Difference between revisions of "PERL/C2/Array-functions/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(4 intermediate revisions by 2 users not shown)
Line 1: Line 1:
 
{| border=1
 
{| border=1
! <center>'''Visual Cue'''</center>
+
| '''Time'''
! <center>'''Narration'''</center>
+
| '''Narration'''
 
   
 
   
 
|-
 
|-
| 00.01
+
| 00:01
 
| পার্ল  (Perl) ত এৰে ফাংছন (Array Function) ৰ নির্দেশনা (Tutorial) লৈ আপোনালোক ক স্বাগতম ।  
 
| পার্ল  (Perl) ত এৰে ফাংছন (Array Function) ৰ নির্দেশনা (Tutorial) লৈ আপোনালোক ক স্বাগতম ।  
  
 
|-
 
|-
| 00.06
+
| 00:06
 
| এই নির্দেশনা (Tutorial) ত আপোনালোকে  পার্ল  (Perl) ত এৰে ফাংছন (Array Function), যেনে
 
| এই নির্দেশনা (Tutorial) ত আপোনালোকে  পার্ল  (Perl) ত এৰে ফাংছন (Array Function), যেনে
  
 
|-
 
|-
|00.11
+
|00:11
|( পুছ )
+
|push ( পুছ )pop ( প’প )shift ( ছিফ্ট )
 
   
 
   
 
|-
 
|-
|00.11
+
| 00:14
| ( প’প )
+
|unshift ( আন-ছিফ্ট )split ( চপ্লিত )
 
+
|-
+
|00.12
+
| ( ছিফ্ট )
+
+
|-
+
| 00.14
+
|  ( আন-ছিফ্ট )
+
 
+
 
+
|-
+
| 00.15
+
| ( চপ্লিত )
+
 
+
|-
+
| 00.16
+
|  ( চপ্লাইছ )
+
 
+
|-
+
| 00.17
+
|  ( যইন )
+
  
 
|-
 
|-
| 00.18
+
| 00:16
|  ( চর্ত )
+
|splice  ( চপ্লাইছ )join   ( যইন )
  
 
|-
 
|-
| 00.19
+
| 00:18
| ( কিউ-ডাব্লিউ )
+
|sort  ( চর্ত )qw( কিউ-ডাব্লিউ )
  
 
|-
 
|-
|00.20
+
|00:20
 
| মই ইয়াত  “Ubuntu Linux12.04” আৰু  “Perl 5.14.2” ব্যবহাৰ কৰিছো ।
 
| মই ইয়াত  “Ubuntu Linux12.04” আৰু  “Perl 5.14.2” ব্যবহাৰ কৰিছো ।
 
   
 
   
 
|-
 
|-
|00.28
+
|00:28
 
| মই আৰু  “gedit” নামৰ Text Editor ও ব্যৱহাৰ কৰিছো ।
 
| মই আৰু  “gedit” নামৰ Text Editor ও ব্যৱহাৰ কৰিছো ।
  
 
|-
 
|-
| 00.32
+
| 00:32
 
| আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে  Text Editor  ব্যৱহাৰ কৰিব পাৰে ।
 
| আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে  Text Editor  ব্যৱহাৰ কৰিব পাৰে ।
 
   
 
   
 
|-
 
|-
|00.36
+
|00:36
 
| ইয়াৰ বাবে আপোনাৰ  Perl ৰ  “Variables Data Structures”  আৰু  “Array”  ৰ সাধাৰণ জ্ঞান থকা উচিত ।  
 
| ইয়াৰ বাবে আপোনাৰ  Perl ৰ  “Variables Data Structures”  আৰু  “Array”  ৰ সাধাৰণ জ্ঞান থকা উচিত ।  
  
 
|-
 
|-
|00.43
+
|00:43
 
| “Conditions, loops” আৰু  “Conditional Statements” ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই ।
 
| “Conditions, loops” আৰু  “Conditional Statements” ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই ।
 
   
 
   
 
|-
 
|-
|00.48
+
|00:48
 
| আপোনালোকে বাণী নির্দেশনা (Spoken Tutorial) ৱেব্ছাইট ত থকা  “Spoken Tutorial”  চাব ।
 
| আপোনালোকে বাণী নির্দেশনা (Spoken Tutorial) ৱেব্ছাইট ত থকা  “Spoken Tutorial”  চাব ।
  
 
|-
 
|-
|00.54
+
|00:54
 
| Perl ত কিছুমান আগৰে পৰা থকা ফাংছন (Function)  পোৱা যায় ।
 
| Perl ত কিছুমান আগৰে পৰা থকা ফাংছন (Function)  পোৱা যায় ।
  
 
|-
 
|-
|00.57
+
|00:57
 
| এই “Function” সমূহে  “Array” ত বহু ধৰণৰ কাম কৰিব পাৰে ।
 
| এই “Function” সমূহে  “Array” ত বহু ধৰণৰ কাম কৰিব পাৰে ।
  
 
|-
 
|-
| 01.02
+
| 01:02
 
| প্রথমতে আমি কেনেদৰে এলিমেন্ট (Element)  সমুহ  “Array”  ৰ সহায়ত  বহাব  আৰু গুচাব পাৰি তকে শিকিম ।
 
| প্রথমতে আমি কেনেদৰে এলিমেন্ট (Element)  সমুহ  “Array”  ৰ সহায়ত  বহাব  আৰু গুচাব পাৰি তকে শিকিম ।
  
 
|-
 
|-
|01.08
+
|01:08
 
| এয়া কৰা হয় এনেদৰে :-
 
| এয়া কৰা হয় এনেদৰে :-
  
 
|-
 
|-
|01.10
+
|01:10
 
  | “Array” ৰ শেষৰ থাইত  “Push Function” সহায়ত একোটা এলিমেন্ট (Element) বহুৱা হয় ।
 
  | “Array” ৰ শেষৰ থাইত  “Push Function” সহায়ত একোটা এলিমেন্ট (Element) বহুৱা হয় ।
 
   
 
   
 
|-
 
|-
|01.15
+
|01:15
 
| আৰু “Array” ৰ শেষৰ থাইৰ পৰা  “Pop Function” সহায়ত একোটা এলিমেন্ট (Element) গুচোৱা হয় ।
 
| আৰু “Array” ৰ শেষৰ থাইৰ পৰা  “Pop Function” সহায়ত একোটা এলিমেন্ট (Element) গুচোৱা হয় ।
  
 
|-
 
|-
|01.21
+
|01:21
 
| প্রথমতে আমি এটা  উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত কেনেদৰে  “Push”  আৰু “Pop Fuction”  ব্যৱহাৰ কৰা হয় তাক যানিম ।
 
| প্রথমতে আমি এটা  উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত কেনেদৰে  “Push”  আৰু “Pop Fuction”  ব্যৱহাৰ কৰা হয় তাক যানিম ।
 
   
 
