PERL/C2/Blocks-in-Perl/Assamese
From Script | Spoken-Tutorial
| |
|
|---|---|
| 00.01 | নমস্কাৰ দৰ্শক সকল. পাৰ্লৰ অন্তৰ্গত, ব্লকছৰ(‘‘ BLOCKS) স্পকেন টিউটৰিয়েললৈ স্বাগতম । |
| 00.06 | এই টিউটৰিয়েলত, পাৰ্লৰ অন্তৰ্গত বিভিন্ন ব্লকছৰ (‘‘BLOCKS) বিষয়ে শিকিম । |
| 00.13 | মই ব্যৱহাৰ কৰিছো ""উবুন্তু লিনাক্স 12.04"" অপাৰেটিং সিস্টেম আৰু ""পার্ল 5.14.2"" । |
| 00.21 | মই জিএদিত তেক্সত এডিটৰ ব্যৱহাৰ কৰিম । |
| 00.26 | আপুনি নিজৰ সুবিধা অণুশৰি যিকোনো টেক্সট এডিটৰ ব্যৱহাৰ কৰিব পাৰে । |
| 00.31 | পাৰ্লৰ ভেৰিয়েবৰ কমেন্টৰ (Variables, Comments) ওপৰত সামান্য জ্ঞান থকা উচিত হ'ব । |
| 00.38 | পাৰ্লৰ ডাতা স্ত্ৰাকছাৰ বিষয়ত জ্ঞান থকাতো এটা অতিৰিক্ত সুযোগ । |
| 00.44 | প্রাসংগীক টিউটৰিয়েলৰ বাবে আমাৰ ""স্পকেন টিউটৰিয়েল"" ৱেবসাইট পৰিদৰ্শন কৰক । |
| 00.50 | পাৰ্লে ৫টা বিশেষ ব্লক যোগান ধৰে |
| 00.53 | এই পাৰ্ল প্ৰগ্ৰেমৰ বিভিন্ন স্ততৰত এই ব্লক সমূহ এক্সিকিউত হয় । |
| 00.59 | ব্লক সমূহ হৈছে : |
| 01.01 | আৰম্ভণি( BEGIN)শেষ(END) |
| 01.03 | য়িউনিতচেক( UNITCHECK) চেক (CHECK) |
| 01.05 | ইনিত( INIT )এতিয়া আৰম্ভণি( BEGIN) ব্লকৰ পৰা বুজো আহক । |
| 01.10 | কম্পাইলেচনৰ সময়ত আৰম্ভণি( BEGIN) ব্লক এক্সিকিউত হয় । |
| 01.15 | সেইবাবে, এই ব্লকৰ ভিতৰত লিখা যিকোনো ক'ড, কম্পাইলেচনৰ সময়ত সৰ্বপ্ৰথমে এক্সিকিউত হয় । |
| 01.22 | এখন পাৰ্ল লিপিৰ অন্তৰ্গত বিভিন্ন আৰম্ভণি( BEGIN ) ব্লক থাকিব পাৰে । |
| 01.26 | বাখ্যা কৰা ক্ৰমে এই ব্লক সমূহ এক্সিকিউত হ'ব । |
| 01.31 | অৰ্থাৎ First define First execute পেটাৰ্নৰ অণুসৰি |
| 01.35 | BEGIN ব্লকৰ চিনটেক্স হৈছে |
| 01.40 | BEGIN ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক |
| 01.45 | এন্টাৰ প্ৰেছ কৰক । |
| 01.47 | কম্পাইলেচনৰ সময়ত এক্সিকিউত হ'বলগীয়া ক'ড |
| 01.51 | এন্টাৰ প্ৰেছ কৰক ।কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
| 01.55 | এতিয়া, BEGIN ব্লকছৰ এটা উদাহৰণ চাও আহক । |
| 01.59 | টাৰমিনেল খোলক আৰু টাইপ কৰক |
| 02.02 | gedit beginBlock dot pl এটা স্পেচ ampersand |
| 02.08 | আৰু এন্টাৰ প্ৰেছ কৰক । |
| 02.10 | ই, যিএদিটত beginBlock dot pl ফাইল খন খোলিব । |
| 02.15 | স্ক্রীনত দেখুৱাৰ দৰে কোড খিনি টাইপ কৰক । |
| 02.20 | লিপিত কি লিখা আছে এইবাৰ চাও আহক । |
| 02.24 | ইয়াত আমি BEGIN ব্লকছৰ আগে-পাছে কিছু বাক্য প্ৰীন্ট কৰিছো । |
| 02.31 | একেদৰে, প্ৰতিটো BEGIN ব্লকত মই এটা প্ৰীন্ট স্তেটমেন্ট লিখিছো । |
| 02.37 | মন কৰিব, মই BEGIN ব্লকছৰ পাছত চেমিকলন দিয়া নাই |
| 02.42 | চেমিকলন দিলে, প্ৰগ্ৰেম এক্সিকিউচনৰ সময়ত চিনটেক্স ইৰ'ৰ পাম । |
| 02.49 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক । |
| 02.53 | এতিয়া টাৰমিনেল যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
| 02.58 | perl beginBlock dot pl |
| 03.01 | আৰু এন্টাৰ প্ৰেছ কৰক । |
| 03.04 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
| 03.09 | মন কৰিব যে, প্ৰথম BEGIN ব্লকৰ অন্তৰ্গত লিখা বাক্য শাৰী, প্ৰথমে প্ৰীন্ট হয় আৰু |
| 03.16 | লিপিৰ অন্তৰ্গত প্ৰথম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে BEGIN ব্লক স্তেটমেন্টে প্ৰীন্ট হোৱাৰ পাছত প্ৰীন্ট হয় । |
| 03.25 | বাখ্যা কৰা ক্ৰমে BEGIN ব্লক সমূহ এক্সিকিউত হ'ব । |
| 03.31 | এই উদাহৰণৰ পৰা ই নিশ্ছিত যে: |
| 03.34 | BEGIN ব্লকৰ অন্তৰ্গত ক'ড খিনি প্ৰথমে এক্সিকিউত হয় । |
| 03.40 | ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত BEGIN ব্লকৰ স্হানৰ হয় |
| 03.46 | ‘‘BEGIN ব্লক সদায় ‘‘First In First Out' ক্ৰমত এক্সিকিউত হয় । |
| 03.52 | এই ব্লকৰ আন এটা ব্যৱহাৰ হৈছে, এক্সিকিউচনৰ পূৰ্বে ফাইল এখন পাৰ্ল লিপিৰ অন্তৰ্গত কৰা । |
| 04.01 | এতিয়া, END ব্লক বুজো আহক । |
| 04.04 | পাৰ্ল প্ৰগ্ৰেমৰ অন্তত END ব্লক এক্সিকিউত হয়। |
| 04.09 | প্ৰগ্ৰেম এক্সিকিউচনৰ পাছত, এই ব্লকৰ অন্তৰ্গত ক'ড খিনি এক্সিকিউত হয় । |
| 04.17 | এখন পাৰ্ল লিপিৰ অন্তৰ্গত বহু কেইটা END ব্লক থাকিব পাৰে |
| 04.21 | এই ব্লক সমূহ বাখ্যা কৰা ঠিক বিপৰীত ক্ৰমে এক্সিকিউত হ'ব । |
| 04.26 | অৰ্থাৎ, এই পেটাৰ্ণ অনুসৰি - ‘‘Last define First execute |
| 04.30 | ‘‘END ব্লকৰ চিনটেক্স হৈছে |
| 04.35 | ‘‘END ডাঙৰ আখৰত, কাৰ্লী ব্ৰেকেট খোলক |
| 04.39 | এন্টাৰ প্ৰেছ কৰক |
| 04.40 | পাৰ্ল লিপিৰ অন্তত এক্সিকিউত হ'বলগীয়া ক'ড |
| 04.45 | এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
| 04.49 | এতিয়া ‘‘‘END ব্লকৰ উদাহৰণ চাও আহক । |
| 04.53 | টাৰমিনেল খোলক আৰু টাইপ কৰক |
| 04.56 | gedit endBlock dot pl space ampersand |
| 05.00 | আৰু এন্টাৰ প্ৰেছ কৰক |
| 05.03 | ই, যিএদিতত ‘‘endBlock dot pl ফাইল খন খোলিব |
| 05.08 | স্ক্রীনত দেখুৱাৰ দৰে কোড খিনি টাইপ কৰক । |
| 05.13 | লিপিত কি লিখা আছে এবাৰ চাও আহক । |
| 05.17 | ইয়াত আমি END ব্লকছৰ আগে-পাছে কিছু বাক্য প্ৰীন্ট কৰিছো । |
| 05.23 | একেদৰে, প্ৰতিটো END ব্লকত মই এটা প্ৰীন্ট স্তেটমেন্ট লিখিছো । |
| 05.29 | মন কৰিব যে মই ‘‘END ব্লকৰ পাছত চেমিকলন দিয়া নায় |
| 05.34 | চেমিকলন দিলে, কম্পাইলেচনৰ সময়ত চিনটেক্স ইৰ'ৰ হ'ব । |
| 05.41 | ফাইল সংৰক্ষণ কৰিবলৈ Ctrl+S প্ৰেছ কৰক । |
| 05.45 | এতিয়া টাৰমিনেললৈ যাওক আৰু লিপি খন এইধৰণে এক্সিকিউত কৰক- |
| 05.50 | perl endBlock dot pl |
| 05.53 | আৰু এন্টাৰ প্ৰেছ কৰক । |
| 05.55 | টাৰমিনেলত আমি আওতপুত দেখা পাম । |
| 06.00 | মন কৰিব যে, ‘‘END ব্লকৰ অন্তৰ্গত বাক্য শাৰী শেষত প্ৰীন্ট হ'ব । |
| 06.06 | লিপিৰ অন্তৰ্গত অন্তিম প্ৰীন্ট স্তেটমেন্ট দৰাচলতে END ব্লক স্তেটমেন্ট প্ৰীন্ট হোৱাৰ আগতে প্ৰীন্ট হয় আৰু |
| 06.13 | বাখ্যা কৰা বিপৰীত ক্ৰমে END ব্লক সমূহ এক্সিকিউত হ'ব । |
| 06.20 | উদাহৰণৰ পৰা ই নিশ্চিত যে, |
| 06.23 | ‘‘‘END ব্লকৰ অন্তৰ্গত ক'ড খিনি অন্তত এক্সিকিউত হয় |
| 06.29 | ই নিৰ্বিশেষ পাৰ্ল লিপিৰ অন্তৰ্গত END ব্লকৰ স্হানৰ হয় |
| 06.36 | ‘‘Last In First Out-এই পেটাৰ্ণ অনুসৰি ‘‘END ব্লক এক্সিকিউত হয় |
| 06.41 | ‘‘END ব্লকে প্ৰগ্ৰেমত ব্যৱহাৰ হোৱা অবজেক্ট সমূহ ধংস কৰে । |
| 06.49 | একেদৰে, পাৰ্লত য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লক আছে । |
| 06.55 | এই ব্লক সমূহ ডেভেল'পাৰ সকলে নিম্ন হাৰত ব্যৱহাৰ কৰে আৰু বুজিবলৈ অলপ কঠিন । |
| 07.02 | সেইবাবে মই এই ব্লক সমূহৰ বিষয়ে, চমুকৈ এটা বৰ্ণনা দিম। |
| 07.06 | য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লক সমূহ ব্যৱহাৰৰ যোগ্য - |
| 07.10 | মূল প্ৰগ্ৰেমৰ কম্পাইলেচন আৰু এক্সিকিউচন স্তৰৰ মাজত ঘটা পৰিৱৰ্তন বুজিবলৈ আৰু |
| 07.18 | কম্পাইলেচনৰ পাছত আৰু এক্সিকিউচনৰ আগত কিছুমান চেক অথবা ইনিচিয়ালাইযেচন কৰিবলৈ |
| 07.24 | য়িউনিতচেক( UNITCHECK) আৰু চেক (CHECK) ব্লক Last in First out পদ্ধতিত চলে |
| 07.31 | য'ত ইনিত( INIT ) ব্লক সমূহ First In First Out পদ্ধতিত চলে |
| 07.37 | য়িউনিতচেক( UNITCHECK) ব্লকৰ চিনটেক্স এই ধৰণৰ |
| 07.41 | য়িউনিতচেক( UNITCHECK) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক |
| 07.46 | এন্টাৰ প্ৰেছ কৰক |
| 07.48 | এক্সিকিউত হ'বলগীয়া ক'ড |
| 07.50 | এন্টাৰ প্ৰেছ কৰক |
| 07.52 | কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
| 07.54 | চেক (CHECK) ব্লকৰ চিনটেক্স এই ধৰণৰ |
| 07.58 | চেক (CHECK) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক |
| 08.03 | এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড |
| 08.07 | এন্টাৰ প্ৰেছ কৰক কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
| 08.11 | ইনিত( INIT ) ব্লকৰ চিনটেক্স এই ধৰণৰ |
| 08.15 | ইনিত( INIT ) ডাঙৰ আখৰত, এটা স্পেচ, কাৰ্লী ব্ৰেকেট খোলক |
| 08.20 | এন্টাৰ প্ৰেছ কৰক এক্সিকিউত হ'বলগীয়া ক'ড |
| 08.24 | এন্টাৰ প্ৰেছ কৰক |
| 08.26 | কাৰ্লী ব্ৰেকেট বন্ধ কৰক |
| 08.28 | নিজৰ পাৰ্ল লিপিত এই ব্লকছ সমূহৰ ওপৰত এক্সপেৰিমেন্ট কৰিলে বুজিবলৈ সহজ হ'ব |
| 08.36 | পৰ্য্যালোচনা কৰো আহক । আমি এই টিউটৰিয়েলত শিকিলো |
| 08.40 | BEGIN আৰু END ব্লক বিস্তাৰত আৰু |
| 08.44 | য়িউনিতচেক( UNITCHECK), চেক (CHECK) আৰু ইনিত( INIT ) ব্লকৰ প্ৰাৰাম্ভিক |
| 08.48 | চেম্পল প্ৰগ্ৰেমৰ সহায়ত |
| 08.52 | ইয়াত এটা কাৰ্য্য আছে - |
| 08.54 | এখন পাৰ্ল লিপিৰ অন্তৰ্গত তলৰ ক'ড খিনি টাইপ কৰক |
| 08.58 | লিপি খন এক্সিকিউত কৰক আৰু আওতপুতলৈ মন কৰিব |
| 09.02 | তলৰ সংযোগত থকা ভিদিয়তো চাওক । |
| 09.06 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে । |
| 09.09 | যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে । |
| 09.14 | স্পকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে । |
| 09.20 | এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে । |
| 09.24 | অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org |
| 09.32 | স্পকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ । |
| 09.37 | ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় । |
| 09.45 | এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব spoken hyphen tutorial dot org slash NMEICT hyphen Intro |
| 09.57 | আশা কৰিছো আপুনি এই পাৰ্ল টিউটৰিয়েলটো ভাল পাব |
| 10.00 | এই পাঠটো প্ৰগয়ান দ্ৱাৰা যোগদান কৰা হৈছে. অাই আই টি বম্বেৰ পৰা মই মৌচুমী মেধী বিদায় লৈছো. যোগদানৰ বাবে ধনয়বাদ । |
| 10.02 | যোগ দিয়াৰ বাবে ধণ্যবাদ । |