PHP-and-MySQL/C4/Simple-Visitor-Counter/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:00 এটা পেজ কাউন্টাৰ (page counter)ৰ এই স্প’কেন টিউট’ৰিয়েললৈ স্বাগতম
00:02 ই প্ৰতি ৰিফ্ৰেছত কিমানজন লোকে আপোনাৰ পৃষ্ঠাটো দৰ্শন কৰিছে গণনা কৰিব
00:07 গতিকে যেতিয়াই কোনো লোকে পৃষ্ঠাটোত সোমাব, এটা মান বৰ্দ্ধিত হ’ব, এটা টেকস্ত ফাইলত জমা হ’ব আৰু ই উপভোক্তালৈ দৰ্শিত হ’ব
00:15 বা আপুনি ইয়াক নিজে ৰাখিব পাৰে । এইটো আপোনাৰ পচন্দ যে আপুনি ইয়াক দৰ্শিত কৰিব বিচাৰে নে নাই
00:19 অনুগ্ৰহ কৰি মন কৰিব, এইটো হৈছে ইয়াক কৰাৰ এটা অতি সহজ পদ্ধতি
00:21 ই বিশেষ ভিজিতৰচ (visitors)ক গণনা নকৰে
00:23 মই এটা বিশেষ ভিজিতৰচৰ টিউট’ৰিয়েল সোনকালে বনাম
00:27 আপুনি ইয়াক চায় মানে সম্ভৱত এইটো উপলদ্ধ হ’ব
00:30 গতিকে ইয়াক চাওঁক । ই অধিক নিৰ্দিষ্ট হ’ব
00:33 IP এদ্ৰেচেচ (addresses)ৰ সৈতে কাম কৰে
00:35 যিকিনহওঁক, এতিয়াৰ বাবে, এইটো এটা মূল কাউন্টাৰ টিউট’ৰিয়েল আৰু ই দাতাবেচ-ষ্ট’ৰেজৰ বিপৰিতে ফাইল-ষ্ট’ৰেজ ব্যৱ্হাৰ কৰিছে
00:42 ঠিক আছে । গতিকে আমি কৰিব লগীয়া প্ৰথম বস্তুটো হৈছে- আমাৰ মান জমা কৰিবলৈ এটা ফাইল নিৰ্মান কৰা
00:48 ইয়াক কৰিবলৈ দুটা পদ্ধতি আছে
00:50 হয়তো ৰাইট-ক্লিক আৰু এটা নতুন টেকস্ত দকোমেন্ত নিৰ্মান কৰা
00:53 বা মই আপোনাক যি দেখুৱাম সেইয়া হৈছে খুলিবৰ বাবে কেনেকৈ ফাইল এটা নিৰ্মান কৰা হয় যিটো হৈছে fopen() ফাংচনটো
00:59 আৰু আমি ইয়াক ফাইল ($file) ভেৰিয়েবলত জমা কৰিম । কিন্তু ই বাধ্যতামূলক নহয়
01:05 আৰু আমি ক’ম "কাউন্ট(count).php" আৰু ইয়াৰ বাবে আন এটা পাৰামিটাৰ যদি আপুনি ইয়াক লিখিবৰ বাবে, পঢ়িবৰ বাবে বিচাৰে বা তাক যুক্ত কৰিব খোজে, উদাহৰণস্বৰূপে
01:22 গতিকে, মই ক’ম লিখিবৰ বাবে
01:26 ঠিক আছে । এতিয়া মই ক’ম fwrite() আৰু মই ফাইল ($file)লৈ লিখিম আৰু মই এটা মান শূণ্য নিৰ্মান কৰিম
01:36 গতিকে, এতিয়া আমি আমাৰ পৃষ্ঠাটো খুলিম আৰু ৰিফ্ৰেছ (refresh) কৰিম
01:41 আমি "কাউন্টাৰ(counter).php" পালো । তাত টিপক আৰু যেতিয়া আমি ঘূৰি যাওঁ, আমি কাউন্ট(count).php পালো নেকি চাওঁক
01:49 গতিকে, ".txt"
01:51 গতিকে, আহক ইয়াক ৰিফ্ৰেছ কৰো
01:54 ঠিক আছে, গতিকে এতিয়া আমাৰ এটা ".txt" ফাইল থাকিব লাগিব
02:00 মই এই "কাউন্ট(count).php"ক নাইকীয়া কৰো
02:05 এতিয়া আমি সেইটো কৰিলো আৰু আমাক প্ৰকৃততে এই ক’ড নালাগে
02:08 গতিকে, মই এই অংশটো নাইকীয়া কৰিম কিন্তু মই ইয়াক ৰাখিম আৰু এতিয়া মই ক’ম মই ফাইলটোৰ পৰা পঢ়িব বিচাৰো
02:14 আপুনি ইয়াক নিজেওঁ লিখিব পাৰে । আপুনি মাত্ৰ পঢ়াৰ পৰিবৰ্তে লিখিবৰ বাবে ফাইল এটা নিৰ্মান কৰিব লাগিব
02:22 গতিকে, আমি আমাৰ ফাইলটো পালো আৰু ইয়াৰ মানটো শূণ্য পালো
02:26 গতিকে, আহক ইয়াক খুলো আৰু চাওঁ
02:28 হয়, আমি শূণ্যৰ সৈতে "কাউন্ট(count).txt" পালো যি ইয়াক পঢ়িব আৰু ইয়াক তাত থ’ব
02:34 গতিকে, এতিয়া, মই ফাইলটোৰ বিষয়বস্তু সমূহ পাব লাগিব
02:37 গতিকে, fopen()ৰ পৰিবৰ্তে মই ক’ম, 'ফাইল(file)_গেত(get)_কন্টেন্তচ(contents)()'
02:42 গতিকে, মই লিখিম 'ফাইল(file)_গেত(get)_কন্টেন্তচ(contents)'
02:44 আৰু সি 'কাউন্ট(count).txt'ৰ বিষয়বস্তু সমূহ পাব
02:48 ঠিক আছে । তাৰপাছত মই ক’ম একৌ (echo) আৰু ভেৰিয়েবলটো ব্যৱ্হাৰ কৰিম আৰু মই ক’ম একৌ(echo) ফাইল($file)
02:52 এতিয়া ই যি কৰিব সেইয়া হৈছে ই ফাইল(file)_গেত(get)_কন্টেন্তচ(contents) ক’ব আৰু ই তাত আমাৰ কাউন্ট ভেৰিয়েবলটোৰ সৈতে আমাৰ টেকস্ত ফাইলটোৰ বিষয়বস্তু সমূহ পাব
03:02 আৰু ই ফাইল ($file)টোৰ বিষয়বস্তু সমূহ একৌ (echo) কৰিবলৈ ক’ব
03:05 গতিকে, আহক আমাৰ পৃষ্ঠাটোলৈ ঘূৰি যাওঁ আৰু আমি ৰিফ্ৰেছ কৰিম
03:07 কাউন্টাৰ ("counter")ত টিপক আৰু এই মূহুৰ্তত আমি শূণ্য পালো
03:10 ৰিফ্ৰেছ হৈছে । ই ইয়াত দৰ্শোৱা ধৰণে এতিয়াওঁ শূণ্যত আছে
03:14 যদি মই ইয়াক হেল্ল’ ('hello')লৈ সলাওঁ আৰু আমাৰ পৃষ্ঠাটোলৈ ঘূৰি আহো আৰু ৰিফ্ৰেছ কৰো, ইয়াৰ হেল্ল’ ('hello') মানটো থাকিব
03:20 গতিকে, এই মূহুৰ্তত এই টেকস্ত ফাইলটোত যি আছে তাকে আমি একৌ কৰিছো
03:25 আৰু এতিয়া এইটো শূণ্য - ইন্তিজাৰ শূণ্য
03:30 এতিয়া ইয়াক একৌ (echo) কৰিবলৈ, মই ক’ব লাগিব "You've হেদ(had) ফাইল($file) ভিজিতৰচ(visitors)"
03:37 গতিকে, সি আমাক তেনেধৰণৰ কিবা দিব
03:40 এতিয়া, মই যি কৰিম সেইয়া হৈছে মই ভিজিতৰচ ($visitors) নামৰ এটা নতুন ভেৰিয়েবল নিৰ্মান কৰিম
03:46 আৰু মই ক’ম সেইটো ফাইল ($file)ৰ সমান
03:50 মই ইয়াক অধিক কাৰ্যকৰী আৰু লগতে পঢ়িবলৈ সহজ কৰিবলৈ ইয়াত থ’ম
03:55 আৰু মই ক’ম ভিজিতৰচ ('$visitors') আৰু আমি এইটো কি হ’ব ক’ব পাৰো
04:00 আৰু তাৰপাছত আমি যি ক’ম সেইয়া হৈছে ভিজিতৰচ ($visitors)
04:05 ভিজিতৰচ - নিউ - সমান এই ভিজিতৰচ ($visitors) যোগ 1
04:14 গতিকে, এইটো হ’ব আমাৰ নতুন মান
04:17 তাৰপাছত মই আগবাঢ়ি যাম আৰু ক’ম ফাইলনিউ ($filenew), গতিকে মই এটা নতুন ফাইল নিৰ্মান কৰিছো
04:22 মই তাক "কাউন্ট(count).txt" হিচাবে খুলিম কাৰণ সেইটোৱেই ই
04:27 আৰু মই এই ফাইলটো লিখিবলৈ ক’ম
04:30 এতিয়া যদি এইটো 'a+' হয় যি বুজায় এপেন্দ ('append') - গতিকে মই ফাইলটোত কিবাএটা সংযুক্ত কৰিছো যি বুজায় যে মই ইয়াত যোগ কৰিছো
04:38 মই যি কৰিব বিচাৰিছো সেইয়া হৈছে অ’ভাৰৰাইত (overwrite) কৰা, গতিকে মই 'w' থ’ম
04:42 আৰু তাৰপাছত মই 'fwrite()' ক’ম আমি আমাৰ প্ৰথম অংশত কৰাৰ দৰে - ফাইলনিউ ('$filenew')লৈ
04:47 আৰু মই লিখিব লগীয়া মানটো হৈছে ভিজিতৰচনিউ ('$visitorsnew')
04:50 ই কাম কৰিব । আহক আপুনি ইয়াক চলোৱাৰ আগতে ইয়াৰদ্বাৰা আগবাঢ়ো
04:55 আমি আমাৰ প্ৰধান ফাইলটো পালো আৰু সি আমাৰ "কাউন্ট(count).txt"ৰ বিষয়বস্তু সমূহ পাইছে যি এই মূহুৰ্তত শূণ্য
05:04 আমি আমাৰ ভিজিতৰচ ('$visitors') নামৰ ভেৰিয়েবলটো ফাইল ('$file')টোৰ বিষয়বস্তু সমূহলৈ সজাইছো
05:07 আমি তাত কিমানজন ভিজিতৰচ আছে উপভোক্তালৈ একৌ কৰিছো
05:11 আৰু আমি 'ভিজিতৰচ(visitors) + 1'ৰ সৈতে এটা নতুন ভেৰিয়েবল নিৰ্মান কৰিছো - এই মূহুৰ্তত পৃষ্ঠাটো দৰ্শন কৰি থকা লোকজনৰ নামৰে
05:20 সেইটো গুৰূত্বপূৰ্ণ হয় । সেই লোকজনেই তাত অতিৰিক্ত 1টো যোগ কৰে
05:24 আৰু তাৰপাছত আমি এই টিউট’ৰিয়েলটোৰ আৰম্ভণিত দেখাৰ দৰে এটা নতুন ফাইল খুলিছো কিন্তু আমি লিখিবৰ বাবে 'w' ব্যৱ্হাৰ কৰাৰ পৰিবৰ্তে
05:32 আৰু তাৰপাছত আমি নতুন ফাইলটোলৈ নতুন মানটো লিখিছো যিটো হৈছে 1ৰ বৰ্দ্ধিতক্ৰম
05:37 গতিকে, ৰিফ্ৰেছ কৰক আৰু আপুনি চাব পাৰে -
05:41 ই কাম কৰা নাই !
05:42 ঠিক আছে, গতিকে আহক এই ক’ডক পৰীক্ষা কৰো
05:44 আহক ভিজিতৰচৰ উচ্চাৰণক পৰীক্ষা কৰো - ভিজিতৰচ নিউ । ঠিক আছে । ভিজিতৰচ
06:01 সেইটোৱেই হৈছে কাৰণ । মই তাত এটা 'n' দিব লাগিব
06:06 গতিকে, "কাউন্ট(count).txt"এতিয়া এইসময়ত, আমি প্ৰতিবাৰ ৰিফ্ৰেছ কৰোতে 1 যোগ কৰি আছো
06:12 গতিকে আপুনি চাব পাৰে যে মানটো প্ৰকৃততে ওপৰলৈ গৈছে
06:16 এতিয়া নিশ্বিতভাবে ইয়াক পুনৰ সজাবলৈ, আপুনি কৰিব লগীয়াটো হৈছে -
06:19 এটা সাবধানবাণী । 'কাউন্ট(count).txt' সলনি হ’ল কাৰণ আমি ইয়াক এদিত কৰিলো
06:24 মই ক’ম ৰিল’ড ফ্ৰম দিস্ক ('reload from disk')
06:27 আৰু ই 19লৈ সলনি হ’ল, আপুনি চাব পাৰে, ই তাত 18 দৰ্শিত কৰিছে
06:30 কাৰণটো হৈছে যে আমি আমাৰ নতুন মান থোৱাৰ আগতেই ইয়াক একৌ কৰিছো
06:35 গতিকে, উচ্চতম কাৰ্যকাৰিতাৰ বাবে আৰু প্ৰকৃত শুদ্ধ মান পাবৰ বাবে, মই এই ক’ডটো তাৰ তলত থ’ম
06:41 প্ৰকৃতাৰ্থত, যেতিয়া মই ইয়াত ৰিফ্ৰেছ কৰিছো আৰু ধৰক - আমি 25 ভিজিতৰচলৈ পাইছো আৰু আমি ইয়ালৈ ঘূৰি আহো, আমাৰ মানটো 26 থাকিব
06:51 ঠিক আছে, হয়তো মই ইয়াত কিছু বিশৃংখল হৈছো
06:55 ইয়াক কৰাৰ কোনো প্ৰধান কাৰ্যকৰী পদ্ধতি নাই
06:57 ই সদায় ভিজিতৰচ ('$visitors')ক একৌ কৰিব
06:59 গতিকে পৰিবৰ্তনৰ বাবে, আমি ক’ম ভিজিতৰচনিউ ('$visitorsnew')
07:07 গতিকে, ই সম্পূৰ্ণভাবে সমান হ’ব - নহয় !
07:11 ভিজিতৰচ নিউ - আন এটা ভুল উচ্চাৰণ
07:16 ঠিক, গতিকে আহক 35লৈ বৰ্দ্ধিত কৰো আৰু আমি বিষয়বস্তুলৈ যাম আৰু এই মান 35ৰ সমান
07:24 অবস্থানেই সকলো নহয় যেতিয়া আপুনি ইয়াৰদ্বৰে এটা সহজ ক’ডৰ লগত কাম কৰিব লাগে কিন্তু ই সহায় কৰে
07:30 ঠিক আছে - গতিকে এইটোৱেই হৈছে মূল টিউট’ৰিয়েলটো
07:32 যদি আপোনাক ইয়াৰ বিষয়ে কিবা সহায় লাগে, তেন্তে অনুগ্ৰহ কৰি যোগাযোগ ৰাখিব
07:35 কিন্তু এতিয়াৰ বাবে, ইয়াক এবাৰ চেষ্টা কৰক
07:37 লগতে অধিক উন্নত কাউন্টাৰৰ মোৰ অন্য টিউট’ৰিয়েল চাওঁক যি একাউন্টত IP এদ্ৰেচেচ লয়
07:43 দৰ্শনৰ বাবে ধন্যবাদ । মই মৌচুম হাজৰিকাই স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো

Contributors and Content Editors

Mausamh9, Pratik kamble