   
 
|-
 
|-
|01.26
+
|01:26
 
| Terminal খোলক আৰু টাইপ কৰক  “gedit perlArray dot pl space ampersand” ।
 
| Terminal খোলক আৰু টাইপ কৰক  “gedit perlArray dot pl space ampersand” ।
 
   
 
   
 
|-
 
|-
|01.33
+
|01:33
 
| আৰু প্রেছ  (Press)  কৰক  “Enter” ।
 
| আৰু প্রেছ  (Press)  কৰক  “Enter” ।
  
 
|-
 
|-
| 01.36
+
| 01:36
 
| ই  “gedit”  ত  “perlArray dot pl”  নামৰ ফাইল  (File)  এটা  খুলিব ।
 
| ই  “gedit”  ত  “perlArray dot pl”  নামৰ ফাইল  (File)  এটা  খুলিব ।
  
 
|-
 
|-
|01.41
+
|01:41
 
| স্ক্রিন  (Screen)  ত দেখুৱাৰ দৰে কোড  (Code)  টাইপ  (Type)  কৰক ।
 
| স্ক্রিন  (Screen)  ত দেখুৱাৰ দৰে কোড  (Code)  টাইপ  (Type)  কৰক ।
 
   
 
   
 
|-
 
|-
|01.45
+
|01:45
 
| ইয়াত আমি  “Array”  ৰ  দৈর্ঘ্য ৩ বুলি কৈ দিছো ।
 
| ইয়াত আমি  “Array”  ৰ  দৈর্ঘ্য ৩ বুলি কৈ দিছো ।
  
 
|-
 
|-
| 01.50
+
| 01:50
 
|  “Array” ৰ শেষৰ স্থান ত  “Push Function” এ এটা এলিমেন্ট (Element) বহুৱাব, অর্থাত ৩ ৰ পিছত ।
 
|  “Array” ৰ শেষৰ স্থান ত  “Push Function” এ এটা এলিমেন্ট (Element) বহুৱাব, অর্থাত ৩ ৰ পিছত ।
  
 
|-
 
|-
|01.57
+
|01:57
 
| “Array” ৰ শেষৰ থাইৰ পৰা  “Pop Function” এ এটা এলিমেন্ট (Element) গুচাব ।
 
| “Array” ৰ শেষৰ থাইৰ পৰা  “Pop Function” এ এটা এলিমেন্ট (Element) গুচাব ।
 
   
 
   
 
|-
 
|-
|02.04
+
|02:04
 
| আমাৰ এই পৰিস্থিতি ত চতুর্থ টো  “Array”  ৰ পৰা গুচাই দিয়া হব ।
 
| আমাৰ এই পৰিস্থিতি ত চতুর্থ টো  “Array”  ৰ পৰা গুচাই দিয়া হব ।
 
   
 
   
 
|-
 
|-
|02.08
+
|02:08
 
| সংৰক্ষন  (Save)  কৰিবলৈ টিপক  “ctrl + s” ।
 
| সংৰক্ষন  (Save)  কৰিবলৈ টিপক  “ctrl + s” ।
 
   
 
   
 
|-
 
|-
|02.11
+
|02:11
 
| “push function” এ  ২ টা “arguments” লয় ।
 
| “push function” এ  ২ টা “arguments” লয় ।
 
   
 
   
 
|-
 
|-
|02.14
+
|02:14
  
 
| “1st Argument”  ৰ পৰা  “push function”, হ’ল এটা  “Array”  যিয়ে  একোটাকৈ  “Element”  বহুৰাব ।
 
| “1st Argument”  ৰ পৰা  “push function”, হ’ল এটা  “Array”  যিয়ে  একোটাকৈ  “Element”  বহুৰাব ।
  
 
|-
 
|-
|02.20
+
|02:20
 
| “2nd argument” হ’ল এটা  “Element” যাক “push” কৰা হব  “Array” লৈ ।
 
| “2nd argument” হ’ল এটা  “Element” যাক “push” কৰা হব  “Array” লৈ ।
  
 
|-
 
|-
|02.25
+
|02:25
| “Pop function” ৰ বাক্যবিন্যাস (Syntex) সমুহ তলত দিয়া হ’ল :-
+
| “Pop function” ৰ বাক্যবিন্যাস (Syntax) সমুহ তলত দিয়া হ’ল :-
  
 
|-
 
|-
|02.29
+
|02:29
 
| “pop function” এ অকল এটাহে  “argument” লয় ।
 
| “pop function” এ অকল এটাহে  “argument” লয় ।
 
   
 
   
 
|-
 
|-
|02.32
+
|02:32
 
| ই হ’ল একপ্রকাৰৰ  “Array” য’ৰ পৰা এটাকৈ “Element” গুচাব ।
 
| ই হ’ল একপ্রকাৰৰ  “Array” য’ৰ পৰা এটাকৈ “Element” গুচাব ।
 
   
 
   
 
|-
 
|-
|02.36
+
|02:36
 
| মনত ৰাখিব যে এই ফাংচন সমুহ  “Array” ৰ শেষৰ স্থান ত হে কাম কৰিব ।
 
| মনত ৰাখিব যে এই ফাংচন সমুহ  “Array” ৰ শেষৰ স্থান ত হে কাম কৰিব ।
  
 
|-
 
|-
|02.41
+
|02:41
 
| “pop function” এ যিবোৰ এলিমেন্ট (Element) গুচাই দিছিল, সেই বোৰ বেলেগ এটা ভেৰিএবল (Variable)  ৰ পৰা পোৱা যাব ।
 
| “pop function” এ যিবোৰ এলিমেন্ট (Element) গুচাই দিছিল, সেই বোৰ বেলেগ এটা ভেৰিএবল (Variable)  ৰ পৰা পোৱা যাব ।
  
 
|-
 
|-
|02.46
+
|02:46
| ইয়াৰ বাবে বাক্যবিন্যাস (Syntex)  টো হ’ল :-  “$variable space = space pop open bracket @myArray close bracket”
+
| ইয়াৰ বাবে বাক্যবিন্যাস (Syntax)  টো হ’ল :-  “$variable space = space pop open bracket @myArray close bracket”
  
 
|-
 
|-
|02.57
+
|02:57
 
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু  সম্পন্ন (Execute) কৰক “Perl Script”  
 
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু  সম্পন্ন (Execute) কৰক “Perl Script”  
  
 
|-
 
|-
|03.01
+
|03:01
 
| টাইপ কৰক  “perl perlArray dot pl” আৰু  “Enter” কৰক ।
 
| টাইপ কৰক  “perl perlArray dot pl” আৰু  “Enter” কৰক ।
 
   
 
   
 
|-
 
|-
|  03.07
+
|  03:07
 
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব ।
 
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব ।
 
   
 
   
 
|-
 
|-
| 03.11
+
| 03:11
 
| এতিয়া আমি কেনেদৰে  “Array”  ৰ প্রথম স্থানত  এলিমেন্ট (Element)  এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম ।
 
| এতিয়া আমি কেনেদৰে  “Array”  ৰ প্রথম স্থানত  এলিমেন্ট (Element)  এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম ।
 
   
 
   
 
|-
 
|-
| 03.18
+
| 03:18
 
| ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয় :-
 
| ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয় :-
 
   
 
   
 
|-
 
|-
|03.20
+
|03:20
 
| “unshift function”- যিয়ে  এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাই ।
 
| “unshift function”- যিয়ে  এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাই ।
 
   
 
   
 
|-
 
|-
|03.25
+
|03:25
 
| “shift function”- যিয়ে প্রথম  এলিমেন্ট (Element) টো “Array” ৰ  পৰা আতৰাই দিয়ে ।
 
| “shift function”- যিয়ে প্রথম  এলিমেন্ট (Element) টো “Array” ৰ  পৰা আতৰাই দিয়ে ।
 
   
 
   
 
|-
 
|-
|  03.31
+
|  03:31
 
| আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
 
| আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
 
|-
 
|-
|03.35
+
|03:35
 
| মই এতিয়া  “perlArray dot pl”  ফাইল (File) টো খুলিম, যাক মই আগতেই বনাই থৈছিলো ।
 
| মই এতিয়া  “perlArray dot pl”  ফাইল (File) টো খুলিম, যাক মই আগতেই বনাই থৈছিলো ।
 
   
 
   
 
|-
 
|-
|  03.39
+
|  03:39
 
| স্ক্রিন (Screen) ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক -
 
| স্ক্রিন (Screen) ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক -
 
   
 
   
 
|-
 
|-
|  03.43
+
|  03:43
 
|  “unshift function”য়ে  এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাব, অর্থাত ১ ৰ আগত ।  
 
|  “unshift function”য়ে  এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাব, অর্থাত ১ ৰ আগত ।  
 
|-
 
|-
|  03.52
+
|  03:52
 
|  “shift function”য়ে  এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানৰ পৰা আতৰাব ।  
 
|  “shift function”য়ে  এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানৰ পৰা আতৰাব ।  
 
   
 
   
 
|-
 
|-
| 03.57
+
| 03:57
 
| আমাৰ ক্ষেত্রত, “শুণ্য”  টো গুচোৱা হব ।  
 
| আমাৰ ক্ষেত্রত, “শুণ্য”  টো গুচোৱা হব ।  
  
 
|-
 
|-
| 04.00
+
| 04:00
 
| সংৰক্ষন  (Save)  কৰিবলৈ টিপক  “ctrl + s” ।
 
| সংৰক্ষন  (Save)  কৰিবলৈ টিপক  “ctrl + s” ।
  
 
|-
 
|-
|04.03
+
|04:03
 
| “unshift function” এ  ২ টা “arguments” লয় ।
 
| “unshift function” এ  ২ টা “arguments” লয় ।
 
   
 
   
 
|-
 
|-
|04.06
+
|04:06
 
| “1st Argument” হ’ল এটা  “Array”  যিয়ে  একোটাকৈ  “Element”  বহুৰাব ।
 
| “1st Argument” হ’ল এটা  “Array”  যিয়ে  একোটাকৈ  “Element”  বহুৰাব ।
  
 
|-
 
|-
|04.10
+
|04:10
 
| “2nd Argument” হ’ল এটা  “Element”  যাক  “Array” ত  বহুৱা হ’ব ।
 
| “2nd Argument” হ’ল এটা  “Element”  যাক  “Array” ত  বহুৱা হ’ব ।
  
 
|-
 
|-
|04.15
+
|04:15
 
| “Shift Function” এ মাত্র এটা  “argument”  লব পাৰে ।  
 
| “Shift Function” এ মাত্র এটা  “argument”  লব পাৰে ।  
  
 
|-
 
|-
|04.18
+
|04:18
 
| ই হ’ল এটা  “Array”  য’ৰ পৰা  “Element”  বোৰ গুচাব লাগে ।
 
| ই হ’ল এটা  “Array”  য’ৰ পৰা  “Element”  বোৰ গুচাব লাগে ।
 
   
 
   
 
|-
 
|-
| 04.22
+
| 04:22
 
| মনত ৰাখিব : দুয়োটা ফাংচনে  ৰ প্রথম স্থান (First position) ত কাম কৰে ।
 
| মনত ৰাখিব : দুয়োটা ফাংচনে  ৰ প্রথম স্থান (First position) ত কাম কৰে ।
  
 
|-
 
|-
| 04.27
+
| 04:27
 
| আমি কিছু ভেৰিএবল (Variable) ৰ পৰা  “shift function”  গুচাই  এলিমেন্ট (Element)  সমুহ গোটাই লব পাৰো ।
 
| আমি কিছু ভেৰিএবল (Variable) ৰ পৰা  “shift function”  গুচাই  এলিমেন্ট (Element)  সমুহ গোটাই লব পাৰো ।
 
   
 
   
 
|-
 
|-
|04.33
+
|04:33
 
| ইয়াৰ বাবে বাক্যবিন্যাস (Syntex)  টো হ’ল : “- $variable space =  space shift open bracket @myArray close bracket”
 
| ইয়াৰ বাবে বাক্যবিন্যাস (Syntex)  টো হ’ল : “- $variable space =  space shift open bracket @myArray close bracket”
 
   
 
   
 
|-
 
|-
|04.44
+
|04:44
 
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু  সম্পন্ন (Execute) কৰক “Perl Script”
 
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু  সম্পন্ন (Execute) কৰক “Perl Script”
 
   
 
   
 
|-
 
|-
|04.48
+
|04:48
 
| টাইপ কৰক  “perl perlArray dot pl” আৰু  “Enter” কৰক ।
 
| টাইপ কৰক  “perl perlArray dot pl” আৰু  “Enter” কৰক ।
  
 
|-
 
|-
|04.54
+
|04:54
 
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব  উজলাই থোৱা অংশত ।
 
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব  উজলাই থোৱা অংশত ।
 
   
 
   
 
|-
 
|-
|04.59
+
|04:59
 
| এতিয়া, কেনেদৰে এলিমেন্ট (Element)  এটা  “Array” ৰ কোনো উল্লেখিত স্থানৰ (specified position) পৰা গুচোৱা হয় তাক চাম ।   
 
| এতিয়া, কেনেদৰে এলিমেন্ট (Element)  এটা  “Array” ৰ কোনো উল্লেখিত স্থানৰ (specified position) পৰা গুচোৱা হয় তাক চাম ।   
  
 
|-
 
|-
|05.05
+
|05:05
 
| “Splice Function” সমুহে  “Array” ৰ কোনো এটা নির্দিস্ট স্থানৰ পৰা এলিমেন্ট (Element) বোৰ গুচাই দিয়ে ।
 
| “Splice Function” সমুহে  “Array” ৰ কোনো এটা নির্দিস্ট স্থানৰ পৰা এলিমেন্ট (Element) বোৰ গুচাই দিয়ে ।
  
 
|-
 
|-
|05.11
+
|05:11
 
| এই ফাংচন (Function) ৰ “ৰিটার্ণ ভেলু” (Return Value) বোৰ “Array” ৰ পৰা গুচাই দিয়া এলিমেন্ট (Element) সমুহ  
 
| এই ফাংচন (Function) ৰ “ৰিটার্ণ ভেলু” (Return Value) বোৰ “Array” ৰ পৰা গুচাই দিয়া এলিমেন্ট (Element) সমুহ  
  
 
|-
 
|-
|05.17
+
|05:17
 
| আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
 
| আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
  
 
|-
 
|-
|  05.21
+
|  05:21
 
  | “perlArray dot pl” নামৰ ফাইল টো লৈ যাওক, যাক আমি আগতেই বনাই থৈছিলো ।
 
  | “perlArray dot pl” নামৰ ফাইল টো লৈ যাওক, যাক আমি আগতেই বনাই থৈছিলো ।
  
 
|-
 
|-
|  05.26
+
|  05:26
 
| তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক ।
 
| তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক ।
  
 
|-
 
|-
|05.30
+
|05:30
 
| আমি এতিয়া “Index”ক যোগান দিব লাগিব, য’ৰ পৰা আমি এলিমেন্ট (Element)  বোৰ গুচাব বিচাৰো, আৰু
 
| আমি এতিয়া “Index”ক যোগান দিব লাগিব, য’ৰ পৰা আমি এলিমেন্ট (Element)  বোৰ গুচাব বিচাৰো, আৰু
 
   
 
   
 
|-
 
|-
|  05.35
+
|  05:35
 
| “Offset” য’লৈকে আমি এলিমেন্ট (Element) সমুহ গুচাব বিচাৰো ।
 
| “Offset” য’লৈকে আমি এলিমেন্ট (Element) সমুহ গুচাব বিচাৰো ।
 
   
 
   
 
|-
 
|-
| 05.39
+
| 05:39
 
| আমাৰ ক্ষেত্রত , ৫ আৰু ৬ নং এলিমেন্ট (Element)  কেইটা হে গুচাব লাগিব ।
 
| আমাৰ ক্ষেত্রত , ৫ আৰু ৬ নং এলিমেন্ট (Element)  কেইটা হে গুচাব লাগিব ।
  
 
|-
 
|-
|  05.44
+
|  05:44
 
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি  সম্পন্ন (Execute) কৰক “Perl Script”-
 
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি  সম্পন্ন (Execute) কৰক “Perl Script”-
  
 
|-
 
|-
|  05.49
+
|  05:49
 
|  টাইপ কৰক  “perl perlArray dot pl” আৰু  “Enter” কৰক ।
 
|  টাইপ কৰক  “perl perlArray dot pl” আৰু  “Enter” কৰক ।
  
 
|-
 
|-
|05.55
+
|05:55
 
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব   
 
| আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব   
 
   
 
   
 
|-
 
|-
|  05.59
+
|  05:59
 
| এতিয়া আকৌ “Array” ৰ কিছু নতুন “Inbuild Function”  সমুহ চাওঁ ।
 
| এতিয়া আকৌ “Array” ৰ কিছু নতুন “Inbuild Function”  সমুহ চাওঁ ।
 
   
 
   
 
|-
 
|-
|  06.04
+
|  06:04
 
| এটা নির্দস্ট “delimiter” থকা “string” ক ভাগ কৰিবলৈ “Split Function” ব্যৱহাৰ কৰে ।
 
| এটা নির্দস্ট “delimiter” থকা “string” ক ভাগ কৰিবলৈ “Split Function” ব্যৱহাৰ কৰে ।
  
 
|-
 
|-
|06.10
+
|06:10
 
| এই ফাংচন (Function)  ৰ ৰিটার্ণ ভেলু (Return Value)  হ’ল এটা “Array”
 
| এই ফাংচন (Function)  ৰ ৰিটার্ণ ভেলু (Return Value)  হ’ল এটা “Array”
  
 
|-
 
|-
| 06.14
+
| 06:14
 
| এই “Array” ৰ এলিমেন্ট (Element) সমুহ “string” ৰ ভাগ হৈ থকা কিছু অংশ ।
 
| এই “Array” ৰ এলিমেন্ট (Element) সমুহ “string” ৰ ভাগ হৈ থকা কিছু অংশ ।
  
 
|-
 
|-
|06.19
+
|06:19
 
| নির্দস্ট “delimiter” ৰ সহায়ত “Array” ৰ এলিমেন্ট (Element)  সমুহক “join function”  এ সংযোগ কৰে ।
 
| নির্দস্ট “delimiter” ৰ সহায়ত “Array” ৰ এলিমেন্ট (Element)  সমুহক “join function”  এ সংযোগ কৰে ।
  
 
|-
 
|-
|06.25
+
|06:25
 
| ই “string” ত সংযোগ হৈ থকা এলিমেন্ট (Element) সমুহ ঘুৰাই পথাই ।
 
| ই “string” ত সংযোগ হৈ থকা এলিমেন্ট (Element) সমুহ ঘুৰাই পথাই ।
  
 
|-
 
|-
| 06.28
+
| 06:28
 
| “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক / সংখ্যানুক্রমিক ভাবে চর্ট (sort) কৰে ।
 
| “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক / সংখ্যানুক্রমিক ভাবে চর্ট (sort) কৰে ।
  
 
|-
 
|-
| 06.34
+
| 06:34
 
| “White space” এ ভগাই দিয়া শব্দ ৰ “Array”  ক,  “qw function” এ ঘুৰাই পথাই ।
 
| “White space” এ ভগাই দিয়া শব্দ ৰ “Array”  ক,  “qw function” এ ঘুৰাই পথাই ।
  
 
|-
 
|-
|  06.40
+
|  06:40
 
| আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
 
| আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
  
 
|-
 
|-
|  06.45
+
|  06:45
  
 
| টার্মিনেল লৈ যাওক, আৰু টাইপ কৰক,
 
| টার্মিনেল লৈ যাওক, আৰু টাইপ কৰক,
  
 
|-
 
|-
|06.48
+
|06:48
  
 
| ''' gedit arrayFunctions dot pl স্পেচ্ ampersand আৰু টিপক Enter'''
 
| ''' gedit arrayFunctions dot pl স্পেচ্ ampersand আৰু টিপক Enter'''
 
   
 
   
 
|-
 
|-
|06.55
+
|06:55
  
 
| তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক ।
 
| তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক ।
 
   
 
   
 
|-
 
|-
|07.00
+
|07:00
  
 
| এই ক্ষেত্রত,  “Variable string”  ৰ প্রতিটো শব্দ “Array”  ৰ এলিমেন্ট (Element) লৈ পৰিবর্ত্তন হব ।
 
| এই ক্ষেত্রত,  “Variable string”  ৰ প্রতিটো শব্দ “Array”  ৰ এলিমেন্ট (Element) লৈ পৰিবর্ত্তন হব ।
 
 
 
 
 
|-
 
|-
|07.07
+
|07:07
  
 
| ইয়াত, প্রতিটো  “newArray” ৰ এলিমেন্ট (Element)  একোটা “ক’মা” (comma)  ৰে সংযোগ কৰা হয় ।
 
| ইয়াত, প্রতিটো  “newArray” ৰ এলিমেন্ট (Element)  একোটা “ক’মা” (comma)  ৰে সংযোগ কৰা হয় ।
  
 
|-
 
|-
|07.12
+
|07:12
  
 
| “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক ভাবে চর্ট (sort) কৰে ।
 
| “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক ভাবে চর্ট (sort) কৰে ।
  
 
|-
 
|-
|07.19
+
|07:19
  
 
| “qw function” এ একোটা শব্দ ৰ “Array” বনাই যাক স্পেচ (Space) এ ভাগ কৰে ।
 
| “qw function” এ একোটা শব্দ ৰ “Array” বনাই যাক স্পেচ (Space) এ ভাগ কৰে ।
  
 
|-
 
|-
|07.25
+
|07:25
  
 
| আহক এতিয়া প্রতিটো ফাংচন বুজো-
 
| আহক এতিয়া প্রতিটো ফাংচন বুজো-
 
   
 
   
 
|-
 
|-
|07.28
+
|07:28
  
 
| “split function” এ ২টা কৈ “argument” লয় ।
 
| “split function” এ ২টা কৈ “argument” লয় ।
  
 
|-
 
|-
|07.31
+
|07:31
  
 
| ১ম argument  টো হ’ল এটা  “delimiter”, যাৰ কাৰণে “string” ক ভগাই দিব লগিয়া হয় ।
 
| ১ম argument  টো হ’ল এটা  “delimiter”, যাৰ কাৰণে “string” ক ভগাই দিব লগিয়া হয় ।
  
 
|-
 
|-
|07.36
+
|07:36
  
 
| ২য় টো ও এটা “string” যাক ভগাই দিব লাগে ।
 
| ২য় টো ও এটা “string” যাক ভগাই দিব লাগে ।
  
 
|-
 
|-
|07.39
+
|07:39
  
 
| “Delimiter” নিশ্চিত কৰিবলৈ  “forward slash, single অথবা double quotes” ব্যৱহাৰ কৰা হয় ।
 
| “Delimiter” নিশ্চিত কৰিবলৈ  “forward slash, single অথবা double quotes” ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
|07.45
+
|07:45
  
 
| “join function” এ ২টা কৈ “argument” লয় ।
 
| “join function” এ ২টা কৈ “argument” লয় ।
  
 
|-
 
|-
|07.48
+
|07:48
  
 
| ১ম টো হ’ল  “delimiter”  য’ত  “Array Element” বোৰক  ক সংযোগ কৰি দিয়া হয় ।
 
| ১ম টো হ’ল  “delimiter”  য’ত  “Array Element” বোৰক  ক সংযোগ কৰি দিয়া হয় ।
  
 
|-
 
|-
|07.53
+
|07:53
  
 
| ২য় টো হ’ল “Array” ।
 
| ২য় টো হ’ল “Array” ।
  
 
|-
 
|-
|07.55
+
|07:55
  
 
| “Delimiter” নিশ্চিত কৰিবলৈ  “single অথবা double quotes” ব্যৱহাৰ কৰা হয় ।
 
| “Delimiter” নিশ্চিত কৰিবলৈ  “single অথবা double quotes” ব্যৱহাৰ কৰা হয় ।
  
 
|-
 
|-
|07.58
+
|07:58
  
 
| “sort function” এ ১টা কৈ “argument” লয়, যি হ’ল এটা  “Array”  আৰু যাক  চর্ত (sort)  কৰিব লাগে ।
 
| “sort function” এ ১টা কৈ “argument” লয়, যি হ’ল এটা  “Array”  আৰু যাক  চর্ত (sort)  কৰিব লাগে ।
  
 
|-
 
|-
|08.05
+
|08:05
  
 
| “qw function” এ ঘুৰাই পঠাই একোটা শব্দ ৰ “Array” ক যাক স্পেচ (Space) এ ভাগ কৰে ।
 
| “qw function” এ ঘুৰাই পঠাই একোটা শব্দ ৰ “Array” ক যাক স্পেচ (Space) এ ভাগ কৰে ।
  
 
|-
 
|-
|08.11
+
|08:11
  
 
| যদি “qw” ৰে লিখা হয় তেন্তে, “quotes” ত নিলিখিলেও হয় ।
 
| যদি “qw” ৰে লিখা হয় তেন্তে, “quotes” ত নিলিখিলেও হয় ।
  
 
|-
 
|-
|08.17
+
|08:17
  
 
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি  সম্পন্ন (Execute) কৰক “Perl Script”-
 
| এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি  সম্পন্ন (Execute) কৰক “Perl Script”-
  
 
|-
 
|-
|08.23
+
|08:23
  
 
| “perl arrayFunctions dot pl”
 
| “perl arrayFunctions dot pl”
  
 
|-
 
|-
|08.26
+
|08:26
 
| “Enter” টিপক ।
 
| “Enter” টিপক ।
  
 
|-
 
|-
|08.29
+
|08:29
| আউটপুত (Output) সমুহ স্ক্রিন (Sceen) ত দেখাপোৱা যাব   
+
| আউটপুত (Output) সমুহ স্ক্রিন (Screen) ত দেখাপোৱা যাব   
 
+
|-
+
|08.33
+
| এতিয়া সাৰাংশলৈ আহিছো ।
+
  
 
|-
 
|-
|08.34
+
|08:33
| এই নির্দেশনা ত আমি শিকিলো -
+
| এতিয়া সাৰাংশলৈ আহিছো ।এই নির্দেশনা ত আমি শিকিলো -
  
 
|-
 
|-
|08.36
+
|08:36
 
| “Array” ৰ পৰা এলিমেন্ট (Element)  সমুহ সংযোগ কৰা / আতৰোৱা ।
 
| “Array” ৰ পৰা এলিমেন্ট (Element)  সমুহ সংযোগ কৰা / আতৰোৱা ।
  
 
|-
 
|-
|08.40
+
|08:40
 
| “Array” ৰ সাধাৰণ ফাংচন (basic function বোৰ উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত বুজা ।
 
| “Array” ৰ সাধাৰণ ফাংচন (basic function বোৰ উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত বুজা ।
  
 
|-
 
|-
|08.46
+
|08:46
  
 
| ইয়াত কিছু অভ্যাশৰ কাৰনে প্রশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে ।
 
| ইয়াত কিছু অভ্যাশৰ কাৰনে প্রশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে ।
  
 
|-
 
|-
|08.48
+
|08:48
  
 
| 'script.spoken-tutorial.org/index.php/Perl'  যাওক ।
 
| 'script.spoken-tutorial.org/index.php/Perl'  যাওক ।
  
 
|-
 
|-
|08.54
+
|08:54
  
 
| উপৰত দিয়া সমুহ split কৰক ''' string at '/ ' ''' (forward slash)  '''delimiter '''
 
| উপৰত দিয়া সমুহ split কৰক ''' string at '/ ' ''' (forward slash)  '''delimiter '''
  
 
|-
 
|-
|08.59
+
|08:59
  
 
| যোগ (Add) কৰক  ''' https:// '''  at the start of an newly created '''Array'''
 
| যোগ (Add) কৰক  ''' https:// '''  at the start of an newly created '''Array'''
  
 
|-
 
|-
|09.06
+
|09:06
  
 
| গুচাওক / আতৰাওক  ''' element “Perl” ''' from the '''Array '''
 
| গুচাওক / আতৰাওক  ''' element “Perl” ''' from the '''Array '''
  
 
|-
 
|-
|09.09
+
|09:09
  
 
| “Array” ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চর্ত (sort) কৰক ।  
 
| “Array” ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চর্ত (sort) কৰক ।  
  
 
|-
 
|-
|09.12
+
|09:12
  
 
| উপৰত উল্লেখিত লিংক (link)  ৰ পৰা  ভিডিঅ’ টো চাওক ।
 
| উপৰত উল্লেখিত লিংক (link)  ৰ পৰা  ভিডিঅ’ টো চাওক ।
 
   
 
   
 
|-
 
|-
|09.15
+
|09:15
  
 
| ইয়াত সম্পূর্ণ  বাকধ্বনি যুক্ত নির্দেশনা সমুহ উল্লেখ কৰা হৈছে ।
 
| ইয়াত সম্পূর্ণ  বাকধ্বনি যুক্ত নির্দেশনা সমুহ উল্লেখ কৰা হৈছে ।
 
   
 
   
 
|-
 
|-
|09.19
+
|09:19
  
 
| যদি আপোনাৰ বেন্দৱাইথ (Bandwith) ভাল নহয় তেন্তে ডাউনলোড কৰি ল’ব পাৰে ।
 
| যদি আপোনাৰ বেন্দৱাইথ (Bandwith) ভাল নহয় তেন্তে ডাউনলোড কৰি ল’ব পাৰে ।
 
   
 
   
 
|-
 
|-
| 09.24
+
| 09:24
  
 
| স্পোকেন টিউটোৰিএল প্রজেক্ত টিম এ বাকধ্বনি যুক্ত নির্দেশনা থকা ৱার্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা ।
 
| স্পোকেন টিউটোৰিএল প্রজেক্ত টিম এ বাকধ্বনি যুক্ত নির্দেশনা থকা ৱার্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা ।
 
   
 
   
 
|-
 
|-
|09.30
+
|09:30
  
 
| যি সকলে অনলাইন পৰীক্ষা ত উত্তীর্ণ হয় তেওঁলোকক চার্টিফিকেট দিয়া হয় ।
 
| যি সকলে অনলাইন পৰীক্ষা ত উত্তীর্ণ হয় তেওঁলোকক চার্টিফিকেট দিয়া হয় ।
 
   
 
   
 
|-
 
|-
|09.34
+
|09:34
  
 
| অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org
 
| অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org
 
   
 
   
 
|-
 
|-
| 09.40
+
| 09:40
  
 
| স্পোকেন টিউটোৰিএল প্রজেক্ত এটা Talk to a  Teacher project (শিক্ষক ৰ লগত কথা পতা প্রজেক্ত)
 
| স্পোকেন টিউটোৰিএল প্রজেক্ত এটা Talk to a  Teacher project (শিক্ষক ৰ লগত কথা পতা প্রজেক্ত)
 
   
 
   
 
|-
 
|-
|09.44
+
|09:44
  
 
| ইয়াক সহযোগ কৰিছে  নেচনেল মিছন অন এডুকেছন দ্বাৰা  ICT, MHRD,  ভাৰত চৰকাৰ ।
 
| ইয়াক সহযোগ কৰিছে  নেচনেল মিছন অন এডুকেছন দ্বাৰা  ICT, MHRD,  ভাৰত চৰকাৰ ।
 
   
 
   
 
|-
 
|-
|09.51
+
|09:51
  
 
|অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org slash NMEICT hyphen Intro
 
|অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org slash NMEICT hyphen Intro
  
 
|-
 
|-
| 10.02
+
| 10:02
  
 
| আশা কৰো আপোনালোকে  পার্ল  টিউটোৰিএল  (Perl Tutorial)  উপভোগ কৰিলে ।
 
| আশা কৰো আপোনালোকে  পার্ল  টিউটোৰিএল  (Perl Tutorial)  উপভোগ কৰিলে ।
 
   
 
   
 
|-
 
|-
|10.04
+
|10:04
  
| মই অমোল, সমাপ্ত কৰিছো ।
+
| মই প্ৰগয়ান বেজবৰুৱা, সমাপ্ত কৰিছো ।
 
   
 
   
 
|-
 
|-
|10.06
+
|10:06
 
| ধন্যবাদ ।
 
| ধন্যবাদ ।
 
|}
 
|}

Latest revision as of 10:01, 5 March 2017

Time Narration
00:01 পার্ল (Perl) ত এৰে ফাংছন (Array Function) ৰ নির্দেশনা (Tutorial) লৈ আপোনালোক ক স্বাগতম ।
00:06 এই নির্দেশনা (Tutorial) ত আপোনালোকে পার্ল (Perl) ত এৰে ফাংছন (Array Function), যেনে
00:11 push ( পুছ )pop ( প’প )shift ( ছিফ্ট )
00:14 unshift ( আন-ছিফ্ট )split ( চপ্লিত )
00:16 splice ( চপ্লাইছ )join ( যইন )
00:18 sort ( চর্ত )qw( কিউ-ডাব্লিউ )
00:20 মই ইয়াত “Ubuntu Linux12.04” আৰু “Perl 5.14.2” ব্যবহাৰ কৰিছো ।
00:28 মই আৰু “gedit” নামৰ Text Editor ও ব্যৱহাৰ কৰিছো ।
00:32 আপোনালোকে ইয়াও আপোনাৰ মন পচন্দ মতে Text Editor ব্যৱহাৰ কৰিব পাৰে ।
00:36 ইয়াৰ বাবে আপোনাৰ Perl ৰ “Variables Data Structures” আৰু “Array” ৰ সাধাৰণ জ্ঞান থকা উচিত ।
00:43 “Conditions, loops” আৰু “Conditional Statements” ৰ জ্ঞানে কিছু সুবিধা আগবঢ়াই ।
00:48 আপোনালোকে বাণী নির্দেশনা (Spoken Tutorial) ৱেব্ছাইট ত থকা “Spoken Tutorial” চাব ।
00:54 Perl ত কিছুমান আগৰে পৰা থকা ফাংছন (Function) পোৱা যায় ।
00:57 এই “Function” সমূহে “Array” ত বহু ধৰণৰ কাম কৰিব পাৰে ।
01:02 প্রথমতে আমি কেনেদৰে এলিমেন্ট (Element) সমুহ “Array” ৰ সহায়ত বহাব আৰু গুচাব পাৰি তকে শিকিম ।
01:08 এয়া কৰা হয় এনেদৰে :-
01:10 “Array” ৰ শেষৰ থাইত “Push Function” সহায়ত একোটা এলিমেন্ট (Element) বহুৱা হয় ।
01:15 আৰু “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” সহায়ত একোটা এলিমেন্ট (Element) গুচোৱা হয় ।
01:21 প্রথমতে আমি এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত কেনেদৰে “Push” আৰু “Pop Fuction” ব্যৱহাৰ কৰা হয় তাক যানিম ।
01:26 Terminal খোলক আৰু টাইপ কৰক “gedit perlArray dot pl space ampersand” ।
01:33 আৰু প্রেছ (Press) কৰক “Enter” ।
01:36 ই “gedit” ত “perlArray dot pl” নামৰ ফাইল (File) এটা খুলিব ।
01:41 স্ক্রিন (Screen) ত দেখুৱাৰ দৰে কোড (Code) টাইপ (Type) কৰক ।
01:45 ইয়াত আমি “Array” ৰ দৈর্ঘ্য ৩ বুলি কৈ দিছো ।
01:50 “Array” ৰ শেষৰ স্থান ত “Push Function” এ এটা এলিমেন্ট (Element) বহুৱাব, অর্থাত ৩ ৰ পিছত ।
01:57 “Array” ৰ শেষৰ থাইৰ পৰা “Pop Function” এ এটা এলিমেন্ট (Element) গুচাব ।
02:04 আমাৰ এই পৰিস্থিতি ত চতুর্থ টো “Array” ৰ পৰা গুচাই দিয়া হব ।
02:08 সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” ।
02:11 “push function” এ ২ টা “arguments” লয় ।
02:14 “1st Argument” ৰ পৰা “push function”, হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব ।
02:20 “2nd argument” হ’ল এটা “Element” যাক “push” কৰা হব “Array” লৈ ।
02:25 “Pop function” ৰ বাক্যবিন্যাস (Syntax) সমুহ তলত দিয়া হ’ল :-
02:29 “pop function” এ অকল এটাহে “argument” লয় ।
02:32 ই হ’ল একপ্রকাৰৰ “Array” য’ৰ পৰা এটাকৈ “Element” গুচাব ।
02:36 মনত ৰাখিব যে এই ফাংচন সমুহ “Array” ৰ শেষৰ স্থান ত হে কাম কৰিব ।
02:41 “pop function” এ যিবোৰ এলিমেন্ট (Element) গুচাই দিছিল, সেই বোৰ বেলেগ এটা ভেৰিএবল (Variable) ৰ পৰা পোৱা যাব ।
02:46 ইয়াৰ বাবে বাক্যবিন্যাস (Syntax) টো হ’ল :- “$variable space = space pop open bracket @myArray close bracket”
02:57 এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script”
03:01 টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক ।
03:07 আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব ।
03:11 এতিয়া আমি কেনেদৰে “Array” ৰ প্রথম স্থানত এলিমেন্ট (Element) এটা বহুৱাব বা গুচাব পাৰি তাক শিকিম ।
03:18 ইয়াক পাবলৈ ব্যৱহাৰ কৰা হয় :-
03:20 “unshift function”- যিয়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাই ।
03:25 “shift function”- যিয়ে প্রথম এলিমেন্ট (Element) টো “Array” ৰ পৰা আতৰাই দিয়ে ।
03:31 আহক ইয়াক বুজিবলৈ এটা উদহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
03:35 মই এতিয়া “perlArray dot pl” ফাইল (File) টো খুলিম, যাক মই আগতেই বনাই থৈছিলো ।
03:39 স্ক্রিন (Screen) ত দেখুৱাই দিয়া কোড সমুহ টাইপ কৰক -
03:43 “unshift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানত বহুৱাব, অর্থাত ১ ৰ আগত ।
03:52 “shift function”য়ে এলিমেন্ট (Element) এটা “Array” ৰ প্রথম স্থানৰ পৰা আতৰাব ।
03:57 আমাৰ ক্ষেত্রত, “শুণ্য” টো গুচোৱা হব ।
04:00 সংৰক্ষন (Save) কৰিবলৈ টিপক “ctrl + s” ।
04:03 “unshift function” এ ২ টা “arguments” লয় ।
04:06 “1st Argument” হ’ল এটা “Array” যিয়ে একোটাকৈ “Element” বহুৰাব ।
04:10 “2nd Argument” হ’ল এটা “Element” যাক “Array” ত বহুৱা হ’ব ।
04:15 “Shift Function” এ মাত্র এটা “argument” লব পাৰে ।
04:18 ই হ’ল এটা “Array” য’ৰ পৰা “Element” বোৰ গুচাব লাগে ।
04:22 মনত ৰাখিব : দুয়োটা ফাংচনে ৰ প্রথম স্থান (First position) ত কাম কৰে ।
04:27 আমি কিছু ভেৰিএবল (Variable) ৰ পৰা “shift function” গুচাই এলিমেন্ট (Element) সমুহ গোটাই লব পাৰো ।
04:33 ইয়াৰ বাবে বাক্যবিন্যাস (Syntex) টো হ’ল : “- $variable space = space shift open bracket @myArray close bracket”
04:44 এতিয়া আকৌ টার্মিনেল লৈ (Terminal) যাওক আৰু সম্পন্ন (Execute) কৰক “Perl Script”
04:48 টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক ।
04:54 আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব উজলাই থোৱা অংশত ।
04:59 এতিয়া, কেনেদৰে এলিমেন্ট (Element) এটা “Array” ৰ কোনো উল্লেখিত স্থানৰ (specified position) পৰা গুচোৱা হয় তাক চাম ।
05:05 “Splice Function” সমুহে “Array” ৰ কোনো এটা নির্দিস্ট স্থানৰ পৰা এলিমেন্ট (Element) বোৰ গুচাই দিয়ে ।
05:11 এই ফাংচন (Function) ৰ “ৰিটার্ণ ভেলু” (Return Value) বোৰ “Array” ৰ পৰা গুচাই দিয়া এলিমেন্ট (Element) সমুহ
05:17 আহক ইয়াক বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
05:21 “perlArray dot pl” নামৰ ফাইল টো লৈ যাওক, যাক আমি আগতেই বনাই থৈছিলো ।
05:26 তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক ।
05:30 আমি এতিয়া “Index”ক যোগান দিব লাগিব, য’ৰ পৰা আমি এলিমেন্ট (Element) বোৰ গুচাব বিচাৰো, আৰু
05:35 “Offset” য’লৈকে আমি এলিমেন্ট (Element) সমুহ গুচাব বিচাৰো ।
05:39 আমাৰ ক্ষেত্রত , ৫ আৰু ৬ নং এলিমেন্ট (Element) কেইটা হে গুচাব লাগিব ।
05:44 এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”-
05:49 টাইপ কৰক “perl perlArray dot pl” আৰু “Enter” কৰক ।
05:55 আউটপুত (Output) সমুহ টার্মিনেল (Terminal) ত দেখাপোৱা যাব
05:59 এতিয়া আকৌ “Array” ৰ কিছু নতুন “Inbuild Function” সমুহ চাওঁ ।
06:04 এটা নির্দস্ট “delimiter” থকা “string” ক ভাগ কৰিবলৈ “Split Function” ব্যৱহাৰ কৰে ।
06:10 এই ফাংচন (Function) ৰ ৰিটার্ণ ভেলু (Return Value) হ’ল এটা “Array”
06:14 এই “Array” ৰ এলিমেন্ট (Element) সমুহ “string” ৰ ভাগ হৈ থকা কিছু অংশ ।
06:19 নির্দস্ট “delimiter” ৰ সহায়ত “Array” ৰ এলিমেন্ট (Element) সমুহক “join function” এ সংযোগ কৰে ।
06:25 ই “string” ত সংযোগ হৈ থকা এলিমেন্ট (Element) সমুহ ঘুৰাই পথাই ।
06:28 “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক / সংখ্যানুক্রমিক ভাবে চর্ট (sort) কৰে ।
06:34 “White space” এ ভগাই দিয়া শব্দ ৰ “Array” ক, “qw function” এ ঘুৰাই পথাই ।
06:40 আহক এই ফাংচন বোৰ বুজিবলৈ এটা উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায় লওঁ ।
06:45 টার্মিনেল লৈ যাওক, আৰু টাইপ কৰক,
06:48 gedit arrayFunctions dot pl স্পেচ্ ampersand আৰু টিপক Enter
06:55 তলৰ স্ক্রিন (Screen) দিয়া কোডৰ (Code) অংশ টো টাইপ কৰক ।
07:00 এই ক্ষেত্রত, “Variable string” ৰ প্রতিটো শব্দ “Array” ৰ এলিমেন্ট (Element) লৈ পৰিবর্ত্তন হব ।
07:07 ইয়াত, প্রতিটো “newArray” ৰ এলিমেন্ট (Element) একোটা “ক’মা” (comma) ৰে সংযোগ কৰা হয় ।
07:12 “Sort Function” এ “Array” সমুহক বর্ণানুক্রমিক ভাবে চর্ট (sort) কৰে ।
07:19 “qw function” এ একোটা শব্দ ৰ “Array” বনাই যাক স্পেচ (Space) এ ভাগ কৰে ।
07:25 আহক এতিয়া প্রতিটো ফাংচন বুজো-
07:28 “split function” এ ২টা কৈ “argument” লয় ।
07:31 ১ম argument টো হ’ল এটা “delimiter”, যাৰ কাৰণে “string” ক ভগাই দিব লগিয়া হয় ।
07:36 ২য় টো ও এটা “string” যাক ভগাই দিব লাগে ।
07:39 “Delimiter” নিশ্চিত কৰিবলৈ “forward slash, single অথবা double quotes” ব্যৱহাৰ কৰা হয় ।
07:45 “join function” এ ২টা কৈ “argument” লয় ।
07:48 ১ম টো হ’ল “delimiter” য’ত “Array Element” বোৰক ক সংযোগ কৰি দিয়া হয় ।
07:53 ২য় টো হ’ল “Array” ।
07:55 “Delimiter” নিশ্চিত কৰিবলৈ “single অথবা double quotes” ব্যৱহাৰ কৰা হয় ।
07:58 “sort function” এ ১টা কৈ “argument” লয়, যি হ’ল এটা “Array” আৰু যাক চর্ত (sort) কৰিব লাগে ।
08:05 “qw function” এ ঘুৰাই পঠাই একোটা শব্দ ৰ “Array” ক যাক স্পেচ (Space) এ ভাগ কৰে ।
08:11 যদি “qw” ৰে লিখা হয় তেন্তে, “quotes” ত নিলিখিলেও হয় ।
08:17 এতিয়া আকৌ টার্মিনেল লৈ (Terminal) গৈ টাইপ কৰি সম্পন্ন (Execute) কৰক “Perl Script”-
08:23 “perl arrayFunctions dot pl”
08:26 “Enter” টিপক ।
08:29 আউটপুত (Output) সমুহ স্ক্রিন (Screen) ত দেখাপোৱা যাব
08:33 এতিয়া সাৰাংশলৈ আহিছো ।এই নির্দেশনা ত আমি শিকিলো -
08:36 “Array” ৰ পৰা এলিমেন্ট (Element) সমুহ সংযোগ কৰা / আতৰোৱা ।
08:40 “Array” ৰ সাধাৰণ ফাংচন (basic function বোৰ উদাহৰণ প্রগ্রাম (Sample Program) ৰ সহায়ত বুজা ।
08:46 ইয়াত কিছু অভ্যাশৰ কাৰনে প্রশ্ন দি থোৱা হৈছে আপোনলোকৰ কাৰনে ।
08:48 'script.spoken-tutorial.org/index.php/Perl' যাওক ।
08:54 উপৰত দিয়া সমুহ split কৰক string at '/ ' (forward slash) delimiter
08:59 যোগ (Add) কৰক https:// at the start of an newly created Array
09:06 গুচাওক / আতৰাওক element “Perl” from the Array
09:09 “Array” ৰ নম্বৰ উল্লেখ কৰক আৰু তাক চর্ত (sort) কৰক ।
09:12 উপৰত উল্লেখিত লিংক (link) ৰ পৰা ভিডিঅ’ টো চাওক ।
09:15 ইয়াত সম্পূর্ণ বাকধ্বনি যুক্ত নির্দেশনা সমুহ উল্লেখ কৰা হৈছে ।
09:19 যদি আপোনাৰ বেন্দৱাইথ (Bandwith) ভাল নহয় তেন্তে ডাউনলোড কৰি ল’ব পাৰে ।
09:24 স্পোকেন টিউটোৰিএল প্রজেক্ত টিম এ বাকধ্বনি যুক্ত নির্দেশনা থকা ৱার্কশ্বপ কৰোৱাই স্পোকেন টিউটোৰিএল ৰ দ্বাৰা ।
09:30 যি সকলে অনলাইন পৰীক্ষা ত উত্তীর্ণ হয় তেওঁলোকক চার্টিফিকেট দিয়া হয় ।
09:34 অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org
09:40 স্পোকেন টিউটোৰিএল প্রজেক্ত এটা Talk to a Teacher project (শিক্ষক ৰ লগত কথা পতা প্রজেক্ত)
09:44 ইয়াক সহযোগ কৰিছে নেচনেল মিছন অন এডুকেছন দ্বাৰা ICT, MHRD, ভাৰত চৰকাৰ ।
09:51 অধিক তথ্যৰ বাবে, সম্পর্ক কৰক : spoken hyphen tutorial dot org slash NMEICT hyphen Intro
10:02 আশা কৰো আপোনালোকে পার্ল টিউটোৰিএল (Perl Tutorial) উপভোগ কৰিলে ।
10:04 মই প্ৰগয়ান বেজবৰুৱা, সমাপ্ত কৰিছো ।
10:06 ধন্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble