Difference between revisions of "Advanced-Cpp/C2/Constructor-And-Destructor/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(3 intermediate revisions by the same user not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
|| '''Time'''
+
|| Time
|| '''Narration'''
+
|| Narration
 
|-
 
|-
 
| 00:01  
 
| 00:01  
|  C++ত কন্সট্রাকটৰ আৰু ডিস্ট্রাক্টৰৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম.  
+
| নম্সকাৰ দৰ্শক সকল. C++ত কন্সট্রাকটৰ আৰু ডিস্ট্রাক্টৰৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম.  
  
 
|-
 
|-
Line 12: Line 12:
 
|-
 
|-
 
| 00:09  
 
| 00:09  
| Constructors
+
| Constructors, কন্সট্রাকটৰৰ প্রকাৰ  
 
+
|-
+
| 00:10
+
| কন্সট্রাকটৰৰ প্রকাৰ  
+
  
 
|-
 
|-
 
| 00:12  
 
| 00:12  
|Destructors.
+
|Destructors. আমি কিছু উদাহৰণৰ সাহায্যে এই কামটো কৰিম.  
|-
+
| 00:13
+
| আমি কিছু উদাহৰণৰ সাহায্যে এই কামটো কৰিম.  
+
  
 
|-
 
|-
Line 47: Line 40:
 
|-
 
|-
 
| 00:33  
 
| 00:33  
| ইয়াৰ class নামৰ নিচিনা একেই নাম আছে.  
+
| ইয়াৰ class নামৰ নিচিনা একেই নাম আছে.  
  
 
|-
 
|-
 
| 00:37  
 
| 00:37  
| Constructors এ' '' মান উভতাব নোৱাৰে.  
+
| Constructors এ মান উভতাব নোৱাৰে.  
  
 
|-
 
|-
 
| 00:40  
 
| 00:40  
| ইয়াক স্বয়ংক্রিয়ভাবে  কল কৰা হয় যেতিয়া এটা অবজেক্ট তৈয়াৰ কৰা হয়.  
+
| ইয়াক স্বয়ংক্রিয়ভাবে  কল কৰা হয় যেতিয়া এটা অবজেক্ট তৈয়াৰ কৰা হয়.  
  
 
|-
 
|-
 
| 00:44  
 
| 00:44  
| 'কন্সট্রাকটৰৰ প্রকাৰ:  
+
| কন্সট্রাকটৰৰ প্রকাৰ:  
  
 
|-
 
|-
Line 67: Line 60:
 
|-
 
|-
 
| 00:49  
 
| 00:49  
| Copy Constructors.
+
| Copy Constructors আৰু Default Constructors.
 
+
|-
+
| 00:50
+
| আৰু 'Default Constructors.
+
  
 
|-
 
|-
 
| 00:53  
 
| 00:53  
| আমি Destructors লৈ যাও.  
+
| আমি Destructors লৈ যাও.  
  
 
|-
 
|-
 
| 00:56  
 
| 00:56  
| Destructors বোৰ মেমৰি অতৰুৱাবলৈ (deallocate) ব্যবহৃত হয়.  
+
| Destructors বোৰ মেমৰি অতৰুৱাবলৈ (deallocate) ব্যবহৃত হয়.  
  
 
|-
 
|-
 
| 00:59  
 
| 00:59  
| সিহতক মতা হয় যেতিয়া এটা 'object ধ্বংস হয়.
+
| সিহতক মতা হয় যেতিয়া এটা object ধ্বংস হয়.
  
 
|-
 
|-
 
| 01:02  
 
| 01:02  
| এটা destructorএ কোনো আৰ্গোমেন্ট নলয় আৰু তাৰ উ্ৰত কোনো return types নাই.
+
| এটা destructorএ কোনো আৰ্গোমেন্ট নলয় আৰু তাৰ উচৰত কোনো return types নাই.
  
 
|-
 
|-
 
| 01:07  
 
| 01:07  
| আমি Constructors আৰু Destructorsৰ উপৰত এটা উদাহৰণ চাও,  
+
| আমি Constructors আৰু Destructorsৰ উপৰত এটা উদাহৰণ চাও,  
  
 
|-
 
|-
Line 99: Line 88:
 
|-
 
|-
 
| 01:15  
 
| 01:15  
| মন কৰক যে 'আমাৰ ফাইলৰ নাম'cons hyphen dest dot cpp হয়.
+
| মন কৰক যে আমাৰ ফাইলৰ নামcons hyphen dest dot cpp হয়.
  
