Advanced-Cpp/C2/Constructor-And-Destructor/Assamese
From Script | Spoken-Tutorial
| Time | Narration |
| 00:01 | নম্সকাৰ দৰ্শক সকল. C++ত কন্সট্রাকটৰ আৰু ডিস্ট্রাক্টৰৰ উপৰত স্পকেন টিউটোৰিয়েললৈ স্বাগতম. |
| 00:07 | এই টিউটোৰিয়েলত আমি শিকিম, |
| 00:09 | Constructors, কন্সট্রাকটৰৰ প্রকাৰ |
| 00:12 | Destructors. আমি কিছু উদাহৰণৰ সাহায্যে এই কামটো কৰিম. |
| 00:17 | এই টিউটোৰিয়েল ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো |
| 00:20 | উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10, |
| 00:23 | g++ কম্পাইলাৰ সংস্কৰণ 4.6.1. |
| 00:28 | আমি কন্সট্রাকটৰৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো. |
| 00:31 | এটা constructor মেমবাৰ ফাংশন হয়. |
| 00:33 | ইয়াৰ class নামৰ নিচিনা একেই নাম আছে. |
| 00:37 | Constructors এ মান উভতাব নোৱাৰে. |
| 00:40 | ইয়াক স্বয়ংক্রিয়ভাবে কল কৰা হয় যেতিয়া এটা অবজেক্ট তৈয়াৰ কৰা হয়. |
| 00:44 | কন্সট্রাকটৰৰ প্রকাৰ: |
| 00:46 | Parameterized Constructors. |
| 00:49 | Copy Constructors আৰু Default Constructors. |
| 00:53 | আমি Destructors লৈ যাও. |
| 00:56 | Destructors বোৰ মেমৰি অতৰুৱাবলৈ (deallocate) ব্যবহৃত হয়. |
| 00:59 | সিহতক মতা হয় যেতিয়া এটা object ধ্বংস হয়. |
| 01:02 | এটা destructorএ কোনো আৰ্গোমেন্ট নলয় আৰু তাৰ উচৰত কোনো return types নাই. |
| 01:07 | আমি Constructors আৰু Destructorsৰ উপৰত এটা উদাহৰণ চাও, |
| 01:11 | আমি ইতিমধেয় এডিটৰত কোডটো টাইপ কৰিলো. মই এইটো খোলো. |
| 01:15 | মন কৰক যে আমাৰ ফাইলৰ নামcons hyphen dest dot cpp হয়. |
| 01:20 | এই প্ৰোগ্ৰামত আমি constructor ব্যবহাৰ কৰি দুটা সংখ্যাৰ যোগ সঞ্চালন কৰো. |
| 01:25 | আমি এতিয়া কোডটো ব্যাখ্যা কৰো. |
| 01:27 | এইটো আমাৰ iostream হিসাবে হেডাৰ ফাইল হয় |
| 01:30 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
| 01:33 | তাৰপিছত আমাৰ উচৰত Addition ক্লাস আছে. a অাৰু b হৈছে ইন্তিজাৰ ভেৰিয়েবল. |
| 01:38 | এইবোৰ Addition ক্লাসৰ প্রাইভেট (private ) মেমবাৰ হয়. |
| 01:42 | ইয়াত আমাৰ উচৰত Public specifier আছে. |
| 01:44 | তাৰপিছত আমাৰ উচৰত Constructor Addition আছে |
| 01:47 | সেই constructorৰ class নামৰ নিচিনা একেই নাম আছে. |
| 01:52 | আমি ইয়াত দুটা আর্গুমেন্ট পাছ কৰিছো. |
| 01:54 | এতিয়া আমি এটা Destructor সংজ্ঞায়িত কৰিছো. |
| 01:57 | ইয়াৰ বাবে আমি destructorsৰ নাম অনুসৰণ কৰি tilde চিহ্ন এটা ব্যবহাৰ কৰো . |
| 02:02 | এইটো এটা পাবলিক ফাংশন add হয়. |
| 02:05 | ই a আৰু bৰ সমষ্টি উভতাই দিয়ে. |
| 02:08 | ইয়াত আমি scope resolution অপাৰেটৰ ব্যবহাৰ কৰি constructor বয়ৱহাৰ কৰো. |
| 02:12 | a আৰু b প্রাইভেট মেমবাৰ হয়. |
| 02:15 | আমি প্রাইভেট মেমবাৰ উপলব্ধ কৰিবলৈ x আৰু y ব্যবহাৰ কৰো. |
| 02:19 | তাৰপিছত আমি destructor উপলব্ধ কৰো. |
| 02:21 | ইয়াত আমি Memory Deallocation প্ৰীন্ট কৰো. |
| 02:25 | এইটো আমাৰ main function হয়. |
| 02:28 | ইয়াত আমি class Additionৰ এটা অবজক্ট "obj" তৈয়াৰ কৰো. |
| 02:32 | তাৰপিছত আমি 3 আৰু 4 হিসাবে দুটা আর্গুমেন্ট পাস কৰো. |
| 02:36 | 3 x ত সংৰক্ষণ কৰা হব আৰু 4 Y ত সংৰক্ষণ কৰা হব. |
| 02:40 | ইয়াৰ মানে aৰ মান 3 হয় আৰু bৰ মান 4 হয়. |
| 02:45 | আর্গুমেন্ট থকা constructor ক parameterized constructor বোলিও কোৱা হয়. |
| 02:50 | সেয়ে এইটো এটা prameterized constructor হয়. |
| 02:53 | ইয়াত আমি অবজেক্ট obj ব্যবহাৰ কৰি ফাংশন add কল কৰো. |
| 02:58 | আৰু আমি যোগফলটো প্রিন্ট কৰিম. |
| 03:00 | এইটো হল আমাৰ return স্তেটমেন্ট. |
| 03:02 | এতিয়া আমি প্রোগ্রামটো সম্পাদনা কৰো. |
| 03:05 | আপোনাৰ কীবোর্ডত একেলগে Ctrl, Alt আৰু T কি একেলগে টিপি টার্মিনেল উইন্ডো খুলক. |
| 03:12 | কম্পাইল কৰাৰ বাবে লিখক, g++ স্পেচ cons hyphen dest dot cpp স্পেচ hyphen o স্পেচ cons |
| 03:21 | Enter টিপক |
| 03:23 | dot slash cons লিখক |
| 03:25 | Enter টিপক |
| 03:27 | আউটপুটটো এনেধৰনে প্ৰরদর্শন কৰা হয় |
| 03:29 | Sum is 7 আৰু Memory Deallocation |
| 03:33 | এতিয়া আমি Default constructorsৰ উপৰত এটা উদাহৰণ চাও. |
| 03:37 | আমাৰ প্রোগ্রামলৈ উভতি আহো. |
| 03:39 | আমি ইতিমধেয় কোডটো টাইপ কৰিছো. |
| 03:41 | আমাৰ ফাইলৰ নাম default dot cpp হয়. |
| 03:45 | যদি এটা classত constructor এটা দিক্লেয়াৰ হোৱা নাই, |
| 03:48 | তেনেহলে ক্লাছৰ বাবে compiler এ এটা default constructor অনুমান কৰে. |
| 03:53 | আমি কোডটো ব্যাখ্যা কৰো. |
| 03:55 | এইটো iostream হিসাবে আমাৰ হেডাৰ ফাইল হয়. |
| 03:58 | ইয়াত আমি std namespace ব্যবহাৰ কৰিছো. |
| 04:02 | তাৰপিছত আমাৰ উচৰত class Subtraction আছে. |
| 04:04 | তাৰপিছত আমাৰ উচৰত public হিচাবে দিক্লেয়াৰ হোৱা a আৰু b আছে. |
| 04:08 | ইয়াত আমাৰ উচৰত sub ফাংশন আছে. |
| 04:10 | আমি দুটা আর্গুমেন্ট int a আৰু int b হিচাবে পাছ কৰিছো. |
| 04:15 | ই দুটা সংখ্যা a আৰু bৰ বিয়োগ উভতাই দিয়ে. |
| 04:19 | এইটো defalut constructor হয়. |
| 04:22 | ইয়াত আমি scope resolution operator ব্যবহাৰ কৰি ডিফল্ট constructor উপলব্ধ কৰো. |
| 04:27 | এইটো আমাৰ main ফাংশন হয়. |
| 04:29 | ইয়াত আমি এটা ভেৰিয়েবল x সংজ্ঞায়িত কৰিছো. |
| 04:34 | ইয়াত আমি subtraction ক্লাসৰ এটা অবজেক্ট s তৈয়াৰ কৰো. |
| 04:39 | তাৰপিছত আমি object s ব্যবহাৰ কৰি sub ফাংশন কল কৰো. |
| 04:42 | আৰু দুটা আর্গুমেন্ট 8 আৰু 4 হিসাবে পাছ কৰো. |
| 04:47 | তাৰপিছত ফলাফলটো x ভেৰিয়েবলত সংৰক্ষিত হয়. |
| 04:51 | আৰু ইয়াত আমি পার্থক্যটো প্রিন্ট কৰো. |
| 04:54 | এইটো আমাৰ return স্তেটমেন্ট হয়. |
| 04:56 | এতিয়া আমি প্রোগ্রামটো চালাও. |
| 04:58 | আমাৰ টার্মিনেল লৈ আহক. |
| 05:01 | আমি কম্পাইল কৰো. টাইপ কৰক g++ স্পেচ default dot cpp স্পেচ hyphen o স্পেচ def |
| 05:09 | Enter টিপক, dot slash def লিখক |
| 05:12 | Enter টিপক |
| 05:14 | আউটপুট এনেধৰনে আহে |
| 05:16 | Difference is 4 |
| 05:18 | আমাৰ প্রোগ্রামটোলৈ উভতি আহক. |
| 05:20 | ইয়াত আপোনি দেখিব পাৰিব যে আমি ফাংশনতে আর্গুমেন্টটো পাছ কৰিছো. |
| 05:25 | আৰু আমাৰ পূর্ব উদাহৰণত আমি Object তে আর্গুমেন্ট পাছ কৰিছিলো. |
| 05:30 | আৰু ইয়াত আমি Object ব্যবহাৰ কৰি আর্গুমেন্ট পাছ কৰিছিলো. |
| 05:34 | এতিয়া আমি আমাৰ স্লাইডলৈ উভতি যাও. |
| 05:38 | এই টিউটোৰিয়েলত শিকাখিনি সংক্ষেপ কৰা যাওক |
| 05:41 | Constructors যেনে, Addition |
| 05:43 | Parameterized Constructor. যেনে, Addition obj (3, 4); |
| 05:48 | Destructors যেনে Addition. |
| 05:52 | Default Constructor. যেনে Subtraction |
| 05:55 | এটা নিয়োগ হিসাবে, Division নামেৰে এটা ক্লাছ তৈয়াৰ কৰক. |
| 05:59 | ক্লাছৰ বাবে এটা constructor তৈয়াৰ কৰক. |
| 06:01 | আৰু এটা ফাংশন divide বুলি তৈয়াৰ কৰক যিয়ে উল্লেখয় দুটা সংখ্যাক ভাগ কৰে. |
| 06:06 | তলৰ সংযোগত থকা ভিদিয়তো চাওক |
| 06:09 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 06:11 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 06:16 | স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে |
| 06:21 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 06:25 | অধিক তথ্যৰ বাবে লিখক |
| 06:27 | contact@spoken-tutorial.org |
| 06:31 | স্পৌকেন টিওটৰিয়েল প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। |
| 06:36 | ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় |
| 06:42 | এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। |
| 06:47 | এই পাঠটি মৌচুমী মেধী দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বেৰ পৰা মই অনামিকা মেধি এতিয়া আপুনাৰ পৰা বিদায় লৈছো. যোগদানৰ বাবে ধন্যবাদ। |