| Time
| '''Narration'''
+
| Narration
| -  
+
|-
 
| 00:01  
 
| 00:01  
| C++ত '' Multiple''  আৰু Hierarchical Inheritance'' স্পকেন টিউটোৰিয়েললৈ আপোনাক স্ৱাগতম.
+
| নমস্কাৰ দৰ্শক সকল. C++ ত Inheritance উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম
  
| -  
+
|-
| 00:07
+
| 00:06
 
| এই টিউটোৰিয়েলত আমি শিকিম,  
 
| এই টিউটোৰিয়েলত আমি শিকিম,  
  
| -  
+
|-
 
| 00:09  
 
| 00:09  
| '' 'Multiple Inheritance. ''.
+
| Inheritance, inheritance প্রকাৰ
  
| -  
+
|-
| 00:11
+
| 00:12
| '' Hierarchical Inheritance.  
+
| আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.  
  
| -  
+
|-
| 00:13
+
| 00:16
| আমি উদাহৰণ সাহায্যে এই কাম কৰিম.
+
| এই টিউটোৰিয়াল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
  
| -  
+
|-
| 00:17
+
| 00:19
| এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো,
+
| উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10  
| -
+
| 00:20
+
| '' 'Ubuntu OS সিস্টেম' '' সংস্কৰণ 11.10 আৰু
+
  
| -  
+
|-
 
| 00:24  
 
| 00:24  
| '' g++ compiler'' ' সংস্কৰণ 4.6.1  
+
| g++ compiler সংস্কৰণ 4.6.1
  
| -  
+
|-
| 00:29
+
| 00:28
| multiple inheritanceত derived class এ একাধিক base class আহৰণ কৰে.
+
| আমি inheritanceৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো
  
| -  
+
|-
| 00: 36
+
| 00:32
| এতিয়া, আমি multiple inheritanceৰ 'এটা উদাহৰণ চাম.
+
| যেতিয়া এটা অবজেক্টয়ে অন্যৰ বৈশিস্ঠ ( property) অর্জন কৰে এইটোক inheritance বোলা হয়
 
+
| -
+
| 00:40
+
| আমি ইতিমধ্যে সম্পাদকত কোড টাইপ কৰিছো.
+
  
| -  
+
|-
| 00:42
+
| 00:38
| আমি এইটোক খুলিম.  
+
| এইটো সিহতক পৰিবর্তন নকৰাকে উপস্থিত থকা বর্গক পুনঃব্যবহাৰ কৰা এটা প্রক্রিয়া হয়.  
  
| -  
+
|-
| 00:45
+
| 00:44
| আমাৰ ফাইলৰ নাম  multiple.cpp হয়
+
| inheritance প্রকাৰ Single level inheritance
  
| -  
+
|-
| 00:49
+
| 00:48
| এই প্রোগ্রামত আমি ছাত্রৰ name, roll no, marks আৰু average  প্রদর্শন কৰিম
+
| Multiple level inheritance
| -
+
| 00:56
+
| আমি কোডটো ব্যাখ্যা কৰো.
+
  
| -  
+
|-
| 00:59
+
| 00:50
| এইটো  '' iostream '' '' ' হিসাবে আমাৰ হেদাৰ ফাইল হয়,
+
| Hierarchical Inheritance
| -
+
| 01:01
+
| std namespace
+
  
| -  
+
|-
| 01: 05
+
| 00:52
| তাৰপিছত আমাৰ উচৰত  '' class "student" আছে.
+
| Multilevel inheritance
  
| -  
+
|-
| 01:07
+
| 00:55
| এইটো  base class হয়.
+
| Hybrid Inheritance
  
| -  
+
|-
| 01:09
+
| 00:57
| ইয়াত integer variable হিসাবে roll_no আছে আৰু character variable হিসাবে name আছে.
+
| প্রথমে আমি বেস ক্লাছ আৰু দিৰাইভ্দ ক্লাছৰ সম্পর্কে চাও.  
| -
+
| 01:16
+
| ইয়াক protected হিসাবে ঘোষণা কৰা হয়.
+
  
| -  
+
|-
| 01:19
+
| 01:02
| তাৰপিছত আমাৰ উচৰত অন্য class "exam_inherit" আছে  
+
| বেস ক্লাছৰ নিজস্ব বৈশিষ্ট্য আৰু কার্যকাৰিতা আছে.  
| -
+
| 01:24
+
| এইটো এটা base class হয় .
+
  
| -  
+
|-
| 01:26
+
| 01:06
| সেয়ে ইয়াত আমাৰ উচৰত দুটা base class আছ - student আৰু exam_inherit.
+
|ইয়াক পেৰেন্ট ক্লাছ হিচাবেও কোৱা হয়.  
  
| -  
+
|-
| 01:32
+
| 01:09
| ইয়াত আমাৰ উচৰত 3 ভেৰিয়েবল sub1, sub2, sub3, protected  হিসাবে আছে .  
+
| ইয়াৰ উচৰত সকলো অবজেক্টয়ে আহৰন কৰিব পৰা সাধাৰণ গুণাবোৰ আছে.  
 +
|-
 +
| 01:14
 +
| দিৰাইভ্দ ক্লাছেই ছাইল্দ ক্লাচ হয়. 
  