 
|-
 
|-
Line 111: Line 100:
 
|-
 
|-
 
| 01:27  
 
| 01:27  
| '' এইটো আমাৰ '' 'iostream হিসাবে হেডাৰ ফাইল' হয়  
+
| এইটো আমাৰ iostream হিসাবে হেডাৰ ফাইল হয়  
  
 
|-
 
|-
Line 130: Line 119:
 
|-
 
|-
 
| 01:44  
 
| 01:44  
| তাৰপিছত আমাৰ উচৰত Construtor Addition আছে  
+
| তাৰপিছত আমাৰ উচৰত Constructor Addition আছে  
  
 
|-
 
|-
Line 146: Line 135:
 
|-
 
|-
 
| 01:57  
 
| 01:57  
| ইয়াৰ বাবে আমি destructorsৰ নাম অনুসৰণ কৰি tilde চিহ্ন এটা ব্যবহাৰ কৰো .
+
| ইয়াৰ বাবে আমি destructorsৰ নাম অনুসৰণ কৰি tilde চিহ্ন এটা ব্যবহাৰ কৰো .
  
 
|-
 
|-
Line 154: Line 143:
 
|-
 
|-
 
| 02:05  
 
| 02:05  
| ই  a আৰু bৰ সমষ্টি উভতাই দিয়ে.
+
| ই  a আৰু bৰ সমষ্টি উভতাই দিয়ে.
  
 
|-
 
|-
 
| 02:08  
 
| 02:08  
| ইয়াত আমি scope resolution অপাৰেটৰ ব্যবহাৰ কৰি constructor বয়ৱহাৰ কৰো.  
+
| ইয়াত আমি scope resolution অপাৰেটৰ ব্যবহাৰ কৰি constructor বয়ৱহাৰ কৰো.  
  
 
|-
 
|-
Line 166: Line 155:
 
|-
 
|-
 
| 02:15  
 
| 02:15  
| আমি প্রাইভেট মেমবাৰ  উপলব্ধ কৰিবলৈ x আৰু y ব্যবহাৰ কৰো.
+
| আমি প্রাইভেট মেমবাৰ  উপলব্ধ কৰিবলৈ x আৰু y ব্যবহাৰ কৰো.
  
 
|-
 
|-
 
| 02:19  
 
| 02:19  
| তাৰপিছত আমি destructor উপলব্ধ কৰো.
+
| তাৰপিছত আমি destructor উপলব্ধ কৰো.
  
 
|-
 
|-
Line 181: Line 170:
 
|-
 
|-
 
| 02:28  
 
| 02:28  
| ইয়াত আমি class Additionৰ এটা অবজক্ট "obj"' তৈয়াৰ কৰো.  
+
| ইয়াত আমি class Additionৰ এটা অবজক্ট "obj" তৈয়াৰ কৰো.  
  
 
|-
 
|-
 
| 02:32  
 
| 02:32  
| তাৰপিছত আমি 3 আৰু 4 হিসাবে দুটা আর্গুমেন্ট পাস কৰো.  
+
| তাৰপিছত আমি 3 আৰু 4 হিসাবে দুটা আর্গুমেন্ট পাস কৰো.  
 
|-
 
|-
 
| 02:36  
 
| 02:36  
| '' '3' '' ''x ত  সংৰক্ষণ কৰা হব আৰু '' '4' '' '' '' Y '' ত সংৰক্ষণ কৰা হব.  
+
| 3 x সংৰক্ষণ কৰা হব আৰু 4 Y ত সংৰক্ষণ কৰা হব.  
  
 
|-
 
|-
 
| 02:40  
 
| 02:40  
| ইয়াৰ মানে  a'ৰ মান 3 হয় আৰু b'ৰ মান 4 হয়.  
+
| ইয়াৰ মানে  aৰ মান 3 হয় আৰু bৰ মান 4 হয়.  
 
|-
 
|-
 
| 02:45  
 
| 02:45  
| আর্গুমেন্ট থকা constructor ক  parameterized constructor বোলিও কোৱা হয়.
+
| আর্গুমেন্ট থকা constructor ক  parameterized constructor বোলিও কোৱা হয়.
  
 
|-
 
|-
 
| 02:50  
 
| 02:50  
| সেয়ে এইটো এটা prameterized constructor হয়.  
+
| সেয়ে এইটো এটা prameterized constructor হয়.  
  
 
|-
 
|-
Line 211: Line 200:
 
|-
 
|-
 
| 03:00  
 
| 03:00  
| এইটো হল আমাৰ '' return '' স্তেটমেন্ট হয়.
+
| এইটো হল আমাৰ return স্তেটমেন্ট.
 
|-
 
|-
 
| 03:02  
 
| 03:02  
Line 218: Line 207:
 
|-
 
|-
 
| 03:05  
 
| 03:05  
| আপোনাৰ কীবোর্ডত একেলগে  '' Ctrl, Alt আৰু T '' কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক.  
+
| আপোনাৰ কীবোর্ডত একেলগে  Ctrl, Alt আৰু T কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক.  
  
 
|-
 
|-
Line 257: Line 246:
 
|-
 
|-
 
| 03:41  
 
| 03:41  
| 'আমাৰ ফাইলৰ নাম default dot cpp হয়.
+
| আমাৰ ফাইলৰ নাম default dot cpp হয়.
  
 
|-
 
|-
Line 265: Line 254:
 
|-
 
|-
 
| 03:48  
 
| 03:48  
| তেনেহলে ক্লাছৰ বাবে compiler এ এটা  default constructor অনুমান কৰে.
+
| তেনেহলে ক্লাছৰ বাবে compiler এ এটা  default constructor অনুমান কৰে.
 
|-
 
|-
 
| 03:53  
 
| 03:53  
Line 272: Line 261:
 
|-
 
|-
 
| 03:55  
 
| 03:55  
| এইটো  iostream হিসাবে আমাৰ হেডাৰ ফাইল হয়.  
+
| এইটো  iostream হিসাবে আমাৰ হেডাৰ ফাইল হয়.  
  
 
|-
 
|-
Line 291: Line 280:
 
|-
 
|-
 
| 04:10  
 
| 04:10  
| আমি দুটা '' '' আর্গুমেন্ট int a আৰু int b হিচাবে পাছ কৰিছো.
+
| আমি দুটা  আর্গুমেন্ট int a আৰু int b হিচাবে পাছ কৰিছো.
  
 
|-
 
|-
 
| 04:15  
 
| 04:15  
| ই দুটা সংখ্যা a আৰু bৰ বিয়োগ উভতাই দিয়ে.
+
| ই দুটা সংখ্যা a আৰু bৰ বিয়োগ উভতাই দিয়ে.
  
 
|-
 
|-
Line 307: Line 296:
 
|-
 
|-
 
| 04:27  
 
| 04:27  
| এইটো আমাৰ '' main'' ফাংশন হয়.
+
| এইটো আমাৰ main ফাংশন হয়.
  
 
|-
 
|-
 
| 04:29  
 
| 04:29  
| ইয়াত আমি এটা ভেৰিয়েবল  x সংজ্ঞায়িত কৰিছো.
+
| ইয়াত আমি এটা ভেৰিয়েবল  x সংজ্ঞায়িত কৰিছো.
  
 
|-
 
|-
 
| 04:34  
 
| 04:34  
| ইয়াত আমি subtraction 'ক্লাসৰ এটা '' 'অবজেক্ট' s তৈয়াৰ' কৰো.
+
| ইয়াত আমি subtraction ক্লাসৰ এটা অবজেক্ট s তৈয়াৰ কৰো.
  
 
|-
 
|-
 
| 04:39  
 
| 04:39  
| তাৰপিছত আমি object s ব্যবহাৰ কৰি sub 'ফাংশন' 'কল' কৰো.
+
| তাৰপিছত আমি object s ব্যবহাৰ কৰি sub ফাংশন কল কৰো.
  
 
|-
 
|-
 
| 04:42  
 
| 04:42  
| আৰু দুটা আর্গুমেন্ট '8 আৰু 4 হিসাবে পাছ কৰো.'
+
| আৰু দুটা আর্গুমেন্ট 8 আৰু 4 হিসাবে পাছ কৰো.  
  
 
|-
 
|-
 
| 04:47  
 
| 04:47  
| তাৰপিছত ফলাফলটো x ভেৰিয়েবলত সংৰক্ষিত হয়. 
+
| তাৰপিছত ফলাফলটো x ভেৰিয়েবলত সংৰক্ষিত হয়.
  
 
|-
 
|-
Line 335: Line 324:
 
|-
 
|-
 
| 04:54  
 
| 04:54  
| এইটো আমাৰ '' 'return ' ''স্তেটমেন্ট হয়.
+
| এইটো আমাৰ return স্তেটমেন্ট হয়.
  
 
|-
 
|-
Line 347: Line 336:
 
|-
 
|-
 
| 05:01  
 
| 05:01  
| আমি কম্পাইল কৰো.  টাইপ কৰক  g++ স্পেচ default dot cpp স্পেচ hyphen o স্পেচ def
+
| আমি কম্পাইল কৰো. টাইপ কৰক  g++ স্পেচ default dot cpp স্পেচ hyphen o স্পেচ def
 
|-
 
|-
 
| 05:09  
 
| 05:09  
| Enter টিপক
+
| Enter টিপক, dot slash def লিখক
 
+
|-
+
| 05:10
+
|dot slash def লিখক
+
  
 
|-
 
|-
Line 378: Line 363:
 
|-
 
|-
 
| 05:25  
 
| 05:25  
| আৰু আমাৰ পূর্ব উদাহৰণত আমি Object তে আর্গুমেন্ট পাছ কৰিছিলো. 
+
| আৰু আমাৰ পূর্ব উদাহৰণত আমি Object তে আর্গুমেন্ট পাছ কৰিছিলো.
  
 
|-
 
|-
 
| 05:30  
 
| 05:30  
| আৰু ইয়াত আমি Object ব্যবহাৰ কৰি আর্গুমেন্ট পাছ কৰিছিলো. 
+
| আৰু ইয়াত আমি Object ব্যবহাৰ কৰি আর্গুমেন্ট পাছ কৰিছিলো.
  
 
|-
 
|-
Line 394: Line 379:
 
|-
 
|-
 
| 05:41  
 
| 05:41  
| Constructors যেনে.Addition
+
| Constructors যেনে, Addition
  
 
|-
 
|-
 
| 05:43  
 
| 05:43  
|Parameterized Constructor. যেনে. Addition obj (3, 4);
+
|Parameterized Constructor. যেনে, Addition obj (3, 4);
  
 
|-
 
|-
 
| 05:48  
 
| 05:48  
| Destructors যেনে '' ~Addition.
+
| Destructors যেনে Addition.
  
 
|-
 
|-
 
| 05:52  
 
| 05:52  
| Default Constructor. যেনে. Subtraction
+
| Default Constructor. যেনে Subtraction
  
 
|-
 
|-
Line 422: Line 407:
 
|-
 
|-
 
| 06:06  
 
| 06:06  
| তলৰ সংযোগত থকা ভিদিয়'তো চাওক  
+
| তলৰ সংযোগত থকা ভিদিয়তো চাওক  
  
 
|-
 
|-
Line 450: Line 435:
 
|-
 
|-
 
| 06:31  
 
| 06:31  
| কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
+
| স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
  
 
|-
 
|-
Line 461: Line 446:
 
|-
 
|-
 
| 06:47  
 
| 06:47  
| এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।
+
| এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।
  
 
|}
 
|}

Latest revision as of 16:33, 23 March 2017

Time Narration
00:01 নম্সকাৰ দৰ্শক সকল. C++ত কন্সট্রাকটৰ আৰু ডিস্ট্রাক্টৰৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম.
00:07 এই টিউটোৰিয়েলত আমি শিকিম,
00:09 Constructors, কন্সট্রাকটৰৰ প্রকাৰ
00:12 Destructors. আমি কিছু উদাহৰণৰ সাহায্যে এই কামটো কৰিম.
00:17 এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:20 উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10,
00:23 g++ কম্পাইলাৰ সংস্কৰণ 4.6.1.
00:28 আমি কন্সট্রাকটৰৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো.
00:31 এটা constructor মেমবাৰ ফাংশন হয়.
00:33 ইয়াৰ class নামৰ নিচিনা একেই নাম আছে.
00:37 Constructors এ মান উভতাব নোৱাৰে.
00:40 ইয়াক স্বয়ংক্রিয়ভাবে কল কৰা হয় যেতিয়া এটা অবজেক্ট তৈয়াৰ কৰা হয়.
00:44 কন্সট্রাকটৰৰ প্রকাৰ:
00:46 Parameterized Constructors.
00:49 Copy Constructors আৰু Default Constructors.
00:53 আমি Destructors লৈ যাও.
00:56 Destructors বোৰ মেমৰি অতৰুৱাবলৈ (deallocate) ব্যবহৃত হয়.
00:59 সিহতক মতা হয় যেতিয়া এটা object ধ্বংস হয়.
01:02 এটা destructorএ কোনো আৰ্গোমেন্ট নলয় আৰু তাৰ উচৰত কোনো return types নাই.
01:07 আমি Constructors আৰু Destructorsৰ উপৰত এটা উদাহৰণ চাও,
01:11 আমি ইতিমধেয় এডিটৰত কোডটো টাইপ কৰিলো. মই এইটো খোলো.
01:15 মন কৰক যে আমাৰ ফাইলৰ নামcons hyphen dest dot cpp হয়.
01:20 এই প্ৰোগ্ৰামত আমি constructor ব্যবহাৰ কৰি দুটা সংখ্যাৰ যোগ সঞ্চালন কৰো.
01:25 আমি এতিয়া কোডটো ব্যাখ্যা কৰো.
01:27 এইটো আমাৰ iostream হিসাবে হেডাৰ ফাইল হয়
01:30 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
01:33 তাৰপিছত আমাৰ উচৰত Addition ক্লাস আছে. a অ‍াৰু b হৈছে ইন্তিজাৰ ভেৰিয়েবল.
01:38 এইবোৰ Addition ক্লাসৰ প্রাইভেট (private ) মেমবাৰ হয়.
01:42 ইয়াত আমাৰ উচৰত Public specifier আছে.
01:44 তাৰপিছত আমাৰ উচৰত Constructor Addition আছে
01:47 সেই constructorৰ class নামৰ নিচিনা একেই নাম আছে.
01:52 আমি ইয়াত দুটা আর্গুমেন্ট পাছ কৰিছো.
01:54 এতিয়া আমি এটা Destructor সংজ্ঞায়িত কৰিছো.
01:57 ইয়াৰ বাবে আমি destructorsৰ নাম অনুসৰণ কৰি tilde চিহ্ন এটা ব্যবহাৰ কৰো .
02:02 এইটো এটা পাবলিক ফাংশন add হয়.
02:05 ই a আৰু bৰ সমষ্টি উভতাই দিয়ে.
02:08 ইয়াত আমি scope resolution অপাৰেটৰ ব্যবহাৰ কৰি constructor বয়ৱহাৰ কৰো.
02:12 a আৰু b প্রাইভেট মেমবাৰ হয়.
02:15 আমি প্রাইভেট মেমবাৰ উপলব্ধ কৰিবলৈ x আৰু y ব্যবহাৰ কৰো.
02:19 তাৰপিছত আমি destructor উপলব্ধ কৰো.
02:21 ইয়াত আমি Memory Deallocation প্ৰীন্ট কৰো.
02:25 এইটো আমাৰ main function হয়.
02:28 ইয়াত আমি class Additionৰ এটা অবজক্ট "obj" তৈয়াৰ কৰো.
02:32 তাৰপিছত আমি 3 আৰু 4 হিসাবে দুটা আর্গুমেন্ট পাস কৰো.
02:36 3 x ত সংৰক্ষণ কৰা হব আৰু 4 Y ত সংৰক্ষণ কৰা হব.
02:40 ইয়াৰ মানে aৰ মান 3 হয় আৰু bৰ মান 4 হয়.
02:45 আর্গুমেন্ট থকা constructor ক parameterized constructor বোলিও কোৱা হয়.
02:50 সেয়ে এইটো এটা prameterized constructor হয়.
02:53 ইয়াত আমি অবজেক্ট obj ব্যবহাৰ কৰি ফাংশন add কল কৰো.
02:58 আৰু আমি যোগফলটো প্রিন্ট কৰিম.
03:00 এইটো হল আমাৰ return স্তেটমেন্ট.
03:02 এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো.
03:05 আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক.
03:12 কম্পাইল কৰাৰ বাবে লিখক, g++ স্পেচ cons hyphen dest dot cpp স্পেচ hyphen o স্পেচ cons
03:21 Enter টিপক
03:23 dot slash cons লিখক
03:25 Enter টিপক
03:27 আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয়
03:29 Sum is 7 আৰু Memory Deallocation
03:33 এতিয়া আমি Default constructorsৰ উপৰত এটা উদাহৰণ চাও.
03:37 আমাৰ প্রোগ্রামলৈ উভতি আহো.
03:39 আমি ইতিমধেয় কোডটো টাইপ কৰিছো.
03:41 আমাৰ ফাইলৰ নাম default dot cpp হয়.
03:45 যদি এটা classত constructor এটা দিক্লেয়াৰ হোৱা নাই,
03:48 তেনেহলে ক্লাছৰ বাবে compiler এ এটা default constructor অনুমান কৰে.
03:53 আমি কোডটো ব্যাখ্যা কৰো.
03:55 এইটো iostream হিসাবে আমাৰ হেডাৰ ফাইল হয়.
03:58 ইয়াত আমি std namespace ব্যবহাৰ কৰিছো.
04:02 তাৰপিছত আমাৰ উচৰত class Subtraction আছে.
04:04 তাৰপিছত আমাৰ উচৰত public হিচাবে দিক্লেয়াৰ হোৱা a আৰু b আছে.
04:08 ইয়াত আমাৰ উচৰত sub ফাংশন আছে.
04:10 আমি দুটা আর্গুমেন্ট int a আৰু int b হিচাবে পাছ কৰিছো.
04:15 ই দুটা সংখ্যা a আৰু bৰ বিয়োগ উভতাই দিয়ে.
04:19 এইটো defalut constructor হয়.
04:22 ইয়াত আমি scope resolution operator ব্যবহাৰ কৰি ডিফল্ট constructor উপলব্ধ কৰো.
04:27 এইটো আমাৰ main ফাংশন হয়.
04:29 ইয়াত আমি এটা ভেৰিয়েবল x সংজ্ঞায়িত কৰিছো.
04:34 ইয়াত আমি subtraction ক্লাসৰ এটা অবজেক্ট s তৈয়াৰ কৰো.
04:39 তাৰপিছত আমি object s ব্যবহাৰ কৰি sub ফাংশন কল কৰো.
04:42 আৰু দুটা আর্গুমেন্ট 8 আৰু 4 হিসাবে পাছ কৰো.
04:47 তাৰপিছত ফলাফলটো x ভেৰিয়েবলত সংৰক্ষিত হয়.
04:51 আৰু ইয়াত আমি পার্থক্যটো প্রিন্ট কৰো.
04:54 এইটো আমাৰ return স্তেটমেন্ট হয়.
04:56 এতিয়া আমি প্রোগ্রামটো চালাও.
04:58 আমাৰ টার্মিনেল লৈ আহক.
05:01 আমি কম্পাইল কৰো. টাইপ কৰক g++ স্পেচ default dot cpp স্পেচ hyphen o স্পেচ def
05:09 Enter টিপক, dot slash def লিখক
05:12 Enter টিপক
05:14 আউটপুট এনেধৰনে আহে
05:16 Difference is 4
05:18 আমাৰ প্রোগ্রামটোলৈ উভতি আহক.
05:20 ইয়াত আপোনি দেখিব পাৰিব যে আমি ফাংশনতে আর্গুমেন্টটো পাছ কৰিছো.
05:25 আৰু আমাৰ পূর্ব উদাহৰণত আমি Object তে আর্গুমেন্ট পাছ কৰিছিলো.
05:30 আৰু ইয়াত আমি Object ব্যবহাৰ কৰি আর্গুমেন্ট পাছ কৰিছিলো.
05:34 এতিয়া আমি আমাৰ স্লাইডলৈ উভতি যাও.
05:38 এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক
05:41 Constructors যেনে, Addition
05:43 Parameterized Constructor. যেনে, Addition obj (3, 4);
05:48 Destructors যেনে Addition.
05:52 Default Constructor. যেনে Subtraction
05:55 এটা নিয়োগ হিসাবে, Division নামেৰে এটা ক্লাছ তৈয়াৰ কৰক.
05:59 ক্লাছৰ বাবে এটা constructor তৈয়াৰ কৰক.
06:01 আৰু এটা ফাংশন divide বুলি তৈয়াৰ কৰক যিয়ে উল্লেখয় দুটা সংখ্যাক ভাগ কৰে.
06:06 তলৰ সংযোগত থকা ভিদিয়তো চাওক
06:09 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
06:11 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
06:16 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
06:21 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
06:25 অধিক তথ্যৰ বাবে লিখক
06:27 contact@spoken-tutorial.org
06:31 স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
06:36 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
06:42 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
06:47 এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi