Difference between revisions of "PHP-and-MySQL/C4/Simple-Visitor-Counter/Assamese"
From Script | Spoken-Tutorial
(Created page with "{|Border=1 |'''Time''' |'''Narration''' |- |00:00 |এটা পেজ কাউন্টাৰ ('''page counter''')ৰ এই স্প’কেন টিউট’ৰিয...") |
|||
Line 223: | Line 223: | ||
|- | |- | ||
|06:06 | |06:06 | ||
− | |গতিকে, "কাউন্ট(count).txt" | + | |গতিকে, "কাউন্ট(count).txt"এতিয়া এইসময়ত, আমি প্ৰতিবাৰ ৰিফ্ৰেছ কৰোতে 1 যোগ কৰি আছো |
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|06:12 | |06:12 |
Latest revision as of 10:59, 6 March 2017
Time | Narration |
00:00 | এটা পেজ কাউন্টাৰ (page counter)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম |
00:02 | ই প্ৰতি ৰিফ্ৰেছত কিমানজন লোকে আপোনাৰ পৃষ্ঠাটো দৰ্শন কৰিছে গণনা কৰিব |
00:07 | গতিকে যেতিয়াই কোনো লোকে পৃষ্ঠাটোত সোমাব, এটা মান বৰ্দ্ধিত হ’ব, এটা টেকস্ত ফাইলত জমা হ’ব আৰু ই উপভোক্তালৈ দৰ্শিত হ’ব |
00:15 | বা আপুনি ইয়াক নিজে ৰাখিব পাৰে । এইটো আপোনাৰ পচন্দ যে আপুনি ইয়াক দৰ্শিত কৰিব বিচাৰে নে নাই |
00:19 | অনুগ্ৰহ কৰি মন কৰিব, এইটো হৈছে ইয়াক কৰাৰ এটা অতি সহজ পদ্ধতি |
00:21 | ই বিশেষ ভিজিতৰচ (visitors)ক গণনা নকৰে |
00:23 | মই এটা বিশেষ ভিজিতৰচৰ টিউট’ৰিয়েল সোনকালে বনাম |
00:27 | আপুনি ইয়াক চায় মানে সম্ভৱত এইটো উপলদ্ধ হ’ব |
00:30 | গতিকে ইয়াক চাওঁক । ই অধিক নিৰ্দিষ্ট হ’ব |
00:33 | ই IP এদ্ৰেচেচ (addresses)ৰ সৈতে কাম কৰে |
00:35 | যিকিনহওঁক, এতিয়াৰ বাবে, এইটো এটা মূল কাউন্টাৰ টিউট’ৰিয়েল আৰু ই দাতাবেচ-ষ্ট’ৰেজৰ বিপৰিতে ফাইল-ষ্ট’ৰেজ ব্যৱ্হাৰ কৰিছে |
00:42 | ঠিক আছে । গতিকে আমি কৰিব লগীয়া প্ৰথম বস্তুটো হৈছে- আমাৰ মান জমা কৰিবলৈ এটা ফাইল নিৰ্মান কৰা |
00:48 | ইয়াক কৰিবলৈ দুটা পদ্ধতি আছে |
00:50 | হয়তো ৰাইট-ক্লিক আৰু এটা নতুন টেকস্ত দকোমেন্ত নিৰ্মান কৰা |
00:53 | বা মই আপোনাক যি দেখুৱাম সেইয়া হৈছে খুলিবৰ বাবে কেনেকৈ ফাইল এটা নিৰ্মান কৰা হয় যিটো হৈছে fopen() ফাংচনটো |
00:59 | আৰু আমি ইয়াক ফাইল ($file) ভেৰিয়েবলত জমা কৰিম । কিন্তু ই বাধ্যতামূলক নহয় |
01:05 | আৰু আমি ক’ম "কাউন্ট(count).php" আৰু ইয়াৰ বাবে আন এটা পাৰামিটাৰ যদি আপুনি ইয়াক লিখিবৰ বাবে, পঢ়িবৰ বাবে বিচাৰে বা তাক যুক্ত কৰিব খোজে, উদাহৰণস্বৰূপে |
01:22 | গতিকে, মই ক’ম লিখিবৰ বাবে |
01:26 | ঠিক আছে । এতিয়া মই ক’ম fwrite() আৰু মই ফাইল ($file)লৈ লিখিম আৰু মই এটা মান শূণ্য নিৰ্মান কৰিম |
01:36 | গতিকে, এতিয়া আমি আমাৰ পৃষ্ঠাটো খুলিম আৰু ৰিফ্ৰেছ (refresh) কৰিম |
01:41 | আমি "কাউন্টাৰ(counter).php" পালো । তাত টিপক আৰু যেতিয়া আমি ঘূৰি যাওঁ, আমি কাউন্ট(count).php পালো নেকি চাওঁক |
01:49 | গতিকে, ".txt" |
01:51 | গতিকে, আহক ইয়াক ৰিফ্ৰেছ কৰো |
01:54 | ঠিক আছে, গতিকে এতিয়া আমাৰ এটা ".txt" ফাইল থাকিব লাগিব |
02:00 | মই এই "কাউন্ট(count).php"ক নাইকীয়া কৰো |
02:05 | এতিয়া আমি সেইটো কৰিলো আৰু আমাক প্ৰকৃততে এই ক’ড নালাগে |
02:08 | গতিকে, মই এই অংশটো নাইকীয়া কৰিম কিন্তু মই ইয়াক ৰাখিম আৰু এতিয়া মই ক’ম মই ফাইলটোৰ পৰা পঢ়িব বিচাৰো |
02:14 | আপুনি ইয়াক নিজেওঁ লিখিব পাৰে । আপুনি মাত্ৰ পঢ়াৰ পৰিবৰ্তে লিখিবৰ বাবে ফাইল এটা নিৰ্মান কৰিব লাগিব |
02:22 | গতিকে, আমি আমাৰ ফাইলটো পালো আৰু ইয়াৰ মানটো শূণ্য পালো |
02:26 | গতিকে, আহক ইয়াক খুলো আৰু চাওঁ |
02:28 | হয়, আমি শূণ্যৰ সৈতে "কাউন্ট(count).txt" পালো যি ইয়াক পঢ়িব আৰু ইয়াক তাত থ’ব |
02:34 | গতিকে, এতিয়া, মই ফাইলটোৰ বিষয়বস্তু সমূহ পাব লাগিব |
02:37 | গতিকে, fopen()ৰ পৰিবৰ্তে মই ক’ম, 'ফাইল(file)_গেত(get)_কন্টেন্তচ(contents)()' |
02:42 | গতিকে, মই লিখিম 'ফাইল(file)_গেত(get)_কন্টেন্তচ(contents)' |
02:44 | আৰু সি 'কাউন্ট(count).txt'ৰ বিষয়বস্তু সমূহ পাব |
02:48 | ঠিক আছে । তাৰপাছত মই ক’ম একৌ (echo) আৰু ভেৰিয়েবলটো ব্যৱ্হাৰ কৰিম আৰু মই ক’ম একৌ(echo) ফাইল($file) |
02:52 | এতিয়া ই যি কৰিব সেইয়া হৈছে ই ফাইল(file)_গেত(get)_কন্টেন্তচ(contents) ক’ব আৰু ই তাত আমাৰ কাউন্ট ভেৰিয়েবলটোৰ সৈতে আমাৰ টেকস্ত ফাইলটোৰ বিষয়বস্তু সমূহ পাব |
03:02 | আৰু ই ফাইল ($file)টোৰ বিষয়বস্তু সমূহ একৌ (echo) কৰিবলৈ ক’ব |
03:05 | গতিকে, আহক আমাৰ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু আমি ৰিফ্ৰেছ কৰিম |
03:07 | কাউন্টাৰ ("counter")ত টিপক আৰু এই মূহুৰ্তত আমি শূণ্য পালো |
03:10 | ৰিফ্ৰেছ হৈছে । ই ইয়াত দৰ্শোৱা ধৰণে এতিয়াওঁ শূণ্যত আছে |
03:14 | যদি মই ইয়াক হেল্ল’ ('hello')লৈ সলাওঁ আৰু আমাৰ পৃষ্ঠাটোলৈ ঘূৰি আহো আৰু ৰিফ্ৰেছ কৰো, ইয়াৰ হেল্ল’ ('hello') মানটো থাকিব |
03:20 | গতিকে, এই মূহুৰ্তত এই টেকস্ত ফাইলটোত যি আছে তাকে আমি একৌ কৰিছো |
03:25 | আৰু এতিয়া এইটো শূণ্য - ইন্তিজাৰ শূণ্য |
03:30 | এতিয়া ইয়াক একৌ (echo) কৰিবলৈ, মই ক’ব লাগিব "You've হেদ(had) ফাইল($file) ভিজিতৰচ(visitors)" |
03:37 | গতিকে, সি আমাক তেনেধৰণৰ কিবা দিব |
03:40 | এতিয়া, মই যি কৰিম সেইয়া হৈছে মই ভিজিতৰচ ($visitors) নামৰ এটা নতুন ভেৰিয়েবল নিৰ্মান কৰিম |
03:46 | আৰু মই ক’ম সেইটো ফাইল ($file)ৰ সমান |
03:50 | মই ইয়াক অধিক কাৰ্যকৰী আৰু লগতে পঢ়িবলৈ সহজ কৰিবলৈ ইয়াত থ’ম |
03:55 | আৰু মই ক’ম ভিজিতৰচ ('$visitors') আৰু আমি এইটো কি হ’ব ক’ব পাৰো |
04:00 | আৰু তাৰপাছত আমি যি ক’ম সেইয়া হৈছে ভিজিতৰচ ($visitors) |
04:05 | ভিজিতৰচ - নিউ - সমান এই ভিজিতৰচ ($visitors) যোগ 1 |
04:14 | গতিকে, এইটো হ’ব আমাৰ নতুন মান |
04:17 | তাৰপাছত মই আগবাঢ়ি যাম আৰু ক’ম ফাইলনিউ ($filenew), গতিকে মই এটা নতুন ফাইল নিৰ্মান কৰিছো |
04:22 | মই তাক "কাউন্ট(count).txt" হিচাবে খুলিম কাৰণ সেইটোৱেই ই |
04:27 | আৰু মই এই ফাইলটো লিখিবলৈ ক’ম |
04:30 | এতিয়া যদি এইটো 'a+' হয় যি বুজায় এপেন্দ ('append') - গতিকে মই ফাইলটোত কিবাএটা সংযুক্ত কৰিছো যি বুজায় যে মই ইয়াত যোগ কৰিছো |
04:38 | মই যি কৰিব বিচাৰিছো সেইয়া হৈছে অ’ভাৰৰাইত (overwrite) কৰা, গতিকে মই 'w' থ’ম |
04:42 | আৰু তাৰপাছত মই 'fwrite()' ক’ম আমি আমাৰ প্ৰথম অংশত কৰাৰ দৰে - ফাইলনিউ ('$filenew')লৈ |
04:47 | আৰু মই লিখিব লগীয়া মানটো হৈছে ভিজিতৰচনিউ ('$visitorsnew') |
04:50 | ই কাম কৰিব । আহক আপুনি ইয়াক চলোৱাৰ আগতে ইয়াৰদ্বাৰা আগবাঢ়ো |
04:55 | আমি আমাৰ প্ৰধান ফাইলটো পালো আৰু সি আমাৰ "কাউন্ট(count).txt"ৰ বিষয়বস্তু সমূহ পাইছে যি এই মূহুৰ্তত শূণ্য |
05:04 | আমি আমাৰ ভিজিতৰচ ('$visitors') নামৰ ভেৰিয়েবলটো ফাইল ('$file')টোৰ বিষয়বস্তু সমূহলৈ সজাইছো |
05:07 | আমি তাত কিমানজন ভিজিতৰচ আছে উপভোক্তালৈ একৌ কৰিছো |
05:11 | আৰু আমি 'ভিজিতৰচ(visitors) + 1'ৰ সৈতে এটা নতুন ভেৰিয়েবল নিৰ্মান কৰিছো - এই মূহুৰ্তত পৃষ্ঠাটো দৰ্শন কৰি থকা লোকজনৰ নামৰে |
05:20 | সেইটো গুৰূত্বপূৰ্ণ হয় । সেই লোকজনেই তাত অতিৰিক্ত 1টো যোগ কৰে |
05:24 | আৰু তাৰপাছত আমি এই টিউট’ৰিয়েলটোৰ আৰম্ভণিত দেখাৰ দৰে এটা নতুন ফাইল খুলিছো কিন্তু আমি লিখিবৰ বাবে 'w' ব্যৱ্হাৰ কৰাৰ পৰিবৰ্তে |
05:32 | আৰু তাৰপাছত আমি নতুন ফাইলটোলৈ নতুন মানটো লিখিছো যিটো হৈছে 1ৰ বৰ্দ্ধিতক্ৰম |
05:37 | গতিকে, ৰিফ্ৰেছ কৰক আৰু আপুনি চাব পাৰে - |
05:41 | ই কাম কৰা নাই ! |
05:42 | ঠিক আছে, গতিকে আহক এই ক’ডক পৰীক্ষা কৰো |
05:44 | আহক ভিজিতৰচৰ উচ্চাৰণক পৰীক্ষা কৰো - ভিজিতৰচ নিউ । ঠিক আছে । ভিজিতৰচ |
06:01 | সেইটোৱেই হৈছে কাৰণ । মই তাত এটা 'n' দিব লাগিব |
06:06 | গতিকে, "কাউন্ট(count).txt"এতিয়া এইসময়ত, আমি প্ৰতিবাৰ ৰিফ্ৰেছ কৰোতে 1 যোগ কৰি আছো |
06:12 | গতিকে আপুনি চাব পাৰে যে মানটো প্ৰকৃততে ওপৰলৈ গৈছে |
06:16 | এতিয়া নিশ্বিতভাবে ইয়াক পুনৰ সজাবলৈ, আপুনি কৰিব লগীয়াটো হৈছে - |
06:19 | এটা সাবধানবাণী । 'কাউন্ট(count).txt' সলনি হ’ল কাৰণ আমি ইয়াক এদিত কৰিলো |
06:24 | মই ক’ম ৰিল’ড ফ্ৰম দিস্ক ('reload from disk') |
06:27 | আৰু ই 19লৈ সলনি হ’ল, আপুনি চাব পাৰে, ই তাত 18 দৰ্শিত কৰিছে |
06:30 | কাৰণটো হৈছে যে আমি আমাৰ নতুন মান থোৱাৰ আগতেই ইয়াক একৌ কৰিছো |
06:35 | গতিকে, উচ্চতম কাৰ্যকাৰিতাৰ বাবে আৰু প্ৰকৃত শুদ্ধ মান পাবৰ বাবে, মই এই ক’ডটো তাৰ তলত থ’ম |
06:41 | প্ৰকৃতাৰ্থত, যেতিয়া মই ইয়াত ৰিফ্ৰেছ কৰিছো আৰু ধৰক - আমি 25 ভিজিতৰচলৈ পাইছো আৰু আমি ইয়ালৈ ঘূৰি আহো, আমাৰ মানটো 26 থাকিব |
06:51 | ঠিক আছে, হয়তো মই ইয়াত কিছু বিশৃংখল হৈছো |
06:55 | ইয়াক কৰাৰ কোনো প্ৰধান কাৰ্যকৰী পদ্ধতি নাই |
06:57 | ই সদায় ভিজিতৰচ ('$visitors')ক একৌ কৰিব |
06:59 | গতিকে পৰিবৰ্তনৰ বাবে, আমি ক’ম ভিজিতৰচনিউ ('$visitorsnew') |
07:07 | গতিকে, ই সম্পূৰ্ণভাবে সমান হ’ব - নহয় ! |
07:11 | ভিজিতৰচ নিউ - আন এটা ভুল উচ্চাৰণ |
07:16 | ঠিক, গতিকে আহক 35লৈ বৰ্দ্ধিত কৰো আৰু আমি বিষয়বস্তুলৈ যাম আৰু এই মান 35ৰ সমান |
07:24 | অবস্থানেই সকলো নহয় যেতিয়া আপুনি ইয়াৰদ্বৰে এটা সহজ ক’ডৰ লগত কাম কৰিব লাগে কিন্তু ই সহায় কৰে |
07:30 | ঠিক আছে - গতিকে এইটোৱেই হৈছে মূল টিউট’ৰিয়েলটো |
07:32 | যদি আপোনাক ইয়াৰ বিষয়ে কিবা সহায় লাগে, তেন্তে অনুগ্ৰহ কৰি যোগাযোগ ৰাখিব |
07:35 | কিন্তু এতিয়াৰ বাবে, ইয়াক এবাৰ চেষ্টা কৰক |
07:37 | লগতে অধিক উন্নত কাউন্টাৰৰ মোৰ অন্য টিউট’ৰিয়েল চাওঁক যি একাউন্টত IP এদ্ৰেচেচ লয় |
07:43 | দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো |