Difference between revisions of "PERL/C2/Blocks-in-Perl/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with '{| border=1 ! <center>'''Time'''</center> ! <center>'''Narration'''</center> |- | 00.01 |পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS'') স…')
 
 
(One intermediate revision by one other user not shown)
Line 5: Line 5:
 
|-
 
|-
 
| 00.01
 
| 00.01
|পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS'') স্পকেন টিউটৰিয়েললৈ স্বাগতম ।  
+
|নমস্কাৰ দৰ্শক সকল. পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS'') স্পকেন টিউটৰিয়েললৈ স্বাগতম ।
  
 
|-
 
|-
Line 13: Line 13:
 
|-
 
|-
 
|00.13
 
|00.13
|মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স ১২.০৪"" অপাৰেটিং সিস্টেম আৰু ""পার্ল .১৪."" ।
+
|মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04"" অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2"" ।  
  
 
|-
 
|-
Line 19: Line 19:
 
|মই ''জিএদিত‌‌'' তেক্সত এডিটৰ ব্যৱহাৰ কৰিম ।
 
|মই ''জিএদিত‌‌'' তেক্সত এডিটৰ ব্যৱহাৰ কৰিম ।
 
   
 
   
 
 
|-
 
|-
 
|00.26
 
|00.26
Line 26: Line 25:
 
|-
 
|-
 
|00.31
 
|00.31
|পাৰ্লৰ ভেৰিয়েব্ল,কমেন্টৰ ('''Variables, Comments''') ওপৰত সামান্য জ্ঞান থকা উচিত হ'ব ।
+
|পাৰ্লৰ ভেৰিয়েবৰ কমেন্টৰ ('''Variables, Comments''') ওপৰত সামান্য জ্ঞান থকা উচিত হ'ব ।
  
 
|-
 
|-
Line 34: Line 33:
 
|-
 
|-
 
| 00.44
 
| 00.44
|প্রাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ""স্পকেন টিউটৰিয়েল""  ৱেবসাইট প্রত্যক্ষ কৰক ।
+
|প্রাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ""স্পকেন টিউটৰিয়েল""  ৱেবসাইট পৰিদৰ্শন কৰক ।
  
 
|-
 
|-
Line 42: Line 41:
 
|-
 
|-
 
|00.53
 
|00.53
|এটা পাৰ্ল প্ৰগ্ৰেমৰ বিভিন্ন স্ততৰত এই ব্লক সমূহ এক্সিকিউত হয় ।  
+
|এই পাৰ্ল প্ৰগ্ৰেমৰ বিভিন্ন স্ততৰত এই ব্লক সমূহ এক্সিকিউত হয় ।
  
 
|-
 
|-
 
|00.59
 
|00.59
|ব্লক সমূহ হৈছে :  
+
|ব্লক সমূহ হৈছে :
  
 
|-
 
|-
 
| 01.01
 
| 01.01
| আৰম্ভণি( '''BEGIN''')  
+
| আৰম্ভণি( '''BEGIN''')শেষ('''END''')
 
+
|-
+
|01.02
+
|শেষ('''END''')
+
 
   
 
   
 
|-
 
|-
 
|01.03
 
|01.03
|য়িউনিতচেক(''' UNITCHECK''')
+
|য়িউনিতচেক(''' UNITCHECK''') চেক ('''CHECK''')
|-
+
| 01.04
+
| চেক ('''CHECK''')
+
  
 
|-
 
|-
 
|01.05
 
|01.05
|ইনিত(''' INIT ''')
+
|ইনিত(''' INIT ''')এতিয়া আৰম্ভণি(''' BEGIN''') ব্লকৰ পৰা বুজো আহক ।
 
+
|-
+
|01.06
+
| আৰম্ভণি(''' BEGIN''') ব্লকৰ পৰা বুজো আহক ।
+
 
   
 
   
 
|-
 
|-
Line 89: Line 77:
 
|-
 
|-
 
| 01.31
 
| 01.31
|অৰ্থাৎ ''' First define First execute ''' পেটাৰ্ন অণুসৰি
+
|অৰ্থাৎ ''' First define First execute ''' পেটাৰ্নৰ অণুসৰি
  
 
|-
 
|-
Line 105: Line 93:
 
|-
 
|-
 
|01.47
 
|01.47
|কম্পাইলেচনৰ সময়ত এক্সিকিউত হ'বলগীয়া ক'ড  
+
|কম্পাইলেচনৰ সময়ত এক্সিকিউত হ'বলগীয়া ক'ড
 
+
 
|-
 
|-
 
|01.51
 
|01.51
| এন্টাৰ প্ৰেছ কৰক
+
| এন্টাৰ প্ৰেছ কৰক ।কাৰ্লী ব্ৰেকেট বন্ধ কৰক
 
+
|-
+
|01.52
+
|কাৰ্লী ব্ৰেকেট বন্ধ কৰক  
+
  
 
|-
 
|-
Line 121: Line 105:
 
|-
 
|-
 
|01.59
 
|01.59
|টাৰমিনেল খোলক আৰু টাইপ কৰক  
+
|টাৰমিনেল খোলক আৰু টাইপ কৰক
  
 
|-
 
|-
Line 141: Line 125:
 
|-
 
|-
 
|02.20
 
|02.20
|লিপিত কি লিখা আছে এবাৰ চাও আহক ।
+
|লিপিত কি লিখা আছে এইবাৰ চাও আহক ।
 
   
 
   
 
|-
 
|-
Line 157: Line 141:
 
|-
 
|-
 
| 02.42
 
| 02.42
|চেমিকলন দিলে, প্ৰগ্ৰেম এক্সিকিউচনৰ সময়ত চিনটেক্স ইৰ'ৰ পাম ।  
+
|চেমিকলন দিলে, প্ৰগ্ৰেম এক্সিকিউচনৰ সময়ত চিনটেক্স ইৰ'ৰ পাম ।
  
 
|-
 
|-
Line 185: Line 169:
 
|-
 
|-
 
|03.16
 
|03.16
| লিপিৰ অন্তৰ্গত প্ৰথম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে '''BEGIN''' ব্লক স্তেটমেন্ট প্ৰীন্ট হোৱাৰ পাছত প্ৰীন্ট হয় ।
+
| লিপিৰ অন্তৰ্গত প্ৰথম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে '''BEGIN''' ব্লক স্তেটমেন্টে প্ৰীন্ট হোৱাৰ পাছত প্ৰীন্ট হয় ।
  
 
|-
 
|-
Line 201: Line 185:
 
|-
 
|-
 
| 03.40
 
| 03.40
| This is irrespective of the location of the ''' BEGIN''' block inside ''' PERL'''  script.
+
|ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত ''' BEGIN''' ব্লকৰ স্হানৰ হয়
ই পাৰ্ল লিপিৰ অন্তৰ্গত ''' BEGIN''' ব্লকৰ স্হানৰ  
+
  
 
|-
 
|-
Line 226: Line 209:
 
|-
 
|-
 
|04.17
 
|04.17
|এখন পাৰ্ল লিপিৰ অন্তৰ্গত বহু কেইটা ''' END ব্লক''' থাকিব পাৰে  
+
|এখন পাৰ্ল লিপিৰ অন্তৰ্গত বহু কেইটা ''' END ব্লক''' থাকিব পাৰে
  
 
|-
 
|-
 
|04.21
 
|04.21
|এই ব্লক সমূহ বাখ্যা কৰা ঠিক বিপৰীত ক্ৰমে এক্সিকিউত হ'ব ।  
+
|এই ব্লক সমূহ বাখ্যা কৰা ঠিক বিপৰীত ক্ৰমে এক্সিকিউত হ'ব ।
  
 
|-
 
|-
Line 238: Line 221:
 
|-
 
|-
 
|04.30
 
|04.30
|‘‘END ব্লক''ৰ চিনটেক্স হৈছে  
+
|‘‘END ব্লক''ৰ চিনটেক্স হৈছে
  
 
|-
 
|-
Line 250: Line 233:
 
|-
 
|-
 
|04.40
 
|04.40
|পাৰ্ল লিপিৰ অন্তত এক্সিকিউত হ'বলগীয়া ক'ড  
+
|পাৰ্ল লিপিৰ অন্তত এক্সিকিউত হ'বলগীয়া ক'ড
  
 
|-
 
|-
 
|04.45
 
|04.45
|এন্টাৰ প্ৰেছ কৰক
+
|এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক
 
+
|-
+
|04.46
+
|কাৰ্লী ব্ৰেকেট বন্ধ কৰক
+
  
 
|-
 
|-
Line 266: Line 245:
 
|-
 
|-
 
|04.53
 
|04.53
|টাৰমিনেল খোলক আৰু টাইপ কৰক  
+
|টাৰমিনেল খোলক আৰু টাইপ কৰক
  
 
|-
 
|-
Line 278: Line 257:
 
|-
 
|-
 
|05.03
 
|05.03
|ই, যিএদিত ত ‘‘endBlock dot pl'' ফাইল খন খোলিব
+
|ই, যিএদিতত ‘‘endBlock dot pl'' ফাইল খন খোলিব
  
 
|-
 
|-
Line 302: Line 281:
 
|-
 
|-
 
|05.34
 
|05.34
|চেমিকলন দিলে, কম্পাইলেচনৰ সময়ত চিনটেক্স ইৰ'ৰ হ'ব ।  
+
|চেমিকলন দিলে, কম্পাইলেচনৰ সময়ত চিনটেক্স ইৰ'ৰ হ'ব ।
  
 
|-
 
|-
Line 310: Line 289:
 
|-
 
|-
 
|  05.45
 
|  05.45
|এতিয়া টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
+
|এতিয়া টাৰমিনেললৈ যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
  
 
|-
 
|-
Line 346: Line 325:
 
|-
 
|-
 
|06.29
 
|06.29
|ই পাৰ্ল লিপিৰ অন্তৰ্গত ''' END''' ব্লকৰ স্হানৰ  হয়
+
|ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত ''' END''' ব্লকৰ স্হানৰ  হয়
  
 
|-
 
|-
 
|06.36
 
|06.36
|‘‘Last In First Out''-এই পেটাৰ্ণ অনুসৰি ‘‘END'' ব্লক এক্সিকিউত হয়  
+
|‘‘Last In First Out''-এই পেটাৰ্ণ অনুসৰি ‘‘END'' ব্লক এক্সিকিউত হয়
  
 
|-
 
|-
 
|06.41
 
|06.41
 
|‘‘END'' ব্লকে প্ৰগ্ৰেমত ব্যৱহাৰ হোৱা অবজেক্ট সমূহ ধংস কৰে ।
 
|‘‘END'' ব্লকে প্ৰগ্ৰেমত ব্যৱহাৰ হোৱা অবজেক্ট সমূহ ধংস কৰে ।
+
   
 
|-
 
|-
 
|06.49
 
|06.49
Line 422: Line 401:
 
|-
 
|-
 
|08.03
 
|08.03
|এন্টাৰ প্ৰেছ কৰক
+
|এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড
 
+
|-
+
|08.04
+
|এক্সিকিউত হ'বলগীয়া ক'ড
+
  
 
|-
 
|-
 
|08.07
 
|08.07
|এন্টাৰ প্ৰেছ কৰক
+
|এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক
 
+
|-
+
|08.08
+
|কাৰ্লী ব্ৰেকেট বন্ধ কৰক
+
  
 
|-
 
|-
Line 446: Line 417:
 
|-
 
|-
 
|08.20
 
|08.20
|এন্টাৰ প্ৰেছ কৰক
+
|এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড
 
+
|-
+
|08.21
+
|এক্সিকিউত হ'বলগীয়া ক'ড
+
  
 
|-
 
|-
Line 462: Line 429:
 
|-
 
|-
 
|08.28
 
|08.28
|নিজৰ পাৰ্ল লিপিত এই ব্লকছ সমূহৰ ওপৰত এক্সপেৰিমেন্ট কৰিলে বুজিবলৈ সহজ হ'ব  
+
|নিজৰ পাৰ্ল লিপিত এই ব্লকছ সমূহৰ ওপৰত এক্সপেৰিমেন্ট কৰিলে বুজিবলৈ সহজ হ'ব
  
 
|-
 
|-
 
|08.36
 
|08.36
|পৰ্য্যালোচনা কৰো আহক ।
+
|পৰ্য্যালোচনা কৰো আহক । আমি এই টিউটৰিয়েলত শিকিলো
 
+
|-
+
|08.37
+
|আমি এই টিউটৰিয়েলত শিকিলো
+
  
 
|-
 
|-
Line 478: Line 441:
 
|-
 
|-
 
|08.44
 
|08.44
|য়িউনিতচেক( UNITCHECK), চেক ('''CHECK''') আৰু ইনিত(''' INIT ''') ব্লকৰ প্ৰাৰাম্ভিক  
+
|য়িউনিতচেক( UNITCHECK), চেক ('''CHECK''') আৰু ইনিত(''' INIT ''') ব্লকৰ প্ৰাৰাম্ভিক
  
 
|-
 
|-
Line 511: Line 474:
 
| 09.14
 
| 09.14
 
|  স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
 
|  স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
 
+
 
|-
 
|-
 
|09.20
 
|09.20
Line 538: Line 501:
 
|-
 
|-
 
|10.00
 
|10.00
|এই  পাঠটো প্ৰগয়ান দ্ৱাৰা যোগদান কৰা হৈছে. অাই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ ।
+
|এই  পাঠটো প্ৰগয়ান দ্ৱাৰা যোগদান কৰা হৈছে. অাই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ ।
 
   
 
   
 
|-
 
|-

Latest revision as of 10:36, 6 March 2017

Time
Narration
00.01 নমস্কাৰ দৰ্শক সকল. পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS) স্পকেন টিউটৰিয়েললৈ স্বাগতম ।
00.06 এই টিউটৰিয়েলত, পাৰ্লৰ অন্তৰ্গত বিভিন্ন ব্লকছৰ (‘‘BLOCKS) বিষয়ে শিকিম ।
00.13 মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04"" অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2"" ।
00.21 মই জিএদিত‌‌ তেক্সত এডিটৰ ব্যৱহাৰ কৰিম ।
00.26 আপুনি নিজৰ সুবিধা অণুশৰি যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে ।
00.31 পাৰ্লৰ ভেৰিয়েবৰ কমেন্টৰ (Variables, Comments) ওপৰত সামান্য জ্ঞান থকা উচিত হ'ব ।
00.38 পাৰ্লৰ ডাতা স্ত্ৰাকছাৰ বিষয়ত জ্ঞান থকাতো এটা অতিৰিক্ত সুযোগ ।
00.44 প্রাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ""স্পকেন টিউটৰিয়েল"" ৱেবসাইট পৰিদৰ্শন কৰক ।
00.50 পাৰ্লে ৫টা বিশেষ ব্লক যোগান ধৰে
00.53 এই পাৰ্ল প্ৰগ্ৰেমৰ বিভিন্ন স্ততৰত এই ব্লক সমূহ এক্সিকিউত হয় ।
00.59 ব্লক সমূহ হৈছে :
01.01 আৰম্ভণি( BEGIN)শেষ(END)
01.03 য়িউনিতচেক( UNITCHECK) চেক (CHECK)
01.05 ইনিত( INIT )এতিয়া আৰম্ভণি( BEGIN) ব্লকৰ পৰা বুজো আহক ।
01.10 কম্পাইলেচনৰ সময়ত আৰম্ভণি( BEGIN) ব্লক এক্সিকিউত হয় ।
01.15 সেইবাবে, এই ব্লকৰ ভিতৰত লিখা যিকোনো ক'ড, কম্পাইলেচনৰ সময়ত সৰ্বপ্ৰথমে এক্সিকিউত হয় ।
01.22 এখন পাৰ্ল লিপিৰ অন্তৰ্গত বিভিন্ন আৰম্ভণি( BEGIN ) ব্লক থাকিব পাৰে ।
01.26 বাখ্যা কৰা ক্ৰমে এই ব্লক সমূহ এক্সিকিউত হ'ব ।
01.31 অৰ্থাৎ First define First execute পেটাৰ্নৰ অণুসৰি
01.35 BEGIN ব্লকৰ চিনটেক্স হৈছে
01.40 BEGIN ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক
01.45 এন্টাৰ প্ৰেছ কৰক ।
01.47 কম্পাইলেচনৰ সময়ত এক্সিকিউত হ'বলগীয়া ক'ড
01.51 এন্টাৰ প্ৰেছ কৰক ।কাৰ্লী ব্ৰেকেট বন্ধ কৰক
01.55 এতিয়া, BEGIN ব্লকছৰ এটা উদাহৰণ চাও আহক ।
01.59 টাৰমিনেল খোলক আৰু টাইপ কৰক
02.02 gedit beginBlock dot pl এটা স্পেচ ampersand
02.08 আৰু এন্টাৰ প্ৰেছ কৰক ।
02.10 ই, যিএদিটত beginBlock dot pl ফাইল খন খোলিব ।
02.15 স্ক্রীনত দেখুৱাৰ দৰে কোড খিনি টাইপ কৰক ।
02.20 লিপিত কি লিখা আছে এইবাৰ চাও আহক ।
02.24 ইয়াত আমি BEGIN ব্লকছৰ আগে-পাছে কিছু বাক্য প্ৰীন্ট কৰিছো ।
02.31 একেদৰে, প্ৰতিটো BEGIN ব্লকত মই এটা প্ৰীন্ট স্তেটমেন্ট লিখিছো ।
02.37 মন কৰিব, মই BEGIN ব্লকছৰ পাছত চেমিকলন দিয়া নাই
02.42 চেমিকলন দিলে, প্ৰগ্ৰেম এক্সিকিউচনৰ সময়ত চিনটেক্স ইৰ'ৰ পাম ।
02.49 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক ।
02.53 এতিয়া টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
02.58 perl beginBlock dot pl
03.01 আৰু এন্টাৰ প্ৰেছ কৰক ।
03.04 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
03.09 মন কৰিব যে, প্ৰথম BEGIN ব্লকৰ অন্তৰ্গত লিখা বাক্য শাৰী, প্ৰথমে প্ৰীন্ট হয় আৰু
03.16 লিপিৰ অন্তৰ্গত প্ৰথম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে BEGIN ব্লক স্তেটমেন্টে প্ৰীন্ট হোৱাৰ পাছত প্ৰীন্ট হয় ।
03.25 বাখ্যা কৰা ক্ৰমে BEGIN ব্লক সমূহ এক্সিকিউত হ'ব ।
03.31 এই উদাহৰণৰ পৰা ই নিশ্ছিত যে:
03.34 BEGIN ব্লকৰ অন্তৰ্গত ক'ড খিনি প্ৰথমে এক্সিকিউত হয় ।
03.40 ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত BEGIN ব্লকৰ স্হানৰ হয়
03.46 ‘‘BEGIN ব্লক সদায় ‘‘First In First Out' ক্ৰমত এক্সিকিউত হয় ।
03.52 এই ব্লকৰ আন এটা ব্যৱহাৰ হৈছে, এক্সিকিউচনৰ পূৰ্বে ফাইল এখন পাৰ্ল লিপিৰ অন্তৰ্গত কৰা ।
04.01 এতিয়া, END ব্লক বুজো আহক ।
04.04 পাৰ্ল প্ৰগ্ৰেমৰ অন্তত END ব্লক এক্সিকিউত হয়।
04.09 প্ৰগ্ৰেম এক্সিকিউচনৰ পাছত, এই ব্লকৰ অন্তৰ্গত ক'ড খিনি এক্সিকিউত হয় ।
04.17 এখন পাৰ্ল লিপিৰ অন্তৰ্গত বহু কেইটা END ব্লক থাকিব পাৰে
04.21 এই ব্লক সমূহ বাখ্যা কৰা ঠিক বিপৰীত ক্ৰমে এক্সিকিউত হ'ব ।
04.26 অৰ্থাৎ, এই পেটাৰ্ণ অনুসৰি - ‘‘Last define First execute
04.30 ‘‘END ব্লকৰ চিনটেক্স হৈছে
04.35 ‘‘END ডাঙৰ আখৰত, কাৰ্লী ব্ৰেকেট খোলক
04.39 এন্টাৰ প্ৰেছ কৰক
04.40 পাৰ্ল লিপিৰ অন্তত এক্সিকিউত হ'বলগীয়া ক'ড
04.45 এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক
04.49 এতিয়া ‘‘‘END ব্লকৰ উদাহৰণ চাও আহক ।
04.53 টাৰমিনেল খোলক আৰু টাইপ কৰক
04.56 gedit endBlock dot pl space ampersand
05.00 আৰু এন্টাৰ প্ৰেছ কৰক
05.03 ই, যিএদিতত ‘‘endBlock dot pl ফাইল খন খোলিব
05.08 স্ক্রীনত দেখুৱাৰ দৰে কোড খিনি টাইপ কৰক ।
05.13 লিপিত কি লিখা আছে এবাৰ চাও আহক ।
05.17 ইয়াত আমি END ব্লকছৰ আগে-পাছে কিছু বাক্য প্ৰীন্ট কৰিছো ।
05.23 একেদৰে, প্ৰতিটো END ব্লকত মই এটা প্ৰীন্ট স্তেটমেন্ট লিখিছো ।
05.29 মন কৰিব যে মই ‘‘END ব্লকৰ পাছত চেমিকলন দিয়া নায়
05.34 চেমিকলন দিলে, কম্পাইলেচনৰ সময়ত চিনটেক্স ইৰ'ৰ হ'ব ।
05.41 ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক ।
05.45 এতিয়া টাৰমিনেললৈ যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক-
05.50 perl endBlock dot pl
05.53 আৰু এন্টাৰ প্ৰেছ কৰক ।
05.55 টাৰমিনেলত আমি আওতপুত দেখা পাম ।
06.00 মন কৰিব যে, ‘‘END ব্লকৰ অন্তৰ্গত বাক্য শাৰী শেষত প্ৰীন্ট হ'ব ।
06.06 লিপিৰ অন্তৰ্গত অন্তিম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে END ব্লক স্তেটমেন্ট প্ৰীন্ট হোৱাৰ আগতে প্ৰীন্ট হয় আৰু
06.13 বাখ্যা কৰা বিপৰীত ক্ৰমে END ব্লক সমূহ এক্সিকিউত হ'ব ।
06.20 উদাহৰণৰ পৰা ই নিশ্চিত যে,
06.23 ‘‘‘END ব্লকৰ অন্তৰ্গত ক'ড খিনি অন্তত এক্সিকিউত হয়
06.29 ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত END ব্লকৰ স্হানৰ হয়
06.36 ‘‘Last In First Out-এই পেটাৰ্ণ অনুসৰি ‘‘END ব্লক এক্সিকিউত হয়
06.41 ‘‘END ব্লকে প্ৰগ্ৰেমত ব্যৱহাৰ হোৱা অবজেক্ট সমূহ ধংস কৰে ।
06.49 একেদৰে, পাৰ্লত য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লক আছে ।
06.55 এই ব্লক সমূহ ডেভেল'পাৰ সকলে নিম্ন হাৰত ব্যৱহাৰ কৰে আৰু বুজিবলৈ অলপ কঠিন ।
07.02 সেইবাবে মই এই ব্লক সমূহৰ বিষয়ে, চমুকৈ এটা বৰ্ণনা দিম।
07.06 য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লক সমূহ ব্যৱহাৰৰ যোগ্য -
07.10 মূল প্ৰগ্ৰেমৰ কম্পাইলেচন আৰু এক্সিকিউচন স্তৰৰ মাজত ঘটা পৰিৱৰ্তন বুজিবলৈ আৰু
07.18 কম্পাইলেচনৰ পাছত আৰু এক্সিকিউচনৰ আগত কিছুমান চেক অথবা ইনিচিয়ালাইযেচন কৰিবলৈ
07.24 য়িউনিতচেক( UNITCHECK) আৰু চেক (CHECK) ব্লক Last in First out পদ্ধতিত চলে
07.31 য'ত ইনিত( INIT ) ব্লক সমূহ First In First Out পদ্ধতিত চলে
07.37 য়িউনিতচেক( UNITCHECK) ব্লকৰ চিনটেক্স এই ধৰণৰ
07.41 য়িউনিতচেক( UNITCHECK) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক
07.46 এন্টাৰ প্ৰেছ কৰক
07.48 এক্সিকিউত হ'বলগীয়া ক'ড
07.50 এন্টাৰ প্ৰেছ কৰক
07.52 কাৰ্লী ব্ৰেকেট বন্ধ কৰক
07.54 চেক (CHECK) ব্লকৰ চিনটেক্স এই ধৰণৰ
07.58 চেক (CHECK) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক
08.03 এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড
08.07 এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক
08.11 ইনিত( INIT ) ব্লকৰ চিনটেক্স এই ধৰণৰ
08.15 ইনিত( INIT ) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক
08.20 এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড
08.24 এন্টাৰ প্ৰেছ কৰক
08.26 কাৰ্লী ব্ৰেকেট বন্ধ কৰক
08.28 নিজৰ পাৰ্ল লিপিত এই ব্লকছ সমূহৰ ওপৰত এক্সপেৰিমেন্ট কৰিলে বুজিবলৈ সহজ হ'ব
08.36 পৰ্য্যালোচনা কৰো আহক । আমি এই টিউটৰিয়েলত শিকিলো
08.40 BEGIN আৰু END ব্লক বিস্তাৰত আৰু
08.44 য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লকৰ প্ৰাৰাম্ভিক
08.48 চেম্পল প্ৰগ্ৰেমৰ সহায়ত
08.52 ইয়াত এটা কাৰ্য্য আছে -
08.54 এখন পাৰ্ল লিপিৰ অন্তৰ্গত তলৰ ক'ড খিনি টাইপ কৰক
08.58 লিপি খন এক্সিকিউত কৰক আৰু আওতপুতলৈ মন কৰিব
09.02 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।
09.06 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
09.09 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09.14 স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
09.20 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
09.24 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
09.32 স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
09.37 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
09.45 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro
09.57 আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব
10.00 এই পাঠটো প্ৰগয়ান দ্ৱাৰা যোগদান কৰা হৈছে. অাই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ ।
10.02 যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, Pratik kamble