| -  
+
|-
| 01:38
+
| 01:18
| ইয়াৰ কাৰন হল যে protected variables, derived classৰ দ্ৱাৰা উপলব্ধ হয়.  
+
| দিৰাইভ্দ ক্লাছে বেস বর্গৰ বৈশিষ্ট্য আৰু কার্যকাৰিতা আহৰণ কৰে.  
  
| -  
+
|-
| 01:44
+
| 01:23
| এতিয়া আমাৰ ইয়াত class "grade" আছে যিটো derived class হয়  
+
| আমি চাও single levelৰ inheritance কি হয় .
  
| -  
+
|-
| 01:50
+
| 01:27
| ই base classes – class student"' আৰু class "exam_inherit" আহৰণ কৰে
+
| Single levelৰ inheritanceত মাত্র এটা বেস বর্গ আৰু এটা দিৰাইভ্দ বর্গ প্রয়োজন হয়.
  
| -  
+
|-
| 01:56
+
| 01:34
| ইয়াত আমাৰ উচৰত  integer variable হিচাবে avg আছে যি private হিচাবে দিক্লেয়াৰ কৰা হয় .
+
| Multiple ( একাধিক) inheritance
 +
|-
 +
| 01:37
 +
| একাধিক inheritanceত দিৰাইভ্দ ক্লাসে বেস বর্গৰ পৰা একাধিক আহৰণ কৰে.  
  
| -  
+
|-
| 02:02
+
| 01:44
| তাৰপিছত আমাৰ উচৰত function  আছে
+
| Hierarchical Inheritance
| -
+
| 02:04
+
|  input()
+
  
| -  
+
|-
| 02:05
+
| 01:47
| 'display()
+
| Hierarchical Inheritance ত একাধিক দিৰাইভ্দ ক্লাসে এটা বেস বর্গৰ পৰা আহৰণ কৰে.
  
| -  
+
|-
| 02:06
+
| 01:55
| 'average()
+
| Multilevel inheritance
  
| -  
+
|-
| 02:07
+
| 01:57
| 'input_exam()
+
|Multilevel inheritanceত উপশ্রেণীয়ে অন্যান্য শ্রেণীৰ বাবে বেস বর্গ হিসাবে কাম কৰে.
 +
|-
 +
| 02:05
 +
| আৰু Hybrid inheritance
  
| -  
+
|-
 
| 02:08  
 
| 02:08  
| আৰু public functions হিসাবে display_exam()
+
| Hybrid inheritance ত একাধিক inheritanceৰ প্রকাৰ মিলিত হয়  
| -
+
| 02:11
+
| ইয়ত আমাৰ উচৰত integer variable হিসাবে "total" আছা যি public হিচাবে দিক্লেয়াৰ কৰা হয়.
+
| -
+
| 02:17
+
| তাৰপিছত আমি ছাত্রৰ '' '' roll_no '' '' 'আৰু name 'গ্রহণ কৰিবলৈ input function ব্যবহাৰ কৰো
+
| -
+
| 02:24
+
| display functionত আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰো
+
| -
+
| 02:28
+
| ইয়াত আমাৰ উচৰত function input_exam আছে
+
  
| -  
+
|-
| 02:31
+
| 02:14
| ইয়াত আমি তিনটা বিষয় হিসাবে '' 'sub1, sub2 আৰু sub3ৰ চিহ্ন (marks) গ্রহণ কৰিছো. **
+
| এতিয়া আমি single levelৰ inheritanceৰ এটা উদাহৰণ চাও.
  
| -  
+
|-
| 02:37
+
| 02:18
| তাৰপিছত '' 'display_exam ফাংশনত' '', আমি তিনটা বিষয়ৰ মোঠ নিৰুপণ কৰো. আৰু মোঠ প্রিন্ট কৰক.  
+
| আমি ইতিমধেয় সম্পাদকত কোডটো টাইপ কৰিছো.  
  
| -  
+
|-
| 02:44
+
| 02:21
| আৰু '' 'function average' 'ত' আমি গড় গণনা কৰো.  
+
| আমি এইটোক ব্যাখ্যা কৰিম.  
  
| -  
+
|-
| 02: 48
+
| 02:23
| এইটো আমাৰ '' ''main function হয়.
+
| আমাৰ ফাইলৰ নাম  exam_inherit.cpp  হয়
  
| -  
+
|-
| 02:51
+
| 02:28
| ইয়াত আমি class gradeৰ  object এটা  তৈয়াৰ কৰো যি gd হিসাবে থকা derived class হয়.
+
| উদাহৰণটোৱে ছাত্রৰ name, roll no আৰু marks প্রদর্শন কৰাত জড়িত থাকে.
 +
|-
 +
| 02:35
 +
|এইটো আমাৰ হেডাৰ ফাইল  Iostream 
  
| -  
+
|-
| 02:57
+
| 02:38
| তাৰপিছত আমি সর্বোপৰি functions কল  কৰো
+
| ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.  
| -
+
| 03:01
+
| এইটো '' return statement. '' হয়.  
+
  
| -  
+
|-
| 03:03
+
| 02:42
| এতিয়া আমি প্রোগ্রাম চালাও
+
| ইয়াত আমাৰ উচৰত  student" বর্গ আছে 
  
| -  
+
|-
| 03:05
+
| 02:44
| আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T'  কি একলগে টিপি টার্মিনেল উইন্ডো খুলক.
+
| তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল roll_no আৰু character array name  আছে
  
| -  
+
|-
| 03:14
+
| 02:53
|কম্পাইল কৰাৰ বাবে' লিখক 'g++ স্পেচ multiple dot cpp স্পেচ hyphen o স্পেচ mult.  Enter টিপক
+
| ফাংশন  input  আৰু ফাংশন  display  ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় .  
  
| -  
+
|-
| 03:24
+
| 02:59
| লিখক 'dot slash mult. Enter টিপক
+
| ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি  input  ফাংশন ব্যবহাৰ কৰিম.  
  
| -  
+
|-
| 03:29
+
| 03:06
| ইয়াত আমি দেখু', Enter Roll no.:
+
| তাৰপিছত অামাৰ উচৰত roll_no আৰু name প্রদর্শন কৰিবলৈ  display  ফাংশন আছে.  
  
| -  
+
|-
| 03:32
+
| 03:11
|  আমি লিখিম 3
+
| ইয়াতে আমাৰ উচৰত অন্য এটা ক্লাছ আছে  exam_inherit.
  
| -  
+
|-
| 03:34
+
| 03:16
|  Enter Name:  
+
| এইটো দিৰাইভ্দ ক্ললাছ হয়.
  
| -  
+
|-
| 03:36
+
| 03:18
| আমি ''Pratham' হিসাবে প্রবেশ কৰিম  
+
| ই ফাংশন আৰু class studentৰ তথ্য আহৰণ কৰে. 
  
| -  
+
|-
| 03:39
+
| 03:23
| '' '' Subject1ৰ চিহ্ন (marks) লিখক
+
| তাৰপিছত আমি  sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো
  
| -  
+
|-
 +
| 03:28
 +
| private ভেৰিয়েবল হিচাবে  class exam_inherit.
 +
|-
 +
| 03:33
 +
| ইয়াতে আমাৰ উচৰত public functions হিচাবে input_exam আৰু display_exam আছে.
 +
|-
 
| 03:41  
 
| 03:41  
|আমি লিখিম '' '67' ''
+
| ইয়াত আমি exam_inherit" ক্লাছ বন্ধ কৰিম
  
| -  
+
|-
| 03:43
+
| 03:44
| subject2, 78 হিচাবে আৰু
+
| এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ  input_exam  ফাংশন ব্যবহাৰ কৰিছো.
  
| -
+
|-
| 03:46
+
|subject3, 84 হিচাবে
+
| -
+
| 03: 48
+
| আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয়
+
 
+
| -
+
| 03:51
+
| Roll no is: 3
+
 
+
| -  
+
 
| 03:52  
 
| 03:52  
| Name is: Pratham
+
| ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ  display_exam  ফাংশন ব্যবহাৰ কৰিছো.
 
+
| -
+
| 03:53
+
|Total is: 229
+
 
+
| -
+
| 03:55
+
|  Average is: 76
+
  
| -  
+
|-
| 03:58
+
| 03:59
| এইটো multiple inheritance আছিল
+
| তাৰপিছত আমি এটা মোট প্রিন্ট কৰিছো.
  
| -  
+
|-
| 04:00
+
| 04:01
| এতিয়া আমি hierarchical inheritance চাম
+
| এইটো আমাৰ main function হয়.
  
| -  
+
|-
 
| 04:03  
 
| 04:03  
| আমাৰ প্রোগ্রামেলৈ আহক.
+
| ইয়াতে আমি ex হিচাবে exam_inherit ক্লাছৰ  এটা অবজেক্ট তৈয়াৰ কৰিছো
  
| -  
+
|-
| 04:05
+
| 04:10
|hierarchical inheritanceত, multiple derived classes এ এটা base classৰ পৰা আহৰণ কৰে
+
| তাৰপিছত আমি ex অবজেক্টটো  ব্যবহাৰ কৰি ফাংশন কল (call) কৰিছো
| -
+
| 04:12
+
| মন কৰক যে আমাৰ ফাইলৰ নাম  hierarchical dot cpp হয়.
+
  
| -  
+
|-
| 04:16
+
| 04:15
| আমি এতিয়া কোডটো ব্যাখ্যা কৰিম.
+
| আৰু এইটো আমাৰ return স্টেতমেন্ট হয়
  
| -  
+
|-
| 04:19
+
| 04:18
| এইটো আমাৰ হেডাৰ ফাইল হিচাবে iostream হয়
+
| আমি প্রোগ্রামটো সম্পাদন কৰো
  
| -  
+
|-
| 04:22
+
| 04:20
| ইয়াত আমি std namespace ব্যবহাৰ কৰিছো .
+
| আপোনাৰ কীবোর্ডত থকা Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল উইন্ডো খুলক.  
| -
+
| 04:25
+
| তাৰপিছত আমাৰ উচৰত class student  আছে যি base class হয়
+
  
| -  
+
|-
| 04:29
+
| 04:30
| ইয়াত integer variable হিচাবে roll_no আছে.  
+
| কম্পাইল কৰাৰ বাবে টাইপ কৰক, g++ (স্পেচ)exam_inherit.cpp (স্পেচ)-o (স্পেচ) exam
  
| -  
+
|-
| 04:34
+
| 04:41
|integer variables হিসাবে Sub1, sub2, sub3 আৰু total হয়. 
+
| Enter টিপক, লিখক, ./exam  Enter টিপক.  
| -
+
| 04:40
+
| তাৰপিছত character variable হিসাবে name হয়.  
+
  
| -
+
|-
| 04:43
+
| এইবোৰ protected বোলি দিক্লেয়াৰ কৰা হয়.
+
 
+
| -  
+
 
| 04:46  
 
| 04:46  
| ইয়াত আমাৰ উচৰত অন্য এটা class 'show' আছে
+
| ইয়াত এনেধৰনে প্রদর্শন কৰা হয়, Enter Roll no.:
  
| -  
+
|-
 
| 04:49  
 
| 04:49  
| এইটো derived class হয়
+
|আমি 1 হিসাবে দিও 
  
| -  
+
|-
 
| 04:51  
 
| 04:51  
| ই class studentৰ বৈশিষ্ট্য আহৰণ কৰে.
+
| Enter Name:  আমি Arya হিসাবে দিও 
  
| -  
+
|-
| 04:54
+
| 04:55
| ইয়াত আমাৰ উচৰত দুটা functions আছে : "input" আৰু "display".
+
| Enter marks of subject1
  
| -  
+
|-
| 04:59
+
| 04:57
| এইবোৰ  public functions হিসাবে দিক্লেয়াৰ কৰা হয়
+
|আমি 60 হিসাবে দিও 
  
| -  
+
|-
| 05: 02  
+
| 05:00
| function inputত আমি ছাত্রৰ roll_no আৰু name গ্ৰহন কৰিছো
+
|  subject 2ত 70 হিচাবে দিও
 +
|-
 +
| 05:02  
 +
| আৰু subject 3ত 80 হিচাবে দিও
 +
|-
 +
| 05:06
 +
| আউটপুট এনেধৰনে প্ৰদর্শন কৰা হয়
 +
|-
 +
| 05:08
 +
| Roll no is: 1 , Name is: Arya আৰু
  
| -
+
|-
| 05:07
+
| function displayত  আমি ছাত্রৰ roll_no আৰু name প্রদর্শন কৰিছো.
+
| -  
+
 
| 05:11  
 
| 05:11  
| তাৰপিছত আমাৰ উচৰত class exam হিচাবে অন্য এটা derived class আছে .
+
|Total is: 210
  
| -  
+
|-
| 05:15
+
| 05:13
| এইটোৱে class student আহৰণ কৰে .
+
| এতিয়া আমি একেই উদাহৰণত multilevel inheritance দেখা পাম
 +
|-
 +
| 05:18
 +
| আমি ইতিমধেয় কোডটো টাইপ কৰিছো.  
  
| -  
+
|-
| 05:19
+
| 05:20
| আপোনি দেখে যে তাত দুটা derived class আছে - class exam আৰু class show.
+
| আমি আমাৰ সম্পাদকৰলৈ উভতি যাও.  
  
| -  
+
|-
| 05:26
+
| 05:22
| দুয়োটা 'ক্লাসে, class "student" আহৰন কৰিছে.  
+
| আমাৰ ফাইলৰ নাম  multilevel.cpp  হয় 
  
| -  
+
|-
| 05:30
+
| 05:28
| class examত আমাৰ উচৰত দুটা functions হিচাবে "input_exam" আছে আৰু public হিচাবে "total marks" দিক্লেয়াৰ কৰা হয়.  
+
| ইয়াত আমি variable total দিক্লেয়াৰ কৰিছো.  
| -
+
| 05:38
+
| ইয়াত আমি function "input_exam"ৰ উপলব্ধ পাও
+
  
| -  
+
|-
| 05:41
+
| 05:32
| ই তিনটা বিষয়বোৰ sub1, sub2 আৰু sub3ৰ চিহ্ন (marks) গ্ৰহন কৰে
+
| class exam_inheritৰ public variable হিচাবে.
 +
 
 +
|-
 +
| 05:38
 +
| ইয়াৰ কাৰণ হল যে private সদস্যবোৰ দিৰাইভ্দ ক্লাছৰ দ্বাৰা উপলব্ধ কৰা নহয়
  
| -  
+
|-
| 05:46
+
| 05:44
| তাৰপিছত আমাৰ উচৰত "total_marks" function আছে.
+
| ইয়াতে আমাৰ উচৰত অন্য ক্লাছ  grade আছে.
  
| -  
+
|-
 
| 05:49  
 
| 05:49  
| এইটোৱা তিনটা বিষয়ৰ মোঠ হিসাব কৰে আৰু মোঠ প্রিন্ট কৰে.
+
| ই ক্লাছ exam_inherit আহৰণ  কৰে  
  
| -  
+
|-
 
| 05:53  
 
| 05:53  
| এইটো আমাৰ main function হয়  
+
| ক্লাছ  grade দিৰাইভ্দ ক্লাছ হয়
  
| -  
+
|-
 
| 05:56  
 
| 05:56  
| ইয়াত আমি st, sw আৰু em হিসাবে তিনটা ক্লাসৰ বাবে 'বস্তু' ''নির্মাণ কৰো. 
+
| আৰু ক্লাছ  gradeৰ বাবে ক্লাছ exam_inherit বেস ক্লাছ  হয়
| -
+
| 06:03
+
| তাৰপিছত আমি এইবোৰ বস্তু ব্যবহাৰ কৰি সকলো 'functionsক কল কৰো.
+
sw.input();
+
em.input_exam();
+
sw.display();
+
em.total_marks();
+
| -
+
| 06:15
+
| আৰু এইটো আমাৰ  return statement হয়.
+
  
| -  
+
|-
| 06:17
+
| 06:02
| এতিয়া আমি প্রোগ্রামটো চলাও.  
+
| ক্লাস  exam_inheritৰ সমস্ত ফাংছন আৰু তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়.
  
| -  
+
|-
| 06:19
+
| 06:11
| terminal লৈ আহক.
+
| ইয়াতে ক্লাছ gradeৰ private সদস্য হিচাবে avg দিক্লেয়াৰ কৰিছো
  
| -  
+
|-
 +
| 06:17
 +
| আৰু public  হিচাবে ফাংশন average হয়
 +
|-
 
| 06:21  
 
| 06:21  
| আমি prompt টো পৰিষ্কাৰ কৰো. 
+
| তাৰপিছত আমি ক্লাছ টো বন্ধ কৰিম.  
  
| -  
+
|-
| 06:24
+
| 06:23
| আমি কম্পাইল কৰো, টাইপ কৰক g++স্পেচ hierarchical dot cpp স্পেচ hyphen o hier
+
| ইয়াতে আমি গড় নিৰুপণ কৰিবলৈ average ফাংছন বয়ৱহাৰ কৰিছো
  
| -  
+
|-
 +
| 06:27
 +
| তাৰিছত আমি average প্রিন্ট কৰো
 +
 
 +
|-
 +
| 06:30
 +
|আমি  main ফাংশনৰ ভিতৰত, gd হিচাবে ক্লাছ  gradeৰ এটা অবজেক্ট তৈয়াৰ কৰো
 +
 
 +
|-
 
| 06:36  
 
| 06:36  
| Enter টিপক
+
| তাৰপিছত আমি  gd অবজেক্ট  ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো
  
| -  
+
|-
| 06:37
+
| 06:40
| লিখক ./hier
+
| gd.input () 
  
| -  
+
|-
| 06:41
+
| 06:42
| Enter টিপক
+
| input_exam 
  
| -
+
|-
| 06:43
+
| Enter Roll no.: 
+
| -  
+
 
| 06:44  
 
| 06:44  
| আমি '' '' 4 '' দিও
+
| display 
  
| -  
+
|-
| 06:46
+
| 06:45
| 'Enter Name:
+
| display_exam , আৰু  average function.
  
| -  
+
|-
| 06:47
+
| 06:49
| আমি '' 'Ashwini '' হিসাবে দিও
+
| আৰু এইটো আমাৰ return স্তেটমেন্ট হয়.
  
| -
+
|-
| 06:50
+
|Enter marks of subject1  
+
| -  
+
 
| 06:52  
 
| 06:52  
| আমি '' '87' '' দিও
+
| এতিয়া আপোনি দেখিব যে ক্লাছ grade, derived ক্লাছ হয়
  
| -  
+
|-
| 06:54
+
| 06:56
| '67' '' হিসাবে '' 'subject2' '' আৰু  '' 97 '' 'হিসাবে' '' 'subject3' ''
+
| আৰু ক্লাছ grade ৰ বাবে exam_inherit বেস ক্লাছ হয়
  
| -  
+
|-
| 07:00
+
| 07:01
| আউটপুটটো এনেধৰনে প্রদর্শন কৰা হয়  
+
| আৰু ইয়াত ক্লাছ  exam_inherit  derived ক্লাছ হয়
  
| -  
+
|-
| 07:02
+
| 07:06
| '' Roll no is: 4
+
| আৰু ক্লাছ  exam_inherit ৰ বাবে ক্লাছ student বেস ক্লাছ হয়
  
| -  
+
|-
| 07:04
+
| 07:12
| Name is: Ashwini আৰু
+
| আমি প্রোগ্রামটো সম্পাদনা কৰো.
  
| -  
+
|-
| 07:06
+
| 07:14
| Total is : 251
+
| আমি টার্মিনাললৈ আহো.
| -
+
| 07:07
+
| এই টিউটোৰিয়ালত আমি শেষলৈ আহিলো
+
  
| -  
+
|-
| 07:10
+
| 07:17
| আমাৰ স্লাইডলৈ উভতি আহক.  
+
| কম্পাইল কৰাৰ বাবে টাইপ কৰক g++ (স্পেচ) multilevel.cpp (স্পেচ) -o (স্পেচ) mul
  
| -  
+
|-
| 07:13
+
| 07:26
| আমি সংক্ষেপ কৰো
+
| Enter টিপক, ./mul লিখক 
  
| -  
+
|-
| 07:14
+
| 07:30
| এই টিউটোৰিয়েলত, আমি শিকিছো,
+
| Enter টিপক
  
| -  
+
|-
| 07:16
+
| 07:32
| Multiple Inheritance.  
+
| ইয়াতে আমি চাও, Enter Roll no.:
  
| -  
+
|-
| 07:18
+
| 07:34
|  Hierarchical Inheritance.
+
|আমি  2  হিচাবে লিখো
  
| -  
+
|-
| 07:20
+
| 07:36
| এটা নিয়োগ হিসাবে
+
| Enter Name:  
| -
+
| 07:21
+
| এটা class area আৰু perimeter তৈয়াৰ কৰক
+
  
| -  
+
|-
| 07:25
+
| 07:38
| rectangleৰ area আৰু perimeter উলিয়াওক.
+
| আমি  Pratham হিচাবে লিখো
| -
+
| 07:29
+
স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
+
  
| -  
+
|-
| 07:32
+
| 07:41
|কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
+
| Enter marks of subject1
  
| -  
+
|-
| 07:35
+
| 07:43
|যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
+
| আমি    65  হিচাবে লিখো
  
| -  
+
|-
| 07:40
+
| 07:46
|কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
+
| 67 হিচাবে subject2
 +
|-
 +
| 07:48
 +
|  82 হিসাবে subject3 
  
| -  
+
|-
| 07:42
+
| 07:52
| কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
+
| আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
  
| -  
+
|-
| 07:45
+
| 07:54
| এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
+
| Roll no is: 2
  
| -  
+
|-
| 07:49
+
| 07:56
 +
| Name is: Pratham, Total is: 214 আৰু
 +
 
 +
|-
 +
| 07:59
 +
| Average is: 71
 +
 
 +
|-
 +
| 08:01
 +
| আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো
 +
 
 +
|-
 +
| 08:05
 +
| আমি স্লাইডবোৰলৈ যাও.
 +
 
 +
|-
 +
| 08:07
 +
| আমি সংক্ষেপ কৰো. এই টিউটোৰিয়েলত, আমি শিকিছো,
 +
 
 +
|-
 +
| 08:10
 +
| Inheritance আৰু,  Inheritanceৰ প্রকাৰ
 +
 
 +
|-
 +
| 08:14
 +
| এটা  নিয়োগ  হিসাবে,  এটা ক্লাছ  Shape তৈয়াৰ কৰিবলৈ এটা প্রোগ্রাম লিখক.
 +
 
 +
|-
 +
| 08:18
 +
| তাৰপিছত Area আৰু Perimeter হিচাবে থকা ক্লাছৰ দুটা ফাংশন তৈয়াৰ কৰক.
 +
 
 +
|-
 +
| 08:23
 +
| তাৰপিছত বিভিন্ন আকাৰ যেনে বর্গক্ষেত্র, আয়তক্ষেত্র আৰু বৃত্ত ৰ এলাকা আৰু বর্গক্ষেত্র উলিয়াওক.
 +
 
 +
|-
 +
| 08:31
 +
| স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
 +
 
 +
|-
 +
| 08:34
 +
| স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
 +
 
 +
|-
 +
| 08:37
 +
| যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
 +
 
 +
|-
 +
| 08:42
 +
|  স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
 +
 
 +
|-
 +
| 08:44
 +
|  স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
 +
 
 +
|-
 +
| 08:47
 +
|এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
 +
 
 +
|-
 +
| 08:51
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি  
 
| অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি  
  
| -  
+
|-
| 07:51
+
| 08:53
 
|contact@spoken-tutorial.org এই ঠিকনাত লিখক।
 
|contact@spoken-tutorial.org এই ঠিকনাত লিখক।
  
| -  
+
|-
| 07:56
+
| 08:58
|   কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
| স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
| -  
+
|-
| 08:01
+
| 09:02
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
 
| ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
  
| -  
+
|-
| 08: 07
+
| 09:09
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
 
| ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
| -  
+
|-
| 08: 11
+
| 09:13
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
| আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Latest revision as of 16:45, 23 March 2017

Time Narration
00:01 নমস্কাৰ দৰ্শক সকল. C++ ত Inheritance উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম
00:06 এই টিউটোৰিয়েলত আমি শিকিম,
00:09 Inheritance, inheritance প্রকাৰ
00:12 আমি উদাহৰণ সাহায্যে এই কামটো কৰিম.
00:16 এই টিউটোৰিয়াল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:19 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10
00:24 g++ compiler সংস্কৰণ 4.6.1
00:28 আমি inheritanceৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো
00:32 যেতিয়া এটা অবজেক্টয়ে অন্যৰ বৈশিস্ঠ ( property) অর্জন কৰে এইটোক inheritance বোলা হয়
00:38 এইটো সিহতক পৰিবর্তন নকৰাকে উপস্থিত থকা বর্গক পুনঃব্যবহাৰ কৰা এটা প্রক্রিয়া হয়.
00:44 inheritance প্রকাৰ Single level inheritance
00:48 Multiple level inheritance
00:50 Hierarchical Inheritance
00:52 Multilevel inheritance
00:55 Hybrid Inheritance
00:57 প্রথমে আমি বেস ক্লাছ আৰু দিৰাইভ্দ ক্লাছৰ সম্পর্কে চাও.
01:02 বেস ক্লাছৰ নিজস্ব বৈশিষ্ট্য আৰু কার্যকাৰিতা আছে.
01:06 ইয়াক পেৰেন্ট ক্লাছ হিচাবেও কোৱা হয়.
01:09 ইয়াৰ উচৰত সকলো অবজেক্টয়ে আহৰন কৰিব পৰা সাধাৰণ গুণাবোৰ আছে.
01:14 দিৰাইভ্দ ক্লাছেই ছাইল্দ ক্লাচ হয়.
01:18 দিৰাইভ্দ ক্লাছে বেস বর্গৰ বৈশিষ্ট্য আৰু কার্যকাৰিতা আহৰণ কৰে.
01:23 আমি চাও single levelৰ inheritance কি হয় .
01:27 Single levelৰ inheritanceত মাত্র এটা বেস বর্গ আৰু এটা দিৰাইভ্দ বর্গ প্রয়োজন হয়.
01:34 Multiple ( একাধিক) inheritance
01:37 একাধিক inheritanceত দিৰাইভ্দ ক্লাসে বেস বর্গৰ পৰা একাধিক আহৰণ কৰে.
01:44 Hierarchical Inheritance
01:47 Hierarchical Inheritance ত একাধিক দিৰাইভ্দ ক্লাসে এটা বেস বর্গৰ পৰা আহৰণ কৰে.
01:55 Multilevel inheritance
01:57 Multilevel inheritanceত উপশ্রেণীয়ে অন্যান্য শ্রেণীৰ বাবে বেস বর্গ হিসাবে কাম কৰে.
02:05 আৰু Hybrid inheritance
02:08 Hybrid inheritance ত একাধিক inheritanceৰ প্রকাৰ মিলিত হয়
02:14 এতিয়া আমি single levelৰ inheritanceৰ এটা উদাহৰণ চাও.
02:18 আমি ইতিমধেয় সম্পাদকত কোডটো টাইপ কৰিছো.
02:21 আমি এইটোক ব্যাখ্যা কৰিম.
02:23 আমাৰ ফাইলৰ নাম exam_inherit.cpp হয়
02:28 উদাহৰণটোৱে ছাত্রৰ name, roll no আৰু marks প্রদর্শন কৰাত জড়িত থাকে.
02:35 এইটো আমাৰ হেডাৰ ফাইল Iostream
02:38 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
02:42 ইয়াত আমাৰ উচৰত student" বর্গ আছে
02:44 তাৰপিছত আমাৰ উচৰত class studentৰ private মেমবাৰ হিচাবে integer ভেৰিয়েবল roll_no আৰু character array name আছে
02:53 ফাংশন input আৰু ফাংশন display ক্লাছ ছাত্রৰ (student)পাবলিক ফাংশন হয় .
02:59 ইয়াত আমি roll no. আৰু name of the student ক গ্রহণ কৰিবলৈ আমি input ফাংশন ব্যবহাৰ কৰিম.
03:06 তাৰপিছত অামাৰ উচৰত roll_no আৰু name প্রদর্শন কৰিবলৈ display ফাংশন আছে.
03:11 ইয়াতে আমাৰ উচৰত অন্য এটা ক্লাছ আছে exam_inherit.
03:16 এইটো দিৰাইভ্দ ক্ললাছ হয়.
03:18 ই ফাংশন আৰু class studentৰ তথ্য আহৰণ কৰে.
03:23 তাৰপিছত আমি sub1, sub2, sub3 আৰু total দিক্লেয়াৰ কৰিছো
03:28 private ভেৰিয়েবল হিচাবে class exam_inherit.
03:33 ইয়াতে আমাৰ উচৰত public functions হিচাবে input_exam আৰু display_exam আছে.
03:41 ইয়াত আমি exam_inherit" ক্লাছ বন্ধ কৰিম
03:44 এতিয়া আমি তিনটা বিষয়ৰ মাৰ্ক্চ গ্রহণ কৰিবলৈ input_exam ফাংশন ব্যবহাৰ কৰিছো.
03:52 ইয়াতে, আমি তিনটা বিষয়ৰ মোট নিৰুপণ কৰিবলৈ display_exam ফাংশন ব্যবহাৰ কৰিছো.
03:59 তাৰপিছত আমি এটা মোট প্রিন্ট কৰিছো.
04:01 এইটো আমাৰ main function হয়.
04:03 ইয়াতে আমি ex হিচাবে exam_inherit ক্লাছৰ এটা অবজেক্ট তৈয়াৰ কৰিছো
04:10 তাৰপিছত আমি ex অবজেক্টটো ব্যবহাৰ কৰি ফাংশন কল (call) কৰিছো
04:15 আৰু এইটো আমাৰ return স্টেতমেন্ট হয়
04:18 আমি প্রোগ্রামটো সম্পাদন কৰো
04:20 আপোনাৰ কীবোর্ডত থকা Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
04:30 কম্পাইল কৰাৰ বাবে টাইপ কৰক, g++ (স্পেচ)exam_inherit.cpp (স্পেচ)-o (স্পেচ) exam
04:41 Enter টিপক, লিখক, ./exam Enter টিপক.
04:46 ইয়াত এনেধৰনে প্রদর্শন কৰা হয়, Enter Roll no.:
04:49 আমি 1 হিসাবে দিও
04:51 Enter Name: আমি Arya হিসাবে দিও
04:55 Enter marks of subject1
04:57 আমি 60 হিসাবে দিও
05:00 subject 2ত 70 হিচাবে দিও
05:02 আৰু subject 3ত 80 হিচাবে দিও
05:06 আউটপুট এনেধৰনে প্ৰদর্শন কৰা হয়
05:08 Roll no is: 1 , Name is: Arya আৰু
05:11 Total is: 210
05:13 এতিয়া আমি একেই উদাহৰণত multilevel inheritance দেখা পাম
05:18 আমি ইতিমধেয় কোডটো টাইপ কৰিছো.
05:20 আমি আমাৰ সম্পাদকৰলৈ উভতি যাও.
05:22 আমাৰ ফাইলৰ নাম multilevel.cpp হয়
05:28 ইয়াত আমি variable total দিক্লেয়াৰ কৰিছো.
05:32 class exam_inheritৰ public variable হিচাবে.
05:38 ইয়াৰ কাৰণ হল যে private সদস্যবোৰ দিৰাইভ্দ ক্লাছৰ দ্বাৰা উপলব্ধ কৰা নহয়
05:44 ইয়াতে আমাৰ উচৰত অন্য ক্লাছ grade আছে.
05:49 ই ক্লাছ exam_inherit আহৰণ কৰে
05:53 ক্লাছ grade দিৰাইভ্দ ক্লাছ হয়
05:56 আৰু ক্লাছ gradeৰ বাবে ক্লাছ exam_inherit বেস ক্লাছ হয়
06:02 ক্লাস exam_inheritৰ সমস্ত ফাংছন আৰু তথ্যবোৰ grade ক্লাছলৈ আহৰন কৰা হয়.
06:11 ইয়াতে ক্লাছ gradeৰ private সদস্য হিচাবে avg দিক্লেয়াৰ কৰিছো
06:17 আৰু public হিচাবে ফাংশন average হয়
06:21 তাৰপিছত আমি ক্লাছ টো বন্ধ কৰিম.
06:23 ইয়াতে আমি গড় নিৰুপণ কৰিবলৈ average ফাংছন বয়ৱহাৰ কৰিছো
06:27 তাৰিছত আমি average প্রিন্ট কৰো
06:30 আমি main ফাংশনৰ ভিতৰত, gd হিচাবে ক্লাছ gradeৰ এটা অবজেক্ট তৈয়াৰ কৰো
06:36 তাৰপিছত আমি gd অবজেক্ট ব্যবহাৰ কৰি সকলো ফাংশন কল কৰো
06:40 gd.input ()
06:42 input_exam
06:44 display
06:45 display_exam , আৰু average function.
06:49 আৰু এইটো আমাৰ return স্তেটমেন্ট হয়.
06:52 এতিয়া আপোনি দেখিব যে ক্লাছ grade, derived ক্লাছ হয়
06:56 আৰু ক্লাছ grade ৰ বাবে exam_inherit বেস ক্লাছ হয়
07:01 আৰু ইয়াত ক্লাছ exam_inherit derived ক্লাছ হয়
07:06 আৰু ক্লাছ exam_inherit ৰ বাবে ক্লাছ student বেস ক্লাছ হয়
07:12 আমি প্রোগ্রামটো সম্পাদনা কৰো.
07:14 আমি টার্মিনাললৈ আহো.
07:17 কম্পাইল কৰাৰ বাবে টাইপ কৰক g++ (স্পেচ) multilevel.cpp (স্পেচ) -o (স্পেচ) mul
07:26 Enter টিপক, ./mul লিখক
07:30 Enter টিপক
07:32 ইয়াতে আমি চাও, Enter Roll no.:
07:34 আমি 2 হিচাবে লিখো
07:36 Enter Name:
07:38 আমি Pratham হিচাবে লিখো
07:41 Enter marks of subject1
07:43 আমি 65 হিচাবে লিখো
07:46 67 হিচাবে subject2
07:48 82 হিসাবে subject3
07:52 আউটপুট এনেধৰনে প্রদর্শন কৰা হয়:
07:54 Roll no is: 2
07:56 Name is: Pratham, Total is: 214 আৰু
07:59 Average is: 71
08:01 আমি এই টিউটোৰিয়েলৰ শেষলৈ আহিলো
08:05 আমি স্লাইডবোৰলৈ যাও.
08:07 আমি সংক্ষেপ কৰো. এই টিউটোৰিয়েলত, আমি শিকিছো,
08:10 Inheritance আৰু, Inheritanceৰ প্রকাৰ
08:14 এটা নিয়োগ হিসাবে, এটা ক্লাছ Shape তৈয়াৰ কৰিবলৈ এটা প্রোগ্রাম লিখক.
08:18 তাৰপিছত Area আৰু Perimeter হিচাবে থকা ক্লাছৰ দুটা ফাংশন তৈয়াৰ কৰক.
08:23 তাৰপিছত বিভিন্ন আকাৰ যেনে বর্গক্ষেত্র, আয়তক্ষেত্র আৰু বৃত্ত ৰ এলাকা আৰু বর্গক্ষেত্র উলিয়াওক.
08:31 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
08:34 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:37 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:42 স্পোকেন টিউটোৰিয়েল প্ৰকল্পৰ দলটিয়ে
08:44 স্পোকেন টিউটোৰিয়েল সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
08:47 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
08:51 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি
08:53 contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:58 স্পোকেন টিউটোৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
09:02 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
09:09 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
09:13 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya