Difference between revisions of "PERL/C2/Blocks-in-Perl/Assamese"
From Script | Spoken-Tutorial
(Created page with '{| border=1 ! <center>'''Time'''</center> ! <center>'''Narration'''</center> |- | 00.01 |পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS'') স…') |
|||
(One intermediate revision by one other user not shown) | |||
Line 5: | Line 5: | ||
|- | |- | ||
| 00.01 | | 00.01 | ||
− | |পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS'') স্পকেন টিউটৰিয়েললৈ স্বাগতম । | + | |নমস্কাৰ দৰ্শক সকল. পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS'') স্পকেন টিউটৰিয়েললৈ স্বাগতম । |
|- | |- | ||
Line 13: | Line 13: | ||
|- | |- | ||
|00.13 | |00.13 | ||
− | |মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স | + | |মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04"" অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2"" । |
|- | |- | ||
Line 19: | Line 19: | ||
|মই ''জিএদিত'' তেক্সত এডিটৰ ব্যৱহাৰ কৰিম । | |মই ''জিএদিত'' তেক্সত এডিটৰ ব্যৱহাৰ কৰিম । | ||
− | |||
|- | |- | ||
|00.26 | |00.26 | ||
Line 26: | Line 25: | ||
|- | |- | ||
|00.31 | |00.31 | ||
− | |পাৰ্লৰ | + | |পাৰ্লৰ ভেৰিয়েবৰ কমেন্টৰ ('''Variables, Comments''') ওপৰত সামান্য জ্ঞান থকা উচিত হ'ব । |
|- | |- | ||
Line 34: | Line 33: | ||
|- | |- | ||
| 00.44 | | 00.44 | ||
− | |প্রাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ""স্পকেন টিউটৰিয়েল"" ৱেবসাইট | + | |প্রাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ""স্পকেন টিউটৰিয়েল"" ৱেবসাইট পৰিদৰ্শন কৰক । |
|- | |- | ||
Line 42: | Line 41: | ||
|- | |- | ||
|00.53 | |00.53 | ||
− | | | + | |এই পাৰ্ল প্ৰগ্ৰেমৰ বিভিন্ন স্ততৰত এই ব্লক সমূহ এক্সিকিউত হয় । |
|- | |- | ||
|00.59 | |00.59 | ||
− | |ব্লক সমূহ হৈছে : | + | |ব্লক সমূহ হৈছে : |
|- | |- | ||
| 01.01 | | 01.01 | ||
− | | আৰম্ভণি( '''BEGIN''') | + | | আৰম্ভণি( '''BEGIN''')শেষ('''END''') |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|01.03 | |01.03 | ||
− | |য়িউনিতচেক(''' UNITCHECK''') | + | |য়িউনিতচেক(''' UNITCHECK''') চেক ('''CHECK''') |
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|01.05 | |01.05 | ||
− | |ইনিত(''' INIT ''') | + | |ইনিত(''' INIT ''')এতিয়া আৰম্ভণি(''' BEGIN''') ব্লকৰ পৰা বুজো আহক । |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 89: | Line 77: | ||
|- | |- | ||
| 01.31 | | 01.31 | ||
− | |অৰ্থাৎ ''' First define First execute ''' | + | |অৰ্থাৎ ''' First define First execute ''' পেটাৰ্নৰ অণুসৰি |
|- | |- | ||
Line 105: | Line 93: | ||
|- | |- | ||
|01.47 | |01.47 | ||
− | |কম্পাইলেচনৰ সময়ত এক্সিকিউত হ'বলগীয়া ক'ড | + | |কম্পাইলেচনৰ সময়ত এক্সিকিউত হ'বলগীয়া ক'ড |
− | + | ||
|- | |- | ||
|01.51 | |01.51 | ||
− | | এন্টাৰ প্ৰেছ কৰক | + | | এন্টাৰ প্ৰেছ কৰক ।কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 121: | Line 105: | ||
|- | |- | ||
|01.59 | |01.59 | ||
− | |টাৰমিনেল খোলক আৰু টাইপ কৰক | + | |টাৰমিনেল খোলক আৰু টাইপ কৰক |
|- | |- | ||
Line 141: | Line 125: | ||
|- | |- | ||
|02.20 | |02.20 | ||
− | |লিপিত কি লিখা আছে | + | |লিপিত কি লিখা আছে এইবাৰ চাও আহক । |
|- | |- | ||
Line 157: | Line 141: | ||
|- | |- | ||
| 02.42 | | 02.42 | ||
− | |চেমিকলন দিলে, প্ৰগ্ৰেম এক্সিকিউচনৰ সময়ত চিনটেক্স ইৰ'ৰ পাম । | + | |চেমিকলন দিলে, প্ৰগ্ৰেম এক্সিকিউচনৰ সময়ত চিনটেক্স ইৰ'ৰ পাম । |
|- | |- | ||
Line 185: | Line 169: | ||
|- | |- | ||
|03.16 | |03.16 | ||
− | | লিপিৰ অন্তৰ্গত প্ৰথম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে '''BEGIN''' ব্লক | + | | লিপিৰ অন্তৰ্গত প্ৰথম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে '''BEGIN''' ব্লক স্তেটমেন্টে প্ৰীন্ট হোৱাৰ পাছত প্ৰীন্ট হয় । |
|- | |- | ||
Line 201: | Line 185: | ||
|- | |- | ||
| 03.40 | | 03.40 | ||
− | | | + | |ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত ''' BEGIN''' ব্লকৰ স্হানৰ হয় |
− | ই পাৰ্ল লিপিৰ অন্তৰ্গত ''' BEGIN''' ব্লকৰ স্হানৰ | + | |
|- | |- | ||
Line 226: | Line 209: | ||
|- | |- | ||
|04.17 | |04.17 | ||
− | |এখন পাৰ্ল লিপিৰ অন্তৰ্গত বহু কেইটা ''' END ব্লক''' থাকিব পাৰে | + | |এখন পাৰ্ল লিপিৰ অন্তৰ্গত বহু কেইটা ''' END ব্লক''' থাকিব পাৰে |
|- | |- | ||
|04.21 | |04.21 | ||
− | |এই ব্লক সমূহ বাখ্যা কৰা ঠিক বিপৰীত ক্ৰমে এক্সিকিউত হ'ব । | + | |এই ব্লক সমূহ বাখ্যা কৰা ঠিক বিপৰীত ক্ৰমে এক্সিকিউত হ'ব । |
|- | |- | ||
Line 238: | Line 221: | ||
|- | |- | ||
|04.30 | |04.30 | ||
− | |‘‘END ব্লক''ৰ চিনটেক্স হৈছে | + | |‘‘END ব্লক''ৰ চিনটেক্স হৈছে |
|- | |- | ||
Line 250: | Line 233: | ||
|- | |- | ||
|04.40 | |04.40 | ||
− | |পাৰ্ল লিপিৰ অন্তত এক্সিকিউত হ'বলগীয়া ক'ড | + | |পাৰ্ল লিপিৰ অন্তত এক্সিকিউত হ'বলগীয়া ক'ড |
|- | |- | ||
|04.45 | |04.45 | ||
− | |এন্টাৰ প্ৰেছ কৰক | + | |এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 266: | Line 245: | ||
|- | |- | ||
|04.53 | |04.53 | ||
− | |টাৰমিনেল খোলক আৰু টাইপ কৰক | + | |টাৰমিনেল খোলক আৰু টাইপ কৰক |
|- | |- | ||
Line 278: | Line 257: | ||
|- | |- | ||
|05.03 | |05.03 | ||
− | |ই, | + | |ই, যিএদিতত ‘‘endBlock dot pl'' ফাইল খন খোলিব |
|- | |- | ||
Line 302: | Line 281: | ||
|- | |- | ||
|05.34 | |05.34 | ||
− | |চেমিকলন দিলে, কম্পাইলেচনৰ সময়ত চিনটেক্স ইৰ'ৰ হ'ব । | + | |চেমিকলন দিলে, কম্পাইলেচনৰ সময়ত চিনটেক্স ইৰ'ৰ হ'ব । |
|- | |- | ||
Line 310: | Line 289: | ||
|- | |- | ||
| 05.45 | | 05.45 | ||
− | |এতিয়া | + | |এতিয়া টাৰমিনেললৈ যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
|- | |- | ||
Line 346: | Line 325: | ||
|- | |- | ||
|06.29 | |06.29 | ||
− | |ই পাৰ্ল লিপিৰ অন্তৰ্গত ''' END''' ব্লকৰ স্হানৰ হয় | + | |ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত ''' END''' ব্লকৰ স্হানৰ হয় |
|- | |- | ||
|06.36 | |06.36 | ||
− | |‘‘Last In First Out''-এই পেটাৰ্ণ অনুসৰি ‘‘END'' ব্লক এক্সিকিউত হয় | + | |‘‘Last In First Out''-এই পেটাৰ্ণ অনুসৰি ‘‘END'' ব্লক এক্সিকিউত হয় |
|- | |- | ||
|06.41 | |06.41 | ||
|‘‘END'' ব্লকে প্ৰগ্ৰেমত ব্যৱহাৰ হোৱা অবজেক্ট সমূহ ধংস কৰে । | |‘‘END'' ব্লকে প্ৰগ্ৰেমত ব্যৱহাৰ হোৱা অবজেক্ট সমূহ ধংস কৰে । | ||
− | + | ||
|- | |- | ||
|06.49 | |06.49 | ||
Line 422: | Line 401: | ||
|- | |- | ||
|08.03 | |08.03 | ||
− | |এন্টাৰ প্ৰেছ কৰক | + | |এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
|08.07 | |08.07 | ||
− | |এন্টাৰ প্ৰেছ কৰক | + | |এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 446: | Line 417: | ||
|- | |- | ||
|08.20 | |08.20 | ||
− | |এন্টাৰ প্ৰেছ কৰক | + | |এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 462: | Line 429: | ||
|- | |- | ||
|08.28 | |08.28 | ||
− | |নিজৰ পাৰ্ল লিপিত এই ব্লকছ সমূহৰ ওপৰত এক্সপেৰিমেন্ট কৰিলে বুজিবলৈ সহজ হ'ব | + | |নিজৰ পাৰ্ল লিপিত এই ব্লকছ সমূহৰ ওপৰত এক্সপেৰিমেন্ট কৰিলে বুজিবলৈ সহজ হ'ব |
|- | |- | ||
|08.36 | |08.36 | ||
− | |পৰ্য্যালোচনা কৰো আহক । | + | |পৰ্য্যালোচনা কৰো আহক । আমি এই টিউটৰিয়েলত শিকিলো |
− | + | ||
− | + | ||
− | + | ||
− | + | ||
|- | |- | ||
Line 478: | Line 441: | ||
|- | |- | ||
|08.44 | |08.44 | ||
− | |য়িউনিতচেক( UNITCHECK), চেক ('''CHECK''') আৰু ইনিত(''' INIT ''') ব্লকৰ প্ৰাৰাম্ভিক | + | |য়িউনিতচেক( UNITCHECK), চেক ('''CHECK''') আৰু ইনিত(''' INIT ''') ব্লকৰ প্ৰাৰাম্ভিক |
|- | |- | ||
Line 511: | Line 474: | ||
| 09.14 | | 09.14 | ||
| স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । | ||
− | + | ||
|- | |- | ||
|09.20 | |09.20 | ||
Line 538: | Line 501: | ||
|- | |- | ||
|10.00 | |10.00 | ||
− | | | + | |এই পাঠটো প্ৰগয়ান দ্ৱাৰা যোগদান কৰা হৈছে. অাই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ । |
|- | |- |
Latest revision as of 10:36, 6 March 2017
|
|
---|---|
00.01 | নমস্কাৰ দৰ্শক সকল. পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS) স্পকেন টিউটৰিয়েললৈ স্বাগতম । |
00.06 | এই টিউটৰিয়েলত, পাৰ্লৰ অন্তৰ্গত বিভিন্ন ব্লকছৰ (‘‘BLOCKS) বিষয়ে শিকিম । |
00.13 | মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04"" অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2"" । |
00.21 | মই জিএদিত তেক্সত এডিটৰ ব্যৱহাৰ কৰিম । |
00.26 | আপুনি নিজৰ সুবিধা অণুশৰি যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে । |
00.31 | পাৰ্লৰ ভেৰিয়েবৰ কমেন্টৰ (Variables, Comments) ওপৰত সামান্য জ্ঞান থকা উচিত হ'ব । |
00.38 | পাৰ্লৰ ডাতা স্ত্ৰাকছাৰ বিষয়ত জ্ঞান থকাতো এটা অতিৰিক্ত সুযোগ । |
00.44 | প্রাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ""স্পকেন টিউটৰিয়েল"" ৱেবসাইট পৰিদৰ্শন কৰক । |
00.50 | পাৰ্লে ৫টা বিশেষ ব্লক যোগান ধৰে |
00.53 | এই পাৰ্ল প্ৰগ্ৰেমৰ বিভিন্ন স্ততৰত এই ব্লক সমূহ এক্সিকিউত হয় । |
00.59 | ব্লক সমূহ হৈছে : |
01.01 | আৰম্ভণি( BEGIN)শেষ(END) |
01.03 | য়িউনিতচেক( UNITCHECK) চেক (CHECK) |
01.05 | ইনিত( INIT )এতিয়া আৰম্ভণি( BEGIN) ব্লকৰ পৰা বুজো আহক । |
01.10 | কম্পাইলেচনৰ সময়ত আৰম্ভণি( BEGIN) ব্লক এক্সিকিউত হয় । |
01.15 | সেইবাবে, এই ব্লকৰ ভিতৰত লিখা যিকোনো ক'ড, কম্পাইলেচনৰ সময়ত সৰ্বপ্ৰথমে এক্সিকিউত হয় । |
01.22 | এখন পাৰ্ল লিপিৰ অন্তৰ্গত বিভিন্ন আৰম্ভণি( BEGIN ) ব্লক থাকিব পাৰে । |
01.26 | বাখ্যা কৰা ক্ৰমে এই ব্লক সমূহ এক্সিকিউত হ'ব । |
01.31 | অৰ্থাৎ First define First execute পেটাৰ্নৰ অণুসৰি |
01.35 | BEGIN ব্লকৰ চিনটেক্স হৈছে |
01.40 | BEGIN ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক |
01.45 | এন্টাৰ প্ৰেছ কৰক । |
01.47 | কম্পাইলেচনৰ সময়ত এক্সিকিউত হ'বলগীয়া ক'ড |
01.51 | এন্টাৰ প্ৰেছ কৰক ।কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
01.55 | এতিয়া, BEGIN ব্লকছৰ এটা উদাহৰণ চাও আহক । |
01.59 | টাৰমিনেল খোলক আৰু টাইপ কৰক |
02.02 | gedit beginBlock dot pl এটা স্পেচ ampersand |
02.08 | আৰু এন্টাৰ প্ৰেছ কৰক । |
02.10 | ই, যিএদিটত beginBlock dot pl ফাইল খন খোলিব । |
02.15 | স্ক্রীনত দেখুৱাৰ দৰে কোড খিনি টাইপ কৰক । |
02.20 | লিপিত কি লিখা আছে এইবাৰ চাও আহক । |
02.24 | ইয়াত আমি BEGIN ব্লকছৰ আগে-পাছে কিছু বাক্য প্ৰীন্ট কৰিছো । |
02.31 | একেদৰে, প্ৰতিটো BEGIN ব্লকত মই এটা প্ৰীন্ট স্তেটমেন্ট লিখিছো । |
02.37 | মন কৰিব, মই BEGIN ব্লকছৰ পাছত চেমিকলন দিয়া নাই |
02.42 | চেমিকলন দিলে, প্ৰগ্ৰেম এক্সিকিউচনৰ সময়ত চিনটেক্স ইৰ'ৰ পাম । |
02.49 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক । |
02.53 | এতিয়া টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
02.58 | perl beginBlock dot pl |
03.01 | আৰু এন্টাৰ প্ৰেছ কৰক । |
03.04 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
03.09 | মন কৰিব যে, প্ৰথম BEGIN ব্লকৰ অন্তৰ্গত লিখা বাক্য শাৰী, প্ৰথমে প্ৰীন্ট হয় আৰু |
03.16 | লিপিৰ অন্তৰ্গত প্ৰথম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে BEGIN ব্লক স্তেটমেন্টে প্ৰীন্ট হোৱাৰ পাছত প্ৰীন্ট হয় । |
03.25 | বাখ্যা কৰা ক্ৰমে BEGIN ব্লক সমূহ এক্সিকিউত হ'ব । |
03.31 | এই উদাহৰণৰ পৰা ই নিশ্ছিত যে: |
03.34 | BEGIN ব্লকৰ অন্তৰ্গত ক'ড খিনি প্ৰথমে এক্সিকিউত হয় । |
03.40 | ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত BEGIN ব্লকৰ স্হানৰ হয় |
03.46 | ‘‘BEGIN ব্লক সদায় ‘‘First In First Out' ক্ৰমত এক্সিকিউত হয় । |
03.52 | এই ব্লকৰ আন এটা ব্যৱহাৰ হৈছে, এক্সিকিউচনৰ পূৰ্বে ফাইল এখন পাৰ্ল লিপিৰ অন্তৰ্গত কৰা । |
04.01 | এতিয়া, END ব্লক বুজো আহক । |
04.04 | পাৰ্ল প্ৰগ্ৰেমৰ অন্তত END ব্লক এক্সিকিউত হয়। |
04.09 | প্ৰগ্ৰেম এক্সিকিউচনৰ পাছত, এই ব্লকৰ অন্তৰ্গত ক'ড খিনি এক্সিকিউত হয় । |
04.17 | এখন পাৰ্ল লিপিৰ অন্তৰ্গত বহু কেইটা END ব্লক থাকিব পাৰে |
04.21 | এই ব্লক সমূহ বাখ্যা কৰা ঠিক বিপৰীত ক্ৰমে এক্সিকিউত হ'ব । |
04.26 | অৰ্থাৎ, এই পেটাৰ্ণ অনুসৰি - ‘‘Last define First execute |
04.30 | ‘‘END ব্লকৰ চিনটেক্স হৈছে |
04.35 | ‘‘END ডাঙৰ আখৰত, কাৰ্লী ব্ৰেকেট খোলক |
04.39 | এন্টাৰ প্ৰেছ কৰক |
04.40 | পাৰ্ল লিপিৰ অন্তত এক্সিকিউত হ'বলগীয়া ক'ড |
04.45 | এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
04.49 | এতিয়া ‘‘‘END ব্লকৰ উদাহৰণ চাও আহক । |
04.53 | টাৰমিনেল খোলক আৰু টাইপ কৰক |
04.56 | gedit endBlock dot pl space ampersand |
05.00 | আৰু এন্টাৰ প্ৰেছ কৰক |
05.03 | ই, যিএদিতত ‘‘endBlock dot pl ফাইল খন খোলিব |
05.08 | স্ক্রীনত দেখুৱাৰ দৰে কোড খিনি টাইপ কৰক । |
05.13 | লিপিত কি লিখা আছে এবাৰ চাও আহক । |
05.17 | ইয়াত আমি END ব্লকছৰ আগে-পাছে কিছু বাক্য প্ৰীন্ট কৰিছো । |
05.23 | একেদৰে, প্ৰতিটো END ব্লকত মই এটা প্ৰীন্ট স্তেটমেন্ট লিখিছো । |
05.29 | মন কৰিব যে মই ‘‘END ব্লকৰ পাছত চেমিকলন দিয়া নায় |
05.34 | চেমিকলন দিলে, কম্পাইলেচনৰ সময়ত চিনটেক্স ইৰ'ৰ হ'ব । |
05.41 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক । |
05.45 | এতিয়া টাৰমিনেললৈ যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
05.50 | perl endBlock dot pl |
05.53 | আৰু এন্টাৰ প্ৰেছ কৰক । |
05.55 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
06.00 | মন কৰিব যে, ‘‘END ব্লকৰ অন্তৰ্গত বাক্য শাৰী শেষত প্ৰীন্ট হ'ব । |
06.06 | লিপিৰ অন্তৰ্গত অন্তিম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে END ব্লক স্তেটমেন্ট প্ৰীন্ট হোৱাৰ আগতে প্ৰীন্ট হয় আৰু |
06.13 | বাখ্যা কৰা বিপৰীত ক্ৰমে END ব্লক সমূহ এক্সিকিউত হ'ব । |
06.20 | উদাহৰণৰ পৰা ই নিশ্চিত যে, |
06.23 | ‘‘‘END ব্লকৰ অন্তৰ্গত ক'ড খিনি অন্তত এক্সিকিউত হয় |
06.29 | ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত END ব্লকৰ স্হানৰ হয় |
06.36 | ‘‘Last In First Out-এই পেটাৰ্ণ অনুসৰি ‘‘END ব্লক এক্সিকিউত হয় |
06.41 | ‘‘END ব্লকে প্ৰগ্ৰেমত ব্যৱহাৰ হোৱা অবজেক্ট সমূহ ধংস কৰে । |
06.49 | একেদৰে, পাৰ্লত য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লক আছে । |
06.55 | এই ব্লক সমূহ ডেভেল'পাৰ সকলে নিম্ন হাৰত ব্যৱহাৰ কৰে আৰু বুজিবলৈ অলপ কঠিন । |
07.02 | সেইবাবে মই এই ব্লক সমূহৰ বিষয়ে, চমুকৈ এটা বৰ্ণনা দিম। |
07.06 | য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লক সমূহ ব্যৱহাৰৰ যোগ্য - |
07.10 | মূল প্ৰগ্ৰেমৰ কম্পাইলেচন আৰু এক্সিকিউচন স্তৰৰ মাজত ঘটা পৰিৱৰ্তন বুজিবলৈ আৰু |
07.18 | কম্পাইলেচনৰ পাছত আৰু এক্সিকিউচনৰ আগত কিছুমান চেক অথবা ইনিচিয়ালাইযেচন কৰিবলৈ |
07.24 | য়িউনিতচেক( UNITCHECK) আৰু চেক (CHECK) ব্লক Last in First out পদ্ধতিত চলে |
07.31 | য'ত ইনিত( INIT ) ব্লক সমূহ First In First Out পদ্ধতিত চলে |
07.37 | য়িউনিতচেক( UNITCHECK) ব্লকৰ চিনটেক্স এই ধৰণৰ |
07.41 | য়িউনিতচেক( UNITCHECK) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক |
07.46 | এন্টাৰ প্ৰেছ কৰক |
07.48 | এক্সিকিউত হ'বলগীয়া ক'ড |
07.50 | এন্টাৰ প্ৰেছ কৰক |
07.52 | কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
07.54 | চেক (CHECK) ব্লকৰ চিনটেক্স এই ধৰণৰ |
07.58 | চেক (CHECK) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক |
08.03 | এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড |
08.07 | এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
08.11 | ইনিত( INIT ) ব্লকৰ চিনটেক্স এই ধৰণৰ |
08.15 | ইনিত( INIT ) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক |
08.20 | এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড |
08.24 | এন্টাৰ প্ৰেছ কৰক |
08.26 | কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
08.28 | নিজৰ পাৰ্ল লিপিত এই ব্লকছ সমূহৰ ওপৰত এক্সপেৰিমেন্ট কৰিলে বুজিবলৈ সহজ হ'ব |
08.36 | পৰ্য্যালোচনা কৰো আহক । আমি এই টিউটৰিয়েলত শিকিলো |
08.40 | BEGIN আৰু END ব্লক বিস্তাৰত আৰু |
08.44 | য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লকৰ প্ৰাৰাম্ভিক |
08.48 | চেম্পল প্ৰগ্ৰেমৰ সহায়ত |
08.52 | ইয়াত এটা কাৰ্য্য আছে - |
08.54 | এখন পাৰ্ল লিপিৰ অন্তৰ্গত তলৰ ক'ড খিনি টাইপ কৰক |
08.58 | লিপি খন এক্সিকিউত কৰক আৰু আওতপুতলৈ মন কৰিব |
09.02 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
09.06 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
09.09 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
09.14 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
09.20 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
09.24 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
09.32 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
09.37 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
09.45 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
09.57 | আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব |
10.00 | এই পাঠটো প্ৰগয়ান দ্ৱাৰা যোগদান কৰা হৈছে. অাই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ । |
10.02 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |